"তেজ পানী বতিয়াই" -- প্রণৱ দিহিঙ্গীয়া || Taz Pani Botiyaiii Bhajyaa Mur || Dihanam ||Pranab Dihingia

Музыка

নমস্কাৰ 🙏🙏🙏🙏
প্রণৱ দিহিঙ্গীয়া ককাইদেউৰ লগতে সংগীবৃন্দ সকললৈ আমাৰ KZread channel ৰ তৰফৰ পৰা অফুৰন্ত মৰম আৰু শুভ কামনা জ্ঞাপন কৰিছোঁ । আপোনালোকৰ সংগীতৰ এই যাত্ৰা শুভ হওঁক চিৰযুগমীয়া হওঁক তাকে আশা কৰিছোঁ ।
ধন্যবাদ
যোগাযোগৰ ঠিকনা
Pranab Dihingia
Dhemaji
8011648465
#AnupomBitupon
#PranabDihingia
#TazPaniBotiyaiBhajyaMurOii
Mukuti Paboloi Lua Hori Naam
Axomia bhaktimulok geet
Asomia bhakti songs
Asomia bhaktimulok geet
#voktimulokgit
#kinumayatumar
#assamesevoktisongs
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
পুৱাৰ বৰগীত
পুৱাৰ হৰি নাম
পুৱাৰ নতুন হৰি নাম
পুৱাৰ প্ৰাৰ্থনা
পুৱাৰ গীত
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰি নাম
দিহা নাম
হৰি নাম 2022
হৰি নাম 2023
হৰি নাম লবলৈ
হৰি নামৰ মহিমা ভাওনাহৰি নাম
হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
হৰিচন্দ্ৰ উপাখ্যান
হৰি নামৰ ধাৰা
new hori naam
new hori naam assamese
new hori naam 2022
new hori naam 2023
new Assamese hori naam 2023
new hori nam song kirtan
new hori naam assamese song
hori naam
ভক্তিমূলক গীত
ভক্তিমূলক হৰি নাম
নতুন ভক্তিমূলক গীত
অসমীয়া ভক্তিমূলক গীত
লোকগীত
নতুন লোকগীত
লোকগীত ২০২৩
অসমীয়া লোকগীত
Assamese luko geet
Assamese luko git
Assamese voktimulok gan
Assamese voktimulok git
voktimulok git
voktimulok gan
luko geet
luko git
luko geet
#voktimulokgit
#kinumayatumar
#hari _naam
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari _nam
#horinam
হৰি নাম
হৰিনাম 2023
আমাৰ আন এটা নতুন KZread Channel------- "Rongpur Pathshala"
যি সকলে যি কোনো চৰকাৰী বা বেচৰকাৰী চাকৰী বাবে প্রস্তুতি চলাই আছে তেওঁলোকৰ বাবে খুবেই উপযোগী। সকলোৱে আদৰি লব বুলি আশা ৰাখিলো......👇👇👇👇 (Link)
• Video
• Video
KZread-ৰ সামগ্ৰী ..
Boya BYM1 Omnidirectional Lavalier Condenser Microphone with 20ft Audio Cable (Black)......
amzn.to/3m3UfR0
ASUS VivoBook 14 M409DA-EK146T AMD Quad Core Ryzen 5-3500U 14-inch FHD Compact and Light Laptop (8GB RAM/256GB NVMe SSD/Windows 10/Integrated Graphics/FP Reader/1.60 kg), Transparent Silve...
amzn.to/3idjfD3
Canon EOS 90D Digital SLR Camera (Body Only)....
amzn.to/3kd3lcL
Canon EF 70-300mm f/4-5.6L is USM Zoom Lens for Canon Digital SLR Camera (Black)....
amzn.to/2R9JX3C
Canon EOS 1500D 24.1MP Digital SLR Camera (Black) with 18-55 and 55-250mm is II Lens, 16GB Card and Carry Case...
amzn.to/33g25yo
E-Image EI-7050-AA 6ft Tripod Stand Kit with Fluid Head for DSLR Camera Payload 5KG
amzn.to/3bF9yLi
Samsung 80 cm (32 Inches) Wondertainment Series HD Ready LED Smart TV UA32T4340AKXXL (Glossy Black) (2020 Model)
amzn.to/3icaNEk
DJI Ronin-S Handheld Camera Gimbal for DSLR and mirrorless Cameras (Black)....
amzn.to/3hklR0Y
OCTOVA Simpex PRO HD LED TRILITE 3 Soft Led Video Light Softbox Kit with AC Power | KZread Videos Shooting, Videography, Portrait, Product Photography, Soft Box Studio Lights,Key,Fill,Rim Back Light....
amzn.to/35hyrvq
Sony SRS-XB12 Wireless Extra Bass Bluetooth Speaker with 16 Hours Battery Life, Waterproof, Dustproof, Rustproof, Speaker wih Mic, Loud Audio for Phone Calls (Black)...
amzn.to/3hedZO8

Пікірлер: 633

  • @abhijitchamuah7330
    @abhijitchamuah73304 жыл бұрын

    অসমৰ শ্ৰেষ্ঠ দল।কি সুন্দৰ বাঁহী, নেগেৰা আৰু আলোকময় কন্ঠ।সচাকৈ ক'বলৈ বাকী নাই। আপোনালোক আৰু আগুৱাই যাওক।🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @punapuna240

    @punapuna240

    3 жыл бұрын

    Apunalokr nmbrto powa hb nekii

  • @bolinkalita1277

    @bolinkalita1277

    8 ай бұрын

    ​@@অনুপমবিতোপন😊

  • @priyankigogoi1115
    @priyankigogoi11153 жыл бұрын

    নাগেৰা বাদকজন সচাকৈ অদ্বিতীয় ।অনুপম বিতুপনলৈ অশেষ ধন্যবাদ থাকিল ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @ujjalchutia-ic8cd
    @ujjalchutia-ic8cd4 жыл бұрын

    সেই দিন আমাৰ ঘৰত মাতিছে লগ পাই বহুত ভাল লাগিলে অসম 1 নম্বৰ দল

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sunmonigogoi9596
    @sunmonigogoi95964 жыл бұрын

    জয় ধেমাজিয়ান, আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলোঁ, অনুপম-বিতুপন দালৈ বহুত বহুত ধন্যবাদ !!!!!

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধেমাজি জিলা কৃষ্টি-সংস্কৃতিৰে এখন চহকী জিলা । । । । ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏🙏🙏🙏🙏

  • @dulangogoi1402

    @dulangogoi1402

    4 жыл бұрын

    Hundor hoise

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @sanjayhandique9501

    @sanjayhandique9501

    3 жыл бұрын

    ,

  • @rupjyopigogoi1723

    @rupjyopigogoi1723

    3 жыл бұрын

    @@অনুপমবিতোপন jgfg❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @bijitdutta3598
    @bijitdutta35982 жыл бұрын

    আমি.সাত.জন.অসমৰ.লৰা.কামৰ.বাবে.কেৰেলা.এখন.চহৰত.আছো.আৰু.মোৰ.লগৰ.এজনে.মোক.এইনাম.শাৰি.এদিনত.দহ.বাৰ.গাৱ.দিয়ে.আৰু.মই.বাৰ.বাৰ.গাৱ.বহুত.ভাল.লাগিল.আপোনালোকলৈ.বহুত.সূভকামনা.জাছিলো.দাদা.

  • @polychutia5430

    @polychutia5430

    Жыл бұрын

    বহুত দুখ লাগি গল অ।🙏🙏🙏

  • @anilborah8116

    @anilborah8116

    Жыл бұрын

    😮

  • @rustamgogoi3106

    @rustamgogoi3106

    10 ай бұрын

    😊😅😊😅😊😅😅😊😅😊😊😅😅😅😊😅😊😅

  • @rustamgogoi3106

    @rustamgogoi3106

    10 ай бұрын

    😅😊😅😊😊😊😅😅😅😊😅😊😊😅😅😊😅😊😅😊😅😅😅😊😅

  • @Shangkorchutia

    @Shangkorchutia

    3 ай бұрын

    😊

  • @SaikiaHub
    @SaikiaHub4 жыл бұрын

    প্ৰশংসা কৰিবলে ভাষা নাই। কন্ঠ, সংগীত সকলো অতি সুন্দৰ,

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @prasantasonowal3230
    @prasantasonowal32303 жыл бұрын

    প্ৰনবদা আপোনালৈ ভগৱানৰ ওচৰত পাৰথনা কৰো আপোনি কশলে থাকে

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    কৃষ্ণ

  • @madhurjyakhound4874
    @madhurjyakhound48744 жыл бұрын

    বাঁহী,নাগাৰা,কণ্ঠ কবলৈ ভাষা নাই অতুলনীয়।নাগাৰা বাপ জনৰ প্ৰতিভাক শত কৌতি প্ৰনাম।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @rupjyotibhuyan4063

    @rupjyotibhuyan4063

    4 жыл бұрын

    @@অনুপমবিতোপন ŕnoce

  • @puspadhekialphukan3561

    @puspadhekialphukan3561

    3 жыл бұрын

    কৃষ্ণ

  • @awaneeshmahanta2645

    @awaneeshmahanta2645

    3 жыл бұрын

    @@rupjyotibhuyan4063 বৰ শুৱাল হৈছে নে গেৰাবুল ভাল লগিছে ।

  • @xtreme_overlander8838
    @xtreme_overlander88382 жыл бұрын

    তাল,খোল , নাগেৰা , বাহিঁ , সকলো বাদ্য যন্ত্ৰৰ লগতে গায় থকা মানুহ জনৰ কন্ঠ য়েই সুকীয়া। আগবাঢ়ি যাওক।🤩🤩

  • @rekhamonidihingia5127
    @rekhamonidihingia51272 жыл бұрын

    যিমান শুনিলেও আমনি নালাগে। ধেমাজি গৌৰৱ। অপূৰ্ব👌

  • @hemantadas6711

    @hemantadas6711

    Жыл бұрын

    Hosai

  • @bornalibora5348
    @bornalibora53484 жыл бұрын

    মন প্ৰাণ একত্ৰ হৈ গ’ল নামষাৰি শুনি ৷ সঁচাকৈয়ে দুদিনীয়া জীৱনৰ সমস্ত কথা সোমাই আাছে ৷ একোৱেই স্হায়ী নহয় ৷

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    সচাকৈয়ে ।।।।। ধন্যবাদ মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো

  • @WhiteFF5655
    @WhiteFF5655 Жыл бұрын

    আমাৰ অসমীয়া সংস্কৃতিতো এওঁলোকেই জীয়াই ৰাখিছে। সুন্দৰ হৈছে ❤❤❤❤❤❤❤

  • @monjitbhorali8855
    @monjitbhorali88553 жыл бұрын

    নাগাৰাবাদক জনক মই " অসমৰ শিৱমণি" বুলি অভিহিত কৰিছো , লগতে দিহিঙ্গীয়া বাপক ধন্যবাদ জনালো তেওঁৰ গায়নশৈলীৰ বাবে

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @monujnath1360
    @monujnath13602 жыл бұрын

    সম্পদ অসমৰ ❤️

  • @binodkonwar7942
    @binodkonwar79424 жыл бұрын

    দলটিৰ সমূহ বিষয় ববিয়া অশেষ ধন্যবাদ বহুত সুন্দৰ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @anupamanuraag589
    @anupamanuraag5894 жыл бұрын

    অসমৰ শ্ৰেষ্ঠ দল প্ৰণৱ দিহিঙীয়া শতকোটি প্ৰণাম

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @entertainmentassam2187
    @entertainmentassam21874 жыл бұрын

    আপোনালোকক হাজাৰ বাৰ প্ৰনাম🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️ লগতে অনুপম বিতুপন দা লৈও প্ৰনাম🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @nitulgogoi1163

    @nitulgogoi1163

    Жыл бұрын

    From Nitul gogoi simaluguri

  • @gopalsaikia4495
    @gopalsaikia44954 жыл бұрын

    ভাল লাগিল উপভোগ কৰিব পাই সকলো বাদ্য বাদক কেইজনক সত্ৰ কোটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ নেগেৰা বাদক জনক প্ৰভো প্ৰণাম হে বুলিলো

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ

  • @papuborah6875
    @papuborah68752 жыл бұрын

    কলিযুগৰ অমৃত কৃষ্ণ

  • @ghanajyotimohan3370
    @ghanajyotimohan33704 жыл бұрын

    ধন্যবাদ জনাইছো সকলো শিল্পীবৃন্দক। ইমান ধুনীয়া হৰিনাম পৰিবেষণ কৰা বাবে। লগতে anupom&bitupom KZread চেনেল তোক।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @momikhatowal5727
    @momikhatowal57274 жыл бұрын

    দেহা মন শাত পৰি গ'ল কৃষ্ণ 🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @pronabjyotiduarah2601
    @pronabjyotiduarah26014 жыл бұрын

    দিহানামটিয়ে মন প্ৰাণ জুৰ পেলাই গল।সঁচাকৈয়ে শুনি বহুত ভাল লাগিল বহুত ভাল লাগিল.... আপোনালোকৰ চেনেলতোলৈ লোক সংস্কৃতিৰ সাধক দ্বীজেন গগৈ ডাঙৰীয়াক আনিবচোন।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    নিশ্চয় নিশ্চয় চেষ্টা কৰিম আমি আনিবলৈ

  • @gourabborah8079
    @gourabborah80794 жыл бұрын

    কি অপূৰ্ব কণ্ঠ । কি বাদন কৌশলী । কবলৈ ভাষা নাই । মাথো প্ৰণাম জনাইছোঁ 🙏🙏। আগুৱাই যাওঁক ।🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ🙏🙏

  • @hansharajburagohain8131
    @hansharajburagohain81312 жыл бұрын

    অনুপম-বিতুপনদালৈ প্ৰথমে প্ৰণাম জনালো। আপোনালোকে বহু প্ৰতিভাৱান শিল্পী সকলক সকলোৰে আগত পৰিচিত কৰাই দিয়াৰ বাবে।

  • @kakulichamuah3492
    @kakulichamuah34923 жыл бұрын

    সকলোকে বহুত বহুত ভাল লাগিছে।

  • @rajthevloggingboy7294

    @rajthevloggingboy7294

    2 жыл бұрын

    সুন্দৰ হৈছে

  • @bhadraborah5997
    @bhadraborah59973 жыл бұрын

    বহুত ভাল লাগিল ।দলতোলৈ আগবাঢ়ি যোৱা আশা থাকিল।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @ajitkumarphukan9736

    @ajitkumarphukan9736

    2 жыл бұрын

    নামৰ লগত কামৰ পোৱা মিল অতি সুন্দৰ প্ৰদৰ্শন krishna krishna joiguru শংকৰ 👍🙏

  • @jubinkalita6112
    @jubinkalita61123 жыл бұрын

    Anupom aru Bitupon da apunalokak bhut bhut 🙏🙏🙏pronam Love you dada

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @BimalChutia-ji4un
    @BimalChutia-ji4un3 жыл бұрын

    সুন্দৰ।শুণি অভিভূত হলো।

  • @GYANDEEP67
    @GYANDEEP673 жыл бұрын

    Dhunia ....nagera bojua jonoloi 🙏🙏🙏🙏🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @nipanhazarika8555
    @nipanhazarika85554 жыл бұрын

    অনুপম বিতুপন দা আপোনালোক বহুত বহুত ধন্যবাদ

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    🙏🙏🙏🙏🙏🙏

  • @jitudeka3890
    @jitudeka38903 жыл бұрын

    Khundar hoise হেমন্ত দাদা

  • @papuvolgs2626
    @papuvolgs26264 жыл бұрын

    Aru video agoloi di thakibo pronob Dihngia dangoriya video... 😍😍nagara bojua jon aru tao all team eman dhuniyakoi performance kora...

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    নিশ্চয় নিশ্চয় দি যাবলৈ চেষ্টা কৰিম

  • @montudutta6238
    @montudutta62384 ай бұрын

    নেগেৰা বাদকজন সঁচাকৈ অদ্বিতীয়,অনুপম বিটোপনলৈ অশেষ ধন্যবাদ থাকিলে ❤ আগবাহি যাওক

  • @debashisbhuyan8764
    @debashisbhuyan87642 жыл бұрын

    বহুত ভাল লাগিছে আপোনালোকে পৰিবেশন কৰা দিহানাম ৷আগলৈ এনেদৰে নতুন নতুন নাম পৰিবেশন কৰি থাকিব ৷

  • @bipingandhia5406
    @bipingandhia54062 жыл бұрын

    অতি সুন্দৰ ।Bipin gondhia phukan from Rajgarh, Dibrugarh

  • @prasantasonowal3230
    @prasantasonowal32303 жыл бұрын

    Lot of thanks to Anupom Bitupon for collection of wonderful Assamese devotional song

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    thank you for your comment

  • @pradipgogoi8849
    @pradipgogoi88492 жыл бұрын

    সুন্দৰ,, কৃষ্ণ কৃষ্ণ

  • @goldencollection5522
    @goldencollection55222 жыл бұрын

    মন জুৰ পৰি গ'ল

  • @niruprovaboraborah5282
    @niruprovaboraborah52824 жыл бұрын

    এক শব্দত কবলৈ গ’লে অপূৰ্ব ৷

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @hirenmusicvlogs4967
    @hirenmusicvlogs49672 жыл бұрын

    Koboloy vakha NY 💕💕Pranab da 🙏🙏🙏. Logotay Bondhu🥰🥰 joyanta aru hamanta da🥰🥰

  • @apu3736
    @apu37362 жыл бұрын

    Bohut borhiya hoise pranab da

  • @abhijitbhuyan2290
    @abhijitbhuyan22903 жыл бұрын

    Heart touching devotional song, Thanks to Team for giving us such a lovely song. 🙏🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    thank you for your comment

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    thank you for your comment

  • @bhabenbharali4838

    @bhabenbharali4838

    3 жыл бұрын

    Q wait@@অনুপমবিতোপন 2

  • @chakrachutia5668
    @chakrachutia56684 жыл бұрын

    কি সুন্দৰ পুৱাই মনটো ভাল লাগিল গা ভাঙি গৈছে

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @jimu.12
    @jimu.124 жыл бұрын

    জয়ন্ত ,প্ৰণৱদা ,হেমন্ত লগতে সমুহ সদস্য বৃন্দ আগৱাহি যোৱা।আমাৰ শুভ কামনা সদায় আছে ও থাকিব।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @tisnagogoitisnagogoi9458
    @tisnagogoitisnagogoi94584 жыл бұрын

    দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @ditiboruah2157
    @ditiboruah2157 Жыл бұрын

    Bohut hundor geet o 🙏🙏 God bless you

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    Жыл бұрын

    Thanks a lot

  • @bidyoutbikashbora3571
    @bidyoutbikashbora35714 жыл бұрын

    অতি সুন্দৰ কণ্ঠ... 🙏🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @monuranjanmahanta2560
    @monuranjanmahanta25604 жыл бұрын

    সুন্দৰ... ভাল লাগিল

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @debajitnath2341
    @debajitnath23414 жыл бұрын

    Mon muhi pelale, bor sundar kontha pranab dar, xuvessa thakil doltiloi

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ 🙏🙏🙏🙏🙏🙏

  • @giringogoi3857
    @giringogoi38573 жыл бұрын

    অতি সুন্দৰ কবলৈ ভাষা নাই। গায়কী লগতে বাদ্যযন্ত্ৰী সকলোকে প্ৰণাম। আগবাঢ়ি যাওক। লগতে এটি অনুৰোধ Electronic media লৈ এই সকলো

  • @msentertainmentpresent9141
    @msentertainmentpresent91414 жыл бұрын

    হিয়া মন জুৰ পেলাই গ'ল

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ ধন্যবাদ

  • @bikashrajkhowabikashrajkho2919
    @bikashrajkhowabikashrajkho29194 жыл бұрын

    এই দলটোৰ নাম চাই পাইছো ।তেওঁলোকৰ প্ৰতিভা সচাই অতুলনীয় ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @joganandahazarika947
    @joganandahazarika9473 жыл бұрын

    Dhunia hoise . Krishna krishna

  • @niponjyotikoch3742
    @niponjyotikoch37424 жыл бұрын

    Hsake ankua dihanamr team ko2 dekha ny ajiloike... teuluk hokoluloike dhanyabad jnalu ru pranab dihingia dadar u ujjal vbisyat kamna krilu

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে

  • @arpanamedhi609
    @arpanamedhi6094 жыл бұрын

    XUNILEY XUNI THAKIBO MAN JAI O... MUSIC VERY NICE 👌👌

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @montubora8837
    @montubora88373 жыл бұрын

    গাৰ নোম শিঁয়ৰি উঠিছে দেই--শতকোটি প্ৰণামো আপোনাসৱক🙏

  • @bhashkarjyotikonch8285
    @bhashkarjyotikonch82852 жыл бұрын

    Hunii thakile hunii thakiboo mn jaii 😌😌

  • @chenirampegu5797
    @chenirampegu57974 жыл бұрын

    এইটো বয়সত,কি যে সূৰীয়া কণ্ঠ আৰু শুনিবলৈ পাম বুলি আশা থাকিল ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @Hasina271
    @Hasina2713 жыл бұрын

    Best of luck 💪🙌🙌🙌🙌👍

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @akashboraah4647
    @akashboraah46472 жыл бұрын

    Assamor seshthra dihanaam dol💕💕💕

  • @jayantaborah5010
    @jayantaborah50104 жыл бұрын

    Xsake mn2 bhut val lagil apunalokr nam sai joi guru sankar

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @budhadebsaikia4947
    @budhadebsaikia49474 жыл бұрын

    Bhut. Vl. Lgil. Huni. Agloi Pam. Buli. Akha. Rakhisu. Dada. 👍👍👍

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bhagyashreeborgohain2208
    @bhagyashreeborgohain22083 жыл бұрын

    Bahi nagara mojja bojaisa 👌👌👌

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    🙏

  • @simantadutta710
    @simantadutta7104 жыл бұрын

    যিমানবাৰ ভিদিঅ’টো চাইছো প্ৰতিবাৰেই সলাগ ল’ব মন যায় ৷কি বাঁহী,কি নাগাৰা,সকলোকে সলাগ লৈছো ৷

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @debajyotigogoi1986
    @debajyotigogoi19863 жыл бұрын

    বহুত ভাল লাগিলে শুনি কবলে ভাষা নাই । আপোনাৰ অনুস্থান প্ৰাই চাওঁ ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    👍🙏🙏

  • @rupjyotisaud3682
    @rupjyotisaud36824 жыл бұрын

    হেমন্তদাৰ নাগাৰা বাদন সঁচাকৈয়ে অদ্বিতীয়💓💓💓

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধুনীয়া বজাই

  • @rupjyotisaud3682

    @rupjyotisaud3682

    4 жыл бұрын

    বহুত দিনৰ আগত জয়ন্ত দাৰ চেনেলত দেখিছিলোঁ,তেতিয়াৰ পৰাই তেওঁৰ বাদনত আপ্লুত হৈ গলো।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    অ।।।

  • @jitenkachari6297
    @jitenkachari62973 жыл бұрын

    সকলো ভকতলৈ আনতৰীক শুভেচ্ছা থাকীল

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @biplabkoch6620
    @biplabkoch66203 жыл бұрын

    Mojaa lagise👏👏👏👏👏👏👏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @novellake7527
    @novellake75273 жыл бұрын

    বাঁহী বজোৱা দাদাজন আপোনাৰ বাহিৰ মাত সঁচাকৈ dhiniya আগুৱাই jaouk আৰু ভাল লাগিল খোল বজোৱা দাদা জন এদিন দেখা কৰিব পালে ভাল লাগিল হয়

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @abhijitchamuah7330
    @abhijitchamuah73304 жыл бұрын

    Xundor..🙏🙏🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @manujchangmai9983
    @manujchangmai99834 жыл бұрын

    Bohut bohut Val lagil day

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @handiquepritishna1858
    @handiquepritishna18582 жыл бұрын

    কি সুন্দৰ কণ্ঠ। ধন্যবাদ থাকিল সুন্দৰ উপহাৰ।

  • @gurukulamlikes6564
    @gurukulamlikes65644 жыл бұрын

    Very nice bhokti song God bless you

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    thank you for your comment

  • @jituburagohai7535
    @jituburagohai75354 жыл бұрын

    Exemplary and wonferful performance to build assamese rich culture at national and international platform. Accept my hartest regards to all member of the team please.

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    Thank you so much for your comment..

  • @manashjyotiborah647
    @manashjyotiborah6473 жыл бұрын

    কি বজাইছে বে 👍👍👍🙏🙏🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @moyukhhazarika1347
    @moyukhhazarika13472 жыл бұрын

    বৰ সুন্দৰ কণ্ঠ

  • @bituvlogs2653
    @bituvlogs26534 жыл бұрын

    Hosakoi mon pan jurai jai .aati hundar. Aru apunaliu bahut bahut Dhanya bad amaloi humadbhu horinam ag bohai diya babe.

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে

  • @dilipdas9924
    @dilipdas9924 Жыл бұрын

    মজা

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    Жыл бұрын

    ধন্যবাদ

  • @saralgogoin479
    @saralgogoin4794 жыл бұрын

    Oti hundor...nagra bojua dada Jon superb...

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @konlamulakhimpurdip8406
    @konlamulakhimpurdip84063 жыл бұрын

    Nice👍👍👍👍👍👍

  • @amalekhjyotigogoi7535
    @amalekhjyotigogoi75354 жыл бұрын

    Nice expression from nagara badak. Thanks to this hole team and you also Anupam Bitupon

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    🙏🙏🙏🙏🙏

  • @digitalpranjalassam6302

    @digitalpranjalassam6302

    4 жыл бұрын

    @@অনুপমবিতোপন n JJ's jnm nn nn jjm n7um7 nn n nn nn mm mm mm mm to mm mm mm mm mm mmo mmo mmo

  • @siddarthaphukon2122

    @siddarthaphukon2122

    3 жыл бұрын

    @@digitalpranjalassam6302 53

  • @AsRaja_999
    @AsRaja_999 Жыл бұрын

    Moi 22 bosoriya holeu j auw Lukor nam buli kole j moi pagol hoi poru o😘☺🙏🙏hosakoi Bohu hundor Dol ti bohu Annondito kori tole o Hidoi khon😘🙏🙏

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    Жыл бұрын

    🙏

  • @rudreswarchetia3093
    @rudreswarchetia30933 жыл бұрын

    Bohut val lage. Essoror prongkha houk

  • @sasankaburagohain9917
    @sasankaburagohain99174 жыл бұрын

    ধুনীয়া লাগিছে চাৰ

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @nijantakhonikar9504
    @nijantakhonikar95044 жыл бұрын

    সুন্দৰ হৈছে ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @hemantahazarika3844
    @hemantahazarika38444 жыл бұрын

    নেগাৰা বজোৱা জনক দূৰৈৰ পৰাই সেৱা ধৰিছো, প্ৰণিপাত কৰিছো , দ্বিতীয়তে,, খোল বাদ্য পৰিৱেশন কৰা আৰু বাঁহী পৰিৱেশন কৰা কেইজনক প্ৰণিপাত, কৃষ্ণ ,,🙏🙏 সচাকৈয়ে , অসম্ভৱ, অতুলনীয়, অদ্বিতীয়, সংগীতৰ কথা নকওঁৱেই, দলটোৰ সকলোকেইজন বাপকেই দূৰৈৰ পৰাই সেৱা ধৰিছো, লগতে শব্দৰ যোগান কাৰী জনকো কিন্তু স্বীকাৰ নকৰিলে নিশ্চয় অন্যায় কৰা হ'ব ,, আৰু আগবাঢ়ি যাওঁক আপোনালোক,

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । । এনেকুৱা মন্তব্য পালে আমি বহুত সাহস পাওঁ ।।।

  • @hemantahazarika3844

    @hemantahazarika3844

    4 жыл бұрын

    @@অনুপমবিতোপন এয়াই আমাৰ সংস্কৃতি, অসমৰ অনুপম সংস্কৃতিবোৰ আপুনাৰ চেনেলৰ দ্বাৰা এইদৰে প্ৰতিফলিত কৰাৰ বাবে আপোনাকো ধন্যবাদ জনাই , অনুপম বিতোমন দা,, ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপোনাৰ চেনেলটো চিৰযুগমীয়া হওঁক, আৰু আমাৰ জাতিয় সংস্কৃতিবোৰ এইদৰেই বিশ্ব দৰবাৰত তুলি ধৰক,,

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    অশেষ অশেষ অশেষ ধন্যবাদ । ঈশ্বৰে আপোনাক সদায় কুশলে ৰাখিব

  • @sanjaynath7101
    @sanjaynath71014 жыл бұрын

    সচাকৈ বহুত ধুনীয়া।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @sanjaynath7101

    @sanjaynath7101

    4 жыл бұрын

    @@অনুপমবিতোপন দাদা এনেকুৱা ভিডিঅ আৰু দি থাকিব।

  • @kalpanalahon4607
    @kalpanalahon46072 жыл бұрын

    কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল

  • @krishnachutia6347
    @krishnachutia63474 жыл бұрын

    Dhuniya lagisa Krishna Krishna

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    কৃষ্ণ

  • @nabajoytisaikia6609
    @nabajoytisaikia66094 жыл бұрын

    অতি সুন্দৰ, শব্দ বিহিন ক'ব ভাষা নাই । নেগেৰা বজোৱা বাপ জনৰ পাৰিলে সাক্ষাৎকাৰ এটা ল'ব চোন, আমাৰ নৱ প্ৰজন্মৰ বাবে অলপ বজাই দিলে বহুত উপকাৰ হ'ব ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @nabajoytisaikia6609

    @nabajoytisaikia6609

    4 жыл бұрын

    ল'ব দেই সাক্ষাৎকাৰ এটা ।

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    নিশ্চয়

  • @nabakantanath6175
    @nabakantanath6175 Жыл бұрын

    4number bar salu but aru mon thakil.. lovely team ❤️ krishna 🙏

  • @gopalsharma4916
    @gopalsharma49162 жыл бұрын

    Jindabad dhemaji 🙏

  • @BojenBaruah-st5wz
    @BojenBaruah-st5wz9 ай бұрын

    Krishna, krishna🙏🙏🙏😭😭

  • @sabitaboruah4809
    @sabitaboruah48093 жыл бұрын

    O.m.g.

  • @lakhyamusic2647
    @lakhyamusic26474 жыл бұрын

    Bht dhunia hoise...oati sundor... Negera bajuwajon dhunia bajaise...🙂🙂

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @babumahanta1941
    @babumahanta19413 жыл бұрын

    Oti xundar dada

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @luknathsharma6908
    @luknathsharma69083 жыл бұрын

    Moja hemonth da

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @pranabdas7935
    @pranabdas79353 жыл бұрын

    Bahut val lage apunalokr geetbur khuni

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

  • @pranjaldowari1069
    @pranjaldowari10694 жыл бұрын

    Wawoooooooooooooooooo nagra bojaise kintu dei very nice ❤️❤️❤️❤️❤️❤️❤️❤️

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    4 жыл бұрын

    ধন্যবাদ

  • @polihazarika4418

    @polihazarika4418

    4 жыл бұрын

    Very good l like it

  • @Hasina271
    @Hasina2713 жыл бұрын

    খোল বাদ্যযন্ত্ৰক মোৰ ফালৰ পৰা প্ৰণাম জনালোঁ,,,,,,,,,,,,,,,,,,,,,,,,,,,,100%..

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    3 жыл бұрын

    ধন্যবাদ

Келесі