কেনেকুৱা হয় শ্ৰীলংকাৰ গাঁও?Village life of Sri Lanka .by Bhukhan Pathak. Assamese vlog. epsd- 12

Bhukhan Pathak
Assamese vlog
Assamese Mixture
Sri Lanka
Village life of Sri Lanka
#bhukhanpathak #srilanka

Пікірлер: 630

  • @nilakantagogoi1112
    @nilakantagogoi1112

    Bhukon Pathak tumak dhanya baad theñk

  • @sureshn6615
    @sureshn6615

    साथमे कोई अपना दोस्त को लेकर जाना चाहिए ऐसी गाउ मे, अकेले नजाए बंधु,, jienu hwk val lgil videoti

  • @dipkamaldeka9696
    @dipkamaldeka9696

    বহুত বহুত ভাল লাগিল।

  • @rakibulislam316
    @rakibulislam316

    Val lagil Sri Lanka chai

  • @binubori
    @binubori

    Bohut val lagil video tu sai ❤mur video saba buli akha korisu dei 👍

  • @MaidulIslam-vk7ij
    @MaidulIslam-vk7ij

    Vl lagil Sai video to Sai but khoklo manuh ake.apon apon lagise .

  • @fireball1174
    @fireball1174

    Video tu sai enekuwa lagise jen amar purbo purukhok tat eri ahisu 😢😢😢😢val lagise

  • @binudmili1432
    @binudmili1432

    Bahut badiya

  • @arunrabha6432
    @arunrabha6432

    Shrilanka gaun kan dikhi bhal lagil kintu manho borok saikhat rabanor dore kola budha darma lambi.mano.bor sahosh saral jen nalagi.dikhai.diyar babe danyabat youtopar Bhai bohut bohut thanks

  • @BhupenThakuria-ml4hb
    @BhupenThakuria-ml4hb

    Val lagise...aguwai jua tumi

  • @gayatriborgohain8748
    @gayatriborgohain8748

    তোমাৰ জৰিয়তে শ্ৰীলংকাৰ গাঁৱত ভূমুকি মাৰি বহুত ভাল লাগিল। ধন্যবাদ ভূষণ।

  • @padumchnath7198
    @padumchnath7198

    ভিডিঅ’ চাই ভাল লাগিল । শুকুৰ আলিৰ দৰে কোৱা ইংলিছ খিনিও বেয়া লগা নাই বাৰু । আৰু এটা কথা , আপুনি হাহিঁ‌ অনুচিত সময়ত মাৰে । হাঁ‌হিব নলগা কথা এটাতো হাঁ‌হি দিয়ে কিয় বাৰু । কৃত্ৰিমতা থকা যেন লাগে আপোনাৰ হাঁ‌হিত।

  • @khaninsingha7937
    @khaninsingha7937

    শ্ৰীলংকাৰ গাঁও তোমাৰ জৰিয়তে দেখুওৱাৰ বাবে ধণ্যবাদ যাচিলোঁ । বঙাইগাঁও ৰ পৰা শুভকামনা থাকিল ।

  • @gopalboruah1233
    @gopalboruah1233

    ভাল লাগিল ! তোমাৰ বাবেই নেদেখা দেশ দেখিলো ! ধন্যবাদ থাকিল !!

  • @rajashreeandmou
    @rajashreeandmou

    খুউব সুন্দৰ ❤অসমৰ সৈতে প্ৰায়েই সাদৃশ্য আছে ❤

  • @ghanashyamborah1063
    @ghanashyamborah1063

    It seems that shrilankans villagers are very simple and honest and also helpful. May God help them.

  • @bhadrabotiray6226
    @bhadrabotiray6226

    শ্ৰীলংকা গাঁওখন আপোনাৰ জৰিয়তে দেখা পালোঁ বহুত বহুত ভাল লাগিল আপোনালৈ ধন্যবাদ থাকিল

  • @user-gb8zh7yt4v
    @user-gb8zh7yt4v

    মানুহবোৰ বৰ মৰমীয়াল । গাঁওবোৰো সুন্দৰ । ভিডিঅ'টো চাই ভাল পাইছোঁ , ধন্যবাদ ভাল ভূষণ দা ।

  • @drrabha3868
    @drrabha3868

    দাদা, আপোক সহায় কৰা জনক ভাল লাগিছে

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w

    আপুনি শ্ৰীলঙ্কাৰ গাঁৱ ইউটুব জৰিয়তে দেখুওৱা লে অশেষ ধন্যবাদ থাকিল।

Келесі