Abhi-Neel waterfall or kangthi Langso waterfall, Karbi Anglong - ইয়াতে ঘটিছিল ঘটনা টো

#waterfall #assamese #dimpubaruah

Пікірлер: 1 900

  • @jyotirmoybaruah9845
    @jyotirmoybaruah984514 күн бұрын

    Dimpu দাৰ বিয়া ২০২৪ ৰ নৱেম্বৰত, কইনাজনী আমাৰ ওচৰৰ কাৰণে গম পাইছোঁ । Privacy maintain কৰি বিয়া ঠিক কৰিছে । কেৱল মৃন্ময়, মহন্তই হে জানে friend circle ৰ ভিতৰত। Congratulations 🎉👏❤

  • @gloryworld326

    @gloryworld326

    14 күн бұрын

    Bow jonir naam Saini Devi hoi

  • @user-pf2mz8gi8i

    @user-pf2mz8gi8i

    14 күн бұрын

    Kot ghr

  • @gloryworld326

    @gloryworld326

    14 күн бұрын

    ​@@user-pf2mz8gi8iDarrang t

  • @hridaydas9105

    @hridaydas9105

    14 күн бұрын

    Barpeta road or

  • @gloryworld326

    @gloryworld326

    14 күн бұрын

    ​@@user-pf2mz8gi8iDarrang t

  • @satyajitsaikia631
    @satyajitsaikia63114 күн бұрын

    মনত পৰিলে আজিও মনটো সেমেকি যায় 💔 আশা কৰোঁ কাৰো লগত কেতিয়াও যাতে তেনে অৱস্থা নহয় 😞

  • @saveforest442

    @saveforest442

    14 күн бұрын

    মোৰ এতিয়াও চকু পানি ওলাই সেই ঘটনা ৰ /ভিডিও তো ৰ কথা মনত পৰিলে। 😢

  • @bbsgaming5156

    @bbsgaming5156

    13 күн бұрын

    আমি অসমীয়া বুলি বাৰে বাৰে কৈছিল যে

  • @user-zz1fx8yr5m

    @user-zz1fx8yr5m

    12 күн бұрын

    Dada ghatana to no ki??

  • @exortic6627

    @exortic6627

    12 күн бұрын

    ​@@bbsgaming5156oi johora yate hahibo loga ki kotha hol maksudu

  • @bbsgaming5156

    @bbsgaming5156

    12 күн бұрын

    @@exortic6627 oh sorry bhai striker bhul hol khong uthileu olop vadra hoba dei

  • @prafulladas6597
    @prafulladas659714 күн бұрын

    অন্ধ বিশ্বাসৰ বলি হৈছিল আজিও বহু ঠাইত চলিয়ে থাকে বহুতকে বিশ্বাস কৰা দেখা পাওঁ । 😢 ড° বিৰুবালা ৰাভাই তাৰেই সংগ্ৰাম কৰি আমাৰ মাজৰ পৰা চিৰবিদায় ললে।

  • @mausamlahkar7831

    @mausamlahkar7831

    11 күн бұрын

    kzread.info/dash/bejne/h4aG0MushqWncqw.htmlsi=gz_fKaEJH2vJpr5R kene hoise jonabo

  • @hingchongengti1616
    @hingchongengti161613 күн бұрын

    Thats not Abhi Neel Waterfall for your kind information. It is called KANGTHILANGSO. Please let the name be not changed.

  • @Mr.Random501

    @Mr.Random501

    6 күн бұрын

    Right 👍

  • @user-ol8ze4yd2x

    @user-ol8ze4yd2x

    2 күн бұрын

    Ng ka churi lilo la k

  • @joiiaxom885

    @joiiaxom885

    5 сағат бұрын

    i hope your dreams come true. This is Abhi Neel Water fall. assam always remember bro you. Dokaiti

  • @KiranDoley-nu8du
    @KiranDoley-nu8du14 күн бұрын

    CSK hari juwar babe kar kar monot dukh lagil 😢😢

  • @uddiptasarma4704

    @uddiptasarma4704

    14 күн бұрын

    I am RCB fan but sad for MSD

  • @FunnyShortsVikashBhai

    @FunnyShortsVikashBhai

    14 күн бұрын

    Me

  • @Hill_gamer823

    @Hill_gamer823

    14 күн бұрын

    Me

  • @seemaseemabora6509

    @seemaseemabora6509

    14 күн бұрын

    mur

  • @mondipdoley1134

    @mondipdoley1134

    14 күн бұрын

    vale lagise 😅

  • @sagarikachoudhury5428
    @sagarikachoudhury542814 күн бұрын

    গৰমৰ পৰা ৰক্ষা পাবলৈ সকলো গছৰ পুলি ৰোৱক ❤❤❤❤

  • @prafulladas6597

    @prafulladas6597

    14 күн бұрын

    Current bill komabo karone bisoni marok gosor tolot bohok ( যোৱা বছৰৰ hit news আছিল দেই তাকেহে কৈছোঁ )

  • @barunbasumatari9252

    @barunbasumatari9252

    14 күн бұрын

    Ji he rood moi jowakali poduna roi dselu aji murogi goise 😮😂

  • @bass99fflover39

    @bass99fflover39

    13 күн бұрын

    😊tvf

  • @usar457

    @usar457

    13 күн бұрын

    aru Jodi Anytime Ac r bhitorot thake tente Nohobo loga Manuh r bemar bilak Barih Jabo so..Natura r logot thaka Practice kora survive kora bhal...so Gos besi loguwa bhal

  • @Raktimeditz1

    @Raktimeditz1

    12 күн бұрын

    Good decision❤

  • @kiddingandlearning5638
    @kiddingandlearning563813 күн бұрын

    আপোনাক অসমৰ মানুহে ইমান মৰম দিছে৷ আপোনাৰ Video সৰু বা ডেকা ল'ৰা ছোৱালী বেছি চায়৷ যি দিম্পু কয় তাক কৰিব বিচাৰে৷ আপুনি কিয় যোৱা খেলৰ Advertisement কৰিব লাগে. ভাল নালাগে৷ যোৱা মানে গুচি যোৱা কোনেও এনেই পইছা কাকো নিদিয়ে

  • @LvlyTabbu
    @LvlyTabbu14 күн бұрын

    ইমান ধুনীয়া সুন্দৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক 🙏♥️

  • @gargidas7970

    @gargidas7970

    13 күн бұрын

    ❤❤

  • @INGTI77
    @INGTI7714 күн бұрын

    Kangthilangso will be Kangthilangso. Nobody can change its name. If then we need to change Raha name too . Where our sister Sumila Ronghangpi was raped and burned alive 😢😢. RIP

  • @monkathar

    @monkathar

    13 күн бұрын

    Right 👍

  • @ShreyanTalukdar

    @ShreyanTalukdar

    13 күн бұрын

    Correct

  • @MinTimung

    @MinTimung

    12 күн бұрын

    👍

  • @user-yv3fc1jp7m

    @user-yv3fc1jp7m

    11 күн бұрын

    👍 right

  • @bonmilirterangpi9776

    @bonmilirterangpi9776

    9 күн бұрын

    Yeah that's true

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b14 күн бұрын

    ঠাই খন দেখি আকৌ অভি আৰু নীলৰ দ্বাৰা বাৰে বাৰে হত্যাকাণ্ডৰ সংঘটিত কৰা মানুহ বোৰক কোৱা কথা বোৰ মনট পৰি গৈছে " আমি অসমীয়া এয়া চাওক মই বাঁহী বজাব ও জানো!" তেওঁলোকৰ কথা, কান্দি কান্দি কৰা অনুৰোধ প্ৰত্যাখান কৰি খোচি মাৰি হত্যা কৰি আসুৰিক আনন্দ লাভ কৰিছিল মানুহ নামৰ অসুৰবোৰে।সেই হত্যাকাণ্ডৰ পিছত ভাবিছিলো আকৌ যাতে এনেকৈ মৰেল পুলিচৰ দ্বাৰা নিৰপৰাধী লোকৰ হত্যা আৰু নহক কিন্তু আকৌ আমাৰেই যোৰহাটত সেই ঘটনাৰ দৰে অনিমেষ ৰ হত্যা হৈছিল।বৰ দুখ লাগে এইবোৰ শুনি বা দেখি। কেতিয়াবা নিজকে প্ৰশ্ন সোধো আমি সঁচাকৈয়ে জীৱ‌ শ্ৰেষ্ঠ জানো। কেনেকৈ আজিকালি হাঁহ কুকুৰা মৰাদি মানুহ সহজতেই মাৰি দিব পাৰে। আকৌ যাতে এনেকুৱা নহয় তাকেই কামনা কৰিলোঁ। মানুহৰ মাজলৈ মানৱীয়তা ঘুৰি আহক।

  • @redmdoodle9153

    @redmdoodle9153

    14 күн бұрын

    😔😔অনিমেশ

  • @user-uq1eo1kt9b

    @user-uq1eo1kt9b

    14 күн бұрын

    হয় অনিমেষ হ'ব লাগিছিল। শুদ্ধ কৰি দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @redmdoodle9153

    @redmdoodle9153

    14 күн бұрын

    @@user-uq1eo1kt9b 👍🏻

  • @boombam2187

    @boombam2187

    14 күн бұрын

    বুকু কপি জাই মৰ😢

  • @Orewa_Luffy321

    @Orewa_Luffy321

    13 күн бұрын

    Muru bohot dukh lge kotha bur bhabile..😭

  • @Parthapratim93
    @Parthapratim9314 күн бұрын

    অবিশ্বাস্য নৃশংস জীৱন জীয়াই থাকা আহ্বান চেষ্টা কৰিছিল তেওঁলোকে কিন্তু অভি নীলৰ নাম শুনিলেই আজিও অসমীয়াৰ তেজ গৰম হৈ আহে ।

  • @jirlongkipator767
    @jirlongkipator76713 күн бұрын

    Welcome to karbi anglong dimpu daa... Some people remember kangthi langso for that bad memories.... but it's not a communal fight... we are all brother.... and those evil people are punished.... so let's extend our brotherhood toward each other...

  • @redmdoodle9153
    @redmdoodle915314 күн бұрын

    Abhi nil r kotha মনত ajio bohut kosto hoy 😢😢😢

  • @zakiesvlog1005

    @zakiesvlog1005

    13 күн бұрын

    Xosake dei

  • @USELESS_ABHI
    @USELESS_ABHI14 күн бұрын

    আজিও অভি নীলৰ কান্দোন আৰু আমি আচল অসমীয়া আৰু গগনা পাত ওলাই দিয়ক বজাই দিম কোৱা কথা পাহৰা টান।।।

  • @AKvideoCreation361

    @AKvideoCreation361

    4 күн бұрын

    Tumaluke amar karbik namara k ase ne😢😢😢

  • @dipumpbora7904

    @dipumpbora7904

    4 күн бұрын

    @@AKvideoCreation361 কেইটাক এনেকৈ মাৰিছে অলপ দেখাই দিব নেকি ,

  • @barnalidas211
    @barnalidas21110 күн бұрын

    Bhut beya lage aii ghotona to mnt prile 😭😭... Aii thai khini bhut voi lge 🥲🥲🥲

  • @mangalsingronghang1616
    @mangalsingronghang161614 күн бұрын

    Dimpu da karbi anglong loi most welcome. Ajar apuni ji bater Kathi langso saboloi goise hei bator ajar phul phuli thoka thai konote mor Ghor. Moi bortoman kormor hotre Bangalore asu. But upunar volgor hohaiot mur Nijor Thai khon dekhi bohut bhal lagil. Thank you so much dimpu da.

  • @teenaslife9700
    @teenaslife970012 күн бұрын

    আমাৰ ঘৰৰ ওচৰতে বন্ধৰ দিনত প্ৰায়ে গৈ থাকোঁ। কাৰ্বি আংলংৰ প্ৰত্যেকটো জলপ্ৰপাত বৰ ধুনীয়া।

  • @riderdeep1681

    @riderdeep1681

    11 күн бұрын

    Hoi ne

  • @Pinku00712
    @Pinku0071214 күн бұрын

    Ac 5000 Toka khoroj korat koi 5000 tokar gos puli rule.....bayu u val hb aru thnda u poribo aji kali rastar datit gosor sa dekhibo puwa njai...so...ac bad di gos puli logauk ❤❤

  • @j.ngamer3.0

    @j.ngamer3.0

    14 күн бұрын

    Right 👍👍 good thought ❤❤

  • @jitjyoti4612

    @jitjyoti4612

    14 күн бұрын

    Good 👍

  • @ridipvlogsyt8550

    @ridipvlogsyt8550

    14 күн бұрын

    Salute vai tumak

  • @babankalita2253

    @babankalita2253

    14 күн бұрын

    Gd thinking

  • @arupvlog2718

    @arupvlog2718

    14 күн бұрын

    Great

  • @karinasaikia1549
    @karinasaikia154910 күн бұрын

    আজিও মনত পৰিলে কপিঁ উঠো, সেই অভিশপ্ত দিনটোৰ কথা😢।

  • @birenvlogs9051
    @birenvlogs905114 күн бұрын

    Thank you for exploring Karbi Anglong waterfall... Welcome to Karbi Anglong

  • @mr.prince9937
    @mr.prince993714 күн бұрын

    Dimpu da এই কেইদিন‌ মান আগতে আমৃত বৃক্ষ ৰোপন হৈ গৈছিল তাত বহুত মানুহে গছ ৰোইছিল সেই গছ বোৰ কি মানুহে চোৱা-চিতা কৰা নাছিল নিকি সেই গছবোৰ চোৱা-চিতা কৰা হলে আজি এই গৰম মানুহে সজ্য কৰিব লগা নহ'ল হেঁতেন dimpu da আপোনি ইয়াৰ‌ ওপৰত এটা ভিডিঅ' বনাওক অসম বাসীক সজাগ কৰক গছ ৰোপন কৰিবলৈ কওক নহ'লে দিনক দিনে এই গৰম বৃদ্ধি পাব । গছ থাকিলেহে মানুহ জীয়াই থাকিব মই অনুৰোধ কৰিছোঁ যে আপুনি এই গছ ৰোপন কৰা কামতোৰ ওপৰত কিবা ভিডিঅ' এটা কৰক নহ'লে আমাৰ মূখ্যমন্ত্ৰী হীমন্ত বিশ্ব শৰ্মা দেৱক জনাওক ।

  • @Mrrajavlogerboy

    @Mrrajavlogerboy

    13 күн бұрын

    Bhy kajiranga juwa mojh thunda ata pori ase😁😁kali goi ahilu

  • @deadman000
    @deadman00014 күн бұрын

    সেই দুর্ঘটনাটোৰ পৰাই কাৰ্বি আংলং আৰু তাৰ মানুহবোৰৰ আচল চেহেৰা গম পোৱা গ'ল। মানুহৰ মুখা পিন্ধি যে তাত এচাম নৰভক্ষী জীৱ জীয়াই আছে তেতিয়াই গম পোৱা গ'ল।

  • @jayantadeka2059

    @jayantadeka2059

    13 күн бұрын

    সকলো একে নহয়

  • @ranineog2827

    @ranineog2827

    13 күн бұрын

    Hoi

  • @user-ke1tc3ux1m

    @user-ke1tc3ux1m

    13 күн бұрын

    Jonggholi mnh ase tat

  • @NoobGaming-ne3jh

    @NoobGaming-ne3jh

    13 күн бұрын

    Trible manu mon vall sidha tu sidha hei2 hosa kotha

  • @deadman000

    @deadman000

    13 күн бұрын

    @@NoobGaming-ne3jh মন ভাল কাৰণে ল'ৰা দুটাক মৰিয়াই মাৰিলে কেলা?

  • @axomrahul4638
    @axomrahul463810 күн бұрын

    অভি নিল ৰ ঘটনা টো পাহৰিলে নেকি। গাৰ নোম শিহৰি উঠা অতি দুখময়- মৰ্মন্তিক সেই ঘটনাটো আজিও মনত পৰে😭😭😭।

  • @RiptickHazarika
    @RiptickHazarika9 сағат бұрын

    dusoku usupi uthil aji.. bohut miss korisu dadak.. tumi jotei asa vale thaka😔🥺🥺🥺

  • @RohonRongpi-sf7mm
    @RohonRongpi-sf7mm7 күн бұрын

    Bhai hokol jatir kotha botnam nokoribo karbi anglong manu nisina bhal napabi i love karbi anglong ❤❤❤❤

  • @tikharabha9088

    @tikharabha9088

    4 күн бұрын

    Abhi newl k kiyo khale tente

  • @pritomengti9015

    @pritomengti9015

    4 күн бұрын

    Puja kurim niki

  • @kukurikonagamer9864

    @kukurikonagamer9864

    4 күн бұрын

    ​@@tikharabha9088sumila ronghangpik kio marili tente ??

  • @Bappa794

    @Bappa794

    4 күн бұрын

    ​@@pritomengti9015eneka mentalityr karone e tohote bahirot maar khao.... Aru khai thakibi... Be civilised... Learn to live peacefully... Its one land... One nation... One species...

  • @pritomengti9015

    @pritomengti9015

    4 күн бұрын

    @@Bappa794 ki koi be mentality Judi tumar gaot chil flicker ahile ki kuraba ko son aru hinta aha time oh chil flicker buli pura famous asile to etu time ot kunba unknown person goat ahile ki bule bhabi bo ko sun

  • @Terang443
    @Terang4435 күн бұрын

    Spread love and peace, Dear educated Dimpu Da

  • @Bappa794

    @Bappa794

    4 күн бұрын

    True.... So why don't you Start from your people...??? You guys harass the non karbis residing at Karbi Anglong.... Can you disagree???? No.... Be civilised... Learn to live like one species... One land.... One nation... One species

  • @waisongterang1212
    @waisongterang12123 сағат бұрын

    Tqsm bro karbi anglong Ane keliye❤🎉🎉😊

  • @MmunuMousumi
    @MmunuMousumi9 күн бұрын

    কেতিয়াও পাহৰিব নোৱাৰা এক ঘটনা অভি আৰু নীলৰ আত্মাই চিৰ শান্তি পাওঁক ... আজি ও চকু সেমেকি গৈছে সেই ঠাই খেনি দেখা পাই

  • @hiraksaikia7082
    @hiraksaikia708214 күн бұрын

    দুজন ল'ৰা হেৰুৱায় দিয়া ঘৰ দুখনৰ বাহিৰে সঁচা কষ্ট কি কোনোৱেই নুবুজিব। কেইটামান বছৰৰ পাছত হয়টো মুকলি হৈ অহা সেই অসুৰ হতে সেইটো তিনিআলিতে আড্ডা মাৰিব।

  • @Amlan777

    @Amlan777

    13 күн бұрын

    xei asor keitat langta kri piece piece ke katibo lage

  • @Angthek

    @Angthek

    12 күн бұрын

    We will never forget too Incident happened in roha 😢 Rip, sumila abhi & neel

  • @deepjyotigogoi2569
    @deepjyotigogoi256914 күн бұрын

    এটা মানুহ মাৰি দিয়া পাছত যদি তেওঁ সচাকৈ মৰা বা মাৰিছে মানুহজক গতিকে তেওঁকো জীয়াই থকাৰ অধিকাৰ দিব নালাগে সেইয়া জোনেই নহওক কিয় জেললৈ নিব নালাগে।।

  • @sabitrisvlog721
    @sabitrisvlog72113 күн бұрын

    খুব ভাল লাগিছে ভিডিঅ'টি চাই ❤❤❤ বেয়া লাগিছে অভি - নীলৰ সেই জয়াল ঠাইখিনি দেখি 😢 দুয়োৰে আত্মাই শান্তি ভাল কৰক 🙏🙏🙏 লভগৱা 10:42 10:42 10:42 10:42 ন ওপৰত প্ৰাথনা কৰিছোঁ 🙏 10:42

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass878814 күн бұрын

    ABI & NIL DA JOTE ASE BHALE THAKOK 😢🙏🙏❤️❤️😔😔

  • @SoumyarajkonwarAnkon

    @SoumyarajkonwarAnkon

    14 күн бұрын

    Ki ghotna hoisil baru

  • @chinmoykalita..darrang.ass8788

    @chinmoykalita..darrang.ass8788

    14 күн бұрын

    @@SoumyarajkonwarAnkon 😒

  • @user-tz8ju7od2s
    @user-tz8ju7od2s12 күн бұрын

    Karbi anglong Aisa mat bolna Karbi anglong bahut Achcha hai theek hai Karbi anglong long live 💓👈🏼

  • @Dipika498
    @Dipika49814 күн бұрын

    Dimpu da tumi 🔥 Bhelughat waterfall aru Akashiganga waterfall u ase Karbianglong ot

  • @moodyvibesfeelings

    @moodyvibesfeelings

    7 күн бұрын

    Koka waterfall o ase batlok waterfalls o ase

  • @Harbeswarvlog
    @Harbeswarvlog14 күн бұрын

    Love from Karbi Anglong Dimpu da ❤❤

  • @DIPANKARDAS-pt5co
    @DIPANKARDAS-pt5co2 сағат бұрын

    Very very beautiful...

  • @NabajitLahkar-jd8et
    @NabajitLahkar-jd8et14 күн бұрын

    RCB Trophy bottom ❤️❤️

  • @himangshudutta4397

    @himangshudutta4397

    14 күн бұрын

    Rcb❤❤

  • @NabajitLahkar-jd8et

    @NabajitLahkar-jd8et

    14 күн бұрын

    @@himangshudutta4397 forever ♾️

  • @Prester.

    @Prester.

    14 күн бұрын

    BELIEVE ❤️

  • @NabajitLahkar-jd8et

    @NabajitLahkar-jd8et

    14 күн бұрын

    @@Prester. Yes ❤️

  • @n-ggaming7457

    @n-ggaming7457

    14 күн бұрын

    SRH is destroy RCB 🤣

  • @user-yh7ss8sy4p
    @user-yh7ss8sy4p14 күн бұрын

    Bhal lagi se nee dimpu daaa karbi angling ottt ahi waterfall bur bhal lagise sageee love from karbi anglong ❤❤❤😍

  • @MISINGLAND_RIDERS_2.0
    @MISINGLAND_RIDERS_2.02 күн бұрын

    Sabi de Tohot Dutha Ku Mari Pelabo Amar Tribal Manuhe Lots of Love from Karbi Anglong Taralangshu❤

  • @BidaBey-qu9yv
    @BidaBey-qu9yv13 күн бұрын

    Welcam to karbi anglong kangthi langso waterfall ❤❤❤

  • @nayanmoninath9416
    @nayanmoninath941614 күн бұрын

    Moi apunak bohut val paw i love you dimpu da 💓💓💓💓

  • @labanyadeka3221
    @labanyadeka322114 күн бұрын

    Ac loguwa rr kotha kole je gos loguwar kotha kio kobo nuware, gos logabo sobei🙏

  • @mjassam5512

    @mjassam5512

    14 күн бұрын

    Jana a jodi kio nologowa

  • @labanyadeka3221

    @labanyadeka3221

    14 күн бұрын

    @@mjassam5512 moi logai aso ne tumi jana nki ??aibilk reply beleg tt dibo mur comment tolot nohoi

  • @mjassam5512

    @mjassam5512

    14 күн бұрын

    Kunba dina gos Puli ruwar karone FB instat post kori paisa

  • @labanyadeka3221

    @labanyadeka3221

    14 күн бұрын

    @@mjassam5512 oii nije ro bujiso fb instra tt diyar ki dorkar

  • @deepboro309

    @deepboro309

    14 күн бұрын

    Xai bor kobo loga kotha nki neji neji goj rupon koribo lage

  • @user-sh7dq6gv5m
    @user-sh7dq6gv5m14 күн бұрын

    Thank u Dimpu da Howraghat অহাৰ কাৰনে🥺🙏❤️❤️

  • @bijusaikia-eb1gi
    @bijusaikia-eb1gi2 күн бұрын

    Dimpu da apuni jdi kanthi langso ahisil kbo lgisil ako agor video tut amar eyar pora besi dur nhoi bhut bea paisu dei ❤😢😢

  • @bijoypator12
    @bijoypator1214 күн бұрын

    Dimpu দাদা মই কাৰ্বি আংলং জিলাৰ হয়।আপোনাৰ video চাই ভাল লগে

  • @Amlan777

    @Amlan777

    13 күн бұрын

    Nijor manuh mara jila hoi karbi anglong.. jabor jila

  • @busonlekthe-bn4fh
    @busonlekthe-bn4fh13 күн бұрын

    it's kangthi langso not abhe neel

  • @anup9523
    @anup952310 күн бұрын

    Ataa pahoribo nuwara gotona Nil Abhi., etiyao mon tu hemeki uthe., najao diyok taloi,

  • @Monjitdibragede-xn6sx
    @Monjitdibragede-xn6sx14 күн бұрын

    Aji Sunday dina ahilw aru besi dekhile hoi monuh love from karbi anglong assam ❤

  • @AnkurJoyti123
    @AnkurJoyti12311 күн бұрын

    অভি-নীল বুলি কলে আজিও বুকু খন বিষাই দু-চকু সেমেকি উঠে😰

  • @AnupKalita123
    @AnupKalita12314 күн бұрын

    RCB jikar babe kar kar Val lagise❤❤❤

  • @Facts_Brack

    @Facts_Brack

    14 күн бұрын

    Go back😂😂

  • @nitindas2643
    @nitindas264314 күн бұрын

    Next level love from Assam India ❣️

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd14 күн бұрын

    অভিজিতৰ ঘৰৰ ওচৰতে থাকো সিহতৰ বিলদিংটো দেখিলে তাৰ লৈকে বহুত মনত পৰে। ইমান ডাঙৰ বিলদিংটোত মাক দেউতাক অকলে থাকে। চয়মাইল নাগালেণ্ড হাউচৰ ওচৰতে।

  • @RajuKhanvlogs-yt4gh
    @RajuKhanvlogs-yt4gh14 күн бұрын

    Dimpu u ar the best vlogger

  • @Piwalah9
    @Piwalah914 күн бұрын

    Dimpu dar babe eta like ❤❤

  • @Nilimakumbang
    @Nilimakumbang10 күн бұрын

    Moi katiyaw najaw hei thailoi..dukh lage aru tar manuhburo k dekhilei mur kiba ata nagative thinking ahi jai.. Miss you abhi aru neel❤❤❤

  • @user-fs2lc6cj1f
    @user-fs2lc6cj1f12 күн бұрын

    নিল দা অভিজিত দাৰ কথাটো মনত পৰিলে বুকখন বিষাই জাই

  • @user-vf4nq1vb1t
    @user-vf4nq1vb1t14 күн бұрын

    Nice video achha laga achha laga

  • @LoknathBhuyan-jo8ge
    @LoknathBhuyan-jo8ge14 күн бұрын

    Wow so nice 🎉🎉🎉

  • @heytapash767
    @heytapash76714 күн бұрын

    Abhi nil da r kotha kow te mur tu gaa tu kopi goise 😭❤

  • @KRC123
    @KRC12314 күн бұрын

    Welcome to Karbi Anglong Dimpu da ❤

  • @lxurang3395
    @lxurang339514 күн бұрын

    যি ঘটনা হোৱা এদিন হবই আৰু সেই ঘটনা দেশ জোঁকাৰিবৈ তাত কোনো ভগৱান ৰখাব নোৱাৰে।😥😢😢😢

  • @RimjimKonwar-xx7dm
    @RimjimKonwar-xx7dm14 күн бұрын

    _Nice Dimpu Da ❤️_

  • @mayuriduarah6815
    @mayuriduarah68154 күн бұрын

    আজিও মনত আছে অভি - নীল ৰ সেই দিনটো (8 জুন)।

  • @nitusworld5887
    @nitusworld588714 күн бұрын

    ঠাইখন দেখি গা মূৰ শিয়ৰি উঠিছে । সেই ঘটনা‌টো কেতিয়াও পাহৰিব নোৱাৰি ।

  • @travelingpritom2207
    @travelingpritom220714 күн бұрын

    We want justice for LT sumila ronghangpi and LT Rahul rongpi ⚖️⚖️✊✊

  • @ZenoGamer444

    @ZenoGamer444

    14 күн бұрын

    We assamese ppl dont got justice bro ...how can u expect from us

  • @intothenature9726

    @intothenature9726

    13 күн бұрын

    ​@@ZenoGamer444🤡

  • @ZenoGamer444

    @ZenoGamer444

    12 күн бұрын

    @@intothenature9726 oh ur clown good 👍

  • @ellorapachaua7822

    @ellorapachaua7822

    9 күн бұрын

    ​@@ZenoGamer444Atleast they weren't raped and got burnt alive

  • @hemvlogs2910

    @hemvlogs2910

    5 күн бұрын

    Sumila Ronghangpi was raped and burned alive at Roha, Nagoan by the Borthakur's family. We want justice for our sister.

  • @hiranyadoley3247
    @hiranyadoley324714 күн бұрын

    RCB button ✅

  • @manabmedhi-dz5hh
    @manabmedhi-dz5hh14 күн бұрын

    Love from karbi anglong hawraghat beloguri ❤

  • @HarmonLyrics24
    @HarmonLyrics2414 күн бұрын

    Welcome to Karbi Anglong 😊❤ nice vlogs never give up 👍

  • @user-uj6gq6vd8t
    @user-uj6gq6vd8t14 күн бұрын

    Video tu sai abhi daa aru neelpa daa monot pori gol 😢

  • @samokangraijagra

    @samokangraijagra

    5 күн бұрын

    😂😂😂

  • @uditffsus5186
    @uditffsus518614 күн бұрын

    Dimpu ❤dah ❤

  • @krodhirongpi6451
    @krodhirongpi645114 күн бұрын

    Dimpu da apunar video tu kitiya homoi miss nokuru.Love from karbi anglong.

  • @rajmodric123
    @rajmodric12314 күн бұрын

    Ami o goisilo aibr place tu val lge but manuh bor olp dengerous hoi

  • @n.pgaming6020
    @n.pgaming602014 күн бұрын

    RCB jikar babe kar bohut val lagise ❤

  • @premataid4894
    @premataid489414 күн бұрын

    Srh karne like kra 🏏🏏🏏

  • @ankurdas3718

    @ankurdas3718

    7 күн бұрын

    Dil se srh😍🥰

  • @chinmoy_07
    @chinmoy_0714 күн бұрын

    Dimpu da Tumi dekhun bor dhuniya gan guwa😊...

  • @akhoysona5384
    @akhoysona53842 күн бұрын

    আপুনি এবাৰ দাদা kakochang water fal আহিব

  • @3dBishnucreation684
    @3dBishnucreation68414 күн бұрын

    RCB jikar karone kar kar montu vl lagise

  • @lfran__vlogs_as0433

    @lfran__vlogs_as0433

    14 күн бұрын

    Bea lgisa

  • @user-ot6kb8wq4v

    @user-ot6kb8wq4v

    14 күн бұрын

    Mur lagise

  • @protikmogar938

    @protikmogar938

    14 күн бұрын

  • @pranjitnixasor15

    @pranjitnixasor15

    14 күн бұрын

    Rcb ❤

  • @niranjanofficial7203

    @niranjanofficial7203

    14 күн бұрын

    Mur 😊 vl lgise

  • @MainaTaye-eo2ms
    @MainaTaye-eo2ms14 күн бұрын

    Mojja ❤dhemaji

  • @UttamVlogsB
    @UttamVlogsB14 күн бұрын

    Love from Assam BTR Basugaon ❤

  • @RupjyotiSarma2023
    @RupjyotiSarma202312 күн бұрын

    Axomiya r ostitto xeidinai hekh hoisil jidina dujon lorai axomiya buli sinaki di mori gol😢😢😢😢

  • @fitness-king-9889
    @fitness-king-988914 күн бұрын

    First comment in the video

  • @Giiitartha
    @Giiitartha14 күн бұрын

    Bohut beya lage kotha tu vabile

  • @Indrojitjorhat
    @Indrojitjorhat14 күн бұрын

    Video tu sai bhal lagil Dimpu da at indrojit jorhat channel

  • @priyankamagar415
    @priyankamagar41514 күн бұрын

    Love from howraghat karbi anglong ❤

  • @denishdeka2.050
    @denishdeka2.05014 күн бұрын

    Abhi neel r ghotona tr pisat karbi anglong aru tar manuh burok kiba akhur akhur jen laga hol...jiman kolei xihtr proti sei mindset aru beya impression eta roie jabo .. so knoba jagat jdi kiba beya ghotona hoi tare local manuh bilake jenn kebal local manuhk support nkri jito xosa seitk support kre jen! Karbi anglong tu beya thai hisape kolonkito hol kintu axomor aru beleg thai jen eneke kolonkito nhoi!!

  • @ShreyanTalukdar

    @ShreyanTalukdar

    13 күн бұрын

    Nagaon ot 10 bosariya Karbi suwali Sumila ronghangpi k ghorot kerosene di joluwai diya hoise, amar tez gorom nohoi nki? Dekhan nki? Tat local manu gute axomiya borthakur ghorot thaki sile suwali joni ye, tetia Ami Gute Axomiya jaati tu kla kolong hol buli siurim thakim? Jot bostu tu beya hol tat Ami condemn kori bo lage, jaati naam loi ami generalised kora tu bohut beya, ek din axomot pora tenua k gute BARAK VALLEY eri jabo, sai thaka!

  • @bkmgaming3532
    @bkmgaming353214 күн бұрын

    Karbi anglong r pora kune kune sai asa like kori diya❤

  • @adityarongpi3436
    @adityarongpi343614 күн бұрын

    Dimpu da Welcome to Karbi Anglong ❤

  • @ankurtalukdar5186
    @ankurtalukdar518614 күн бұрын

    Finally Biyar khbr tu Palu Dimpur.. Congratulations🎉

  • @Ajayborman.
    @Ajayborman.14 күн бұрын

    দিমপু দাক জোনে জোনে ভালপাই please like কৰা ❤❤❤❤

  • @manobray9451
    @manobray94514 күн бұрын

    কাৰ্বি আংলং আমি ভাল নাপাও From Goalpara

  • @dikhadevi9218
    @dikhadevi921810 күн бұрын

    Welcome to karbi anglong dimpu daa 🥰

  • @BiplabDas-yo3wl
    @BiplabDas-yo3wl14 күн бұрын

    Mon mur uri gol nature dekhi 💚

  • @ankurzubeen1158
    @ankurzubeen115813 күн бұрын

    Sabadhan vai manuh khowa jagat goisa Val dore avoti aaha be careful

  • @mindersiemteron5438

    @mindersiemteron5438

    5 күн бұрын

    Manuh khowa jagat???? Hoi ne? Mukh ase buli g t nkobi.. Eyat sob somprodai manuhe bokhobakh kori ahi ase.. N for your kind information, Sumila Ronghangpi ejoni huru suwalir naam monot pore ne?? Raha ethait apunalukor homprodair ejonor ghorote taik whole body jolai disil.. Heitu ki Baru?? Tate ki ami Rahat soboke Manu Jolua bur buli kom nki?? Jot beya dekha Pau, condemn amiu koru, Tate jega loi soboke nokobo.. n beya manuhor kunu jati nai

  • @Ak_axom_YT
    @Ak_axom_YT14 күн бұрын

    Views pabole toi abhi Neel r photo logaiso.manuhe xeibur dukh phrise toi ako mnt pelaiso.

  • @KapilRajbongshi-kg4wg

    @KapilRajbongshi-kg4wg

    12 күн бұрын

    Oi Laura johorir soli

  • @mrinalmazumdar4752

    @mrinalmazumdar4752

    10 күн бұрын

    Bonaksuda buli kolu tok...

  • @holy361
    @holy3612 күн бұрын

    Really We are afraid to visit karbi anglong 😢i will never go there

  • @hopunmorisika8180
    @hopunmorisika81808 күн бұрын

    Bokakhatt ইয়াতকৈ ধুনীয়া ডাঙৰ জলপ্ৰপাত এটা আছে চাবাহি

  • @user-ahm.kigang
    @user-ahm.kigang14 күн бұрын

    first comment joldi joldi like kora 😂😂😅

  • @Kaushikeditzshorts
    @Kaushikeditzshorts14 күн бұрын

    Hitman ❤ Aru Mahi ❤ Aibar ipl arile😢😢😢

  • @ruponvlogs9904
    @ruponvlogs990414 күн бұрын

    Welcome to kangthilangso Dimpu da

Келесі