গৌৰৱ গগৈৰ মিথ্যাচাৰ, গৌৰৱ গগৈৰ ওপৰত কিয় খং উঠিল মাজুলীৰ দল-সংগঠনৰ?

📌নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মিথ্যাচাৰ গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ ওপৰত কিয় খং উঠিল মাজুলীৰ দল-সংগঠনৰ?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 556

  • @dhanmoniborgohain8018
    @dhanmoniborgohain8018Ай бұрын

    মেডিয়াক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ভাবিবলে বা কবলে লাজ লগা হল । নিউজ চেনেল বোৰ চলে এনে লাগে যেন নিৰ্বাচনৰ প্ৰাথী বা ৰাজনীতি দল হে একো একোটা । নিউজ চেনেল বোৰৰ নিজৰ অস্তিত্ব আৰু মানুহৰ বিশ্বাস নাইকীয়া হৈ যাব এনেকুৱা হলে । সঁচা কথা বোৰ কম আৰু সৰু issue বোৰ বহলাই বহলাই ডাঙৰ কৰে । মই নিদিষ্ট কৈ এটা চেনেল ক কোৱা নাই । ব্যক্তিগত ভাৱে কোনেও নলয় যাতে ।

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    Ай бұрын

    News Live channel tu honmaniyo mamar hompotti🙏🏽

  • @subrataphukan7459

    @subrataphukan7459

    Ай бұрын

    News live boycott

  • @lizakalita9093
    @lizakalita9093Ай бұрын

    নিউজ লাইভে কেতিয়াও বিজেপি নেতা সকলৰ বেয়া কামবোৰৰ বাতৰি প্ৰচাৰ নকৰে। সকলো বাতৰিত কেৱল কংগ্ৰেছৰ অপপ্ৰচাৰ ।

  • @biswajitgogoi6449
    @biswajitgogoi6449Ай бұрын

    সংবাদ মাধ্যমৰ নামত আপোনালোক কলংক,,,চোৱাচেলেকাৰো এটা সীমা থাকে

  • @SurajitSharma-nh2un
    @SurajitSharma-nh2unАй бұрын

    কমেণ্ট দেখি এটা কথা স্পষ্ট যে মানুহ এতিয়াও ইমান পথভ্ৰষ্ট, মতিভ্ৰম হৈ যোৱা নাই😅 অনুগ্ৰহ কৰি এইবোৰ বাতৰি পৰিৱেশন নকৰিব। নিজৰ লাজটোকে বাছিব।

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    NEWS LIVE য়ে যিমান Propaganda নিউজ বনালেও জিকিব কেৱল গৌৰৱ গগৈয়ে।গৌৰৱ গগৈ জিন্দাবাদ❤❤❤।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9efАй бұрын

    এটা পক্ষৰ বাতৰি পৰিৱেশন কৰা সংবাদ মাধ্যমৰ দায়িত্ব নহয়। এনে নিকৃষ্ট কৰ্মৰ ফল এদিন হ'লেও ভুগিব লাগিবই।

  • @user-ic1ld3jo3l

    @user-ic1ld3jo3l

    Ай бұрын

    Cross current এ কি কৰে?

  • @LokeswarGogoi-xh9ef

    @LokeswarGogoi-xh9ef

    Ай бұрын

    @@user-ic1ld3jo3l অৱশ্যে হয় কিন্তু সুশাসনৰ স্বাৰ্থত 🙏

  • @thedevogramstory7483

    @thedevogramstory7483

    Ай бұрын

    Mama right hand accident korisila ja kiba khbr pai na ai news channel to

  • @thedevogramstory7483

    @thedevogramstory7483

    Ай бұрын

    ​@@user-ic1ld3jo3lhaha cross current portal hoi vai difference njana news channel aru portal

  • @nobinetc3301

    @nobinetc3301

    20 күн бұрын

    😂😂😂 congress neta nki 😢😂😂😂

  • @raktimbaruah3960
    @raktimbaruah3960Ай бұрын

    গৌৰৱ গগৈৰ দেউতাক প্ৰয়াত তৰুণ গগৈ দেৱে সহায় নকৰা হ'লে নিউজ লাইভ চেনেলটোৱে নাথাকিল হেতেন বাকী নো কি ক'ম।

  • @user-bi1yh3ii7q

    @user-bi1yh3ii7q

    Ай бұрын

    Right boss

  • @bituhazarika5535

    @bituhazarika5535

    Ай бұрын

    একদম সঁচা কথা ৰিনিকি বাইদেউ চেনেল ন গতিকে গৌৰৱ গগৈৰ বিষয়ে অকল বেয়াকৈ বাতৰি প্ৰচাৰ কৰিব আজিলৈকে গৌৰৱ গগৈ‌ দেৱৰ ওপৰত ভাল বাতৰি প্ৰচাৰ কৰা দেখাই নাই নিউজ লাইভে😂😂😂

  • @pkdoley8068

    @pkdoley8068

    22 күн бұрын

    কুকুৰ বোৰে এনেকয়েই বুকেনে ?

  • @nobinetc3301

    @nobinetc3301

    20 күн бұрын

    Joliso nki 😂😂😂😂

  • @raktimbaruah3960

    @raktimbaruah3960

    20 күн бұрын

    @@pkdoley8068 বানান শুদ্ধ কৰি লব।

  • @puspadhardowarah1932
    @puspadhardowarah1932Ай бұрын

    গৌৰৱৰ মিছলীয়াৰ অলপো চেকা নাই।

  • @leaderff1047

    @leaderff1047

    Ай бұрын

    মিছা বাতৰি প্ৰকাশ পাবলৈ news channel টো কাৰ আকৌ 😂 #gauravgogoiasm জিন্দাবাদ ✊🏻

  • @masti1112
    @masti1112Ай бұрын

    News live nhy bjp live channel 😊

  • @nayanbarman6477
    @nayanbarman6477Ай бұрын

    SBI ৰ Bond বোৰ লৈ নিউজ কি অ নাই , নিউজ কৰিলে স্বচ্ছ ভাবে কৰিব লাগে।

  • @giyasahmed2733
    @giyasahmed2733Ай бұрын

    2021ৰ পিছত এলেকছন নেখেলেৰ মানুহ জন আজিৰ মুখ্য মন্ত্ৰী সেই বাতৰিতো দিব ছোন

  • @leaderff1047
    @leaderff1047Ай бұрын

    যোৰহাটৰ প্ৰত্যেক জন সচেতন নাগৰিকৰ প্ৰথম পছন্দ গৌৰৱ গগৈ। আমাৰ গৌৰৱ; অসমৰ গৌৰৱ❤️❤️ #gauravgogoiasm

  • @BLASTER6300
    @BLASTER6300Ай бұрын

    *_Tarun Gogoi jodi a nohol hoi ajir dinot Hemanta Biswa Sarma name a raije nukhunile heten, Gaurav Gogoi k sonman korok, Tarun Gogoi k sonman korok News Live a_*

  • @aariyangamingandvlogs848
    @aariyangamingandvlogs848Ай бұрын

    Faltu media

  • @junaliseducationchannel3463
    @junaliseducationchannel3463Ай бұрын

    G gogoi zindabad❤

  • @user-ps2vd1fh2v
    @user-ps2vd1fh2vАй бұрын

    প্ৰকৃত প্ৰতিনিধি নিৰ্বাচন কৰিব নাজানিলে ৰাইজৰ ভৱিষ্যতে অপুৰণীয় ক্ষতি হব

  • @rameshpegu753
    @rameshpegu753Ай бұрын

    News live suwa manuh nai heitu portal politic khele

  • @Wellcomedreamsong
    @WellcomedreamsongАй бұрын

    গৌৰৱ গগৈৰ দৰে এটা সাহসী কণ্ঠ যোৰহাটত প্ৰয়োজন আছে বুলি অনুভৱ কৰো।

  • @satyajitboruah3578
    @satyajitboruah3578Ай бұрын

    আছুৰ প্ৰাক্তন নেতা সকলক প্ৰায় বোৰক বিজেপি এ দেখোন টকাৰ লোভ দি কিনিয়ে পেলালে সকলো দুৰ্নীতিৰ লিপ্ত এতিয়া আমি Hurjya bhuyan ক কেনেকৈ বিশ্বাস কৰোঁ তেওঁ যে সঁচা কৈছে বুলি। আগত যি হল সেয়া গৌৰৱ গগৈৰ কাৰণে নাইহোৱা।কিন্তু বৰ্তমান আমি শিক্ষিত সমাজে জানো যে এজন যোগ্য নেতা আমাৰ অসমীয়াৰ স্বাৰ্থত আমাৰ প্ৰয়োজন আৰু অন্যাই বোৰ দিল্লীত গৰজি থকিবলৈ সাহস থকা গৌৰৱ গগৈক আমাক লাগে। News live য়ে ভুল প্ৰচাৰ চলাই লাভ নাই। এতিয়া মানু্হ শিক্ষিত।

  • @munnako
    @munnakoАй бұрын

    পাগল নেকি দলংৰ কাৰণে বিৰোধীতা কৰিব৷

  • @lizakalita9093
    @lizakalita9093Ай бұрын

    News live BJP Channel. So ajikali news beleg channelot sabo lage.

  • @user-rq9jy2yl6s
    @user-rq9jy2yl6sАй бұрын

    Pls dear mami media k xkluke xmn sokure sbo diok pls

  • @amiyakumarlahon4053
    @amiyakumarlahon4053Ай бұрын

    এইয়া মিথ্যাচাৰ নহয় । আমাৰো মনত আছে । ইয়াত বক্তব্য ৰখা সকলেহে বিষয়টো ভালকৈ নাজানে বা জানিও পক্ষপাতিতা কৰিছে । মই কিন্তু কোনো দলৰ সপক্ষে নাই ।

  • @bikashnath175
    @bikashnath175Ай бұрын

    😂😂😂😂😂

  • @RahulPatar-lf5ps
    @RahulPatar-lf5psАй бұрын

    News live channel to agor porai bjp pokkhot mati ahise val bilak ketiya dexaisei kok sun ajji ba eita missa kotha kolei manisuh baru anei kun dinaxon gaurav gogoi hoy bhal to dexai paiseh ha news channel bulie faidar uthai aseih neki News channel hole khodai khdharan raijor pockhot thakibo lage politichiyanor lgot nhoy oky aru jodi dexaisei bhal tu dexaok eiman nu beya ne gaurav gogoi bjp shorkare caa blobot korile ki bhal news dichili ko son eiman thoka dorka ne thohotok agot news live channel tukei bishakh korishilu aeitiya xei bishakho nay aru purona reporter bilak u nay lajjar kotha day.

  • @JadumoniHazarikaJadumoniHazari
    @JadumoniHazarikaJadumoniHazariАй бұрын

    মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয় যদিও যোৰহাটত গৌৰৱ গগৈক বিচাৰো।

  • @dcdc2972
    @dcdc2972Ай бұрын

    ধৰ্ষণ কাৰী মোদী চৰকাৰ!

  • @dhrubajyotitalukdar3320
    @dhrubajyotitalukdar3320Ай бұрын

    Mamir chanel.. Media nhy Company aitu .. gourab gogoir record perlementot ase news Live a dib laga nii..

  • @junaliseducationchannel3463
    @junaliseducationchannel3463Ай бұрын

    News live khon bikri hol ajir pra pray himanta jetya cong pora bjp loi gol

  • @rupakdoley2028
    @rupakdoley2028Ай бұрын

    tohotor channel t aiburei bajibo

  • @madhurjyaupamanya4178
    @madhurjyaupamanya4178Ай бұрын

    NEWS LiVE মানে কংগ্ৰেছক বিৰোধিতা কৰা 😢 অসমীয়া ৰাইজক আৰু কিমান কষ্ট দিব BJ P য়ে 😢 অসমৰ ৰাইজ সজাগ হওক 😡নহ'লে ঘৰৰ মাটি খিনিও ৰিণিকী ভূঞা য়ে কিনি ল'ব🤧

  • @RumiBegum-ks8ry

    @RumiBegum-ks8ry

    Ай бұрын

    Good

  • @asmsamurai3993

    @asmsamurai3993

    28 күн бұрын

    কংগ্ৰেছক ভোট দিলে যে বাংলাদেশী মিয়া ই ঘৰ ভেটি লবহি

  • @mS-lw9oo
    @mS-lw9ooАй бұрын

    News live means bjp...kiman thogio raijok.....news live e keitao piyush,jayanta,himanta r kotha nedekhai...BJP r mote sole.. election ahile newslive e opposition r kotha he akol dekhai...akol bjp r prasar...eta news bjp r birudhe news eta diyok dom ase jodi

  • @dipanjolichetia2281
    @dipanjolichetia2281Ай бұрын

    অসমৰ ৰাহুল গান্ধীৰ

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6hАй бұрын

    আৰু কিবা উপাই নাই নে, গৌৰৱক ৰুধীবলে। 😅😅

  • @rajdeeppayengofficial6095
    @rajdeeppayengofficial6095Ай бұрын

    News live Tu sabo mon nai aru

  • @amritloying488
    @amritloying488Ай бұрын

    গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এনে শব্দ শুনি চাগে সংবিধান খনেও কান্দি উঠিছে।

  • @rinasaikia9963
    @rinasaikia9963Ай бұрын

    মজা 😂😂😂😂

  • @anildas5876
    @anildas5876Ай бұрын

    আজি কালি News live চোৱা মানুহেই কম।

  • @tankswargohain6701
    @tankswargohain6701Ай бұрын

    গৌৰৱ গগৈ জিন্দাবাদ। এজন উপযুক্ত নেতা অসমৰ বাবে বলিষ্ঠ কণ্ঠৰ।

  • @dhritirajkashyap1827

    @dhritirajkashyap1827

    Ай бұрын

    Ratul suniyak malis korute gal 5 bosor😂😂😂😂tar bahiye ki korise khi😂

  • @wildlifevideoandpictures4260
    @wildlifevideoandpictures4260Ай бұрын

    Gogoi da jindabad ❤

  • @bkp9774
    @bkp9774Ай бұрын

    নিউজ লাইভ ত সদাই হিমন্তাৰ কথা হে কয়। হিমন্তা ৰ চেনেল।

  • @princedoley1059
    @princedoley1059Ай бұрын

    Jorhat t G Gogoi Win

  • @dhritirajkashyap1827

    @dhritirajkashyap1827

    Ай бұрын

    nam sur geda ata i cmt dise😂😂😂

  • @princedoley1059

    @princedoley1059

    Ай бұрын

    Tur nisina Lundbhakt nhoi mi.....

  • @princedoley1059

    @princedoley1059

    Ай бұрын

    Tur nisina Andhabak nhoi j moi

  • @sanjaiboro6526

    @sanjaiboro6526

    21 күн бұрын

    G.gogoi Hindu ne ? Olop vabi saok ईद ' dina ki korile

  • @user-fw6rw2xy7j
    @user-fw6rw2xy7jАй бұрын

    News live BJP senel buli buji pai raije gotike lurin gogoi gourov gogi zindabad

  • @user-uq1eo1kt9b

    @user-uq1eo1kt9b

    Ай бұрын

    যদি জানেই তেন্তে চাবলৈ কিয় আহে। বিধানসভাৰ নিৰ্বাচনৰ আগৰে পৰা বয়কট কৰিছে বুলি শুনিছিলো দেখোন। আপোনাৰ বাবে দ্যা ক্সছ কাৰেণ্ট নামৰ গান্ধীৰ চেনেল আছে চাব।

  • @currentaffairsinassamese5857

    @currentaffairsinassamese5857

    Ай бұрын

    😅😂😅😅😅😅😅😅😅😅

  • @gunaviramhazarika3003
    @gunaviramhazarika3003Ай бұрын

    অসমৰ ৰাইজে জানে এই মিডিয়া ভাগ kar হয়,যদি continue বিৰুধিৰ বাতৰি মিচলিয়া কৈ পচৰ নকৰে তেন্তে আমাৰ চাকৰি খাই দিব ৰিনিকিয়ে😅😅😅😅😅😅

  • @rinjuborah4540
    @rinjuborah4540Ай бұрын

    ধলা শদিয়া দলং তৰুন গগৈ দাঙৰিয়াই দিছিল বিজেপিয়ে কিয় কৰিলো বুলি কৈ ফুৰে

  • @mohendradohutia
    @mohendradohutiaАй бұрын

    ২০২৬ত অসমৰ মুখ্যমন্ত্ৰী নিশ্চিত হব গৌৰৱ গগৈ।গৌৰৱ গগৈ জিন্দাবাদ।।

  • @jintudeori7345

    @jintudeori7345

    Ай бұрын

    তোৰ সপোনত 😂😂😂😂😂

  • @user-fx1et3eg8g

    @user-fx1et3eg8g

    Ай бұрын

    😂

  • @assamecomedy2275

    @assamecomedy2275

    Ай бұрын

    সূতা কম্বলৰ দিন নাই আৰু,,😂,,গৌৰৱ গগৈ আৰু মন্ত্ৰী হব নোৱাৰে।

  • @joborjongvlogs7246

    @joborjongvlogs7246

    Ай бұрын

    2026 cm gg

  • @user-ic1ld3jo3l

    @user-ic1ld3jo3l

    Ай бұрын

    😂😂😂😂😂

  • @dhrupjyoutidas8541
    @dhrupjyoutidas8541Ай бұрын

    Chanel to bjp

  • @palashvideos
    @palashvideosАй бұрын

    Gaurav gogoi gindabad

  • @manashbora5516
    @manashbora5516Ай бұрын

    Tothapiu G gogoi a jikibo

  • @jnanendrasingha8398
    @jnanendrasingha8398Ай бұрын

    হিমন্ত বাবুয়ে বা কি কয় কাৰণ এটা সময়ত তৰুণ গগৈৰ তলত ৰাজনীতি কৰি আছিল । কবলৈ ভয় হয় কিন্তু কাৰ্যকলাপ চাই সঁচা যে তৰুণ গগৈক আগত ৰাখি হিমন্ত বাবুয়ে আচলতে চৰকাৰ চলাই আছিল ।

  • @jintudeori7345
    @jintudeori7345Ай бұрын

    😂😂

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271Ай бұрын

    তেওঁৰ কিবা এটা ভূল হলেই বাৰু।তাতে আকৌ খজুৱাই খৰ বহল কৰিব কিয় লাগে অ,আমি গৌৰৱ গগৈ ডাঙৰীয়াক সদায় সন্মান কৰু। গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমাৰ সকলোৰে হিয়াৰ আমঠু গৌৰৱ গগৈ ডাঙৰীয়া।এজন সহজ সৰল শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। কংগ্ৰেছৰ জয় ৰাইজৰ জয়।আমাৰ অসমৰ জনসাধাৰণৰ বাবে তেওঁ ভাল কাম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে।মূখত কিবা এষাৰ উলালে বুলিয়েই তেওঁ বেয়া নহয়।মানুহে ভুল কৰিলে,সেই ভুলৰ ক্ষমা তিনি বাৰলৈ থাকে। সদৌ শেষত গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ।❤❤

  • @satyajyotigogoi4893
    @satyajyotigogoi4893Ай бұрын

    Gaurav ❤️❤️❤️🙏🙏🙏

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9pАй бұрын

    Gaurav Gogoi zikibo gaurav Gogoi zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad

  • @RupaDeka-ld4je
    @RupaDeka-ld4jeАй бұрын

    No caa

  • @jadubaruah4967
    @jadubaruah4967Ай бұрын

    Doriyaghator dolong, Kherhutir dolong dukhon kar dinot hoisile Ei dukhon dolong nobonuwa hole Majulir ajir homan unnoti hole heten ne baaru

  • @smritychetia4599
    @smritychetia4599Ай бұрын

    Satra culture Katha asil kathtu right

  • @dulalchintey9940
    @dulalchintey9940Ай бұрын

    গৌৰৱ গগৈ সঁচা কথা কৈছে।

  • @rimjimnath558
    @rimjimnath558Ай бұрын

    গৌৰৱ জিন্দাবাদ

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6xАй бұрын

    Gourav Gogoi zindabad 🎉🎉🎉

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271Ай бұрын

    দলং চে কি মত্লৱ মানুহক শান্তি লাগে দংল এদিন পাৱই। ইলেক্সনৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াক শত্ৰুৱে বেয়া বদনাম কৰিবই,এতিয়া ফহুৱা উলিয়াবই বিৰোধি পাৰ্টীয়ে

  • @khargeswarkalita4630
    @khargeswarkalita4630Ай бұрын

    News live ত এইবোৰ নকলে তোমালোকৰ ঘৰ খন চলাত অসুবিধা হব গতিকে কৈ থাকা ৰাইজে বুজি পাইছে পাব,

  • @bikashmahanta7747

    @bikashmahanta7747

    Ай бұрын

    তই চাই লাভ নাই নাম পৰিচয় লুকুৱা চোৰ কাম নাই

  • @user-uq1eo1kt9b

    @user-uq1eo1kt9b

    Ай бұрын

    হয়,যেনেকৈ দ্যা ক্সছ কাৰেণ্ট নামৰ চেনেলত বিজেপিৰ বিৰোধিতা কৰা নিউজ নিদিলে চৌবিশ ঘণ্টাই তেওঁলোকৰ ঘৰ অখিল গগৈয়ে চলাবলৈ দৰমহা নিদিয়ে একেই আৰু।

  • @joborjongvlogs7246

    @joborjongvlogs7246

    Ай бұрын

    Fake live

  • @khargeswarkalita4630

    @khargeswarkalita4630

    Ай бұрын

    News live কাৰ চেনেল নজনা বোৰে এইবোৰ কোৱা স্বাভাৱিক। সামান্য জ্ঞান অলপ থাকিলে cmt দিলে ভাল।

  • @khargeswarkalita4630

    @khargeswarkalita4630

    Ай бұрын

    চিৰ চেনেহী মোৰ ভাষা জননী তোমাৰ বাবে নহয়। নিজৰ বিবেকক প্ৰশ্ন কৰিবা kia কৈছোঁ 😀

  • @manjulgogoi5267
    @manjulgogoi5267Ай бұрын

    News live তোয়ে মিছা কথা কয়. বেলেগ দলৰ ভাল খবৰ news live য়ে nokoi

  • @TultulChelleng
    @TultulChellengАй бұрын

    মিছলীয়া নেতা, মিছলীয়া কথা , লোকসভাত অসমৰ হৈ কিমান মাতিছিল, অকল ছোনিয়া গান্ধীক মালিচ কৰি কৰিয়েই পাঁচ বছৰ পাৰ কৰিলে

  • @babuldas4341

    @babuldas4341

    Ай бұрын

    😂হয়

  • @dhritirajkashyap1827

    @dhritirajkashyap1827

    Ай бұрын

    😂😂😂

  • @BikashDas-oc4jr
    @BikashDas-oc4jrАй бұрын

    😂

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mvАй бұрын

    গৌৰৱ গগৈৰ বিৰুদ্ধে অপ প্ৰচাৰ কৰা সকলে এতিয়া মোটা অংকৰ কমিছন পায় । ভোটাৰ ক ঠগাবলৈ মূৰ্খ বনাবলৈ এনে ভুৱা বাতৰি প্ৰচাৰ কৰে। আটাইতকৈ মিছা কথা কোৱা মানুহজন দেখোন মোদী । 16 মেৰ পিছত বাংলাদেশী তালি টোপো লা বান্ধিব লাগিব বুলি কৈছিল ।ঘৰে ঘৰে 15 লাখ টকা দিম বুলি কৈছিল । ফুটা বেলুন ।

  • @BLASTER6300
    @BLASTER6300Ай бұрын

    *_GAURAV GOGOI A JIKIBO 100 PERCENT, TAPAN GOGOI MATRO 50 HAZAR VOTE PABO_*

  • @pratappegu5744
    @pratappegu5744Ай бұрын

    Gourav jikibo100%

  • @smritychetia4599
    @smritychetia4599Ай бұрын

    Right

  • @pegu6282
    @pegu6282Ай бұрын

    Gaurav Gogoi zindabad ❤❤❤

  • @tapansaikia5798
    @tapansaikia5798Ай бұрын

    Mukh khul khabor atia Gogoi

  • @sbanglavideo9014
    @sbanglavideo9014Ай бұрын

    Falto news Live

  • @ahomwarrior7397
    @ahomwarrior7397Ай бұрын

    দলং হবলৈ আৰু ৫০ বছৰ লাগিব। প্ৰথম ৪ লেন টো ভালকৈ বনাই দেখাওক

  • @user-sy7ob4rx4l
    @user-sy7ob4rx4lАй бұрын

    Laj lagise ai news tuk ...Gaurav is the best 👌

  • @prokashchandrachoudhury.3879
    @prokashchandrachoudhury.3879Ай бұрын

    Thanks for Majuli Raij

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9bАй бұрын

    আগতে মাজুলীত ভাল চিকিৎসালয় নাছিল। জৰুৰীকালীন অৱস্থাত আমাৰ যোৰহাটলৈ আনিব লগা হৈছিল ৰোগীক। তেন্তে যোৰহাট মাজুলীৰ দলংখন কিমান প্ৰয়োজন আছিল এবাৰ অনুভৱ কৰক।তেনে পৰিস্থিতিত দলং নালাগে বুলি কিয় ক'ব। মিছা ৰ আশ্ৰয় লৈ ৰাজনৈতিক বৈতৰণী পাৰ হ'ব খোজে পাপুৱে।

  • @JPrasad-ug9kd

    @JPrasad-ug9kd

    Ай бұрын

    Monimala tumak👍👍, BJP jindabad❤

  • @user-uq1eo1kt9b

    @user-uq1eo1kt9b

    Ай бұрын

    জে প্ৰসাদ 😊🙏

  • @ilovemytravel9681

    @ilovemytravel9681

    Ай бұрын

    ​tumak MP ticket dib lage

  • @user-uq1eo1kt9b

    @user-uq1eo1kt9b

    Ай бұрын

    এম পি টিকট নালাগে অ কিয়নো বিজেপিৰ কাৰ্যকালত এক টকা নিদিয়াকৈ এটা সন্মানীয় চাকৰি পাইছোঁ।

  • @ilovemytravel9681

    @ilovemytravel9681

    Ай бұрын

    @@user-uq1eo1kt9b sakori Pai goica buli Sarkar or gun gaica atiya hay gom paicu .moi o SSC sakori palu khei buli Sarkar or beyar kamot sapoot nokoru bhal korile sapoot korim sakori muk o sarkare diya ni moi poha karane hay paicu

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6xАй бұрын

    Gourav Gogoi New jenneration perfect candidate ❤❤❤

  • @sandhanibora5354
    @sandhanibora5354Ай бұрын

    News live ক BJP য়ে কেতিয়াবাই কিনি থৈছে, 😂😂😂. Gourov গগৈ জিন্দাবাদ ❤

  • @prasantakumargogoi6867
    @prasantakumargogoi6867Ай бұрын

    গৌৰৱ গগৈ জিন্দাবাদ ৷

  • @user-cb7ir5bd8o
    @user-cb7ir5bd8oАй бұрын

    ফাদিল 😂😂😂😂

  • @user-eb9bl7oz2w
    @user-eb9bl7oz2wАй бұрын

    ফাল্টু গৌৰৱ , ফাল্টো কথা । আৰু গৌৰৱ ৰাজনীতি ভাবে যোগ্য হোৱা নাই । বৰ্তমান পৰিবেশৰ লগত খাপ খুৱাই কথাবোৰ শিকিবলৈ বাকী আছে ।

  • @UjjalGogoi341
    @UjjalGogoi341Ай бұрын

    গৌৰৱ গগৈ জিন্ধাবাদ

  • @BirinchiPathak
    @BirinchiPathakАй бұрын

    দুই গগৈৰ লগ লগ লাগি ইয়াৰো পথ ভ্ৰস্ত হৈছে

  • @dcdc2972

    @dcdc2972

    Ай бұрын

    হেৰা ডেকা ল'ৰা গৌৰৱ গগৈ এজন ভাল ল'ৰা মই চিনি পাওঁ ওচৰৰ বুলি।

  • @tonmoyphukan

    @tonmoyphukan

    Ай бұрын

    Pathak Da - kot pora?

  • @SurajitSharma-nh2un

    @SurajitSharma-nh2un

    Ай бұрын

    পথভ্ৰষ্ট আপুনিহে হৈছে মহাশয় যি দেখিছোঁ 😅

  • @BirinchiPathak

    @BirinchiPathak

    Ай бұрын

    @@SurajitSharma-nh2un কংগ্ৰেছ শূণ্য অসম, মৰুভূমিত পানী ঢালি লাভ নাই।

  • @GhanshayamTalukdar

    @GhanshayamTalukdar

    Ай бұрын

    G gogi murdabad

  • @arpanachutia4866
    @arpanachutia4866Ай бұрын

    Bjp news live 😂😂😂😂 gourab gogoi jindabut

  • @aparajitatamuli7273
    @aparajitatamuli7273Ай бұрын

    শংকৰ মাধৱৰ উপৰত আৰু কোনো ধৰ্ম গুৰু নাই,আজি কালি নিজকে তথা কথিত ধৰ্ম গুৰু বুলোৱা বহু হল বাবে অসমীয়াৰ অস্তিত ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ অবনমিত হৈছে❤কৃষ্ণ❤

  • @anupamflutexur7819
    @anupamflutexur7819Ай бұрын

    গৌৰৱ গগৈ জিকিব যোৰহাটত

  • @bishnuramdas2708
    @bishnuramdas2708Ай бұрын

    Gaurav gogi zidabad

  • @kumudbaruah2001
    @kumudbaruah2001Ай бұрын

    Rahul Gandhi papoo number 1 Gaurab Gogoi papoo number 2

  • @achurjyapritom6832
    @achurjyapritom6832Ай бұрын

    News live senel2 Himant da heikarne Gorob Gogoi kotha anekoi koise

  • @LegendIshan
    @LegendIshanАй бұрын

    অ ফিউজ লাইভৰ ভতুৱা সাংবাদিক সকল বিহাৰত ভাৰতৰ গৃহ মন্ত্রী অমৃত শ্বাহক বিহাৰৰ জনতাই পহু খেদা অবস্থা কৰাৰ বাতৰিতো ফিউজ লাইভত প্ৰচাৰ কৰিলে ফিউজ লাইভৰTRP বৃদ্ধি হব😅😅

  • @kaushikbaruah9771
    @kaushikbaruah9771Ай бұрын

    ঔষধৰ দাম বাঢ়িল যে কিহৰ বাবে বাঢ়িল। eletrorel bond বাবে নে কিহৰ বাবে। তহঁতে এইবোৰ বাতৰি কৰিব নোৱাৰা। ফটোৱা চেনেল

  • @hiranyaphukon7827
    @hiranyaphukon7827Ай бұрын

    NEWS LIVE kam nai

  • @Rajansm123
    @Rajansm123Ай бұрын

    News live news live misa misa live

  • @arrowgamingaxomyt7496
    @arrowgamingaxomyt7496Ай бұрын

    News channel nohoi jen ha lagise 😂

  • @user-gy6jz1ql7k
    @user-gy6jz1ql7kАй бұрын

    4জন মানুহৰ মতামত লৈ কৈছে বিভিন্ন দল- সংগঠন😂 সাধাৰণ জনতাৰ মতামত লওঁক না.....class division এ কৰি পেলালে যেন লাগিছে😢

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ezАй бұрын

    Dalal Media মামীৰ নহয় জানো।

  • @BhupenGogoi-jp6ti

    @BhupenGogoi-jp6ti

    Ай бұрын

    Moja.disa

  • @RanjanDey123
    @RanjanDey123Ай бұрын

    Fews live

  • @mdblogs3099
    @mdblogs3099Ай бұрын

    Godi media

  • @surendramohandas942
    @surendramohandas942Ай бұрын

    সত্ৰাধিকাৰ জনে মিছা কৈছে।

  • @user-cr9sq2em1r
    @user-cr9sq2em1rАй бұрын

    Gogoi dada praman diya..ketiya dalong bonowar alosana korisila.😅😅😅😅😅😅😅😅😅hahi utha kotha

Келесі