মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ...

বিৰোধী মিত্রজোঁটৰ অসমত ফলাফল কেনেকুৱা হ’ব?
সৰ্বাধিক কেইখন আসন পাব পাৰে বিৰোধী মিত্রজোঁটে?
গৌৰৱ গগৈ আচলতে জিকিব নে হাৰিব?
লুৰীণজ্যোতি গগৈৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ?
ৰাইজৰ দল, অজাপৰ একত্রীকৰণ বাস্তৱত সম্ভৱ নে?
হিন্দুতকৈ মুছলমানৰহে বেছি প্রিয় নেকি অখিল গগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ ‘জনমত'-২০২৪
#pratidintime #assam #janamat #electionwithpratidintime

Пікірлер: 408

  • @romonbasumatary6297
    @romonbasumatary629717 күн бұрын

    বৰ ভাল লাগিল এই 'জনমত ' খণ্ডটো চাই।❤❤

  • @raktimlahkar8290
    @raktimlahkar829018 күн бұрын

    Akhil Gogoi only Assamese leader ❤ Jai Aai Axom

  • @user-xj4cr4bb4o

    @user-xj4cr4bb4o

    17 күн бұрын

    Akhil ata dalal

  • @tarunboravlogs333
    @tarunboravlogs33318 күн бұрын

    জনমতৰ সব' শ্ৰেষ্ঠ খণ্ড । অসমৰ প্ৰতিজন মানুহে এই দীঘলীযা গোটেই অনুষ্ঠানটি শেষলৈকে চাব । ইযাত ভবিষ্যতৰ ৰাজনীতিৰ বিষযে জানিবলগীযা বহুতো কথা আছে । হিমন্ত বিশ্ব শমাই যি কূট কৌশল ৰচনা কৰে । সকলো নিস্পভ কৰা কৌশল অখিলৰ হাতত আছে । হিমন্ত বিশ্ব শমাক হেৰুবাব পৰা একমাত্ৰ মানুহজনেই হব অখিল গগৈ । অনুষ্ঠানটো শেষলৈ চাব আৰু এই উত্তৰটিযেই ওলাই পৰিব ।।🎉🎉🎉🎉🎉

  • @mintusaikia8875

    @mintusaikia8875

    18 күн бұрын

    420

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    18 күн бұрын

    ​@@mintusaikia8875Misa kotha 420....hosa 2 hol 1500 tokiya ondho vokto 😝

  • @MsBimolarabha

    @MsBimolarabha

    18 күн бұрын

    অখিল গগৈয়ে কংগ্ৰেছৰ লগত জোট বন্ধন নকৰি,আচলতে কংগ্ৰেছত যোগদান কৰিব লাগিছিল।কাৰন অসমৰ ৰাজনীতিত জড়িত হ'লে আঞ্চলিকতাবাদ কাম নাই।১৯৮৫চনৰ ইতিহাস 😂😂😂। আচলতে হেমন্ত শৰ্মা ৰাজনৈতিক আদৰ্শ সৰ্ব বিদিত।অসমৰ সকলোয়ে কয় আদিও আপোলোকৰ দৰে চুকু চৰহা নেতাই আনৰ ভাল হোৱাটো নিবিচাৰে।নিজেও নোৱাৰা, আনকো আগবঢ়ায় ই নিদিয়া ্। তিনিজন নেতা বা অধিক সংখ্যক নেতা কোনো কাম নাই। শিয়ালৰ জাক জাক , সিংহৰ এটাই ভাল। অসমখনক যদি আগবঢ়ায় নিব বিচৰা,এজনকে ভাৰতবৰ্ষৰ সৰ্বসব আসনত উপবিষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে।

  • @tarunboravlogs333

    @tarunboravlogs333

    18 күн бұрын

    @@MsBimolarabha হিমন্ত বিশ্ব একো ভাল নেতা নহয । কাৰোবাবাক মাৰি নিজে খোবা নেতা । হিমন্ত বিশ্ব আপোনাৰ বাবে Lion কিন্তু মোৰ মতে তেও শিযাল ।

  • @tarunboravlogs333

    @tarunboravlogs333

    18 күн бұрын

    @@mintusaikia8875 420 নহয Good Luck ..........

  • @hemanta9711
    @hemanta971118 күн бұрын

    Bohut val lagil akhil da...

  • @prafullahazarika5789
    @prafullahazarika578917 күн бұрын

    অসমৰ স্বাৰ্থত দুয়োটা দল একে হোৱাটো শুভ লক্ষণ । আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছেও এই নিৰ্বাচনৰ পৰা নিশ্চয় শিক্ষা লাভ কৰিছে।

  • @smritichetia7497
    @smritichetia749717 күн бұрын

    ভাল মানুহক হে আমি নেতা বিচাৰোঁ,

  • @HabiburRahman-rk2do
    @HabiburRahman-rk2do18 күн бұрын

    Very. Good. Jonomot. Akhil. Gogoir. Montyobo

  • @nayankumarpawe2671
    @nayankumarpawe267117 күн бұрын

    বহুত ভাল লাগিল আপোনাৰ জনমত অনুষ্ঠানটি চাই।

  • @bishnuboro3165
    @bishnuboro316512 күн бұрын

    সুন্দৰ আপোনাৰ মতামত শুনিবলৈ পাই ভাল লাগিল।

  • @AbdurRahman-cn4xg
    @AbdurRahman-cn4xg18 күн бұрын

    Akhil Gogoi jindabad

  • @user-ot8nn9zz8y
    @user-ot8nn9zz8y16 күн бұрын

    তিনি গগৈ যে এক নতুন অসমৰ শক্তি।এইতু অখিল দাই সঁচা কৈছে। ভবিষ্যতে তিনিউকে আমি এনেকৈ থকাতু বিছাৰিছো।

  • @user-qm1bp7fd7j
    @user-qm1bp7fd7j16 күн бұрын

    Best interviews

  • @spread_positivity992
    @spread_positivity99217 күн бұрын

    Two great people in one frame ❤

  • @dhrubajitrabha5232
    @dhrubajitrabha523217 күн бұрын

    Akhil gogoi best of luck 🤞

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm17 күн бұрын

    Smrity rekha Nitu da and Akhil da apunalukor zuktimulok alusanahomuh sai hosai bhal lage.

  • @Putulbhuyan
    @Putulbhuyan17 күн бұрын

    39:39 যদি অসমত বাস কৰা অনাঅসমীয়া ,বাগানীয়া,(আদিবাসী) বেংগলী হিন্দু , মিঞা মুচলমান, অসমীয়া মধ্যবিত্ত চাকৰিজীৱী শ্ৰেনী,(যাৰ অভাৱ নাই) আৰু জনজাতিৰ লোকে বিজেপিক ভোট দিয়া নাই অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে ফলাফল হ'ব । যদি ইয়াৰ বিপৰীত হয় তেন্তে বিজেপিয়ে কোৱাৰ দৰে চৈধ্য খনেই পাব । এইটোৱে সত্য। লাগিলে যেনেকৈ যত যিমানে প্ৰচাৰ আৰু চেষ্টা নকৰক। চিধা কথা

  • @pranjal9270
    @pranjal927016 күн бұрын

    মোৰ humble request অখিল দাদা ,(আপোনাক মই বহুত বছৰৰ পৰা অনুসৰণ kori আছোঁ) ,আপুনি অযথা হাঁহি পাতল নকৰিব ,

  • @mridulassam4425
    @mridulassam442517 күн бұрын

    Nitu aru akhil da interview kiba ata di gol future babe .. thank you so much both of you

  • @MinakshiRabha-cs3wp
    @MinakshiRabha-cs3wp17 күн бұрын

    Akhil gogoi jindabad❤❤❤❤🎉❤❤❤❤

  • @mimusicassam6498
    @mimusicassam649817 күн бұрын

    Khub sundor ❤❤❤❤

  • @subaldas8908
    @subaldas890817 күн бұрын

    4th june loi wait korisu aapuna lokor kothar kiman jukti juktata thakibo....

  • @ujjalneog7055
    @ujjalneog705517 күн бұрын

    অখিল দাক এনেই হলেওঁ ভাল লাগে 🔥💯❤️

  • @NurulHoque-uv2ur

    @NurulHoque-uv2ur

    16 күн бұрын

    🙂

  • @user-dc6dd5he2x
    @user-dc6dd5he2x15 күн бұрын

    সুন্দৰ জনমত অনুষ্ঠান, ভাল লাগিল।

  • @wazid7280
    @wazid728016 күн бұрын

    Akhil Gogoi is emerging as a matured politician now . Very good to see❤

  • @bb3762398427
    @bb376239842717 күн бұрын

    Akhil da ami aso logot...love u... God bless u

  • @pdchannel8869
    @pdchannel886918 күн бұрын

    Very nice sharing

  • @user-cj4xp5if2h
    @user-cj4xp5if2h18 күн бұрын

    অখিল গগৈ জিন্দাবাদ রকিবুল জিন্দাবাদ জিন্দাবাদ রকিবুল

  • @nitulphukan4230
    @nitulphukan423017 күн бұрын

    ভাল লাগে মানুহজনক।

  • @phanindradevagoswami4635
    @phanindradevagoswami463517 күн бұрын

    নিতু মহাশয় !যিয়ে ভালৰ ভালটো বিচাৰে তেওঁ কুন্ধচ,যিয়ে আনৰও ভাল বিচাৰে তেওঁ সৎ আৰু যিয়ে আনৰ কাৰণে ত্যাগ কৰে তেওঁ মহৎ।

  • @raktimlahkar8290
    @raktimlahkar829018 күн бұрын

    খুব সঠিক বিশ্লেষণ ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k18 күн бұрын

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @susmitahatimuria1407

    @susmitahatimuria1407

    17 күн бұрын

    0

  • @pranabtheenseen5957

    @pranabtheenseen5957

    16 күн бұрын

    ​@@susmitahatimuria1407tds

  • @arunimakuli2073
    @arunimakuli207317 күн бұрын

    I D I A mitro zut zindabad Akil Gogoi zindabad .

  • @ramchandradeka6315
    @ramchandradeka631517 күн бұрын

    আমিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লগ হৈ এটা শক্তিশালী উমৈহতীয়া আঞ্চলিকতাবাদীগঠন কৰিব লাগে।

  • @mamonibora2837

    @mamonibora2837

    7 күн бұрын

    মইও কামনা কৰো এটা ভাল আঞ্চলিক দল।

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm11 күн бұрын

    আপাৰ আসামৰ মনুহৰ ভাল গুনটো হৈছে ধৰ্ম আৰু জাতিৰ ৰাজনীতি নকৰে । তেওলোকে ৰাজ্যৰ উন্নতিৰ ৰাজনীতিৰ কথা কয়

  • @munindra344
    @munindra34417 күн бұрын

    অখিল গগৈ থকালৈকে বিজেপিৰ জয় হব ।

  • @nayankumarpawe2671
    @nayankumarpawe267117 күн бұрын

    অখিল গগৈ সঁচা কথা কৈ দিলে ব্যৱসায় বানিজ্য মিডল ক্লাছ মানুহৰ অৱস্থা আজি তথৈবচ।

  • @rubikoch5083
    @rubikoch508317 күн бұрын

    Very good

  • @dibyajyotidas5827
    @dibyajyotidas582718 күн бұрын

    Krisno krisno

  • @chittathakuria3359
    @chittathakuria335917 күн бұрын

    Anchalik dal strong hole khokolu asomiai vote dibo. Bjp congress or pora khokolu asomia gusi ahibo

  • @user-tj4yh8mz8b
    @user-tj4yh8mz8b17 күн бұрын

    Val lagil Sai..

  • @mamonibora2837
    @mamonibora28377 күн бұрын

    অতি সুন্দৰ অনুষ্ঠান ।

  • @hdeka6184
    @hdeka618418 күн бұрын

    AGogoi G Gogoi L Gogoi n congress jindabad

  • @user-ct9gf7hn9z
    @user-ct9gf7hn9z18 күн бұрын

    Very very good discussion.Thanking all.

  • @user-fb4bn2rw5j
    @user-fb4bn2rw5j15 күн бұрын

  • @nipulmonisaikia8229
    @nipulmonisaikia822917 күн бұрын

    BJP zindabad

  • @bb3762398427
    @bb376239842717 күн бұрын

    Jorhat t Bengali manuheo vote dise

  • @AbyanNafi567
    @AbyanNafi56718 күн бұрын

    Very Nice ❤❤❤❤❤

  • @Nazmul08464
    @Nazmul0846418 күн бұрын

    Congress Zindabad ❤❤❤

  • @manojbasumataru6520
    @manojbasumataru652016 күн бұрын

    You are great, pl keep it up

  • @PrajenBorman-ud9ih
    @PrajenBorman-ud9ih18 күн бұрын

    Akhil zindabad

  • @simantabijoygoswami2490
    @simantabijoygoswami249018 күн бұрын

    উপনিৰ্বাচনত যে লগৰজনৰহৈ যে প্ৰচাৰ কৰিছিলে অখিলে পাহৰিয়ে গ’ল ৷ এইবাৰেই প্ৰথম নিৰ্বাচন প্ৰচাৰ চলোৱা বুলি মিছা কথা কেছৈ ৷

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    18 күн бұрын

    Kun 2 xomostit nokola je....

  • @MsBimolarabha

    @MsBimolarabha

    18 күн бұрын

    পাগল হৈ চেও

  • @latifali9650

    @latifali9650

    17 күн бұрын

    আপোনালোকে আজিকালি বিজেপি ক support kore buli sobe gom pai.... উচ্চ জাতিৰ মানুহে বিজেপি ৰ core voters hoi ।।। এতিয়া খালি সব জাতিতে প্ৰভাৱ বিস্তাৰ কৰিছে বাৰু ।।।

  • @khagenJimey

    @khagenJimey

    17 күн бұрын

    ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ এজন সবল, বুদ্ধিমান, শিক্ষিত,কম‍ʼদক্ষতা,দূৰদশীʼ, নিস্তাবান, দেশপ্ৰেমী, যোগ্যবান ডেকাশক্তিক পাব বিচাৰো। বৃদ্ধলোক আমাৰ পচন্দ নহ‌য়। কাৰন তেওঁলোকৰ মন মগযু বেছিভাগ আনৰ পৰা পৰিচালিত হয়।

  • @bijoymili9338

    @bijoymili9338

    17 күн бұрын

    থাউৰা​@@AbulHussain-dl6og

  • @gyandeepdutta27
    @gyandeepdutta2710 күн бұрын

    Akhil gogoi jindabad ❤

  • @bandanagayan1929
    @bandanagayan192917 күн бұрын

    ভগৱান বুলি এজন আছে জি জনে বেয়া অতৰাই ভালতোক সামৰী লয় কৃষ্ণ কৃষ্ণ

  • @pranabjyotideka5560
    @pranabjyotideka556018 күн бұрын

    Dorangt jodi olp val ke khilil hoi bohut kamot ahil hoi

  • @SonjoyDoley-iy8wy
    @SonjoyDoley-iy8wy14 күн бұрын

    Akil .da nice comment

  • @mintudey8493
    @mintudey849318 күн бұрын

    Best. Program. N. M. S. Sir

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g18 күн бұрын

    Right

  • @user-qu7cs5ei6y
    @user-qu7cs5ei6yКүн бұрын

    Good

  • @debojitray2875
    @debojitray287517 күн бұрын

    Good work

  • @rajusarma9691
    @rajusarma969118 күн бұрын

    100℅ right

  • @glow_iq
    @glow_iq4 күн бұрын

    অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে চলিত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক। Source: Wikipedia and বাণীকান্ত কাকতি দেৱৰ কলিতা জাতিৰ ইতিবৃত্ত এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।

  • @bishaldas3964
    @bishaldas396418 күн бұрын

    Himantar beya din ahi goise...

  • @digantasaikia8884
    @digantasaikia888418 күн бұрын

    4জূনৰ পাছত ই ভি ম দোহাই ছাগলীৰ দৰে হাহি থাকিব দাদাই

  • @nilakanatapatir969
    @nilakanatapatir96918 күн бұрын

    Nitu your the great asked for PM of india ,next,

  • @munindragohain9391
    @munindragohain939116 күн бұрын

    সুন্দৰ সাক্ষাৎকাৰ।

  • @gogoiready6853
    @gogoiready685312 күн бұрын

    Nitumani saikia ai journalist ari akhil lurin logot ahok adin success hbo ai ru axom r raija ata val dol pbo

  • @bijoysonowal9206
    @bijoysonowal920618 күн бұрын

    Mama valke dibo lagibo

  • @dibyajyotisaikia5053
    @dibyajyotisaikia505311 күн бұрын

    Right 100%

  • @rizwansaikia2301
    @rizwansaikia230118 күн бұрын

    কংগ্ৰেছ জিন্দাবাদ ❤️

  • @kudratali7466
    @kudratali746618 күн бұрын

    Miya kaita bahira akuda korib nuwara Akhil gogoi

  • @rupprasad4861
    @rupprasad486117 күн бұрын

    Akhil gogoi sir e BJP sarkarak haraboloi akhekh sesta karise, tar babe Akhil gogoi sir k dhanyabad. Kintu ai janamat anusthan t Akhil gogoi sir r hahi 😄 to Kam huwa hale besi bhal lagile heten..

  • @bijoygogoi9730
    @bijoygogoi973018 күн бұрын

    🙏🙏🙏

  • @jhoondeka8568
    @jhoondeka856816 күн бұрын

    অখিল এজন সাহসী, স্পষ্টবাদি ব্যক্তি।

  • @scaryp_gaming_9902
    @scaryp_gaming_990218 күн бұрын

    ✊❤️

  • @fastnewsassam8195
    @fastnewsassam819513 күн бұрын

    Bhal lagil sai

  • @user-sm4nc2xs1n
    @user-sm4nc2xs1n2 күн бұрын

    যুক্তি আছে ।

  • @rawandreal99
    @rawandreal9917 күн бұрын

    তিনি গগৈ জিন্দাবাদ ❤

  • @DHumketuBrahma
    @DHumketuBrahma11 күн бұрын

    Thank you Akhil Gadai sir.........

  • @manobendrabordoloi4630
    @manobendrabordoloi463014 күн бұрын

    First class meeting between Gogoi and Saikia sirs

  • @abdulmaliksaikia603
    @abdulmaliksaikia60314 күн бұрын

    Nice discussions.

  • @simpigoutamboruah
    @simpigoutamboruah8 күн бұрын

    আহোমে যেনেকৈ মুগল ক খেদিছিল,,,তেনেকৈ এইবাৰ BJP ক খেদিব

  • @user-le7jh8pf2e
    @user-le7jh8pf2e2 күн бұрын

    অখিল গগৈ ডাঙৰীয়া জিন্দাবাদ ❤

  • @nolevel__2900
    @nolevel__290015 күн бұрын

    7:00 7:00 7:00

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i7 күн бұрын

    মামাৰ ভালেই হ'ল পাছতা চুৰে কমান যে পয়ছা পাব আৰক্ষী বাহীনিয়ে পাব বাহ বাহ মজা এই চুৰ কেইতাতু উলাই আহিব

  • @biswajitpamegam8299
    @biswajitpamegam829916 күн бұрын

    ❤❤

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js18 күн бұрын

    সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক এই কথা মুছলমানে বুজি পায়, অখিল গগৈ সৎ চৰিত্ৰ প্ৰাপ্ত লোক হয় এই কথা মুছলমান সকলে বুজি পাইছে যাৰ বাবে অখিল গগৈৰ মিটিঙত মুছলমান বেছিকৈ অঙ্শ লৈছে। আকৌ এটা কথা লক্ষ কৰক, সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক,আকৌ ধাৰ্মিকৰ স পক্ষ সয়্ঙ্ বিশ্ব শ্ৰষ্টা। এতিয়া লক্ষ কৰক যিজনৰ সপক্ষ সয়্ঙ বিশ্ব শ্ৰষ্টা সেই জন জয়ী হব ই।আকৌ অসৎ চৰিত্ৰ প্ৰাপ্ত জন অ ধাৰ্মিক,অ ধাৰ্মিক কেনেকৈ বিশ্ব শ্ৰষ্টাৰ সপক্ষ হ'ব পাৰে? নিশ্চয় তেওঁৰ বিপক্ষ,ঘৰ যাৰ পৰিচালন ক্ষমতা তাৰ, গতিকে তেওঁৰ বিপক্ষক তেওঁ দেশ পৰিচালন ক্ষমতা প্ৰদান নিশ্চয় নকৰে।এই বি,জে, পি, শাসন ভাৰ প্ৰপ্তকঙ্গৰেজেই কিবা নহয় কিবা এটা ভুলৰ সুফল। এতিয়া নিশ্চয় কঙ্গৰেজ সজাগ হ'ল, হয়তো ভবিষ্যতে এই ভূল আৰু নকৰিব, কৰিলে কুফল প্ৰাপ্ত হব।

  • @user-oy7ef9tb1m

    @user-oy7ef9tb1m

    17 күн бұрын

    প্ৰকৃত সাংবাদিকতা কৰা চেনেল❤️

  • @user-oy7ef9tb1m

    @user-oy7ef9tb1m

    17 күн бұрын

    নিতুমনি আৰু অখিল ৭ খনৰ বেছি নাপায় চিন্তা নকৰিব

  • @realkushalmiri7542
    @realkushalmiri754215 күн бұрын

    অখিল দাৰ কথাবোৰ সঁচা হ'ব যেন পাইছোঁ।

  • @amulyagogoi6943
    @amulyagogoi694318 күн бұрын

    শোণিতপুৰ??? ৪ জুন মেইন!!

  • @lks503
    @lks50316 күн бұрын

    Nice discussion ❤

  • @rocksd7580
    @rocksd758017 күн бұрын

    Akhil Gogoi zindabad ❤❤

  • @shoshikantamili9850
    @shoshikantamili985017 күн бұрын

    অখিল দাৰ হাহিতো বেচি হৈছে নেকি। হাহিতো 4 জুনলৈ ফেচটোৰ দৰে হবনেকি?

  • @hiramonidas4862

    @hiramonidas4862

    15 күн бұрын

    Right

  • @jintusaikia4256
    @jintusaikia425615 күн бұрын

    জনমত টি চাই বৰ ভাল লাগিল ।

  • @SDassam166
    @SDassam16618 күн бұрын

    Akhil gogoi ajon fotua manuh fotua kotha koise

  • @saifuddinahmed5823
    @saifuddinahmed582317 күн бұрын

    Mojjh

  • @rabinsarmah5994
    @rabinsarmah599414 күн бұрын

    Was there any impact of the issue of election bond ?

  • @akhtarhussain2036
    @akhtarhussain203617 күн бұрын

    Nice 👍👍

  • @abinashkalita8952
    @abinashkalita895217 күн бұрын

    সৰ্বানন্দ সোণোৱাল কৰ্মদক্ষ নহব পাৰে কিন্ত এইজন মহান নেতাই সোণোৱালৰ বিষয়ে যেনেদৰে পিছফালে লাঠ মাৰা টাইপৰ কথা কৈছে ইয়াৰদ্বাৰাই গম পাই এইজন এজন চূড়ান্ত অসভ্য বা মামাৰ পকেটত সোমাই থকা নেতা৷

  • @brojenkhargharia15

    @brojenkhargharia15

    14 күн бұрын

    Mohn natajona kaeta bedasek khadela assam sukte ke hol kehor mohan ge belaka caa anel assamor bodon

  • @jitulborah3551
    @jitulborah355117 күн бұрын

    ৰাজনীতিৰ বিষয়ে একো নকওঁ। কিন্তু অসমৰ এজন ডাঙৰ নেতা হিচাপে লোকসভাত অসমৰ কোন দলৰ কেইজন সাংসদ আছিল সেইটো কিন্তু জনাটো দৰকাৰ। নহলে বৰ বেয়া দেখি।

  • @LakshiiChoudhury-rm1ts
    @LakshiiChoudhury-rm1ts15 күн бұрын

    আগৰ অখিল গগৈ নাই ফতুৱা

  • @abinashdas8074
    @abinashdas807413 күн бұрын

    Aayega toh 😊🚩 Wait till 4 june 😎

Келесі