বিহুমঞ্চত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত মহিলা গৃহৰক্ষী জোৱান, ক্ষমা কৰি দিবলৈ DGPক আহ্বান আয়োজকৰ

বিহুমঞ্চত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত মহিলা গৃহৰক্ষী জোৱান। নিউজ লাইভৰ হাতত ঘটনাৰ নতুন ভিডিঅ', জুবিনহে মঞ্চলৈ মাতি নিছিল জোৱানগৰাকীক। ক্ষমা কৰি দিবলৈ DGPক আহ্বান আয়োজকৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 487

  • @pranjalpdeka6111
    @pranjalpdeka611120 күн бұрын

    টকা খালে, ঘুচ খালে, গুণ্ডামি কৰিলে, ক্ষমতাৰ অপব্যৱহাৰ কৰিলে suspension নহয়, কিন্তু অলপ আবেগিক হৈ মানুহক মৰম কৰিব বিচাৰিলে, suspension হয়, সুন্দৰ ব্যৱস্থা ...

  • @rajeshhazarika1663

    @rajeshhazarika1663

    20 күн бұрын

    এয়ায়ে হৈছে আমাৰ দেশৰ আইন😏

  • @preetamrabha9554

    @preetamrabha9554

    19 күн бұрын

    Yes

  • @user-tp6zv9wt5x

    @user-tp6zv9wt5x

    19 күн бұрын

    Ayai ajir khmajr niyom

  • @rupnathrabha6353

    @rupnathrabha6353

    19 күн бұрын

    You are right.axomor polis nity

  • @kp23456

    @kp23456

    19 күн бұрын

    মানুহ মৰা মানুহ বিলাকক পোহপাল দি ৰাখে কিয়

  • @digantadeka7201
    @digantadeka720120 күн бұрын

    মানুহক অকনমান মৰম কৰাটোও অপৰাধ এইখন অসমত 😂!

  • @BLGEntertainmentASSAM

    @BLGEntertainmentASSAM

    20 күн бұрын

    atia kobo gole eyat nohoi ki... Eyat sob hobo pare g kunu kintu horu kotha tu bor kore, , , faltu hima nuhua buli kobo pari, doya momota aku nai na morom na mak bapek voni bai sin asa jak pai g kunu karonot dukharup kore, baki dukhi dangor aporadhi aku dal koribole nuare

  • @user-ys1pi7ep8q

    @user-ys1pi7ep8q

    20 күн бұрын

    Hoi diok dhui ki je mnuh 😂

  • @himangamoran7650

    @himangamoran7650

    20 күн бұрын

    এতিয়া মৰম কৰিবলৈ ও আবেদন কৰিব লাগিব যেন পাইছোঁ 😊

  • @mriduldas7259

    @mriduldas7259

    20 күн бұрын

    Bahiragotak bukusat lole hol..

  • @user-yz1tf5in7c

    @user-yz1tf5in7c

    20 күн бұрын

    On dutyt uniform ot ai Kam koribo nuware . police menual mote..

  • @bbgohain9765
    @bbgohain976520 күн бұрын

    মদাহী ঘোচখোৰ বোৰৰ ওপৰত গুৰুত্ব দিয়ক, এইটো এটা সাধাৰণ কথা

  • @rajeshhazarika1663

    @rajeshhazarika1663

    20 күн бұрын

    একদম ঠিক কথা

  • @bansumidewri3150

    @bansumidewri3150

    19 күн бұрын

    Hoi o amar axhomot he emn olp ata news t bhut bholai pelai ki hol nu ki bea dekhile video tut emn bholaise j....ji krise sb raije dekhise lukai kri fura burok ki kribo aku bea aku dekha ni olp hug krise ki hol nu tate ...km ni kiba ata dekha pb he lge news bnalei ...

  • @HemantaBora-dj4rb

    @HemantaBora-dj4rb

    8 күн бұрын

    Do you about discipline of a dress in police.? If you know then ..please say as reply to me that what is the full meaning of police

  • @ctcreation6549

    @ctcreation6549

    2 күн бұрын

    ​@@HemantaBora-dj4rb hoi nki ? Police r dress t j reel bonai tetiya hei discipline kot jai? Discipline r kotha kobo ahise iyaat.

  • @HimangxuKalita

    @HimangxuKalita

    2 күн бұрын

    Right 👍🏻

  • @rinkigogoi7455
    @rinkigogoi745520 күн бұрын

    সকলো মানু্হ,সকলোৰে ইচ্ছা যায়,প্ৰিয় শিল্পী গৰাকীক লগ পোৱা।ভাৱ ভালপোৱা,আবেগ অনুভূতি বোৰ আজি কালি মূল্য নাইকীয়া হল।

  • @BiswajitSaikia-lc1fk

    @BiswajitSaikia-lc1fk

    19 күн бұрын

    Uniform t bhorit dhoratu bor beya hoise....so, ji action hoise bohut bhal hoise... eibiur bonor pokhhi Police t dorkar nai.....

  • @lizabordoloi9262

    @lizabordoloi9262

    19 күн бұрын

    ​@@BiswajitSaikia-lc1fkki kotha kobo ahiso toi sudurvai puwali . Toi he bonor pokhu . Tohotor nisina bonor pokhu buror thinking bur anekuwa kela

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm16 күн бұрын

    ইমানেই যদি কঠোৰ action লবলৈ পাৰে জানমণি ৰাভাৰ সত্য কিয় উলিয়াব নোৱাৰিলে অসম আৰক্ষীয়ে । ইয়াৰ পৰাই বুজা যায় আইনখন অকল সৰু মানুহক মাৰিবৰ বাবেহে । ডাঙৰ মানুহে কৰিলে মৰমতে আলিংগন কৰা বুলি কলেহেতেন । হিমন্ত মামাই এজন DC ক অপদস্ত কৰিছে আৰু পুলিচ ক কতযে অপব্যৱহাৰ কৰে কোনজন পুলিচ অফিচাৰে আজিলৈকে মাত মাতিব পাৰিছে ।

  • @animasaikia6347
    @animasaikia634719 күн бұрын

    আৰক্ষী হ'ল বূলিনো মৰম চেনেহ নেথাকিবনে? আমিও এবাৰ জুবিনক লগ পাবলৈ মন আছে।

  • @munmunchetia4398
    @munmunchetia439819 күн бұрын

    যেতিয়া উচ্চ পদস্থ বিষয়া সকলে বিভিন্ন মঞ্চত শিল্পী গৰাকীক সাৱটি ধৰে,হাত মিলাই তেতিয়া তেওঁলোকৰ অপৰাধ নহয়, কিন্তু এওঁ কৰিলতহে অপৰাধ????

  • @devikagogoi2898
    @devikagogoi289820 күн бұрын

    😂😂😂 সফল অসম আৰক্ষী । কিন্তু জোনমণি ৰাভাৰ লগত কিয় এনেকুৱা হ'ল।

  • @mintubora1980

    @mintubora1980

    19 күн бұрын

    Moi likhim buli bhabisilu ei... Junmoni rabhar ki hoisil... Mur nijouru hoise aru belegor bohut accident dekhisu😡

  • @devikagogoi2898

    @devikagogoi2898

    19 күн бұрын

    @@mintubora1980 আইন সকলোৱে বাবে সমান হ'ব লাগে ।

  • @biruvaibiruson.8207
    @biruvaibiruson.820720 күн бұрын

    জুবিনদাই এবাৰ কৈ দিলেই দি দিব চাকৰি.

  • @rajeshhazarika1663

    @rajeshhazarika1663

    20 күн бұрын

    😂একদম ঠিক কথা

  • @dipjyotipatgiri409

    @dipjyotipatgiri409

    18 күн бұрын

    Dadai phn kori kole hb kuno dhara palismen ni ako nhy sob thik hb

  • @digantajyotibordoloi5528

    @digantajyotibordoloi5528

    13 күн бұрын

    জুবিন কেতিয়াৰ পৰা DGP হল সি এটা গান গোৱা লৰা

  • @abdulMotin-it5fe

    @abdulMotin-it5fe

    9 күн бұрын

    Can't belieqve

  • @kabyashreemahanta885_
    @kabyashreemahanta885_19 күн бұрын

    পংখী সন্দিকৈৰ ঘটনাটোৰ লগত গোলামি কৰা আৰক্ষী বিষয়াজন নিলম্বিত হ’লনে ?

  • @nabajyotichetia51
    @nabajyotichetia5120 күн бұрын

    নিয়ম সকলোৰে বাবে একে হ'ব লাগে।

  • @twinkle_twinkle617

    @twinkle_twinkle617

    20 күн бұрын

    Hadharon manuhor lgt du bebohar korila vl karubak susorai anela vl kintu aitu baya nki laura

  • @BitupanDeuri-oc5hz

    @BitupanDeuri-oc5hz

    20 күн бұрын

    Right ❤❤❤❤

  • @pranjalborah2861

    @pranjalborah2861

    19 күн бұрын

    Assam police t tmi join kora tar pora rule regulations vlkoi jniba 😅

  • @Prachurjyapathak-wo4mf
    @Prachurjyapathak-wo4mf19 күн бұрын

    সুন্দৰ.... মানুহৰ আৱেগ অনুভূতিৰ কোনো মূল্য নাই এইখন অসমত🥲👍🏼

  • @jubin4632
    @jubin463219 күн бұрын

    অপৰাধী বিলাক আজি মুকলি আকাশৰ তলত,,জুবিন দা ক সকলোৱে ভাল পাই ভাল পোৱাটো প্ৰকাশ কৰিলে কেনেকৈ নিলম্বিত হব পাৰে,, দুখ লাগে জুনে এনেকুৱা কৰিছে 🥹

  • @rowstarchannel
    @rowstarchannel20 күн бұрын

    একো বেয়া কাম কৰা নাই মহিলা আৰক্ষী গৰাকী , এটা প্ৰিও গীত গাবলৈ অনুৰোধ হে কৰিছিল ,

  • @lizabordoloi9262

    @lizabordoloi9262

    19 күн бұрын

    Right

  • @HemantaBora-dj4rb

    @HemantaBora-dj4rb

    8 күн бұрын

    In the time of duty The police person must controll herself

  • @pgaxom435
    @pgaxom43520 күн бұрын

    HOME GUARD চাকৰি কৰাতকৈ PRIVATE SECURITY GUARD কৰাই ভাল বুলি এজন গৃহৰক্ষী জোৱানে কোৱা শুনিছো .......বাদ দিয়া....এনেকুৱা চাকৰি ........চাকৰি দিছে দিব পাৰিছে ঠিকেই.....চাকৰি কৰিছে বহুতেই বাদ......দৰমহা দিবযে পৰানাই আচল কথা এইয়াহে....।।।

  • @user-yz1tf5in7c

    @user-yz1tf5in7c

    20 күн бұрын

    23000 pai per month

  • @pgaxom435

    @pgaxom435

    19 күн бұрын

    @@user-yz1tf5in7c 23 k পাই ঠিকেই আছে কিন্তু চাকৰি কৰা পাছতো যে দিন হাজিৰা কৰি .........খাবলগীয়া হৈ পৰিছে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ আগতে। ।

  • @mr_pitajii

    @mr_pitajii

    19 күн бұрын

    Home guard bahut danger Hoi

  • @kamalrabha368
    @kamalrabha36819 күн бұрын

    সকলো মানুহৰে প্ৰিয় শ্লিল্পী হ'ল জুবিন গাৰ্গ

  • @dhirenbezbaruah3346
    @dhirenbezbaruah334620 күн бұрын

    মোৰ মতে একো বেয়া কাম কৰা নাই,,তেখেতে জুবিন দাক ভাল পাই আমিও ভাল পাওঁ,,সেই বুলি তেখেতক নিলম্বন কৰা তো একো যুক্তি হোৱা নাই

  • @user-yz1tf5in7c

    @user-yz1tf5in7c

    20 күн бұрын

    On dutyt ai Kam koribo nuware.. police menual ot ase

  • @bhargabdas5830
    @bhargabdas583020 күн бұрын

    Lina dolek ako koribo nuearile xaru mnhuk he kre ..

  • @souravpaul2179

    @souravpaul2179

    20 күн бұрын

    hosa kotha

  • @nitumonidas3771
    @nitumonidas377119 күн бұрын

    এয়া এগৰাকী অনুৰাগীৰ মৰম হে বাকী বোৰ son khari jai

  • @user-eh8yq2hj8d

    @user-eh8yq2hj8d

    17 күн бұрын

    Nilbmn no

  • @amarendrasarma7740
    @amarendrasarma774019 күн бұрын

    এইটো কি নিয়ম হল । এইবিলাক ভাল কথা হোৱা নাই।।চোৰ ডকাইত ধৰিব নোৱাৰে ।।

  • @sanatanrajbongshi1981
    @sanatanrajbongshi198117 күн бұрын

    এনেকৈ কৰ্তব্য পালন কৰিলে বন্দুক চোৰ হ'বলৈ আৰম্ভ হ'ব😅😅😅

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh20 күн бұрын

    চাকৰিতো খেলি মেলি হোৱাতো বেয়া লাগিল🙏

  • @user-jw4sq2bc4d
    @user-jw4sq2bc4d19 күн бұрын

    নিজে পিন্ধি থকা পুলিচৰ পোছাক জোৰক সন্মান কৰিব নোৱাৰিলে সেই মহিলা গৰাকীয়ে ।তাত আৰু দুখ কৰি লাভ নাই।

  • @dibyajyotihaloi6610

    @dibyajyotihaloi6610

    19 күн бұрын

    right 👍

  • @gunakantabaruah1988
    @gunakantabaruah198813 күн бұрын

    মিলিক চাকৰি টো দিব লাগে। মানৱতা খাটিৰত।

  • @bandanabaruah5219
    @bandanabaruah521920 күн бұрын

    জুবিন পাছ ত মানুহ বোৰ কি য় লাগি থাকি কে বাৰু জুবিন পিছত লাগালাভ নাই জয় জুবিন দা👍👍🤘

  • @user-ys1pi7ep8q

    @user-ys1pi7ep8q

    20 күн бұрын

    Xsa zubben dar logt lagi lav ni aku ghenta korib nuare 😂 joi zubben da ❤😂

  • @dhunu111
    @dhunu11119 күн бұрын

    এইবোৰ মৰম দাদা ❤❤❤❤

  • @nabajyotigogoi5857
    @nabajyotigogoi585711 күн бұрын

    Strange ! If same type of behaviour is done by a male to a female celebrity, then what? She is not suspended for showing affection or whatever. She is suspended for misbehaving . There are many other ways to show love. I don't know why people dont understand. Good job Assam police.

  • @user-ys1pi7ep8q
    @user-ys1pi7ep8q20 күн бұрын

    Aji কালি মৰম এ অপৰাধ 😂❤joi zubben দা 🤍🥺

  • @user-rf6gr6ju1p
    @user-rf6gr6ju1p19 күн бұрын

    Zubeen manei abeg ❤❤❤

  • @bhabeshdeka3264
    @bhabeshdeka326413 күн бұрын

    পুলিচ আবেগিক হলে নহব ।

  • @rajuray8838
    @rajuray883818 күн бұрын

    good

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum782212 күн бұрын

    Yes the police should be suspended

  • @sadhanadas6009
    @sadhanadas600920 күн бұрын

    Jai zubeen da...ako milobon koribo loga kotha nhy.....jibur gurutro dibo Lage nidiye....all ball bur gurutro di luv nai....manhu abegik huwa tu savabik.....hei buli sakori jabo nuware...❤

  • @ranjankeot3875
    @ranjankeot387520 күн бұрын

    Amar Assam roxartole gol

  • @anjoyborah3129
    @anjoyborah312919 күн бұрын

    Real news ...❤

  • @TapanDas-jt6xq
    @TapanDas-jt6xq20 күн бұрын

    Khub beya hoyse

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum782212 күн бұрын

    The uniform be respected

  • @kiranpegu76vlog42
    @kiranpegu76vlog4219 күн бұрын

    Very good job ❤❤❤ . We should listen music but we should not mad after the music.

  • @digantajyotibordoloi5528
    @digantajyotibordoloi552818 күн бұрын

    মিলিয়ে আৰক্ষী পোছাক জোৰ অপব্যৱহাৰ কৰিছে on deuty এজন চিভিলিয়ানক সাৱটি ধৰি প্ৰেমিক ধৰা দি ৰাজহুৱা মঞ্চত ভৰিত ধৰি চুমা খোৱা টু কেতিয়াও গ্ৰহণ যোগ্য নহয় পুলিচ বিভাগে যি কৰিছে ঠিক কৰিছে

  • @Policewallah4311

    @Policewallah4311

    18 күн бұрын

    Toi kr pra ahili buka suda

  • @ChitraGogoi-tr1xd

    @ChitraGogoi-tr1xd

    17 күн бұрын

    @@Policewallah4311 বাপেৰ মূৰা টো কৈছোঁ তই,,,

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h19 күн бұрын

    Love you zubin da

  • @manabdas9631
    @manabdas963119 күн бұрын

    Iman Diciplene Ase jodi Kola dress pindhi reels Bonua keijonik Dismissed Kori Dekhuwak.

  • @nitubaruah4695
    @nitubaruah469516 күн бұрын

    জোনমণিৰ ৰাভাৰ ধৰা পৰা কেচটো গাব দি ৰাখিলে৷ এতিয়া এইটোতে লাগি থাকক আৰু

  • @Krishna-pk6qx
    @Krishna-pk6qx18 күн бұрын

  • @macexperimental1793
    @macexperimental179320 күн бұрын

    On duty reels bonuaburok action noloi kio....

  • @user-fn2bu2wq4w
    @user-fn2bu2wq4w19 күн бұрын

    এয়াই amar assam assam police jindaba Assam. Police sowali jonir bhul nhy plz teor sakori ghuray dio ❤

  • @HareshDoley-ew3ny
    @HareshDoley-ew3ny20 күн бұрын

    ❤❤❤❤

  • @KhaurangsaDaimary
    @KhaurangsaDaimary12 күн бұрын

    The Zubeen One of all family of Assam. But not only Assam and other states and out of country know about Best Singer Zubeen. Zubeen was show all audiance how to love as a Singer.

  • @rahuldeka9784
    @rahuldeka978414 күн бұрын

    বাইদেউ জনীক চাকৰিৰ পৰা ওলাই দিব নালাগিছিল ভুল কৰিলে জুবিন দাক ভাল পাই কাৰণে ওচৰলৈ গৈছে

  • @miduldutta8798
    @miduldutta879819 күн бұрын

    DGP জন এক নম্বৰ ফাল্তু পুৰুষ হয় , পুলিচ বিষয়া কিছুমানে যেন অপৰাধিক সহযোগ কৰি আছে সিহঁতক কিয় বিলম্বিত কৰা নাই , DGP কৈ আমাৰ জুবিন দা মান সম্মান মৰম স্নেহ আৰু অসমৰ আদৰ্শ হয় , তাৰ পকৰ পুৰিছে জুবিন দাক ভৰিত নধৰি যদি, বা , জুবিন দাক চুমা নাখাই তাক খালে হয় , হয়তো সেই মহিলা পুলিচ বিষয়া গৰাকীয়ে পুৰস্কাৰ পালে হয় , আৰু হোনিবলৈ বেয়া হৈছে যদিও আজি সময়ত এইয়াই সঁচা 👍👍👍

  • @kukilgogoi7161

    @kukilgogoi7161

    19 күн бұрын

    Akdom hundor disa Bhai 👍🏻😍

  • @lizabordoloi9262

    @lizabordoloi9262

    19 күн бұрын

    Right

  • @misstaru8888
    @misstaru888819 күн бұрын

    Leena doley suspension korok balor police

  • @mrrajaraja
    @mrrajaraja18 күн бұрын

    অসমত মৰম নাই মৰম কৰিলেই নিলম্বন। মামাৰ আদেশ

  • @DjdhJhjkk
    @DjdhJhjkk19 күн бұрын

    🎉🎉🎉❤

  • @khonjk4486
    @khonjk448619 күн бұрын

    এই চৰকাৰে চাকৰ বুলি ভাবে নেইকি, ঐ পুলিচ গুচ ঐ পুলিচ ,,,,😡😡😡

  • @aminrahul1977
    @aminrahul197720 күн бұрын

    ❤️🌟💎🙏

  • @MatuTaw-bb4xn
    @MatuTaw-bb4xn18 күн бұрын

    Nice Video

  • @debenbormudoi6655
    @debenbormudoi665516 күн бұрын

    জুবিনে কৈলে আইন সলনি কৰিব লাগে নেকি

  • @air33-ias53
    @air33-ias5320 күн бұрын

    Zubeen.e khuwabo de whole life

  • @iftikaraliahmed3389

    @iftikaraliahmed3389

    20 күн бұрын

    Thik koise

  • @polborah2730
    @polborah273020 күн бұрын

    Aitu vhal kora ni kinto dgpe ki Jane morom vhal pua

  • @BORGOSS4473
    @BORGOSS447319 күн бұрын

    ❤❤❤

  • @67Vijay67
    @67Vijay6719 күн бұрын

    Love From Borsola 💜❤️‍🩹

  • @AashutoshDas-gt3ce
    @AashutoshDas-gt3ce15 күн бұрын

    😢😢😢😢

  • @popykalita99
    @popykalita9919 күн бұрын

    Arokkhi bibhage thikei KO rise , no compromise

  • @badansaikia3029

    @badansaikia3029

    15 күн бұрын

    Tur nam najanu....nam Sur miya bangladasi ....kihor no compromise....toi kata ter par hour pithir dag gol ny....anor Kiba Ata hole Val paone toi

  • @user-go5fi3zz7g
    @user-go5fi3zz7g19 күн бұрын

    একো বেয়া কাম কৰা নাই । নিলম্বন কৰিবলৈ।

  • @marketznews2516
    @marketznews251619 күн бұрын

    Police or mentality....agote ghuskhur SI hokolok nilombon korok

  • @user-sp5dc2ri6z
    @user-sp5dc2ri6z15 күн бұрын

    Love you Zubin ❤️❤️❤️❤️

  • @ApurbaDeka-yn7gg
    @ApurbaDeka-yn7gg20 күн бұрын

    On duty video upload di thake 90% police a aagte seibor bandha karaksn ⚔️🇮🇳⚔️

  • @Sombulalung-gf6se
    @Sombulalung-gf6se7 күн бұрын

    ❤❤❤❤❤❤❤Moja joy zubeen daaa

  • @debojitmedhi5463
    @debojitmedhi546314 күн бұрын

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-ci1rs2nz5b
    @user-ci1rs2nz5b14 күн бұрын

    Mili bai 🔥love❤ jubin kakaidew. Suspension uthai lowak.....government please called our honourable DGP home guard, DGP Assam police, SDGP. 🙏

  • @KhaurangsaDaimary
    @KhaurangsaDaimary12 күн бұрын

    Don't suspend her service . What she will do wrong. Kindly Request Assam govt Hon''ble Dr Hemant Biswa Sharma again do will her service because her all family dependent of service.....

  • @paragborah7103
    @paragborah710318 күн бұрын

    চাকৰি টো ঘূৰাই দিয়ক

  • @user-fm8ir5yt7w
    @user-fm8ir5yt7w19 күн бұрын

    Khyoma kori dibo lage

  • @abhijithazarika9260
    @abhijithazarika926019 күн бұрын

    Aku beya kam kora nai, love you zubeen Daa❤..

  • @sSongs-uc6cu
    @sSongs-uc6cu14 күн бұрын

    Ayai axom

  • @sonowalda215
    @sonowalda21517 күн бұрын

    ❤❤❤❤❤🎉🎉🎉🎉🎉

  • @mostaku5892
    @mostaku589220 күн бұрын

    Ai2 karone Axom khanr eya dokha thuiiiiiii kla

  • @RamenBoro-wq5mi
    @RamenBoro-wq5mi19 күн бұрын

    I love jubin

  • @anupchetia9121
    @anupchetia912118 күн бұрын

    Here Every one is a human being "imotional needs" this is why we are .. although everything is normal fine love you all

  • @GobindaBaruah-ls8ml
    @GobindaBaruah-ls8ml19 күн бұрын

    Ai2 konkhn xongbidhan t likha kotha o.

  • @manabsarma1548
    @manabsarma154819 күн бұрын

    Aito aru kotha ne..manoh he..duty timet je tik tok bonai khibore son duty kori thake..khibork age oliyaba lage

  • @user-lf5de7so9p
    @user-lf5de7so9p20 күн бұрын

    Joy Zubeen da ♥️💫

  • @MoonBora-ni1mc
    @MoonBora-ni1mc19 күн бұрын

    Ata Haru kotha k loi Kiya Sespend koribo lge ghuskhur r bhurok Ako nkore

  • @anandthapa9511
    @anandthapa951120 күн бұрын

    Jubin Da .....love u xo mch .....ur wosom

  • @trishnadeka3640
    @trishnadeka364020 күн бұрын

    Mi vabu a2 oporahd nahoi eyat koi bhut dangar joganaa kam kre asia asamia xiburr sakrer pora uleyai deok

  • @pall3256
    @pall325619 күн бұрын

    Police holew tekhet agoraki manuh hoi... So imosn... Bula bstu Tu... Thkibo a...

  • @MammaToy
    @MammaToy19 күн бұрын

    পুলিচৰ ড্ৰেচত আৱেগিক হৈ সাৱটি ধৰি চুমা খোৱা পুলিচৰ ৰোলত নপৰে, তেওঁলোকক এনেবোৰ নকৰিবলৈ Training দিয়া থাকে। ভুল কৰিছে বাৰু কিন্তু পুনৰ এনে ভুল নকৰিবলৈ সকিয়াই দি সামান্য দৰমহা কাটি চাকৰিত যোগদান কৰিবলৈ দিয়ে যেন।

  • @bnjn5135

    @bnjn5135

    19 күн бұрын

    তৈ উকিল নেকি কিয় কাতবা লাগে দৰমহা ।

  • @MammaToy

    @MammaToy

    19 күн бұрын

    @@bnjn5135 পুলিচৰ ৰোল আছে ।

  • @TheTridiba

    @TheTridiba

    18 күн бұрын

    পুলিচৰ সাজপোছাক পিন্ধি Reel/shorts বনাই পইছা ঘটি থকা সকলক আপুনি কি বুলি ক’ব?তেওঁলোকৰ বাবে কিবা লিখা আছেনে আপোনাৰ rule book ত

  • @bnjn5135

    @bnjn5135

    18 күн бұрын

    @@TheTridiba সঠিক কথা কৈছে আপুনি সিবিলাক দেখা নাপায় ।

  • @MammaToy

    @MammaToy

    18 күн бұрын

    @@TheTridiba তেওঁলোকৰ ভিডিঅটো এনেকুৱা কমেন্ট দিয়া আছে। এইবোৰ পুলিচৰ Terminology ত নপৰে। আৰু এইবোৰ মোৰ ৰোল নহয়, সাংবিধানিক ৰোল। কোনো পুলিছে ঘোচ লোৱা,ৰিল বনোৱা,সাধাৰন মানুহৰ লগত হলি গলি কৰা,আৱেগৰ বশৱৰ্তী হৈ ডিউটিৰ সময়ত নিজৰ পৰিয়ালৰ বাদে বেলেগ মানুহক গবা মাৰি ধৰা,চুমা খোৱা, হহাঁ বা কন্দা , ডিউটিৰ সময়ত ফটো মাৰি ভিডিঅ বনাই চʼচিয়েল মেডিয়াত আপলোড কৰা আদিবোৰ বেন কৰা আছে।

  • @blueleagendff5225
    @blueleagendff522520 күн бұрын

    Well done by the police department.

  • @nikitadeka7587
    @nikitadeka758718 күн бұрын

    Plz continue her job.

  • @rajamin2
    @rajamin219 күн бұрын

    ❤❤❤😢😢❤❤

  • @mantudas7796
    @mantudas779615 күн бұрын

    নিলম্বন নকৰিব sir

  • @jutikapathak1350
    @jutikapathak135020 күн бұрын

    Lov u zubeen da aro moi maina jonik aoni gan xikhbo lgibo mor hopon ase

  • @abinashbora7305
    @abinashbora730519 күн бұрын

    গুচ খালে নিলম্বিত নহয়.

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum782212 күн бұрын

    Jubin character is doubtful

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln15 күн бұрын

    দিন দুপৰতে,,, পাব্লিকক শাৰাশাস্তি কৰা,, আৰু মদাহী ঘোচ খোৱা কিটাক দেখি নেপাই নেকি????

  • @user-kn8il1vr3hmrtiku99
    @user-kn8il1vr3hmrtiku9920 күн бұрын

    Jubin daa jindabad

  • @parthadas1533
    @parthadas153315 күн бұрын

    কেলে নিলম্বন কৰিব লাগে। জুবিন গাৰ্গ মানুহ হে হয় অসুৰ নহয়।

  • @rahulali1709
    @rahulali170919 күн бұрын

    Zubin da❤❤❤❤

  • @ankisvlogs5561
    @ankisvlogs556119 күн бұрын

    আৰক্ষী সকলোঁ মানুহ এ হয়

  • @tarubaruah4062
    @tarubaruah406216 күн бұрын

    Hosakoi aikhon Assamot okonman abegig hoi ajon val loga gayokok mrom jonuwatu opradh hobo parena ghur opradhai hari jai ki hol manuhor monbur Asorit

  • @bhairabideka2023
    @bhairabideka202318 күн бұрын

    এইটো একো ডাঙৰ কথা হোৱা নাই ।এয়া কেৱল ভালপোৱা মৰম 😊

Келесі