নিতুমনি শইকীয়াই সামগ্রী মূল্য বৃদ্ধিকলৈ উচিত শিক্ষা দিলে হিমন্ত বিশ্ব & সৰঞ্জন দত্তক🤣

নিতুমনি শইকীয়াই অত্যাবশ্যকীয় সামগ্রী মূল্য বৃদ্ধিক উচিত শিক্ষা দিলে সৰঞ্জন দত্তক🤣@Prtidintime
#navajitgogoi
#nitumonisaikia
#himantabiswasarma
#congressvsbjp
#bjpvscongress
#news18assamnortheast
#akhilgogoi
#election2024news
#election
#pratidintime
#nd24
#pratidinnews
#newsliveassam
#news
#news
@nitumonisaikiaunofficial
@Prtidintime
@News18AssamNortheastLive
@shyamalsvlogs405
@PragNewsAssam
@DY365NEWS
@techtipssupported8958
@HimantaBiswaSarma
@rahulgandhi
@NarendraModi
@bjp
@IndianNationalCongress
@DimpusVlogs
@DimpuBaruah
@ilovetravelandfoodNextlevel
@AsomLive24
@SunnyTechnology

Пікірлер: 77

  • @manjubarman1855
    @manjubarman185516 күн бұрын

    ঋণ লৈ মৰিছে আৰু কয় ইকনমিক গ্ৰোথ হৈছে বুলি কয়।

  • @anjugogoi6536

    @anjugogoi6536

    12 күн бұрын

    তহতে যদি জান দৰবৰ দাম বা সষ্টিয়া দামৰ মুল্য বুজি পাইছা বা এই দৰবতো মুল্য নাই তেন্তে কি তহত চৰকাৰে নধৰ ? ? ? কেলা তহত দালাল ' নিজক লৈ থাক ? ? ? মই অঞ্জুয়ে কৈইছো

  • @anjugogoi6536

    @anjugogoi6536

    12 күн бұрын

    ৰাইট

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n17 күн бұрын

    মামাই ১২০০ টকা আৰু ৫কেজি চাউল দিছে নহয় । বিজেপি অন্ধভক্তবোৰে বস্তৰ দাম নেদেখে

  • @tikaramchetry9401
    @tikaramchetry940117 күн бұрын

    BJP hatawo, congress lawo.

  • @iswarpatar3842
    @iswarpatar384216 күн бұрын

    আচলতে মদ খাই মন মগজ যেতিয়া কাম নাইকিয়া হব একো চিন্তা শক্তি হেৰাই যাব তেতিয়া আৰু কোনে পাই মইহে মই ।

  • @arupkakati4905
    @arupkakati490516 күн бұрын

    100% right নিতুমনি দা

  • @rajennath5788
    @rajennath578817 күн бұрын

    1 কেজি চাউলৰ দাম 100 টকা হলেইভাল,লাখপতি বাইদেউ হতে এসেকা পাওক

  • @bitupandas8667

    @bitupandas8667

    16 күн бұрын

    বাইদেউ সকলে মজা পাব নে ভিনদেউ সকলে পাব । কিছুমান মূখ মানুহৰ বাবে সকলোৰে সমস্যা হয়

  • @seujsaikia6565
    @seujsaikia656516 күн бұрын

    বি,জে,পি, চৰকাৰখনে অসম শেষ কৰিলে । বালৰ চিন্তা কৰে মুদী আৰু হিমন্ত বিশ্ব শৰ্মাই

  • @morisika4730
    @morisika473017 күн бұрын

    ৫ খন ৰাজ্যৰ ভিতৰত এখন হ'লেই। কিয়নো বস্তুৰ দামৰ ক্ষেত্ৰত অসম ১ নম্বৰ হ'ল।

  • @hndekari8011
    @hndekari801117 күн бұрын

    এসপ্তাহৰ পিছত মূল্যবৃদ্ধিয়ে ওপৰমুখ কৰে নে তলমুখ কৰে দেখা পাম । আমি সঁচাই বৰ অতীষ্ঠ হৈছোঁ চিন্দিকেটৰাজৰ দৌৰাত্ম্যত। ইয়াৰ বিকল্প নাই নেকি???

  • @harakantadeka7715

    @harakantadeka7715

    17 күн бұрын

    😂নিতু,মণি,ছাৰ,অসম,এতিয়া,অসম,হৈ,থকা,নাই,😂😊

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz17 күн бұрын

    মূল্য বৃদ্ধিয়ে জনসাধাৰণক কঙাল কৰিছে । নিকুমণি ভাল কথাই কৈছে ।

  • @nabadas2528
    @nabadas252817 күн бұрын

    35আলু,30পিয়াজ

  • @jayantagogoi1820
    @jayantagogoi182017 күн бұрын

    B.J.P চৰকাৰক সমৰ্থন কথাবোৰ কত মৰি আছে গৈ এতিয়া।

  • @ranjitduttaey3967

    @ranjitduttaey3967

    16 күн бұрын

    বিজেপি দলৰ চৰকাৰে কংগেছৰ চৰকাৰে 70 বছৰত কৰিব নোৱাৰা কাম 10বছৰত কৰি দেখালে যেনে মূল্য বৃদ্ধি নিবনুৱা সমস্যা ঋণৰ বোজা আৰু দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানী বিক্ৰী কৰিশেষকৰিলে কিন্তু ক্ংগেছে 70বছৰত বিক্ৰী কৰিব নোৱাৰিলে বি জে পি য়ে বিক্ৰী কৰি দেখাই দিলে বাহিৰে উন্নয়ন হৈছে বুলি ঢাকধূল কোবাই থাকিলে নহ‌য় ৰাইজে বিজেপিৰ মিছলীয়া প্ৰতিশ্ৰুতিৰ ফল ভুগিছে আগন্তুক দিনত আৰু বেছি ভুগিব লাগিব কাৰণ বিজেপিৰ লাখ পতি বাইদেউ সকল আছে নহয় আৰু বেছি ভুগিব লাগিব তেতিয়া হে ৰাইজে বুজি পাব দৰব দাম বৃদ্ধি কৰিলে তাত এই বিজেপিৰ অন্ধ ভক্ত চামচা সকলে শূলস্ঠোল নকৰে কিয় এই সকলৰ লাজ চৰম নাই মাত্ৰ হিন্দু মুছলমান কৰিয়েই দহটা বছৰ পাৰ কৰিলে গতিকে ৰাইজে বিৰুদ্ধীক ভোট দি চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত

  • @abdulkhalequemondal9591

    @abdulkhalequemondal9591

    14 күн бұрын

    Andhobhakta hokol.

  • @sankargoswami4570
    @sankargoswami457016 күн бұрын

    চৰকাৰী বিদ্যালয় বন্ধ।সামানুপাতিক ভাবে মদৰ দোকান বৃদ্ধি।অসমত মদ খোৱা লোক বৃদ্ধি কৰা হিমন্ত বিজেপি চৰকাৰৰ উপহাৰ।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k17 күн бұрын

    বজাৰত জুই অসমবাসী কিয় আছে শুই

  • @anjugogoi6536
    @anjugogoi653612 күн бұрын

    সৰঞ্জন ' তোমাক শতকোতি প্ৰণাম 🙏🙏🙏

  • @bokulsaikia
    @bokulsaikia17 күн бұрын

    It's a universal truth

  • @amidharboro-gx6ff
    @amidharboro-gx6ff16 күн бұрын

    আমাৰ ইয়াত প্ৰতিটো বস্তুৰ দাম নিয়ন্ত্ৰণ আছে। আলু,20 টকা, পিয়াজ 20/ 25 টকা, Tomato 20/25 টকা, তিয়হ 20/25 কিন্তু কৃষক জনে যদি খেতি কৰি দাম নাপালে কৃষকৰ পৰিয়াল কেনেকৈ চলিব।

  • @prasantathakur8308

    @prasantathakur8308

    15 күн бұрын

    আমাৰ ইয়াত বুলি ক’লে যে ? মানে ক’ত ? ঠাইখনৰ নাম দি কথাটো কোৱা উচিত ৷

  • @ritushnadutta8959
    @ritushnadutta895916 күн бұрын

    Developing state only taxes and high price

  • @bitupandas8667
    @bitupandas866716 күн бұрын

    সৰজ্ঞন দত্তৰ মোৰ দৰে সাধাৰণ মানুহৰ উত্তৰ দিব পৰা নাছিল।এইজন ক কিয় প্ৰতিদিন টাইম দৰে সংবাদ মাধ্যমে আমন্ত্ৰণ দিয়াটোৱেই ভোল

  • @manjubarman1855
    @manjubarman185516 күн бұрын

    ১০ বছৰত ৩ গুণ বাঢ়ে নেকি?দত্ত জনে আমাক বুৰ্বক বুলি ভাৱিছে।

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum147017 күн бұрын

    Shuranjan Datta bastur dam kamabo lagibo

  • @NirodeChetia
    @NirodeChetia16 күн бұрын

    Assu kothai gel ?

  • @user-su5nd3pe8w
    @user-su5nd3pe8w17 күн бұрын

    Rasel Aru Betbrotk Than You

  • @sailendranathdeori7467
    @sailendranathdeori746717 күн бұрын

    সাধাৰন ৰাইজৰহে দুখ তাৰে আলোচনা , লাখপতিৰ আলোচনা কিয?

  • @SurenBhuyan-cx1ts
    @SurenBhuyan-cx1ts15 күн бұрын

    BJP নেতাজনে কিফাল্লতো কথা কৈছে

  • @kanaklalsutradhar6998
    @kanaklalsutradhar699817 күн бұрын

    Suranjon bola jon aji dekhun memaai ase....

  • @shyamolikabora2924
    @shyamolikabora292417 күн бұрын

    B j p kam nai

  • @prasantadas2828
    @prasantadas282815 күн бұрын

    Ajikali kisu manugh hothate bohu Bhoni huwa dekha paisu.tewlukor allauddin oor sakitu koot Pai Baru ?

  • @BimalBarman-fk8et
    @BimalBarman-fk8et15 күн бұрын

    Aru nu kiman dimak tu kuha ki Political party ki Media Party kali end att dimak tu ha Saba kai.Juna nuwaray taal nimhak bhat, Alu kala haal.

  • @dipakbarman7151
    @dipakbarman715116 күн бұрын

    Rodh nahay kamabohe lage, karan khadya samagrir mulya briddhiye sarba sadharan raijok jala_ kala khuowar upario khudra byabashai sakal aji than ban haboloi dharise. Sarkar khane immediately auction lauk.

  • @RunumaiMedhi
    @RunumaiMedhi16 күн бұрын

    Amar jegaburt bora nai Townt bare 26:47

  • @DeluwarHussain-qf4ef
    @DeluwarHussain-qf4ef15 күн бұрын

    Mur dewtar pesaror dorob 2014 t 35 toka asil 2024 hei dorob atiya 215 toka

  • @user-pr5ng3is4x
    @user-pr5ng3is4x15 күн бұрын

    Kamnai anekuwa ayug.

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum147017 күн бұрын

    Gu khuwa di haribo BJP

  • @rituneog683
    @rituneog6834 күн бұрын

    Suronjon dutta Assam t thakene England t thake Ooo. Jitu hudha hoi heitu nokoi. Najane jodi doltuk lajot pelabole kiyo ahe.

  • @nirmalibora-dy6cu
    @nirmalibora-dy6cu17 күн бұрын

    Cong.bjp ...buli katha nai asam raij dokhi bibek bibechana nai sahajt powa bastu bichari fure gharat kono kam nakare tar subidha loy rajai , rajao ghar r mati bilkri dib ne ; 2 nambari kari dib seihe.pratham dokhi raij .

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum147017 күн бұрын

    Bozar t bastur dam barhise

  • @DipDas-vi8ki
    @DipDas-vi8ki16 күн бұрын

    eai bar 1200 toka loiu upper Assam 80,hi BJP ke khilaf hai

  • @dipakbarman7151
    @dipakbarman715116 күн бұрын

    Dal sang gathan samuhe nimat hoi shui ase kio? Aya shui thakar samai nahai, sakale jagi uthak ai byabasthar biruddhe.

  • @dnation2834
    @dnation283417 күн бұрын

    Wakil sahib mulyabrdhir kotha kuwa, q&q nohoi

  • @user-to1mm5yw7m
    @user-to1mm5yw7m15 күн бұрын

    Bjp hataw

  • @debojyotiboruah9167
    @debojyotiboruah916716 күн бұрын

    Apuni aibor koise . Kinto social mediat moi vhabu you are right .kintu from my sight you are wrong

  • @DipDas-vi8ki
    @DipDas-vi8ki16 күн бұрын

    akhom BJP hekh korile, Eibar punjab,kerela, odisha Bihar BJP hekh hoi gol

  • @29-ahidulislam41
    @29-ahidulislam4117 күн бұрын

    Dr e ji likhe xei e khabo lge ..manohe generic buji napai ... hospital t generic likhe r private t brand likhe

  • @user-ss5qh6vl8d
    @user-ss5qh6vl8d17 күн бұрын

    P.M. hobor ji porikolpana ase assamr kotha kiya bhabibo mudie bhabisenne

  • @pankajaxom8521

    @pankajaxom8521

    17 күн бұрын

    7 jonom lole u PM nhoi. Asom hekh krile. Aru Wife k Dhoni korile

  • @ImranKhan-rg1yw
    @ImranKhan-rg1yw17 күн бұрын

    Bilahi par k g 200taka hoba Lage

  • @samudrahazarika110

    @samudrahazarika110

    17 күн бұрын

    কি কাৰণে ককাই? টকা বেছি হৈছে নেকি?

  • @khargeswarbaruah8139
    @khargeswarbaruah813917 күн бұрын

    গুৱাহাটীত সাধাৰণ মানুহ থাকিব নোৱাৰে নেকি? সুৰঞ্জন দত্ত গৰু তুযি কি কথা কোৱা

  • @SPhukan-bv6su

    @SPhukan-bv6su

    15 күн бұрын

    দত্ত মানুহটো এটা মহা ধুৰন্ধৰ

  • @SurabhiBorah-gg3ot
    @SurabhiBorah-gg3ot16 күн бұрын

    M.bad.bjp.balar.bjp

  • @narendradas5609
    @narendradas560917 күн бұрын

    B J p andhra

  • @SarbeswarDeka-wp1sj
    @SarbeswarDeka-wp1sj17 күн бұрын

    Bhai firstly banan sudhakoi dibo sika tar Pisat news channel bonaba😂😂usil nohoi uthil hoi 😂😂😂

  • @bichitrakhargharia4150
    @bichitrakhargharia415017 күн бұрын

    এই কংগ্ৰেছ জনৰ সম্পত্তি কিমান আছে বাৰু তেওঁ ইমান মূল্য বৃদ্ধি হোৱাৰ সময়ত যুক্তি দিবলৈ আহিছে।লাজ লগা নাই ।

  • @user-lg3ng9ke4n

    @user-lg3ng9ke4n

    16 күн бұрын

    Bjp dalal sab.

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc17 күн бұрын

    Syndicate sob bjp leader bura solai.

  • @user-to1mm5yw7m
    @user-to1mm5yw7m15 күн бұрын

    Bjp hataw

Келесі