ভোট প্রদান কৰি প্রাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিস্ফোৰণ

ভোট প্রদান কৰি প্রাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিস্ফোৰণ
◼‘নগাঁৱত অসন্তুষ্ট পুৰণি বিজেপি কৰ্মী’
◼‘নতুনক অগ্রাধিকাৰ দি পুৰণিক পাহৰি যাব নালাগে’
#PratidinTime #assam #LokSabhaElection2024 #ElectionWithPratidinTime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম

Пікірлер: 276

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj18 күн бұрын

    সুৰেশ বৰা গৰুহাৰণ হাৰিব |

  • @pinkugoswami7448

    @pinkugoswami7448

    18 күн бұрын

    Um,Gaddari hindue kre muslime nkre je...

  • @DewanVlog22709

    @DewanVlog22709

    16 күн бұрын

    😂😂😂😂😂👍

  • @pratimagogoi7148
    @pratimagogoi714817 күн бұрын

    গোহাঁই ডাঙৰীয়া ঠিক কথা কৈছে । BJP দলটোৰ বাবে বহুত কষ্ট মাজৰে সাংসদ মন্ত্ৰী হৈছিল সভাপতি হৈছিল । অহংকাৰী মন্ত্রী কেইজন আতঁৰিব লাগিব । নহলে BJP বেয়া দিন সমাগত ।

  • @SAILENDRAPRASADGOSWAMI

    @SAILENDRAPRASADGOSWAMI

    17 күн бұрын

    Ako balor beya din nahe, Rajen oti dhuramdhar manuh

  • @banjitchangmai4047

    @banjitchangmai4047

    17 күн бұрын

    টো মূৰটো ,​@@SAILENDRAPRASADGOSWAMI

  • @ranjitduttaey3967

    @ranjitduttaey3967

    16 күн бұрын

    অহাংকাৰ এই পতনৰ মূল এইটো হবলৈ গৈ আছে বিজেপি ৰ ক্ষেত্ৰত, মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে কা আইন নিবিচাৰে কিন্তু আমাৰ মুখ্যমন্ত্ৰী য়ে কিয় নালাগে বুলি ক'ব নোৱাৰিলে তাক ৰাইজে চাই ভোট দিব গতিকে ৰাইজে বিৰুদ্ধী দলক আদৰি লৈছে প্ৰত্যেক মন্ত্ৰী নেতা ই মাত্ৰ মুদি মুদি কৰিয়েই থাকে দেশৰ উন্নয়ন নামত সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানী ছমজাই দি টকা আনি আঁচনি দিয়া টো চৰকাৰৰ উন্নয়ন বুলি ফিতাহি মৰা কথাত ৰাইজ ভূল নাজায় সেয়ে বিজেপি দলৰ বেয়া দিনৰ আৰম্ভ আৰু আচ্চা দিনৰ বিদায় দিব , জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ, জয় আই অসম

  • @user-or3dx5km8n
    @user-or3dx5km8n17 күн бұрын

    নগাঁৱত প্ৰদ্যুৎ বৰদলৈ খাটাং❤❤

  • @bishaldas3964
    @bishaldas396418 күн бұрын

    Bjp hataoo Desh bachao 🇮🇳

  • @gauravroy7807

    @gauravroy7807

    17 күн бұрын

    Andhabhakt ka population 100 cr h😅

  • @gauravroy7807

    @gauravroy7807

    17 күн бұрын

    Nahi hatega 😂😂

  • @avijitdas2328

    @avijitdas2328

    17 күн бұрын

    Bangladeshi hatao desh bachao

  • @mainaborah6592

    @mainaborah6592

    17 күн бұрын

    ​@@gauravroy7807is bar hat jayega bjp hat jayega gudi midi😂

  • @smali942

    @smali942

    17 күн бұрын

    ​@@gauravroy7807isme tere jaise Bangladeshi Bengali kitne hai?

  • @uttambhuyan6635
    @uttambhuyan663518 күн бұрын

    নগাঁও লোকসভা সমষ্টিৰ ( কিন্তু হাতৰ প্ৰতিক হে জয় হ'ব গৈ ( উপযুক্ত সংসদ বৰদলৈ অতি সকলো ফালৰ পৰা ই ( উপযুক্ত হয় মনৰ মানৱ পুৰুষ)

  • @LiaAoborpatragohain-ms8zp

    @LiaAoborpatragohain-ms8zp

    17 күн бұрын

    Proidyut Bordoli enon bor hanto monor odhikari, ahok Nogaon bakhi raij ami hokoluwe tewk suport koru🙏🏽

  • @thedarkhunter4805

    @thedarkhunter4805

    17 күн бұрын

    Seitu tu point but religion basis kre pelai sob borbad kre dile 😢 .. Aifale akou bjpr b team aiudf tu ata ketela pohu candidate de muslimr vote tu divide krebo bisarise btw ami gurisu vohut jagat muslim mnhu 70-75% inc sidot dese vuli hunisu atiya xomoir opekkhat

  • @bakulboruah2026
    @bakulboruah202617 күн бұрын

    গৌৰৱ গগৈ 2026 ৰ মূখ‍্যমন্ত্ৰী।কোনোবাই ইচ্ছা কৰিলে লিখি লব পাৰে।

  • @srigunajitsharma8282

    @srigunajitsharma8282

    17 күн бұрын

    Bhupen Bora a ghorar gha Kati asse neki . gourab Gogoi r cm hobale jogyata kiman asse

  • @Robdua1968

    @Robdua1968

    17 күн бұрын

    গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে তোমাৰ পৈত্ৰিক সম্পত্তি আধাখিনি লৈ লব। ঘৰ, অলংকাৰ,গাড়ী, ইত্যাদি।

  • @bakulboruah2026

    @bakulboruah2026

    17 күн бұрын

    ​@@srigunajitsharma8282গৌৰৱৰ যোগ‍্যতা সদনৰ যোগেদি সমগ্ৰ ভাৰতে দেখিছে।তোমালোকৰ মতেতো মঞ্চত চাপৰি বজাই বজাই নচা,গাড়ীৰ বনেটৰ ওপৰত বহি হাত জোকাৰি যাব পৰা জনেই মূখ‍্যমন্ত্ৰীৰ যোগ‍্য।

  • @bakulboruah2026

    @bakulboruah2026

    17 күн бұрын

    ​@@Robdua1968 তৰুণ গগৈ 15 বছৰ মূখ‍্যমন্ত্ৰী হোৱাৰ পাছতো ঘৰ বাৰী বুলি কবলৈ গুৱাহাটীত এডোখৰ সামান্য মাটি আৰু এটা সাধাৰণ ঘৰ।তোমালোকৰ মামীয়ে চোন ইখনৰ পাছত সিখন চাহ বাগিচা,প্ৰাইভেট হস্পিতেল,প্ৰাইভেট স্কুল-কলেজ,ৰিজৰ্ট,6/7 টা নিউজ চেনেল কিনি গৈ আছে।চকু মুদা কুলিৰ ভাও ধৰি নাথাকিবা,নহলে কোনোবা এদিন তোমাৰ নিজৰ মাটিও মামীৰ নামত হৈ যাব, গমকে নাপাবা।

  • @bijukumarmali8786

    @bijukumarmali8786

    17 күн бұрын

    Aru apuni mantri habo😂😂😂

  • @nishansarmah1318
    @nishansarmah131817 күн бұрын

    প্ৰদ্যুৎ বৰদলৈ জিনদাবাদ ❤❤

  • @dwaipayan13

    @dwaipayan13

    17 күн бұрын

    💩 haaron dibo

  • @KutubUddin-ur6gt

    @KutubUddin-ur6gt

    17 күн бұрын

    P bordoloi may be lost his seat.

  • @user-ht5eu8ol4j

    @user-ht5eu8ol4j

    17 күн бұрын

    Haron dibo letera😮😮😮

  • @thedarkhunter4805

    @thedarkhunter4805

    17 күн бұрын

    ​@@dwaipayan13 xomai kobo salfa tu jike ne bordoloi daa

  • @thedarkhunter4805

    @thedarkhunter4805

    17 күн бұрын

    ​@@KutubUddin-ur6gt xomai kobo dada salfa hare ne jike 😂😂

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam587017 күн бұрын

    100% right kotha prodout Bordoli zindabad Congress party zindabad

  • @user-ht5eu8ol4j

    @user-ht5eu8ol4j

    17 күн бұрын

    Produit hosake haribo 😊😊

  • @Savagehighlander
    @Savagehighlander17 күн бұрын

    হিমন্ত আৰু তাৰ গৰু কেইটা যত থাকিব এইটো দলে হাৰিব । গু হাৰন খাব ।

  • @jhoondeka8568
    @jhoondeka856817 күн бұрын

    প্ৰকৃত বিজেপি দলৰ এইসকল ব্যক্তি বৰ ভদ্ৰ, আৰু সহজ সৰল আছিল। দেখিলেই এওঁলোকৰ প্ৰতি শ্ৰদ্ধা জাগে।

  • @amarjoytidas8141

    @amarjoytidas8141

    13 күн бұрын

    হয়। এতিয়া অসম খোৱা বি জে পি

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw17 күн бұрын

    ❤❤❤ প্রদ্যুৎ বৰদলৈ জিন্দাবাদ❤❤❤

  • @rajibsaud3757
    @rajibsaud375717 күн бұрын

    গোঁহাইদেৱৰ কথাৰ পৰাই অনুমান কৰিব পাৰি যে প্ৰদ্যুৎ বৰদলৈদেৱ জয়ী হোৱাৰ সম্ভাৱনা অধিক। পুৰণি বহুসংখ্যক বিজেপিৰ সমৰ্থক যে এইবাৰ বিজেপিৰ লগত নাই সেইটো এতিয়া এনেবোৰ মন্তব্যৰ পৰাই সহজেই অনুমান কৰিব পাৰি।।

  • @prabhatroy4182

    @prabhatroy4182

    17 күн бұрын

    এই নওগাঁর সমস্টির কারণে বহুত কস্ট করিছে রাজেন গোহাই দেবে।

  • @user-is5ic2ee9q
    @user-is5ic2ee9q17 күн бұрын

    BJP বিদায় নিশ্চিত কেৱল সময়ৰ অপেক্ষা, AIUDF বিজেপিৰ বি টিম ও সহায়ক দল। Congress জিকা টো নিশ্চিত।

  • @srimanoranjanbarman5428

    @srimanoranjanbarman5428

    17 күн бұрын

    😂😂😂 7:02

  • @durlabhsaikia7779

    @durlabhsaikia7779

    16 күн бұрын

    Bjp joi hob

  • @user-is5ic2ee9q

    @user-is5ic2ee9q

    16 күн бұрын

    @@durlabhsaikia7779 বিদ্যুৎ বিল পাঁচ গুণ বৃদ্ধি, মাটিৰ খাজনা পাঁচ গুণ বৃদ্ধি, গেছৰ মূল্য তিনি গুণ বৃদ্ধি,মূল্য বৃদ্ধি আদিকে ধৰি ৰাইজৰ জীৱন ধ্বংস কৰি দিছে। বিজেপি মামাৰ সভাত নগণ্য মানু্হ লৈ নাচি নাচি গাই আছে।

  • @nayakinfo4613
    @nayakinfo461317 күн бұрын

    এটা কথা স্পষ্ট বৰ্তমান BJP দলত পুৰনা মানুহ নাই বুলিয়েই কব পাৰি অসমত বৰ্তমান BJP হ'ল কংগ্ৰেছ ৰ B TEAM, আগৰ কংগ্ৰেছ ৰ ভালেখিনি নেতা বৰ্তমান BJPত ৰাজনীতি কৰি আছে।ৰাজেন গোঁহাই দেৱে সুন্দৰ কথা কৈছে ।

  • @user-bg7dv7eu9d
    @user-bg7dv7eu9d17 күн бұрын

    ৰাজেন,গোহাঁই, বহুত কণ্ঠ কৰিছিল, পুৰনি বিজেপি দলৰ হৈ কাম কৰিছিল, বৰ্তমান বহুত দুখ প্ৰকাশ কৰিছে, গোহাঁই কথা কোৱা ৰাইট আছে

  • @lilimai43
    @lilimai4318 күн бұрын

    কংগেছ জিনদা বাদ

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h18 күн бұрын

    Vote for P Bordoloi jindabad and winer koro Bhai Bhani Hat thanks

  • @mitulborah1983
    @mitulborah198316 күн бұрын

    সুন্দৰ কথা কৈছে। ন BJP য়ে দল টো দুবালে।

  • @JahirulIslam-yv3xx
    @JahirulIslam-yv3xx17 күн бұрын

    Congress zindabad, India alliance zindabad

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6b18 күн бұрын

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @srigunajitsharma8282

    @srigunajitsharma8282

    17 күн бұрын

    Modik jiman vote lage 98% fixed asse dekhun xo modik kenekoi atoruwsba

  • @Robdua1968

    @Robdua1968

    17 күн бұрын

    Communist neki, Bharator unatit badha dibo bisarise.

  • @dwaipayan13

    @dwaipayan13

    17 күн бұрын

    Chuslim spotted

  • @dwaipayan13

    @dwaipayan13

    17 күн бұрын

    chuslim spotted

  • @user-papu969

    @user-papu969

    17 күн бұрын

    Bjp zindabad tha OR rahga... Lekh lana.....

  • @Sofikul-lf6yt
    @Sofikul-lf6yt17 күн бұрын

    কংগ্ৰেছ zindabad

  • @nripenborgohain201
    @nripenborgohain20117 күн бұрын

    ৰাজেন গোহাঁইয়ে উচিত বিচাৰে ভোট কংগ্ৰেছৰ পক্ষে দিব বুলি আমাৰ ধাৰণা হৈছে ৷ ৰিজাল্ট ৰাইজে কি দিব ৪ জুনত ফুটি উঠিবই ৷

  • @uttambhuyan6635
    @uttambhuyan663518 күн бұрын

    বিজেপিৰ বেপাৰী দলৰ পৰা (উগ্ৰপন্থী কাম কৰি ধনৰাশি টকাৰ (বান্ধিল বান্ধিল বাকচ বাকচ অপহৰণ কৰিছিল (ভয় ভাবুকি দেখুৱাই (বিজেপি দলৰ নগাঁও নেতা জনে (সংগ্ৰহ কৰি আহি ছিল ) সেই অসুৰ সন্তাস চলোৱা জনক বিজেপি বেপাৰী দলে (বিজেপি পৰা টিকেত দিছে ( বিজেপি দলৰ ধ্বংস বিনাশ পতন সেই বাবেই টো বিষয় আৰু কাৰণ বিলাক লৈ (বিজেপি দলৰ ধ্বংস বিনাশ পতন ঘটাব গৈ অদৃশ্য শক্তি শালি শক্তিয়ে সৃষ্টিকৰ্তাই সময়ে+

  • @pahi415

    @pahi415

    17 күн бұрын

    BJP loi join kora agota j kun party asil 😂

  • @thedarkhunter4805

    @thedarkhunter4805

    17 күн бұрын

    ​​@@pahi415vote deya tetiau naselu ami karon he ajon criminal hoi

  • @huntideka1067
    @huntideka106717 күн бұрын

    সচাঁকৈয়ে বহু কথাই নকলেও কিন্তু বহু কথাই ওলাই পৰিছে । কংগ্ৰেছ বিজেপি নহয় প্ৰাৰ্থী জনক চাই ভোটাধিকাৰ সাব্যস্ত কৰক । নগাঁওৰ পৰা জয়ী হোৱা কামনা কৰিছোঁ প্ৰদুৎ বৰদলৈ ডাঙৰীয়াক🙏🙏

  • @thedarkhunter4805

    @thedarkhunter4805

    17 күн бұрын

    Jikibo paare kron muslim 12lkhr pora 7-8 lkh vote pabo.. Amr hindu manuhe 6lkhr pora 2 maan pabo paare

  • @fakaruddin9951
    @fakaruddin995117 күн бұрын

    Congress zindabad

  • @RKDAssam
    @RKDAssam17 күн бұрын

    আমি BJPৰ মানুহ হৈও Congressক ভোট দিলো । এতিয়া BJPত আমি ভাল পোৱা আৰু ভাল কাম কৰা মানুহ নাই ।

  • @OnlineEarnings-jv5uz
    @OnlineEarnings-jv5uz17 күн бұрын

    Congress jikibo Darrang ot JOI AI AXOM ❤

  • @binandaphukon731
    @binandaphukon73117 күн бұрын

    সময় সদাই একেদৰে নাযায় । সেয়া চিৰসত্য । ১৯৮৫ চনত যেতিয়া গণপৰিষদৰ চৰকাৰ আহিছিল তেতিয়া এনে ধাৰণা হৈছিল এই চৰকাৰৰ মানুহ সকল যেন দীৰ্ঘম্যাদী হব । এতিয়া যিসকলৰ বৰ্তমানৰ নতুনকৈ অহা প্ৰভাৱশালী দলটোত দপ্‌দপনি তেখেতসকলৰ পৰবৰ্তি অৱস্থা কি হব সেই কথা সহজেই অনুমেয় । কাৰণ তেখেতহকলে জনা উচিত সকলো ৰাইজৰ মন একেই নহয় ।

  • @pabitrabarman6373
    @pabitrabarman637317 күн бұрын

    ৰাজেন গোঁহাইয়ে সঁচা কথা কৈছে।বি জে পি ৰ মুল ভোটাৰক ধৰি ৰাখি বাকী ভোটাৰৰ কথা ভাবিব লাগে। পুৰণি কৰ্মকৰ্তাক আওকাণ কৰিব নালাগে।

  • @itsmehyt5506
    @itsmehyt550618 күн бұрын

    হয়তু ভোট কাৰ পক্ষত গৈছে সনদেহ আছে

  • @PrajenBorman-ud9ih

    @PrajenBorman-ud9ih

    18 күн бұрын

    Cong goise

  • @mukulbaruah1833

    @mukulbaruah1833

    17 күн бұрын

    Itsmhe Gohain a Comgress k vote dise.

  • @Sofikul-lf6yt
    @Sofikul-lf6yt17 күн бұрын

    Bjp হাৰি গল মুছলমানৰ ভোট 5লাখ ওপৰত পাই যাব কংগ্ৰেছে

  • @krvlogs2170
    @krvlogs217017 күн бұрын

    Jai congress🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @user-cm2hk8ko6g
    @user-cm2hk8ko6g17 күн бұрын

    Joi Aai akhom joi congress 😊

  • @gunaramdas131
    @gunaramdas13116 күн бұрын

    সত্য স দাইয়ে সত্য,কোনেও ঢাকি ৰাখিব নোৱাৰে!আপোনাক অশেষ ধন্য বাদ জনাইছোঁ।

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo17 күн бұрын

    Congress jindabad Rahul Gandhi jindabad Congress ji ki boy❤❤

  • @rawandreal99
    @rawandreal9917 күн бұрын

    এখেতে হয় প্ৰদ্যুৎ বৰদলৈক দিছে নাইবা NOTA ত দিছে।

  • @user-uv7oo5lf4c
    @user-uv7oo5lf4c17 күн бұрын

    Whole family congres k di ahilu 😊save our democracy save India

  • @FirojAleee
    @FirojAleee17 күн бұрын

    Congress zindabad ✋

  • @trishnagogoiphukan5529
    @trishnagogoiphukan552917 күн бұрын

    এখেতে চিৰসত্য কথা উল্লেখ কৰিছে ।।

  • @indrajitbaruah1676
    @indrajitbaruah167614 күн бұрын

    Simple ...... Very Simple Relaxed ... . " দুঃখে সুখে সম ভাব ' হৈ থকাটো ভাল । " পালেই ভাল নাপালই দুঃখিত" ৰাষ্ট্ৰীয়তা বাদৰ বাহিৰৰ বস্তু ‌ , অনুশাষন প্ৰথম কথা ।। সাংবাদিক সকলে কুটুৰি কুটুৰি সুধি থকা থকাটো‌ এথিকচৰ বাহিৰত বুলি ধৰা হয়‌

  • @iamTakla
    @iamTakla17 күн бұрын

    Congress.....zindabad... .joy. Aai. ..ahom

  • @bzmusiccompany4601
    @bzmusiccompany460117 күн бұрын

    Pradyut bordoloy zindabad

  • @AdvAltafhussain
    @AdvAltafhussain17 күн бұрын

    ❤congress

  • @pranabbaruah7687
    @pranabbaruah768717 күн бұрын

    জাগীৰোডত বক্তব্য শুনিছোঁ।

  • @user-kc9nr6ec8r
    @user-kc9nr6ec8r17 күн бұрын

    দশ বছৰ হলতো , গতিকে শাসনত জিৰনী লাগে,নহ'লে বেয়া কাম আৰু কথাবোৰ গম নেপায়

  • @bulbulAxom099
    @bulbulAxom09917 күн бұрын

    এখেতে বা কি কৰিলে পিছে ভোট টো 😁😁🤭🤭।❤️❤️ প্ৰদ্যুৎ বৰদলৈ ❤️❤️

  • @mehdialom2385
    @mehdialom238517 күн бұрын

    PB da Zindabad ami PB da lgt asu

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan9117 күн бұрын

    আকৌ আপোনাৰ নেতৃত্বত সমষ্টি উজলি উঠাওক , গোহাঁই ডেও ।

  • @manikaborah
    @manikaborah17 күн бұрын

    Pradyut Bordoloi ❤❤

  • @TajmolHuseain-yt9xx
    @TajmolHuseain-yt9xx17 күн бұрын

    I'm nogao cogarys zindabad

  • @nabajitdas4365
    @nabajitdas436516 күн бұрын

    ছাৰ আপোনাক আমি আকৌ আমাৰ নগাঁও সমষ্টিত বিচাৰো । আমি আপোনাক Miss কৰিছোঁ ছাৰ ❤❤

  • @gh12138.
    @gh12138.17 күн бұрын

    Congress❤

  • @HafizurRahman-cy2dl
    @HafizurRahman-cy2dl17 күн бұрын

    Moi hatot bot dim

  • @Annie_Bordoloi
    @Annie_Bordoloi17 күн бұрын

    Pradyut Bordoloi ❤

  • @mousumBaishya-dx8ce
    @mousumBaishya-dx8ce17 күн бұрын

    B. J. P. Go back

  • @mr.mahanta6254
    @mr.mahanta625417 күн бұрын

    Vote for Congress

  • @bokulda3191
    @bokulda319117 күн бұрын

    Bohut BJP.Manuhay CONGREsot Vote Disay jen Lagisay.

  • @dulubordoloi5697
    @dulubordoloi569717 күн бұрын

    Good news

  • @jaanb5936
    @jaanb593617 күн бұрын

    Suresh bora jabor goru haron harile bhal pam

  • @gborah1
    @gborah116 күн бұрын

    মামাই লেং মাৰিল

  • @Kiran-si2bf
    @Kiran-si2bf16 күн бұрын

    ন বিজেপি এ এই জনক শেষ কৰিলে ,

  • @rajumonihazarika3282
    @rajumonihazarika328217 күн бұрын

    Right moja❤❤

  • @user-tg4jh4ne4o
    @user-tg4jh4ne4o17 күн бұрын

    Good❤❤❤ lnc

  • @juwlarrahmanvlogs....1040
    @juwlarrahmanvlogs....104018 күн бұрын

    Apuni congressk ahi joya 26st mla khelib paribi. Nohole name nohoya hobo.

  • @KutbulAlomLaskar
    @KutbulAlomLaskar17 күн бұрын

    Congress

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j18 күн бұрын

    Beyake haribo b j p

  • @rekiburzaman2909
    @rekiburzaman290917 күн бұрын

    Only India ❤❤

  • @dilwartalukdar1132
    @dilwartalukdar113217 күн бұрын

    P b zindabad

  • @kalpajyotipatar3695
    @kalpajyotipatar369517 күн бұрын

    Amiu rajen da lgt asu

  • @SahilAli-tq3zc
    @SahilAli-tq3zc17 күн бұрын

    Aibar Amar Nagaont p bordoloi jikibo Amar Raije jikabo Congress zindabad Rahul Gandhi Zindabad ✋️ Dil se Support ❤ Congress wale Dil se like karo

  • @bidyasingh702
    @bidyasingh70217 күн бұрын

    Kotha khini xosa koise

  • @sepoforiahmed
    @sepoforiahmed18 күн бұрын

    Rajan guhai baba buza jar congress bote desa

  • @user-ku3zo5sp5j
    @user-ku3zo5sp5j15 күн бұрын

    Congress Jai ho

  • @jaychankarboro4439
    @jaychankarboro443917 күн бұрын

    Why has BJP neglected Mr. Rajen Gohain??

  • @jituborah3935
    @jituborah393517 күн бұрын

    Agreed with rajen khura statement❤

  • @kidzetoon
    @kidzetoon17 күн бұрын

    Nagaon ot Congress ahibo jen lagise🎉

  • @DebojitkrboraBora
    @DebojitkrboraBora17 күн бұрын

    ।।একালি দুখ একালি সুখ।।

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn18 күн бұрын

    Purona kormi khokol prai biroti lua hoise .

  • @user-zs4kg2mi2i
    @user-zs4kg2mi2i18 күн бұрын

    Yes gohain sir same we are,

  • @puspadhar6239
    @puspadhar623916 күн бұрын

    Right saying sir.

  • @anjanbora6504
    @anjanbora650415 күн бұрын

    Val kotha koisa A,puni

  • @user-papu969
    @user-papu96917 күн бұрын

    Suresh bora zindabad ❤❤❤bjp zindabad❤❤❤

  • @jyotishmansportschannel5948
    @jyotishmansportschannel594817 күн бұрын

    আপুনাক ঠগিলে

  • @dandeswardutta2353
    @dandeswardutta235317 күн бұрын

    হিমন্ত বাদে যে দলটো দুবাব কথাতো কমী' সকলে গম পোৱাতো ভাল।

  • @Nyapar424
    @Nyapar42417 күн бұрын

    Bjp mane himanta r samsa party

  • @axomiabuwari
    @axomiabuwari16 күн бұрын

    🎉🎉

  • @pradipkumarkalita99
    @pradipkumarkalita9917 күн бұрын

    এইবোৰ ক্ষমতালোভী তথা দলৰ বিৰুদ্ধে মাত মাতি অহা লোকক দলৰ পৰা বহিষ্কাৰ কৰিব লাগে।দেশত কৈ দল ডাঙৰ নহয়। বৃদ্ধ বয়সলৈকে ক্ষমতা লাভৰ বাবে আশাপালি থাকিব নালাগে। প্ৰকৃততে দলক ভালপোৱা মানুহে দেশৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সাজু হৈ থাকিব লাগে।অকল ক্ষমতা লাভৰ বাবে পাৰ্টি কৰিবলৈ কোনেও দলত থাকিব নালাগে।

  • @dipenbora3693
    @dipenbora369317 күн бұрын

    Congeress dila dada vote to

  • @aaa-yd6jd
    @aaa-yd6jd17 күн бұрын

    reality of thise organisation

  • @abdulmannaf5519
    @abdulmannaf551917 күн бұрын

    Really.

  • @bipradeepdeb219
    @bipradeepdeb21917 күн бұрын

    2024 in Assam muskil hai. Reason mama ji and party. There is no BJP in Assam. Its Congress and Ex- Congress fight. Mama ji's dream plan will be success this time.

  • @sharestockanalysisbazar
    @sharestockanalysisbazar17 күн бұрын

    Did nothing for Lanka, Hojai, Lumding. He won because of these three places.

  • @manashjyotidas1924
    @manashjyotidas192417 күн бұрын

    ঘৰৰ কথা বাহিৰত কোৱাজনক ভাল দলীয় কৰ্মী বুলিব নোৱাৰো।

  • @mukulbaruah1833

    @mukulbaruah1833

    17 күн бұрын

    Manash jyoty Das Goru gubar goru moot khai magoj ghula kari atia Bamunr vori paani khuat laagili. Tur Brain t kome u 35 ta electric chock dilehe vl hobi, kintu Tezpurat nahoba, tuk Rashi nahole Naagpurat niba lagiba.

  • @anuwarhussain6920
    @anuwarhussain692017 күн бұрын

    Nagaon BJP ahibo sure bjp zindabad ❤

  • @AbulKashim-sl2wq
    @AbulKashim-sl2wq12 күн бұрын

    J no

  • @user-lm6fq8yx7q
    @user-lm6fq8yx7q17 күн бұрын

    Moi congreshk vote dilu ... Aru hokolue die jen ... Bjp hatao

  • @durgaranibiswas9736
    @durgaranibiswas973615 күн бұрын

    Right

  • @dipmonisaikia-he5ec
    @dipmonisaikia-he5ec17 күн бұрын

    AIIMS kio nohol

  • @dipmonisaikia-he5ec
    @dipmonisaikia-he5ec17 күн бұрын

    Apuni Kom nohoi rail minister

  • @babulbordoloi990
    @babulbordoloi99017 күн бұрын

    পুৰনি বি জিপি বাতিল বাবেনতুন বিজেপি আদৰণী ভবিষ্যতৰ

Келесі