শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ সৈতে বাৰ্তালাপ

শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ সৈতে বাৰ্তালাপ
/ @officialranjuhazarika
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #ranjuhazarika

Пікірлер: 186

  • @ramnathborah7356
    @ramnathborah735611 күн бұрын

    ভাৰতৰ ৰহষ্যময় উপন্যাস লেখক শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱক অসম,ভাৰত, চৰকাৰে মাননী বটাৰে যুগমীয়া কৰি ৰখা হয় যেন,,,,,,,,,

  • @kamalakantanath2896
    @kamalakantanath28964 күн бұрын

    হাজৰিকা দেৱৰ বহুত কিতাপ পঢ়িলো।লেখক গৰাকীক দেখি বৰ ভাল লাগিল।আপোনাৰ দীঘায়ু কামনা কৰিলোঁ ।চাপৰমুখ নগাঁও।

  • @BinapaniDowarah
    @BinapaniDowarah16 күн бұрын

    প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ

  • @nikhitagogoi6795
    @nikhitagogoi679516 күн бұрын

    মোৰ প্ৰিয় ব্যক্তি ৰঞ্জু হৰৰিকা দেৱ, তেওঁ ৰ 10 খন মান কিতাপ পঢ়িছোঁ, আৰু পঢ়িব মন আছে কিন্তু পইচা নাই কিনিবলে স্কুল ৰ লাইব্ৰেৰী আৰু লগৰ ৰ পৰা বহুত কিতাপ বিচাৰি হে পঢ়িছোঁ, মই আশা কৰি আছিলোঁ আপুনি কেতিয়া এওঁৰ লগত কথা পাতিব, ..........❤❤ আপুনি যাতে বহুত দিন জীয়াই থাকে তাকেই কামনা কৰিছোঁ ❤❤

  • @nikhitagogoi6795

    @nikhitagogoi6795

    16 күн бұрын

    এদিন লগ পোৱাৰ আশা আছে এই প্ৰিয় ব্যক্তি জনক.... 😢❤

  • @aparajitaphukan1371

    @aparajitaphukan1371

    15 күн бұрын

    Dhanyabad , bor xundor anusthan korile , bohut bhal lagil .

  • @AchiniBoruah
    @AchiniBoruah15 күн бұрын

    মইও বৰ্তমান তেখেতৰ আত্মজীৱনী "জীৱনৰ ফুল আৰু কাইটখন" পঢ়ি আছো । তেখেতক এনেধৰনে সাক্ষাৎকাৰত দেখা পাই বহুত ভাল লাগিল । আপোনালোকেও পাৰিলে এওঁলোকৰ নিচিনা লোকসকলৰ interview বোৰ লবচোন বহুত ভাল লাগিব । Next শান্তনু তামূলী, শান্তনু কৌশিক বৰুৱা এওঁলোকৰো ল'ব চোন । অকল Views ৰ বাবে KZreadr, Singer বোৰকে মাতি থাকিলে ভাল নালাগে । পাৰিলে Businessman বোৰকো আনিবলৈ চাব , চাকৰি বাকৰি টো নাইয়েই কিবা অকনমান শিকিব পাৰোৱেই বা

  • @rahulgogoi6483

    @rahulgogoi6483

    15 күн бұрын

    মনৰ কথা এটা ক'লা 💚

  • @sibasishbhoradwaj1370
    @sibasishbhoradwaj137016 күн бұрын

    ধন্যবাদ চক্ৰ দা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে।

  • @nanditakalita172
    @nanditakalita17216 күн бұрын

    অনুষ্ঠান তো চাই বহুত ভাল লাগিল,, সৰুৰ পৰাই ভাবিছিলো ৰঞ্জু হাজৰিকা নাৰী বুলি,, পিছত গম পালো পুৰুষ,, আজি দেখা পালোঁ বহুত দিনৰ আশা পূৰণ হল

  • @samujwalsvlogs4385
    @samujwalsvlogs438515 күн бұрын

    বাৰ্তালাপত এটা সুন্দৰ সংযোজন৷ বৰ ভাল লাগিল৷ মই বহুত দিনৰপৰা ভাবি আছিলোঁ যে চক্ৰ দাই ৰঞ্জু হাজৰিকা ছাৰক কিয় ইমানদিন নিমন্ত্ৰণ কৰা নাই বুলি৷ অৱশেষত এই সুন্দৰ অনুষ্ঠানটো ছোৱাৰ সুভাগ্য হ’ল৷❤❤❤

  • @binuddeka7799
    @binuddeka779916 күн бұрын

    “বিশাক্ত আলিংগন” Story ultimate 😎

  • @karinasaikia1549
    @karinasaikia154916 күн бұрын

    অসমীয়া সাহিত্য জগতৰ সোণোৱালী ভৰালঁটোক চহকী কৰা এজন অন্যতম সাহিত্যিক আমাৰ সকলোৰে শ্ৰদ্বাৰ ৰঞ্জু হাজৰিকাদেৱ। তেখেত সদায় ভালে থাকক।লগতে বাৰ্তালাভৰ পৰিয়ালটিলৈ মৰম থাকিল।

  • @minatideka1393
    @minatideka139316 күн бұрын

    ৰঞ্জু হাজৰিকাই কষ্ট কৰি মৰে কুমুদ হাজৰিকাই আৰমত খাই বৰ ভাল লাগিল

  • @Parul_Saikia
    @Parul_Saikia14 күн бұрын

    হাজৰিকা দেৱ, আপোনাৰ ব্যক্তিত্ব ক অন্ত ৰেৰে শ্ৰদ্ধা জনাই ছো ।

  • @ritamohan2304
    @ritamohan23046 күн бұрын

    মোৰ প্ৰিয় সাহিত্যিক : বহুত ভাল লাগিল : তেওঁলৈ মোৰ সেৱা আগবঢ়ালো : বহুত বহুত ধন্যবাদ :

  • @RubiDevi-oh7ww
    @RubiDevi-oh7ww15 күн бұрын

    বৰ ভাল লাগিল অনুষ্ঠানটি চাই।

  • @bijoyshankargogoi5161
    @bijoyshankargogoi516116 күн бұрын

    আগতে আমি মৌচাক আলোচনীৰ "জেচন", " পবন" ৰ খণ্ডবোৰ পঢ়িবলৈ প্ৰতি মাহৰ প্ৰথম সপ্তাহলৈ অপেক্ষা কৰি আছিলোঁ। টেবুলত পাঠ্যপুথিৰ মাজত ৰঞ্জু হাজৰিকাৰ দেৱৰ উপন্যাস পঢ়াৰ আমেজেই সুকীয়া।

  • @AchiniBoruah

    @AchiniBoruah

    15 күн бұрын

    পবন খন মোৰ খুব পঢ়িব মন থাকিলে । ডাঙৰ কিতাপ হিচাপে পাম নেকি বাৰু সেইখন

  • @singlelife3603

    @singlelife3603

    15 күн бұрын

    সচাই এই কেইটা চিৰিজ অসাধাৰণ আছিল।

  • @manosibaruah2352
    @manosibaruah235212 күн бұрын

    মই ৰঞ্জু হাজৰীকা দেৱৰ কেবাখনো কিতাপ পঢ়িছো ,অতি সুন্দৰ , তেখেতৰ গল্প ৰ চৰিত্ৰ বিলাক মন চুই যোৱা । মোৰ তেখেতৰ জুলু নামৰ উপন্যাস খন বৰ প্ৰিয় আছিল ।

  • @jinaborgohain1909
    @jinaborgohain190914 күн бұрын

    এটা সময়ত তেখেতৰ লেখা পঢ়িবৰ বাবে আমাক অপেক্ষা শব্দটোৱে ৰহস্যৰ পম খেদিবলৈ লগেই নেৰিছিল । বিশ্বনাথৰ পৰা তেজপুৰ নিকামুল চাৰিআলিত থকা কিতাপৰ দোকান খনলৈকে বাৰ্তালাপৰ মজিয়াত হাজৰিকাদেৱক দেখা পাই মনত পৰি গল । তেখেতৰ সু সংবাদৰ বাবে অভিনন্দন জনালোঁ ।

  • @debajitchetia1659
    @debajitchetia165916 күн бұрын

    মোৰ অন্যতম প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱলৈ অভিনন্দন জনালো।

  • @dilipkrhazarika4036

    @dilipkrhazarika4036

    14 күн бұрын

    0000000000⁰0⁰⁰⁰⁰⁰⁰⁰0000000000000000000⁰000000000000⁰⁰0⁰00000000000😊😊

  • @punyagogoi7792
    @punyagogoi779216 күн бұрын

    বহুত ভাল লাগে ছাৰৰ কিতাপ পঢ়ি।

  • @sushilkonwar7012
    @sushilkonwar70123 күн бұрын

    মহান উগ্ৰ প্ৰেমিক উপন্যাসিক -- পৃথিৱী খুবেই কমেই আছে চাগে --

  • @ashadeoriranideori2864
    @ashadeoriranideori28649 күн бұрын

    ধন্যবাদ চক্রদা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াবাবে।আশাৰাণী দেউৰী ।

  • @nothumanff2.2
    @nothumanff2.222 сағат бұрын

    বাৰ্তা লাভৰ জৰিয়তে ছাৰলৈ দেৰিকৈ হ'লেও অভিনন্দন জ্ঞাপন কৰিলো ।

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu605916 күн бұрын

    Moi log puwar subhagya hoise, mor Priya ejon lekhok, Bartalapak bahuta dynabad ❤

  • @pujadowari8569
    @pujadowari856910 күн бұрын

    মোক শব্দৰ প্ৰেমত পেলোৱা প্ৰথমজন লিখকলৈ বহুত বহুত শুভ কামনা জনালোঁ 💐🙏

  • @07jeetblog85
    @07jeetblog8516 күн бұрын

    My favourite detective writer

  • @porinitagogoi2426
    @porinitagogoi242616 күн бұрын

    প্ৰিয় ব্যক্তিজন❤

  • @RrrNgg10
    @RrrNgg1015 күн бұрын

    One of my best episode for my life......

  • @dipborah2598
    @dipborah259814 күн бұрын

    খুউব সুন্দৰ অনুষ্ঠান ৷তেখেতৰ কিতাপ সৰুৰে পৰাই পঢ়িছো ৷

  • @mamonidevi617
    @mamonidevi61716 күн бұрын

    Baarta Laap Mur priyo anusthan moi aajihe gom palu male buli tekhetor kothabur bohut bhal lagil thanks pareshar dada

  • @renumedhi5370
    @renumedhi53707 күн бұрын

    Long live Hazrika sir, may God bless you

  • @sarmisthaozah1617
    @sarmisthaozah16177 күн бұрын

    আপোনাৰ ইমান ভাল লগা কথা শুণি বৰ ভাল লাগিল।

  • @moonmigogoi4027
    @moonmigogoi402710 күн бұрын

    🎉 sir লৈ শুভ কামনা থাকিল।

  • @puspaborah4779
    @puspaborah477916 күн бұрын

    আপোনাৰ বহুত কিতাপ পঢ়িলো‌ আশীৰ্বাদ কৰিছো । আৰু আগ বাঢ়ক ।

  • @momihazarika413
    @momihazarika41316 күн бұрын

    Bht2 val lagil video to Sai🙏

  • @SabinayesminYesmin-ei6cv
    @SabinayesminYesmin-ei6cv10 күн бұрын

    মোৰ প্ৰিয় লিখক জন। সৰুৰে পৰাই দেউতাৰ মুখত এওঁৰ লিখনি বোৰ শুনিছিলো। তেতিয়াৰ পৰাই তেওঁৰ কিতাপৰ প্ৰতি আগ্ৰহী হৈ পঢ়িছিলোঁ। আৰু আজি মানুহ জন দেখাৰ সৌভাগ্য হ'ল।

  • @jyotimonisaikia1195
    @jyotimonisaikia119516 күн бұрын

    এটা সময়ত ৰঞ্জু হাজৰিকা দেৱৰ কিতাপৰ বাবে বলিয়া আছিলোঁ। এতিয়া দেখোন সকলো কিতাপেই পঢ়া সেৰেঙা... তথাপিও মই পঢ়ো...

  • @user-ut4zv1ki5g
    @user-ut4zv1ki5g11 күн бұрын

    বৰ ভাল পাও তেখেতক সৰুতে ছোৱালী ভাবিছিলো ভগবানে ভালে ৰাখক ❤❤

  • @JuriModoi
    @JuriModoi16 күн бұрын

    সৰুৰেপৰা যিগৰাকী লেখকৰ কিতাপে মোক পাগল কৰি তুলিছিল,সেইগৰাকী প্ৰিয় লেখকেই হৈছে ৰঞ্জু হাজৰিকাদেৱ।আনকি মেট্টিকৰ দৰে পৰীক্ষাৰ মাজতো মনে মনে তেখেতৰ কিতাপ হাতত পৰিলেই পঢ়াৰ মাজত লুকুৱাই তেখেতৰ কিতাপ পঢ়ি আছিলোঁ।

  • @abdulmostaque5111
    @abdulmostaque51119 күн бұрын

    সঁচা কে মহান জনক সান্নিধ্য কৰাই দিয়াৰ বাবে বাৰ্তালাপলৈ অশেষ ধন্যবাদ

  • @apurbabaruah2088
    @apurbabaruah208810 күн бұрын

    ধন্যবাদ , প্ৰিয় লেখকজনৰ বিষয়ে বহুত নজনা কথা জনিলোঁ ।

  • @diptidutta8569
    @diptidutta85698 күн бұрын

    বহুতেই ভাল লাগিল

  • @tanmanasubhasini5949
    @tanmanasubhasini59499 күн бұрын

    তেওঁ সদায় প্ৰিয়!🤍

  • @domborugogoi971
    @domborugogoi9713 күн бұрын

    My favourate writer

  • @user-vw2el4ot4h
    @user-vw2el4ot4h16 күн бұрын

    Chakrapani parashar apunar mukhar hahitut kiba rahasay ase.

  • @utpaldas7593
    @utpaldas75935 күн бұрын

    Evergreen interview

  • @UshaChetia-dz6cp
    @UshaChetia-dz6cp18 сағат бұрын

    Bar val lagil

  • @NortheastExplorerRH
    @NortheastExplorerRH15 күн бұрын

    ৰহস্য সম্ৰাজ্ঞী ৰঞ্জু হাজৰিকা ছাৰক ব্যাখ্যা কৰাটো অতি কঠিন কাম 🙏 মোৰ ভাষাৰে অসমীয়া সাহিত্য জগতৰ জ্যোতিষ্ক। ভগৱানে ছাৰক সদায়ে আশীৰ্বাদ দিয়ক আৰু আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ থাকক 🙏🙏

  • @pranabsarma3191
    @pranabsarma319116 күн бұрын

    Bahut val lagile❤❤❤❤

  • @HappyProteaFlower-jv4ss
    @HappyProteaFlower-jv4ss13 күн бұрын

    প্ৰিয় সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ। এটা সময় আছিল যেতিয়া অন্য সাহিত্যিকতকৈ ৰঞ্জু হাজৰিকাৰদেৱৰ এটা সুকীয়া স্থান আছিল।একক , অনন্য, মাদকতাৰ এক আকৰ্ষণ আছিল। তেওঁৰ কিতাপ খেদি খেদি পঢ়িছিলো।এক ৰোমাঞ্চকৰ পৃথিৱীত বিচৰণ কৰা যেন অনুভৱ হৈছিল।

  • @anilkumarchetia1816
    @anilkumarchetia181616 күн бұрын

    Exceptional .

  • @pbvlogsaxom9157
    @pbvlogsaxom915716 күн бұрын

    বহুত ধুনীয়া লাগিছে তেখেতক দেখা পাই ।

  • @MousomprotimBorah
    @MousomprotimBorah16 күн бұрын

    আপোনাৰ শংকিত প্ৰতিধ্বনি কিতাপ খন মোৰ বৰ প্ৰিয় 🙏 🙏 ।

  • @diptibhazarika7408
    @diptibhazarika740815 күн бұрын

    ৰঞ্জু হাজৰিকা দেৱলৈ শ্ৰদ্ধা নিবেদিলো 🙏আৰু অভিনন্দন জনালো 🙏

  • @singlelife3603
    @singlelife360315 күн бұрын

    অন্যতম প্ৰিয়

  • @user-cg1ic6gm5n
    @user-cg1ic6gm5n16 күн бұрын

    বৰ ভাল লাগিল।

  • @purobeegogoi1343
    @purobeegogoi134315 күн бұрын

    Mur priyo Hahityik jon, nor bhal lagil❤

  • @shekharbhatt8315
    @shekharbhatt831513 күн бұрын

    প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ💗

  • @jyotsnadevi2956
    @jyotsnadevi295616 күн бұрын

    ৰহস্য ময় ব্যক্তি ভাল লাগিল।

  • @UjjwalBharali-qi2ub
    @UjjwalBharali-qi2ub11 күн бұрын

    Bohut val lage ❤

  • @ranjanaborah1817
    @ranjanaborah181715 күн бұрын

    তেখেতৰ বিষয়ে নজনা বহু কথা জানি ভাল লাগিল ।

  • @pranabsarmah7194
    @pranabsarmah719410 күн бұрын

    এখেতৰ কিতাপ মোৰ সকলোতকৈ বেছি ভাল লাগে।

  • @NilimaHazarika-ru5uo
    @NilimaHazarika-ru5uo11 күн бұрын

    বহুত ভাল লাগিল ।মোৰ প্ৰিয় লেখক । তেওঁক আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ দ্বাৰা শ্ৰদ্ধা ,তথা প্ৰনাম জনালো 🙏।তেওঁৰ বিষয়ে বহুত নজনা কথা জানিব পাৰিলো 😊বহুত বেছি ভাল লাগি ল।

  • @GamingwithAsif63
    @GamingwithAsif638 күн бұрын

    Mur favourite lekhok ❤ apunar akhon Kota hat , mur favourite upoinaikh ❤

  • @dipanjalidevi-np3iv
    @dipanjalidevi-np3iv15 күн бұрын

    মোৰ প্ৰিয় মানুহ জন 🙏ছাৰ কিতাপ পঢ়ি ময় বহুত ভাল পাওঁ

  • @DiptiBorah-lt1bu
    @DiptiBorah-lt1bu15 күн бұрын

    ভাল লাগিল দাদা ।

  • @sunmonikonwar3888
    @sunmonikonwar38887 күн бұрын

    Mur priyo lekhok gorakiloi antorik abhinandan jonalu😊😊😊

  • @runjunkurmi7170
    @runjunkurmi717013 күн бұрын

    My best best best writer......Bohut vl lagay apunar kitap

  • @07jeetblog85
    @07jeetblog8516 күн бұрын

    Hundar

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m12 күн бұрын

    Nice. Ronju sir is great writer.. We proud you...

  • @surajpradhan439
    @surajpradhan43915 күн бұрын

    Apunaloi bahut bahut Abhinandan

  • @ranudas593
    @ranudas59313 күн бұрын

    চাৰ মোৰ প়িয় লেখক, মই প়ায় আজিৰ পৰা 25 বছৰৰ আগতেই তেখেতৰ এড়েচটো পাই চিঠি এখন দিছিলো মোৰ কিছুমান কথা লিখি প়ায় এমাহ মানৰ পিছতে চাৰে উত্তৰ দিছিল,মামা বুলি মাতিব কৈছিল মোক,খুব ভাল লাগিছিল,অলপ দিনৰ পিছতে মোৰ বিয়া হল,চিঠিখন কেনেবাকৈ অকনমান ফাটিল,এড়েছটো হেৰাই গল ,বৰ দুখ পাইছিলো মনত,আজি হঠাৎ এনেকৈ দেখি ভগৱানক পোৱাৰ দৰে লাগিছে,অনুগ়হ কৰি এডেছটো দিবনে🙏

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz16 күн бұрын

    বহুত বহুত ভাল ❤

  • @purnanathborah2729
    @purnanathborah272914 күн бұрын

    ৰঞ্জু দাৰ কিতাপেৰেই আৰম্ভ কৰিছিলোঁ বাহিৰা কিতাপ পঢ়িবলৈ ৷

  • @jyotimonisaikia1195
    @jyotimonisaikia119516 күн бұрын

    আন্তৰিক অভিনন্দন জনালোঁ 🌷🌷

  • @navabora9489
    @navabora948916 күн бұрын

    এতিয়া হলিউড বলিউডৰ ৰহস্য চিনেমা চাই সিমান মজাই নালাগে যিমান আমি কৈশোৰ কালত হাজৰিকা দেবৰ উপন্যাস পঢ়ি মজা পাইছিলোঁ।

  • @nazrulhoque2473
    @nazrulhoque247312 күн бұрын

    মইয়ো প্ৰথমে মহিলা বুলি ভাবিছিলো শুনি বহুত আচৰিত হৈছিলো... ৰঞ্জু হাজৰিকা মানে এটা ৰহস্য

  • @kabitadas5563
    @kabitadas55639 күн бұрын

    মোৰ মৰমৰ লিখক ৰঞ্জু দা,সৰুতে এটা দ্বীপ সাতটা কবৰ পহৰিছিলো,সঁচাই তেওঁক অসম চৰকাৰে যিমান ডাঙৰ লিখাৰ বঁটাৰ উপাধি আছে দিব লাগে

  • @user-eq3kn5xd8l
    @user-eq3kn5xd8l15 күн бұрын

    বহুতে ভবাৰদৰে চাৰক মইও মহিলা লেখক বুলি ভাবি ছিলো। আপোনাৰ কিতাপ পঢি বহুত ভাল লাগে। ❤❤❤

  • @Jeemoni
    @Jeemoni15 күн бұрын

    ভাল লাগিল।প্ৰিয় ব্যক্তি জনৰ বিষয়ে বহত কথা জানিব পাৰিলো।

  • @amariba6985
    @amariba698514 күн бұрын

    তেখেতৰ বহু কেইখন কিতাপ পঢ়িছোঁ। আগতে বাতৰিকাকত, বিস্ময় যেতেই নহওক ৰঞ্জু হাজৰিকা দেৱৰ লিখনি পঢ়িবলৈ পাগল হৈছিলো। তেখেতৰ দীর্ঘায়ু কামনা কৰিছো।

  • @bobyborah28
    @bobyborah2814 күн бұрын

    প্ৰথম তে তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছো ।সৰুৰে পৰা তেখেতৰ বহুত কিতাপ পঢ়িলো । ৰহস্য ঘন লেখাৰে তেখেতে আমাক বহুত কিবাকিবিয়েই দিছে।

  • @RinaGohain-en1pc
    @RinaGohain-en1pc10 күн бұрын

    Jani bhal lagil

  • @navanitabhattacharjee2728
    @navanitabhattacharjee272813 күн бұрын

    তেওঁক বাৰ্তালাপত দেখি বৰ ভাল লাগিল

  • @rabinkumarroy6473
    @rabinkumarroy647316 күн бұрын

    Thanks aaji log powa karone .Ranju khura my favorite

  • @bonditabaruahdutta745
    @bonditabaruahdutta74512 күн бұрын

    বহুত ভাল লাগিল 🙏🏼🙏🏼🙏🏼

  • @prasannabora7644
    @prasannabora764416 күн бұрын

    Bohut val lage manuh jonok.....Dirghojibi houk Dada

  • @ushadas1841
    @ushadas184111 күн бұрын

    মোৰ প্ৰিয় লিখক হাজৰিকা চাৰলৈ আন্তৰিক শ্ৰদ্ধা যাচিলো

  • @user-ut4zv1ki5g
    @user-ut4zv1ki5g11 күн бұрын

    চক্ৰপানি ছাৰ এবাৰ লগ পাবলৈ বৰ মন আছে পামনে মৰাৰ আগতে

  • @mayabinihandique708
    @mayabinihandique70815 күн бұрын

    Aji hy Ranju Hazarika sir ak deakhilu thank you 🙏chakrapani da

  • @debajani100rightchamua8
    @debajani100rightchamua811 күн бұрын

    Congratulations sir🎉. Apunar STOPDHA ARANYA mur bhut favorite hoi.

  • @siddharthmoran2801
    @siddharthmoran280116 күн бұрын

    Currently reading ""Trinayan ""series of sir❤

  • @pallabihazarika9646
    @pallabihazarika964612 күн бұрын

    ৰঞ্জু বৰদেউতা.. আমাৰ গাঁৱৰ গৌৰৱ 🙏❤️

  • @Nolini-jq4dj
    @Nolini-jq4dj13 күн бұрын

    বিশেষকৈ হাত খন।

  • @MonimalaBharali
    @MonimalaBharali16 күн бұрын

    মইও ভাবি আছিলো মাইকী মানুহ বুলি ।আজি এই অনুষ্ঠান টো চাই হে গম পাইছো।

  • @sumitradeka3599
    @sumitradeka359910 күн бұрын

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tumi28
    @tumi2813 күн бұрын

    বহুত ভাল লাগে ছাৰ ৰ কিতাপ পঢ়ি🎉🎉🎉🎉🎉🎉

  • @harenKalita-cu4is
    @harenKalita-cu4is16 күн бұрын

    Lv u sir,u r my favourite.

  • @gyandeep629
    @gyandeep62916 күн бұрын

  • @Sima.1234
    @Sima.123415 күн бұрын

    মই ভোতৰ এখন পঢ়িছিলো,,, মই তেতিয়া ভাবিছিলো তেখেত এগৰাকী মহিলা বুলি 7 মাহৰ পিছত আৰু একখন কিতাপ পঢ়াৰ পিছত হে গম পাইছিলো তেখেত পুৰুষ বুলি,,তেখেতক দেখা পাই ভাল লাগিল

  • @utpaldas7593
    @utpaldas75935 күн бұрын

    Uthi aha lora suwali bure sini pabo lage tekhetok...uthi aha lora suwali burok sinaki korai aneke ata onusthan korar babe thanks apunak

Келесі