JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet // Vokti Geet // Hori Naam

Музыка

JIBON NAMOR BONTI GOSI // ANKUR JYOTI // Deh Bisar Geet, Vokti Geet // Hori Naam // Devotional Song
"জীৱন নামৰ
বন্তি গছি"
কন্ঠশিল্পী:- অংকুৰ জ্যোতি বৰুৱা ।
কোৰাচ : প্ৰভাত বৰা
বিশেষ কৃতজ্ঞতা: কমলা গগৈ
কথা : প্ৰভাত বৰা
বাণীবন্ধন :- Make Music Studio
সংগীত : চিন্ময় বৰুৱা, নয়নমণি বৰুৱা
বাঁহী: চিন্ময় বৰুৱা
খোল/নেগেৰা / তাল : দধি দাস
টোকাৰী:- মুকুট মলিয়া
শব্দ সংমিশ্ৰণ: নয়নমণি বৰুৱা
🎶🎶🎶🎶🎶🎶🎶
✍️✍️
জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে
এই বন্তি নুমাই যাব শলীতা পুৰিলে
মোৰ হৰি ঐ
শলীতা পূৰিলে ।।
কত পুণ্যৰ বলে পাইলোঁ
মানৱী জীৱন
পৰমাত্মা কৃপাময়ৰ
এয়ে মহাদান
হে ৰাম ৰাম হেন হৰিক নভজিয়া
কি কাৰ্য কৰয়
পাপ' সাগৰত বুৰী তল বল কৰ'
মোৰ হৰি ঐ
তল বল কৰ'
হৰিত শৰণ লোৱা হৰিত শৰণ'
তেঁৱেসে সমফল হৈব মানৱী জীৱন'
🎶🎶🎶🎶🎶🎶🎶🎶
ভঙিতা:-
কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি
অন্তেক' পাইলেক' আসি ৰক্ষা কৰা হৰি
নকৰিলো শিৰে মাধৱক' নমস্কাৰ'
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ'
🎶🎶🎶🎶🎶🎶🎶🎶🎶
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
জীৱন মৰণ কথা কোনেও নাজানে
মানৱী দেহা নিয়ে শ্মশান শালে
ৰৈ জাব পুত্ৰ ভাৰ্যা
ৰৈ যাব ধন'
অন্তিম কালত নাযায়
ভাতৃ বন্ধু গণ'
মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
হৰিত শৰণ লোৱা হৰিত শৰণ'
সাধু সঙ্গে বহি কৰা কৃষ্ণৰ কীৰ্তন
মানৱী দেহা নিয়ে শ্মশান শালে
এ মানৱী দেহা নিয়ে শ্মশান শালে
মানৱী দেহা নিয়ে শ্মশান শালে
অ হৰি হে এ,,,,,,
এ,,,,, হৰি ৰাম নাৰায়ণ
এ ৰাম হৰি অ,,,অ,,,, অ,,, হৰি ৰাম নাৰায়ণ
এ দেহা দিনক দিনে ভটিয়াই
যায় দেহা দিনক দিনে ভটিয়াই যায়
এনো নৰদেহা
অ.....মোৰ মনাই অ
এবাৰ গুচি গলে
অ..... মোৰ মনাই অ
আকৌ হলে পাবলৈ নায়
মনাই দিনক দিনে ভটিয়াই
যায় মনাই
দিনক দিনে ভটিয়াই যায় ।।
অ ....ৰাম জয় হৰি কি এ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম
#viral
#ankurjyoti
#jibon_namor_bonti_gosi
#ankurjyoti
#voktigeet
#devotional
#devotionalsongs
#trending
#trendingshorts
#trend
#krishnabhajan
#viral
#assmesesong
#voktimulok
#dehbisargeet
#tukarigeet
#NewAssamesehorinam
#newdihanam
#newhorinam
#newbhoktimulokgeet
#dihanam
#dehenam
#dihanam
#ankurjyotidihanaam
Jibon Namor Bonti Gosi
Anupam Bitupon
Ankur Jyoti Official
Ankur Jyoti
tukari geet
bhokti geet
bhokti mulok geet
krishnak huai thoi
krishna banamali
New Assamese horinam
new dihanam
new horinam
new bhokti mulok geet
বিশেষ কৃতজ্ঞতা:- শ্ৰী শ্ৰী আউনিআতি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী , ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভু আৰু কমলা গগৈ দেৱ
কৃতজ্ঞতা :- মা , দেউতা , সুদীপ্ত ভূঞা ,চক্ৰপানী বৰুৱা, প্ৰিয়ম তামুলী , চিন্ময় বৰুৱা, মৃগাংক দত্ত, হীৰক জ্যোতি ভূঞা , পলাশ জ্যোতি ভূঞা , নৱজ্যোতি বৰা , ৰাজু তামুলী ,অৰ্পণ বৰা, আলোক জ্যোতি শইকীয়া , অসীম কুমাৰ হাজৰিকা , ধ্ৰুৱজ্যোতি ভূঞা, বিনয় বৰা, জ্ঞানদীপ বৰুৱা , অংশুমান বৰা তথা গীততোৰ লগত জড়িত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগ বঢ়োৱা আৰু সমূহ শুভাকাংখী ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ ।।

Пікірлер: 238

  • @JitumoniDutta-ql7xr
    @JitumoniDutta-ql7xrКүн бұрын

    সুন্দৰ লাগিল আগলৈ এনেধৰণৰ ভক্তি মুলক গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ। কৃষ্ণ বিষ্ণু হৰি ৰাম।

  • @nipulbora1190
    @nipulbora11904 ай бұрын

    অতি সুন্দৰ হৈছে ভগৱানে আৰু শক্তি দিয়ক আগবাঢ়ি যাবলৈ,

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    অশেষ ধন্যবাদ❤

  • @hrittikbaishya134

    @hrittikbaishya134

    4 ай бұрын

    খুউব ভাল লাগিছে । কৃষ্ণ

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    25 күн бұрын

    অশেষ ধন্যবাদ জনালোঁ❤️🙏

  • @MinuBorchetia
    @MinuBorchetia28 күн бұрын

    Bohut val lage huni thakib le mon jai mur 🙏🙏❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    28 күн бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ❤️❤️🙏🙏

  • @BobitaGogoi-kt1mv
    @BobitaGogoi-kt1mv20 күн бұрын

    ❤❤❤❤❤

  • @PranjaliDoleytaye
    @PranjaliDoleytaye29 күн бұрын

    Bohut dhunia lagisse

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    29 күн бұрын

    অশেষ ধন্যবাদ 🙏🙏

  • @biplob438
    @biplob438Ай бұрын

    Bohut hundor krishno ram

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    Krishnoo 🙏🙏

  • @mohanpawe7283
    @mohanpawe7283Ай бұрын

    Krishno hundor

  • @missdipalee
    @missdipalee4 ай бұрын

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    🙏🙏🙏🙏🙏

  • @BidishaDas-vq7qc
    @BidishaDas-vq7qcАй бұрын

    Krishno krishno

  • @gitanjalideka8767
    @gitanjalideka8767Ай бұрын

    অতি সুন্দৰ কণ্ঠ লগতে নিৰ্বাচন ❤, আগুৱাই যোঁৱা 💕

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    অশেষ ধন্যবাদ ❤️❤️🙏

  • @mamonibaruah8707
    @mamonibaruah87073 ай бұрын

    🎉বৰ সুন্দৰ কণ্ঠ । কৃষ্ণ প্রভূ কৃষ্ণ।

  • @ARUPBorahArupborah-jc7jo
    @ARUPBorahArupborah-jc7jo20 күн бұрын

    Horinam murbohut priyo,❤ anekua horinam hunile hiya jur pori jai ,logote bohut dukh Lage ❤🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀♥️

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    19 күн бұрын

    অশেষ ধন্যবাদ🙏🙏🙏

  • @lohitborah1514
    @lohitborah15143 ай бұрын

    মজা❤❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    ধন্যবাদ ❤️

  • @Mjyoti3257
    @Mjyoti32573 ай бұрын

    Krishna val lagile xoni ..ot xundur kontho..🙏🙏🙏🙏🙏🙏

  • @mridultamuli991
    @mridultamuli99128 күн бұрын

    কৃষ্ণ বৰ সুন্দৰ

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    28 күн бұрын

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ❤️❤️🙏🙏

  • @Nirukalita-hl6rx
    @Nirukalita-hl6rx5 күн бұрын

    ইমান ধুনীয়া দাদা হতে ইমান ধুনীয়া কৈ গাইছে আৰু ইমান দুখ লগাকে গাইছে 😭😭🪔🪔🪔🙏🙏🌹🌹🌻🌻 কৃষ্ণ প্ৰভু কৃষ্ণ বাঁহীৰ মাটো ধুনীয়া লাগিছে

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    5 күн бұрын

    অশেষ ধন্যবাদ জনালোঁ❤️❤️🙏🙏

  • @Nirukalita-hl6rx

    @Nirukalita-hl6rx

    5 күн бұрын

    ধুনীয়া কৈ গাইছা কাৰণেহে কৈছোঁ ধন্যবাদ দিব নালাগে দিয়া মই তোমাতকে সৰু খালী ধন্যবাদ দিয়াৰ কাৰণে ভাল পালোঁ দাদা

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    5 күн бұрын

    ❤️❤️🙏🙏

  • @user-vn3ce2po4y
    @user-vn3ce2po4y5 ай бұрын

    Krishno❤

  • @sarumonAssamesevlog
    @sarumonAssamesevlogАй бұрын

    Ram Krishna🙏🙏🙏♥️♥️♥️

  • @birenpdas5347
    @birenpdas53473 ай бұрын

    অতি মজা গাইছে। আমাৰ শুভেচ্ছা জনালো। যোৰহাট।

  • @bhubaneshwarhazarika1972
    @bhubaneshwarhazarika197215 күн бұрын

    Bahut val lagise

  • @user-vt5en9si6u
    @user-vt5en9si6u4 ай бұрын

    Krishna huni vl lgil

  • @user-cn3lb6no8m
    @user-cn3lb6no8mАй бұрын

    Uff voice❤.. Aru aguwai jua 2mi

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    Thank you ❤️❤️

  • @buddhaboruah3008
    @buddhaboruah30084 ай бұрын

    Krishna Krishna Krishna ❤❤❤🙏🙏🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Krishnoo🙏❣️

  • @PranobSaikia-iv6xu
    @PranobSaikia-iv6xu15 күн бұрын

    Krishna Krishna Krishna

  • @assamesevloggersunmoni
    @assamesevloggersunmoni3 ай бұрын

    বহুত ভাল লাগিল🙏🙏

  • @gawoliyavlog1925
    @gawoliyavlog19252 сағат бұрын

    আতিকৈ সুন্দৰ ❤🙏🙏🙏🙏

  • @user-xr3ce6jd4e
    @user-xr3ce6jd4e4 ай бұрын

    Joi Siri krishno

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    3 ай бұрын

    কৃষ্ণ❤️🙏

  • @user-ys2ce2lj2z

    @user-ys2ce2lj2z

    3 ай бұрын

    Pp😊😊😊😊

  • @pkconstructionallhousetype1395
    @pkconstructionallhousetype13954 ай бұрын

    Super bro Val lagile

  • @dipshikhaboruah5738
    @dipshikhaboruah5738Сағат бұрын

    ভাল লাগিল ❤

  • @jumjumgogoi-mp5yc
    @jumjumgogoi-mp5yc4 күн бұрын

    বৰ্তমান যুগৰ উঠীয়হা যুৱক সকল হৰিনাম লোৱা বাবে অতি সুন্দৰ হৈছে।প্ৰভু ভগৱন্তই কৃপা কৰা ।

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 күн бұрын

    অশেষ ধন্যবাদ🙏❤️

  • @diptikonwar8486

    @diptikonwar8486

    13 сағат бұрын

    বৰ সুন্দৰ হৈছে। কণ্ঠ মধুৰ।

  • @Iamdemonofalluppermoon
    @Iamdemonofalluppermoon5 күн бұрын

    বোহোতদুখলগাকৈগাইছে।

  • @purnanathborah2729
    @purnanathborah27293 ай бұрын

    অতি সুন্দৰ ৷

  • @user-xl5ed9ej8f
    @user-xl5ed9ej8f4 ай бұрын

    Nice song😊😊😊

  • @brushupyourliterature1
    @brushupyourliterature12 ай бұрын

    Excellent❤❤❤

  • @kongkonboruah8429
    @kongkonboruah8429Күн бұрын

    Nice 🎉🎉🎉🎉

  • @user-pk5zg7gz4w
    @user-pk5zg7gz4wАй бұрын

    Bahut bhal lagil tumar kantha haday enekewa bhakti geet ani thakiba buli akha karilu jai aai akham.

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    Thank you so much 🙏🙏

  • @runubaruah2937
    @runubaruah293719 күн бұрын

    Krishna Krishna 🙏🙏🙏

  • @KhirudChamuah-zq1wr
    @KhirudChamuah-zq1wr3 ай бұрын

    🙏🙏🙏

  • @BobitaGogoi-kt1mv
    @BobitaGogoi-kt1mv20 күн бұрын

    ❤❤❤❤

  • @ExcitedBluebonnetFlowers
    @ExcitedBluebonnetFlowers17 күн бұрын

    Bahut Sundar 🔱🙏🙏❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    17 күн бұрын

    🙏🙏🙏

  • @user-zm3li4lm3b
    @user-zm3li4lm3b2 күн бұрын

    Krishna 🙏🏿bohot vl lagel huni ❤🙏🏿

  • @TONMOY__510
    @TONMOY__51026 күн бұрын

    Bahut dhuniya gaisa ❤❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    25 күн бұрын

    Thank you ❤️🙏

  • @akashmajhimajhi4138
    @akashmajhimajhi4138Ай бұрын

    অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে বহুত ভাল লাগিল,,,কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    অশেষ ধন্যবাদ❤️🙏🙏

  • @daijybarman4101
    @daijybarman410127 күн бұрын

    কৃষ্ণ

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    27 күн бұрын

    কৃষ্ণ

  • @amiyasaikia8895
    @amiyasaikia889512 сағат бұрын

    Jai Hani dev

  • @dhirensonowal4724
    @dhirensonowal47244 күн бұрын

    সুন্দৰ হৰি নাম গাইছা

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 күн бұрын

    অশেষ ধন্যবাদ🙏❤️

  • @uttamhazarika6126
    @uttamhazarika61263 ай бұрын

    Krishna Krishna

  • @user-gc9ks5mb4q
    @user-gc9ks5mb4q3 ай бұрын

    Nice🙏🙏🙏

  • @MuktiPhukan-ox4os
    @MuktiPhukan-ox4os4 ай бұрын

    Bohut hundar. Gaijua

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Thank you 🙏🙏

  • @jinadas9998
    @jinadas99984 ай бұрын

    Krishna Prabhu tumar charanat sahachra kuti pranam janashu ❤❤❤❤❤❤❤❤❤❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Krishnooo krishnoo🙏🙏🙏

  • @ManujBoruah-ik2di
    @ManujBoruah-ik2di4 ай бұрын

    চিন্মই দা যত সুন্দৰ পৰিবেশন হয়। কৃষ্ণ ভাল লাগিল।।❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    ধন্যবাদ🙏🙏❤️

  • @SusmitaRahang-e3n
    @SusmitaRahang-e3n2 күн бұрын

    Bohut Val gaise

  • @tileswaryein1295
    @tileswaryein12954 ай бұрын

    সূন্দৰ কণ্ঠৰ গৰাকী। ঈশ্বৰে আৰ্শীবাদ কৰক আগুৱাই যোৱক।🙏🙏🙏🙏🙏।

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    অশেষ ধন্যবাদ❤️❤️🙏🙏

  • @NipenBorgohain-oy9oq
    @NipenBorgohain-oy9oq25 күн бұрын

    ❤❤❤🙏🙏🙏

  • @jyotibordoloi4071
    @jyotibordoloi40713 сағат бұрын

    ভাল লাগিছে

  • @nilakhisonowal5032
    @nilakhisonowal503210 күн бұрын

    Krishna 🙏🙏

  • @gitanjaliboruah7703
    @gitanjaliboruah77033 ай бұрын

    Krishna ❤❤❤

  • @user-tf8ql5zt3j
    @user-tf8ql5zt3j4 ай бұрын

    Krishno🙏krishno🙏bap bohut bal ligease🙏❣️

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    🙏🙏🙏

  • @AnontaHazarika
    @AnontaHazarika2 ай бұрын

    Emn.dhunia...krishno...amnie.nalga.

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    2 ай бұрын

    অশেষ ধন্যবাদ🙏❤️

  • @Kausturi
    @Kausturi25 күн бұрын

    শুনি বহুত বহুত বেছি ভাল লাগিল আৰু আগুৱাই যাওঁক আপুনি ❤️🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    25 күн бұрын

    অশেষ ধন্যবাদ জনালোঁ❤️❤️🙏🙏

  • @sumitradeka3599
    @sumitradeka35992 ай бұрын

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pritamdas1037
    @pritamdas103714 күн бұрын

    😮❤

  • @BijuPatir-ix6xt
    @BijuPatir-ix6xtАй бұрын

  • @kalpanadas4409
    @kalpanadas44093 ай бұрын

    Krishna Makhan 🙏🙏

  • @paronaofficial8879
    @paronaofficial8879Ай бұрын

    ❤🎉🎉🎉

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c7 күн бұрын

    Krishno ,provu jonai kunjagar jonabosun ❤❤❤from nazira❤❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    6 күн бұрын

    Kakojan, Jorhat ❤️🙏

  • @pradipdutta3332
    @pradipdutta33324 ай бұрын

    সুন্দৰ , কৃষ্ণ কৃষ্ণ •••••

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    ধন্যবাদ🙏

  • @BobitaGogoi-kt1mv
    @BobitaGogoi-kt1mv20 күн бұрын

    🕌🕌🕌🕌

  • @dhwanicreation5838
    @dhwanicreation58385 ай бұрын

    ❤❤❤

  • @user-sh5mc4lv2h
    @user-sh5mc4lv2h4 ай бұрын

    Bohut dhuniya bhal lagil huni❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Thank you 🙏🙏

  • @user-qg2lj8qz4e
    @user-qg2lj8qz4e2 күн бұрын

    Nice Dada 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kabitadutta9362
    @kabitadutta93624 ай бұрын

    অতি সুন্দৰ, সুন্দৰ কন্ঠ শুনি বৰ ভাল লাগিল 💖

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    ধন্যবাদ🙏❤️

  • @kongkonboruah8429
    @kongkonboruah84294 күн бұрын

    Krishna ,,🎉🎉🎉

  • @user-wl3lt2jc6p
    @user-wl3lt2jc6pАй бұрын

    Krisna krisna bhut dhunia

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    Ай бұрын

    Thank you ❤️❤️🙏

  • @user-yr1xm8yr3j
    @user-yr1xm8yr3j4 ай бұрын

    কি সুমধুৰ কণ্ঠ।

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    অশেষ ধন্যবাদ❤️

  • @bulbulrajbongshibulbulrajb2940
    @bulbulrajbongshibulbulrajb294028 күн бұрын

    ❤❤❤ কৃষ্ণ

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    27 күн бұрын

    কৃষ্ণ 🙏🙏

  • @user-kr2km1xo4p
    @user-kr2km1xo4p3 ай бұрын

    Krishsno

  • @sauravbora4015
    @sauravbora40153 ай бұрын

    কৃষ্ণ🙏🙏🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    3 ай бұрын

    🙏🙏

  • @BobitaGogoi-kt1mv
    @BobitaGogoi-kt1mv20 күн бұрын

    🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @pradipgogoi3182
    @pradipgogoi31823 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ শুনি বহুতো ভাল লাগিল।🙏🙏🙏🌹

  • @gitadevigitadevi7973
    @gitadevigitadevi797325 күн бұрын

    কৃষ্ণ 🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    25 күн бұрын

    কৃষ্ণ 🙏

  • @JagotDehingia
    @JagotDehingia3 ай бұрын

    Jai shree Krishna 🎉 but full is very good 🎉

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    3 ай бұрын

    অশেষ ধন্যবাদ❤️🙏

  • @ExcitedBluebonnetFlowers
    @ExcitedBluebonnetFlowersАй бұрын

    So Nice 🙏🙏🙏🙏🙏🙏. 👇👇👇👇👇👇👇👇👇👇👇

  • @MamoniGogoi-rh3jj
    @MamoniGogoi-rh3jj3 ай бұрын

    ভাল লাগিল হৰি নামটি কণ্ঠ মধুৰ ।

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    3 ай бұрын

    অশেষ ধন্যবাদ❤️🙏

  • @bijuborgohain2521
    @bijuborgohain25214 ай бұрын

    Bahut dhuniya lagise.aru gai juwa,I request to god for you.tq

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Thank you so much 🙏❣️

  • @ARUPBorahArupborah-jc7jo
    @ARUPBorahArupborah-jc7jo20 күн бұрын

    Horinam mur bohut priyo,anekua horinam hunile bor bhal Lage ,♥️🥀🥀🥀♥️🙏🙏🙏♥️

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    20 күн бұрын

    Thank you ❤️❤️🙏🙏

  • @_New_World_191
    @_New_World_1914 ай бұрын

    ধুনীয়া লাগিছে

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    🙏🙏

  • @riahazarika4590
    @riahazarika45902 ай бұрын

    🙏🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    2 ай бұрын

    ❣️❣️

  • @user-ff7qq6qb4f
    @user-ff7qq6qb4f4 ай бұрын

    Krishna

  • @Jiubeta12
    @Jiubeta124 ай бұрын

    সুন্দৰ,কৃষ্ণ🙏

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    Thank you ❤️🙏

  • @nanditapegu647
    @nanditapegu647Ай бұрын

    🙏🙏🙏🙏🙏

  • @junakigorhjunakigorh
    @junakigorhjunakigorh5 ай бұрын

    Krishno🙏❤❤ huni vl lagil 🥰

  • @BobitaGogoi-kt1mv
    @BobitaGogoi-kt1mv20 күн бұрын

    👃👃

  • @girindas2737
    @girindas273719 күн бұрын

    VereyNice

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    19 күн бұрын

    🙏🙏🙏🙏

  • @AjitGowala-nh6ic
    @AjitGowala-nh6ic4 ай бұрын

    👏👏👏👍👍

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    4 ай бұрын

    🙏🙏🙏

  • @punyalatakonwar6599
    @punyalatakonwar65993 ай бұрын

    Joy siri krishna

  • @dipamonidas3369
    @dipamonidas3369Ай бұрын

    Joishrikrishn

  • @rajibdas3998
    @rajibdas39985 ай бұрын

    Ontor sui juwa geet

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    5 ай бұрын

    ধন্যবাদ❤️🙏🙏

  • @localbistro9814
    @localbistro98147 күн бұрын

    Most❤like that is so beautiful❤song

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    7 күн бұрын

    Thank you so much 🙏🙏

  • @user-zu5kz9ed1k
    @user-zu5kz9ed1k3 ай бұрын

    Jay sri krishno❤❤❤❤❤

  • @ankurjyotiboruah3426

    @ankurjyotiboruah3426

    3 ай бұрын

    Krishna 🙏🙏

Келесі