গৌৰৱ গগৈক জিকাটো বিচাৰিছে কিয়? ৰাজহুৱা স্থানত বাজিল ৰণডংকা

Комедия

Пікірлер: 197

  • @krishnagogoi1657
    @krishnagogoi1657Ай бұрын

    গৌৰৱ গগৈ জিন্দাবাদ

  • @DurnaGogoi-gj8pg

    @DurnaGogoi-gj8pg

    Ай бұрын

    Ji

  • @nilimachangkakoty2981
    @nilimachangkakoty2981Ай бұрын

    Bjp go back Congress zindabad

  • @user-im4zi6ni5i
    @user-im4zi6ni5iАй бұрын

    গৌৰৱ গগৈ জিন্দাবাদ ❤❤

  • @horeswarboruah7868

    @horeswarboruah7868

    Ай бұрын

    গোৰব.গগৈ.জিনদা..বাদ

  • @user-zp6sg4so8j

    @user-zp6sg4so8j

    Ай бұрын

    Murdabad

  • @muminabegum5835

    @muminabegum5835

    29 күн бұрын

    Y😅97908i​@@horeswarboruah7868

  • @puspadhardowarah1932
    @puspadhardowarah1932Ай бұрын

    জয় গৌৰৱ।

  • @satyajitkakati1454
    @satyajitkakati1454Ай бұрын

    B J P .go back

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6byАй бұрын

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জয় আই অসম।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6byАй бұрын

    ৰ'জলীনা বাইদেউক ভোট দি জয় যুক্ত কৰক।

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4nАй бұрын

    কা, আমি নামানো বুলি বৰ বৰ কথা কয় আমাৰ অসমৰ ৰাইজে কিন্তু বিজেপিক ভোট দি জিকাই পঠিয়াই। এয়া অসমীয়াৰ বিবেক।

  • @renumaiburagohain443

    @renumaiburagohain443

    Ай бұрын

    নহয় অ।এইয়া ভগৱান ৰ লীলা। এতিয়া কৈ আছে congres য়ে নকৰিলে । সিহঁতে ই আছিল congressত।

  • @renubegum3639

    @renubegum3639

    Ай бұрын

    Yes

  • @dibasrisaikia9878

    @dibasrisaikia9878

    27 күн бұрын

    100%

  • @hndekari8011
    @hndekari8011Ай бұрын

    সুন্দৰ ।।ধন্যবাদ।।বিবেচনা কৰা উচিত ।।বিবেক ভোট দিয়ক।। বলিষ্ঠ নেতাৰ প্ৰয়োজন।।গছৰ মুঢ়া নালাগে, পথাৰো শুবনি নহয় ।।

  • @user-mj1ry4sx7l

    @user-mj1ry4sx7l

    Ай бұрын

    Congress jindabad

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    বিজেপি ৰ দিনত ঔষধৰ দাম দুগুণ বৃদ্ধি হ'ল মানুহ মৰা চৰকাৰ

  • @mileswarbhuyan7110
    @mileswarbhuyan711027 күн бұрын

    গৌৰৱ গগৈ জিন্দাবাদ জয় আই অসম

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    হিতাধীকাৰি হৈ ছে ভাল হৈছে কিন্তু ভোট নিদিব

  • @user-yn5cx5yq7y
    @user-yn5cx5yq7yАй бұрын

    Gorob gogoi jindabad

  • @user-eq1nu9gc8c
    @user-eq1nu9gc8cАй бұрын

    বি জি পি চৰকাৰে একো ভাল কাম কৰা নাই

  • @Jackson609india
    @Jackson609indiaАй бұрын

    Congress jindabad jindabad congresh party jindabad jindabad congresh

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5dАй бұрын

    ঘেনটা উন্নতি হোৱা নাই গাৱত

  • @Aditygogoi123
    @Aditygogoi123Ай бұрын

    Bjp nipat ja

  • @bkp9774

    @bkp9774

    Ай бұрын

    BJP থাকক, এক্স কংগ্ৰেছী, ন বিজেপি নিপাত যাওঁক।

  • @kabitaborah5208
    @kabitaborah5208Ай бұрын

    Congress zindabad.

  • @sjjsreturntokbi2818
    @sjjsreturntokbi2818Ай бұрын

    Congress zindabat ❤

  • @meenadevi3116
    @meenadevi3116Ай бұрын

    Brave and Brilliant Assamese please vote for Congress only and united INDIA parties only .

  • @ajaysinghgourh4555
    @ajaysinghgourh4555Ай бұрын

    ৰ’জলিনা তীৰ্কী ক জয় যুক্ত কৰক এইবাৰ ৷

  • @rofiqulislam1080
    @rofiqulislam1080Ай бұрын

    ইমান উন্নতি কৰিছে বুলি শাসক পক্ষই দাবী কৰিছে, কিন্তু ঋণৰ ক্ষেত্ৰত সকলো অভিলেখ ভংগ কৰিছে দেখোন!!

  • @rofiqulislam1080
    @rofiqulislam1080Ай бұрын

    ৰ'জলীনা তিৰ্কী য়েই জিকিব বুলি মই ভাবোঁ।

  • @user-nv7yx6cx4l
    @user-nv7yx6cx4lАй бұрын

    লাখ পতি বাইদেউ বনালেহে , চাৰ্টিফিকেট ত আৰু প্ৰচাৰ মাধ্যমৰ ভাষণত , লাখ টকাহে নে লাগে ,দহ হাজাৰ হে নে লাগে, গছপুলি ৰোপণ কৰিলে ১০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি তুকে ৰাখিব নোৱাৰি লে ।

  • @rinihazarikabhuyan9626

    @rinihazarikabhuyan9626

    Ай бұрын

    লাখ পতি বাইদ কি বনাব বিজেপি চৰকাৰে গছপুলি ৰ এশ টকা কে দিব পৰা নাই

  • @pegu6282

    @pegu6282

    Ай бұрын

    Hosake sorkare lakhpoti , gos Puli rule 10000 dibo eibur ki nu hunisuhe dekha nai eibur ajiloike

  • @SatyabatiNanda
    @SatyabatiNandaАй бұрын

    Gourav Gogoi Jindabad

  • @pabindas6525
    @pabindas6525Ай бұрын

    লাজ লগা কথা,800 জন চহিডৰ কেঁচা তেজৰ ফোট লৈ অগপ দল গঠন হৈছিল কিন্তু কা সমৰ্থন কৰি অগপ দলে জাতিক অপমান কৰা নাইনে

  • @hikmatali7538
    @hikmatali7538Ай бұрын

    বিজেপি ছৰকাৰে গনতন্ত্র বল ভাসাটুয়ে বুজিনাপায় গনতন্ত্রক ভৰিৰে গোচোকি আচে এইটু কথা হকলো ৰাইজে জানে

  • @anjanagogoi2259
    @anjanagogoi2259Ай бұрын

    Gourav gogoi jindabad

  • @user-bc8yz9sw7j
    @user-bc8yz9sw7j27 күн бұрын

    Bjp k vote nedebo jai gourob Gogoi

  • @DibyaranjanLachan-wx6kn
    @DibyaranjanLachan-wx6knАй бұрын

    Right your comments.

  • @user-dp1ws4dd8l
    @user-dp1ws4dd8l26 күн бұрын

    Gorave Gogoi Zindabad

  • @himej45
    @himej45Ай бұрын

    Gorob. Gogoi. jindabad

  • @user-hc8kf8oz2o
    @user-hc8kf8oz2oАй бұрын

    Gourob Gogoi jindabad

  • @kusheswarnath4034
    @kusheswarnath4034Ай бұрын

    নেতা সকল ভাই ভাই আৰু তৃণমূলৰ কৰ্মী সকলৰ মাজত শত্ৰুতা।

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx28 күн бұрын

    সংসদত গৈ মল বান্দৰৰ দৰে বহি থকা প্ৰাৰ্থী নালাগে।

  • @Doricksonsangma-ih8uj
    @Doricksonsangma-ih8ujАй бұрын

    Kajiranga Congress zindabad

  • @joymalakar3596
    @joymalakar3596Ай бұрын

    জুনে যি নকক বি জে পি চৰকাৰ অসমত চিৰোদিনৰ কাৰনে থাকিব।

  • @rimpyharshit

    @rimpyharshit

    Ай бұрын

    অ আই ভবিষ্যৎবানী দিয়েই দিলে চোন

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7fАй бұрын

    জয় গৌৰৱ

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx28 күн бұрын

    ৰিম্পীকো ধন্যবাদ জ্ঞাপন কৰিলো নিউজ টো দেখুৱাৰ বাবে।

  • @rimpyharshit

    @rimpyharshit

    27 күн бұрын

    🙏🙏

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr29 күн бұрын

    Congrss

  • @minaramsaikia3737
    @minaramsaikia3737Ай бұрын

    জয় আই অসম ❤

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1kАй бұрын

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ

  • @hemantaborgohain4493
    @hemantaborgohain4493Ай бұрын

    অসমত এতিয়া ৰাজনীতিৰ নামত নিজৰ পকেট গৰম কৰাৰ সুবিধা বিচৰা নেতাই অধিক । বিজেপিও কংগ্ৰেছৰে অংশ ।

  • @rangsina4763
    @rangsina4763Ай бұрын

    ৮৫৫+০৫=৮৬০ জন শ্বহীদৰ তেজ খায় কা-ৰ সমৰ্থন কৰাৰ পিচতো লাজ পোৱা নাইনে?

  • @bitupandas1535

    @bitupandas1535

    Ай бұрын

    855 jon ker dinot sohid hoisil..mnt rokha val

  • @golapidas9909
    @golapidas9909Ай бұрын

    চাকৰি BJP-এ দিছে । চৰকাৰ ‍BJP-ৰ হ'ব ।

  • @DigambarBarman-jx6ku
    @DigambarBarman-jx6kuАй бұрын

    Joy ai asom

  • @user-fl3em2vg1u
    @user-fl3em2vg1uАй бұрын

    Congres.jindabade

  • @AhumProfile
    @AhumProfileАй бұрын

    Very g ood

  • @user-fd9yr2lj5s
    @user-fd9yr2lj5sАй бұрын

    Gaurav gogoi jindabad❤❤❤

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr29 күн бұрын

    Good.vaiti

  • @user-fl3em2vg1u
    @user-fl3em2vg1uАй бұрын

    Righte

  • @SatyabatiNanda
    @SatyabatiNandaАй бұрын

    Right

  • @user-fd9yr2lj5s
    @user-fd9yr2lj5sАй бұрын

    Congrats jindabad

  • @LakhyajyotiHazarika-yi1ln
    @LakhyajyotiHazarika-yi1lnАй бұрын

    Kamakhya Prasad , Harib 100percrnt

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s27 күн бұрын

    উন্নয়ণ ,ভাল কথা, কিন্তু আজি -কালি উন্নয়ণ বুলিলে সংস্কাৰ-কিহত কিহত হ'ল ,খেতি -বাতি বাদ দিয়া,মহিলাসকলক ঘৰৰ পৰা ওলাই নিয়া,হিতাধিকাৰী সৃষ্টি কৰা,শিক্ষিত হৈয়ো সংস্হাপন নোপোৱা,খাতি খোৱা মানুহখিনি অসম এৰি বাহিৰলৈ কাম বিচাৰি যোৱা,পৰিশ্ৰমৰ ন্যায্য মূল্য নোপোৱা, খীলঞ্জীয়া,থলুৱা চিনাক্ত আজিলৈ কৰিব নোৱাৰা,অসমখনক জাতি,মাটি, ভেটিৰ মূল্য নিদিয়া,হিন্দু -মুছলিম বিভাজন কৰি এন আৰ চি দোহাই ভোট বেংক সৃষ্টি কৰা, আৰু সকলো বিভাগতে এই হিন্দুসকলৰ কাম,কালি কৰিম,পৰহি কৰিম বুলি দিন পিছুৱাই নি থকা,মুঠতে অসমৰ সমস্যা বিলাকত অকণো মান নিদিয়াবিলাকেই উণ্ণয়ণ নেকি?

  • @SunehwarSonowal-yl3ip
    @SunehwarSonowal-yl3ipАй бұрын

    এইটৈ দিব লাগে কুলা ৰঙৰ কথা কই অসমিয়া মানুহ নাথাকিব ৫বছৰ পিছত NO CAA বি জে পি থাকিলে

  • @hemantadas6963
    @hemantadas6963Ай бұрын

    Bjp hatao assam se

  • @anowarhussainkhan
    @anowarhussainkhanАй бұрын

    সাংবাদিকর বি,জে,পি, সদস্যক শুধিব লাগে কি উন্নয় করিলে বি,জে,পি,য়ে কিমান উন্নয় করিলে জনাব লাগে ধন্যবাদ জয় অই অসম❤

  • @najimali2164
    @najimali2164Ай бұрын

    Good. News

  • @3no.uporubonkakopather379
    @3no.uporubonkakopather379Ай бұрын

    Congress zindaba

  • @dharamabarbarua
    @dharamabarbaruaАй бұрын

    Good....better....best.. rimpy. Thanks.. b. J. P. Go back.. cong.i. jindabad..❤❤❤.

  • @robeendas3623
    @robeendas3623Ай бұрын

    TaSA puroni hol Gotike Notunok Adoribo Lage Xokoluwe🎉🎉🎉🎉🎉

  • @ajitnarah6687
    @ajitnarah6687Ай бұрын

    অগপ দল অসমত আছে জানো?

  • @bkp9774

    @bkp9774

    Ай бұрын

    একেবাৰে নাইকিয়া হব ২০২৪ ত,

  • @sayakborbora9332
    @sayakborbora9332Ай бұрын

    যোৱা ১০ বছৰত অসমত কি mega project হল, গুজৰাটত প্ৰায় ১০ টা মান হল।

  • @bhabendoley6151
    @bhabendoley6151Ай бұрын

    Ji itsha hei hobo sonbidan.

  • @bitupandas1535
    @bitupandas1535Ай бұрын

    Gourob Gogoi ye nijikiutei gukat Misa kotha kole...jiker pasot ki kobo

  • @ranjugogoi419
    @ranjugogoi419Ай бұрын

    BJpচৰকাৰে বহুতো কাম কৰিছে থিক কিন্তু সকলো কাম ভেজাল। কাৰণ কুটীৰ টকাৰ কামটো পঞ্চাচ হাজাৰৰ কাম হে কৰিছে আৰু সিহঁত বহুত গুন্দামী আৰু ম ই মটালিৰে কাম কৰে ধন্যবাদ 🙏🏽 হ'ব💅💅💅💅💅💅🙏

  • @LilyKarmakar
    @LilyKarmakarАй бұрын

    All union are good dissition.

  • @mamrejali8832
    @mamrejali8832Ай бұрын

    Gaurav Gogoi

  • @pradipkar9722
    @pradipkar972227 күн бұрын

    কংগ্রেস

  • @mintudutta8074
    @mintudutta8074Ай бұрын

    BJP তিতা লাও গজিব এইবাৰ ..

  • @kushalbaruah8438
    @kushalbaruah8438Ай бұрын

    Good step BJP hataw Desh BASAW

  • @dhon3599
    @dhon3599Ай бұрын

    Bjp ko hatao ..barna mehenga peranga hamareko..bjp go back

  • @khargeswargogoi2630
    @khargeswargogoi2630Ай бұрын

    মাটি বেছি গাড়ী কিনা জনক ধনী মানুহ বুলি কোৱা নাজায়

  • @sanjaynarah2804
    @sanjaynarah2804Ай бұрын

    Thank you

  • @dibasrisaikia9878
    @dibasrisaikia987827 күн бұрын

    Gourab

  • @nripenborgohain201
    @nripenborgohain201Ай бұрын

    অসমত ঋণ লোৱাত উন্নতিহে - আঁচনি উদ্ভাৱন উদ্যোগ লোৱা বাবে মহিলা সকলক হিতাধিকাৰী কৰি আশাত বন্দী কৰি ঠগন দিয়া উন্নতি হৈয়ে আছে ৷

  • @ranjitduttaey3967

    @ranjitduttaey3967

    Ай бұрын

    বৰ্তমান চৰকাৰে কৰ পৰা কিমান ঋণ লৈ হিতাধিকাৰি সৃষ্টি আৰু প্ৰলোভনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr29 күн бұрын

    Hitadhikari.sonkale.bandha.karak.karan.aibure.aimatisakalak.alehua.karise

  • @satinkalita1871
    @satinkalita1871Ай бұрын

    No BJp

  • @momidevi3606
    @momidevi3606Ай бұрын

    Lonkaloi.gole.rabon.hai.thanks

  • @munindrabhattacharjya6040
    @munindrabhattacharjya6040Ай бұрын

    হাতীটো জীয়াই আছেনে?

  • @JaduKanta-ei2cz
    @JaduKanta-ei2czАй бұрын

    Tea tribe assamor merudanda. Tea tribeor development kebol congressor jariyotehe sambhob.congress jindabad. R L tirki jindabad.

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vjАй бұрын

    Caa babai B J P r khati hab

  • @debojitborah6170
    @debojitborah6170Ай бұрын

    Congress 15 years solale gutei Dibrugarh town khon Bangladeshi bhori aase gotike dekha aase vote pale kun faale dhal dibo

  • @-Chayanita_rabha.
    @-Chayanita_rabha.Ай бұрын

    Asalate BJP r bartaman belkibaji.

  • @RinaGohain-en1pc
    @RinaGohain-en1pc27 күн бұрын

    Akakhot chang pati unnoion korise BJP e

  • @HemantaSutradhar-ob1kq
    @HemantaSutradhar-ob1kqАй бұрын

    Eman jonar pisotu vote di aasa

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9mАй бұрын

    Vote for OPS

  • @RanjanNeog-nn6rp
    @RanjanNeog-nn6rp26 күн бұрын

    B j p go back

  • @ranjangogoi6918
    @ranjangogoi6918Ай бұрын

    কা আনি বিদেশীক ৰঙা দলিছা পাৰি, অসমতে অসমীয়া ভগনীয়া হ'বলৈ গৈ আছে। হিন্দু বাংলা দেশীৰ অক্সিজেন লৈ অসমীয়া জাতি জনগোষ্ঠীৰ জিয়াই থাকিবলৈ নিবিচাৰোঁ।কা আমি নামানো চিধা কথা। ১৯৮৩ চনৰ দিনলৈ আকৌ টঙালি বান্ধিবলৈ অসমীয়াক বাধ্য নকৰিব।

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr29 күн бұрын

    Thik.kaisa

  • @subhrajitGogoi
    @subhrajitGogoiАй бұрын

    আমাৰ কলিয়াবৰ ত একো কাম নকৰিলে।

  • @himangshuthakuria4607
    @himangshuthakuria4607Ай бұрын

    no caa

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dnАй бұрын

    Asomiyar dore sorom suvidha badi aari dutoliya jati bissor kotu nai,

  • @user-fd9yr2lj5s
    @user-fd9yr2lj5sАй бұрын

    Mohilaak loi sarkar kori love nai

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5ypАй бұрын

    Tasa is not factor at kazironga.

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2xАй бұрын

    ঐ বেপাৰী পাৰ্টি হুচিয়াৰ উন্নয়ন নামৰ অসমীয়া জাতিৰ শব্দ টোৰ অৰ্থ নুবুজা তহতে । উন্নতি/উন্নয়ন মানে চৰকাৰী স্কুলৰ উন্নতি সাধন কৰা । বেপাৰী পাৰ্টি কৰিছেনে ? মেইন ৰাস্তা গছ জোপা তহিলঙ কৰি বনোৱাটো উন্নয়ন নহয়

  • @barasharajbangshi719
    @barasharajbangshi719Ай бұрын

    👍👍👍🙏🙏🙏

  • @nipendeka2482
    @nipendeka2482Ай бұрын

    Toka dhar loi unnyan karile nahobo .

  • @chainomochahary9208
    @chainomochahary9208Ай бұрын

    ভুল হৈছিল, এতিয়া শুদ্ধ কি হব লাগে ভালকৈ কয় দিলে হ'ল |

Келесі