মধুময় হৰিনাম দিলা গুৰু শংকৰ হে

ৰথৰ চকাত ধৰি কান্দে
• ৰথৰ চকাত ধৰি কান্দে //...
বৈকুন্ঠৰ হৰিনাম // নতুন দিহানাম
• Dihanam // বৈকুণ্ঠৰ হৰ...
আকাশে বতাহে শুনিছো হৰিনামৰ অমিয়া ধ্বনি
• Akakhe Botahe | আকাশে ...
Nilakantha
• Assamese Devotional So...
O Hari Pranor katore
• Dihanam for Competitio...
Borduwa Alipukhurite
• New Dihanam || Borduwa...
Gunamala Path
• Gunamala Path by Amiya...
Narasingha Rup
• Dihanam // Narasingha ...
অ হৰি অ কংসৰ কাৰাগাৰে
• Dihanam // জন্মাষ্টমী ...
Abhimanyu
• Dihanam || Abhimanyu |...

Пікірлер: 3 500

  • @munmicharingia4701
    @munmicharingia47018 ай бұрын

    সছাকৈ অতি সুন্দৰ হৰি নাম ❤❤❤❤❤

  • @simpydutta4452
    @simpydutta4452 Жыл бұрын

    উঃ ,,,,, হৃয়স্পৰ্শী ইমান মধুৰ আপোনাৰ কণ্ঠ,,,উঃ,,,,আপোনাৰ নাম আৰু মাত ৰ সম্পূৰ্ণ মিল

  • @ranjanborah8190
    @ranjanborah819010 ай бұрын

    কৃষ্ণ আই গৰাকী, আপোনাৰ কন্ঠ অতি সুন্দৰ আৰু আপোনাৰ জীয়ৰীৰ কন্ঠ অতি সুন্দৰ,, ভগবানে কৃপা কৰক আপোনালোকৰ পৰিয়ালৰ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14117 ай бұрын

    সম্ভাষণ জানিব পুৱা এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, আপোনাসবে গাই যাওক চোন, আপোনাসবৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে,

  • @jugenhandique7781
    @jugenhandique7781 Жыл бұрын

    আইদেউ আপোনাৰ হৰি নাম শুনিলে আমনি নালাগে শুনিলে শুনি থাকিব মন যায় আপোনালৈ শুভেচ্ছা থাকিল ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14116 ай бұрын

    তন,মন, বিবেক,এই সকলোবোৰ কথা তথা শঙ্কৰদেৱৰ হৈ গোৱা ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰিছোঁ আপোনালোকে গীত টো সচাকৈ সুন্দৰ হৈছে সেয়েআপোনালোকে গাই যাওক চোন ,ইমানেই,,,,

  • @DiptiBora-bl2we

    @DiptiBora-bl2we

    8 күн бұрын

    ❤❤❤❤

  • @user-qw6sw5tu1m
    @user-qw6sw5tu1m4 ай бұрын

    বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ কণ্ঠ সচায়ে মধুময় ,nice kontha

  • @user-nl1rr3wc5m
    @user-nl1rr3wc5m10 ай бұрын

    বৰ ধুনিয়া গাইচে...😍🙏

  • @reetabhuyan752
    @reetabhuyan752 Жыл бұрын

    ইমান সুন্দৰ কণ্ঠৰ হৰিনাম ,,,💗 আপোনালোকলৈ শুভেচ্ছা থাকিলঁ।

  • @The__pranab__vlogs
    @The__pranab__vlogs Жыл бұрын

    বাইদেউ আপোনার নামখন শুনি বহুত ধুনিয়া লাগিল❤️❤️❤️❤️

  • @sishuramchutia1880
    @sishuramchutia188010 ай бұрын

    শুনিলে শুনি থাকিব মন যা‌ই, কৃষ্ণ কৃপা হওঁক।

  • @Bigbossdadd
    @Bigbossdadd Жыл бұрын

    তন,মন,বিবেক শান্তি কৰি দিয়া আপোনাৰ কণ্ঠ আৰু শ্ৰীমন্ত শংকৰদেৱৰ হাৰিনামৰ ৰসাল খোৱাদ।ভাল লাগি গল❤️🙏কৃষ্ণ আগুৱাই যাওক।

  • @nirmalidas8822

    @nirmalidas8822

    10 ай бұрын

    ,,11🌺331

  • @pranjalgogoientertainment4938
    @pranjalgogoientertainment4938 Жыл бұрын

    আজি লাহোৱালত আপোন প্ৰগ্ৰেম চাই ভাল লাগিলে।ধন্য হলো এই মহান কাৰ্যসূচী উপস্থিত থাকি।

  • @tarunnath6195
    @tarunnath6195 Жыл бұрын

    সুন্দৰ হৰি নাম । 🙏🙏🙏 কৃষ্ণ

  • @prahladbordoloi1669
    @prahladbordoloi1669 Жыл бұрын

    কিমান মধুৰ গাইছে ধন্যবাদ কিমান মধুৰ গাইছে ধন্যবাদ দিচু 🙏🙏🙏🙏🙏💯💯💯 আৰু গাব বিখেখ নাই krishna pranam কৰিলু

  • @assamiseabinashff2383

    @assamiseabinashff2383

    Жыл бұрын

    😆😆😆

  • @UmaktDasDas-gp6kx
    @UmaktDasDas-gp6kx Жыл бұрын

    নেওগ আই গৰাকীৰ এই ভাগী হৰি নাম ইমান সুন্দৰ সদায় বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় । 🙏🙏

  • @handiquekaushik

    @handiquekaushik

    Жыл бұрын

    L 8:48

  • @bollywood1234
    @bollywood123411 ай бұрын

    বৰ ধুনীয়া গাইছে খুড়ী.. 👌👌👌👌

  • @jintusaikia4256
    @jintusaikia4256 Жыл бұрын

    কৃষ্ণ, কিমান বাৰ শুনিছোঁ। শুনি আমনি নালাগে ❤❤❤❤

  • @bipulchetia2844
    @bipulchetia28445 ай бұрын

    ইমান সুন্দৰ গীত গাইছে আপোনাৰ গীত সুনি বহুত ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤

  • @BipulKalita-nn4eq
    @BipulKalita-nn4eq9 ай бұрын

    ইমান ধুনীয়া হৈছে অতি সুন্দৰ ❤❤❤❤❤❤

  • @preetyaxom7833
    @preetyaxom78332 жыл бұрын

    ইমান সুন্দৰ হৈছে বাৰে বাৰে শুনাৰ পাছতো শুনি থাকিব মন যাই

  • @rubigogoi2299
    @rubigogoi2299 Жыл бұрын

    অমিয়া বাইদেউ আপুনাৰ নাম বিলাক শুনি বৰ ভাল লাগে কণ্ঠ বৰ ধুনীয়া 🙏🙏🙏

  • @umanandahazarika8872
    @umanandahazarika88722 ай бұрын

    অপূৰ্ব, অদ্বিতীয়, সঁচাই এই সুৰ আৰু কণ্ঠৰ কাৰো সৈতে তুলনা নহয়,আই গৰাকীলৈ শ্ৰদ্ধা নিবেদিছো ।

  • @pinkukalita4649
    @pinkukalita4649 Жыл бұрын

    ইমান সুন্দৰ কথাখিনি তাতেই আকৌ আপোনাৰ বলিষ্ঠ কণ্ঠ। যিমানেই শুনো হেপাহেই নপলাই। থেৰাপী কৰিব গলে ৰোগীৰ ওচৰত আপোনাৰ দিহানাম লগাই দিওঁ। ৰোগীৰ লগতে গৃহস্থও ভাল পাই। এনেদৰে হৰিৰ নামেৰে মন্ত্ৰমুগ্ধ কৰি যাওক বাইদেউ #PjPinkuCreation

  • @rijumgiboh2880
    @rijumgiboh28803 жыл бұрын

    Wao Wao Waoo.... I don't have words to describe this Horinaam. Really Great Guru Hongkor Dev🙏

  • @nanditapatgiri9674
    @nanditapatgiri96748 ай бұрын

    ইমান সুন্দৰ কণ্ঠ তোমাৰ বাইডেও ভাল লাগিছে গিততি ❤

  • @bulengogoi4723
    @bulengogoi4723 Жыл бұрын

    সুন্দৰ লাগিছে বাইদেউ ৷ ধন্যবাদ আপোনাক আৰু সহযোগী সকলক 🙏🙏🙏

  • @dipankarhujuri4365
    @dipankarhujuri43652 жыл бұрын

    হৰি নাম ৰসে। বৈকুন্ঠ প্ৰকাশে।

  • @nkabita3512
    @nkabita351211 ай бұрын

    ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিব মন যায় 🙏

  • @pancard-qj7fg

    @pancard-qj7fg

    9 ай бұрын

    Oll

  • @amiyakumar9964
    @amiyakumar9964 Жыл бұрын

    বাইদেও আপোনাৰ এই শুৱলা কণ্ঠক কুলিৰ সৈতে ৰিজালো ধন্যবাদ ।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm22 күн бұрын

    বাইদেউ আপোনাৰ গীত অতুলনীয় ,আনহাতে আপোনাৰ সহ শিল্পী সকলৰো সুৰ, কণ্ঠ অপৰিসীম ,লগতে সন্মানীয় বাদ্যযন্ত্ৰী সকলৰ এক সুন্দৰ প্ৰতিভা ,সকলোবোৰ মিলি এক অবৰ্ননীয় উপস্থাপন । ধন্যবাদ আপোনালোক সকলোলৈ ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14117 ай бұрын

    সচাকৈ শুনিলে শুনি থাকিবলৈ মন যায়, সকলোলৈশুভেচছা থাকিল,,

  • @NipulDas-jz1ff

    @NipulDas-jz1ff

    7 күн бұрын

    . 6:02

  • @user-zj9vc4xy1p
    @user-zj9vc4xy1p9 ай бұрын

    বজালী পাঠশালা নিত্যানন্দৰ পৰা মৰম আৰু শুভেচ্ছা থাকিল... বহুত ভাল লাগিছে শুনিলে শুনি থাকিব মন যাই.. কৃষ্ণ কৃষ্ণ 🙏🙏

  • @joymotirajbongshi5621

    @joymotirajbongshi5621

    8 ай бұрын

    Happy birthday nanu

  • @RahulDas-vb4hh
    @RahulDas-vb4hh8 ай бұрын

    Your team is always happy .god bless you❤

  • @Bobitadutta-et3cs
    @Bobitadutta-et3cs4 ай бұрын

    অতি সুন্দৰ গাইছে বাইদেউ ❤❤

  • @user-sn7ug4ri9o
    @user-sn7ug4ri9o2 жыл бұрын

    Bohut vll lagisa ❤️❤️❤️❤️ .... Moi hodai ratepuwa hunu bohut vall lga 🙏🙏🙏🙏

  • @mitalihazarika8235
    @mitalihazarika82352 жыл бұрын

    ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়

  • @pratuldas282
    @pratuldas2824 ай бұрын

    অতি সুন্দৰ ভক্তিমূলক দিহানাম শুনি থাকিলেও হেপাহ নপলাই।

  • @mruddiptapaban4769
    @mruddiptapaban47692 жыл бұрын

    বৰ ভাল লাগিল,পুৱাই শুনিলোঁ

  • @krishnagogoi5612
    @krishnagogoi5612 Жыл бұрын

    কৃষ্ণ কৃষ্ণ সঁচাকে শুনি আমনি নালাগে সুন্দৰ ❤❤❤❤❤❤❤

  • @utpalbiswas8970

    @utpalbiswas8970

    Ай бұрын

    🎉😢

  • @user-zc7vg9il5q
    @user-zc7vg9il5q3 жыл бұрын

    প্রণাম আই মাতৃ। বহুত সুন্দৰ কৈ গাইছে। উজ্বল ভ্যবিচ্যত কামনা কৰিলোঁ

  • @punyarabha151
    @punyarabha151 Жыл бұрын

    🙏 Krishna krishna krishna 🙏🙏🙏 Hore Hore 🙏❤️.Bohut kandilu 🔥🔥 God bless you

  • @user-ki2gx9ks8f
    @user-ki2gx9ks8f3 ай бұрын

    কবলৈ আৰু ভাসা নাই...... ইমানেই ধুনীয়া কন্ঠ...

  • @shilpiborah_official4547
    @shilpiborah_official45472 жыл бұрын

    আপোনাৰ কন্ঠত সৰস্বতীৰ আশীৰ্বাদ আছে খুৰি 🙏 বহুত সুন্দৰ হৈছে ❤️

  • @TrishnaDeka-ri3rl

    @TrishnaDeka-ri3rl

    11 ай бұрын

    Do

  • @bikromborah205

    @bikromborah205

    10 ай бұрын

    ​@@TrishnaDeka-ri3rlqq❤

  • @somirbora9132

    @somirbora9132

    10 ай бұрын

    ​@@TrishnaDeka-ri3rl🎉🎉🎉🎉🎉🎉🎉😂😂😂❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 5:36 🎉 5:37 😂😂

  • @somirbora9132

    @somirbora9132

    10 ай бұрын

    ​@@TrishnaDeka-ri3rl🎉🎉🎉🎉🎉🎉🎉😂😂😂❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 5:36 🎉 5:37 😂😂🎉

  • @user-xy7lu6ec7t

    @user-xy7lu6ec7t

    10 ай бұрын

    ​@@TrishnaDeka-ri3rl❤❤❤❤❤❤❤❤❤p

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 Жыл бұрын

    🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏

  • @user-wc2wr8pd5w
    @user-wc2wr8pd5w6 ай бұрын

    অতি সুন্দৰ গীত ❤💕💓💞🙏🙏

  • @asomorsukekone7079
    @asomorsukekone70793 ай бұрын

    অতি সুন্দৰ ,তোমাৰ লগত কৰিস্মাৰ তুলনা ও নাখাতে , অপূৰ্ব

  • @josephbabu2249
    @josephbabu2249 Жыл бұрын

    My mother tongue was Tamil but I like assami lord Krishna song Radhey Radhey

  • @pakhiponsiphukan1122
    @pakhiponsiphukan1122 Жыл бұрын

    মোৰ প্ৰিয় ❤🙏💫

  • @pancard-qj7fg

    @pancard-qj7fg

    9 ай бұрын

    Olll

  • @pancard-qj7fg

    @pancard-qj7fg

    9 ай бұрын

    😍😍😍😍😍😍😍😍😍😍

  • @jeutideka9317
    @jeutideka93174 ай бұрын

    আই গৰাকীক সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @user-us5dl9np3x
    @user-us5dl9np3x4 ай бұрын

    Bohut bhal lagil xuni, aru xunabo buli asha thakil Krishna Krishna.

  • @suntobora9806
    @suntobora98064 жыл бұрын

    অপূৰ্ব সুন্দৰ হৈছে,,কৃষ্টিৰ পথাৰত সৃষ্টিৰ বিজ হিচি বিশ্বৰ বুকুত জিলিকি থাকক আমাৰ সংস্কৃতি,,,বহুত বহুত ধন্যবাদ সকলোলৈকে।

  • @rumidevi9357

    @rumidevi9357

    3 жыл бұрын

    Good Assamese vatimulak song

  • @anuronduara2057

    @anuronduara2057

    3 жыл бұрын

    Hi 🙏👌

  • @amritborah2509

    @amritborah2509

    3 жыл бұрын

    @@rumidevi9357 aaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa@aaaaaaaaa@@aaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa@aaaaaaaaaaaaaaaaaaaaaaaaa@@a@a@@aa@a@a@@a@a@aaaaaaa@@aa@aaaaa@aa@aaaaaaaaaaaaaaaaaaaaaaaaaaa@a@@a

  • @lalitkhanikar3330

    @lalitkhanikar3330

    Жыл бұрын

    @@anuronduara2057 ⅞⅞⅞⅞⅞77⅞⅞⅞⅞⅞⅞⅞⅞⅞⅞7⅞⅞77

  • @ProdipHandique-mg7qt

    @ProdipHandique-mg7qt

    Жыл бұрын

    ​@@anuronduara2057❤❤

  • @susmitabordoloi6245
    @susmitabordoloi62455 жыл бұрын

    বাইদেউ আপোনাৰ কণ্ঠ ইমানেই সুন্দৰ ভাষাহীন হৈ পৰিছোঁ ।ইমান মন প্ৰাণ দি গাইছে ।ভগৱানে আৰু শক্তি দিয়ক আপোনাক। আগলৈও এনেকৈ শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।ইমান সুমধুৰ কণ্ঠ ।বিলীন হৈ পৰিছোঁ হৰি নাম জনাৰ মাজত ।

  • @tulsinarah4337

    @tulsinarah4337

    4 жыл бұрын

    Susmita Bordoloi gutr gbu

  • @pabanchandraray717

    @pabanchandraray717

    3 жыл бұрын

    Namgovulsha

  • @ranibora7951
    @ranibora79513 ай бұрын

    Bohut Val lagil huni bohut bar hunlo

  • @arupgogoi9873
    @arupgogoi9873 Жыл бұрын

    বাইদ আপোনাৰ হৰিনাম শুনি বহুত ভাল লাগে টিমটো সুন্দৰকৈ পৰিচালনা কৰিছে আৰু আগলৈ আগবাঢ়ি যাওক কৃষ্ণ কৃষ্ণ।

  • @sunmoniphukon6329
    @sunmoniphukon6329 Жыл бұрын

    Bohut Val hoisa 🙏🙏🙏😘😘😘😘

  • @bidishaborah9265
    @bidishaborah9265 Жыл бұрын

    বহুত বহুত ভাল লাগিল বাইদেউ।

  • @user-kw1qs4ik2r
    @user-kw1qs4ik2r5 ай бұрын

    বৰ ভাল লাগিল দেই, শুনিলে মন সাত পৰি যায় । কৃষ্ণ 🙏🙏

  • @rajatchkalita7919
    @rajatchkalita7919 Жыл бұрын

    সুমধুৰ কণ্ঠ ৷ ভগৱন্তই কৃপা কৰক ৷

  • @KhRay-ob6ul
    @KhRay-ob6ul9 ай бұрын

    ধুনীয়া কণ্ঠ;শ্ৰী কৃষ্ণ

  • @PujaBora-ge2ki
    @PujaBora-ge2ki4 ай бұрын

    সছাকৈ ইমান ধুনীয়া গাইছে 🙏🙏❤❤🙏🙏❤❤

  • @jogatchutia2164
    @jogatchutia21644 ай бұрын

    Aapunak mai bahut sanman karu, it's a vocational voice, really, I respect you 🎉🎉🎉.

  • @dambaruhandique9851
    @dambaruhandique98513 жыл бұрын

    বিভিন্ন ধৰণৰ হৰিনাম শুনিম বাইদেউ পুৰণি পৰৱৰ্তী কালত তেওঁ

  • @assam07123

    @assam07123

    2 жыл бұрын

    L

  • @mamonikakati8679

    @mamonikakati8679

    Жыл бұрын

    কৃষ্ণ-কৃষ্ণ

  • @parismitabaishya883
    @parismitabaishya8832 жыл бұрын

    Apunar voice tu bohut val lage ... heart touching voice ❤️❤️❤️...loves from baksa

  • @mirabhuyan8843
    @mirabhuyan88438 ай бұрын

    হয় দে শুনিলে শুনি থাকিব মন যায়। কুশলে থাকক ❤

  • @Sarala24
    @Sarala24Ай бұрын

    ইমান সুন্দৰ দিহা নাম শুনি থাকিলেও হেপাহ নপলায় 👍👍👍👍👍

  • @ujjalpradip2322
    @ujjalpradip23225 жыл бұрын

    সচাঁকৈয়ে অতি মধুৰ কণ্ঠ আৰু কথা ,সুৰে দেহ মন চুই গৈছে সংগীবৃন্দ সকলোলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো

  • @mridulabarmangolaghat3209
    @mridulabarmangolaghat32092 жыл бұрын

    অমিয়া বাইদেউ সকলো ভক্তি মুলক গীত শুনিলে শুনি থাকিব মন যায় সচাই কি সুন্দৰ অমিয়া সুৰ ❤️😘🙏 ভালে থাকক কুশলে থাকক বা আৰু বেটি❤️❤️🙏

  • @rupkantapathori665

    @rupkantapathori665

    Жыл бұрын

    অতি সুমধুৰ শুনি আমনি নেলাগে শুনি থাকিবলৈ মন যায়

  • @rahulsonowal379

    @rahulsonowal379

    Жыл бұрын

    2And

  • @pranjaldinhingia4431

    @pranjaldinhingia4431

    Жыл бұрын

    অমিয়া সচাই অমিয়া কৃষ্ণ

  • @ranjan1464
    @ranjan14642 ай бұрын

    Bht vl lagil mon pan sui gol 😊❤️🙏

  • @ultimatevideo1759
    @ultimatevideo1759 Жыл бұрын

    উফ কি সুন্দৰ কণ্ঠ খুনিলে খুনি থাকিবৰ এ ইচ্ছা যাই.. ভগৱানে ভাল এ ৰাখক আপোনাক..

  • @bubulbohra5112
    @bubulbohra5112 Жыл бұрын

    ❤❤❤ অনন্ত নমস্কাৰ ❤❤❤ সুপ্ৰভাত ❤❤❤(নন্দি)ওম নম: শিৱায় ❤❤❤জয় গুৰু শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ❤❤❤জয় গুৰু শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ❤❤❤জয় ভগৱান শ্ৰীৰাম ❤❤❤জয় ভগৱান শ্ৰীকৃষ্ণ ❤❤❤জয় ভগৱান শিৱশঙকৰ ❤❤❤ কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয় ❤❤❤ শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম ❤❤❤জয় মাতৃ সীতা ❤❤❤জয় মাতৃ মহালক্ষ্মী ❤❤❤জয় মাতৃ আই মাতৃ ❤❤❤ অনন্ত নমস্কাৰ ❤❤❤❤

  • @dwijenbordoloi4226
    @dwijenbordoloi42262 жыл бұрын

    Bhut dhunia apunr voice tu💖🙏

  • @user-eq5pf7jk9z
    @user-eq5pf7jk9z4 ай бұрын

    ইমান সুন্দৰ হৈছে বাইদেউ আৰু আগুৱাই যাওক ❤

  • @xonskriti134
    @xonskriti134 Жыл бұрын

    ইমান সুন্দৰ গাইছে আপোনাৰ সমান কোনো নাই আপুনি দিহা নামৰ ৰাণী হয় আপোনাৰ মাতৰ লগত কোনেও‌ প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে

  • @papumonimusiclover9848
    @papumonimusiclover98484 жыл бұрын

    জয় গুৰু শংকৰ সুন্দৰ হৈছে বাইদেউ 🙏🙏🙏🙏🙏🙏

  • @chintusharma9533

    @chintusharma9533

    3 жыл бұрын

    Lll9ok9ok L

  • @djstatus6161
    @djstatus61613 жыл бұрын

    কৃষ্ণ 🙏

  • @jeutijiya5995

    @jeutijiya5995

    2 жыл бұрын

    বহুত ভাল লাগিল মা

  • @thaneswarborah3444

    @thaneswarborah3444

    2 жыл бұрын

    ঋ ়

  • @prodipkurmi

    @prodipkurmi

    Жыл бұрын

    @@thaneswarborah3444 àq

  • @deepjyotiboruah3961
    @deepjyotiboruah39612 жыл бұрын

    বৰ সুন্দৰ , সকলোৰে দিনটো ভালকৈ যাওঁক ৷

  • @monujkumargogoi2013
    @monujkumargogoi20132 жыл бұрын

    🙏🙏🙏🙏🙏🌺 কৃষ্ণ কৃষ্ণ, আইসকল, আপোনালোকৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক 🙏🙏🙏🙏🙏🌺❤️🌷🌹🕊️

  • @utpalmech1642

    @utpalmech1642

    Жыл бұрын

    8

  • @mahantadas3193

    @mahantadas3193

    Жыл бұрын

  • @b.dpigfarmassam8394
    @b.dpigfarmassam83944 жыл бұрын

    বহুত ধুনীয়া।। মন প্ৰান শাতপৰি গৈছে ।।অপূৰ্ব ।।

  • @khogenbora5469
    @khogenbora5469 Жыл бұрын

    অতি সুন্দৰ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, কৃষ্ণ 🙏🙏

  • @knockseries9928

    @knockseries9928

    Жыл бұрын

    Ctftcccf

  • @RaktimBorah-de3lx
    @RaktimBorah-de3lx Жыл бұрын

    ইমান সুন্দৰ কণ্ঠ 🙏🙏🙏🙏🥰

  • @jagadishkalita7192
    @jagadishkalita71922 жыл бұрын

    বৰ ভাল লাগিল অতি সুন্দৰ কণ্ঠ আপোনাৰ আগলৈ আৰু এনেদৰে গাই যাব

  • @dhirendeka1496

    @dhirendeka1496

    2 жыл бұрын

    Excellent

  • @jayantahazarika1828

    @jayantahazarika1828

    Жыл бұрын

    Jioo

  • @rishikeshsonowal1100
    @rishikeshsonowal11004 жыл бұрын

    আপোনাৰ কন্ঠত যাদু আছে,, শুনিলে শুনিয়েই থাকিবলৈ মন যায়। শুভেচ্ছা জনালো।

  • @ranjanbologsassam1232

    @ranjanbologsassam1232

    4 жыл бұрын

    Hosake apunar konthot jadu ase

  • @parshantokhanikar7476

    @parshantokhanikar7476

    Жыл бұрын

    Laura

  • @nayanmonidas2011

    @nayanmonidas2011

    Жыл бұрын

    Val lagise baideo

  • @jogendasbehali9027
    @jogendasbehali90274 жыл бұрын

    খুব সুন্দৰ প্ৰয়াস। অনাদি অনন্তলৈ হৃদয়স্পৰ্ষী হৈ ৰোৱা গীত। !!! কৃষ্ণ !!!

  • @gitadeka6559

    @gitadeka6559

    4 жыл бұрын

    Rong

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Жыл бұрын

    বাইদেউ আপোনাৰ কণ্ঠত অমিয়া বৰষে 🙏🏼❤️

  • @gayatrimahanta3992
    @gayatrimahanta3992 Жыл бұрын

    JAY SHREE KRISHNA 🙏 ♥

  • @dwijenthakuria5666
    @dwijenthakuria56663 жыл бұрын

    বৰ সুন্দৰকৈ গাইছে, হৃদয় প্ৰশান্তিৰে ভৰিল! প্ৰণাম যাচিছো।

  • @junukaborah9454

    @junukaborah9454

    3 жыл бұрын

    বাইদেউ আপুনি বৰ ধুনীয়া গাইছে মই সদায় শুনি থাকোঁ

  • @utpalmedhi7795
    @utpalmedhi77953 жыл бұрын

    Absolutely correct... with out contributions of Sri shankardeva & madhabdeva Assamese culture has no meaning.. your contribution also great to our culture mrs Amiya Gogoi Kalita... great salute to your team.. .

  • @amiyaneogkalitasdihanamwor4408

    @amiyaneogkalitasdihanamwor4408

    3 жыл бұрын

    Many many thanks to you

  • @junamedhi9370

    @junamedhi9370

    3 жыл бұрын

    @@amiyaneogkalitasdihanamwor4408 pm ml 7

  • @mjmotivationalspeakers3191

    @mjmotivationalspeakers3191

    2 жыл бұрын

    @@amiyaneogkalitasdihanamwor4408 llllllllll

  • @ajitboruah2168

    @ajitboruah2168

    2 жыл бұрын

    Try try to try at try retreats here weren't yet qu

  • @mamonichutia79

    @mamonichutia79

    2 жыл бұрын

    কৃষ্ণ কৃষ্ণ 🙏 বহুত সুন্দৰ পৰিবেশন । কন্ঠ বহুত শুৱলা। সকলোকে সেৱা জনালোঁ 🙏

  • @manakhbaruah4319
    @manakhbaruah43192 жыл бұрын

    Bohut hundor baidu , hunile hunibo Mon hoi thake .

  • @diptiphukon1370
    @diptiphukon13708 ай бұрын

    Mat jiman dhuniya baidew apuniu himan dhuniya. Apunak log pabo monjai usoror pora. Mat 2 eman strong bohut bohut val lage moi hodai ebar hunuei.

  • @birajsaikia7733
    @birajsaikia7733 Жыл бұрын

    বাইডেউ‌ আপোনাৰ‌ দিহানাম‌ , বৰ ভাল লাগে , আৰু আগবাঢ়ি যাওক তাকেই কামনা কৰিছো 🙏🙏🙏

  • @rupambaruahrbaruah6437

    @rupambaruahrbaruah6437

    Жыл бұрын

    ধন্যবাদ জনাইছো

  • @ajitneog7659
    @ajitneog76593 жыл бұрын

    দেহা মন জুৰ পেলােৱা হৰিনাম 🙏❤️🙏 মাতৃভূমিৰ বাহিৰত আছো যদিও নিজৰ সংস্কৃতিক পাহৰি যোৱা নাই, সদায় শুনোঁ হৰিনাম, হে বিধতা এই মহামাৰীৰ পৰা সকলো প্ৰাণীকেই মুক্তি দিয়া। জয় গুৰু শংকৰ 🙏❤️🙏 From America 🇺🇸

  • @amiyaneogkalitasdihanamwor4408

    @amiyaneogkalitasdihanamwor4408

    3 жыл бұрын

    Thank you. 7002440637

  • @manojkoch3837

    @manojkoch3837

    2 жыл бұрын

    May God the Almighty be always with her

  • @rukheswargohain8945

    @rukheswargohain8945

    2 жыл бұрын

    vvv

  • @rukheswargohain8945

    @rukheswargohain8945

    2 жыл бұрын

    F

  • @rukheswargohain8945

    @rukheswargohain8945

    2 жыл бұрын

    @@amiyaneogkalitasdihanamwor4408 7 to yçyc for my newf 5of 7u77uçûçgg and the getn ঘগফগঘ g

  • @user-tc6mc6js9v
    @user-tc6mc6js9v8 ай бұрын

    ❤😊😊😊😊😊😊❤❤❤ bout Val lagi gol namaste huni ❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @ankitabhuyanrollno0437
    @ankitabhuyanrollno04379 ай бұрын

    সুন্দৰ ❤❤❤

  • @pranitabordoloi5159
    @pranitabordoloi51594 жыл бұрын

    হৰিনামৰ অমিয়াৰস সুললিত কণ্ঠত প্ৰাণময় হৈ হৃদয়ত ভক্তিৰসৰ সঞ্চাৰ কৰিছে👌👌👌💐💐💐

  • @madhujyamadhujya1083

    @madhujyamadhujya1083

    4 жыл бұрын

    🕌🕍⛵🚕

  • @momisaikia5768
    @momisaikia57684 жыл бұрын

    বাইদেউ আপোনাৰ দিহানাম বিলাক শুনি থাকিব মন যায় । বহুত দুখত থাকিলেও মনটো ভাল লাগি যায় । ইমান ধুনীয়া কণ্ঠ আপোনাৰ । বহুত ভাল লাগে ।

  • @digantagogoi2898

    @digantagogoi2898

    2 жыл бұрын

    ঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔটট ট টঔৌঔৌঔ ৌঔঔঔঔঔঔঔঔঔঔটঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔঔটঔঔঔঔঔঔঔট

  • @happygamingyt8200

    @happygamingyt8200

    2 жыл бұрын

    By

  • @munindutta6876

    @munindutta6876

    2 жыл бұрын

    @@digantagogoi2898 qqqqqqqq

  • @vaitivaiti1352

    @vaitivaiti1352

    2 жыл бұрын

    Baidao.apunak.nimontan.karimm.buli.bhabisu.

  • @hon2chutia579

    @hon2chutia579

    Жыл бұрын

    @@digantagogoi2898 0.!]

  • @nituhazarika3774
    @nituhazarika377410 ай бұрын

    শুনি আমনি নলগা এটি গীত. কণ্ঠ ধুনীয়া বাইদেউ

  • @chandrakantagogoi1291
    @chandrakantagogoi1291 Жыл бұрын

    বৰ সুন্দৰকৈ গাইছে আপুনি

  • @papuborthakur5424
    @papuborthakur54242 жыл бұрын

    আপোনাৰ কণ্ঠ সচাই অতুলনীয়

  • @gitanjalideka8767
    @gitanjalideka87672 жыл бұрын

    মহাপুৰুষ জনাৰ গুণানুকীৰ্তন আপোনাৰ কণ্ঠত খুউব সুন্দৰ হৈছে।সুমধুৰ কণ্ঠেৰে বাইদেউ,আপোনাৰ পৰা আমাৰ জাতিটোৰ প্ৰাণৰক্ষক মহাপুৰুষ জনাৰ গুণ-গৰিমা আগলৈকে ও শুনিব পাম বুলি আশা কৰিলোঁ।

  • @dulusaikia5433

    @dulusaikia5433

    Жыл бұрын

    You j uo by ru I'll

Келесі