Dhemaji harinam pranab dhingia

Pranab dhingia

Пікірлер: 687

  • @bedabratdutta3398
    @bedabratdutta33985 жыл бұрын

    কবলৈ ভাষা নাই। নাম, কণ্ঠ, বাদ্যযন্ত্ৰী, সকলোৰে ইমান সুন্দৰ আৰু নিখুঁত উপস্থাপন দেখি অভিভূত হৈছো।। আপোনালোক আগুৱাই যাওক। ভগৱানে শক্তি দিয়ক

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    4 жыл бұрын

    ধন্যবাদ

  • @shikhasaiki2715

    @shikhasaiki2715

    2 жыл бұрын

    @@Dhemajikendriyaharinam বৰ সুন্দৰ।দলটিক বাদ্যযন্ত্ৰৰে সোণত সুৱগা চৰাইছে।

  • @bedajyotisaikia7918
    @bedajyotisaikia79185 жыл бұрын

    বহু ,সুন্দৰ।প্ৰণৱ দাই বাদ্য শিল্পী ৰ যথেষ্ঠ উন্নতি সাধন কৰিছে পূৰ্বতকৈ, যি কায্য ই দলটোক আৰু অধিক মনোমোহা কৰি তোলিছে। ভগৱাৰ কৃপা লাভ কৰক দলটিয়ে আৰু ৰাইজেও সমাদৰ আৰু সহযোগিতা প্ৰদান কৰক।

  • @pratyashi191
    @pratyashi1913 жыл бұрын

    Birat xundor! Blessings to my ears. True devotion is powerful and effortless.

  • @ganeshkoch561
    @ganeshkoch5612 жыл бұрын

    Krishna oti xundar hori name 🙏🙏🙏 pronam jonalu apunaxobok 🙏🙏🙏

  • @lakhyakalita9908
    @lakhyakalita99085 жыл бұрын

    সুন্দৰ, লগতে নেগাৰা বজোৱাজনে অধিক মনোমোহা কৰিছে৷নেগাৰা বজোৱাজনক যাতে স্পষ্টভাৱে দেখিবলৈ পাও তাকে আশা ৰাখিছো আগলৈ৷

  • @niranjandas8055
    @niranjandas80555 жыл бұрын

    Joy guru shankar. Om hari om. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻 Gar num hiori uthe.....

  • @gogenboruah3699

    @gogenboruah3699

    3 жыл бұрын

    Krishna

  • @diptihazarika8062
    @diptihazarika80625 жыл бұрын

    Ohh my god... Koti Koti pranam..🙏🙏🙏 apunahobok.. oti hundor.. logote nrityo.. bohut val lagil.. anekua poribekhon agot ketiau pua nai... Huni mon jai kori dile apunahobe.. agoloiu Jen apunalukor anekua poribekhon pai thaku.. 🙏🙏🙏

  • @rajivpuru1038
    @rajivpuru10384 жыл бұрын

    হৃদয় চুই গৈছে। ভ।ষ। ন।ই কবলৈ। নাগাৰা বজুৱা বাপ জনা ধোলৰ ওজা যেন পাইছোঁ। মোৰ অনুমান ।

  • @biswagogoi5632

    @biswagogoi5632

    4 жыл бұрын

    Khub dhunia. Nmbr tu pm ne bapjonr

  • @uttamkhanikar2898

    @uttamkhanikar2898

    3 жыл бұрын

    @@biswagogoi5632 6003183112

  • @hiranyakumargogoi8889
    @hiranyakumargogoi88895 жыл бұрын

    মই ধেমাজীৰে হয়৷ বহু বাৰ চাইছো এওঁলোকৰ নাম৷ হেঁপাহ নপলায়, বৰ সুন্দৰ পৰিবেশন৷

  • @hemantaborah9485
    @hemantaborah94855 жыл бұрын

    সুন্দৰ নিদৰ্শন ভাল লাগিল।বৈকুণ্ঠৰ পুৰী

  • @chantuofficial..3778

    @chantuofficial..3778

    3 жыл бұрын

    Hi 👍👍👍👍

  • @joblongblogs9118
    @joblongblogs91185 жыл бұрын

    সুন্দৰ উপস্থাপন । নেগেৰাৰ শব্দ সচাকৈয়ে আপ্লুত হৈছো ।

  • @jituburagohai7535
    @jituburagohai75354 жыл бұрын

    Excellent performance by Mr. Pranab Da .accept my hartest regards to all. Keep it up

  • @assameseserialcreator3142
    @assameseserialcreator31425 жыл бұрын

    Next lvl t bajai ase dei..Manisu👏👏

  • @jaanmedhi5531
    @jaanmedhi55315 жыл бұрын

    🙏জয় গুৰু শংকৰ 🙏

  • @putulkonwar4101
    @putulkonwar41016 жыл бұрын

    অতি সুমধুৰ .........ভাষা হিন......নেৰিব দেই ...কামনা কৰো আৰু বহুত দুৰ আগুৱাই যাব ....আমাৰো এটি দল তেখেতৰ আশিবাদত চলি আচে.....মই কম বেচি পৰিমানে বাহী আৰু .টোকাৰী বজাও ...গাবলৈ পৰচেষ্টা চলাই আছো.....

  • @axomsonowal

    @axomsonowal

    5 жыл бұрын

    Hundor uposthapon.

  • @romanborah1350

    @romanborah1350

    5 жыл бұрын

    ভাল লাগিছে আৰু আগবাঢ়ি যাওক ঈশ্বৰে মঙ্গল কৰক

  • @satyabittuuu6720
    @satyabittuuu67205 жыл бұрын

    JAI GURU SANKAR.... BOHUT VAL LAGISE.... KHOL NAGARA .... XUNDOR BOJAISE.....

  • @pranabgogoi8356
    @pranabgogoi83563 жыл бұрын

    মোৰো নেগেৰা বজোৱা মন আছে আপোনাৰ লগত

  • @vibration7071

    @vibration7071

    2 жыл бұрын

    💝💝💝

  • @MridulSaikiaMridulsaikia
    @MridulSaikiaMridulsaikia4 жыл бұрын

    কবলৈ ভাষা নাই মোৰ, মই সদায় ৰাতি শোৱাৰ আগত এইভাগ প্ৰায়ে চাঁও।🙏

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    4 жыл бұрын

    ধন্যবাদ

  • @parishmitaborah7782
    @parishmitaborah7782 Жыл бұрын

    Brinda bonote o shyam kolia gan2 pam ni baru❤

  • @jitukonwar2569
    @jitukonwar25695 жыл бұрын

    wow. Pranab Da and your group aru aguyai jawok. Apuni Dhemaji gorav

  • @chinmoyjyotilaskar5096

    @chinmoyjyotilaskar5096

    5 жыл бұрын

    Apuni sini pai jodi contact tu dibo neki teulukok pabo porakoi

  • @palashchetia6844
    @palashchetia68445 жыл бұрын

    নেগেৰা শিকিব আছে শিকাই দিবনে বাৰু বৰ সুন্দৰ লাগে আপোনলোৰ নাম ।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    4 жыл бұрын

    Parib

  • @rituponoffcial9077
    @rituponoffcial90773 жыл бұрын

    সচাকে গাৰ নোম হিয়ৰি ওঠে ইমানে সুনদৰ হৰি নাম....👍🙏🙏🙏

  • @pranabbaruah4862
    @pranabbaruah48625 жыл бұрын

    বহুত সুন্দৰ পৰিবেশন । শুনিলে শুনি থাকিবৰ মন যাই । কৃষ্ণ ।

  • @jaanbora2901
    @jaanbora29015 жыл бұрын

    আপোনালোকৰ দিহা নাম শুনি বৰ ভাল লাগিল আপুনা সৱলৈ মুৰ অশেষ মৰম জাচিলু চিৰিনগৰৰ পৰা নমস্কাৰ

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ জান দা

  • @dipankarbaruah7626
    @dipankarbaruah76265 жыл бұрын

    অপূৰ্ব , বৰ ভাল লাগিল আপোনালোকৰ দিহা নাম শুনি।

  • @JERENGA
    @JERENGA4 жыл бұрын

    সচাই অপূৰ্ব , প্ৰশংসা কৰিবলৈ ভাষাৰ অভাৱ । নেগেৰা বাদক আৰু বাঁহী বাদক জনে দলটিৰ সুনাম আৰু এখোপ উচ্চ কৰিছে । ।

  • @hridoy534
    @hridoy5345 жыл бұрын

    কৃষ্ণ বাপ সকল....... অতি সুন্দৰ পৰিবেশন....দেহ মন সকলো শুদ্ধ হৈ গল.... আপোনালোকক গুৱাহাটী ত নিমন্ত্রণ .. জনালে আহিবনে???

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    Jam kia najam baru

  • @hridoy534

    @hridoy534

    4 жыл бұрын

    Phone nmbr tu diok

  • @rahultamang1180
    @rahultamang11804 жыл бұрын

    নামষাৰ শুনি শুনি থাকিলেও আমনি নালাগে ৷ সকলো ফালৰ পৰা বহুত ভাল লাগিছে ৷ নাম ,নেগেৰা ,খোল ,বাহী ,সকলো বহুত ধুনীয়া বজাছে আৰু গাইছে ৷ সকলো ফালৰপৰা ভাল হলে এষাৰ নাম বা আন অন্য কিবা বস্তু বা অন্য কিবাকিবি ভাল হয়

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    4 жыл бұрын

    ধন্যবাদ

  • @crzyrb8640
    @crzyrb86404 жыл бұрын

    Wow eman hundar vabe poribehn korise. Kbloi vakha ni. Aru nagara badok jone eman dhuniakoi bjaise wah. Aponalok aru aguai jaok tare kamna kriso

  • @hirenborah1183
    @hirenborah1183 Жыл бұрын

    কৃষ্ণ কৃষ্ণ প্রণৱ ককাইদেউ কন্ঠত এই নাম ভাগ শুনি বহুত ভাল লাগে 👍👍🙏🙏🙏🙏🙏🙏🙏🙏

  • @gupikantahazarika9666
    @gupikantahazarika96665 жыл бұрын

    হৰি নামৰ অমীয়া সুৰেৰে ৰস বোৱাই দিছে বহুত সুন্দৰ হৈছে ধেমাজিৰ আকাশ হৰি নামে মুখৰিত হৈ আজি সকলোৱে মন প্ৰাণ হৰিছে ভাল লাগিল আৰু শুনিবলৈ পাম বুলি আশা থাকিল ....

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ

  • @pranjaldas2480

    @pranjaldas2480

    5 жыл бұрын

    Bahut vl lagise ga hital hoi goise aru ag bahi jaok thanks to all members

  • @bitupanphukan9139
    @bitupanphukan91394 жыл бұрын

    Xsai bht xundor poribexon....pora hle abr sable mn goisl.... Dada aru blg keitamn upload krb... Apunar chanalte... Bahiu bht vl lgl

  • @dharmendrasonowal4003
    @dharmendrasonowal40034 жыл бұрын

    বৰ সুন্দৰ পৰিবেশন

  • @nayanmonidutta9768
    @nayanmonidutta97684 жыл бұрын

    বৰ ভাল লাগিল দিহানামষাৰ \ খোল, নেগেৰা বাঁহী বৰ সুন্দৰকৈ সংগত কৰিছে \ দেৱবাদ্য পিচফালে লৈ গোৱাতকৈ সন্মূখৰ ফালে বা দুশাৰীলৈ বহি গালে দেখিবলৈও সুন্দৰ হয় আৰু তেনেদৰেই গাব লাগে বুলি জানো \

  • @debakantaborahdebakantabor4395
    @debakantaborahdebakantabor43955 жыл бұрын

    Krishna guru hokol..oti hundr hoise...oti humadhur...

  • @himadribaruah1972
    @himadribaruah19724 жыл бұрын

    কৃষ্ণ অতি অতুলনীয়। ভগৱান আপোনালোকক কৃপা দৃষ্টি কৰক। বৰ ভাল লাগে । মই আজি লৈকে বহু বাৰ চালো।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    4 жыл бұрын

    ধন্যবাদ

  • @user-wq4tr6cv7y
    @user-wq4tr6cv7y3 жыл бұрын

    ভাল লাগিল আজি।

  • @imtirajgoswami7707

    @imtirajgoswami7707

    3 жыл бұрын

    Hoi

  • @rimpachutia1725
    @rimpachutia17253 жыл бұрын

    Bohut hundor hoise hunile huni thakibr mon jai

  • @ripunjoyboruah3251
    @ripunjoyboruah32516 жыл бұрын

    দিহানামৰ দল বহুত দেখিছোঁ, কিন্তুএনেকুৱা বিৰল, শেষ নোহোৱাকৈ এৰিবই নোৱাৰি, মইও উপস্থিত থকা হেঁতেন সেই সময়ত , উপভোগ কৰি ভাল লাগিল, জয় গুৰু শংকৰ

  • @purnanadatamuli988

    @purnanadatamuli988

    4 жыл бұрын

    Apurba

  • @ujjalchiring8521
    @ujjalchiring85215 жыл бұрын

    akdom moja dai nagara aru khul baguwa jonak manibo lagiba kintu .hundor protiva asa aru aguwai juwa 🙏🙏🙏

  • @biplabbora5507
    @biplabbora55076 жыл бұрын

    krisno bap bandhob..... bohut dhuniya lagile dai

  • @cdsmotivation3691
    @cdsmotivation36914 жыл бұрын

    Pranab da bohut val lage apunalukor nam bur huni....... Kobole kunu bhaxa nai.... Jiman hunileu Mon novore.... Aru dada bohut agoreporai apunalukor hokolu bur video moi saiasu..... Bohut Val lage apunalukor nam.....🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bimalborah3420
    @bimalborah34202 жыл бұрын

    🙏🙏❤️❤️জয় শ্ৰীকৃষ্ণ ❤️❤️🙏 🙏🙏কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏❤️❤️❤️🙏🙏❤️❤️❤️🙏🙏❤️❤️🙏🙏🙏❤️❤️কৃষ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️❤️🙏🙏

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ🙏🙏🙏

  • @digantabaruah6195
    @digantabaruah61955 жыл бұрын

    Really sweet musically dihanam song and good looking

  • @jatinhazarika9888
    @jatinhazarika98885 жыл бұрын

    Pranab da kiba ata likhim vabisilo kin2 likhibole dekhun aku vakhai bisari puwa nai.... bht bht bht hundor hoise....

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ

  • @vibration7071
    @vibration70713 жыл бұрын

    ঔঁ নম: ভাগৱতে বাসুদেৱায়

  • @jibonnayak7068
    @jibonnayak70685 жыл бұрын

    কবলৈ ভাষাই বিচাৰি পোৱা নাই ইমান ভাল লাগিছে।পাৰিলে আৰু নাম,দিবচোন ।নামৰ মাজত উৰুলি দিওঁতাজন নিশ্চয় নেগেৰা বাদন জনাই দিছে ইমান মজা উৰুলি শুনিলে গাৰ নোম শিয়ঁৰি উঠে আৰু খোল বজোৱা জন,নাচনী গৰাকী ভালকৈ দেখুৱাব বুলি আশা থাকিল আৰু শেষত সকলো নামপাটি ৰাইজক লগতে ইউটুৱাৰক ধন্যবাদ জনালোঁ

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ

  • @akshaynath9619
    @akshaynath96195 жыл бұрын

    খুব সুন্দৰ হৈছে...... কৃষ্ণ

  • @pankajtamuli8970
    @pankajtamuli89703 жыл бұрын

    Bohut dhunia hoise kin2 bap khakol ata kotha kow , vidio2 Jun jone recoding Kore tew alop vidio bur val korile aru val lagibo karon upload Kore jetia ata val jegat bohi loi dhunia koi sijil koi korile aru val lagibo . Kuar karone dukh marjon koribo . 🙏🙏🙏🙏🙏🙏🙏

  • @sunmunsoundandvideo7857
    @sunmunsoundandvideo78575 жыл бұрын

    অতি সুন্দৰ, আপোনাসৱে এই প্ৰচেষ্টা অব্যাহত ৰাখক ।গুৰুজনাৰ আৰ্হি আপোনাসবেই বিলাই দিলে। কৃষ্ণ শঙ্কৰ

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ

  • @bitupanphukan9139
    @bitupanphukan91394 жыл бұрын

    Khul ngra bahi aru namoti xsai vl milise bht bht bht xundor....

  • @basantagogoi9099
    @basantagogoi90995 жыл бұрын

    অতি সুন্দৰ আৰু আগুৱাই যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো

  • @hitenath1960
    @hitenath19604 жыл бұрын

    Bohut bhal lagil joi shri krishna

  • @chakrachutia5668
    @chakrachutia56684 жыл бұрын

    আপোনাৰ প্ৰতিটো অনুস্থান চাই সচাকৈয়ে মোৰ বহুত বেছি ভাল লাগে আৰু আশা কৰিম।

  • @sikhatalukdar8735
    @sikhatalukdar87354 жыл бұрын

    Imn sundar... Mon pran saat pori jai... Dukh jontronar pora samoyik prosanti palo....

  • @ranjankrchangmai6467
    @ranjankrchangmai64675 жыл бұрын

    এই স্বকীয় গায়নশৈলীক মই কৰযোৰে প্ৰণাম জনাইছো ।

  • @tapobratgogoi875
    @tapobratgogoi8753 жыл бұрын

    Bohut dhunia hoise. Amar mamar hokamot nagara bojua jone 500 rupees prize paisil.Ghilamara Singia mur mamar ghor.

  • @mainaborah476
    @mainaborah4765 жыл бұрын

    Bohut dhuniya.. Lagil...

  • @brinchigogoi7860
    @brinchigogoi78603 жыл бұрын

    Vl lagise

  • @boomyt3037
    @boomyt30373 жыл бұрын

    Dhuniya jayanta daa🥰

  • @mriduldas5426
    @mriduldas54264 жыл бұрын

    "" কৃষ্ণ "". মন পবিত্ৰ হৈ গল ।

  • @bidyutdas2675
    @bidyutdas26755 жыл бұрын

    Krishna ....Xundor bahut vl lagil...From, tezpur

  • @hemantasonowalmoina7580
    @hemantasonowalmoina75805 жыл бұрын

    অতি সুমধুৰ সৰিনাম.....

  • @denimop8960
    @denimop89603 жыл бұрын

    So nice harinam I like it

  • @junumech653
    @junumech6532 жыл бұрын

    কৃষ্ণ 🙏🙏বাপ প্ৰভূ অতি সুন্দৰ ভাল লাগিছে ধন্যবাদ প্ৰভূ কৃষ্ণ 🙏🙏

  • @user-sb6pq5fl3i
    @user-sb6pq5fl3i5 жыл бұрын

    Super brother's mind blowing... anyway Krishna Sankar Guro

  • @achyuttamuli6879
    @achyuttamuli68795 жыл бұрын

    পৰিবেশন কৰা শিল্পীসকলক শলাগ লৈছোঁ। নেগেৰা বজোৱা জনক মানিছো কিন্তু। দলটিৰ যোগাযোগৰ বাবে নম্বৰ আছে নি বাৰু ?

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    8638573240, 9975756441 jayanta chutia

  • @satyajit7758
    @satyajit77584 жыл бұрын

    ভাল লাগিছে 👌 আৰু হৃদয় চুই যোৱা নেগেৰা বাদন 👏👍👌👌💕

  • @jivan.sathimatrimony9597
    @jivan.sathimatrimony95974 жыл бұрын

    বহুত ভাল লাগিলে .ভগৱাণে কিপা কৰক সমাজৰ মাজত জিলিকি থাকিৱলে

  • @papusaikia9252
    @papusaikia92524 жыл бұрын

    Asol moja2 headphone t he pabo

  • @pintuborah3756
    @pintuborah37564 жыл бұрын

    মইয়ো নাগাৰা বজাও কিন্তু আপোনৰ দৰে নোৱাৰো দেই..👏👏

  • @bidyutdas2675
    @bidyutdas26755 жыл бұрын

    Xundor.....Anekua hari Nam agoloi aru Pam buli aakha rakhilu.... Dal ti loi xubhessa thakil....

  • @imtirajgoswami7707
    @imtirajgoswami77073 жыл бұрын

    Manash da negera ekdom next level t bojai ase. Excilent

  • @rebochutia2585
    @rebochutia25853 жыл бұрын

    বহুত বহুত ভাল লাগিল আপোনাৰ উপহাৰ

  • @bubulgogoi5173
    @bubulgogoi51736 жыл бұрын

    অতি সুন্দৰ এইটো নামত পগলা হৈ আছো কবলৈ বাকী নাই কৃষ্ণ ৰাম নাৰায়ণ ।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    6 жыл бұрын

    ধন্যবাদ দাদা

  • @debakantaborahdebakantabor4395
    @debakantaborahdebakantabor43955 жыл бұрын

    Khul aru negera r gangani tu ati xndar...krishna Krishna vokat Bandha hokal....() () ()

  • @samarjyotideka668
    @samarjyotideka6684 жыл бұрын

    Raaammmmm bhuttt dhunia

  • @suniltaw1799
    @suniltaw17995 жыл бұрын

    ৰাতিপুৱাই ভক্তিৰে মন ভৰি গল।

  • @BABUBABU-fc7iu
    @BABUBABU-fc7iu6 жыл бұрын

    Very interested......keep it up. Really proud all of u

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    6 жыл бұрын

    Thanks

  • @himanshubaruah4405
    @himanshubaruah44055 жыл бұрын

    Hunile huni thakibo mon jai...bohut bhal lagise...specially negera bojuwa dadajonor bojuwa style hosai kobologiya.negera ki xobdo....aaru aaguwai jaok aapunaluk.

  • @lukuchutia7263
    @lukuchutia72635 жыл бұрын

    বৰ ভাল লাগিছে ভাষাৰে বুজাব নুৱাৰি পাৰিলে নল দৱয়ন্তী বনলৈ গল নিশাৰ ৰাজ্যত আজি পুস্ক ৰজা হল এই গানটো গাব বহুত দিন শুনা নাই শুনিবলৈ মন গৈছে৷

  • @manuranjandutta4804

    @manuranjandutta4804

    Жыл бұрын

    নিষাদ ৰাজ্যত

  • @m.k.saikiacreation7725
    @m.k.saikiacreation77254 жыл бұрын

    Eman dhunia lagise. Negera dhunia bojaise kintu

  • @hirokgogoi6369
    @hirokgogoi63694 жыл бұрын

    গাৰ নোম শিয়ৰি আহে ।কৃষ্ণ বাপ সকল🙏🙏🙏🙏

  • @ndradutta538
    @ndradutta5384 жыл бұрын

    Hundor hoise.. Moi u dhemaji r hoi.. Iman hundor negera, khul badok aru kontho amar onsolot ase buli nijoke gorbito anubhav korisu

  • @madhurjyasaikia127
    @madhurjyasaikia1275 жыл бұрын

    Bapre ki dekhilu... Krishna Krishna.... Neribo deii..

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    5 жыл бұрын

    ধন্যবাদ

  • @tulongogoi3511
    @tulongogoi35112 жыл бұрын

    Happy new year 2022 tulan gogoi

  • @krishnachutia6347
    @krishnachutia63474 жыл бұрын

    Dhuniya lagisa Dy Krishna Krishna

  • @pankajborahhh1686
    @pankajborahhh16865 жыл бұрын

    Waw bhut xundor provuxokol specially nagara n khul badok kijok aru bahi waw aru namoti jonok

  • @rupamkalita2274
    @rupamkalita22744 жыл бұрын

    পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ। বাঁহী আৰু নাগাৰা ইমান ধুনীয়া বজাইছে ,, বাঁহী বাপ ৰে ইমান ধুনীয়া লাগিল। দক্ষিণ কামৰূপৰ Chhaygaon ৰ পৰা শ্ৰদ্ধা জনালোঁ।

  • @Dhemajikendriyaharinam

    @Dhemajikendriyaharinam

    2 жыл бұрын

    ধন্যবাদ

  • @ujjalchutia-ic8cd
    @ujjalchutia-ic8cd4 жыл бұрын

    সেই দিনা কমাৰ গাঁও লগ পাই চিলো

  • @kaliyachutiad.jbijuchutia2472
    @kaliyachutiad.jbijuchutia24724 жыл бұрын

    bohut bohut val lagise...

  • @nameeborgohain6028
    @nameeborgohain60285 жыл бұрын

    Bahiyaa ... Bahiyaa...Val lagill...Thanks ....

  • @joyashribora4352
    @joyashribora43523 жыл бұрын

    মজা 💐💐💐💐

  • @priyamboruah3990
    @priyamboruah39903 жыл бұрын

    hosai khub hundor ❤

  • @sushildas6960
    @sushildas69604 жыл бұрын

    Negera seu keita bor vl lgl😍

  • @subhanburagohain2962

    @subhanburagohain2962

    3 жыл бұрын

    By vina sex andv8xio

  • @lakhyajeetphukan3273
    @lakhyajeetphukan32734 жыл бұрын

    বহোত বহোত ভাল লাগিল

  • @hsproduction81
    @hsproduction814 жыл бұрын

    অতি সুন্দৰ হৈছে

  • @sewabratboruah2106
    @sewabratboruah21064 жыл бұрын

    সুন্দৰ হৈছে আগলৈ আৰু আশা কৰিলোঁ। মাত্ৰ এটা অনুৰোধ জনালোঁ খোল বাদ্য বাওঁ হাতে বজাব নালাগে। ধন্যবাদ জনালোঁ।

  • @sivanarahofficial4568
    @sivanarahofficial45684 жыл бұрын

    Hosakoi bor hundor performance all team carry on....

  • @Dhemajikendriyaharinam
    @Dhemajikendriyaharinam5 жыл бұрын

    ধন্যবাদ

Келесі