আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today

আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today
Assam Media 24 is the highly popular Assamese news channel from northeast Assam . Here you can watch Assamese news, breaking news, politics news, latest news, entertainment news, tech news, auto news, lifestyle news, local news, regional news, district news & more...
দিনটোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চাওঁক Assam Media 24 ।
প্ৰতিটো মূহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Assam Media 24 ত ।
Follow us on Twitter -
media_assam?t=ub0...
Facebook - profile.php?...
Instagram - assam_media_24?...
Your Search Keyword
Assamese News Live today
Assamese Today News
Assamese breaking news
Assamese news live
Assamese live news
Assamese News
Assamese all news
Assamese news breaking
Assamese news today
News live Assam today
News trend Assamese news
Time8 news today
#assamesenews #newsliveassam #assamesebreakingnews #assamesenewslivetoday

Пікірлер: 690

  • @jalaluddinahmed9888
    @jalaluddinahmed98889 күн бұрын

    অতি সুন্দৰ ভাষন প্ৰদান কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেখেতলৈ ধন্যবাদ।

  • @MukulSaikia-uj6pe

    @MukulSaikia-uj6pe

    7 күн бұрын

    We are proud of gourab g0goi x

  • @moinarabha8642

    @moinarabha8642

    23 сағат бұрын

    ​@@MukulSaikia-uj6pepp

  • @King-dq8bz
    @King-dq8bz10 күн бұрын

    কি সুন্দৰ হিন্দী ভাষাত ভাষণ দিছে। অসমৰ বাকী এম পি সকলে শুনিব লাগে আৰু শিকিব লাগে।

  • @jalaluddinahmed9888

    @jalaluddinahmed9888

    9 күн бұрын

    বাকী সকলে ইমান স্পষ্ট হিন্দী কব পাৰিব জানো।

  • @King-dq8bz

    @King-dq8bz

    9 күн бұрын

    @@jalaluddinahmed9888 মই কি জানো? মই সিহঁতক চাই থাকো নেকি?

  • @champakdeka7523

    @champakdeka7523

    8 күн бұрын

    😂​@@jalaluddinahmed9888

  • @kumudbaruah2001

    @kumudbaruah2001

    8 күн бұрын

    গৌৰৱ গগৈয়ে দিল্লী ত জন্ম হৈছিল। স্কুলীয়া শিক্ষা হিন্দি আৰু ইংৰাজীত দিল্লীতে। লগ বন্ধু সকলো হিন্দী বা ইংৰাজী। কেৱল ঘৰত থকা সময়খিনিত হে অসমীয়া। উচ্চ শিক্ষা আমেৰিকাত ইংৰাজীত। গতিকে তেওঁ হিন্দি আৰু ইংৰাজীত পাৰ্গত কিন্তু অসমীয়াত কেচা। অসমৰ অন্য সাংসদ সকল অসমীয়া মাধ্যমৰ শিক্ষা ৰে শিক্ষীত। তেওঁ লোক হিন্দি বা ইংৰাজী কথনত পাকৈত নহয় যদিও চলিত সংসদীয় অধিবেশন দিলীপ শইকীয়া, পবিত্র মাৰ্ঘেৰিটাৰ ভাষণ ভাল হৈছে। ভাষণৰ লগে লগে বিষয় বস্তুৰ জ্ঞান অপৰিহাৰ্য।যিটো বাকি সকলতকৈ গৌৰৱ গগৈৰ অভাব।

  • @carshorts7621

    @carshorts7621

    7 күн бұрын

    ​@@kumudbaruah2001এতিয়া অসমীয়াও ঠিক হ'ল ।সৌ তাহানিৰ দৰে ভঙা চিঙা অসমীয়া নকয়।

  • @Foodu_soul_2005
    @Foodu_soul_200510 күн бұрын

    অসমৰ গৌৰৱ গগৈ গৌৰৱ হৈ থাকক এনেকৈয়ে ভাল লাগিলে আপোনাৰ ভাষণ ।ধন্যবাদ।

  • @MoneswarMajhi-rz7jp

    @MoneswarMajhi-rz7jp

    8 күн бұрын

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @DilipRabha-ld7jj

    @DilipRabha-ld7jj

    6 күн бұрын

    😅😅 c38😊7😅​@@MoneswarMajhi-rz7jp

  • @sanjibbora1789
    @sanjibbora17899 күн бұрын

    সঁচাকৈ আমাৰ গৌৰৱ ,গৌৰৱ গগৈ জী

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm8 күн бұрын

    যোৰহাট লোকসভা সমষ্টিৰ আগৰ বাৰৰ সাংসদ জনৰ এনেকুৱা ভাষণ শুনিবলৈ পাইছিলো নে ? এটা শব্দও ছাগে কৈ নাপালে ৷ এনেকুৱা এজন সাংসদ যোৰহাট সমষ্টিবাসীৰ বাবে সৌভাগ্য ৷

  • @rjcreation4872

    @rjcreation4872

    5 күн бұрын

    Hora agor haghod jon je birudhi nasel

  • @rjcreation4872

    @rjcreation4872

    5 күн бұрын

    সদনত নাটক কৰি লাভ নাই জনসাধাৰণৰ উচৰত আহিব লাগে বিপদৰ সময়ত।

  • @koushikhazarika204

    @koushikhazarika204

    5 күн бұрын

    ​@@rjcreation4872parliament t aibor kotha nakoi tv t bahi koi thakibo lagichil nk ...

  • @nabajitgogoi3792

    @nabajitgogoi3792

    4 күн бұрын

    Hindia জানিলেহে কব

  • @Makshita-yz8ly

    @Makshita-yz8ly

    3 күн бұрын

    Thik kotha koise aapuni. Mukhere to sobe kbo pare

  • @user-hg4dm4gb3j
    @user-hg4dm4gb3j6 күн бұрын

    এনে এজন মানুহক সকলোৱে যেন আশীৰ্বাদ কৰে। এনেধৰণৰ মত উত্থাপন কৰিব পৰা ব্যক্তি খুব কম । ভগৱানে আপোনাক সদায় কুশলে ৰাখক। বানপিৰিত লোকসকলৰ কথা, সাধাৰণ জনতাৰ কথা আপুনি সদনত উত্থাপন কৰাৰ বাবে মই খুব আনন্দিত ❤❤❤❤

  • @ranjitadeori6018
    @ranjitadeori60188 күн бұрын

    গৌৰৱ গগৈ জিন্দাবাদ অসমৰ সন্তান দীঘায়ূ কামনা কৰিছো ❤❤🎉🎉🎉🎉

  • @jibongogoi6940
    @jibongogoi69408 күн бұрын

    গৌৰব গগৈ জিন্দাবাদ নৰেন্দ্ৰ মোডী আৰু অমিত shah অসমৰ বানপানী চাবলৈ এতিয়া আঁহক l নিৰ্বাচন ৰ সময়ত সকলোৱে ভোট ৰ আশা কৰি অসম লৈ আহে l

  • @ZarnaranidDas

    @ZarnaranidDas

    7 күн бұрын

    ৰাহুল গান্ধী অসমৰ‌ বান‌পানী চাবলৈ কওক

  • @koushikhazarika204

    @koushikhazarika204

    5 күн бұрын

    ​@@ZarnaranidDasrahul gandhi pm nhy apuni janene najane

  • @barashadas2802
    @barashadas280210 күн бұрын

    ভাষন ভাল হৈছে।

  • @SofikulAli-yt3du
    @SofikulAli-yt3du6 күн бұрын

    সেই কাৰণেই টো আমি যোৰহাট বাসীয়ে তেখেতক ভোট দিছিলো । গৌৰৱ গগৈ আমাৰ গৌৰৱ যোৰহাটৰ গৌৰৱ অসমৰ গৌৰৱ ।

  • @pranjalbora1736
    @pranjalbora173610 күн бұрын

    অসমৰ গৌৰৱ,গৌৰৱ গগৈ ।

  • @Grbora94953
    @Grbora949539 күн бұрын

    চাৰ্ফ এক্সেল নে ডেটাৰযেন দি ধুইছে অ' আমাৰ গৌৰৱে। সাংঘাতিক ফেনাইছে।মোদী চাফা😜😝 5:33

  • @user-gt8or1lr4t

    @user-gt8or1lr4t

    7 күн бұрын

    RIN Sabune dhuese.😂😂😂

  • @bipangogoi207
    @bipangogoi2079 күн бұрын

    এই অসমৰ অতি মেধা সাংসদজনকেই হৰুৱাব বিছাৰিছিল এটা চামে।লগ লাগিছিল অন্ধ ভক্ত বোৰ।এনে এজনক নিবিচাৰে সেই সকল লোকে যি সকলে নিজৰ বিবেক ক বিক্ৰী কৰি ৰাজনিতী কৰে।

  • @HappyKnittingYarn-wx1pw

    @HappyKnittingYarn-wx1pw

    9 күн бұрын

    কৈ লাভ নাই বৰ নিলাজ অ ইহঁত।মোদীৰচৰনত শিৰ থৈহে শান্তি পায়।

  • @kumudbaruah2001

    @kumudbaruah2001

    8 күн бұрын

    ছোনিয়া ৰাহুল প্রিয়ঙ্কাৰ পদ লেহন কাৰী হৈ বৰ বৰ ভাষণ দিয়াত কৈ নিৰবে অসমৰ হৈ কাম কৰাটো উত্তম। গৌৰব গগৈ কামৰ মানুহ নহয়। কংগ্রেসত নিজৰ স্থিতি বজায় ৰাখিবলৈ হে বিবোধীক আক্রমনাত্মক ভাষণ দিয়ে।বিজেপিক আক্রমণ কৰাৰ বাদে গৌৰৱ গগৈৰ কোনো গঠন মুলক আলোচনা আজিলৈকে দেখা পোৱা নগল। তাতে দূৰ্নীতি কাৰি, কেলেঙ্কাৰি, সামপ্রদায়িক (মুছলমান)কংগ্রেসী বোৰৰ আনন্দত পাৰ ভাঙি গৈছে। পিছে সকলো মিছা বিজেপিয়েই সচা। জনতাই বিজেপিক জনাদেশ দিছে। চৰকাৰ চলিছে চলি থাকিব। বিজেপি জিন্দাবাদ। ভাৰত মাতা কি জয়। ❤❤❤❤❤

  • @carshorts7621

    @carshorts7621

    7 күн бұрын

    ​@@kumudbaruah2001লাভ কিবা হ'ল জানো?১০০কোটিতকৈও অধিক খৰচ,যোৰহাট লোকসভা সমষ্টিটো নিৰ্বাচনৰ সময়ত দিছপুৰ বনাই দিছিল। তথাপিও গু হাৰণ খালে।আমি জানো কি সঁচা কি মিচা। কংগ্ৰেছ চৰকাৰ অহাটো আমিও বিচৰা নাই। কিন্তু ভাল জনপ্ৰতিনিধি আমাক লাগে যিয়ে আমাৰ সমস্যা দিল্লীৱালাক কব পাৰে।তপন, কামাখ্যাৰ দৰে সংসদত টোপনি মৰা সাংসদ প্ৰয়োজন যে নাই এই কথা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দেখাই দিলোঁ।আনেহে নালাগে বিগত ২০/২৫বছৰ বিজেপি কৰি থকা পুৰণি বিজেপিয়ে গৌৰৱক ভোট দিলে।

  • @adilurrahman6471

    @adilurrahman6471

    6 күн бұрын

    You r right

  • @MonujKhanikor-vv8gz

    @MonujKhanikor-vv8gz

    6 күн бұрын

    Hoi thikai koise apuni.ajn mp r kam raijar avab ru homosayabur hodont utthapn kra2 daitow ru he2 kthat amar mp Jan hofl hoise.agolio u anedre tekhete raijar homosaya bur uthai jabo

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js9 күн бұрын

    ধন্যবাদ গৌৰৱ গগৈ। গৌৰৱৰ গৌৰৱ সাৰা ভাৰতত বিয়পক আৰু বিয়পক।

  • @labanyaborah9948
    @labanyaborah99488 күн бұрын

    ভাষণ অতি সুন্দৰ হৈছে তাৰ বাবে তেখেতক বহু ত ধন্যবাদ ❤

  • @user-ns8tk8ci2s
    @user-ns8tk8ci2s10 күн бұрын

    এনেকুৱা m p অসমত 10 ,লাগে

  • @bijuchangmai5839
    @bijuchangmai583910 күн бұрын

    Gaurav Gogoi Lion🦁 of Assam

  • @nayankrsaikia7291
    @nayankrsaikia72918 күн бұрын

    হেম বৰুৱা ৰ পিছত অসমে এজন দেশভক্ত, জাতি প্ৰেমী প্ৰতিনিধি লাভ কৰিলে

  • @princehussain3538
    @princehussain353810 күн бұрын

    Very good speech

  • @user-Loverx99
    @user-Loverx998 күн бұрын

    আমি আশাবাদী, এদিন আপুনি ভাৰতৰ প্ৰধান মন্ত্ৰী হব।🙏🏻🙏🏻🙏🏻

  • @hemantakumarroy1410
    @hemantakumarroy14107 күн бұрын

    অকল ভাল ভাষণ দিলেই "অসম আকৌ উন্নতিৰ পথত" জয় আই অসম বোল । অসমীয়াৰ বুদ্ধিমত্তা এনেকুৱাই। ভাল ভাষণ শুনিয়েই মূখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ চকী আগবঢ়াই দিছে অসমীয়াই। ধন্যবাদ অসম আৰু অসমীয়া।👍👍👍🏿🤔

  • @user-cc5ix5ld1j
    @user-cc5ix5ld1j9 күн бұрын

    সুন্দৰ ভাষন দিঘায়ু কামনা কৰিলোঅসমৰ গৌৰৱ গৌৰব গগৈ

  • @monjulahon7712
    @monjulahon77128 күн бұрын

    মলোৱা , পিয়াঁজে বিতৰণ কৰা টকা খোৱা অসমীয়া সকলে অসমৰ 14 জন MP ৰ সদনত দিয়া ভাষণ বোৰ পৰাপক্ষত মনদি শুনিব । বিশেষকৈ সন্মানীয় গৌৰৱ গগৈৰ ।

  • @rirurajgohain7587
    @rirurajgohain75874 күн бұрын

    আমাৰ গৌৰৱ, অসমৰ গৌৰৱ , তেখেতৰ মুখত হিন্দী , নে ইংলিছ ,নে অসমীয়া কোনটো ভাষা শুনিবা । শুনিলে শুনি থাকিব মন যায় । ভগৱানে যেন তেখেতক শক্তি দিয়ক আৰু সুস্থ কৰি ৰাখক তাকে কামনা কৰিলোঁ ❤❤❤

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q9 күн бұрын

    অসমৰ গৌৰৱ গৌৰৱ গগৈ ।

  • @Mchkretismili
    @Mchkretismili10 күн бұрын

    ❤❤❤gaurav gogoi jindabad ❤❤❤❤

  • @ranjitgohain8818
    @ranjitgohain88188 күн бұрын

    Tiger of Assam,অসম গৌৰৱ, গৌৰৱ গগৈ।

  • @kalpajyotirabha6931

    @kalpajyotirabha6931

    Күн бұрын

    Monkey of Assam Gaurav Gogoi 😂😂

  • @mallikaswargiary8928
    @mallikaswargiary89289 күн бұрын

    সদন কপি গৈছে সঁচাকৈয়ে। ইমান কপিছিল আমি ঘৰতে বহিয়েই গম পাইছোঁ

  • @rajeshhazarika1663

    @rajeshhazarika1663

    8 күн бұрын

    😂

  • @rekhasaikia7336
    @rekhasaikia733610 күн бұрын

    Every MP must be learn from Gaurav Gogoi. 🙏🏿

  • @nivababa281

    @nivababa281

    5 күн бұрын

    🎉

  • @user-fo2gl9hi6m
    @user-fo2gl9hi6m10 күн бұрын

    100% Right& Fight

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v10 күн бұрын

    Well done Assam Gaurov

  • @barasharajbangshi719
    @barasharajbangshi7198 күн бұрын

    Dilip saikiya অসমৰ জলণ্ত সমস্যা বোৰ দাঙি ধৰাৰ সলনি কংগ্ৰেছ দলক সমালোচনা কৰা দেখা গল ।এনে সংসদৰ কি প্রয়োজন ।গৌৰর গগৈ অসমৰ গৌৰর ।🙏🏻🙏🏻🙏🏻🙏🏻

  • @ramenpegu6741

    @ramenpegu6741

    6 күн бұрын

    Dilip Saikiya kham nai 000000

  • @tapanbordoloi5907
    @tapanbordoloi590710 күн бұрын

    Assam tiger gaurav gogoi❤❤❤

  • @puspadhardowarah1932
    @puspadhardowarah19329 күн бұрын

    জয় গৌৰৱ;জয়"কংগ্ৰেছ।

  • @sabitrihazarika4149
    @sabitrihazarika414910 күн бұрын

    Very Good

  • @NurhussainAli-ok7nd
    @NurhussainAli-ok7ndКүн бұрын

    নামেই যাৰ পৰিচয় অসমৰ গৌৰৱ , অতি সুন্দৰ। দেশৰ সকলো লোকৰ সমস্যা সমূহ অতি সুন্দৰ ভাৱে সদনত উপস্থাপন কৰাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছো।ভগৱানে সু স্বাস্থ্য দান কৰক।

  • @ranjitaborgohain8399
    @ranjitaborgohain839910 күн бұрын

    Joi aai oxom.. Gogoi da zindabad 😊❤

  • @user-bm3gh3qt6i
    @user-bm3gh3qt6i10 күн бұрын

    A great leader of assam who can speak in central

  • @akashdowari3479
    @akashdowari347910 күн бұрын

    সুন্দৰ

  • @jadabmedhi9201
    @jadabmedhi9201Күн бұрын

    অসমৰ গৌৰৱ গগৈ, গৌৰৱ হৈ থাকক । গৌৰৱ গগৈ জিন্দাবাদ জয় আই অসম।

  • @ParishmitaDavi-mv4zl
    @ParishmitaDavi-mv4zl9 күн бұрын

    Very good gaurav Thanks

  • @pranabgogoi8255
    @pranabgogoi82559 күн бұрын

    Joi hindu গৌৰৱ গগৈ

  • @momisaikia8468
    @momisaikia84684 күн бұрын

    ইমান সুন্দৰ উদাত্ত ভাষণ, গৌৰৱ গগৈ সঁচাই এ সুন্দৰ মনৰ সাহসী সাংসদ ৰাজনীতিক।

  • @NomolRabha-vs4ly
    @NomolRabha-vs4ly9 күн бұрын

    Long life gourap gogoi

  • @user-fy1jq4kt7b
    @user-fy1jq4kt7b10 күн бұрын

    Bohut val lagise sir

  • @educationpointofnandini5845
    @educationpointofnandini58455 күн бұрын

    হিমন্ত বিশ্ব শৰ্মাই হিন্দী শিকিবলৈ গৌৰৱৰ ওচৰত টিউচন এটা ল'ব পাৰে।

  • @user-xq7hb2ig2g
    @user-xq7hb2ig2g9 күн бұрын

    Joy ai akhom ...... Gourav Gogoi zindabad

  • @AniSha-wx7fe
    @AniSha-wx7fe10 күн бұрын

    Like you

  • @dakwamrongphar2729
    @dakwamrongphar27299 күн бұрын

    Gorabh Gogoi Long Live 🙏👍🔥❤

  • @monikabaishya225
    @monikabaishya22510 күн бұрын

    Good

  • @NirajanKalita
    @NirajanKalita10 күн бұрын

    Good dada

  • @dipeningti2877
    @dipeningti28778 күн бұрын

    কেইজনমান সাংসদে হিন্দিত গৌৰবে কি কৈছে বুজিয়ে পোৱা নাই কিজানি।

  • @rijitdas710
    @rijitdas7107 сағат бұрын

    অতি সুন্দৰ মন্তব্য। গৌৰৱ গগৈৰ। শুভেচ্ছা থাকিল।

  • @user-st2cb6lk9y
    @user-st2cb6lk9y10 күн бұрын

    Gruve gogoi jindabad

  • @khargebarman9006
    @khargebarman900610 күн бұрын

    জুই হয় 💪

  • @Jyotivi3942
    @Jyotivi39429 күн бұрын

    Dignity of Assam Gowrav gogoi

  • @mowkhamchakhap3849
    @mowkhamchakhap38499 күн бұрын

    ❤ Joy aai Axom

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr10 күн бұрын

    Next CM

  • @silpisikhasonowal8647
    @silpisikhasonowal86478 күн бұрын

    গৌৰৱেৰে গৌৰাম্বিত আজি এই সদন |

  • @bulbulgogoi2966
    @bulbulgogoi296610 күн бұрын

    Sonowal kot gol Etia .

  • @bimanh487

    @bimanh487

    2 күн бұрын

    Hoi thik koisa

  • @kamal4780
    @kamal478010 күн бұрын

    Good spech

  • @gitabaruah8112
    @gitabaruah81129 күн бұрын

    Good bhai❤

  • @anowara.begum23
    @anowara.begum238 күн бұрын

    অতি সুন্দৰ ভাষন🎉 ধন্যবাদ 🙏🏻🙏🏻

  • @MaheswariDevi-gk2rd
    @MaheswariDevi-gk2rd16 сағат бұрын

    Apunak bohut dhanyawad jonaisu..👌👌👌👌👌👍

  • @homelibrary4267
    @homelibrary4267Күн бұрын

    এজন ভাল মানুহ যোৰহাট সমষ্টিৰ ৰাইজে নিৰ্বাচিত কৰিছে। ধন্যবাদ

  • @pyare_insaan2343
    @pyare_insaan23432 күн бұрын

    জয় হৌ গৌৰৱ গগৈ...

  • @dinamonibhuyan3676
    @dinamonibhuyan36769 күн бұрын

    Gboard ক্লিপবৰ্ডলৈ স্বাগতম, আপুনি প্ৰতিলিপি কৰা যিকোনো পাঠ ইয়াত সঞ্চিত কৰা হ'ব।Gboard ক্লিপবৰ্ডলৈ স্বাগতম, আপুনি প্ৰতিলিপি কৰা যিকোনো পাঠ ইয়াত সঞ্চিত কৰা হ'ব।

  • @sanjibkumarnayak9686
    @sanjibkumarnayak96866 күн бұрын

    ভয়ত কম্পমান বহুত হাঁহি উঠা কথা কলে

  • @mriduldeka3013
    @mriduldeka30135 сағат бұрын

    ধন্যবাদ গগৈ চাৰ ❤❤❤❤❤

  • @jeutihazarika9997
    @jeutihazarika99978 күн бұрын

    অতি সুন্দৰ অতি ভাৱ গধুৰ ভাষণ ৷

  • @piyanwow447
    @piyanwow44711 сағат бұрын

    আমি পঠিয়াইছো আমি যোৰহাটীয়ানে। যোৰহাটৰ গৌৰৱ, গৌৰৱ যোৰহাটৰ, অসমৰ, ভাৰতৰ....

  • @user-qo3mn1mo1b
    @user-qo3mn1mo1b4 күн бұрын

    অসমৰ গৌৰব গৌৰব গগৈ 🙏

  • @user-nq9pf7ft4c
    @user-nq9pf7ft4c10 күн бұрын

    Very very good 👍

  • @tukhehazarika
    @tukhehazarika3 күн бұрын

    Next level spece ..,.... Keep it up. Love from Assam Dibrugarh

  • @user-ol3gx7ri4u
    @user-ol3gx7ri4u16 сағат бұрын

    এই উদ্দাত্ত ভাষনৰ বাবেই গৌৰৱ গগৈ জিকিলে... ৰকিবুল বাৰু কিহৰ বাবে জিকিলে...😅😅 জিকিলে ভালেই হল হাৰিলে কিন্তু ই ভি এমৰ ওপৰত সন্দেহ কৰিলেহেতেন। মানে জিকিলেও😅 হাৰিলেও😮

  • @prafullaboro2019
    @prafullaboro20193 күн бұрын

    Oti xunder bhakhan.God bless you.

  • @MAA-dh2jr
    @MAA-dh2jrКүн бұрын

    সুন্দৰ কথাপন

  • @user-ph4li4sw8o
    @user-ph4li4sw8o9 сағат бұрын

    বৰ্তমান সময়ত গৌৰৱ গগৈৰ দৰে কেন্দ্ৰীয় সংসদত অসমৰ হৈ মাত মতা মানুহৰ খুবেই প্ৰয়োজন

  • @RajniPillai-b8w
    @RajniPillai-b8w4 күн бұрын

    I agree with respected Gaurav Gogoi Sir

  • @birendranarayankonwar-mw1uw
    @birendranarayankonwar-mw1uw3 күн бұрын

    গৌৰৱ গগৈ জিন্দাৱাদ 🙏

  • @assameseloveguru9896
    @assameseloveguru98969 күн бұрын

    ধুনীয়া বক্তব্যৰ পৰিচয়।

  • @DebojitBorah-we5lw
    @DebojitBorah-we5lw9 сағат бұрын

    সুন্দ বক্তব্য ৰাখিছে

  • @user-wu6zl4us3o
    @user-wu6zl4us3o9 күн бұрын

    Nice speech.Thanks.

  • @anjugogoi6536
    @anjugogoi65366 күн бұрын

    আমিৰ গৌৰৱ ' অসমৰ গৌৰৱ গগৈ । মাতৃ ' ভাতৃ হিচাবে আমি অসম বাসীয়ে গৌৰৱ গগৈক লৈ বুকু ফিন্দাই কথা কব পাৰো । জয় অসমৰ গৌৰৱ ' গৌৰৱ গগৈ 🙏🙏🙏

  • @rupamonidebi955
    @rupamonidebi9559 күн бұрын

    সুন্দৰ হৈছে ভাষন গৌৰৱ গগৈ জয

  • @banimatalukdar302
    @banimatalukdar3027 күн бұрын

    আতি সুন্দৰ বক্তৃতা প্ৰদান কৰিলে তেওঁ।

  • @mkdowariassam
    @mkdowariassam3 күн бұрын

    গৌৰৱেই আমাৰ ভৱিষ্যতৰ আশা…

  • @TimePass-qo7ch
    @TimePass-qo7ch5 күн бұрын

    Jai Shri ram🙏🙏🙏🙏🙏🙏

  • @dipjyotisarma559
    @dipjyotisarma5593 күн бұрын

    Thank you sir 🙏

  • @user-uq4pm4te1c
    @user-uq4pm4te1c9 күн бұрын

    গৌৰব গগৈ এবাৰ পাৰে যদি চৰকাৰ কৰি দেখুৱাক

  • @sanjaiboro6526

    @sanjaiboro6526

    7 күн бұрын

    Congress ahile Assam barbad hindu ses monot rakhibo

  • @gobindabrahma3662

    @gobindabrahma3662

    7 күн бұрын

    Homoy ahi ase.Future c.m ofAssam.

  • @indrajitbaruah1676

    @indrajitbaruah1676

    7 күн бұрын

    গৌৰৱ গগৈ জিকা নাই , জিকিল কংগ্ৰেছ ৰাহুল গান্ধীৰ সনাতন হিন্দু বিৰোধী , ভাৰতীয় সেনা বিৰোধী অপপ্ৰচাৰ , মিছা ফে্ক নেৰেটিভৰ মহাৰাজ ফৰফৰকৈ হিন্দী কোৱা টোৱেই একমাত্ৰ কোৱালীফিকেশ্বন হ'ব নোৱাৰে , দেশৰ কিমান ক্ষতি সাধন এই পৰিয়ালটোৱে কৰিলে ,(১৯ ৪৭ চনৰ পৰা সৌ ২০১৩ লৈকে ) অসমৰ অসচেতন , ইতিহাস অধ্যয়ণ নকৰা বৰ্গই কি বুজিব ,

  • @rjcreation4872
    @rjcreation48725 күн бұрын

    সদনত নাটক কৰি লাভ নাই জনসাধাৰণৰ উচৰত আহিব লাগে বিপদৰ সময়ত।

  • @bandita203
    @bandita2033 күн бұрын

    The pride of Assam. Mr. Gaurav Gogoi

  • @digambarbhuyan9798
    @digambarbhuyan97987 күн бұрын

    এই অভাৱবোৰ আপোনালোকৰ congress দলৰে অৱদান।

  • @wahidabegum5031
    @wahidabegum50314 күн бұрын

    গৌৰৱ গগৈ,জিন্দাবাদ🎉❤

  • @kamalagogoi2699
    @kamalagogoi2699Күн бұрын

    আবেগিক হৈ পৰিছো।মানুহ হিচাপে ভাবিছো অসম মাতৃয়ে সচাকৈ এজন সূযোগ‍্য সন্তান জন্ম দিলে। ৰাজনৈতিক দৃষ্টিৰে চোৱা নাই ।সচাকৈ মেধা সম্পন্ন লগতে নৈতিক শিক্ষাৰে শিক্ষিত।এয়াই তেওঁৰ অলংকাৰ।🙏🏼🙏🏼🙏🏼সহস্ৰবাৰ

  • @nanyahage8243
    @nanyahage82434 күн бұрын

    Assam Tiger G. Gogoi 1000% right Next CM Gogoi ahega, H,B Assam CM Church ko Boldorjar se pek diya ta God se panishment milega or taklife atte rahega us ka life...

  • @jeutihazarika9997
    @jeutihazarika99978 күн бұрын

    ধন্যবাদ বহুত বহুত ধন্যবাদ ডাঙৰীয়া শুভেচ্ছা জনালোঁ ৷

  • @thunumaa8732
    @thunumaa87322 күн бұрын

    অসমৰ.গৌৰৱ.গৌৰৱ.গগৈ🎉🎉🎉🎉🎉

  • @tonandas9839
    @tonandas98393 күн бұрын

    ভক্ত সকলে হুনিছে নাই বাৰু এই সুন্দৰ কৈ কোৱা কথাখিনি। নে শুনিও নুশুনা ভাও ধৰিছে।

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey3 күн бұрын

    Assam ka second LION MAN, Gaurav

Келесі