'ৰেন মৌ'ত আইচেংফাৰ স'তে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সাংসদ সন্মানীয় শ্ৰীযুত গৌৰৱ গগৈ দেৱ।

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi Nawaz
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Josy Saikia, Suprov T Phukan, Ifty Sarwar
Make-Up - Manash Rabha

Пікірлер: 372

  • @aichengfaboruah
    @aichengfaboruah14 күн бұрын

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏

  • @karabibaruah2135

    @karabibaruah2135

    13 күн бұрын

    Gourav gogoi on demand.....teo r personality e 5 days t all episodes r record kori just 5 days t e 94 k views....aitu 1 st episode jitu moi atleast pura episode tu eku bore nuhuwa koi khatam korisu...wow. what a personality

  • @MaryBora-yl5ub

    @MaryBora-yl5ub

    7 күн бұрын

    Hats off to YOU -Our JEWEL of pride -GAURAV!!

  • @monalishachiring2261

    @monalishachiring2261

    20 сағат бұрын

    😊 I

  • @bakulboruah2026
    @bakulboruah202621 күн бұрын

    ২০২৬ ৰ অসমৰ মূখ‍্যমন্ত্ৰী।আগতীয়াকৈ অভিনন্দন জনালোঁ গৌৰৱ দা।

  • @santimoni7949
    @santimoni794921 күн бұрын

    গৌৰৱ গগৈ অসমৰ ভৱিষ্যত । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ🙏

  • @user-pt3vb3ul8n

    @user-pt3vb3ul8n

    20 күн бұрын

    আমাৰ অসম খনক কাৰোবাৰ বুলি কৈ মই ঠিকা নিদিওঁ। মোৰ অসমৰ মই ভৱিষ্যত

  • @chetia847
    @chetia84711 күн бұрын

    মই আজি চাঁলো কিন্তু আইচেংফা তোমাক আৰু লগতে গৌৰৱ গগৈলৈওঁ ধন্যবাদ থাকিল ।ইমান ভাল লাগিল শুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে । শুভকামনা থাকিল ।

  • @user-ru6du4mv9u
    @user-ru6du4mv9u19 күн бұрын

    গৌৰৱ গগৈ সঁচা কৈ অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰো।

  • @dakhinpachirajagaonraha7586
    @dakhinpachirajagaonraha758619 күн бұрын

    বহুত বহুত বহুত ভাল লাগিল ।এনেকৈ কথা আজিলৈকে কোনো এজনো ৰাজনিতীবিদে কোৱা দেখা পোৱা নাছিলো । গৌৰৱ গগৈ ডাঙৰিয়ালৈ শত কোটি নমস্কাৰ জনালো ।

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n17 күн бұрын

    আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰো❤❤❤❤❤❤

  • @lipikaranigogoi6865
    @lipikaranigogoi686520 күн бұрын

    সুন্দৰ কথা বতৰা,,, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৌৰৱ গগৈ । মোৰ খুবেই প্ৰিয় এজন ব্যক্তি। শুভ কামনা সদাই আছে ৰাজনীতি ৰ পথাৰত সুন্দৰকৈ কাম কৰি যাবলৈ 🎉

  • @arupbahoi6185
    @arupbahoi618519 күн бұрын

    খুব বেছি ভাল লাগিল। মূল্যবোধৰ ৰাজনীতি আৰু এখন সুস্থ সমাজ দিব পৰা নেতৃত্ব লব পৰা নেতা। আশা কৰিম অখিল গগৈ ডাঙৰীয়াক এবাৰ ৰেণমৌত পাম বুলি।

  • @kartick1957
    @kartick195717 күн бұрын

    ইমান সুন্দৰ পৰামৰ্শৰে সম্পৃক্ত গৌৰৱ গগৈদেৱৰ লগত হোৱা সাক্ষাৎকাৰটি উপভোগ কৰি বৰ ভাল লাগিল ।

  • @bastobkalita6328
    @bastobkalita632816 күн бұрын

    গগৈ পৰিয়াল মোৰ সাংঘাটিক প্ৰিয়। কি পিতৃ কি মাতৃ কি পুত্ৰ ❤️ অনাগত জীৱনৰ শুভেচ্ছা জনালোঁ

  • @rubulsaikia4443
    @rubulsaikia444318 күн бұрын

    গৌৰৱ গগৈ এজন ভাল মানুহ❤

  • @GhanaBaruah
    @GhanaBaruah17 күн бұрын

    খোব সুন্দৰ আলোচনা আৰু পৰামৰ্শ ! শুনি ভাল লাগিল ! গৌৰৱ গগৈ ডাঙৰীয়া আপোনালৈ মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন জনালো। লগতে "ৰৌণ মৌ" অনুষ্ঠানলৈ - টাই ভাষাৰে মোৰ ফালৰ পৰা "নাম নাম ৰঙ বয় বয়"! চুম ৰাপ(আদৰণি) জনালো। ছেন লুঙ -অতি সুন্দৰ প্ৰাসঙ্গিক আলোচনা। ধন্যবাদ।

  • @luitporiyavibes6476
    @luitporiyavibes647619 күн бұрын

    শিয়ালৰ জাক জাক সিংহ এটাই!

  • @krishnagogoi301
    @krishnagogoi30121 күн бұрын

    গৌৰৱ গগৈৰ ব্যক্তিত্ব মোৰ প্ৰিয় ❤

  • @user-tl4jy5vj6w
    @user-tl4jy5vj6w18 күн бұрын

    ছাৰ আপোনাৰ কথা বোৰ সঁচাকৈ বৰ ভাল লাগে। প্ৰতিটো কথাৰ অৰ্থ বিচাৰিলে আপোনালৈ শ্ৰদ্ধা বাঢ়ি যায়। সুস্থ হৈ কৰিবলগীয়া খিনি কৰি যাওঁক

  • @pabankumar4461
    @pabankumar446119 күн бұрын

    নিৰ্বাচনৰ পূৰ্বেই সম্প্ৰচাৰিত হোৱা হলে আৰু উপক্ৰিত হল হেতেন । ভৱিষ্যত প্ৰজন্মৰ গৌৰৱ হোৱাৰ কামনা কৰিলোঁ ।

  • @SusilChetia-hl8uo

    @SusilChetia-hl8uo

    18 күн бұрын

    01

  • @sanahigogoi381
    @sanahigogoi38117 күн бұрын

    সচাকৈয়ে সহজ সৰল লাগে আপোনাক মানুহৰ ব্যৱহাৰে মানুহ পৰিচয় সুখী পৰিয়াল

  • @monujgogoi6111
    @monujgogoi611118 күн бұрын

    মৰমৰ আইচেংফা! ব ৰ ধুনিয়া/ভাললগা অনুষ্ঠান এটি ৰাইজক দিলা।মৰমৰ শ্ৰী গৌৰৱ লৈ অভিনন্দন /উত্তৰণৰ অযুত শুভেচ্ছা থাকিল।জয় আই অসম!!

  • @golapisaikia9982
    @golapisaikia998214 күн бұрын

    প্ৰথমেই গৌৰৱ গগৈদেৱক ধন্যবাদ আৰু সুভেস্বা জনালো - অসমৰ যুৱ প্ৰজন্মৰ কাৰণে সৌৰজগতৰ ভোটা তৰাৰ স্বৰূপ - তেখেতে আজিৰ তক্ত স্বত কৈ গৈছে ইমান গধুৰ গধুৰ প্ৰশ্ন বোৰ সুধিছে - গৌৰৱ দেৱৰ এই প্ৰশ্নৰ উত্তৰ বোৰ সুনি সচাঁকৈয়ে বৰ ভাল লাগিছে - এজন ৰাজনৈতিক নেতা হ'বলৈ হ'লে সচাঁ অন্তৰৰ পৰা ওলোৱা শব্দ বাক্য - কাৰ্য্য বোৰ অন্তৰ চুই ঘৈছে - আমাৰ অসমৰ বহুতো ভাল ভাল সৎ সাহসৰ যুৱ চাম আছে -ইতিহাসৰ পাত লুতিয়াই চালে - ইয়াৰ বহুতো উদাহৰণ দি থৈ গৈছে - পণ্ডিত সকলে - গতিকে যুৱ চামলৈ মোৰ অনুৰোধ দেশখন মোঁহৰ গোৱালৰ হাঁতত এৰি দিব নালাগে নহ'লে -দেশ - দেহৈ নাথাকিব পৃথিৱী - পৃথিবী হৈ নাথাকিব

  • @khetraburagohain2501
    @khetraburagohain250118 күн бұрын

    আইচেংফা 1988 ত তোমাৰ দেউতা আমাৰ কেশৱ ককাইদেউৱে মোক তোমালোকৰ ঘৰলৈ লৈ গৈছিল। মই তেতিয়া চাবুৱা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আছিলোঁ। তুমি সৰু ছোৱালী তেতিয়া। তোমাৰ নামতো কিয় এনেকৈ দিলে কেশৱ ককাইদেউক সুধিছিলো। ককাইদেউৱে বহুত কথা মোক কৈছিল। স্বৰনালী ভাজনী বাক সকলোৱে চিনি পায় এগৰাকী মেধাৱী ছাত্ৰী বুলি। তাতে গড়গাঁও কলেজৰ অসমীয়া বিভাগৰ পৰা স্বৰনালী বায়ে যি ফলাফল দেখুৱাব পাৰিছিল সেই কথাটো আজিও আমাৰ মনত আছে। গোটেই শিৱসাগৰ ৰাইজৰ মৰম পাইছিল বাইদেৱে। আনহাতে কেশৱ কাই সেই সময়ত ছাত্ৰ নেতা আছিল সিংহ ৰ দৰে। কেশৱ কাৰ ভাষণ শুনিবলৈ মানুহ পাগল হৈছিল। পৰাগ চলিহা ছাৰে কেশৱ কাক ভাল দৰে চকু দিছিল। মনত পৰিছে সেই কেশৱ কা আৰু স্বৰনালী বাৰ জীয়েক তুমি আইচেংফা। বহুত ভাল লাগিছে তোমাক এনেদৰে দেখি। মই ক্ষেত্ৰ বুঢ়াগোহাঁই। পুৰণি ঘৰ বকতা জৱলাটিংত, বাখৰ বেঙেনা। বৰ্তমান মই সোণাৰিতে থাকো। আখৈয়াৰ জীৱন ফুকনৰ মই এজন বন্ধু । একেলগে গড়গাঁও কলেজত পঢ়িছিলোঁ। ভগৱানে তোমাক কৃপা কৰক যাতে তুমি বহুত আগবাঢ়ি যাব পাৰা।

  • @nitupaldutta1927
    @nitupaldutta19279 күн бұрын

    বা সচাই আপোনাৰ অনুষ্ঠানটি বহুত ভাল লাগে। আপুনি কথা বিলাক স্পষ্টভাবে কয় আৰু অতি সাময়িকভাবে অনুষ্ঠানভাগ চলাই নিয়ে আৰু নিজক সদায় শিৱসাগৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰো

  • @thanuramdas2938
    @thanuramdas293819 күн бұрын

    সচাকৈ ভাল প্রশ্ন আৰু টান প্রশ্ন। ধন্যবাদ জনাইছোঁ।

  • @leelahazarika7587
    @leelahazarika758718 күн бұрын

    ধন্যবাদ আইচেংফা , সুন্দৰ সাক্ষাৎকাৰ এটা উপভোগ কৰাৰ সুবিধা কণ দিয়াৰ বাবে

  • @dhaneswartamuliphukan4873
    @dhaneswartamuliphukan487319 күн бұрын

    নতুন যুগৰ নতুন সূৰ্য্য গৌৰৱ গগৈ ৷

  • @deliciousrecipecooking7085
    @deliciousrecipecooking708519 күн бұрын

    বৰ্তমান সময়ৰ এজন সুদক্ষ ৰাজনৈতিক নেতা । তেখেতলৈ শুভেচ্ছা জনোৱাৰ উপৰিও তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলো ।

  • @hazerabegum9910
    @hazerabegum991021 күн бұрын

    সুন্দৰ অনুষ্ঠান গৌৰৱ গগৈ জিন্দাবাদ

  • @GamePlay-ib2cj

    @GamePlay-ib2cj

    17 күн бұрын

    Gajwa a hind sapna sapna hoi thakijabo Bhagwa a Islam hobo.

  • @mouchumidas9373
    @mouchumidas937314 күн бұрын

    আইচেংফা বা তুমালৈ বহুত মৰম দিলোঁ আৰু 'ৰেন মৌ যাত্ৰা, আগুৱাই যাওক শ্ৰী গৌৰৱ গগৈ ছাৰ অভিনন্দন জনালো

  • @liliborah2655
    @liliborah265518 күн бұрын

    গৌৰৱ গগৈৰ শুভেচ্ছা থাকিল

  • @bilashrabhabilashrabha6700
    @bilashrabhabilashrabha670016 күн бұрын

    সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়ালৈ বহুত বহুত শুভেচ্ছা থাকিল।

  • @swarnabhajani6884
    @swarnabhajani688419 күн бұрын

    কুমলীয়া হ'লেও গৌৰৱ গগৈৰ ওপৰত বহু আশা, বহু আস্থা । অবিশ্বাসৰ মাজৰ পৰা বিশ্বাস ঘূৰাই আনিব লাগিব নতুন প্ৰজন্মৰ বাবে । ব্যক্তিৰ বাবে নহয়, সমাজৰ বাবে ৰাজনীতি ...এই আদৰ্শটো দেখা পাইছোঁ‌ গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত। আৰ্থ-ৰাজনৈতিক যুঁ‌জ এখনৰ বাবে বহু পৰিকল্পিত আঁ‌চনি আৰু কঠোৰ শ্ৰম অপৰিহাৰ্য । গৌৰৱ গগৈৰ দৰে মূল্যবোধ সম্পন্ন নেতাৰ দায়িত্ব বাঢ়িল । আমাৰ শুভেচ্ছা আছে অফুৰন্ত ।

  • @jibanborah3930
    @jibanborah393018 күн бұрын

    Such a humble person gourav gogoi is ..He will be the next CM of Assam

  • @bulbulAxom099
    @bulbulAxom09921 күн бұрын

    গৌৰৱ গগৈৰ কথা কিনো কম ❤️। তেখেতৰ মাজত অসমৰ ভৱিষ্যত দেখা পাওঁ ❤️❤️

  • @joyashreesarma7665
    @joyashreesarma766521 күн бұрын

    best intervew of গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰ এতিয়ালৈকে

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u20 күн бұрын

    গৌৰৱ গগৈ অসমৰ ভৱিষ্যত, অসমৰ গৌৰৱ। তেখেতৰ দীঘায়ু কামনা কৰিলো।

  • @jiaunnaher6318
    @jiaunnaher631821 күн бұрын

    Future CM of Assam

  • @rj-sb8wg

    @rj-sb8wg

    17 күн бұрын

    Mokkel nki😂

  • @birenbarman9338

    @birenbarman9338

    17 күн бұрын

    God Bles Gourav Gagoi

  • @iffatruhanibarbhuiya3147

    @iffatruhanibarbhuiya3147

    14 күн бұрын

    ​@@birenbarman9338olq

  • @mausamraj0000

    @mausamraj0000

    9 күн бұрын

    Ekdom CM r jogya ❤

  • @user-ob1tf6im2e
    @user-ob1tf6im2e17 күн бұрын

    বাইদেউ আপোনাক ইমান মৰম লাগে কথা বোৰ ইমানেই ভাল লাগে নিজকে বুজাব নোৱাৰা হৈ যাওঁ আপোনাৰ ভিডিঅ' বোৰ সদায় চাওঁ আমাৰ নতুন প্ৰজন্মৰ বাবে ভাল মানুহ এজন আগবাঢ়ি আহিছে গৌৰৱ গগৈ ডাঙৰীয়া ভাল আদৰ্শ বান সাংসদ হিচাপে পাইছোঁ নিচ্চয় আগলৈও কাম কৰি জাব বুলি আশা কৰিছোঁ প্ৰগ্ৰেম টো চাই বহুত ভাল লাগিল আৰু বাকী গগৈ কেইজনক যদি আমন্ত্ৰণ জনায় যেন আমাৰ বিধায়ক গগৈ ক চাব বিচাৰো তেওঁ কি কি বুলি নো কয় খুউব সোনকালেই আমন্ত্ৰণ জনাব বুলি আশা ৰাখিলোঁ

  • @jayantiborah603
    @jayantiborah60318 күн бұрын

    আপোনাৰ প্ৰশ্ন শিতানত অসম গৌৰৱ গৌৰব গগৈৰ কথোপকথন সম্পূর্ণ চালো। তেখেতৰ কথা ই অসম বাসীকে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ধন্যবাদ। 🙏🙏🙏

  • @TaraliDevi-zt1cm
    @TaraliDevi-zt1cm21 күн бұрын

    একেবাৰে সহজ সৰল আৰু চিধা‌ মনৰ মানুহ❤

  • @DevajitpeguDevajitpegu-nc6qn
    @DevajitpeguDevajitpegu-nc6qn19 күн бұрын

    Gaurav Gogoi future cm ❤❤

  • @sanipayeng1398
    @sanipayeng139814 күн бұрын

    গৌৰৱ দা জিন্দাবাদ ❤

  • @madhabsocialist6505
    @madhabsocialist650512 күн бұрын

    গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা অসমৰ ৰাজনৈতিক নেতা সকলে বহুত শিকিব লগা আছে।

  • @dhanjitnath8871
    @dhanjitnath887119 күн бұрын

    গৌৰৱ গগৈয়ে 2026t অসমৰ হৈ নেতৃত্ব দিয়ক হেমন্ত আৰু অসমত ৰজা হৈ নাথাকিব সেইটো নিশ্চিত

  • @ranubora3083
    @ranubora308319 күн бұрын

    সুন্দৰ অনুষ্ঠান

  • @sanjibkutum2652
    @sanjibkutum265220 күн бұрын

    সুন্দৰ অনুষ্ঠান, চাই খুব ভাল লাগিল

  • @chinasreephukon7275
    @chinasreephukon727517 күн бұрын

    গৌৰৱ গগৈ জিন্দাবাদ 🙏🙏🙏

  • @apurbadutta4261
    @apurbadutta426119 күн бұрын

    Best interview...bohut vl lagil..ejan Nika monar netar pora bohut kotha bujilu

  • @jyotiprabhadevi1481
    @jyotiprabhadevi148120 күн бұрын

    সুন্দৰ অনুষ্ঠান। ৰাজনীতিবিদ হিসাবে এজন সুন্দৰ ব্যক্তি।

  • @krishnahazarika6391
    @krishnahazarika639117 күн бұрын

    Great person... I want to see him.future CM in Assam 🙏

  • @bophazarika1947
    @bophazarika194717 күн бұрын

    Mr. Gaurav Gogoi is having a decent personality. Once he will be a celebrated political leader in high capacity.

  • @BiswajitGogoi-ek8bt
    @BiswajitGogoi-ek8bt19 күн бұрын

    Eman digholia speech first time skip nakarakoi salu....Val lagil...

  • @Assam_majuli
    @Assam_majuli20 күн бұрын

    কুমলীয়া সাংসদ❤।আশা কৰো পৰৰ্বতী মুখ্যমন্ত্ৰী🎉🎉🎉🎉

  • @dibakargogoi5181
    @dibakargogoi518119 күн бұрын

    Very Very nice. Nojona buhut hikilu aru bujilu. Kisuman onarthok bhram atorai diyar babe akow dhanyawad baideo. Even we all love and like Gaurab Gogoi always.

  • @mahantadas1874
    @mahantadas187420 күн бұрын

    আপোনাৰ কামবোৰ ধুনীয়া হৈ গৈ আছে ৷ আপোনাৰ এই যাত্ৰা অবিৰত গৈ থাকৰ ❤

  • @dhnanjaymorang1784
    @dhnanjaymorang178419 күн бұрын

    গৌৰৱ গগৈ জিন্দাবাদ

  • @mohaswerdihingia4967
    @mohaswerdihingia496716 күн бұрын

    এনে ধৰণৰ বাৰ্তালাপ পে আমাৰ অসম আগুৱাই যোৱাৰ এটা সপোন যেন লাগে

  • @bobysonowal6016
    @bobysonowal601619 күн бұрын

    ছাৰ hodai vale থাকক দীৰ্ঘায়ু হওক amar সকলোৰে akha apuni.

  • @rubuldas1219
    @rubuldas121919 күн бұрын

    Gaurav sir buli nokou.. dada hisapa bisaro.assam r manuhor monot❤

  • @DigantaHazarika-hp9zs
    @DigantaHazarika-hp9zs19 күн бұрын

    Gourab gogoi is a great man

  • @user-po6wd1xs9g
    @user-po6wd1xs9g19 күн бұрын

    Gaurav Gogoi political man best man Gaurav Gogoi zindabad

  • @chawdggogoi8722
    @chawdggogoi872221 күн бұрын

    গৌৰৱ চাৰ ❤ এজন ভাল মানুহ আমি আশাকৰোঁ এদিন অসমৰ cm হৱ তেওঁ দৰে এজনো নাই mp

  • @kanakgogoi1769
    @kanakgogoi176916 күн бұрын

    সচাকৈ ভাল লাগিছে । দুয়োলৈকে শুভকামনা যাছিলো ।

  • @n.klahon4848
    @n.klahon484814 күн бұрын

    Gaurav Gogoi is the voice of the North East and is a deserving candidate for CM of Assam in 2026

  • @user-ot4ly1he8j
    @user-ot4ly1he8j19 күн бұрын

    প্রিয় ব্যক্তি---চাই আছোঁ

  • @manuranjangogoi3856
    @manuranjangogoi385620 күн бұрын

    ভাল ব্যক্তিত্বৰ মানুহজন

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs21 күн бұрын

    তেখেত এজন প্ৰকৃত ৰাজনীতিবিদ আৰু সুন্দৰ মনৰ অধিকাৰী

  • @soonmoni6746
    @soonmoni674618 күн бұрын

    ❤❤❤❤ gaurav Gogoi zindabad, মোৰ পিয় মানুহ

  • @user-ti1mk5cw3g
    @user-ti1mk5cw3g19 күн бұрын

    We expect with high hopes to see Gaurav Gogoi as the future CM of Assam or later as PM of India

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q20 күн бұрын

    Gourab gogoi asam tiger.he is realy son of the god.he is asam future.live long God be with you.

  • @user-it8dw6te6t
    @user-it8dw6te6t17 күн бұрын

    Garuv gogoi jindabad ru mur favourite ❤🎉❤

  • @rbgassam4422
    @rbgassam442219 сағат бұрын

    বৰ ধুনীয়া অনুষ্ঠান এটা চালো,ধন্যবাদ আইচেংফা❤

  • @SangitaGogoi-bt4ey
    @SangitaGogoi-bt4ey20 күн бұрын

    মই আশা কৰিম ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে,গৌৰৱ শব্দটো সঁচাকৈ বাখ্যা নকৰিলেও গৌৰব,

  • @mf-xz6es
    @mf-xz6es20 күн бұрын

    গৈৰৱ গগৈ ❤

  • @bijoybhusansaikia7571
    @bijoybhusansaikia757119 күн бұрын

    Good son of a Great Man, salute to Tarun Gogoi Ji.

  • @ranjanupadhyay9466
    @ranjanupadhyay946618 күн бұрын

    Dhunia Interview..Thanks to Aisengfaa👍💐😘

  • @jatishmandas8386
    @jatishmandas838612 күн бұрын

    Future CM of assam

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i14 күн бұрын

    Gourab Gogoi Asamar Naynar Moni. . Congrasulation Future in Assam . . Thanks . .

  • @deboramtaye4259
    @deboramtaye425918 күн бұрын

    অতি আদৰৰ মৰমৰ G Gogoi অসমৰ আশা

  • @doleyjd3522
    @doleyjd352221 күн бұрын

    তেওঁ যি দলেই নহওঁক তেওঁক মই বহুত ভাল পাওঁ মানুহ জন ভদ্ৰ ❤️❤️❤️❤️ বা আপোনাৰ সকলো interview চাওঁ বহুত ভাল লাগে আৰু আমাৰ অসমৰ জনপ্ৰিয় গায়িকা তৰুলতা কুটুম বাক Plz এবাৰ Interview লওঁক তাইৰ মনৰ কথা শুনিব বিচাৰোঁ 🙏🙏🙏🙏

  • @nafijarahman4678
    @nafijarahman467819 күн бұрын

    Favourite ❤️❤️❤️

  • @sangitapegu1675
    @sangitapegu167517 күн бұрын

    Future C. M. Gourav❤❤❤❤❤love from Guwahati Assam.

  • @nabajyotibora-wl4dv
    @nabajyotibora-wl4dv19 күн бұрын

    ভাল লাগিছে গতিকে আগুৱাই যাব

  • @surajitrabha000
    @surajitrabha00021 күн бұрын

    Dada vot apunake means conggrag k disu....kintu onagoto dinot vall kam kori jabo buli akha thakil ❤🙏🙏🙏

  • @anjusaikia9306
    @anjusaikia930618 күн бұрын

    অসমৰ আহিব লগীয়া মূখ্যমন্ত্ৰী বুলি আশা কৰো

  • @purbaligogoi5193
    @purbaligogoi519319 күн бұрын

    One of the best impressive discussion 🙏

  • @himuhrishi
    @himuhrishi18 күн бұрын

    Bhal manuh bhal kotha ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc20 күн бұрын

    খুব সুন্দৰ বাৰ্তা লাপ, ভাল লাগিল,খুব সুন্দৰ ব্যক্তিত্বৰ লোকজনৰ অনুভৱবোৰ। এই কথোপকথন খিনি ভোটদানৰ পিছত কিয় দিলে?আগতেই প্ৰচাৰ কিয় নকৰিলে? আইচেংফালৈ মোৰ প্ৰশ্ন,,,,,, গৌৰৱ গগৈ ডাঙৰিয়া সদায় ভালে থাকক তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻

  • @aichengfaboruahofficial2100

    @aichengfaboruahofficial2100

    20 күн бұрын

    প্ৰচাৰৰ ব্যস্ততাৰ বাবে তেখেতে অসমৰ অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ দিনা অর্থাৎ ৭ মে 'ৰ দুদিন আগতহে ৰেন মৌলৈ আহিব পাৰিলে। আৰু নিৰ্বাচনৰ 'Model Code of Conduct' অনুসৰি ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে, প্ৰাৰ্থী বা ৰাজনৈতিক দলে কোনো ধৰণৰ কাৰ্য্য যেনে সভা, সাক্ষাৎকাৰ আদিত অংশগ্রহণ কৰিব নোৱাৰে যিয়ে ভোটাৰক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে, নিৰ্বাচন আয়োগে ধৰি দিয়া ৪৮ ঘণ্টাৰ Silence Period শেষ হোৱাৰ লগে লগেই ৮ তাৰিখে সাক্ষাৎকাৰটি Upload কৰা হৈছে। সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজেও আজিহে সাক্ষাৎকাৰটি 'যাত্ৰা'ৰ 'ৰেন মৌ'ৰ জড়িয়তে আপোনাসৱলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছিল। 🙏😊

  • @MonmiBaruah-lz5oc

    @MonmiBaruah-lz5oc

    20 күн бұрын

    @@aichengfaboruahofficial2100 জনোৱাৰ বাবে ধন্যবাদ 🙏🏻🙏🏻🥰🥰

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr20 күн бұрын

    Gaurav Gogoi zindabad zindabad

  • @rajprotimgogoi53
    @rajprotimgogoi5321 күн бұрын

    Gaurav gogoi logot ami hodai asu Future CM of assam

  • @niahognitaj2141
    @niahognitaj214118 күн бұрын

    Excellent conversation and praiseworthy thought process by beloved Gaurav Gogoi, the voice of India and heart of Assam, we find a real leader in him who can represent people of Assam and India. Best wishes to Aichengpha and Hon'ble MP. A positive and fruitful discussion.

  • @bipulsaikia1445
    @bipulsaikia144512 күн бұрын

    গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ কথাবোৰ শুনি ভাল লাগিল

  • @janmonisaikia7788
    @janmonisaikia778816 күн бұрын

    কুশলে ৰাখক ভগৱন্তই।

  • @abhilashamainavlogs3241
    @abhilashamainavlogs324120 күн бұрын

    Hemanta dada brigrit r birudhe apunak Vote disu.

  • @dipakgogoi8800
    @dipakgogoi880021 күн бұрын

    ভাল ভাল মানুহৰ গঠন মূলক পৰামখ বিচাৰো ৰাজনিতি নিবিছাৰো ৰেণমৌ long life

  • @Dhruba142official

    @Dhruba142official

    21 күн бұрын

    Congress dolor 90%manuhok bya paw. Asar bebohar kintu GAURAV gogoi .k val pau val lage .val manuh tew. ❤

  • @KalpaJyotiShyam-jk7vg
    @KalpaJyotiShyam-jk7vg20 күн бұрын

    যোৰহাট লোকসভাৰ সমষ্টিত পৰৱৰ্তীসময়ৰ সাংসদ গৌৰৱ গগৈ ❤।

  • @manjubarman1855
    @manjubarman185520 күн бұрын

    ভাল কথা কৈছে কেৱল টকা দিলেই নহয় টকাটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে কি কৰিব প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।নহলে সকলো বৃথা।

  • @ramendrasarmah9040
    @ramendrasarmah904019 күн бұрын

    Vare Good 😊😊

  • @SubhajitMoran
    @SubhajitMoran18 күн бұрын

    প্ৰকৃত মানৱতাৰ অধিকাৰী, ভৱিষ্যত সমাজৰ সুসংগথক আৰু ভৱিষ্যত ৰ অভিভাবক ২ G.

  • @minotisaikia1804
    @minotisaikia180418 күн бұрын

    যাত্ৰাৰ প্ৰতিটো খণ্ডই অনন্য ।

  • @DhurboPegu
    @DhurboPegu4 күн бұрын

    Thankyou jaatra ba apunanar karone aji ami eman mohan biyokti ajonor byoiktyabo hubibo paisu nise apun amar gaurav gogoi dangoriya, thankyou jaatra baki val val aru mohan biyaktir byoiktyabo huniboloi akha rakhilu thankyou 👌

Келесі