কৈলাসতে নাচে শিৱই | kailashote Nase shivai | Dihanam | Shivarati geet | Tukarigeet | Pranab dihingia

Музыка

এলবাম : ভোলানাথ vol 1
কৈলাসতে নাচে শিৱই
কথা সুৰ: প্ৰণৱ দিহিঙ্গীয়া
কণ্ঠ: লক্ষ্য দ্বীপ, চন্দ্ৰ ভূষণ
কোৰাজ: ঋতুপন নাথ,ভৈৰৱ বৰা
সংগীত: লক্ষ্য দ্বীপ,চন্দ্ৰ ভূষণ,
মেলদি ডিজাইন: ভদ্ৰ কান্ত দাস
বাঁহী: কৈলাস ৰাভা (হিমাংশু)
নেগেৰা,পাৰ্শ্ব সংগীত: দেৱেশ্বৰ শইকীয়া
খোল: লাকী দাস
টোকাৰী: বৰুণ দাস
তাল: চন্দ্ৰ ভূষণ
শব্দ সংগ্ৰহ: ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ: জিন্তু বৰদলৈ
প্ৰযোজনা: জয়ৰাম ঠেঙাল
পৰিকল্পনা: ভবেন বণিয়া, লক্ষেশ্বৰ দাস
ব্যবস্থাপনা: বসন্ত গগৈ, লিটো নাগেছিয়া, নিৰঞ্জন দাস,উৎপল গগৈ,বিস্মিতা ডেকা,
বিশেষ কৃতজ্ঞতা: নিৰঞ্জন গোস্বামী,জানমণি ফুকন,ৰশ্মি দিহিঙ্গীয়া,ৰূপামনি পাঠক, পিটি বৰা
ভিডিঅ-তিলক ৰঞ্জন
( ধেমাজি কেন্দ্ৰীয় হৰিনাম দল)
(লখিমপুৰ কেন্দ্ৰীয় হৰিনাম দল)
#anupambitupon
#kailashote_nase_shivoi
#kailakhote_nase_shivoi
#anupombitupon
#dihanam
#Pranab_dihingia_tukari_geet
#Pranab_dihingia_dihanam
#Pranab_dihingia_horinam
#horinam
#tukarigeet
#shivarati_song
#shavarti_geet
#bholanath
dihanam
horinam
anupom bitupon
pranab dihingia horinam
pranab dihingia dihanam
pranab dihingia tukari geet
anupambitupon
kailashote nase shivai
kailakhote nase shivai
koilakhote nase siboi
bholanat
shivarati song
shivarati geet
new assamese dihanam
assamese horinam
sivarati geet
new shivarati song
new shovarati geet
shivarati stasus
shivarati 2024
shivratri special song
shivrati ke bhajan

Пікірлер: 515

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    সচাকৈ দেই গীটটো শুনি খুবেই আনন্দ পালো, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ বা পোৱা নাই,, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব প্রদান দি গোৱা বাবেই সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    শিৱৰাতিৰ গীত টো শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো, এনে গীতে মনটোক ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হ ও মই অতিকৈ, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,

  • @purnakantakalita8383
    @purnakantakalita83834 ай бұрын

    হৰ হৰ মহাদেৱ❤

  • @ankurpritomentertainment2863
    @ankurpritomentertainment28634 ай бұрын

    হৰ হৰ মহাদেৱ ❤🙏

  • @mohannath6515
    @mohannath65154 ай бұрын

    ঔঁ নমঃ শিৱয় , সুন্দৰ হৈছে 🎉

  • @jharitdutta9631
    @jharitdutta96314 ай бұрын

    ❤❤❤❤ উফ আগুৱাই যোৱা

  • @dharitrisaikia3695
    @dharitrisaikia36954 ай бұрын

    Dhuniya 💗

  • @DipankarDas-pp5zz
    @DipankarDas-pp5zz4 ай бұрын

    বৰ সুন্দৰ হৈছে

  • @MidulGogoi-mp5nt

    @MidulGogoi-mp5nt

    3 ай бұрын

    😊😊777ধ😂ণ🎉7

  • @nomoskarbondhu8099
    @nomoskarbondhu80994 ай бұрын

    হৰ হৰ মহাদেৱ ৷সকলোৱে সহযোগিতা অতুলনীয়

  • @dutta22
    @dutta224 ай бұрын

    ধেমাজীৰ গৌৰৱ,অসম গৌৰৱ আমাৰ প্ৰণৱ দা❤

  • @saratnath6782
    @saratnath67824 ай бұрын

    হৰ হৰ মহাদেৱ

  • @poridutta585
    @poridutta5854 ай бұрын

    Hundor❤

  • @user-pe1xd4eu1l
    @user-pe1xd4eu1l4 ай бұрын

    বহু ত ধুনীয়া হৈছে অদূৰ ভৱিষ্যতে আৰু আশা কৰিলো

  • @user-lr4px2fp4y
    @user-lr4px2fp4y4 ай бұрын

    Hundor🙏🙏🙏

  • @Pompii...
    @Pompii...4 ай бұрын

    শুভেচ্ছা যাছিলো❤

  • @___borah___07
    @___borah___074 ай бұрын

    Juii 🔥🔥❣️❣️

  • @lajmisaikia524
    @lajmisaikia5244 ай бұрын

    Har har Mahadev 🙏❤️ Bht dhunia hoise💐

  • @jyotishpratimtamuli7752
    @jyotishpratimtamuli77524 ай бұрын

    বৰ ধুনীয়া হৈছে দেই । ভূষণ লাকী 🔥

  • @champak8918
    @champak89184 ай бұрын

    ধুনীয়া হৈছে দেই

  • @bibhusaikia2554
    @bibhusaikia25544 ай бұрын

    Bom bom ❤❤❤❤🎉🎉🎉🎉

  • @dhurbaregonregon2384
    @dhurbaregonregon23844 ай бұрын

    সুন্দৰ কন্ঠ❤হৰ হৰ মহাদেৱ 🙏

  • @user-sk4bo1ds4l
    @user-sk4bo1ds4l4 ай бұрын

    Jui🎉

  • @putalakakati5002
    @putalakakati50024 ай бұрын

    🙏🙏🙏🙏🙏 হৰ হৰ মহাদেৱ

  • @hirensaika9329
    @hirensaika93294 ай бұрын

    Dhuniya lgise ❤

  • @nilakhisonowal5032
    @nilakhisonowal50324 ай бұрын

    Har har mahadeb 🙏🙏🙏🕉🔥 Bohut dhuniya kontha 🙏🙏

  • @dadulborah6003
    @dadulborah60033 ай бұрын

    বর ভাল লাগিল। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো

  • @dipankarborah9953
    @dipankarborah99534 ай бұрын

    Bht besi dhunia hoise ❤🎉🎉

  • @rajagangu4952
    @rajagangu49524 ай бұрын

    বাঁহী বাদক জনৰ বাঁহী সুৰত পুৰণি ঠাঁচ বোৰ সোমাইছে ভাল লাগিছে । ❤❤❤ সুন্দৰ হৈছে

  • @bhagabanchandradas8892
    @bhagabanchandradas88924 ай бұрын

    অতি সুন্দৰ🙏🥰

  • @bknbgamer1488
    @bknbgamer14884 ай бұрын

    Jai chandra bhushan, jai laki moni...... 🔥🔥🔥🔥

  • @akhimdaimary5525
    @akhimdaimary55254 ай бұрын

    Harr harr mahadev ❤❤❤❤❤🎉

  • @user-suku24
    @user-suku244 ай бұрын

    Har har mahadev.....🙏🙏 oti hundor hoise

  • @userflamejodffgaming
    @userflamejodffgaming4 ай бұрын

    Xundor house ❤❤❤❤❤

  • @harnathkakati4230
    @harnathkakati42304 ай бұрын

    Sundar hoise

  • @user-rc7qt8yp5k
    @user-rc7qt8yp5k4 ай бұрын

    Hundor...💞

  • @user-tc5bo1uk1s
    @user-tc5bo1uk1s4 ай бұрын

    সুন্দৰ হৈছে ❤

  • @user-vw8zr4xt5t
    @user-vw8zr4xt5t4 ай бұрын

    শিৰতে ফেঁটী সাপ এই শব্দটোৰ বাদে বাকীবোৰ বৰ সুন্দৰ হৈছে

  • @hmahanta71

    @hmahanta71

    12 күн бұрын

    Hoi Bashuki bulibo lagisil..bhokot tu tekhet sadharon pheti saap nohoi. Olop owomanona hol. Baki sundor lagise geet ti 🙏

  • @sabitaassamesegirl255
    @sabitaassamesegirl2554 ай бұрын

    জুই হৈছে কিন্তু🎉🎉🎉🥳

  • @anjusaikia2483
    @anjusaikia24834 ай бұрын

    বৰ ভাল লাগিল❤❤❤

  • @bhrigukalita6479
    @bhrigukalita64794 ай бұрын

    সুন্দৰ হৈইছে

  • @JahnuSaikiaVisuls
    @JahnuSaikiaVisuls4 ай бұрын

    Bhusan r kontor hoite agor porai sinaki ❤ aru vaiti lucky tur hat khon hosakoi bohut val o ❤ agbahi juwa dui jon 🎉

  • @mahantadas2190
    @mahantadas21904 ай бұрын

    সুন্দৰ ❤️❤️

  • @nextlevel7850
    @nextlevel78504 ай бұрын

    Mojja 🎉❤

  • @BijitDas-ew6nr
    @BijitDas-ew6nr4 ай бұрын

    হৰ হৰ মহাদেৱ ❤❤❤

  • @sandhyaphukanborah2941
    @sandhyaphukanborah29414 ай бұрын

    Bohut bhal lagise.

  • @user-hu9hj8bk3o
    @user-hu9hj8bk3o4 ай бұрын

    Khub hundor hoixe aru aguai ja ...

  • @dipchangmai44
    @dipchangmai444 ай бұрын

    Emn val lagise hoitu vakhare porokh koribo nuwaru .. om namah Shivay ❤

  • @user-kk7wy4cp4d
    @user-kk7wy4cp4d4 ай бұрын

    So beutefull hor hor mohadev song

  • @tulsidas6502
    @tulsidas65024 ай бұрын

    Khosai bhot vall lagiill har har Mahadev baba 🙏🙏🙏 Om namoh shivay baba 🙏🙏🙏

  • @tileswaryein1295
    @tileswaryein12954 ай бұрын

    উপষ্ঠাপন 'পৰিবেশনৰ প্ৰণালীৱদ্ধ প্ৰকাশভংগী সঁচাকৈ দৃষ্টি আকৰ্ষণ কৰিছে। বহূত ----------ধন্যবাদ থাকিল। From Tileswar yein Desangmukh-- s v r🙏🙏🙏🙏🙏.

  • @Megharanjan.346
    @Megharanjan.3464 ай бұрын

    সুন্দৰ লাগিছে❤ 🙏🙏

  • @mrkolita1523
    @mrkolita15234 ай бұрын

    Hundor

  • @dipankorboruah1746
    @dipankorboruah17464 ай бұрын

    Har har mahadev 🔱🔱🔱🔥🔥

  • @surujkumarborah7473
    @surujkumarborah74734 ай бұрын

    Bohut xundor bohut a val lagil hkoluloi dhynabad jonalu har har mahadev❤🙏🙏🌎

  • @ChayanikaSaikia-ec3pc
    @ChayanikaSaikia-ec3pc4 ай бұрын

    Dhuniya deii❤

  • @BuddhaGogoi-h1w
    @BuddhaGogoi-h1wКүн бұрын

    🥰🥰🥰🙏🙏 বহুত ধুনীয়া লাগিল

  • @babadutta333
    @babadutta3334 ай бұрын

    সন্দৰ হৈছে 🙏🙏

  • @nabakrishna9095
    @nabakrishna90954 ай бұрын

    Mojah ❤

  • @simplyflywithpankaj6249
    @simplyflywithpankaj62494 ай бұрын

    Boom Boom .... Jai Mahakal...

  • @nanditabora7001
    @nanditabora70014 ай бұрын

    Bohut bohut dhunea lagise 🥰🥰🥰🥰

  • @sivasaikia4942
    @sivasaikia49424 ай бұрын

    Bohut dhuniya

  • @sauravkakoty
    @sauravkakoty4 ай бұрын

    Har har mahadev Bor hundar hoise Val lagil

  • @pankajbonia799
    @pankajbonia7994 ай бұрын

    Hundor ❤ Jai Bholanath 🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    সচা,,কৈ গীতটোৰ পৰিৱেশন চাইও ভাল লাগিল, এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনি,ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, মোৰ নাচিবলৈ খুবেই মন যায়, কিন্তু কি নো কম সচাকৈ কৈলাশলৈ যাবলৈ সাজু হমযেন লাগে,,,,,

  • @upamabarman9975
    @upamabarman99754 ай бұрын

    Bahut duniya hoise

  • @mukulborah7212
    @mukulborah72124 ай бұрын

    Deep .....proud of japisajia Dhunia hoise❤

  • @user-mt3kz6xh4p
    @user-mt3kz6xh4p4 ай бұрын

    Gullllli disa bhusan...God bless u 🎉❤

  • @muningogoi9156
    @muningogoi91564 ай бұрын

    Hundor jui🔥🔥🔥💥

  • @jibannath6245
    @jibannath62454 ай бұрын

    Bhut dhuniya lagaise ❤❤

  • @manashdutta8516
    @manashdutta85164 ай бұрын

    Hundor 💗

  • @arindam_gogoi_flute
    @arindam_gogoi_flute4 ай бұрын

    Hundor ❤

  • @amrishakashyap5427
    @amrishakashyap54274 ай бұрын

    বৰ ধুনীয়া হৈছে

  • @user-sv6dg1tp3c
    @user-sv6dg1tp3c4 ай бұрын

    Baba tumi jui

  • @chutiada4387
    @chutiada438711 күн бұрын

    Mozaaa. Har har mahadev

  • @DipDutta-pc8xd
    @DipDutta-pc8xd4 ай бұрын

    অতি সুন্দৰ শুনি থাকিলে শুনি থাকিব ৰ মন

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    হৰ হৰ মহাদেৱ জয় হওক আপোনাৰ, এনে ধৰণৰ গীত শুনিবলৈ পাই অতিকৈ আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ আপোনাসবক দিবলৈ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াকে কলো,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    অতিকৈ সুন্দৰ আৰু শুনিলে শুনি থাকিবলৈ মন যায় মোৰো,, কিযে সুৰৰ সমাহাৰ, সুন্দৰ হৈছে অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন ভাৱ হয়,,আপোনাৰ গীতৰ সুৰ শুনি মই খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,,,,,

  • @piyushphukan
    @piyushphukan4 ай бұрын

    Deep , bhushan juii 🔥 Har har Mahadev 🔱

  • @STORMLUINOR
    @STORMLUINOR3 ай бұрын

    চন্দ্ৰ ভূষণ দাদাৰ মাতটো বৰ ধুনীয়া 👌🏻

  • @bikashborgohain4193
    @bikashborgohain41934 ай бұрын

    Dip mojja

  • @pradipgogoi3085
    @pradipgogoi30854 ай бұрын

    Majjaa lagil dei

  • @mirakonwar3836
    @mirakonwar38364 ай бұрын

    I'mn dhunia xur. Hunile huni thakibo mon jai ❤❤❤

  • @user-si9ze9ie7y
    @user-si9ze9ie7y4 ай бұрын

    Bohut dhuneiya lagisila ❤

  • @LohitBoruah
    @LohitBoruah4 ай бұрын

    সুন্দৰ

  • @debojitbhuyan460
    @debojitbhuyan4604 ай бұрын

    Hundor hoise 🎉❤😊

  • @KuntiRabha
    @KuntiRabha14 күн бұрын

    মজা মজা মজা

  • @sabitaassamesegirl255
    @sabitaassamesegirl2554 ай бұрын

    সুন্দৰ ❤❤❤ আগুৱাই যোৱা সদায় 🙏🙏🙏😍

  • @ManashAxom-kd3xl
    @ManashAxom-kd3xl4 ай бұрын

    Mojjjah ❤💥

  • @user-mh1tq7tg2w
    @user-mh1tq7tg2w4 ай бұрын

    Hundor hoise.. huni bht vl lagile

  • @user-zh7bl8eb2n
    @user-zh7bl8eb2n3 ай бұрын

    বহুত ভাল হৈছে লিখিত ৰূপত দিব চোন ধন্যবাদ

  • @rubulsaikia1345
    @rubulsaikia13454 ай бұрын

    Oti hundar

  • @hemantasaikia1514
    @hemantasaikia15144 ай бұрын

    হদ হৰ মহাদেৱ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    বিশেষকৈ, এনেধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় আৰু তেতিয়াই এই গীতটো মনলৈ আহে মানে, শুনিও ইমানেই ভাল লাগে কিন্তু আমনি নালাগে দিয়ক চোন,, বিশেষ কৈ গুৰুত্ব দি মহাদেৱ ক লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,,

  • @mintusenchowa5163
    @mintusenchowa51634 ай бұрын

    Hundar deep ❤❤

  • @anatadas6074
    @anatadas6074Ай бұрын

    ইমান সুন্দৰ আগতে পোৱা নাছিলো আজিহে পালো৷😊

  • @hirokjyotihazarika2528
    @hirokjyotihazarika25284 ай бұрын

    বহুত ধুনীয়া হৈছে ❤❤ om namah shivaye 🔱🙏

  • @juborajjuboraj38

    @juborajjuboraj38

    4 ай бұрын

    Dhanyabad 🙏

  • @pallabideka9662
    @pallabideka96624 ай бұрын

    Ritupon 🔥🔥dekhun 😮

  • @ritulive9071

    @ritulive9071

    4 ай бұрын

    Thank you ❤

  • @binandakonwar3929
    @binandakonwar39294 ай бұрын

    অতি সুন্দৰ 🙏🙏🙏!

  • @tarubaruah4062
    @tarubaruah40624 ай бұрын

    Eman val lagil huni bor monporakha ati dihanam Om nomoh Sivhayam

Келесі