লোকসভা নিৰ্বাচনৰ বাবে আজি বাৰাণসীৰ পৰা মনোনয়ন পত্ৰ দাখিল প্ৰধানমন্ত্ৰীৰ

📌লোকসভা নিৰ্বাচনৰ বাবে আজি বাৰাণসীৰ পৰা মনোনয়ন পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ মনোনয়ন পৰ্বত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, পণ্ডিত গনেশ্বৰ শাস্ত্ৰীসহ ৪জন ব্যক্তি। মনোনয়নৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। অগপ দলৰ সভাপতি অতুল বৰাইয়ো উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ মনোনয়ন পৰ্বত।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1

  • @user-sd5vm7sg2m
    @user-sd5vm7sg2m20 күн бұрын

    Atul o apuni English nukuai bhal...eta sentence correctly kobo nuare...dhur ..

Келесі