এগৰাকী মহিলাই চিঞৰি চিঞৰি বিজেপী পতন নিশ্চিত।আসনৰ অংক মিলাই লাভ নাই।/virel news

Пікірлер: 39

  • @chandanbharali4096
    @chandanbharali409614 күн бұрын

    BJP100% Haribo

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens629014 күн бұрын

    কোঁৱৰ ডাঙৰীয়া,,,2014 চনত দিয়া মদিজীৰ ভাষণত নিজেই কৈছিল যে 75 বছৰত নেতা সকলে অৱসৰ লব লাগে। অন্য কোনো দলে কোৱা নাই।। ভাষণটো আপুনি শুনিছিল নে নাই,,।

  • @nripenborgohain201
    @nripenborgohain2019 күн бұрын

    বিৰোধীয়ে অভিযোগ দিয়াটো যুক্তি আছে - পেন্সন লব লাগিবই - কাৰণ 60 বছৰ যে আইনমতে অৱস লয় - আমি যুৱনেতাক বিছাৰাটো বিছাৰোঁ

  • @BimalBarman-fk8et
    @BimalBarman-fk8et14 күн бұрын

    Go back BJP and Relife for Indian people.

  • @hndekari8011
    @hndekari801114 күн бұрын

    বিজেপিৰ মিথ্যাচাৰে আমাক বৰকৈ বিৰক্ত কৰে। যিকোনো আলোচনাত প্ৰধানমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতিবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন হ'লে তেওঁলোকে উত্তৰ দিব নোৱাৰি কেৱল গণ্ডগোলীয়া পৰিবেশ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগে । আজিৰ আলোচনাত এটা কথা স্পষ্ট যে, দেশত এইবাৰ চৰকাৰৰ পৰিবৰ্তন হ'ব যিটো, এগৰাকী জ্যোতিষীৰ গননাতো পৰিস্ফুট হৈছে ।।

  • @ranjitduttaey3967
    @ranjitduttaey396714 күн бұрын

    ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া ভুৱা প্ৰতিশ্ৰুতি সম্ৰাট বুলি ৰাইজে জানে এই জনে আকৌ নতুন কৈ সঁচা কথা কবলৈ শতসাহস কৰিব পাৰিব জানো, নহ'লে এই কোঁৱৰ বোলা জনে নহ'লে বিজেপিয়ে খেদি পঠিয়াই বুলি ভয়তে আবুল টাবুল বকিছে, বিজেপি দলৰ চৰকাৰ হোৱা টো নিবিচাৰে অন্ধ ভক্ত সকলে শূলস্ঠোল বাহিৰে আন একো কৰিব নোৱাৰে, মুদি জি হ'ল এই অন্ধ ভক্ত সকলৰ ভগৱান তেওঁ জিহকে মন যায় তাকে কৰিব পাৰে যেনেনিয়ম বনাব ও পাৰে ভাঙিব ও পাৰে তাত এই অন্ধ ভক্ত সকলে মাত মাতিব নোৱাৰে নহ'লে দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বিক্ৰী কৰিলে সেইটো কথা কবলৈ শতসাহস কৰিব নোৱাৰিলে এই ক্ষেত্ৰত ৰাইজে পৰিবৰ্তন বিছাৰিছে গতিকে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ

  • @hemantaphukon1917
    @hemantaphukon191714 күн бұрын

    বৰনসীত এইবাৰ লিগেল election হ"লে মোদীজী হাৰিব।

  • @abdulkadermondal4229
    @abdulkadermondal422914 күн бұрын

    প্ৰধানমন্ত্ৰী হব যিটো দলৰ আটাইতকৈ বেচি সদস্য নিৰ্বাচিত হব সেইটো দলৰ পৰা। নিৰ্বাচনত জিকা দলসমুহৰ মাজৰ পৰা।

  • @BirenRoy-tf3sn

    @BirenRoy-tf3sn

    13 күн бұрын

    😊u

  • @user-eb1xg9de8t
    @user-eb1xg9de8t2 күн бұрын

    The next Prime Minister of India will be Rahul Gandhi.No political Party can defeat Congress Party.

  • @PranabDas-pu6js
    @PranabDas-pu6js10 күн бұрын

    Amak b. j.p lage vai bjp dukhiar sarkar. Ami ramar khai rabanar gun nagau.

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens629014 күн бұрын

    No BJP without Modiji but no Modi wave is seen in this election,

  • @montukolita2438
    @montukolita243812 күн бұрын

    Ami jowa bar bjp asilo atiya congres koriso amar dare aru bahute aitowa korise monot rakhibo

  • @subhansaikia3952
    @subhansaikia395214 күн бұрын

    এখেতে নিজৰ মুখখন দেখুৱাত বেছি গুৰুত্ব দিছে ।ভাল নালাগে ।

  • @binudas8708
    @binudas870814 күн бұрын

    এখন দেশ মাত্ৰ এজন মানুহক আগত ৰাখি তেখেতৰ নামত ৰাজনীতি কৰিলে সেই দলে উন্নতি কৰিব নোৱাৰে।

  • @bulakakoti9165
    @bulakakoti916514 күн бұрын

    2024,মোৰদী

  • @ranjangogoi6918
    @ranjangogoi691814 күн бұрын

    Hah hah 🤣😂

  • @user-rh9dc4yu3h
    @user-rh9dc4yu3h14 күн бұрын

    Bostur emn dam bahisa

  • @jugeswarphukan9726
    @jugeswarphukan972614 күн бұрын

    Bjpbure.birudhiburak.jail.dise.kintu.bjpjetia.hariba.tetia.kihaba.kibirudhi.hakale.doinambar.karise.kintu.bjphupai.naikaraneki.assamat.to.bjp.hupai.doinambar.kariasse.hakalute.sidiket.aponi.akubastu.kinar.karanesinta.kariba.lage.garsalabale.akhubidha.kiaane.haise.amia.bjp.adin.jikaisilu.kinijarbharit.nije.kuthamariluneki.he.bhagaban.nalageo.bjp.

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum782214 күн бұрын

    I am happy with this vlog

  • @hemantaphukon1917
    @hemantaphukon191714 күн бұрын

    congress ৰ PM কোন হ"ব জানে। election ৰ আগত জানি গ"লে BJP য়ে কিজানিবা ED লগাই jail ত ভৰাই দিয়ে|

  • @dibakartalukdar7700

    @dibakartalukdar7700

    14 күн бұрын

    কংগ্ৰেছ পাৰ্টিয়ে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে

  • @dinusarkar5462
    @dinusarkar546213 күн бұрын

    জয় জয় শ্ৰী ৰাম মোদী জী 400পাৰ।

  • @ruhitdihingia8210
    @ruhitdihingia821014 күн бұрын

    প্ৰথম দুজন অংশগ্ৰহণকাৰীয়ে শেহতীয়া দৃশ্যপটৰ ওপৰতে সীমাবদ্ধ থাকিল কিন্তু চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণত অগতানুগতিক, অভুতপূৰ্ব বিশৃঙ্খলতা, বেমেজালি এইটো অতিশয় ভয়ঙ্কৰ বাৰ্তা দিলে ভাৰতবৰ্ষক । কিন্তু আলোচনত ঠাই নিদিলে। উত্তৰ প্ৰদেশ এজন ভোটাৰে মেডিয়াৰ আগত অভিযোগ কৰি ব্যক্ত কৰিলে যে তেওঁ প্ৰদান কৰা ভোট পাৰ্থী আৰু দলত নপৰিল বিজেপি দলৰ পাৰ্থীজনৰ বিপৰীতেহে পৰিল, যিটো VVPAT ত পৰিলক্ষিত হৈছিল। এই অভিযোগ টো তৎকালীন ভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ। বিষয়টো অসমৰ মেডিয়াই অৱগত হয়নে??? অভিযোগ দিয়া মানুহজনৰ ফটোসহ বাহিৰৰ মেডিয়াই ভাইৰেল কৰি সৰ্ব্বোচ্চ ন্যায়ালয়তৰ খতিয়ানৰ বাতৰিত দাঙি ধৰিছে। সৰ্ব্বোচ্চ ন্যায়ালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো উল্লেখযোগ্য। এইবোৰ কথা আজি এই আলোচনাত ঠাই পোৱা নাই। বাৰানছিত বিৰোধীক মনোনয়ন জমা দিবলৈ নিদিয়াৰ বাতৰি প্ৰকাশ হোৱা স্বত্বেও আলোচনাচনত ঠাই পোৱা নাই। নিজৰ মনোনয়ন withdrawn ৰ কথা পাৰ্থীয়ে গম নাপাই, এনে বাতৰি প্ৰকাশ হৈছে, এইবোৰ কথা এই গুৰুত্বপূৰ্ণ আলোচনাত ইচ্ছাকৃত ভাবে আঁতৰাই ৰখাৰ উদ্দেশ্য প্ৰনোদিত নেকি??? এয়া আজিৰ ভাৰতবৰ্ষ , লজ্জাজনক কাণ্ড কোনে কৰিছে??? এনেকোৱা ঘটনা আৰু কিমান যে হৈছে, সন্দেহ কৰিব নোৱাৰিনে??? আলোচনাত মুঠৰ ওপৰত চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণৰ সম্পৰ্কত মূখ্যত আলোচনা হোৱাটো অগ্ৰাধিকাৰ দাবী কৰিব পাৰি।

  • @dibakartalukdar7700
    @dibakartalukdar770014 күн бұрын

    এইবাৰ বাইদেউ জনীয়ে চিঞৰিছে ৪ জুনৰ পিছত তেখেতে চিঞৰি চিঞৰি কান্দিব

  • @amulyadutta5000
    @amulyadutta500014 күн бұрын

    এনেই এইবোৰ বজাই লাভ নাই প্ৰধান মন্ত্ৰী মোদীয়েই হব ।

  • @arupdas8897
    @arupdas889714 күн бұрын

    Hung parliament habaloi goi ase, absolute majority kunu nepai party main neta educated hole katha kaba jane jene Manmohan Singh and kejriwal

  • @arupdas8897

    @arupdas8897

    14 күн бұрын

    BJP koi eta kare eta

  • @ManoranjanPegu-ss3dh
    @ManoranjanPegu-ss3dh14 күн бұрын

    tumar faltu lecture kune hunib viewr karone bonai aso

  • @hemantaphukon1917
    @hemantaphukon191714 күн бұрын

    congress ৰ PM কোন হ"ব জানে। election ৰ আগত জানি গ"লে BJP য়ে কিজানিবা ED লগাই jail ত ভৰাই দিয়ে|

  • @ManoranjanPegu-ss3dh

    @ManoranjanPegu-ss3dh

    14 күн бұрын

    tumi hoba akou himan janei jodi

Келесі