A Tribute to Kalaguru Bishnu Prasad Rabha by Zubeen Garg || DY365 Exclusive || ৰাভাৰ আভাৰে

A Tribute to Kalaguru Bishnu Prasad Rabha by Zubeen Garg || DY365 Exclusive || ৰাভাৰ আভাৰে

Пікірлер: 233

  • @manashzg4570
    @manashzg45705 жыл бұрын

    কন্ঠটো আপোনাক ভগৱানে দিছে দাদা অমৰ হৈ থাকক||| মোৰ আয়ুস খিনি ও আপোনালৈ অৰ্পণ কৰিছো🙏...বহুত ভাল পাওঁ দাদা প্ৰকাশ কৰিব নোৱাৰো💟💟💟

  • @priyabaruah7750

    @priyabaruah7750

    3 жыл бұрын

    Oti hundar zubin da.

  • @octave1167

    @octave1167

    2 жыл бұрын

    🥺

  • @BKLBOYS54
    @BKLBOYS545 жыл бұрын

    জুবিন দাৰ কাঞ্চনজংঘাৰ গীতবোৰ ইমানেই সুন্দৰ হৈছে যে তাৰ বৰ্ণনা কৰিবলৈ একো ভাষা নাই ইমান সুন্দৰ সৃষ্টিৰ বাবে জুবিন দাক অলেখ অযুত ধন্যবাদ যাছিলোঁ । আৰু এইবোৰ সৃষ্টি অকল গানেই নহয় এইবোৰ সৃষ্টি একো একোখন কাল্পনিক চিত্ৰ হৈ আমাৰ হৃদয়ৰ মাজত চিৰদিন থাকিব ।

  • @anonymous_assamese4838
    @anonymous_assamese48385 жыл бұрын

    ৰাভাৰ আভাত আমিও বন্দী...💖 জুবিন দাৰ মোহতো বন্দী...💕

  • @BKLBOYS54
    @BKLBOYS545 жыл бұрын

    জুবিন দা আপোনালৈ আমাৰ এটি কাতৰ অনুৰোধ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ সকলোবোৰ গান আপোনাৰ কন্ঠত বানীবদ্ধ কৰি আমাৰ মাজলৈ দিব বুলি আশা কৰিলো কাৰন আপোনাৰ বাহিৰে আন কোনোৱে নোৱাৰে।

  • @ashimhazarika2139

    @ashimhazarika2139

    Жыл бұрын

    Right

  • @RanjitDowarah365

    @RanjitDowarah365

    11 ай бұрын

    ❤❤❤

  • @keshabsaikia4609

    @keshabsaikia4609

    Ай бұрын

    Moi u bhabu

  • @ashisrabha7438
    @ashisrabha74385 жыл бұрын

    সছাই জুবিন দা সকলোতকৈ বেলেগ আছিল আমাৰ পৰম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰতিছ এজন বিপ্লৱী কবি, সাহিত্যিক, সমাজসেৱক আদি কৰি সকলো দিশতে তেওঁৰ অৱদান আমাৰ অ অতলুনিয় । বৰ্তমান আৰু ভৱিষ্যতৰ সমাজ খনৰ বাৱে আৰু এজন আমাৰ কলাগুৰু প্ৰয়োজন জুবিন দা

  • @rakeshborah2451
    @rakeshborah24515 жыл бұрын

    ৰাভাৰ গীত বোৰ শুনিলেই গা নোম বোৰ শিয়ৰি ওঠে বাৰে বাৰে জুবিন দা ।

  • @chaotaposhmusic
    @chaotaposhmusic5 жыл бұрын

    বহুত উৎসাহ পাওঁ আপোনাৰ কথাবোৰ শুনি। দ্বিতীয় এজন শিল্পী আপোনাৰ দৰে নাই এই অসমত!🤘🏾

  • @djcoaching6795
    @djcoaching6795Ай бұрын

    বহুত প্ৰয়োজন আছে উঠি অহা প্ৰজন্ম ৰ বিষ্ণু ৰাভা বিষয়ে জনা ৰ আমাৰ শিক্ষা ব্যৱস্থা ত পাঠ ত তেখেত সকল ৰ বিষয়ে লিখা কৰক আৰু প্ৰচাৰ কৰক যে এনে এজন comrade আছিল আমাৰ

  • @tusharrajbongshi2397
    @tusharrajbongshi23975 жыл бұрын

    বিষ্ণু ৰাভাৰ গাণ বোৰ এটা নুতুনকৈ এলৱাম বনাই ৰাইজক সুনিব দীয়ক। সচাকৈ কিবা এটা কৰক।

  • @sikhadas3047
    @sikhadas30475 жыл бұрын

    ৰাভা সংগীতৰ এলবাম এটা আপোনাৰ কন্ঠেৰে কৰক জুবিন দা৷,আামি বহুত বিচাৰিছো

  • @BKLBOYS54

    @BKLBOYS54

    5 жыл бұрын

    উম সঁচা কথা ময়ো বিচাৰো

  • @jpvlogs7631

    @jpvlogs7631

    5 жыл бұрын

    Zubeen dai nijor kanthot gaanbur gaise agte

  • @barnilaxom3209
    @barnilaxom32095 жыл бұрын

    দাদা আমাৰ যিখিনি বৰগীত, লোকগীত আছে সেইখিনি নতুন প্ৰজন্মই একেবাৰে পাহৰি পেলাইছিল বা বাদ দিছিল কিন্তু আপুনি যেতিয়া আপোনাৰ কণ্ঠৰে গালে তেতিয়া নতুন প্ৰজন্মৰ মাজত বৰগীত, লোকগীতসমূহ পুনৰুজীৱিত হৈ উঠিল।এতিয়া যদি আপুনি জ্যোতি সংগীত আৰু ৰাভা সংগীতসমূৰ পুনৰায় বাণীবান্ধন কৰে আমি নতুন উৎসাৰে শুনিম।আপোনাক কাকতি কৰিছোঁ আপুনি এইখিনি অসমৰ নতুন প্ৰজন্মৰ বাবে কৰক। I Love You dada.

  • @user-sr1pp9gm8d

    @user-sr1pp9gm8d

    7 ай бұрын

    Your are right

  • @satyanathdas2945
    @satyanathdas29453 жыл бұрын

    অতি সুন্দৰ অনুষ্ঠান জুবিন দা । আপোনাৰ কন্ঠত কলাগুৰু ৰ গানবোৰে আৰু প্ৰাণ পাই উঠে । ৰাভা দেৱৰ সকলো গান আপোনাৰ কন্ঠত বাণীবদ্ধ হ'লে নৱ প্ৰজন্মৰ মাজত তেখেত আৰু বেছি জনপ্ৰিয় হ'ল হেঁতেন । আপোনাৰ পৰা আশা কৰিলোঁ ।

  • @banjitchangmai4047
    @banjitchangmai40475 жыл бұрын

    zubeen daaaa konthot kimn j vaal lage ai gaanbur..

  • @barnalidas-xj8hc
    @barnalidas-xj8hc19 күн бұрын

    ৰাভাদেৱৰ আভা আপোনাৰ শিল্পীসত্তাতহে পায় শোভা , সিও মনোমোহা ৷

  • @dilipnath5338
    @dilipnath53385 жыл бұрын

    জুবিন দা তুমি মহান তোমাৰ কণ্ঠ সদায় বহুত ভাল পাওঁ মই ।

  • @biplobdasvlogs1110
    @biplobdasvlogs11105 жыл бұрын

    Comment বোৰ পঢ়ি বৰ ভা লাগিছে। মৰমৰ জুবিদ দালৈ অশেষ মৰমৰ জাছিলো। আপোনাৰ বাহিৰে আৰু কোনো নাই এই সংগীত বোৰ আগুৱাই নিবলে।

  • @coversong9109
    @coversong91095 жыл бұрын

    নেকিব তেকিব এইবিলাকে গান গাব নেজানিলে গাব নেলাগে।জুবিন দা আপোনাৰ ধুনীয়া হৈছে ।

  • @utpalbaishya3345
    @utpalbaishya33455 жыл бұрын

    Go ahead zubeen da... Apunar ji mon jae korok... God bless u zubeen da.....

  • @archanarabha8479
    @archanarabha84795 жыл бұрын

    You are always a legend

  • @sayedurrahman2978
    @sayedurrahman29785 жыл бұрын

    Ki majja voice tomar zubeen da

  • @munindrakumarsahariah7804
    @munindrakumarsahariah78045 жыл бұрын

    জুবিন গাৰ্গ অসমৰ সুন্দৰ গায়ক সকলো গীততে হাত আছে.

  • @erpabankalita9795
    @erpabankalita97955 жыл бұрын

    Moi bahut emotional hoi gallo akou ,apunar eai interview to khoni..luv u zubeen da, u really a great man...❤❤❤❤...Rabha Sangit Bilak apunar surat bilai diok zubeen da...❤❤❤❤❤❤❤❤❤

  • @samarjyotiborah6316
    @samarjyotiborah63165 жыл бұрын

    You are changing... আপোনাক দেখি আজি সম্পূৰ্ণ যেন লাগিছে, ভাল লগিছে, গহীন গম্ভীৰ.... এনেকৈ থাকক।

  • @jyotishraj7932

    @jyotishraj7932

    5 жыл бұрын

    Right koise apuni

  • @hemantahazarika9715
    @hemantahazarika97153 жыл бұрын

    জীৱনটো আপোনাৰ নামত উৰ্চগা কৰিলো দাদা, খাওঁতে, বহোতে, শোওঁতে ,উঠোতে কেৱল আপুনি, মূৰৰ চুলিৰ দৰে আয়ুস হওঁক আপোনাৰ,

  • @monjitgogoi9806
    @monjitgogoi98065 жыл бұрын

    অতি সুন্দৰ দাদা, কবলৈ ভাষা নাই ❤❤❤❤❤❤❤❤

  • @manojkrhazarika3422
    @manojkrhazarika34225 жыл бұрын

    খুবেই সুন্দৰ পদক্ষেপ জুবিনদা..... আশাকৰো ৰাভা দেৱৰ সোণালী গীতবোৰ উজ্বলাই তোলক...... এই কামনাৰে

  • @jni4839
    @jni48395 жыл бұрын

    Zubeen Garg💃😭💓

  • @krishnasensua5032
    @krishnasensua50325 жыл бұрын

    Thnkssssssssssss dy365 In this Interview........ In Special day###Rabha Devash...... ❣️❣️❣️❣️❣️

  • @localvoiceaxom9411
    @localvoiceaxom94115 жыл бұрын

    বিষ্ণু ৰাভা মোৰো প্ৰিয়.. মোৰ বাবে super hero

  • @pankajnath6574
    @pankajnath65745 жыл бұрын

    Zubin da Apuni xosai bohut mohan.. Kisumn xilpiye blg kmt busy thake.. Aru Apuni amar xoinik xilpi kolaguru Vishnu probha Rabha devor gitbur emn xundorkoi gaise.. Thqu so much

  • @biswajitrabha4545
    @biswajitrabha45455 жыл бұрын

    Zubeen daa apuni অসমৰ ganr proti agr mnuhr proti aponar ji srodha bht bht priyo ei manbotat..amar majt jug jug dore jiwai thakk aponi.....{mr pora anurod apuni jyotiprosad aru bishnu rabha..gan humoh gai ag borhai jen.} জয় আই অসম । জয় যুবিন দা

  • @wtfassamwizardop6970
    @wtfassamwizardop69705 жыл бұрын

    জুবিন দা ৰ একেবাৰে ওচৰৰ কোনোবা আছে যদি অনুগ্ৰহ কৰি সকলোবোৰ কমেন্ট পঢ়ক...আমি সকলোৱে ৰাভা দেৱৰ গান সমূহ জুবিনদাৰ কন্ঠত আকৌ মুক্তি পোৱাটো বিচাৰিছো🙏🙏🙏

  • @kajalkumarmedhi4602
    @kajalkumarmedhi46025 жыл бұрын

    Zubeen dai ktha koi thakile jen gan gai ase...ene lage..apuni khub hundar koi ktha khini kole..Rabha dev r uparat project tu kariba ha Zubeen da..ami bat sai thakilu..Rabha dev k hazar bar pranam...Zubeen dak hazar bar maram ru suvesya jasisu..

  • @sikhadas3047
    @sikhadas30475 жыл бұрын

    Zubeen dai bar gamvir ktha koise

  • @bhaktavlogs9129
    @bhaktavlogs91295 жыл бұрын

    Apunar Rabha Sangit honi sokulu boi gol zubeen da... Apunar ji path khep heya ami proud feel korisu

  • @bipulpegu3153
    @bipulpegu3153 Жыл бұрын

    Hosai apunak asorit pao zubeen da

  • @diliprabha4845
    @diliprabha48454 жыл бұрын

    Rabha Hongeet bar Hiryugumia hoi thakok tare kamanare..... Joy Zubin daa joy.!!.

  • @vsight1935
    @vsight19355 жыл бұрын

    Sublime mentality, sublime works, sublime personality

  • @krishnahazarika4245
    @krishnahazarika42455 жыл бұрын

    Very nice zubeen da... Apunar bahut responsible ase. Rabha Sangitrr uporot... Aru apunar kanthot pran paiii uthiboo aru khokolue Val pabo

  • @nabajyotiZG
    @nabajyotiZG5 жыл бұрын

    আপুনি বহুত ধুনীয়াকৈ কথাবোৰ কৈছে। আশা কৰোঁ আমাৰ পিছৰ প্ৰজন্ময়ো ৰাভা-জ্যোতি সংগীতৰ লগতে অসমীয়া ভাষাটোকো মৰমেৰে চৰ্চা কৰিব 😊

  • @sonabanai4789
    @sonabanai47895 жыл бұрын

    Zubeen da apuni amar pran..

  • @dhrubakonch4498
    @dhrubakonch4498Ай бұрын

    You are the last hope zubeen da..we are always with you ❤️🙏

  • @pankajsaikia5379
    @pankajsaikia53795 жыл бұрын

    ভাল লাগিল আকৌ এবাৰ এই গীতটি শুনি তাতে জুবিনদাৰ কন্ঠত

  • @subhanjitsaikia1670
    @subhanjitsaikia16705 жыл бұрын

    Zubeen Da 😍 r Kotha Kotha ki koba nu koleu hekh nhoi aru .LV u Zubeen Da 😍

  • @deviddas9511
    @deviddas95115 жыл бұрын

    Rava debor kisuman story kobat kobat tukura tukuri ke pohisu.....hodai akanto mone poho heibor...tene kiba jinoni kitap ase nki jonabo son kunbai....ru Rava Dev r xur nidia gan bor Zubeen Garg e korile val hobo....bcz teo kam tu srodha vokti re kribo tar gurutto buji....all the best Zubeen Garg

  • @nabanitabharali5488
    @nabanitabharali54884 жыл бұрын

    Ata kotha hxa Kola zubeen dai ja"jibur manuh emotional Agatha pai tawluke rabha dawur gan hunile freshness ata pai 100%"

  • @anirbandebpurkayastha7633
    @anirbandebpurkayastha76333 жыл бұрын

    Love ❤️ you so much mama Ur great singer and great person valo theko sustho theko thakurer kache prarthona roilo 🙏

  • @ankuran8534
    @ankuran85345 жыл бұрын

    Bahut val kotha kole aji. #RabhaSangeet competition ajikali kuneo napate. We should promote them to the next levels. #JaiZubeen

  • @bulubaruah4786
    @bulubaruah47863 жыл бұрын

    Bohut vl lgil vedio tu sai zubeen daa thnx

  • @MajulirDekaVlogs
    @MajulirDekaVlogs5 жыл бұрын

    জুবিন দাৰ বাবে সকলো সম্ভব হয় ।। 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽।।

  • @chiranjibdutta565
    @chiranjibdutta5655 ай бұрын

    Kola, sanskritik prakrit xrikiti diya ejon gonoxilpi.. khub kom xilp he Zubeen dar dore ei biswat aase..

  • @REXRD
    @REXRD5 жыл бұрын

    Kene ATA voice hunile hridoy Khn jur pori jai ❤️.... Mysterious

  • @jituarandhaara859
    @jituarandhaara8595 жыл бұрын

    Bhut val lgil... Adoroniyo pdokhep..... Joi rabha

  • @diptigogoi3441
    @diptigogoi34415 жыл бұрын

    ki asorit amar moromor zubenda.. kinu kou vakha nai.. i lovv uuuuu dada 😘😘😘😘😘

  • @m.kmajuli1503
    @m.kmajuli15035 жыл бұрын

    জুবিন দা ❤❤❤

  • @rajat3563
    @rajat35639 ай бұрын

    ❤ Bisnu +Jubeen❤

  • @BirendraThakur
    @BirendraThakur5 жыл бұрын

    You are also Great, zubeen da. #birendrathakur #RabharAbha

  • @bhaskarsonowal2344

    @bhaskarsonowal2344

    5 жыл бұрын

    Birendra Thakur

  • @gogoipotak....6669
    @gogoipotak....66695 жыл бұрын

    unlike kora kita hoi2 bagladashi nohola fokotiya rajnitik kita...joi juben da....lov u

  • @apvlog9013
    @apvlog9013 Жыл бұрын

    Joi zubeen da 🎉🎉🎉

  • @rtt1109
    @rtt11094 жыл бұрын

    Jai bishnu rabha

  • @tulonkumarphukon7199
    @tulonkumarphukon71995 жыл бұрын

    ভাল লাগিল । ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @nitulborah6427
    @nitulborah64275 жыл бұрын

    Love you heartthrob 💖💖💖

  • @biplobdasvlogs1110
    @biplobdasvlogs11105 жыл бұрын

    বহুত ভাল লাগিল। জয় জুবিন দা।।

  • @lakhyajitassam7654
    @lakhyajitassam76545 жыл бұрын

    #জয়_জুবিন_দা ❤❤

  • @nayanmoni3459
    @nayanmoni34592 жыл бұрын

    Bohut val lagil dadar konthot xuni.ravar sistri bohut dhunia.tate dadar konthot xuni mon pran vori gol

  • @sankarjyoti9746
    @sankarjyoti97464 жыл бұрын

    দিছলাইক কৰা ৭০ জন মহান বক্তি লৈ শতকোটি প্ৰণাম

  • @Healthylife7788
    @Healthylife77885 жыл бұрын

    Bishnu rabha r geet bilak iman xundorkoi gabo pare mane zubeen dai bhakhare bujabo nowari

  • @user-zj7rp1tt7y
    @user-zj7rp1tt7y5 жыл бұрын

    জুবিন দা আপুনি বহুত মহান

  • @user-ou7td5qo7w
    @user-ou7td5qo7w5 ай бұрын

    Love you Zubeen da❤❤❤❤

  • @bikashhaloi267
    @bikashhaloi2673 жыл бұрын

    বাহঃ ! ইমান সুন্দৰ !

  • @sikhadas3047
    @sikhadas30475 жыл бұрын

    Bht vl kam hbo zubeen da ,rava devr gaan r sur krile

  • @ekmaaurektuekmaaurektu2647
    @ekmaaurektuekmaaurektu26473 жыл бұрын

    Rava dav amar rahe

  • @khanindaimary8637
    @khanindaimary86375 жыл бұрын

    Sainik silpi Kala guro Bishnu prasad rabhar aporogiya gaan tatha adarka bur zubin dai axomt jigai rakhib buli drihbiswas,amio aponar para perana pao.aponar ai mahat kamat gutei axom bakhi aponar lagat ase aro thakib, sirdin Aponar osarat asu.

  • @worldgoingon3121
    @worldgoingon31215 жыл бұрын

    I love you Zubeen Daa....সূৱ ৰাভা দিৱশ

  • @sanjibborah5589
    @sanjibborah55895 жыл бұрын

    Hosakoie zubeen dae bohut hundor kotha kise

  • @mustafaekbalshuhel6177
    @mustafaekbalshuhel61775 жыл бұрын

    Love from my heart Zubeen da

  • @amalborah9716
    @amalborah97165 жыл бұрын

    জুবিন দা আপোনাৰ চৰনত ধৰি সেৱা এভাগ ল'বলৈ মোৰ বহুত আশা আছে।

  • @youtubeb.r7933
    @youtubeb.r79335 жыл бұрын

    Excellent Zubeen da

  • @nayannirbanentertainment9217
    @nayannirbanentertainment92173 жыл бұрын

    Love you Zubin daaaa

  • @lovelymamoni2130
    @lovelymamoni21305 жыл бұрын

    Bhut bhut vl lagil xuni

  • @digantarabha3161
    @digantarabha31615 жыл бұрын

    Hundur

  • @dipjyotitalukdar6348
    @dipjyotitalukdar63485 жыл бұрын

    Jai pravu zubeen da💜🙏😘😘

  • @asrafulbyuyan150
    @asrafulbyuyan1505 жыл бұрын

    Love you zubeen Garg

  • @arxuman7097
    @arxuman70975 жыл бұрын

    Ki j hur...manixu aru...rabha Deb r geet bur zubeen dar matot huni boht vl lge.

  • @achikboymomin484
    @achikboymomin4845 жыл бұрын

    Huria mat aru Huria lyrics 🙏🙏🙏🙏🙏

  • @manashkalita6321
    @manashkalita63215 жыл бұрын

    Apunar konthot git tu hosakoi bhut vl lagisa dada...lv u dada...ako abr recrd kri diok apunr konthot git bur

  • @motikurrahman3837
    @motikurrahman38375 жыл бұрын

    Zubeen da Pagol hoi jaam

  • @pranjalchetia4022
    @pranjalchetia40225 жыл бұрын

    Zubeen da apuni, apunar geet homuh, apuni asom'r karone kora obodaan bur hodai amar bukur majot ase aru aami aei prithibit nathakileu amar lora suali, nati natinir bukur majotu apuni sirodin jiai thakibo... 🥰🥰 Aami hosakoi apunak bohut val pao. 😍😘😘

  • @Bb-bi6bz
    @Bb-bi6bz Жыл бұрын

    Joi gurudoi, xotobar sokulu tukilu

  • @debajitbubusaikia3777
    @debajitbubusaikia37775 жыл бұрын

    My God zubeen da 2mar kotha khini u tumar ganot koi kom nohoi.... heartthrob...

  • @nayandas6386
    @nayandas63862 жыл бұрын

    Xangeetor xurjya aamar Zubeen da.....🙏

  • @debrabha-5817
    @debrabha-5817 Жыл бұрын

    Love you dada😘

  • @ratanphukan1277
    @ratanphukan12774 жыл бұрын

    dada apunak.bhut bhut vl.paw tmi Amr hoi thaka ....tmi alp.man hkt hwxn bhut dhuniaa lagebo

  • @bibhisonrabha4343
    @bibhisonrabha43432 ай бұрын

    Mza Love form boko Kamrup Assam ❤

  • @jitukonch1384
    @jitukonch13845 жыл бұрын

    Pariba n para z g dada... Tumar tulana nai... Bahut kribo para tumi dada... Love you zubeen dada.. Jar gaan sunile moi jibanak bisari pao

  • @kunja_moni_gogoi
    @kunja_moni_gogoi5 жыл бұрын

    পুৱাই শুই উঠি,এবাৰ যদি জুবিন দা গান নুশুনো হবই নোৱাৰে,দুখত,সুখত সকলো সময়তে মথো আপোনাৰ গানেই,

  • @mixtureassamesevi7223
    @mixtureassamesevi72235 жыл бұрын

    I love you so much zubeen da... Love you love you.. Apunak kimn j val pau hea prokakh koribo nuwari kebol anuvob he koribo pari.. ❤❤❤❤❤❤

  • @jagadishdas9546
    @jagadishdas95463 жыл бұрын

    Bohut val pao dada apunak..

  • @axomientartaintment7158
    @axomientartaintment71585 жыл бұрын

    Salute zubeen daa, heart of assam। jai zubeen daaa

  • @kunaldeka3190
    @kunaldeka31905 жыл бұрын

    Zubeen da apunak enekoi dekhi bohut val lagil❤️

Келесі