'' ৰাঙলী কাজলি নন্দৰ চাৰিজনী গাই '' ধেমাজি প্ৰণৱ দিহিঙ্গীয়া ।।

Пікірлер: 659

  • @kamalasajati5679
    @kamalasajati5679 Жыл бұрын

    সুন্দৰ হৰিনাম 🙏শুনিলে শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @soundofsilence5505
    @soundofsilence5505 Жыл бұрын

    ইয়াত কৈ সুন্দৰ সংস্কৃতি পৃথিৱীৰ আন কোনো ঠাইত পাবৰ নাই।। জয় গুৰু শংকৰ। হে গুৰুজনা। কৃষ্ণ

  • @rajivgogoi5082
    @rajivgogoi5082 Жыл бұрын

    অতিসুন্দৰ ❤️ বাপ 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @rokipatar8305
    @rokipatar8305 Жыл бұрын

    মন টো ভাল লাগি যায় হৰি নাম বোৰ শুনিলে,, ভাল লাগিল শুনি

  • @mailmanoj6411
    @mailmanoj6411 Жыл бұрын

    অপূর্ব আপোনালোকৰ পৰিবেশনশৈলী। 🙏কৃষ্ণ।

  • @sewalideka6869
    @sewalideka6869 Жыл бұрын

    🥰🥰🥰🥰🥰অতি সুন্দৰ প্ৰদৰ্শন। ইয়াতকৈ আৰু কি লাগে।বহুত ভাল লাগিল শুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @nickvijay1224
    @nickvijay1224 Жыл бұрын

    মন গাবোৰ আধ্যাত্মিক দিশলৈ লৈ যায়, জয় শ্ৰীকৃষ্ণৰ 🙏🙏🙏

  • @preronabhuyan1125
    @preronabhuyan11252 жыл бұрын

    অতুলনীয় হৰি নাম। অতি সুন্দৰ পৰিৱেশন।🙏🏻 কৃষ্ণ

  • @digantaborah4285

    @digantaborah4285

    Жыл бұрын

    Bohot dhyan lagaye namtu hune

  • @utpalbhuyan5014

    @utpalbhuyan5014

    Жыл бұрын

    Poisa

  • @barashadekadoloi9742

    @barashadekadoloi9742

    Жыл бұрын

    Bohot bohot Val lagise krishno

  • @gopiroy6487

    @gopiroy6487

    Жыл бұрын

    @@digantaborah4285 \\\\\

  • @ghanashyamgogoi9045

    @ghanashyamgogoi9045

    Жыл бұрын

    ​@@digantaborah4285 }pp}

  • @bhaskarjnath3637
    @bhaskarjnath36372 жыл бұрын

    অতুলনীয়, অবিশ্বাস্য। শত কোটি প্ৰণাম 🙏🙏🙏

  • @mrbiswajit3475
    @mrbiswajit34752 жыл бұрын

    কৃষ্ণ গুৰুজনাৰ অপুৰ্ব সৃষ্টিক সতকতি প্ৰনাম জনালোঁ🙏

  • @hirakjyotidutta8660
    @hirakjyotidutta86602 жыл бұрын

    সুন্দৰ পৰিবেশন বাপ সকল ।সচাই অতুলনীয় গোলাঘাট।

  • @nipennath2328
    @nipennath23282 жыл бұрын

    শুনি থাকিলে শুনি থাকিব মন যাই , সুন্দৰ পৰিবেশন,অতুলনীয় , অৱদান

  • @manikdas1257
    @manikdas1257 Жыл бұрын

    সুন্দৰ হৈছে অতুলনীয়

  • @dipaknath9818
    @dipaknath9818 Жыл бұрын

    কৃষ্ণ❤❤ সুন্দৰ। এয়াই হৈছে অসমৰ মান 🙏🙏

  • @DipjyotiDas8822
    @DipjyotiDas8822 Жыл бұрын

    অতি সুমধুৰ "জয় গুৰু শঙ্কৰ "কৃষ্ণ 🙏

  • @nilamanihaloi7861
    @nilamanihaloi78612 жыл бұрын

    অতি মনোমোহা দৃশ্য । হৰিনাম মোৰ অতিকৈ প্ৰিয় ।

  • @hridoyvlogs7118
    @hridoyvlogs7118 Жыл бұрын

    আপোনালোকৰ অনুষ্ঠান‌ চাই বহুত ভাল লাগিছে ❤️❤️❤️

  • @jaantikhanikar2081
    @jaantikhanikar2081 Жыл бұрын

    অতুলনীয়হৰিনাম।অতিসুন্দৰপশনৰিৱে।🙏 কৃষ্ণ

  • @achintadasdas2752
    @achintadasdas27522 жыл бұрын

    কৃষ্ণ ৰাম কৃষ্ণ , বহু ত ধুনীয়া হৈছে

  • @dipankarlahan1390
    @dipankarlahan13902 жыл бұрын

    সঁচাকৈয়ে এক অতুলনীয় অনুভৱ।বহুত ভাল লাগিল। ওচৰৰ পৰা চাবলৈ পাই নিজকে ভাগ্যবান যেন অনুভৱ কৰিলো।🙏কৃষ্ণ🙏

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ।

  • @monimaikoch4438
    @monimaikoch44382 жыл бұрын

    অতি সুন্দৰ ....... নামতিৰ পৰা ধৰি নেগেৰা বাদক , গুৰুবাদ্য খোল , তালৰ লগতে বাঁহী বাদকলৈ মোৰ ফালৰ পৰা অশেষ শুভ কামনা । আগলৈ আৰু আগুৱাই যাওক তাৰে কামনা কৰিলো

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ।

  • @bhumisvlogs6005

    @bhumisvlogs6005

    2 жыл бұрын

    এই দলটি মই এবাৰ লগ ধৰিব বিচাৰো। যোগৰ ঠিকনাটো পাৰিলে জনাবচোন।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    Dhemaji 8011217272

  • @dipukuki8071

    @dipukuki8071

    2 жыл бұрын

    @@Dhemajikendriyaharinam Dada ai team tu nimontron jonabo pora jai ne ,,,jonabo sun

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    Parib

  • @mr.saikia8158
    @mr.saikia81582 жыл бұрын

    দেহ মন জুৰ পৰি যোৱা দিহানাম৷অতি সুন্দৰ

  • @surajitsaikia7712
    @surajitsaikia77122 жыл бұрын

    খুব সুন্দৰ হৈছে ঈশ্বৰে মঙ্গল কৰক🙏🏻❤️

  • @dipasaikia9486
    @dipasaikia9486 Жыл бұрын

    খুউব সুন্দৰ, কৃষ্ণ 🙏🙏🙏

  • @nickvijay1224
    @nickvijay1224 Жыл бұрын

    বহুত সুন্দৰ জয় শ্ৰীকৃষ্ণ 🙏🙏🙏

  • @tysonexe2095
    @tysonexe20952 жыл бұрын

    সুন্দৰ কণ্ঠ❤️

  • @jugalgogoi3730
    @jugalgogoi3730 Жыл бұрын

    আপোনাৰ কণ্ঠই মন প্ৰাণ চুই যায় । দিনটোত এবাৰ নুহুনকে থাকিবই নোৱাৰোঁ 🙏🙏

  • @lordkrishna3980
    @lordkrishna39802 жыл бұрын

    Hari Bol ❤️ Spirit Soul

  • @dadudas3884
    @dadudas38842 жыл бұрын

    Moja lagi jai aapuna hbr video🙏🙏🙏💯

  • @sirumoni3x
    @sirumoni3x2 жыл бұрын

    মন মোহনীয়া গীত সুন্দৰ 🙏🙏

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ

  • @bipulsaikiabipulsaikia5008

    @bipulsaikiabipulsaikia5008

    2 жыл бұрын

    Mojja

  • @jayantachetia4488
    @jayantachetia44882 жыл бұрын

    সুন্দৰ অতি সুন্দৰ গলাৰ লগতে সংগত কৰা সহযোগি সকল ভগৱন্তয় কৃপা কৰক হৰিৰ নাম লবলৈ আনিও পূণ্য ভাগ পাবলৈ

  • @bibekahandique5704
    @bibekahandique57042 жыл бұрын

    খুওব সুন্দৰ হৈছে ।নামতি ,খোল ,নাগাৰা ,বাঁহি বাদন মনোমোহা হৈছে ।

  • @prahladgogoi8847
    @prahladgogoi88472 жыл бұрын

    অতি সুন্দৰ বাপ সকল কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ।🙏🙏🙏🙏🙏

  • @gunavathibuwari6644
    @gunavathibuwari66442 жыл бұрын

    বহুত ভাল হৈছে ......আমাৰ ওচৰলৈ আহোতে ও মই পাপিয়ে লগ কৰিব নোৱাৰিলো ..? পাৰিলে পিচত লগ দিম কথা দিলো

  • @ganeshneog557
    @ganeshneog5572 жыл бұрын

    বহুত ধুনীয়া লাগিছে গানটো।

  • @user-tw9vk6lt4l
    @user-tw9vk6lt4l25 күн бұрын

    সূনদৰ হৈছে ,নাগাৰা বজোৱা জনে ফতূৱাকৰে বাকী ভাল হৈছে

  • @uttamkumarroy7337
    @uttamkumarroy73372 жыл бұрын

    Hari Nam Mor Aotikoi Priyo 🙏 Moner kastha dur hoie jai 👌

  • @parswajyoti5089
    @parswajyoti5089 Жыл бұрын

    Hemanta dar negera bojua xuni vl lage 😌😌❤️❤️

  • @babuldas2855
    @babuldas2855 Жыл бұрын

    পনৱ দা আপোনাৰ গানে হিদয় চুই জাই ভগৱানে আপোনলোকক কুসলে ৰাসক এতাই বেয়া লাগে যে এই মানুহ জনে নাচিলে বিহু নচা যেন লাগে

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    Жыл бұрын

    ধন্যবাদ।

  • @chinmoykrishnadas6911
    @chinmoykrishnadas69112 жыл бұрын

    Krishno bap aupunalukor video sai bohut val lage 👍👍👍👍

  • @mintugogoi5381
    @mintugogoi53812 жыл бұрын

    Bohut hundar

  • @narensaikia6652
    @narensaikia66522 жыл бұрын

    পৰম সন্তোষ পালোঁ কৃষ্ণ 🙏🙏🙏🙏

  • @pubgpagolmoi3284
    @pubgpagolmoi32842 жыл бұрын

    Video tu sai val lagise de😘😘😘

  • @jugenrajkonwar4294
    @jugenrajkonwar42942 жыл бұрын

    🤗 অতি সুন্দৰ

  • @RidipHazarika2571
    @RidipHazarika25712 жыл бұрын

    Ki moja hemonta daa♥️♥️💥🙏

  • @ranasonowal2875
    @ranasonowal2875 Жыл бұрын

    Ak biral harinam, atihunder mon bhal lagi Jai👌👌👌👌👌👌👍

  • @ritikhapallabiphukon
    @ritikhapallabiphukon2 жыл бұрын

    অতি সুন্দৰ।

  • @jadabdihingia6816
    @jadabdihingia68162 жыл бұрын

    Dhuniya lagise 🌼💗💗💗

  • @hunmonichutia7442
    @hunmonichutia74422 жыл бұрын

    অপূৰ্ব , মনোমোহা।

  • @greeno8884
    @greeno88842 жыл бұрын

    Krishno 🙏🙏🙏🙏

  • @sanjibdas15040
    @sanjibdas150402 жыл бұрын

    কবলৈ ভাষা বিচাৰি পোৱা নাই ❤

  • @bhargvdutta1632
    @bhargvdutta1632 Жыл бұрын

    সুন্দৰ কণ্ঠ।

  • @parthaphukan7139
    @parthaphukan71392 жыл бұрын

    Amazing... focusing our rich Assamese culture through Melody and talent

  • @parismitasaikia6398

    @parismitasaikia6398

    2 жыл бұрын

    ইমাধুনিয়া

  • @amulyanarah8243
    @amulyanarah82432 жыл бұрын

    সুন্দৰ পৰিৱেশন।

  • @ranjanroy177
    @ranjanroy1772 жыл бұрын

    Nagra khub dhunia bojaise aru bahi awesome

  • @pranjalkoch750
    @pranjalkoch7508 ай бұрын

    অতি সুন্দৰ প্রদর্শন ❤❤

  • @janarddanhukai7135
    @janarddanhukai71352 жыл бұрын

    Love from morigaon ♥️♥️♥️

  • @jibanvlog7712
    @jibanvlog7712 Жыл бұрын

    অতি সুন্দৰ আৰু মই শুনি পাহৰি যাব নোৱাৰোঁ

  • @parishmitaboruah4753
    @parishmitaboruah4753 Жыл бұрын

    Bor hundor lagise krisno

  • @user-hb3le9nz6l
    @user-hb3le9nz6l3 күн бұрын

    সুন্দৰ বহোত সুন্দৰ 😮😮

  • @bulbul6595
    @bulbul6595 Жыл бұрын

    ভাল লাগে । এওঁ‌লোকৰ প্ৰায়বোৰ গীতৰ ভিডিঅ' চাইছো আৰু সন্মোখতো চাইছো ধুনীয়া লাগে কিন্তু নেগেৰা বজোৱা জনে মূৰটো কিয় ইমান এচাৰি থাকে ।

  • @axomiyapodcast

    @axomiyapodcast

    10 ай бұрын

    যেতিয়া আপুনি যিকোনো বাদ্য হাতত মাৰি (stick) লৈ বজায় আৰু সম্পূৰ্ণ নিখুঁত ভাৱে সংগীতৰ সুৰ বৈ যায় তেতিয়া নিজস্ব ভাবে তলৰ লগত মূৰৰ সঞ্চাৰ হয় । ভালকৈ লক্ষ কৰিলে ঢুলীয়া খুলীয়া সকলোতে দেখিব । মাথোঁ তেঁওলোকে তেঁওলোকৰ performance ৰ extreme level ত থাকিব লাগিব । ধন্যবাদ।

  • @krbofficial7783
    @krbofficial77839 ай бұрын

    নেগেৰা বজোৱা জনে অলপ বেছি কৰে নেকি। বাকী অতি সুন্দৰ 😊

  • @rakeshphukan422
    @rakeshphukan42210 ай бұрын

    Ati hundor... Krishna, ki j binondiya ei harinam...

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    10 ай бұрын

    ধন্যবাদ

  • @mrigankarajbongshi3498
    @mrigankarajbongshi3498 Жыл бұрын

    কৃষ্ণ কৃষ্ণ 🙏

  • @blazeofficial8385
    @blazeofficial83852 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন 💜

  • @atanudutta1921
    @atanudutta1921 Жыл бұрын

    Apurba paribexon, Hare Krishna Hare Ram Hare Hare Hare🌷🌷🌷🙏

  • @simantaborgohain9181
    @simantaborgohain9181 Жыл бұрын

    হৰি নামৰ মাজত নাছ তু কিয় পৰিৱেশন কৰে জনাব চুন ( ভক্তি কিছুমান কথা নাজানিলেও কিছুমান জানো গতিকে জনাব চুন) সুন্দৰ কন্ঠ ❣️

  • @user-tz1rw9wq7z
    @user-tz1rw9wq7z7 ай бұрын

    Hori om hori om .bohut val lagil

  • @bhaskarjyotidas4879
    @bhaskarjyotidas48792 жыл бұрын

    খুবেই সুন্দৰ ।।।।

  • @nomalbordoloi2810
    @nomalbordoloi2810 Жыл бұрын

    অতি সুন্দৰ হৰি লীলা কীত্তণ ।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    Жыл бұрын

    ধন্যবাদ 🙏🙏

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Жыл бұрын

    Love from Sivsagar.krishna Krishna🙏🙏❤️

  • @dharmeswarbarman8126
    @dharmeswarbarman81262 жыл бұрын

    Bhut Val lagil.sosai sunile sunib mn ji thake.bhut Val lage.

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ

  • @digantarajkhowa826
    @digantarajkhowa826 Жыл бұрын

    কৃষ্ণ.. হে বান্ধৈ।।

  • @axomvillagersgaming7027
    @axomvillagersgaming7027 Жыл бұрын

    Excellent, bor dhuniya lagil, krishna

  • @JibanBonia
    @JibanBonia2 жыл бұрын

    অতি সুন্দৰ কণ্ঠ

  • @babadekadeka2401
    @babadekadeka24012 жыл бұрын

    Mojjjaaaaaa☺️

  • @rupalibaruah5479
    @rupalibaruah54792 жыл бұрын

    ধন্য নাগাৰা বাদক ৷বহুত ভাল লাগিল

  • @anilbora753
    @anilbora7532 жыл бұрын

    কৃষ্ণ গিততু ভাল লাগিল আগলৈ যাতে এনে এতি নতুন গিত আগ বহাব কৃষ্ণৰ।

  • @jayantadeka2501
    @jayantadeka25012 жыл бұрын

    বৰ ধুনীয়া Music compose

  • @nityamorang2665
    @nityamorang26652 жыл бұрын

    ধন্য,ধন্য,ধন্য:মন ,প্রাণ প্রফুল্লিত কৰিলে সচঁাই।

  • @biswajithandique6538

    @biswajithandique6538

    2 жыл бұрын

    Hjh

  • @papugogoi6661

    @papugogoi6661

    2 жыл бұрын

    L

  • @anirudhaboro9832
    @anirudhaboro983210 ай бұрын

    Val lagil...bhuniya hoise

  • @Vaity369
    @Vaity369 Жыл бұрын

    bohut val lagil ohhh . krishna prabhu.

  • @akulnath9132
    @akulnath91322 жыл бұрын

    বহুত ভাল লাগিল কীষ্ণ কিষ্ণ হৰি হৰি......ৰাম ৰাম/

  • @bijusonowal5
    @bijusonowal5 Жыл бұрын

    Hiriday sue jai o,krishna ram krishna ram,,ram ram 🙏🙏🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @rajaofficial6191
    @rajaofficial6191 Жыл бұрын

    অতি সুন্দৰ পৰিবেশন ।। কৃষ্ণ 🙏

  • @achintadas6441
    @achintadas64412 жыл бұрын

    bhut val lgixa mur agoliu ankoi dhunia nam loi ag bhi jaija🙏

  • @jhunndiginia512
    @jhunndiginia5122 жыл бұрын

    Bohut val lagela.

  • @ankurgogoi7693
    @ankurgogoi7693 Жыл бұрын

    বহুত বহুত ভাল লাগিল শুনি 💥💥💢💢❣️❣️💖 মধুৰ হৰিনাম 💖💖❣️💢💥💘💓🔥🔥🔥🔥😍😍💕💗❤️❤️🤗🤗 হৰিনামটো শুনি মোৰো নাগাৰা খোলযোৰ বজাবৰ মন গল অ 💗💗💝💝💝💗😊😊🤗🤗👍👍✌️✌️👌👌 Krishna হে আও বুলিছো 🙏🙏🙏

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    Жыл бұрын

    ধন্যবাদ 🙏🙏

  • @Kaston_bhai
    @Kaston_bhai Жыл бұрын

    🙏 🤗 // Val lagile বহুত 👌🏻 মোজা ❣️

  • @sonmoni_SB
    @sonmoni_SB2 жыл бұрын

    নেগাৰা বেয়া মাৰিছে বা বা🥰😍😘🤩

  • @user-ck4xc6uk1d
    @user-ck4xc6uk1d3 күн бұрын

    সূন্দৰ 🙏🙏🙏🙏🙏🥳🥳🥳🥳🥳🥳🥳💖

  • @brikunew8282
    @brikunew82822 жыл бұрын

    imn xundor hoise

  • @nabajitbarman1427
    @nabajitbarman1427 Жыл бұрын

    Mon2 bht val lgi jai krishna🙏🙏

  • @lakheswardas4212
    @lakheswardas42122 жыл бұрын

    Bohut dhunia lagise dei

  • @NayanDas-oz5jg
    @NayanDas-oz5jg2 жыл бұрын

    Negara badok hundar hoise♥️

  • @polychutia5430
    @polychutia5430 Жыл бұрын

    ভাও দিয়াজনক বহুত ভাল লাগিছে।

  • @dipenkalita9591
    @dipenkalita95912 жыл бұрын

    Satkouti pranam . aru aguwai jawk .

  • @utpalchutia3042
    @utpalchutia3042 Жыл бұрын

    bohut dhunia, KRISHNA

  • @Jadav_Borah_NLP
    @Jadav_Borah_NLP Жыл бұрын

    *অপূৰ্ব হৈছে বাপসকল*

  • @debachutia5149
    @debachutia5149 Жыл бұрын

    বহুত ভাল লাগে হৰিনাম বু কৃষ্ণ🙏

Келесі