সাংবাদিক এঞ্জেলা চাংমাইৰ ভাষণ শুনিলে আপুনিও তবধ মানিব || Anjela Changmai

সাংবাদিক এঞ্জেলা চাংমাইৰ ভাষণ শুনিলে আপুনিও তবধ মানিব || Anjela Changmai #timesguwahati #AnjelaChangmai
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us

Пікірлер: 202

  • @prahladgogoi5414
    @prahladgogoi54149 күн бұрын

    সুবক্তা, জ্ঞান পিপাসু এঞ্জেলা লৈ বহুত বহুত শুভকামনা --

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41199 күн бұрын

    বহুত সুন্দৰ আৰু অন্তৰ স্পৰ্শী বাস্তৱবাদী বক্তৃতা। এই বক্তৃতা বা ভাষনত আজিও চলি থকা সামাজিক ব্যৱস্থাৰ কথাকেই উন্নেষ কৰিছে।এক ব্যতিক্ৰমী যথেষ্ট অধ্যয়নেৰে পুষ্ট এগৰাকী সুদক্ষ, স্পষ্টবাদী, সাহসী, ভাষাৰ শুদ্ধতাৰ উচ্ছাৰণত অতিকৈ গুৰুত্ব প্ৰদান কৰা এগৰাকী নতুন প্ৰজন্মৰ চিৰ পৰিচিত সাঙবাদিক। এক মহান চেলুট।

  • @ritamonichiring3842
    @ritamonichiring38429 күн бұрын

    এঞ্জেলাৰ ভাষনে অন্তৰ চুই গল। সঁচাই আমিবোৰ আধুনিকতাৰ নামত বিপথেহে গৈছোঁ যেন অনুমান হয়।আচলতে নেতৃত্ব লোৱা মানুহ বিলাকেই সঁচাটো নিৰ্ভীকতাৰে কবলৈ বেয়া পায়।সেইবোৰেই আমাৰ ডাঙৰ সমস্যা হৈছে।তোমাৰ স্পষ্টবাদিতাৰ বাবে বহুত বহুত ধন্যবাদ।ভগৱানে তোমাক শক্তি দিয়ক।

  • @puspadhardowarah1932
    @puspadhardowarah19329 күн бұрын

    সুন্দৰ ভাষণ।সচা কথা কলে কাৰোবাৰ নাকটে ধৰেগৈ।এচামে এনে চিক চিক;চাক চাক;ঈশ্বৰৰ একান্ত ভক্ত হিচাব আত্ম প্ৰকাশ কৰিব বিচাৰে যে পোনচাতে বৈকুণ্ঠই পাবগৈ।

  • @BirendranathMoran-m1e
    @BirendranathMoran-m1e6 күн бұрын

    সঁচা এঞ্জেলা, তোমাৰ জুই ফিৰিঙতিৰ দৰে ফুটি উঠা সু-স্পষ্ট শব্দৰ সুৰীয়া গাঠনিৰ বাক্যৰ ভাষণ শুনিলেই আমাৰ হৃদয়, মনৰ মাজৰ আন্ধাৰ কোঠালিও পোহৰ বিলাই, শুকান কলিজাও তেজ দিয়ে। তুমি মাথো জীৱন শিল্পীয়েই নহয় , তুমি এই পৃথিৱীত পোহৰ বিলাই থকা ফৰকাল নীলা আকাশৰ এটি পূৰ্ণিমাৰ চন্দ্ৰমা🙏

  • @anupkalita5527
    @anupkalita55273 күн бұрын

    সুন্দৰ, সাৱলীল ভাষণ।আশা ৰাখিলোঁ আপুনি বিষ্ণু ৰাভা দেৱৰ দৰ্শনক আগুৱাই লৈ গৈ থাকিব।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41199 күн бұрын

    মোৰ প্ৰিয় ব্যতিক্ৰমী স্পষ্টবাদী, সাহসী, অনন্য উপস্থাপন শৈলীৰে অন্তৰ চুই যোৱা এগৰাকী প্ৰতিভাসম্পন্ন সাঙ্ বালিকা।

  • @deniananya826
    @deniananya8266 күн бұрын

    বৰ সুন্দৰ ভাষণ। বিষ্ণু প্ৰসাদ ৰাভাৰ চৰ্চা প্ৰতিজন অসমীয়াই হৃদয়েৰে গ্ৰহণ কৰা উচিত।❤

  • @TaslimAliBabul
    @TaslimAliBabul9 күн бұрын

    তোমাৰ ভাষ্যই মন মগজু চুই গৈছে!👍👏👍

  • @tanugogoi1305
    @tanugogoi13059 күн бұрын

    সুন্দৰ সুন্দৰ , অতি সুন্দৰ ও অতি মূল্যৱান আৰু যুক্তিপূৰ্ন বক্তৃতাৰে আমাৰ বৰ্তমানৰ সমাজখনক একতাৰ দোলেৰে সমভাৱে আগুৱাই যাবলৈ আজিও কৰণীয় বহুত আছে তাকেই উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰিছে ইমান সুন্দৰ অভিজ্ঞতাপূৰ্ন বক্তৃতাৰে 👌👌👌 বহুত বহুত ধন্যবাদ ও আন্তৰিক শুভেচ্ছাৰ লগতে সুস্বাস্থ্য ও সকলো দিশতে মংগল হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏

  • @bimalaprasadborah
    @bimalaprasadborah9 күн бұрын

    সুন্দৰ ভাষা, ভবিষ্যত উন্নতি কামনা কৰিলো। আকৌ যেন এনে কৈ ভাষন শুনিবলৈ পাও আশা কৰিলোঁ।

  • @jantihira9356
    @jantihira93569 күн бұрын

    প্ৰথম প্ৰণাম আপোনাক হয়টো মিঠা যুক্তি সঙ্গত সঠিক নিভিক নিৰপেক্ষ উচিত মানদণ্ড ভাষন দিয়া.. প্ৰথম মহিলা এগৰাকী দেখা পোৱাৰ বাবে কোটি কোটি ধন্যবাদ আপোনাৰ নিচিনা অসমৰ জীয়ৰী বোৰক অনুৰোধ স্পষ্ট ভাবে স্পষ্টবাদী হোৱা ..অসম বহুতো আগুৱাই যাব ।

  • @balendas4259
    @balendas42599 күн бұрын

    সুন্দৰ বক্তব্য সুন্দৰ কণ্ঠ । খোকোজা নলগাকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী গণ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিষয়ে ভাষণ ৰখা এঞ্জেলা চাংমালৈ অভিনন্দন জ্ঞাপন কৰিছো ।

  • @bipulphukan3756
    @bipulphukan37567 күн бұрын

    কৃতজ্ঞতা জ্ঞাপন কৰিলো। এনে ধৰণৰ মৰ্মস্পৰ্শী ভাষন আগলৈয়ো আশা কৰিলো 🙏

  • @user-uk7hi9yn1g
    @user-uk7hi9yn1g4 күн бұрын

    সুন্দৰ মন্তব্য বাইদেউ আপোনাৰ ওচৰত আমি কৃতজ্ঞ তাজনাইছো।

  • @dilapboruah8802
    @dilapboruah88024 күн бұрын

    সুন্দৰ আলোকপাত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @animagogoi5297
    @animagogoi52973 күн бұрын

    এনজেলা আজিৰ প্ৰজন্মৰ আদৰ্শ।আগুৱাই গৈ থাকা । আশীৰ্বাদ থাকিল।

  • @surajrabha1331
    @surajrabha13319 күн бұрын

    বহুত সুন্দৰ ভাষণ দিছে ভাল লাগি।💯💯💯

  • @harihardeka5750
    @harihardeka57505 күн бұрын

    সচাকৈ সুন্দৰ ভাষণ তথা বাৰ্তা ৷নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি ভাবো ৷

  • @user-oz2oz1cp3i
    @user-oz2oz1cp3i8 күн бұрын

    অতি সুন্দৰ ভাষন আপোনাৰ নতু প্ৰজন্মৰ আপোনাৰ কথা বোৰ সুনিবনে।।। ধন্যবাদ আপোনাক 🎉🎉

  • @jyotishmansportschannel5948
    @jyotishmansportschannel59489 күн бұрын

    সুন্দৰ লাগিল, সত্য কথা।

  • @minatidas4573
    @minatidas45738 күн бұрын

    তোমাৰ ভাষাই মন মগজু গৈছে ঠিক কথা কৈছে ❤❤❤

  • @ProbalKhataniar
    @ProbalKhataniar9 күн бұрын

    সকলো দিশ সামৰি এটি সুন্দৰ বক্তব্য।🙏🙏

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika8 күн бұрын

    মন মগজু চুই যোৱা ভাষণ ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka74029 күн бұрын

    অতি সুন্দৰ ভাষ্য প্ৰকাশঢ কৰিছে

  • @diptidevi4055
    @diptidevi40558 күн бұрын

    সত্য কথাবোৰ অতি সবল ভাৱে উপস্থাপন কৰাৰ বাবে ধন্যবাদ।

  • @nirumahantadutta4701
    @nirumahantadutta47013 күн бұрын

    বৰ সুন্দৰ আৰু সাৱলীল বক্তৃতা

  • @MohanGogoi-gx3hm
    @MohanGogoi-gx3hm9 күн бұрын

    বহুত ভাল লাগিল।

  • @surenboruah3241
    @surenboruah32415 күн бұрын

    বহুত সুন্দৰ বক্তব্য👌👌👌

  • @bimalboruah9507
    @bimalboruah95079 күн бұрын

    Anjela I am very much appreciated of your valuable speech regarding kolaaguru Bishnu Prasad Ravaa .

  • @GobindaSharma-re7qx
    @GobindaSharma-re7qx4 күн бұрын

    Hridoi parasa monograhi vasan, may you long live, congratulation,

  • @dr.ranjitnarzary3070
    @dr.ranjitnarzary30705 күн бұрын

    Hosa kotabor udongai diyar karone bohut bohut dhonyabad.

  • @jitendrasaikia9508
    @jitendrasaikia95085 күн бұрын

    বহুত ভাল লাগিল 🙏🏽🙏🏽🙏🏽🙏🏽

  • @rajotphukon3403
    @rajotphukon34039 күн бұрын

    সুন্দৰ ভাযণ আগুৱাই ষোৱা।

  • @mrinalmedhi8346
    @mrinalmedhi83469 күн бұрын

    বাইদেউ বৰ সুন্দৰ 🙏🙏🙏

  • @bilahkonwar5865
    @bilahkonwar58659 күн бұрын

    ইমান সুন্দৰ ভাষণ দিলে মোৰ ফালৰপৰা ধন্যবাদ কাৰণ আজিলৈকে এছামে অসমীয়া বুলি কয় অসমীয়াই কেনেকৈ আগবাঢ়ে সেই কথা নিজেই নাজানে এইবিলাক কৈ নিজেই পদত অধিষ্ঠিত হয় পিছত অসমীয়া কথা পাহৰিবলৈ ধৰে ধন্যবাদ বাইদেউ সছা সমান ধৰ্ম নাই মিছা সমান পাপ নাই

  • @TimesGuwahati

    @TimesGuwahati

    9 күн бұрын

    Thank you

  • @mr.nabarun
    @mr.nabarun8 күн бұрын

    বিনন্দ আৰু কুঞ্জৰ সুযোগ্যা কন্যা এঞ্জেলা চাংমাই লৈ অশেষ ধন্যবাদ ও আৰ্শীবাদ থাকিল।

  • @PurnaBaruah
    @PurnaBaruah9 күн бұрын

    বাইদেৱে মুৰো যেন মনৰ কথা খিনিকে স্পষ্টভাবে উপস্থাপন কৰিলে । আপোনাৰ নিৰ্ভিক সাংবাদিকতাক সেল্যওত জনালোঁ ।

  • @bipulsaikia7387
    @bipulsaikia73879 күн бұрын

    আপুনি সত্য কথা কৈছে সুন্দৰ

  • @michaelrava8666
    @michaelrava86663 күн бұрын

    Appreciate your speech and plea our Rabha people to awaken up with unity.

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia56317 күн бұрын

    ❤মাজনী বৰ ভাল পালোঁ শুনি , ধুনীয়া ভাষাৰে তোমাক ভাল লগাব নোৱাৰোঁ । সুন্দৰ আগবাঢ়ি যোৱা, ভগৱানে সহায় কৰিব ।

  • @amulyasarma4057
    @amulyasarma40579 күн бұрын

    An exceptional speech presented by Anjela Changmai

  • @mahendradas1610
    @mahendradas16109 күн бұрын

    ধন্যবাদ madam . বহুত ভাল লাগিল ।

  • @shriarchana8844
    @shriarchana88449 күн бұрын

    সমুদ্ৰ মন্থনৰ কাহিনীটো দৰে লাগি।

  • @bijoychangmai1472
    @bijoychangmai14729 күн бұрын

    সুন্দৰ ভাষণ ...

  • @tarachangmai757
    @tarachangmai7579 күн бұрын

    এঞ্জেলা তোমাৰ কথা খিনিয়ে সকলোকে চেতনা জগাই তুলিব, কথাখিনি সময় উপযোগী হৈছে,তোমালৈ ধন্যবাদ থাকিল।

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz9 күн бұрын

    অতি সুন্দৰ বক্তব্য।

  • @oscarregon9160
    @oscarregon91609 күн бұрын

    সুন্ধৰ বক্তব্য প্ৰমাণ জনাইছোঁ আপোনাক ।।

  • @Partha-zx9xy
    @Partha-zx9xy9 күн бұрын

    Excellent speech. We need this for present situation.

  • @satyajitkhound350
    @satyajitkhound3509 күн бұрын

    অতি মনপৰশা সাৱলীল গতিৰ তত্ব গধুৰ এক ভাষণ ,প্ৰথম বাৰলৈ শুনিলো।সৰস্বতী দেৱীৰ আশীষ প্ৰাপ্ত যেন বোধ হ'ল।স্বামী বিবেকানন্দৰ ভাষণৰ ক'থা অলপ হ'লেও মনত পেলাই দিলে সকলোকে।ঈশ্বৰ প্ৰদত্ত বাগ্মিতা,তাকো ৰাতি দুটা বজাত।

  • @upendutta2371
    @upendutta23713 күн бұрын

    Bor sundor hoise di

  • @kalpanaborah5701
    @kalpanaborah57019 күн бұрын

    বৰ সুন্দৰ ভাষণ।

  • @urstatus2637
    @urstatus26379 күн бұрын

    অতি সুন্দৰ 🙏🙏🙏

  • @manojkrbhattacharyya4499
    @manojkrbhattacharyya44999 күн бұрын

    Salute for such a brilliant speech.

  • @dhanduwarah748
    @dhanduwarah7489 күн бұрын

    বহুত সুন্দৰ ভাষন

  • @user-eh5mt2cn8l
    @user-eh5mt2cn8l9 күн бұрын

    সুন্দৰ মন সুই গল

  • @jagannathdas484
    @jagannathdas4849 күн бұрын

    বহু ধন্যবাদ।

  • @prodipbora2752
    @prodipbora27529 күн бұрын

    চেলুট।

  • @bileswarborah4730
    @bileswarborah47309 күн бұрын

    ভাল লাগিল যাতে তেওঁৰ এই সুমধুৰ কথা আকৌ শুনিবলৈ আগ্ৰহী মই বাইদেউ ।

  • @sitarabha2503

    @sitarabha2503

    9 күн бұрын

    Biswa

  • @sitarabha2503

    @sitarabha2503

    9 күн бұрын

    Biswa bijoy nojuwan Rabha sangit nohoi .jyuti sangit he. Thanks

  • @bijoyabaruah1245
    @bijoyabaruah12459 күн бұрын

    Bohut Bhal lagil. ❤❤❤

  • @kushalbaruah8438
    @kushalbaruah84389 күн бұрын

    Supper....go on... thanks

  • @arabindamalakar1269
    @arabindamalakar12698 күн бұрын

    আপোনাৰ কথা বোৰ ভাল পালো আপোনাৰ কথাই মোক উৎসাহিত কৰিছে। কামৰ মাজেৰে আগুৱাই নিলে ভাল পাম। মই আপোনাৰ কথাৰ মাজেৰে সংকঅলপ ললো👍🏻

  • @rajeshdeori6453
    @rajeshdeori64538 күн бұрын

    সঁচা কথা ভাষনে অন্তৰ চুই গ'ল ধন্যবাদ ।

  • @BitupanDeuri-oc5hz
    @BitupanDeuri-oc5hz8 күн бұрын

    Nojona khota janibo paisu baidew ..bohut vall lagil baidew ❤❤❤❤

  • @user-iz3vk6lp9c
    @user-iz3vk6lp9c6 күн бұрын

    Ati hundar....🌹❣️👍🌹..

  • @mukheswarkonwar9754
    @mukheswarkonwar97549 күн бұрын

    বহুত ভাষন শুনিছোঁ, কিন্তু ভাল লগা, সাৱলীলভাৱে,মনোগ্ৰাহীকৈ কথা কব পৰা, বহু সময় ধৰি শুনিবলৈ মন যোৱা এটা ভাষন। ভাল লাগিল।

  • @ajitsarma8237
    @ajitsarma82379 күн бұрын

    সুন্দৰ

  • @mridulkalita5914
    @mridulkalita59144 күн бұрын

    Nice speech 👏

  • @jahnabineog
    @jahnabineog8 күн бұрын

    Hosakoi bor val lagil. Spostobadi baideu. Khub hundor vakhon

  • @padmalochangogoi6742
    @padmalochangogoi67424 күн бұрын

    Hundor

  • @gunakantabaruah1988
    @gunakantabaruah19888 күн бұрын

    তোমাৰ স্পষ্টবাদিতা ভাল লাগিল।

  • @diptikalita4874
    @diptikalita487410 сағат бұрын

    Satya katha .val lagil.

  • @anjansarma9791
    @anjansarma97917 күн бұрын

    Fine hoise baidew

  • @dipokmoram3159
    @dipokmoram31599 күн бұрын

    আপোনাৰ কথাখিনিয়ে মন চুই গ'ল বা.... 🎉😅

  • @UpalTaid
    @UpalTaid9 күн бұрын

    Mojja video 📷❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bitupanhazarika8172
    @bitupanhazarika81729 күн бұрын

    Excellent debate.....👍

  • @Tora532
    @Tora5329 күн бұрын

    Eman monomoha bhasan... 🙏🙏🙏 kobitar abritti 🙏🙏

  • @kaushikdeka1668
    @kaushikdeka16688 күн бұрын

    সুন্দৰ ভাষন ❤❤❤

  • @meghdoot616
    @meghdoot6169 күн бұрын

    দূৰ্দান্ত

  • @dhananjaydas5934
    @dhananjaydas59347 күн бұрын

    Ati hundar ..mat tu bor dhunia

  • @bulukantadutta8912
    @bulukantadutta89128 күн бұрын

    সুন্দৰ ,সুন্দৰ

  • @golakkochary2845
    @golakkochary28454 күн бұрын

    Very important for us.

  • @sanjibrajkhowa123
    @sanjibrajkhowa1239 күн бұрын

    Right koisi👍👍👍

  • @jnvlogs2821
    @jnvlogs28219 күн бұрын

    বৰ সুন্দৰ দে

  • @akantanath211
    @akantanath2118 күн бұрын

    বৰ ভাল লাগিল বাইদেউৰ ভাষণ ।

  • @deepalideka718
    @deepalideka7187 күн бұрын

    সুন্দৰ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p4 күн бұрын

    ❤बहोत बहोत धन्यबाद आप को एंजेला चांमा

  • @bhabendeka3039
    @bhabendeka30397 күн бұрын

    এক বুজাব নোৱাৰা অন্ত স্পৰ্শ কৰা ভাষন, বহুত বহুত ধন্যবাদ

  • @rajatgogoi1241
    @rajatgogoi12419 күн бұрын

    তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিছো ।

  • @user-cg7hp7qv9j
    @user-cg7hp7qv9j9 күн бұрын

    Thank you

  • @ujjalchandrakalita1193
    @ujjalchandrakalita11939 күн бұрын

    Thank you so much 👍🙏

  • @monjugogoi6107
    @monjugogoi61078 күн бұрын

    মৰম আৰু আশীর্বাদ থাকিল

  • @bhobendeka6977
    @bhobendeka69778 күн бұрын

    Bahut janiblogia kotha important for all thanks

  • @anamikadas-tk9jf
    @anamikadas-tk9jf9 күн бұрын

    Bor dhuniya ke koise ma'am Val lagil ❤❤❤

  • @digantasarania3048
    @digantasarania30489 күн бұрын

    Akdom xosa kotha !

  • @TimesGuwahati

    @TimesGuwahati

    9 күн бұрын

    🙏🙏🙏🙏

  • @shyhandiq
    @shyhandiq9 күн бұрын

    জ্যোতিপ্ৰসাদ আগৰৱালা, বিশ্ব বিজয়ী নৱ জোৱান জ্যোতি সংগীত

  • @user-te4mb5de4w
    @user-te4mb5de4w9 күн бұрын

    Mozza dise kintu baideo🎉

  • @rajibgogoi3232
    @rajibgogoi32324 күн бұрын

    100/ Right

  • @jasepahmed7706
    @jasepahmed77067 күн бұрын

    Great 👍

  • @aneekkumar8067
    @aneekkumar80674 күн бұрын

    Hats off you Angelina ❤

Келесі