ধেমাজি দিহানাম দল//হেমন্ত গগৈ নেগেৰা বাদন//প্ৰণৱ দিহিঙীয়া কণ্ঠত দিহানাম//Hemantra Gogoi Negera Badon

Ойын-сауық

ধেমাজি দিহানাম দলটিৰ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰক।।
প্ৰণৱ দিহিঙীয়া কণ্ঠত দিহানাম শুনক।।
হেমন্ত গগৈ নেগেৰা বাদন কেনে পালে জনাব।।
our social site
Instagram link
/ luku.konwar
twitter link
luku_konwar?s=08
#Hemantragogoi
#Assamesedihanam
Facebook page link
/ rongsongia-10194546814...
thank you
#rongsongiaofficial

Пікірлер: 396

  • @sujitbora6425
    @sujitbora64252 жыл бұрын

    নেগেৰা,বাঁহী, সুৰ - তাল অপূৰ্ব....শুভেচ্ছা থাকিল,...গোলাঘাটৰ পৰা, কৃষ্ণ

  • @bikrambora9775
    @bikrambora97752 жыл бұрын

    প্ৰথমে গুৰু জনালৈ প্ৰণাম। ইমান মনোমোহা সংকৃতি আমাক দি থৈ যোৱাৰ বাবে। জয় গুৰু শংকৰ।🙏🙏🙏🙏🙏🙏🙏

  • @sb15statuslover86
    @sb15statuslover862 жыл бұрын

    সুন্দৰ এটি নামৰ দ'ল আপোনা হবৰ এই নামৰ দ'ল বহু আগলৈকে আগবাঢ়ি জাৱক গোটেই বিশ্বজুৰি বিয়পি জাৱক সচাকৈ সুন্দৰ নিদৰ্শন বিদ্যাসাগৰ আন্তৰিক ধন্যবাদ।.…….…….....….…...….

  • @ankursaikia2297
    @ankursaikia22972 жыл бұрын

    কৃষ্ণ প্ৰভু ভক্ট সকল।অতি সুন্দৰ হৈছে। 😊😊🙏🙏

  • @bidyutkhanikar9747
    @bidyutkhanikar97472 жыл бұрын

    হে ভগৱান 🙏🙏🙏।। Bollywood অৰ music director কেইটা পগলা হৈ যাব।। চকু পানী ওলাই গল।। সঁচাকৈ বাঁহী ৰ লগত ভগৱান শ্ৰী কৃষ্ণ ৰ লগত সম্পৰ্ক আছে 🙏🙏 🙏🙏🙏

  • @richiriyan1230

    @richiriyan1230

    Жыл бұрын

    Hoi dai hosa khota koise

  • @digantaboruah3264

    @digantaboruah3264

    8 ай бұрын

    ​@@richiriyan1230Hiii

  • @rikuhazrika9643

    @rikuhazrika9643

    17 күн бұрын

    😊😊😊😊😊

  • @chandradas813
    @chandradas8138 ай бұрын

    সুন্দৰ হৈছে বাপ সকল আপোনাৰ লোকৰ দিহা নাম চাই মোৰ লগতে আমাৰ ঘৰৰ সকলোৱে সুখী আৰু নেগেৰা বজোৱা জনক এশৰ বাৰ প্ৰণাম জনাইছো

  • @totalcollect481
    @totalcollect4813 жыл бұрын

    অতি সুন্দৰকৈ ৰাইজক ভক্তিৰস দিচে। কৃষ্ণ 🙏🙏 ( সমালোচকক আওকাণ কৰি আগুৱাই যাওক )

  • @ankoorbora4122
    @ankoorbora41222 жыл бұрын

    এয়াই আমাৰ কৃষ্টি,আমাৰ সংস্কৃতি ❤️

  • @durlovesharmadurlovesharma2830
    @durlovesharmadurlovesharma28302 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন,, কৃষ্ণ কৃষ্ণ,🙏🙏

  • @status6734
    @status67342 жыл бұрын

    ৰাতিপুৱাই ভিডিও টো চাই বহুত বেছি ভাল লাগিল। মই ধেমাজি বাসি হৈ গৌৰৱ কৰিছো।

  • @kalpanadas4409
    @kalpanadas4409Күн бұрын

    অতি সুন্দৰ পৰিবেশন সেৱা জনালো তেজপুৰৰ পৰা

  • @harenborah4086
    @harenborah40863 жыл бұрын

    খুউব সুন্দৰ। ঈশ্বৰে কৃপা কৰক। কৃঞ্চ।

  • @ruhitkumarloying5608
    @ruhitkumarloying56082 жыл бұрын

    গুৰুজনাৰ সৃষ্টি কি অপূৰ্ব।।। কোনোবা এচুকত বুকুখন বিখাই উঠে অ।।।। কৃষ্ণ প্ৰভু।।।🙏 আমি সঁচাই চহকী।।।

  • @suren1974
    @suren19742 жыл бұрын

    নেগাৰা বাদক আৰু খোল বাদকৰ প্ৰতিভা অতি সুন্দৰ।

  • @dhrubagogoi3969
    @dhrubagogoi39692 жыл бұрын

    আগোৱাই জোৱা

  • @KiranSaikia-ix5zy
    @KiranSaikia-ix5zy6 ай бұрын

    বহুত সুন্দৰ হৈছে 😢

  • @mixtureassamese7918
    @mixtureassamese7918 Жыл бұрын

    অতি সুন্দৰ অসমীয়া গৌৰৱ

  • @LakhimaSonowal-ku8fe
    @LakhimaSonowal-ku8fe21 күн бұрын

    Negera bojua jonor logot vogoban jorito ase khub val lagil joi guru honkor❤

  • @dhrubagogoi3969
    @dhrubagogoi39692 жыл бұрын

    বৰ ভাল লাগিল দেই হিয়া চুই গল

  • @user-Nexashor2.0
    @user-Nexashor2.06 ай бұрын

    Negera bojuajon 🙏🙏🙏Vhogoban dekha palu moi🙏🙏❤️❤️

  • @pk76880
    @pk7688013 күн бұрын

    সুন্দৰ হৈছে।

  • @just4rtry198
    @just4rtry1982 жыл бұрын

    শঙ্কৰ গুৰু আমাৰ হে জগত গুৰু আমাৰ হে🙏🙏🙏🙏 আমি অসমীয়া সঁচাকৈ গৰ্বিত

  • @anjaliborgohain3017
    @anjaliborgohain30172 жыл бұрын

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 😍🥰🙏🙏

  • @juganandagogoi5923
    @juganandagogoi592318 күн бұрын

    অসমীয়া ভাষা কলা সংস্কৃতি উজনি অসমৰ অসমীয়া লোকে হে জীয়াই ৰাখিছে।

  • @rulisarma1145
    @rulisarma11452 жыл бұрын

    Livet এবাৰ চাব মন গৈছে...নাগাৰা বজোৱা জনক 🙏

  • @ujjalnobagogoi8393
    @ujjalnobagogoi83932 жыл бұрын

    বাপ সকললৈ বহুত বহুত বহুত ধৈন্যবাদ থাকিল।। ইমান সুন্দৰ প্ৰদৰ্শন ।।

  • @thanuramngatey6541
    @thanuramngatey65412 жыл бұрын

    কৃষ্ণ প্ৰভুসকল অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল ।

  • @jadumoniborah9723
    @jadumoniborah97232 жыл бұрын

    বৰ সুন্দৰ পৰিবেশন।ভাল লাগিল।ধন্যবাদ জনালো।

  • @mintumedhi6928
    @mintumedhi692810 ай бұрын

    Krishna bap khokol ATI khundar...

  • @mr.saikia8158
    @mr.saikia81582 жыл бұрын

    হৰি নাম হৰি নাম হৰি নাম সাৰ হৰি নামে কৰি আছে জগতৰ উদ্ধাৰ হেই গুৰু শংকৰ তোমাক প্ৰণামো

  • @user-ss1jr2fv1d
    @user-ss1jr2fv1d4 ай бұрын

    ভাষাৰে বুজাব নোৱাৰো। মন প্ৰাণ চুই গল ও ❤ কৃষ্ণ প্ৰভু ❤

  • @putulkalita3115
    @putulkalita31152 жыл бұрын

    শঙ্কৰ বিনে নাহি কেও ।এই সুন্দৰ নাম ধৰ্মৰ বিনে নো আছে কেও ।

  • @r.hazarika9231
    @r.hazarika92312 жыл бұрын

    অতি সুন্দৰ পৰিবেশন, কৃষ্ণ কৃষ্ণ 🙏

  • @RamChandra-ks1wf
    @RamChandra-ks1wf9 ай бұрын

    Krishno krishno krishno krishno povu kepa kora🙏🙏🙏🙏🙏🙏

  • @neelmoinachangmai519
    @neelmoinachangmai519 Жыл бұрын

    Krishna 🙏 huni val lagil ... Lgty hemanta dak jodi abar log pab poa holy

  • @dhunudihingia6526
    @dhunudihingia6526 Жыл бұрын

    সুন্দৰ নেগেৰা বাদন☺️❣️

  • @anantadehingia2692
    @anantadehingia26922 жыл бұрын

    Hundor hori nam... Negera bojuaa jonor loi ki kom vhakha nai ❤️👌

  • @bhaskardas208
    @bhaskardas2082 жыл бұрын

    মোৰ কবলে ভাষা নোহোৱা হৈছে। ইমানেই সুন্দৰ লাগিছে আপোনালোকক কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @amarjitkurmi6502

    @amarjitkurmi6502

    2 жыл бұрын

    Hoi de

  • @manujborahmajuli9029
    @manujborahmajuli90292 жыл бұрын

    সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥 হেমন্ত দা

  • @bhaskarbora_
    @bhaskarbora_5 ай бұрын

    অতি মনোমোহা ❤ কিন্তু এনে ধৰণৰ নামৰ লগত কিয় বৰ তাল বজোৱা প্ৰায় দেখা পোৱা নাযায় । বৰ তাল যোৰ লগত হলে চাগৈ আৰু ভাল লাগিল হয় । কৃষ্ণ ❤

  • @-prafullanath112
    @-prafullanath1124 ай бұрын

    ধেমাজিৰ দিহানামৰ দলটিৰ দিহা নামভাগ দিনটোত এবাৰ নুশুনাকৈ নোৱাৰি, কৃষ্ণ,

  • @RahulSonowal-mj1ek
    @RahulSonowal-mj1ek10 ай бұрын

    Moja hemonto da

  • @bijusaikia2586
    @bijusaikia25862 жыл бұрын

    অপূৰ্ব সুন্দৰ 🙏🙏🙏🙏🙏

  • @tutudas8597
    @tutudas85973 ай бұрын

    Emanei dhuniya hoise mane bohut ki kom bah mon sui gol

  • @BTSARMYGIRL40051
    @BTSARMYGIRL40051 Жыл бұрын

    Ufff soku pani ulai goise ....🙏🥺...ki dhuniya prodorkhon 🙏🙏🙏Jai shree Krishna 🙏🙏🙏🙏🥺🥺🌼🌼🌼❤❤❤

  • @nhtvlogs9533
    @nhtvlogs9533 Жыл бұрын

    অতি সুন্দৰ। বহুত বহুত।।।। কৃষ্ণ

  • @dibyaakashbora9426
    @dibyaakashbora94262 жыл бұрын

    অতি সুন্দৰ ❤️🙏🙏🙏🙏🙏🙏🙏

  • @Wst-sad
    @Wst-sad2 жыл бұрын

    কৃষ্ণ কৃষ্ণ। সুন্দৰ কিন্তু অকনমান শৃঙ্খলা হক প্রভু সকল কৃষ্ণ ।

  • @anujpathak661

    @anujpathak661

    Жыл бұрын

    নোহোৱা নহয়। 🙏

  • @assamboy5724
    @assamboy5724 Жыл бұрын

    Bahi bojua jonok salute kin2

  • @ratulratulsonowal3141
    @ratulratulsonowal3141 Жыл бұрын

    ধেমাজিৰ গৌৰৱ হেমন্ত দা৷🙏

  • @krishnamoni1823
    @krishnamoni1823 Жыл бұрын

    অপূৰ্ব ❤️

  • @kushalsonowal948
    @kushalsonowal9482 жыл бұрын

    সুন্দৰ

  • @prantikdas4110
    @prantikdas41103 жыл бұрын

    Jui

  • @jayantaborguhain9494
    @jayantaborguhain94942 жыл бұрын

    মজা💐💐 মজা ধুনিয়া লাগিচে মুৰ ঘৰ ধেমাজি কেৰেলা

  • @user-vk5ul2yq3d
    @user-vk5ul2yq3d17 күн бұрын

    সকলোলৈকে নমস্কাৰ অতি সুন্দৰ

  • @nipanhazarika3245
    @nipanhazarika32452 жыл бұрын

    আমাৰ ধেমাজি গৌৰৱ!

  • @RupomBora610

    @RupomBora610

    11 ай бұрын

    Contact keneke koribo parim jonabo

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL3 жыл бұрын

    হেমন্ত দাৰ নেগেৰাবাদন চাই মোৰ খুৱেই ভাল লাগে ৷

  • @abhijitnath7661
    @abhijitnath76619 ай бұрын

    Aisss 😍

  • @kusumbarchutia2589
    @kusumbarchutia25892 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন

  • @nipenboruah3503
    @nipenboruah35032 жыл бұрын

    Mozza lagisey

  • @LakhiBoruah7
    @LakhiBoruah72 жыл бұрын

    🙏সুন্দৰ পৰিবেশন 👍

  • @SCIENCEBRO987
    @SCIENCEBRO9872 жыл бұрын

    Hokoluyei khub hunddor gaise..khub vl lagil..

  • @JinumoniGogoi-nl2sl
    @JinumoniGogoi-nl2sl5 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @k.b.guidechannel5073
    @k.b.guidechannel50732 жыл бұрын

    yes.it is we need .very nice.world class performance.very scientific.

  • @pompiborah823
    @pompiborah8232 жыл бұрын

    Ati hundor

  • @upakulboruah3849
    @upakulboruah384910 ай бұрын

    গুৰু ❤

  • @jayantahaloi2325
    @jayantahaloi23252 жыл бұрын

    Ati xundor krishna 🙏🙏🙏

  • @pradipnath9558
    @pradipnath95583 жыл бұрын

    কৃষ্ণ কৃষ্ণ। গাত চেলেং কান্ধত গামোচা লৈ যিজন বাপে খিতি তাল বজাইছে তেখেতে থাপনাৰ লগতে বন্তি গছিক পিচফাল কৰি বহিছে। বাকী সুন্দৰ হৈছে।

  • @RajibRajbongshi-qg5tq

    @RajibRajbongshi-qg5tq

    7 күн бұрын

    হুকোনি বুলি কয় আমাৰ ইয়াত এনে লোকক

  • @diparmwrestling
    @diparmwrestling18 күн бұрын

    The real talent ❤

  • @narfullabarman3669
    @narfullabarman36693 жыл бұрын

    Oti hundar

  • @tikendas9496
    @tikendas94962 жыл бұрын

    Sundor

  • @akashmajhimajhi4138
    @akashmajhimajhi41384 ай бұрын

    জয় গুৰু শংকৰ 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @bijumonidas8453
    @bijumonidas84532 жыл бұрын

    অতি সুন্দৰ, ধন্যবাদ

  • @anitsaikia6862
    @anitsaikia6862 Жыл бұрын

    Oti hundor krisno

  • @debaphukan489
    @debaphukan4892 жыл бұрын

    কৃষ্ণ বাপ বান্ধ ব,সকল, ভাল লাগিল

  • @janakboro6884
    @janakboro68842 жыл бұрын

    Majjaa

  • @papuandbhiyanvlog3490
    @papuandbhiyanvlog349011 ай бұрын

    Krishna...sharing

  • @UtpalNath-gj8qw
    @UtpalNath-gj8qw11 ай бұрын

    সুন্দৰ বাপ সকল❤❤❤❤❤❤❤❤

  • @gopalgogoi6360
    @gopalgogoi63603 жыл бұрын

    Ki kom aru.... 👌👌👌🙏🙏🙏All people amazing 👏👏👏

  • @GK-tg7cr
    @GK-tg7cr2 жыл бұрын

    বাঁহী আৰু নেগেৰা আৰু খোলৰ সুন্দৰ সংযোজন।

  • @pradipgogoi3182
    @pradipgogoi31822 жыл бұрын

    অতি সুন্দৰ।

  • @dandadharpathak6991
    @dandadharpathak69912 жыл бұрын

    মন চুই যোৱা প্ৰদৰ্শন

  • @jushnaborahborah5678
    @jushnaborahborah5678 Жыл бұрын

    🙏🙏🙏 আৰু আগুৱাই যাওক বহুত ভাল লাগে

  • @ayushblog7775
    @ayushblog7775 Жыл бұрын

    You are also no1 team assamese diha nam culture I respect your team also .may I God bless your team

  • @BORGOSS4473
    @BORGOSS4473 Жыл бұрын

    Outstanding music 👌

  • @sarbeswarsonowal3805
    @sarbeswarsonowal38052 жыл бұрын

    অতি সুন্দৰ প্ৰদৰ্শন,,,

  • @ankumonibezboruah2060
    @ankumonibezboruah2060 Жыл бұрын

    Hunilei amoni neilagei imanei hundor bahi Hur aru negera imanei hundor bojaise bohut bhal lagile Sai krishno

  • @thaneswarborah3444
    @thaneswarborah34442 жыл бұрын

    বহুত ভাল লাগিল

  • @bituduwarah1173
    @bituduwarah11732 жыл бұрын

    Moiya nagara bojau moiye pagol hoi goisu bapre eman hundor hemonto bap jonaloi bohut bohut thanks you tubar jonalou thankful

  • @amarjitkurmi6502
    @amarjitkurmi65022 жыл бұрын

    Vl lagil dada👌👌👌👌

  • @sbstatusvideo1554
    @sbstatusvideo15542 жыл бұрын

    Bhut mojja lagile

  • @madhujyaborah8223
    @madhujyaborah82232 жыл бұрын

    সচাকৈ বহুত ভাল লাগিছে

  • @rupeswarboy4924
    @rupeswarboy4924 Жыл бұрын

    Veri nice👍 Negera bojuya dada jonle aru vokot xokokll ,le ponam🌸🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌎🌎🌺🌺🌺

  • @pinkubora4121
    @pinkubora41213 жыл бұрын

    মজা হেমনত দা

  • @adithya5527
    @adithya55273 жыл бұрын

    বহুত ভাল পাওঁ নেগেৰা বজোৱা হেমন্তদাক

  • @natureover7360
    @natureover73602 жыл бұрын

    deha mon sui goise positive feelings ahi goise🙏🙏 Hori Ram

  • @p.lagachuofficialplproduct3928
    @p.lagachuofficialplproduct39282 жыл бұрын

    দিহানাম খিনি বহুত ভাল লাগিছে দেই বৈষ্ণৱগন শিল্পী সকললৈ অভিনন্দন জনাইছো ৷ কৃষ্ণ কৃষ্ণ

  • @rambahadurrairai1711
    @rambahadurrairai17113 жыл бұрын

    Good idia negera bajuwa God bles your long life

  • @rajibborah8074
    @rajibborah80742 жыл бұрын

    Bohut bohut vl lagel

  • @sunilborah303
    @sunilborah3033 жыл бұрын

    কৃষ্ণ অতি সুন্দৰ

Келесі