বিষ্ণু প্ৰসাদ ৰাভাৰ ঘৰখন || Kolaguru Bishnu Prasad Rabha's House || Bishnu Rabha Divas

Videoত দেখুওৱা জৰাজিৰ্ণ ঘৰটোলৈ বিষ্ণু প্ৰসাদ ৰাভা দেৱ ৫-৬ শ্ৰেণীত পঢ়ি থাকোতে আহিছিল। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত তেওঁ মাজে সময়ে Videoত দেখুওৱা ঘৰটোলৈ আহিছিল। বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পিতৃৰ বিয়োগৰ পিছত ঘৰটোৰ উত্তৰাধিকাৰী সূ্ত্ৰে তেওঁৰ বৰপুত্ৰয়ে ঘৰটো পাইছিল।
গোটেই জীৱন বিষ্ণু প্ৰসাদ ৰাভা দেৱ video টোত দেখুওৱা ঘৰটোত নাছিল যদিও জীৱনৰ এটি সুন্দৰ কাল এই ঘৰটোতে পাৰ হৈছে।
The dilapidated house shown in the video was often visited by Bishnu Prasad Rava when he was in 5-6 standards. After passing his matriculation examination, he occasionally visited the house shown in the video. After the death of his father, his eldest son inherited the house. Although Bishnu Prasad Ravana did not live in the house shown in the video all his life but he spent a beautiful period of his life in this house.
প্ৰথমবাৰৰ বাবে এজন আদৰ্শবান কিংবদন্তি লোকৰ জীৱনৰ সৈতে জড়িত দুটিমান কথা আগবঢাইছো।কওঁতে, প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে তেন্তে ক্ষমা কৰি দিয়ে যেন !!
My Instagram
Colours of Brahmaputra - coloursofbrahma...
Ankur Pritam - ankur_pritam?ig...
My Facebook
Colours of Brahmaputra - profile.php?...
Ankur Pritam - ankur.pritam...
Special thanks
Debabrat sharma
Dr. Gautam Kumar Bora
BM
Lakhinandan Lahon
Shankuraj konwar
Yaan Baruah
Nabaflute studio
Amwa Assam
Dk musical
M. D. music
Bishnu prasad rabha
Bishnu prasad rabha songs
Bishnu prasad rabha films
Bishnu prasad rabha movie
Bishnu prasad rabha home
Bishnu prasad rabha house
Bishnu prasad rabha zubeen garg
Bishnu prasad rabha papon
Bishnu prasad rabha all songs
Rabha sangeet
Jyoti bishnu songs
#assam #Bishnuprasadrabha #bishnuprasadrabha #bishnuprasadrabhasongs
#zubeengarg #rabhasangeet

Пікірлер: 128

  • @coloursofbrahmaputra
    @coloursofbrahmaputra Жыл бұрын

    প্ৰথমবাৰৰ বাবে এজন আদৰ্শবান কিংবদন্তি লোকৰ জীৱনৰ সৈতে জড়িত দুটিমান কথা আগবঢাইছো।কওঁতে, প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে তেন্তে ক্ষমা কৰি দিয়ে যেন 🙏🙏

  • @himanibanikya8168

    @himanibanikya8168

    Жыл бұрын

    বহুত ভাল লাগিল এইটো মন্দিৰ❤❤❤❤❤

  • @user-ff4kn3qm6o

    @user-ff4kn3qm6o

    Жыл бұрын

    Nice

  • @ilaraninath3737
    @ilaraninath3737 Жыл бұрын

    এই মহান শিল্পী জনাৰ থকা ঘৰটো চৰকাৰে ৰক্ষণাবেশন দিযা উচিত।

  • @sukuramkachari72
    @sukuramkachari72 Жыл бұрын

    সেই সময়ত এইবোৰ ঘৰ বহুত দামি ঘৰ আছিল । খুব ভাল লাগিল।

  • @MANORANJANDAS-zk4qr
    @MANORANJANDAS-zk4qr Жыл бұрын

    কলাগুৰু বিষ্ণুপ্ৰসাদৰ ৰাভাদেৱে অসমীয়া জাতিক যি ধুনীয়া ধুনীয়া গীত উপহাৰ দি থৈগল তাৰ বিনিময়ত আজি জাতিয়ে তেখেতৰ সেই সাধাৰণ ঘৰটোৱে পৰিস্কাৰ পৰিচন্নতা কৰি ৰাখিবলৈ সদিচ্ছাৰ অভাৱ দেখিবলৈ পোৱা গৈছে ।আজি ঘৰখনৰ অবস্থা দেখি বৰ দুখ লাগিল। আজি চৰকাৰখনৰ যেন আহৰি নাই এই বিলাকত গুৰুত্ব দিবলৈ। আজি হাজাৰ হাজাৰ শিল্পীৰ সৃষ্টি হব পাৰে কিন্ত তেখেতৰ গীতৰ লগত কুন তুলনা কৰিব নোৱাৰে।

  • @anjankumardeka3457
    @anjankumardeka3457 Жыл бұрын

    ভালো লাগিছে. ....অতীত বোৰ আজি বুলি উপস্থাপন হোৱা বাবে

  • @bodybuildingmotivition9272
    @bodybuildingmotivition9272 Жыл бұрын

    ঘৰটো ভালদৰে ৰখা হয় আজিও তেওঁ থকা জেন লাগিল হেতেন🎉🎉🎉❤❤❤❤❤❤❤

  • @upenbora533
    @upenbora533 Жыл бұрын

    সুন্দৰ ভিডিও, কলাগুৰুলৈ প্ৰণিপাত 🙏🙏

  • @maryhazarika1186
    @maryhazarika1186 Жыл бұрын

    Juntu notoras murti dekhila mur kokar samadhi hoi bht dinr pasot dekhi val lgil tq😊

  • @Rokey12kny
    @Rokey12kny Жыл бұрын

    ঘৰটো দেখি বহুত দূখ লাগিছে

  • @jatnarabha9323
    @jatnarabha9323 Жыл бұрын

    মহান শিল্পী গৰসকী লৈ সহস্ৰ প্ৰনাম🙏🙏

  • @ramanujankuch5444
    @ramanujankuch5444 Жыл бұрын

    ঘৰটো দেখোতে মানুহ জন আজিও জীয়াই আছে যেন লাগিছে। তেওঁ নাথাকিলেও স্মৃতি জীয়াই আছে আৰু থাকিব ❤❤

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Жыл бұрын

    সুন্দৰ পদক্ষেপ ।বৰ ভাল লাগিল ।

  • @duludeka8310
    @duludeka8310 Жыл бұрын

    মহান শিল্পী গৰাকী লৈ সশ্রদ্ধ প্রনাম 🙏🙏🙏

  • @nirusaikia7631
    @nirusaikia7631 Жыл бұрын

    এনে এজন মহান ব্যক্তিৰ ঘৰটো অসমৰ চৰকাৰে সুৰক্ষিত কৰি ৰাখিব লাগে।ৰাভা দেৱৰ ঘৰটোকে অসমত এটা সঙগ্ৰাহলয় হিচাপে ৰাখিব লাগে। কোনো মূল্য নাই। এই ঘৰটোকে

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Жыл бұрын

    Vedio khini diyar babe bohut vhal lagil ..doinyabad dada 👍👍👍🤔😭💞🎉

  • @bibhisonrabha4343
    @bibhisonrabha4343 Жыл бұрын

    Mza love from boko Kamrup

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 Жыл бұрын

    আমি চৰকাৰ আৰু অসমীয়া মানুহবোৰে এদিন কাৰণে ৰাভা দিৱস পাতিয়েই সকলো দায়িত্ব সামৰছোঁ ।

  • @jatnarabha9323
    @jatnarabha9323 Жыл бұрын

    সচাকৈ বহুত ভাল লাগিল।

  • @jayantagogoi1142
    @jayantagogoi1142 Жыл бұрын

    আপোন শিল্পী জনলৈ মৰম । শিল্পী জনৰ ঘৰ এনে অৱস্থাত দেখা পায় ভাষা মোৰ নাই । ধন্যবাদ ককাইদেউ ।

  • @purbakantabarman431
    @purbakantabarman431 Жыл бұрын

    ধন্যবাদ আগলৈকে আৰু বহুত পোৱাৰ আশাৰে।

  • @susensonowal1754
    @susensonowal1754 Жыл бұрын

    অখেশ,ধণয়বাদ

  • @korobidas5121
    @korobidas5121 Жыл бұрын

    সুন্দৰ বহুত ভাল লাগিল ভিডিঅটো চাই 👍👍

  • @bijumohandas3106
    @bijumohandas3106 Жыл бұрын

    ভাল লাগিল সচাকৈ,,,,,❤❤❤

  • @junmoniborah7443
    @junmoniborah7443 Жыл бұрын

    অতি সুন্দৰ ,,👌👌 আমাৰ হিয়াৰ আমঠু সদৃশ মহান শিল্পী গৰাকীলৈ সশ্শ্ৰদ্ধ প্ৰণিপাত 🙏 জনোৱাৰ লগতে আমাক তেখেতৰ বাসগৃহটিৰ পৰিচয় কৰি দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল ।

  • @parikhitdas5401
    @parikhitdas5401 Жыл бұрын

    Great video❤❤❤❤.

  • @minukalita6524
    @minukalita6524 Жыл бұрын

    Bhut val lagil apunar ei rava devr vedioto sai

  • @anjumaassameserecepie
    @anjumaassameserecepie Жыл бұрын

    Bohut bohut thanks, share kora babe.❤

  • @janakidewraja5175

    @janakidewraja5175

    Жыл бұрын

    🙏🙏🙏🙏♥️

  • @user-mo9rb3cv1b
    @user-mo9rb3cv1bАй бұрын

    বহুত ভাল লাগিছে ❤❤😂

  • @alangkritamaina-rq4qq
    @alangkritamaina-rq4qq Жыл бұрын

    ❤ Val lagil❤

  • @dhirajrabha1491
    @dhirajrabha1491 Жыл бұрын

    Bohut bohut Val lagise

  • @ritamonibora62
    @ritamonibora62 Жыл бұрын

    🙏🙏🙏

  • @KhanindraRabha-vs7dz
    @KhanindraRabha-vs7dz Жыл бұрын

    ভাল লাগিল !!

  • @KapilSunuwal
    @KapilSunuwal Жыл бұрын

    Vall lagil❤❤

  • @lakhyabda6548
    @lakhyabda6548 Жыл бұрын

    আমিও ব্যত্ত্বিগত ভাবেও কাম কৰিব পাৰোঁ কাৰণ আমি অতীত বস্তুবোৰ ৰক্ষাৰ কৰিৱ লাগিব । যদি জীৱনত অলপ হ'লেও আৰ্থিক ভাৱে ভাল হ'ব পাৰোঁ মই নিজে এই হাতত লম জয় আই অসম 🥺🥺😔

  • @bandanakonwar664
    @bandanakonwar664 Жыл бұрын

    Bhal lagil👍🙏

  • @prabinrabha6855
    @prabinrabha6855 Жыл бұрын

    Bhal lagil video tu sai

  • @jungogoicartoon3408
    @jungogoicartoon3408 Жыл бұрын

    আৰু কিছু বছৰৰ আগতেই চৰকাৰে চকু দিব লাগিছিল মহান ব্যক্তিৰ মৰমলগা ঘৰখন।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Жыл бұрын

    🎉idol and iron man of Assam.He was eminent evergreen and energetic revolutionary evergreen strong man of all time in our society. Grand salute to Rabha dev.

  • @devajeetdas4320
    @devajeetdas4320 Жыл бұрын

    পুত্ৰ সন্তান পৃথিৰাজ ৰাভা ডাঙৰীয়াই কি কৰি আছে। তেওঁ টো চৰকাৰৰ এটা ভাল পদবিত আছে। এই ঘৰ টো ৰক্ষা কৰা, সংৰক্ষণ কৰা কথাটো তেখেতে চৰকাৰক অৱগত কৰাব পাৰিলে হেতেন। ইচ্ছা কৰিলে তেওঁ অকলে কৰিব পাৰে!!!!

  • @ureshbora8416
    @ureshbora8416 Жыл бұрын

    ধন্যবাদ।

  • @anuradhasvlog7278
    @anuradhasvlog7278 Жыл бұрын

    Bhut bhal lagil video2 sai।

  • @AbhinabRabha82
    @AbhinabRabha822 ай бұрын

    Kolaguru bishnu prashad rabha loi 🙏

  • @balendas4511
    @balendas4511 Жыл бұрын

    govt must protect it pranam kalaguru,🙏🙏🙏🙏

  • @siddharthtamuli5043
    @siddharthtamuli5043 Жыл бұрын

    Dhunia

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 Жыл бұрын

    Very informative news. The government should take immediate action to preserve this House. It should be a Cultural Heritage centre.

  • @anjelbarbi6409
    @anjelbarbi6409 Жыл бұрын

    Hundor bujabo nuwaru kolaguru rava amar majot atiau jiai asy

  • @dadurava
    @dadurava Жыл бұрын

    😢sorkare songrokhon korar babe anurodhkorilo

  • @balendas4511
    @balendas4511 Жыл бұрын

    Nice video❤

  • @rupombharatofficial2975
    @rupombharatofficial2975 Жыл бұрын

    সুন্দৰ❤❤❤

  • @hiranjyotirabha6379
    @hiranjyotirabha63793 ай бұрын

    Bhal lagil ❤

  • @mridulkumarrabha892
    @mridulkumarrabha892 Жыл бұрын

    Good

  • @ajantasaikiadas4008
    @ajantasaikiadas4008 Жыл бұрын

    ঘৰটো ভালকৈ পকী কৰিব লাগে অসমৰ সম্পদক সংৰক্ষণ কৰি থব লাগে

  • @aasthabatshav8422
    @aasthabatshav8422 Жыл бұрын

    ❤❤

  • @krishnaborah9470
    @krishnaborah9470 Жыл бұрын

    🙏

  • @Nijara
    @Nijara Жыл бұрын

    আপুনি ঠিকেই কৈছে,কিন্তু আজি এই গানবোৰ হেৰুৱাব আমাৰ অসমীয়াই নিজেই । কোনোটো শুনিব নোখোজে । বুজিবও নোখোজে । এইবোৰ গানৰ যি আন্তৰিকতা আছে , সেয়া আৰু কটো নাই ।

  • @donepay
    @donepay Жыл бұрын

    ❤️❤️❤️

  • @mribordoloi3434
    @mribordoloi3434 Жыл бұрын

    Very good beautiful video

  • @gitimollikonwar9975
    @gitimollikonwar997528 күн бұрын

    Sad that we have forgotten a national hero

  • @balendas4511
    @balendas4511 Жыл бұрын

    memories of kalaguru keptitwellforfuturegenerationofassam❤❤

  • @pradipkalita6363
    @pradipkalita6363Ай бұрын

    Guru debor ghorotu eaitia bhal korile saage , 🎉🎉🎉🎉🎉

  • @user-uc9sv7qd9u
    @user-uc9sv7qd9u Жыл бұрын

    ❤❤❤🙏🙏🙏🙏

  • @punyaborah7874
    @punyaborah7874 Жыл бұрын

    Very good video, Thank you🙏

  • @sumantanath5807
    @sumantanath5807 Жыл бұрын

    Bar sundar video.

  • @dhrubajit3449
    @dhrubajit3449 Жыл бұрын

    Moi bahut bhal palu tumr video Pallire Atu Sekh howar porowa bosowa besta kora Next video kalaguru pam buli Akash rakhilo........ ❤

  • @lmcshortvideo
    @lmcshortvideo Жыл бұрын

    Ankur pritam 💥

  • @pinkuboruah2245
    @pinkuboruah2245 Жыл бұрын

    Good very nice,

  • @user-yl9bq6sv4b
    @user-yl9bq6sv4b Жыл бұрын

    Thanku.

  • @BubulDoley-oh5rc
    @BubulDoley-oh5rcАй бұрын

    Good ❤❤

  • @tapanray3836
    @tapanray3836 Жыл бұрын

    Video to vl lgil sai

  • @itsabtrishu
    @itsabtrishu Жыл бұрын

    Nice video

  • @dipshikhaborah3082
    @dipshikhaborah3082 Жыл бұрын

    সুন্দৰ

  • @jaankonwar8961
    @jaankonwar8961 Жыл бұрын

    Vl lagela

  • @jutimalaphukon1043
    @jutimalaphukon1043 Жыл бұрын

    🎶🎧❤

  • @diptirealvlogster6804
    @diptirealvlogster6804 Жыл бұрын

    Very nice vedo❤

  • @mamonidevi8003
    @mamonidevi8003 Жыл бұрын

    👌👌👌

  • @user-ng5gf7kc3h
    @user-ng5gf7kc3h Жыл бұрын

    Really

  • @balendas4511
    @balendas4511 Жыл бұрын

    great sonofmotherlandassam

  • @geetanjalideka764
    @geetanjalideka764 Жыл бұрын

    Val lagil .pise ghorkhon kot ase nokole son

  • @bajrangabali942

    @bajrangabali942

    Жыл бұрын

    Tezpur

  • @BiswajitDas-il8fr
    @BiswajitDas-il8fr Жыл бұрын

  • @geetikarabha3608
    @geetikarabha3608 Жыл бұрын

    Nice

  • @user-vn1ti4zh2q
    @user-vn1ti4zh2q Жыл бұрын

    সূত বললেন: বৃহস্পতি পৃথিবীতে অবস্থানকালে একদিন তার ভাই ঊষিজার স্ত্রীকে দেখলেন, যিনি গর্ভবতী ছিলেন এবং তাকে এভাবে সম্বোধন করলেন: - "তোমাকে সুন্দর করে সাজিয়ে নাও এবং আমাদের উপভোগ করতে দাও।" তিনি এইভাবে সম্বোধিত হয়ে বৃহস্পতিকে এইভাবে উত্তর দিলেন:- ”আমার গর্ভের ভ্রূণটি পরিপক্ক এবং ইতিমধ্যে বেদ পাঠ করেছে।তোমার বীজও নিষ্ফল হবে না এবং তোমার প্রস্তাব পাপ।" শুনিয়া বৃহস্পতি বলিলেনঃ- "হে মধুর, তোমার দ্বারা আমার নৈতিকতা শিক্ষার প্রয়োজন নাই।" একথা বলার পর জোর করে নিজের ইচ্ছা পূরণ করলেন; যখন তার অন্তিম ভোগের দ্বারপ্রান্তে, তখন তার গর্ভের শিশুটি বৃহস্পতিকে চিৎকার করে বললেন: - "হে বৃহস্পতি, আমি প্রথম গর্ভে প্রবেশ করেছি, তোমার বীজও বৃথা যাবে না। এই গর্ভে দ্বিতীয় দেহের স্থান নেই।" বৃহস্পতি এইভাবে গর্ভের সন্তানকে সম্বোধন করে রাগে উত্তর দিলেন:-"যেহেতু এমন একটি মুহূর্তে, যা সমস্ত প্রাণীর প্রিয়, আপনি আমাকে ভোগ থেকে বিরত রেখেছেন, আপনি স্থায়ী অন্ধকার দেখতে পাবেন। (মৎস্য পুরাণ; পারা:১; অধ্যায়: ৪৯; শ্লোক: ১৭-২৮; পৃষ্ঠা: ১৪৭)(মৎস্য পুরাণ পড়তে চাইলে আপনার ইমেল আপ্লোড করুন)(পড়ুন এবং জ্ঞান অর্জন করুন)

  • @runumonibordoloi7969
    @runumonibordoloi7969 Жыл бұрын

    Nice shareing fd 👌👌

  • @deepjyotiassamvlog9098
    @deepjyotiassamvlog9098 Жыл бұрын

    🙏🙏❤

  • @user-hr4md8gh6o
    @user-hr4md8gh6o8 күн бұрын

    ❤❤❤❤❤❤😊😊😊😊😊

  • @dibyajyotibrahma459
    @dibyajyotibrahma4599 ай бұрын

    Kunubai muk Background music tur link tu dia na

  • @bodybuildingmotivition9272
    @bodybuildingmotivition9272 Жыл бұрын

    🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @ankurjyotisarma833
    @ankurjyotisarma833Ай бұрын

    ঘৰটো সংৰক্ষণৰ বাবে এতিয়া কিবা পদক্ষেপ লোৱা হৈছেনে?

  • @dokevai2758
    @dokevai2758 Жыл бұрын

    Hoi apuni thikei saisa

  • @RG-CREATION_MUSIC
    @RG-CREATION_MUSIC Жыл бұрын

    Tenekua ake ata Ghar notunke hajibo lage🙏

  • @user-hr4md8gh6o
    @user-hr4md8gh6o8 күн бұрын

    😢😢😢😢😢😢😢😢😢😢🇮🇳🙏🙏🙏

  • @bijubordoloi9141
    @bijubordoloi9141 Жыл бұрын

    🙏🤔🤔👍👍👍👍👍

  • @Mayurkrishna57
    @Mayurkrishna57 Жыл бұрын

    CM sir, ghortu kiba kori hoingroikkhon korok, 🙏

  • @dodere270
    @dodere270 Жыл бұрын

    Bishnu rabha ghor kot asil

  • @tushargoswami6036
    @tushargoswami6036 Жыл бұрын

    এই অভাজনে এটা কথা কব গৈছো। ৰাভাদেৱৰ পজাটি ৰক্ষনা বেখন দিয়াতো চৰকাৰৰ নিতান্তই প্ৰয়োজনীয়। কিন্ত্ত এটা কথা সমানে তেওঁৰ পুত্ৰৰো কৰনীয়।

  • @bvlogs5355
    @bvlogs5355 Жыл бұрын

    ঘৰটো কত আছে জনাব চোন

  • @chandanjkashyap
    @chandanjkashyap Жыл бұрын

    কোন ঠাইত আছে??

  • @deepakdeepak-uw1oi
    @deepakdeepak-uw1oi Жыл бұрын

    😭😭🙏🙏🙏🙏

  • @user-rw6zb6fw8l
    @user-rw6zb6fw8l22 күн бұрын

    তেওঁৰ ঘৰ‌‌ কত

  • @pritamrabha6654
    @pritamrabha6654 Жыл бұрын

    ৰাভা হাচং পৰিষদৰ পুজিৰ পৰা ঘৰতো সংৰক্ষণ কৰিব লাগে

  • @TultulGogoi-nv2or
    @TultulGogoi-nv2or Жыл бұрын

    আচৰিত, ঘৰটো এতিয়াও সংৰক্ষণ কৰা নাই, অতি সোনকালেই, সংৰক্ষণ কৰিব লাগে।

Келесі