Bishnu Prasad Rabha : বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে বহু নজনা কথা ক'লে পুত্ৰ পৃথ্বীৰাজ ৰাভাই |

Bishnu Prasad Rabha : বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে বহু নজনা কথা ক'লে পুত্ৰ পৃথ্বীৰাজ ৰাভাই |
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#bishnuprasadrabha #bishnurabha #pithvirajrabha #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 56

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm Жыл бұрын

    এই সাক্ষাৎকাৰৰ জৰিয়তে ৰাভাদেবৰ পুত্ৰক দেখিবলৈ পুৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ ।

  • @jitendrarabha4660
    @jitendrarabha4660 Жыл бұрын

    ভিডিঅটোৰ জৰিয়তে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱ সুযোগ্য পুত্ৰক দেখি বহুত ভাল লাগিল৷ভিডিঅটো বহুত ছুটী হ’ল,ভিডিঅটো আৰু অলপ দীঘল হ’লে ভাল লাগিলেহেঁতেন৷আপোনাকৰ আলোচনাখিনি শুনি বহুত ভাল লাগিল৷

  • @tankeswarpathak9483
    @tankeswarpathak9483 Жыл бұрын

    পুত্ৰৰেই ইমান গভীৰ কণ্ঠ,পিতৃ কিমান গুণ ওপৰৰ হ'ব পাৰে,হাজাৰ বিঘা ভুমি দান কৰি ৰিক্ত হৈ পৰা ৰাভাদেৱৰ দৰে স্বাৰ্থত্যাগী সৰ্বপ্ৰতিভাধৰ বিৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিগৰাকী যে এইখন অসমৰেই সন্তান আছিল সেয়াই আমাৰ গৌৰৱ।

  • @pronotibaruah9219
    @pronotibaruah921921 күн бұрын

    খুব ভাল লাগিল।পৃথ্বিৰাজ ৰাভাৰ দৰে ব্যক্তিক শ্ৰদ্ধা কৰোঁ।

  • @bidyutphukan5360
    @bidyutphukan5360 Жыл бұрын

    ভিদিঅ টো বহুত ভাল লাগিল, কলাগুৰু জনাৰ সুযোগ্য পুত্ৰ জনৰ কন্ঠ স্বৰ টো ইমান ভাল লাগিল, আলোচনাতো আৰো অলপ দীঘল হোৱা হলে

  • @bhaskarboruah9021
    @bhaskarboruah902118 күн бұрын

    আপোনাৰ কণ্ঠ ই প্ৰকাশ কৰে যে আপোনাৰ দেউতা কলাগুৰু বিষ্ুপ্ৰসাদ ৰাভা 🙏 দেৱ কেনেকুৱা এজন মহান ব্যক্তি আছিল 🙏❤️ সহস্ৰ প্ৰণাম 🙏

  • @tileswaryein1295
    @tileswaryein129513 күн бұрын

    অনুষ্ঠানটি বহূত ভাল লাগিল। কলা গুৰুৰ জেষ্ঠ পুত্ৰক দেখা পাই আৰু বেছি ভাল পালো।

  • @jatnarabha9323
    @jatnarabha9323 Жыл бұрын

    আপুনি অসমৰ এজন ভাগ্য বান পুত্ৰ । আমি বিষ্ণু প্ৰসাদ ৰাভা বুলি কলে নিজৰ মনত বৰ্ননা কৰি লও যে কেনেকুৱা বা আছিল কলাগুৰু বিষ্ণু ৰাভা । সচাকৈ আমি গৌৰৱ কৰো আপোনি বিষ্ণু ৰাভা ৰ সুযোগ্য সন্তান ।

  • @ranudevimorang9103
    @ranudevimorang9103 Жыл бұрын

    বছৰ পুৰণি হ’ল ৷ তেজপুৰৰ লাচিত চ’কৰ কলিবাৰীৰ সেই ঘৰটো আজি আপোনালোকৰ চেনেলত দেখা পাই আবেগিক হৈ পৰিলো ৷ মোহিনী ৰাভা বাইদেউৰ লগত বিভিন্ন কাৰণত সেই ঘৰটোৰ লগত কিযে এটা ঘৰোৱা সম্পৰ্ক আছিল ৷

  • @ajitboruah7160
    @ajitboruah7160 Жыл бұрын

    অসমৰ এজন সৌভাগ্যবান পুত্ৰ।

  • @shikhadas5536
    @shikhadas5536 Жыл бұрын

    বহু প্ৰতিভাৰ আকাৰ আছিল কলাগুৰু । তেখেতলৈ প্ৰণাম যাছিলোঁ । ৰাভাদেৱৰ পুত্ৰ ৰ কণ্ঠ ইমান ধুনীয়া

  • @ranudevimorang9103
    @ranudevimorang9103 Жыл бұрын

    তিতাবৰ দাংধৰাৰ পৰা পৰিয়ালৰ সকলোটিলৈকে মই এই ৰাভা দিৱসৰ দিনা ধন্যবাদ জনাইছো ৷

  • @faridabegum3766
    @faridabegum3766 Жыл бұрын

    কলাগুৰুলৈ ভক্তিভৰা প্ৰণিপাত 🙏

  • @ramen_727
    @ramen_727 Жыл бұрын

    দাদালৈ প্ৰণাম জনালো ।

  • @alakeshchakraborty-do6cj
    @alakeshchakraborty-do6cj13 күн бұрын

    পৃথ্বীৰাজ ককাইদেৱে সুন্দৰ গান গায় ৷ ইউ টিউবত আছে ৷ "মোৰ কবিতাৰ ছন্দ লাগি"

  • @junmoniphukan8966
    @junmoniphukan8966 Жыл бұрын

    Bohut bhal lagil tekhetok sini pai.oxomiya bhakhaloi obodan teulukor siro nomoshyo.

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog290 Жыл бұрын

    🙏🙏🙏❤❤pronam jasilu🙏 vedio to bohut suti hol

  • @morainegaming4134
    @morainegaming413419 күн бұрын

    Bohut bhal lagil❤❤❤

  • @julismind6696
    @julismind6696 Жыл бұрын

    Bohut val lagil 🙏

  • @minaliphukan6412
    @minaliphukan6412 Жыл бұрын

    ভাল লাগিল।

  • @rajkamalbaruah5796
    @rajkamalbaruah5796 Жыл бұрын

    Bishnu rabhar jibon kahini kitap pohisu Very talented musician writer actor football player dancer singer composer lyricist , very funny very brave daanveer Very interesting person 👍🏻

  • @parikhitdas5401
    @parikhitdas5401 Жыл бұрын

    Pranam kalaguru.

  • @rupanjalisaikia6810
    @rupanjalisaikia681018 күн бұрын

    ভাল লাগিল

  • @kalyanphotos9474
    @kalyanphotos9474 Жыл бұрын

    So Deep voice ...

  • @xumeetbaruah5603
    @xumeetbaruah560312 күн бұрын

    Voice ot bass ase kin2 👍👍👍👍👍

  • @aditisaikia9547
    @aditisaikia9547 Жыл бұрын

    Val lagil

  • @user-eb5et9uu3w
    @user-eb5et9uu3w Жыл бұрын

    Bishnu prashad rabha r voice tu sage anekuwa a asil. And face tu alp mile soku bor o mile kola guru r logot

  • @mamonipator7640
    @mamonipator7640 Жыл бұрын

    Bar bhal lagil, Thanks

  • @bhaskarboruah3533
    @bhaskarboruah3533 Жыл бұрын

    🙏🙏🙏.

  • @tribinirabha6178
    @tribinirabha6178 Жыл бұрын

    🙏🙏🙏

  • @nijaraburhagohain8861
    @nijaraburhagohain8861 Жыл бұрын

    Bhal lgil

  • @rakashdas9087
    @rakashdas9087 Жыл бұрын

    Super sir inkalb zindabad

  • @rakashdas9087
    @rakashdas9087 Жыл бұрын

    Super sir

  • @minakshinath750
    @minakshinath750 Жыл бұрын

    🙏🙏🙏🙏🙏❤❤❤❤❤

  • @balendas4511
    @balendas4511 Жыл бұрын

    pranam kalaguru🙏🙏🙏

  • @sumanbarman3824
    @sumanbarman3824 Жыл бұрын

  • @mboy3u
    @mboy3u Жыл бұрын

    Manuhjonor kothakhini vl lagil

  • @user-je2mk8dj6u
    @user-je2mk8dj6u Жыл бұрын

    🙏

  • @nabjitdas1702
    @nabjitdas1702 Жыл бұрын

    ❤❤❤❤

  • @readingonly568
    @readingonly5683 ай бұрын

    Rabha present past muchary

  • @Bhabeshborboruah123
    @Bhabeshborboruah123 Жыл бұрын

    🙏🙏🙏🙏

  • @nabajitbhattacharjyya3774
    @nabajitbhattacharjyya3774 Жыл бұрын

    🙏🏻🙏🏻🙏🏻🎉🎉🎉💖💖💖

  • @arpanasaikia3148
    @arpanasaikia3148 Жыл бұрын

    Pranam kolaguru

  • @Jesminnahor1234
    @Jesminnahor1234 Жыл бұрын

    Nice voice

  • @EAES2016
    @EAES2016 Жыл бұрын

    Hundar kotha bilak janilu

  • @dikshitamajumder4165
    @dikshitamajumder4165 Жыл бұрын

    Sarvagunakar comrade rabha 😍😍

  • @aninditabaruah458
    @aninditabaruah458 Жыл бұрын

    আৰু জানিব বিচাৰিছিলো

  • @kalita3193
    @kalita31933 күн бұрын

    অহেতুক চিনেমাখনত দেখিছিলো এইজন ব্যক্তিক । চিনেমা খনত এখেতে বিধায়কৰ role play কৰিছিল।। আজিহে গম পালো এখেত চিৰনমস্য বিষ্ণু ৰাভাৰ পুত্ৰ বুলি ।

  • @suparnasvlogs..4004
    @suparnasvlogs..4004 Жыл бұрын

    ❤❤

  • @bijoydeka9134
    @bijoydeka9134 Жыл бұрын

    Kola guru rabha dev r anuxoronte ulfa r janmo hoisil boli koi. Kola guru e koisil boga bongalor pora swadhin hoisil aru kola bongalor pora swadhin hobo lagibo. Kintu asom baxi atiao kola bongalor hatot poradhin.

  • @70nochetiagaongaurisagar47
    @70nochetiagaongaurisagar4721 күн бұрын

    Rabha dabor putalok dakhi Val lagil

  • @jatnarabha9323
    @jatnarabha9323 Жыл бұрын

    ইমান ছুটি ভিডিও ।

  • @rakashdas9087
    @rakashdas9087 Жыл бұрын

    Jatha Mater manho aseal

  • @wahidabegum2555
    @wahidabegum2555 Жыл бұрын

    Bohut val lagil 🙏

  • @bijudutta8798
    @bijudutta8798 Жыл бұрын

    🙏🙏🙏

  • @subhs-
    @subhs- Жыл бұрын

    Val lagil

Келесі