সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫

সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫#news18assamnortheast #time8news

Пікірлер: 411

  • @rofiqulislam1080
    @rofiqulislam1080Ай бұрын

    সোণোৱাল ডাঙৰীয়া, কঙগ্ৰেছে ষাঠি বছৰে একো কৰাই নাই তেন্তে কোনবোৰ সম্পত্তি বিজেপি চৰকাৰে এপদ এপদকৈ বিক্ৰী কৰি আছে নাইবা ব্যক্তিগত খণ্ডক গতাই দি আছে ?? আপোনাৰ প্ৰতি মোৰ বিশ্বাস আছিল যে আপুনি অন্ততঃ বাজপেয়ী ডাঙৰীয়াৰ দৰে বাস্তৱ ধৰ্মী-গঠনমূলক আলোচনা কৰিব, কিন্তু আপুনিও দেখোন নৰেন্দ্ৰ মোদী আৰু হিমুমামাৰ দৰে ওভতগোৰে নাচি বেবেৰিবাং কথাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ প্ৰতিযোগিতাত নামিছে !!!

  • @SahadurRahma79

    @SahadurRahma79

    Ай бұрын

    Right

  • @budheswarnath6516

    @budheswarnath6516

    29 күн бұрын

    👍👍

  • @PremadharLalung

    @PremadharLalung

    24 күн бұрын

    ❤❤❤877i87z

  • @pranatiborthakur9462

    @pranatiborthakur9462

    22 күн бұрын

    আপোনালোকে অতি সুন্দৰ কৈ ৰাজপাট খায় থাকিব পাৰিব।

  • @makibarrahman6763

    @makibarrahman6763

    3 күн бұрын

    Right

  • @dilipgogoi1204
    @dilipgogoi1204Ай бұрын

    8:09 8:09 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ কওঁকচোন আমাৰ অসম বাসী ৰাইজৰ বাবে কি কাম কৰিলে আৰুg জাতিয়তা বাদৰ শ্লোগান দিয়াৰ পাছত আপুনি কিয় নাগৰিক সংশোধনী আইন খনৰ বিৰুদ্ধে মাত মতা নাছিল কিয় এইখন অসমৰ জনতাক ভগনীয়া কৰিব বিচাৰিছে নেকি ? এইবাৰ আপোনাৰ সময় উকলিল এতিয়া নব প্ৰজন্মৰ যুব নেতা লোৰিন জ্যোতিৰ দৰে এজন নেতা হোৱাটো প্ৰয়োজনীয়। জয় আই অসম

  • @balendas4259
    @balendas4259Ай бұрын

    নহ'ব নহ'ব । চব কাম ডকাইতৰ দৰে কাম কৰিছে । হিমন্তই দুৰ্নীতিত লুতুৰ পুতুৰ । আপোনাৰ কলিজা আছে নে হিমন্তৰ দুৰ্নীতিৰ কথা কবলৈ । অসম ধ্বংশৰ ঠিকা কিমান দিন চলিব । আপোনালোকৰ চাদ্দাম হুচেইনৰ নিচিনা গতি হ'ব । সেই দিন আহিব । বিজেপিৰ মানুহে আপোনালোকক লেংটা কৰিব আনে কোবাব নালাগে । আহি আছে দিনবোৰ । 😮😮😮😮

  • @legendjunior5538

    @legendjunior5538

    Ай бұрын

    Ll1llllllllllll1lllll1lllllllll1llllllll1l1l1l1l7

  • @HimalayBordoloi

    @HimalayBordoloi

    17 күн бұрын

    ধাৰ লৈ লৈ দেশ চলোৱা চৰকাৰ খন মুখত ডাঙৰ ডাঙৰ কথা ।

  • @pompipatgiri
    @pompipatgiriАй бұрын

    কা।।আমাক।।কিয়।।লাগে।

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bxАй бұрын

    কিন্তু তেখেতে সাম্প্ৰদায়িক দল এটাত সোমাই পৰিল!!!!

  • @gutungdipakpegu2134
    @gutungdipakpegu2134Ай бұрын

    আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে অসম , উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল ??? এয়া ৰাজহুৱা কৰক । আৰু মুখ্য মন্ত্ৰীৰ দিনত ???

  • @AlaminKhan-fj7lx

    @AlaminKhan-fj7lx

    Ай бұрын

    12:40 12❤ 12:49 :44

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uwАй бұрын

    Apuni ejan nimati koinnya

  • @junsoikia6891
    @junsoikia689123 күн бұрын

    সকলো বস্তুৰ দাম বহাই ধাৰ কৰি দেশ আগুৱাই কেনেকৈ নিব, নিবনুৱা সমস্যা ,পতিজন জনতাৰ মুৰৰ ওপৰত হাজাৰ হাজাৰ টকা কৰৰ বোজা এয়া নেকি উন্নতি।

  • @samadg5388
    @samadg5388Ай бұрын

    Gourab is the best.

  • @bhabenbasumatary9250
    @bhabenbasumatary9250Ай бұрын

    যাৰ আছে তাক দিয়া হ'ব, যাৰ নাই তাৰ পৰা যি আছে তাকো কাঢ়ি অনা হ'ব। হয়, বিজেপি চৰকাৰে গুজৰাটী কোম্পানীক সকলো গটাই দিলে, দৰিদ্ৰ- মধ্যবিত্ত শোচনীয় ভাৱে দূৰ্বিহ জীৱন যাপন কৰিব লগা হৈ গৈ আছে।

  • @kandarpa2622

    @kandarpa2622

    Ай бұрын

    100% correct.

  • @dilipgogoi3009

    @dilipgogoi3009

    26 күн бұрын

    মিছলীয়া চুতমাৰানী ইউটিউবাৰ ৷

  • @rofiqulislam1080
    @rofiqulislam1080Ай бұрын

    CAAক লৈ কিয় নিমাতী কইনা ? ক্ষমতাৰ খকত নহয় জানো সোণোৱাল ডাঙৰীয়া ?

  • @indirabaruah8033

    @indirabaruah8033

    Ай бұрын

    100% right .

  • @Brekinsonroypohtam

    @Brekinsonroypohtam

    20 күн бұрын

    Honualsir ajilogejodi okhom cmholeheten eiokhomtu imanoittosarnoholeheten thanku honual sir

  • @offsonicstreams

    @offsonicstreams

    14 күн бұрын

    CAA I ki beya korile atya Assamr.

  • @probinkalita4247

    @probinkalita4247

    3 күн бұрын

    CAA Batil korok Nohole B.J.P. Mundabad

  • @probinkalita4247

    @probinkalita4247

    3 күн бұрын

    কংগ্ৰেছ Aliance। 336। B j p 192। বাকী। অন্যান্য দলে পাব

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc3 күн бұрын

    সৰ্বানন্দ সোনোৱালে এই কথাটো বহুত দেৰীকৈ বুজি পালে।

  • @budheswarnath6516
    @budheswarnath651629 күн бұрын

    এইজনা মহাশয় কেৱল মোদীৰ গদগদতেই সীমাবদ্ধ হৈ থাকি " হয় হুজুৰ " নীতিকে সৰোগত কৰি কৰি আজিৰ তাৰিখত কাৰ্য্য কাল থকাৰ স্বত্তেও কেৱল লুৰিণ জ্যোতি গগৈক " লেং মাৰিবলৈ " পুনৰ আহি গল ডিব্ৰুগড় লৈ.... ৰাইজ এইজনা " মেৰুদণ্ডহীন " তথাকথিত নেতা " ক পৰিত্যাগ কৰক !!!! 🙏🙏🙏

  • @user-pm4el9uj5o
    @user-pm4el9uj5oАй бұрын

    Gourav g good zindabad❤

  • @jayantasonowal1753

    @jayantasonowal1753

    Ай бұрын

    Gouravuddin go back

  • @chiben6861
    @chiben686126 күн бұрын

    সেই কাৰনে কেন্দ্ৰ চৰকাৰে অসম এৰিব নোখোজে।ইয়াত সোণৰ কণি পৰি হাঁহ আছে যে।

  • @jatiramkaman6960
    @jatiramkaman6960Ай бұрын

    ৰাজনীতিক বাদ দি নিৰপেক্ষ ভাৱে সাক্ষাৎকাৰটো শুনি ভাল লাগিল।অসমৰ ক্ষেত্ৰত সামগ্ৰিক ভাৱে এক বাস্তৱসন্মত কথোপকথন।

  • @amarjoytidas8141
    @amarjoytidas8141Ай бұрын

    নিজৰ সা সুবিধা লোৱাৰ বাবে ভোট খেলে।

  • @user-dc6dd5he2x
    @user-dc6dd5he2x17 күн бұрын

    এইজনাৰ শিক্ষা আছে কিন্তু তেওঁ নিজৰ মানসিকতাৰে কাম কৰিবলৈ সক্ষম নহয় কাৰণ তেওঁৰ সেইটো সৎ সাহসী নহয়।

  • @nuhindradoley4338
    @nuhindradoley4338Ай бұрын

    মেডিচিন ৰ দাম বঢ়াই দেশৰ উন্নতি কৰিছে

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    কি কৰ্ম আচনি যুবক সকললৈ আগবঢ়ালে দেখোৱাই দিলে ভাল হয়। মিছা কথা কোৱাত এই জন পাকৈত। জাতীয় জীৱনলৈ কি অৰিহণা আগবঢ়াইছে আমি সকলোৱে অবগত।

  • @fajlurrahman4605
    @fajlurrahman4605Ай бұрын

    মিছা headline দেখুৱাই ভাহণ হুনালে বাঃ

  • @subirampatgiry3805
    @subirampatgiry3805Ай бұрын

    Sorba bhai ai porjyai kio kenekoi hol kokolu bostu samogri dam bridi hol.Kio dibo nuare arunoidoi lakpoti badeo. Ami indian assambadi burbok neki.

  • @binandagogoi2941
    @binandagogoi2941Ай бұрын

    আমাৰ গাওঁ টঙনা চাহ বাগিছাৰ কাষতেই, কিন্তু ২কিলোমিটাৰ আলিবাটৰ অসুবিধাৰ কাৰণে ২৫টকাৰ ঠাইত এজেণ্টে১৫ টকা দাম দিয়ে। গতিকে ৰাষ্টা সুবিধা কৰি দিয়ক।

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kvАй бұрын

    দলৰ কথা মতে চলাচল কৰা কেন্দ্ৰীআমাক নেলাগেই

  • @rimjimnath558
    @rimjimnath558Ай бұрын

    ২০২১ চনত ভেঁন চাৰ স্কুল কৰিবলৈ গৈ এখন স্কুলৰ দুজনক দি দুজনক নিদিয়া মন্ত্ৰী জন আপুনি নহয় নে? ইয়ে নেকি বিকাশ

  • @santanugogoi9907
    @santanugogoi9907Ай бұрын

    Kakhor Mandir to Tarun Gogoi ...Prithibi Maji....r. dinot....hoisil

  • @bipulborah582
    @bipulborah58229 күн бұрын

    তহতৰ বুদ্ধি আমি জানো কেলা ।বেচি অকৰা বনাব নালাগে

  • @manojnewar2796

    @manojnewar2796

    21 күн бұрын

    😅😅😅😅

  • @user-py2pk9fy5o
    @user-py2pk9fy5oАй бұрын

    Mohakha express high awya koli gal......

  • @intorceartor8494
    @intorceartor8494Ай бұрын

    এইটো একো কামৰ মানুহ নহয় ।

  • @hemantakumarroy1410

    @hemantakumarroy1410

    14 күн бұрын

    তোমাৰ মূৰত গাহৰিৰ গু আছে।এই কথোপকথন বুজিবলৈ তোমাৰ মগজুৱে নাই।

  • @sanjoyroy4492
    @sanjoyroy449224 күн бұрын

    🙏🙏🙏 খুব সুন্দর কথা বতরা লাগিসে স্যার ,🙏🙏❤️❤️

  • @prahladdanah6629
    @prahladdanah6629Ай бұрын

    বহুত দেৰি হ'ল। হিমন্তই দলিয়াই পেলালে মনে মনে থাকিল।

  • @jimikantadoley5659
    @jimikantadoley5659Ай бұрын

    Himantoi haruwabo Sarbanandak

  • @rupjyotipatowary5405
    @rupjyotipatowary540518 күн бұрын

    আপোনাক মুখ্যমন্ত্ৰী চকীখনৰ পৰা আতৰাই দিওঁতে কিমান দুখ পাইছিলো জানেনে । কিয়নো আপুনি নিৰ্বাক হৈছিল।

  • @user-zw1ro7cp4i
    @user-zw1ro7cp4iАй бұрын

    Gourav g ji❤

  • @nitishdoley9288
    @nitishdoley9288Ай бұрын

    তোমাৰ কাম নাই,

  • @ajijalom8646
    @ajijalom864614 күн бұрын

    💯 right Assam ke Ananda sarvanand Sonowal sir salute sir

  • @jibonjyotidutta622
    @jibonjyotidutta62213 күн бұрын

    সৰ্ব্বানন্দ সোনোৱাল এজন ভাল মুখ্যমন্ত্রী আছিল

  • @lilycoverzs964
    @lilycoverzs9649 күн бұрын

    ৩ টকাৰ নিমখ কিলো এতিয়া ৩০ টকা হল।১৬ টকাৰ কেৰাচিন লিটাৰ এতিয়া ১৪০ টকা দাম দিও পাবলৈ নোহোৱা হল।কথাৰে নহয় বন্ধু কামত পৰিচয়।মূল্যবৃদ্ধি কৰি চৰকাৰ চলাবলৈ সহজ,কিন্তু দেশৰ সম্পদ বিক্ৰী কৰাতকৈ গঢ়িবলৈ বৰ টান ঐ ককাই।

  • @pullokthengal3346
    @pullokthengal3346Ай бұрын

    যিমানেই যি নহওক মতামানুহক এইখন চৰকাৰে মাহীআই চকুৰে চাই😂

  • @Titancameraman15
    @Titancameraman1510 күн бұрын

    বেলেগৰ কথা নকওঁ কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ দিনত দুলীয়াজানৰ মূল বাট পথ উৱলি গল।

  • @Tsukaphaa
    @Tsukaphaa20 күн бұрын

    What about Majuli? মাজুলী পিছত এইবাৰ ডিব্ৰুগড়ৰ জিলাক লেং মাৰিব আহিছে

  • @borntobeunique5582
    @borntobeunique5582Ай бұрын

    41:57 পাটকাই পৰ্বত কয়লা খান্দি শেষ কৰিছে, পঞ্চাছ টন পস্পন টন গাড়ীৰ অভা লদিং কোনো ধৰা ধৰি নাই MVI কাগজৰ প্ৰয়োজন নাই হিন্দী ভাষীৰ ৰামৰাজ্য। আপোনাৰ ৰাজ্যৰ নিজৰ জিলাৰ মাজেদি সৰবৰাহ সকলো সময়তেই হৈছে, এই বিলাক কি অসমী আই মাতৃৰ বুকুত লোনঠণ কৰা আপোনাৰ দৃষ্টি গোচৰ হোৱা নাই নে?

  • @kandarpa2622
    @kandarpa2622Ай бұрын

    What are the changes of the country Mr. Sonowal ? We have seen the own progress of the Ministers,own progress of "Adani","Ambani""Tata"etc.The poor are going to be more poor in the country.Giving free ration to the poors the Govt.has made them as their own voters.The poor cannot stand on their own foots in future. This is the change.

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod586717 күн бұрын

    Best video, my favourite video.

  • @ratneswarbasumatary4980
    @ratneswarbasumatary498029 күн бұрын

    Sonawal sir amukya montri hisabe axon pabo lagisil kintu jonojati hoarbabe mukyo montri aru Diya nohobo

  • @sujatagohainbaruah7263
    @sujatagohainbaruah726312 күн бұрын

    আপোনাৰ শ্ৰদ্ধা কৰিছিলোঁ। কিন্তু কিমান মিছা কথা ক'ব আৰু?

  • @babitahazarika6300
    @babitahazarika63008 күн бұрын

    ইয় জাঁ মানুহ খাব নোপোৱাত পৰিছে। বেমাৰ t dorob kinibo nuwarat porise ! Ki দলং দলং মৰি আছে। দলং বোনাইছে ভাল কৰিছে। আৰু কি কৰিছে? হব আপুনিও সেই একেই হৈ গল। আপোনাৰ মুখত এনেকুৱা কথা শুনিব আশা কৰা নাছিলোঁ।

  • @dadulali2185
    @dadulali218515 күн бұрын

    ভাৰতৰ সকলো উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰি টহলিং কৰি ভাৰতৰ অৰ্থনৈতিক কাঠামো ভাঙি পেলোৱা পাছত ভাৰত 2047 চনত কেনেকৈ পৃথিৱীৰ ভিতৰত এখন উন্নয়ন শীল আত্মনিৰ্ভৰশীল ভাৰত হ'ব।

  • @iswarhazarika5110
    @iswarhazarika511021 күн бұрын

    It's a ordinary thing

  • @YoyangPaw
    @YoyangPawАй бұрын

    Sarbananda said that rich and poor will be same. Kot oise

  • @user-gl2wr2sl4x
    @user-gl2wr2sl4xАй бұрын

    সুন্দৰ ভাষন

  • @samudra_music_axom
    @samudra_music_axom22 күн бұрын

    নিজৰ ঘৰৰ মানুহবোৰৰ অৱস্থা ৰাস্তা পদুলি ভাল কৰিব পৰা নাই বয় বস্তুৰ দাম ধনী মানুহ সদায়েই ধনী আৰু দুখীয়াৰ সদায়েই দুখীয়া হৈ গৈ আছে

  • @minatidevi7122
    @minatidevi7122Ай бұрын

    হেৰৌ,হেড লাইনৰ লগত সঙ্গতি ৰাখি প্ৰচাৰ চলাব লাগে, হিমন্তক গালি পৰা কত পালি? কঙগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য এইটোৱেই,

  • @montupadun6101

    @montupadun6101

    Ай бұрын

    সঁচা , কে অ' !

  • @utpaldutta8543
    @utpaldutta854325 күн бұрын

    Topictur logot kunu link nai..

  • @chiranjittakoe8333
    @chiranjittakoe833326 күн бұрын

    সৰ্বানন্দক সচাঁ মানুহ বুলি ভাবিছিলো । কিন্তু এই জনো একে পে পে ।

  • @user-zg1or9ho3e
    @user-zg1or9ho3e13 күн бұрын

    অসম এখন দাম্পিং গ্ৰাউণ্ড ৰাজ্য হয়। নতুন ৰাস্তা পাঁচ বছৰহে লাস্তিং হয়। তাৰ পাছত ওখৰা মুখৰা হয়। কাৰণ অসমৰ মাটি বোৰ কোমল হোৱাৰ বাবে ৰাস্তা লাস্তিং নহয়।

  • @subirampatgiry3805
    @subirampatgiry3805Ай бұрын

    Kam nai Sorba jati mati veti mat mata leader atia muko sugerr kak a cup sah kuabolai election c c c c

  • @mijanurrahmanprodhani1233
    @mijanurrahmanprodhani1233Ай бұрын

    Er kam nai borla kokai. Sorba go back. We don't want you as MP at Dibrugarh.

  • @anilsaikia6953
    @anilsaikia695329 күн бұрын

    মিছলীয়া ইউ কিউবাৰ তই।

  • @hemantahaloi9968

    @hemantahaloi9968

    24 күн бұрын

    right....km ni fokotiya

  • @DasharathBarman1
    @DasharathBarman125 күн бұрын

    Dr hinmanta biswas sarma bjp 2024 winner hobo aro bjp dolot akh bohai se ,Aro develop hoi se❤❤❤❤❤

  • @rajeshtanti6696
    @rajeshtanti669610 күн бұрын

    Aponi mone bhoba kamburor khidhi houk akhom bakhir hoi ai kamonare BJP Centrel commetir osorot gotei Okhom bakhir hoi amar parthona thakil Sir

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass551029 күн бұрын

    CAA ৰ জঢ়িয়তে বিদেশী অনা বাবে ভোট বিচৰাৰ সাহস আছেনে?

  • @goutamdas6479
    @goutamdas6479Ай бұрын

    এইবাৰ বৰলাক ভোত নিদিও

  • @kethametha4452
    @kethametha4452Ай бұрын

    আপোনি কিয় মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিলে ????

  • @subalchdev9262

    @subalchdev9262

    29 күн бұрын

    😅😅😅😅😅

  • @harenbarman4733
    @harenbarman47338 күн бұрын

    মূল্য বৃদ্ধি আৰু ঔষধ চিকিৎসাৰ মূল্য বৃদ্ধি আমাক আতি দুখিত কৰিছে । ইফালে তেলিৰ মূৰত তেল দি আদানি আম্বানীক হে ধনী কৰি আমাক হিতাধাৰী বনাই দিলে । আপোনাৰ কথাত অসম আন্দোলন শদ্ধ কোৱা শোভা নাপায় । কা'আন্দোলন কৰিব যোৱা অসমীয়াক গুলীয়াই মাৰি ৰজা হল । নিজৰ জাতিটোক বিদেশীৰ লগত একাকাৰ কৰি দিলে ।

  • @user-fi8lh6iz7h
    @user-fi8lh6iz7h24 күн бұрын

    মিছা মাজুলী 😊চিকিৎসা কেন্দ্ৰ বোৰ একো উন্নয়ণ হোৱা নাই।জ্বৰ এখন হলেও যোৰহাট লৈ নিব লাগে।

  • @Hemanta23
    @Hemanta239 күн бұрын

    Don't give the wrong caption for more views. Your content should have that strength that people see in your videos....this is becoming a common easy trend....run an interview and look from the side

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar33688 күн бұрын

    Aapuni aajan val manuh, aaponak aami antarar pora morom koru. Kintu aapni je antarar pora Mamak val napay manuh buji paise.

  • @shantanudutta1539
    @shantanudutta153923 күн бұрын

    This is the first time I am hearing Sarbanando Sonowal speak so intelligently. He is a bit too late to project himself not a good statesman. His loss is inevitable unfortunately as people of Assam see him as a looser. Maybe better luck next time.

  • @dhirengampupu5394
    @dhirengampupu539413 күн бұрын

    হে হে ..,সৰ্বাদা কমৰেৰ বিষ ভুলচ্ছেন না মন’ হয়৷

  • @lnl6069
    @lnl606925 күн бұрын

    Sir. Kebol apunake lath mora nai. Himanta Biswa Sarma CM hobor babe, Bangladeshi pakistanik Okhomt rakhibr babe Kak kiman lath mora nai...? Soboke latha mari mari Ajmal Sahab Bashir hujur Rinikir logot thaki...Sob teulokr hoi kam kori kori ahise... Aru Amar Okhomiya manuhk latha mari mari bohut kosto di amak Okhomk bohut khoti korise...🙏🙏

  • @AsaduzZaman-lt9yi
    @AsaduzZaman-lt9yi14 күн бұрын

    সীমান্তৰ কথা কৈছে -চীনে ইতিমধ্যে দুই কি:মি ভিতৰত গাওঁ পাতিছে ।মানুহে সেইবিলাক জানে ।

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn10 күн бұрын

    অসমৰ আৰু কি কি সম্পদ বিক্রী কৰাৰ পৰিকল্পনা কৰিছে বি জে পি বৰমুৰীয়া সকলে জনাবিছোন ।তেলীয়া সাংবাদিক ।ফটা ধুল বুজাবলৈ এৰক ।দুখীয়া ৰ দুখত দুখী হ'বলৈ শিকক।আপোনাৰ মূখ্য মন্ত্ৰী জনক কোন টো দলে গঢ়িছিল ।মোদী চৰকাৰৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস একেবাৰে নাই ।আমি পৰিত্রান বিছাৰিছো আপোনালোকৰ চৰকাৰৰ পৰা ।কংগ্ৰেছ জিন্দাবাদ ।

  • @greenkutum8902
    @greenkutum890216 күн бұрын

    সাংবাদিক জন প্ৰশ্ন কৰিব লাগেনে শুনি থাকিব লাগে,

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385Ай бұрын

    Natun m a l vot diyak buha bu go back

  • @amiyabaruah3534
    @amiyabaruah3534Ай бұрын

    আপুনি ধেমাজিত কি দিলে ।

  • @asrider9519
    @asrider9519Ай бұрын

    বৰলা কথা শুনিব ভাল, কাম নাই। যা নাই তিৰী ,কাম হি

  • @user-ni9oe3mi5k

    @user-ni9oe3mi5k

    28 күн бұрын

    Jar lora maiki ny hi ki desh or kotha vabibo

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p15 күн бұрын

    আপুনি অসমত কি পৰিবৰ্তন হোৱা দেখিলে উদাহৰন দিবপাৰিবনে ?

  • @jimikantadoley5659
    @jimikantadoley5659Ай бұрын

    Maiki muria Sarbananda

  • @JoyBhuyan-qx6xu
    @JoyBhuyan-qx6xuАй бұрын

    Divar bork 10 lak fin vorab bisarisa aru tomak vot laga

  • @INDRAJITSARMA-cj6mt
    @INDRAJITSARMA-cj6mt9 күн бұрын

    Ai Katha bilak sadharan manuhok janaba lage

  • @hemantakumarroy1410
    @hemantakumarroy141014 күн бұрын

    ভিডিওটো বহুত ভাল লাগিল। কিন্তু এই ভিডিও আগবঢ়োৱা ইউটিউবাৰজন ভাল নালাগিল। তেওঁ শিৰোনামাটো দিছে-"সৰ্বানন্দ ই ক'লে,'হিমন্তক মই চাই ল'ম?"মই সম্পূৰ্ণ ভিডিওটো চালোঁ, কিন্তু এই কথাখিনি কোৱা নুশুনিলোঁ।তেনেহ'লে তেওঁ অকল আকৰ্ষণ বঢ়াবলৈ মিছাৰ আশ্ৰয় লৈছে । এজন ইউটিবাৰে সামাজিক দায়ৱদ্ধতা আৰু নীতি মানি চলিব লাগে।

  • @birbahadursonar3221
    @birbahadursonar322118 күн бұрын

    What are decisions regarding chakma and Hajong living in aruchal Pradesh,?

  • @karandoley7748
    @karandoley774821 күн бұрын

    Amar gaon r rasta still not developed 😢😢😢 # sardarchuck vill. P. O Kulajan. Dhemaji. Please help us to focus our village road in the media

  • @user-fv4si7vt9j
    @user-fv4si7vt9j19 күн бұрын

    Lurin gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @sushildaimari5338
    @sushildaimari533823 күн бұрын

    Positive positivity's righteousness.

  • @Tulikaartacademy912
    @Tulikaartacademy91216 күн бұрын

    আপোনাৰ দিনত আপুনি কি কৰি লে‌ ঘটিটো লোটা টো ।মাঠা কম‌‌ আছে ।

  • @xzaxe
    @xzaxe23 күн бұрын

    সকলোকৈ কাম নাইকীয়া মূখ্যমন্ত্ৰী !

  • @user-ni9oe3mi5k
    @user-ni9oe3mi5k28 күн бұрын

    Moodi a sah bikisel aru horbanondo a pan dukan disel ...mane ei pale moodit koi u base bikibo

  • @samudranathdeka4879
    @samudranathdeka487916 күн бұрын

    BJP ZINDABAD. আকৌ এবাৰ মোদী চৰকাৰ । 400 পাৰ😊।

  • @MeghaliBaruah-lh8ni
    @MeghaliBaruah-lh8niАй бұрын

    Sharbanandagoback

  • @sazidahmed2876
    @sazidahmed287626 күн бұрын

    Lurin Gourav are best

  • @rohinidas5237
    @rohinidas523712 күн бұрын

    নিজৰ চকিখনকে ধৰি ৰাখিব নোৱাৰিলে তেনে ব্যক্তি কি কাম কৰিব।

  • @user-fv4si7vt9j
    @user-fv4si7vt9j19 күн бұрын

    Bjp voot di pokore mure voot jholokiya hona ekai kotha laav nai bjp go back

  • @deepsarmah
    @deepsarmah28 күн бұрын

    সৰ্বানন্দ ওপৰৰ চিন্তাত গণ বিচ্ছিন্ন হৈছে। হিমন্ত এতিয়াও মাটিৰ লগত সম্পৰ্ক আছে।

  • @rofiqulislam6659
    @rofiqulislam665924 күн бұрын

    ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে অসম বিশ্ব বিখ্যাত হৈ আছে।

  • @om6083
    @om608317 күн бұрын

    কিবা খং উঠিলে ভোট নিদিও,,,,,, কিন্তু পাপ্পুক প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও মানি নল‌ও

  • @bishalgaming9820
    @bishalgaming982026 күн бұрын

    Sonowal go back

  • @birajmahannarzary9186
    @birajmahannarzary918624 күн бұрын

    Moi ako deka nai.Boro hokolok kiyo eman oitasar aru domon kore? Boro hokolok kiyo unnoti hoboloi nidiye? Kiyo ako chance nidiye?Boro hokoloko unnoniti hoboloi diyok aru all-round develop kori diyok.Aiye mor kamona aru issa.Thanks.

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2tАй бұрын

    কঙগেছৰ দিনত কি দৰে দেশ চলিছিল তাক আৰু জানিবলৈ বাকী নাই। দেশ বিভাজনৰ ফলত ভাৰতত হিন্দু মুছলমানৰ মাজত সংঘাত কঙগেছ নেতা সকলে কি কৰিলে সকলোৱে জানে।

Келесі