Internal conflicts in political parties | BJP conflicts | Lok Sabha |

Internal conflicts in political parties | BJP conflicts | Lok Sabha | Watch the full clip to know more about this story.
#pragnews #loksabhaelection2024 #elections2024 #assampolitics
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 206

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw16 күн бұрын

    যোৰহাটত গৌৰৱ জয় হলে মামাই cm এৰাই ভাল হ'ব।

  • @naturalvlogs6.5

    @naturalvlogs6.5

    15 күн бұрын

    2021 sonor pisot Rajniti nokora jone CM hol...emaan xohoje aribo nee

  • @KutubUddin-ur6gt

    @KutubUddin-ur6gt

    13 күн бұрын

    Ajmal sahab jikibo cm r khojanat. Moi nichito.

  • @naturalvlogs6.5

    @naturalvlogs6.5

    13 күн бұрын

    @@KutubUddin-ur6gt toii j goruuu...maathat gobor ase neki tor ajmal aru himanta ataa a

  • @user-tp1er3sv9f
    @user-tp1er3sv9f16 күн бұрын

    যোৰহাট আৰু ডিব্ৰুগড়ৰত দুই গগৈ জিকাতো ১০০℅ ।

  • @user-sd5vm7sg2m

    @user-sd5vm7sg2m

    16 күн бұрын

    Dibrugarh t jikile moi life t politics t nathaku aru...2lakh t k besi vote t jikibo Sonowal...

  • @nikhilsarmah9656

    @nikhilsarmah9656

    16 күн бұрын

    Kot asa vii toi dibrugarh t kuntu angle t. Lurin jikibo 😂😂

  • @user-tp1er3sv9f

    @user-tp1er3sv9f

    16 күн бұрын

    @@user-sd5vm7sg2m সচাকে? মনত ৰখিম বাৰু ।

  • @user-sd5vm7sg2m

    @user-sd5vm7sg2m

    15 күн бұрын

    @@nikhilsarmah9656 first u should educate yourself..

  • @banjitchangmai4047

    @banjitchangmai4047

    15 күн бұрын

    dalaal moha dalal toi​@@user-sd5vm7sg2m

  • @gkstudygroup7603
    @gkstudygroup760315 күн бұрын

    কেবল গৌৰৱ গগৈ জিকিলেই অসমত নতুন ৰাজনীতি আৰম্ভ হব

  • @apulicasharmastalkshow473

    @apulicasharmastalkshow473

    12 күн бұрын

    dhur..geda supporter

  • @rameshpayang7871

    @rameshpayang7871

    9 күн бұрын

    Bangladesh i beta to 😀😀😀😀

  • @LegendIshan
    @LegendIshan16 күн бұрын

    ইভিএম দেৱতাৰ কৃপাত গৌৰৱ গগৈক জয়ী হোৱাত বাধা প্রদান কৰিবলৈ সাজু হৈ আছে বুলি চৰ্চা হবলৈ আৰম্ভ কৰিছে

  • @user-pv3kw3tb1m

    @user-pv3kw3tb1m

    16 күн бұрын

    1

  • @dhrubajyotiborah4718
    @dhrubajyotiborah471816 күн бұрын

    লোকসভাত কিবা কাৰণত হাৰিলেও 2026ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ধুমুহা অনাৰ সম্ভাৱনা আছে

  • @rahulnath5020

    @rahulnath5020

    15 күн бұрын

    Um miar lgt log lagi no😂

  • @dhrubajyotiborah4718

    @dhrubajyotiborah4718

    15 күн бұрын

    @@rahulnath5020মন মগজু সুস্হ থকা প্ৰত্যেক সচেতন আৰু শিক্ষিত মানুহে এই ধুমুহা আনিব। পিছে অন্ধভক্তই এইবোৰ বুজি পাব বুলি মোৰ মনে নধৰে। ধন্যবাদ

  • @somirbhaitipstrick6602

    @somirbhaitipstrick6602

    15 күн бұрын

    Ehotiu miar falei dost.kahaniba ehotor maikiu miai uthai nibo😂.miai eneu buaribure niei ase.​@@rahulnath5020

  • @DipDas-vi8ki

    @DipDas-vi8ki

    14 күн бұрын

    ​@@rahulnath5020tur mathau, bjpr Dalal

  • @paragburagohain5644

    @paragburagohain5644

    2 күн бұрын

    😊😊😊😊😊0

  • @pratapkalita8894
    @pratapkalita889415 күн бұрын

    গৌৰৱ গগৈ জয়ী হোৱাটো অসমৰ বাবে ভাল হৱ, কাৰণ তপন গগৈ এজন নিস্ক্ৰিয় মানুহ।

  • @Jaggu12385
    @Jaggu1238516 күн бұрын

    Gaurav Gogoi jindabad

  • @bipuldoley1906
    @bipuldoley190616 күн бұрын

    বি জে পিৰ এইবাৰ আশা নায় ।

  • @FazlurRahman-ud5hp
    @FazlurRahman-ud5hp16 күн бұрын

    ভোটাৰ ৰাইজৰ মূৰত মাল আছে। নেতাৰ কথাত ৰাইজে উঠা বহা নকৰে।

  • @dhirendrakumarbaruah6906

    @dhirendrakumarbaruah6906

    16 күн бұрын

    নাই ঐ ভাইটি, টকা পালে হব পাহৰে ।

  • @dhirendrakumarbaruah6906

    @dhirendrakumarbaruah6906

    16 күн бұрын

  • @jyotiprovachangmai6385

    @jyotiprovachangmai6385

    16 күн бұрын

    Nluvia

  • @afterhussain3245
    @afterhussain324516 күн бұрын

    Next cm of assam gourvav gogoi

  • @phanidhardoley8786

    @phanidhardoley8786

    16 күн бұрын

    2030

  • @ishans8633

    @ishans8633

    16 күн бұрын

    ​@@phanidhardoley8786gaumutra goro gobr khao

  • @northeastindian7617

    @northeastindian7617

    16 күн бұрын

    2026

  • @parakh8667

    @parakh8667

    15 күн бұрын

    2060😂😂😂

  • @northeastindian7617

    @northeastindian7617

    15 күн бұрын

    @@parakh8667 andha bhakta 😂😂

  • @tulkankalita6039
    @tulkankalita603916 күн бұрын

    Gaurav gogoi zindabaad.

  • @Danirojasfc6
    @Danirojasfc616 күн бұрын

    পৰিবতৰ্ন।

  • @njyotinjyoti7541
    @njyotinjyoti754116 күн бұрын

    ই ভি এম তেম্পাৰিঙ কৰিব পাৰে মামাই নহ'লে জিকিব নোৱাৰে।

  • @pankajkalita2786
    @pankajkalita278616 күн бұрын

    মই ভাবো গৌৰৱ গগৈ কোনো শক্তি জিকাত বাধা দিব নোৱাৰে অসমৰ ভিতৰত জ্ঞানী লোক আছে যোৰহাট অসমৰ মানুহ গৌৰৱ গগৈ মৰম কৰে কিন্তু অন্ধ ভক্ত বিলাকে ভাবি আছে গৌৰৱ গগৈ জিকিব নোৱাৰি ভাবি আছে অসম মানুহ গৌৰৱ গগৈ জিকাই অসমীয়া জ্ঞানী বুলি বিশ্বৰ দিখাই দিব

  • @palpaldilkepas3566

    @palpaldilkepas3566

    15 күн бұрын

    Yes u r right

  • @PrasantapayunPrasantapayun
    @PrasantapayunPrasantapayun16 күн бұрын

    Gaurav gogoi jindabad ❤❤❤❤❤❤❤

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw16 күн бұрын

    অহা ইলেকচনত bjp ৰ দশা চাবলৈ মজা হ'ব।

  • @ubdengineers1660
    @ubdengineers166015 күн бұрын

    Mira Borthakur, Gourav Gogoi, Lurinjyoti will win..

  • @mohendradohutia
    @mohendradohutia16 күн бұрын

    বিজেপি ০০০০০০০। কংগ্ৰেছ অসমত ৯ খন।

  • @anjanborah6209

    @anjanborah6209

    16 күн бұрын

    Kot asa o vai apuni.

  • @PulakKalita-tz6hp

    @PulakKalita-tz6hp

    16 күн бұрын

    The master has his own clever calculation which is not going to be changed.........so many of people are speaking volumes, but you people don't worry, BJP will come out and will get 11 seats (intact) anyhow for sure ......will get to see this on 4th June....

  • @sanatankalita9063

    @sanatankalita9063

    15 күн бұрын

    পাগলৰ প্ৰলাপ এয়া

  • @krishnaborah1513

    @krishnaborah1513

    15 күн бұрын

    অসমত কংগ্ৰেছ 5

  • @kaushikbarma4430

    @kaushikbarma4430

    12 күн бұрын

    Aki lok

  • @bhargabsarania2485
    @bhargabsarania248516 күн бұрын

    Congress --Guwahati,Nagaon,Dhubri,Jorhat.... BPF--Mangoldoi Udalguri, Kokrajhar

  • @lordstarsec23
    @lordstarsec2316 күн бұрын

    Bjp R Kam Nai Gaurav gogoi Joi Hoboi Jorhat t

  • @MukeshPatir-uj2en
    @MukeshPatir-uj2en15 күн бұрын

    Gaurav gogoi jikile...zindabad

  • @RaijeswarMili
    @RaijeswarMili16 күн бұрын

    Gaurav gogoi long live

  • @f.d.official8398
    @f.d.official839815 күн бұрын

    Gaurav gogoi jindabad I'm from btr

  • @puspadhardowarah1932
    @puspadhardowarah193215 күн бұрын

    অংক মাষ্টৰ"বোৰ বি এছ -ছি বা এম এছ-ছি নহয়"নেকি বাৰু?অংকত বৰ বাৰু নহয় যেন লাগে।ৰাণী নৰহক দিয়া হলেও হাৰিল হেতেন! কাৰণ লক্ষীমপুৰত ভাল প্ৰাৰ্থী নাই বুলিও কব"পাৰি বা কিছুমান নেতা টকাত ভোল গৈছে।কোনে কাৰ"পৰা টকা-সিকা লৈছে ধৰা টান।অইনহাতে ফিৰি চাউল;অৰুণোদয়;লাখপতি বাইদেউ আছেই। শিক্ষাত পিচপৰা সমষ্টিবোৰত কংগ্ৰেছ মিত্ৰজোট হৰাটো একো ডাঙৰ কথা নহয়।

  • @muned6442
    @muned644216 күн бұрын

    ইভিএমৰ ভোট চুৰ কৰিলেই ইমান দিনে বিজেপিয়ে

  • @njyotinjyoti7541

    @njyotinjyoti7541

    15 күн бұрын

    সছা যেন অনুভৱ হয় ১,২ লাখত জিকিম বুলি কেনেকৈ ক'ব পাৰে বিজেপিয়ে

  • @manujkumarbora8901
    @manujkumarbora890115 күн бұрын

    Aibar INDIA sarkar

  • @Jaggu12385
    @Jaggu1238516 күн бұрын

    Rahul Gandhi ahi ase..

  • @abdulkhalequemondal9591
    @abdulkhalequemondal959115 күн бұрын

    Dhuburit Rokibul Hussain jikiboi, ketiao nahare 100 percentage grnt.

  • @Randeep-kb1xh
    @Randeep-kb1xh16 күн бұрын

    ৰজাৰ মন্ত্ৰীৰ ৰাজনৈতিক ক্ষমতা লাভ লোকচানৰ বিপদ আপদৰ বাতৰি পৰিৱেশন কৰা বাদ দিয়ক অসমৰ সৰ্বসাধাৰণ ৰাইজৰ সমস্যা বিষয় বাতৰি পৰিৱেশন কৰক । আমাৰ ৰাজ্যৰ সামাজিক,অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰৰ যি সমূহ সমস্যা আছে সেই সমস্যা বাতৰি পৰিৱেশন কৰা ভাল । কোনোবা এজনো নেতা আছে নে যাক ধোৱা তুলসীৰ পাত বুলিব পাৰি কোনো নাই আজিৰ তাৰিখত কি কংগ্ৰেছ, বিজেপি এইবোৰ সকলো দল এটা মুদ্ৰা হয় শাসনত অধিষ্ঠিত হব নোহোৱালৈকে ভাল হোৱাৰ পিছত কাল । ক্ষমতা পালে ৰাইজক পাহৰি যায়। অসমৰ ৰাইজে কংগ্ৰেছ,বিজেপি,অসম গণ পৰিষদ তিনিটা দলক শাসনত অধিষ্ঠিত কৰিছে কিন্তু কি দিছে অসম আৰু অসমীয়া ক কি দিছে সৰ্ব সাধাৰণ ক ?

  • @jatinsarmah2300

    @jatinsarmah2300

    15 күн бұрын

    পৰোক্ষভাৱে শাসন মানেই শোষণ , নহয় জানো ?

  • @prabinmallabaruah8845
    @prabinmallabaruah884515 күн бұрын

    মধ্য প্ৰদেশৰ ৰাজগড় সমষ্টিৰ প্ৰাৰ্থি কংগ্ৰেছ দলৰ দিগবীজয় সিঙে প্ৰতি দিনে ষ্ট্ৰঙৰূম পৰিদৰ্শন কৰি আছে যদিও হঠাতে এদিন ইভিএমৰ SLU উধাও হয় । উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি ফলাফল ঘোষণাৰ পিচত 45 দিনলৈ সংৰক্ষিত থাকিব লাগে SLU. এতিয়া সিঙে এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ দ্বাৰসথ হৈছে আৰু ন্যায়ালয়ৰ আদেশৰ বাবে অপেক্ষা কৰিছে । যিটো দেখা গল নিৰ্বাচন ইভিএমৰ যোগে শাসকীয় দলে নিজৰ মতে ব্যৱহাৰ কৰিব পাৰে ।

  • @ruhitdihingia8210
    @ruhitdihingia821015 күн бұрын

    অসম বিৰোধী পৰিকল্পনা, গণতন্ত্ৰ বিৰোধী আৰু মাত্ৰ দুজনৰহে দেশ নেকি???

  • @nittyanandasarkar3999
    @nittyanandasarkar399915 күн бұрын

    যোৰহাটত বি , জে , পি , জিকিব‌ই ❤

  • @shashigogoi7245
    @shashigogoi724516 күн бұрын

    My hero g.g

  • @krishnakakaty2624
    @krishnakakaty262415 күн бұрын

    Pandobor. Sawl. Khai. Kowrobok. Vot. Dise. Dei.

  • @DibyaKalita-wj8mm
    @DibyaKalita-wj8mm15 күн бұрын

    Waiting for 4 june.tq by

  • @bishaldas3964
    @bishaldas396416 күн бұрын

    Baki jiyei nohouk kio..eybar modi amit sah bitudhir akhanat bohibo lagibo je eytu khatang

  • @mainudavi9510
    @mainudavi951015 күн бұрын

    গৌৰব গগৈ ভাৰত গৌৰব। এশ কৌরবে গৌরবক ভয় কৰে

  • @Ahmed-tq3wo
    @Ahmed-tq3wo16 күн бұрын

    BJP go back

  • @bokulda3191
    @bokulda319116 күн бұрын

    B.J.P.5 to 6 sit Wine only..

  • @abdulkhalequemondal9591
    @abdulkhalequemondal959115 күн бұрын

    Val lagil news to

  • @bodobring3790
    @bodobring379015 күн бұрын

    Election is getting interesting, people should be a part of election for better future of this country.

  • @GoneshPatowary
    @GoneshPatowary16 күн бұрын

    মুখসন চা

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594815 күн бұрын

    EVM খেল হব নে কি

  • @DimbanathDoley
    @DimbanathDoley14 күн бұрын

    ""অসম শিৰোমণি,, গৌৰৱ জিন্দাবাদ Gourov gogol welcome welcome As a new MP Majuli Thekera guri

  • @dhrubadas4813
    @dhrubadas481311 күн бұрын

    If Gaurav Gogoi is not going to parliament than it's same for Assamese people.

  • @utpalgoswami1990
    @utpalgoswami199014 күн бұрын

    নাচি থাকক হিমন্ত ডাঙৰীয়া ‌, কিছু দিনৰ পাছত ৰাম মন্দিৰৰ টলত এনে দৰেই নাচি থাকিব লাগিব। ল'ৰা মাইকী নাজায় ।

  • @JkTree-xl9dw
    @JkTree-xl9dw15 күн бұрын

    কোনো কাৰণত গৌৰৱ গগৈ জিকিব বি জে পি 5খন 6

  • @dulalsarma4875
    @dulalsarma487515 күн бұрын

    এই বাৰ যোৰহাটৰ সচেতন ভোটাৰে দল ছাই ভোট দিয়া নাই প্ৰাৰ্থী ছাই ভোট দিছে।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm8 күн бұрын

    ৰাজনীতিত কৈ পেলোৱা কথা পানীত কোবোৱা একেই ।

  • @dilipborah8700
    @dilipborah870016 күн бұрын

    কংগ্ৰেছ জিন্দাবাদ

  • @SaikiaSaikia-lv8jy
    @SaikiaSaikia-lv8jy15 күн бұрын

    গৌৰৱ গগৈ জিকাতো খাটাং।

  • @minahazarika7578
    @minahazarika7578Күн бұрын

    কি গৌৰৱ ক অন্যায় কৰিব কিন্তু ভগৱােনে ক্ষমা নকৰিব

  • @hemenmedhi3485
    @hemenmedhi348516 күн бұрын

    Bhupen Bira e bhal candidates dise, aitu xosa

  • @user-eb9bl7oz2w
    @user-eb9bl7oz2w15 күн бұрын

    বাদদিয়া হে , আপোলোকৰ কমেনবোৰ । দুয়োটাতেই বি জে পি য়ে জিকিব ।

  • @ajitnarah6687
    @ajitnarah668715 күн бұрын

    Gogoi jindabad.

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h15 күн бұрын

    Rokibul hariboi apuni podtyag korai val hbo

  • @deepalideka718
    @deepalideka71812 күн бұрын

    কাম নাই।ৰিজাল্ট আহাটো অপেক্ষা কৰিম।

  • @parthapratimkalita983
    @parthapratimkalita98315 күн бұрын

    প্ৰথমতে ভূপেন বৰাক সভাপতি পদ ৰ পৰা আঁতৰাব লাগে। তেতিয়াহে কংগ্ৰেছ ৰ উত্থান হব পাৰিব অসমত

  • @mau28178
    @mau2817812 күн бұрын

    Gaurav + India zindabaad

  • @gobindastidar2082
    @gobindastidar208212 күн бұрын

    বি জে পিয়ে ভবাৰ দৰে যেন গৌৰৱ গগৈৰ ক্ষেত্ৰত নহওঁক ।

  • @ajitnarah6687
    @ajitnarah668715 күн бұрын

    লক্ষীমপুৰত হাজৰিকা হাৰিব খাটাং।

  • @anupamsaikia8761
    @anupamsaikia876115 күн бұрын

    Mama jindabad, Topon gogoi jindabad.

  • @krishnagogoi1657
    @krishnagogoi165716 күн бұрын

    বিজেপিয়ে 4 খন পাব মনত ৰাখক |

  • @pulinsharma8826
    @pulinsharma882616 күн бұрын

    অসমীয়া বাতৰি আৰু হিন্দী বাতৰি মাজত 10% হলেওকোনো মিল নাই। অৱশ্যে অসমৰ ভিতৰ বাতৰিয়ে ৰাষ্টীয় পেক্ষাপট কাহানিও সলাব নোৱাৰে ।

  • @santanuphukon9072
    @santanuphukon907216 күн бұрын

    G Gogoi Jodi Hara kela

  • @anonymous_assamese4838
    @anonymous_assamese483810 күн бұрын

    জয় কংগ্ৰেছ জয় অসম জাতীয় পৰিষদ জয় ৰাইজৰ দল জয় আই অসম ❤

  • @abdulmazid589
    @abdulmazid58912 күн бұрын

    10.3 lack অদৃশ্য ভোট অসমত আৰু 1.66 coror ভাৰতত

  • @subashjal6739
    @subashjal673915 күн бұрын

    Tani ghichi 4.5.ta pabo

  • @kapildevdasofficial5167
    @kapildevdasofficial516716 күн бұрын

    যোৰহাট, নগাঁও, ধুবুৰী টো একে বাৰেই নাপায় B.J.P য়ে।।।।

  • @NirmolRay118
    @NirmolRay11814 күн бұрын

    ম ই বিজেপিৰ যদিও মনৰ পৰা এটা কথা কও যোৰহাটত গৌৰৱ আৰু ডিব্ৰুগড়ত লুৰিণ হলে ভাল ।।।বিজেপিয়ে মুঠতে 11 খন আসন পাব পাৰে।

  • @neone4759
    @neone475915 күн бұрын

    ১২ , ১৩ খন নহয় , হিমন্ত, পিযুষ আৰু জয়ন্তমল্ল‌ই ১৫ খন আসন পাব 😂😂

  • @pckishore6893
    @pckishore689315 күн бұрын

    As his chance of winning 2024 Elections is uncertain, Gaurav Gogoi could have been on a firm footing as a BJP candidate in Indian Politics. Established by W C Banerjee 140 years ago, the Congress party is no longer a Hindu Party as it was in the past. The Hindus do not vote for the congress now. Pappu therefore contests from Waynad. He will lose in Raibareli.

  • @abdulalichaudhary3882
    @abdulalichaudhary38827 күн бұрын

    Gourav Gogoi zindabad kebol opeksha fourth June

  • @user-kg4jq1ud1m
    @user-kg4jq1ud1m15 күн бұрын

    Bhoi bhoi

  • @MintuDeb-ij5yp
    @MintuDeb-ij5yp12 күн бұрын

    Gourav gogoi best and number one parliamentarian at present Assam

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h15 күн бұрын

    Gaurab Gogoi zindabad

  • @indranidas7027
    @indranidas702713 күн бұрын

    God bless to Gaurav Gogoi

  • @bhaskarborah4254
    @bhaskarborah425416 күн бұрын

    সঙ্কত কিহৰ হাৰিব বা জিকিব

  • @JoyPrakashBorah
    @JoyPrakashBorah7 күн бұрын

    NO ONE CAN STOP INDIA ALLIANCE. 100% OK.

  • @nishansarmah1318
    @nishansarmah131815 күн бұрын

    গৌৰৱ গগৈ ❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh14 күн бұрын

    BJP EVM Sarkar out go back Congress zindabad Assam

  • @deadlydrax2711
    @deadlydrax271115 күн бұрын

    No possible

  • @user-ku7jb9qw8r
    @user-ku7jb9qw8r16 күн бұрын

    ৪০০০০০০ খন পাব পাব পাৰে

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k16 күн бұрын

    Gourob gogoi jindabad

  • @technicalgameplay6771
    @technicalgameplay677110 күн бұрын

    আজিকালি এনে লাগে সাংবাদিকে কথা কৈছে নে বিজেপিৰ নেতা পালি নেতাই কৈছে একো ধৰিবৈই নোআৰি

  • @JIRI138
    @JIRI13815 күн бұрын

    বিজেপিৰ আশা পুৰণ নহব

  • @jeevankalita5139
    @jeevankalita513915 күн бұрын

    অসমত বি জে পি য়ে অসমত ৬ খন আসন হে পাব

  • @user-nz7oi4wf9e
    @user-nz7oi4wf9e16 күн бұрын

    Lewra Jikibo BJP kela Sur Party.

  • @naturalvlogs6.5
    @naturalvlogs6.515 күн бұрын

    Kio voi lagise neki....sanshad ot bjp birudhe kotha kobo nidiya maane.... xopun dekhi thaak tohote...jikibo aru sanshad ot o jaabo

  • @IndalulKhalong...
    @IndalulKhalong...16 күн бұрын

    Jayant Mallab and Jayant Hazarika BJP rupi Congressi duta val nalage..

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl15 күн бұрын

    Gaurav uddin Americat ডাঙৰ দীঘল হোৱা মানুহ অসম এৰি আমেৰিকাত জোৱাই ভাল

  • @fishing9583
    @fishing958315 күн бұрын

    Con -5 Bjp-9

  • @jayantabaruah2361
    @jayantabaruah236115 күн бұрын

    Jorhatot gourab gogoi jekeleai. Himantoi akou korebo NUWAREA.

  • @amritborah4276
    @amritborah427616 күн бұрын

    Gourav Gogoi zindabad. Koi make lal gourav Gogoi ku hora nohi sakta. Upper Assam t bjp zero. Mama r din ukolil. Mama hataw AGP uppl hataw Assam basaw. Mama r sompotir hisap luwa assamiya tea garden, news channel, resort school, khilonjiyar bhumi kune kar sarthot nijor namot korile. Ex CM mohonta dangoriyar dore mama ku nihses kor assamiya nohole Assam aru assamiya jati nihses hoi jab.

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf3 күн бұрын

    Garuv Gogoi Zindabad

  • @rajbaba2432
    @rajbaba243214 күн бұрын

    Gaurav Gogoi sure for Jorhat

  • @Migang22809
    @Migang2280911 күн бұрын

    Gourav Gogoi Ghenta horuabo paribo nki

  • @AS-lk8tq
    @AS-lk8tq15 күн бұрын

    BJP JIKIBO 100% JORHATOT

  • @rameshpayang7871
    @rameshpayang78719 күн бұрын

    Jorhat t tapon Gogoi jikato katang

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z16 күн бұрын

    ❤❤gruv gogoi manipur r babe 👶👶mat matisa ❤❤kin2 congress dal t bhut beya manuh etiao asa ❤❤

Келесі