হাজং-চাকমা নে মৰাণ-মটক? দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?

📣হাজং-চাকমা নে মৰাণ-মটক?
📣হিমন্তবিশ্ব বনাম কিৰেন ৰিজিজু!
📣ৰিজিজুৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ইতিমধ্যে আৰম্ভ হৈছে!
📣কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্দেশ দিছে হিমন্তবিশ্ব শৰ্মাক!
📣হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য... কিৰেণ ৰিজিজু অসমৰ মুখ্যমন্ত্ৰী নহয়! অসমৰ মুখ্যমন্ত্ৰী মইহে!
📣CAAৰ ভয়াবহতাৰ কথা প্ৰকাশ পাইছে কিৰেণ ৰিজিজুৰ বক্তব্যত!
📣অৰুণাচলৰ বাবে CAA আশীৰ্বাদ অসমৰ বাবে CAA অভিশাপ!
📣দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 343

  • @biswajitborgohain7291
    @biswajitborgohain7291Ай бұрын

    কিৰণ ৰিজিজুৱে মিছা নাইকোৱা। কৈছে মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়া প্ৰমাণ হব আগন্তুক দিনত।

  • @ranjitduttaey3967

    @ranjitduttaey3967

    Ай бұрын

    কিৰেণ ৰিজেজুৱে মিছা কথা কোৱা নাই মিছা কথা আমাৰ মুখ্যমন্ত্ৰী ক অমিত চাহে কৈছে বুলি মিছা কোৱা নাই অসমৰ মুখ্যমন্ত্ৰী হ'লে কি হ'ব কা আইন ৰ ক্ষেত্ৰত মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে কৰা নামানু বুলি ক'ব পাৰিলে আমাৰ মুখ্যমন্ত্ৰী নালাগে বুলি কিয় ক'ব নোৱাৰিলে এই ক্ষেত্ৰত দল বগৰাসকলে গৃহমন্ত্ৰী ৰ কথা ত মাত মতা অধিকাৰ মুখ্য মন্ত্ৰীৰ নাই বুলি অসমৰ সকলো ৰাইজে জানে গতিকে আমাৰ মুখ্যমন্ত্ৰী য়ে মিছা মাতিছে নহ'লে কিৰেণ ৰিজেজুৱে কেনেকৈ অসমত সংস্থাপন দিব বুলি ক'ব পাৰিলে দিল্লীৰ কথাত মাত মাতিব লৈ আমাৰ মুখ্যমন্ত্ৰী নাই নহ'লে অসমৰ ৰাইজে নিবিচৰা কা আইন অসমত জাপি দিব নোৱাৰিলে হেঁতেন

  • @kakoligayan2065
    @kakoligayan2065Ай бұрын

    অসম শেষ হৈ যাওঁক হিমন্ত যে ধন ঘটিব লাগে

  • @asaduzzaman1002

    @asaduzzaman1002

    Ай бұрын

    Ki koribo tare pisoto vote ahomiya bjp k die

  • @minaramsaikia3737
    @minaramsaikia3737Ай бұрын

    অসমৰ ভৱিষ্যত সংকটৰ গৰাহত। দুৰ্ভাগ্যজনক

  • @gaurirabha3236
    @gaurirabha3236Ай бұрын

    সৰ্বানন্দ চাৰৰ মুখত মাত নাই নেকি? হিমন্ত মামাৰ মুখত সদায় মিছা মাত ।

  • @saytanathtamuli9975
    @saytanathtamuli9975Ай бұрын

    অসমৰ মন্ত্ৰী বিধায়ক সকলৰ সম্পতিৰ ওপৰত থাকিবলৈ দিয়ক।

  • @anjusaikia9306
    @anjusaikia9306Ай бұрын

    হিমন্তৰ কথাত পতিয়ন গলে বিপদ নিশ্চিত

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3leАй бұрын

    No BJP No CAA

  • @fakrulislam8319

    @fakrulislam8319

    Ай бұрын

    CAA Lage cAA 😅

  • @animaborboruah8016

    @animaborboruah8016

    Ай бұрын

    ​@@fakrulislam8319কিয় লাগে কা নে তই বাংলাদেশী হয়

  • @MoranHurajit

    @MoranHurajit

    17 күн бұрын

    ​@@fakrulislam8319meya balagedesh sol fut goru khuwa

  • @IamTimung
    @IamTimungАй бұрын

    সকলোৱে এবাৰ হাত চাপৰি বজাই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ মিছলীয়াৰ প্ৰতি ।

  • @bkp9774
    @bkp9774Ай бұрын

    কিৰণ ৰিজিজো সঁচা, মহন্ত বিস্ব দুপ্লিকেত। Hbs মিছা কথা কৈ থাকে, আমাক ঠগী আছে এইডালে ।

  • @bornaliboruah7521

    @bornaliboruah7521

    Ай бұрын

    😅

  • @Kripal_Das
    @Kripal_DasАй бұрын

    আৰু বেছি দিন নাই । সত্য অতি সোনকালে পোহৰলৈ আহিব।

  • @doli720
    @doli720Ай бұрын

    কৰেন ৰিজেজুৰ জাতি প্ৰেম চাওক মুখ্য মন্ত্ৰী ডাঙৰীয়া

  • @pegu6282

    @pegu6282

    Ай бұрын

    Hy ......Kiran Rijeju r pora hikibologiya bohut ase cm dangoriyai.......

  • @Messi1530

    @Messi1530

    Ай бұрын

    Mak suda

  • @utpalmuchahary5026

    @utpalmuchahary5026

    Ай бұрын

    Hocha hochai missa misai.

  • @chitrahazarika5794
    @chitrahazarika5794Ай бұрын

    এইজন প্ৰভুভক্ত ই অসম শেষ কৰিলে

  • @utpalmuchahary5026

    @utpalmuchahary5026

    Ай бұрын

    BJP HATAO ASSAM BASAO.HIMONTOK HONKALE BIDAI DIYOK AXOMOR RAIJ JAGIBOR HOL.

  • @KutubUddin-ur6gt

    @KutubUddin-ur6gt

    Ай бұрын

    Kiron Rejijo ajon clearcut bakti ,aur sat sahaj ache.

  • @KutubUddin-ur6gt

    @KutubUddin-ur6gt

    Ай бұрын

    BJP go back.

  • @KutubUddin-ur6gt

    @KutubUddin-ur6gt

    Ай бұрын

    Himanta B S. Murdabad.

  • @rajudihingia3172

    @rajudihingia3172

    Ай бұрын

    অলপমান শিক অ' জাতি-প্ৰেম কাক কয়। আমাৰ বুঢ়া শগুন কেইটাই কি বুজিব।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mcАй бұрын

    মূখ্য মন্ত্ৰীৰ কথা মিছা হব‌‌‌, তেওৰ অতীত বুৰঞ্জী চাওক

  • @bandanaborgohain7331
    @bandanaborgohain7331Ай бұрын

    অসমৰ মানুহক তেওঁ নাঙথ কৰিব বিছাৰিছে. এই ৰাজনীতিত থাকিলে অসম খনক বাপেকৰ ঘৰৰ বুলি ভাবিছে

  • @PunaBorgohain
    @PunaBorgohainАй бұрын

    অসমত মীছলীয়া মানুহ আছে যদি এইজনেই এইজনক চাই থাকিলে অসম ৰখা তলে যাব ।কৰন অৰুণাছলৰ মন্টীজনক কিহৰ খৰে খালে মিচাকে ক'বলৈ । এতিয়াও সময় আছে ৰাইজৰ হাতত ।

  • @khagenkakati6380
    @khagenkakati6380Ай бұрын

    Bjp ক নিপাত নিয়াক৷ এইবাৰ বোলে চাকমা আনিব এই দগাবাজ টোৱে৷

  • @Savagehighlander
    @SavagehighlanderАй бұрын

    অসমখন যেন তাৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লৈছে । অসমীয়াই কি তাৰ মতে চলিব নেকি ? যি কব যি কৰিব তাকে চাই থাকিবলৈ । নিজৰ গাদীৰ কাৰনে হিমন্তই কটি চেলেকিব পাৰে । বিজেপিক ভোট নিদিব ৰাইজ ,এতিয়াই শেষ সময় আৰু উচিত প্ৰ্তুৎতৰ দিয়া সময় । জাতিক বেচি খোৱা দালাল বোৰক গতিয়াই উলিয়াই দিও আহক ।

  • @lalitmedhi1103
    @lalitmedhi1103Ай бұрын

    অৰুণাচলৰ জাতীয়তাবাদী নেতাসকলক ধন্যবাদ,,,,, আমাৰ দালাল কেইটাই ৰিজিজুৰ দৰে হব নোৱাৰে

  • @rajibboruah6800
    @rajibboruah6800Ай бұрын

    হিমন্ত অসমীয়া নহয়।সি এটা বহিৰাগত

  • @binoynath9605
    @binoynath9605Ай бұрын

    কালান্ত বিছাকেতুৰ মুখখন দেখিলেই গম পোৱা যায় সাংবাদিকৰ আগত গোকাট মিছা কথা কোৱা যেন লাগিছে।

  • @budheswarnath6516
    @budheswarnath6516Ай бұрын

    আলফা ( স্বাধীন) নে এই বিষয়ত একো নকয় নেকি ? নে হিমন্তই মেনেজ কৰি ৰাখিছে !!!!

  • @sitadeviray5007
    @sitadeviray5007Ай бұрын

    No BJP no caa MorO aitooye disition. BJP hatao desh bachao BJP go back Congress jeendabad 🇹🇯

  • @rupjyotigogoi8413
    @rupjyotigogoi8413Ай бұрын

    মিছা কথা আমি মামাক বিশ্বাস নকৰো । মহিলা সকলক দহ হাজাৰ দিম বুলি কোৱা নাছিল নে দিলে নে ?

  • @user-zj8zx5jh6w

    @user-zj8zx5jh6w

    Ай бұрын

    Mamak kele bishwas koribo Lage ?...Amar mama bilak Shakuni mama,Kongso kama.Deshot koi mumai dangor nohoy... ..Moi Arunacholor .

  • @harmohankalita2903
    @harmohankalita2903Ай бұрын

    হিমন্ত বিশ্বই উত্তৰ দিয়ক । এইবোৰ সচাঁ নে মিচা

  • @junbora3558
    @junbora3558Ай бұрын

    অসমৰ চুটিয়া, আহোম, মৰাণ, মটক গোষ্ঠী অৰুণাচলৰ ,কোন কোন অঞ্চলত আছে, CM ছাৰক জনাবলৈ অনুৰোধ জনালোঁ,

  • @bipulborah2193
    @bipulborah2193Ай бұрын

    Ineer line permit কিয় অসমত হোৱা নাই ?

  • @woozie-rg7tf

    @woozie-rg7tf

    Ай бұрын

    Tik koisa

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4ufАй бұрын

    Rijiju is right

  • @dibyaranjangogoi6238
    @dibyaranjangogoi6238Ай бұрын

    সকলো শেষ কৰি , লণ্ডনত ঘৰ লৈ লব কোনোবাই😢😢

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1dАй бұрын

    আমাৰ টোৱে মিছা মতা নাইটো! নহলে কেন্দ্ৰীয় মন্ত্ৰী জনক মিছলীয়া সজালে মুখ্যমন্ত্ৰী জনে।

  • @umeshchbaishya9380
    @umeshchbaishya9380Ай бұрын

    অসম কাৰো পৈত্ৰিক সম্পত্তি নহয় যি মন যায় তাকে কৰিব

  • @bharatisaikia1388
    @bharatisaikia1388Ай бұрын

    ৰিনিকিৰ এশ বিঘা আছে নহয় তাতে থব লৈ দিব লাগে

  • @jimikantadoley5659
    @jimikantadoley5659Ай бұрын

    420 himanta

  • @KM-tc3oe
    @KM-tc3oeАй бұрын

    Kiran Rijiju saying the truth of BJP's planning

  • @nibagaro6976
    @nibagaro6976Ай бұрын

    দুয়োজন সছা কথা আছে।

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949Ай бұрын

    অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মূখ্য মন্ত্ৰী।তাৰোপৰি মাত্ৰ হাজাৰ টকাতে বিক্ৰী যোৱা বৰশীৰ টোপ গিলিবলৈ ৰৈ থকা প্ৰজাৰ সমৰ্থন থাকিলে কি নকৰিব এইজনে।

  • @maynulhoque2927
    @maynulhoque2927Ай бұрын

    অৰুনাচলত ঠাই কম হৈছে নেকি

  • @nilutpalhazarika4391
    @nilutpalhazarika4391Ай бұрын

    মিচলিয়া শেষ কৰি দিলে

  • @ranjandowari5480
    @ranjandowari5480Ай бұрын

    চাকমা হ ওঁক হাজঙেই হিমন্ত ই হ ওঁক কেন্দ্ৰীয় চৰকাৰে অসমত সংস্থাপন কৰিলে অসমীয়াই হেংদাং লোৱা বাহিৰে আন কোনো বিশেষ নাথাকিব।

  • @bandanaborgohain7331
    @bandanaborgohain7331Ай бұрын

    তেওঁ পাগল হৈছে

  • @dipudas1526
    @dipudas1526Ай бұрын

    Rise Assam Rise

  • @gopinathtalukdar6013
    @gopinathtalukdar6013Ай бұрын

    দুই জনেই দুই নম্বৰি ধান্দাবাজি এজনকো বিশ্বাসত ল'ব নোৱাৰি

  • @jayantipanchani9496
    @jayantipanchani9496Ай бұрын

    হিমন্তই আৰু কিমান মিছা কথা কৈ অসমৰ ৰাইজক বুৰ্বক বনাব।

  • @dayarambharali7710
    @dayarambharali7710Ай бұрын

    কিৰেণ ৰিজেজু অসমৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চমক খবৰে তেখেতে আশীৰ্বাদ লাভৰ সম্ভাৱনা আছে।

  • @user-dc6dd5he2x
    @user-dc6dd5he2xАй бұрын

    এইখন চৰকাৰে অসমৰ মানুহক ধ্বংস কৰি শেষ কৰিলে, আমাৰ অসমীয়া ৰাইজে বুজি পোৱা নাই আৰু হোৱালৈকে একো কৰিব নোৱাৰে, বিজেপি হাতাও কংগ্ৰেছ জিন্দাবাদ ✋✋

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js23 күн бұрын

    উপায় নাই আপুনিও ময়ো সময়ত মিছা মাতিব লগা হয়,এই মিছাক তেখেতেনো আমাৰ লগত কিয় দিলে? এয়া চাগে আমাৰ পৰিক্ষা কৰণ হ'ব ই পাৰে।

  • @THEKING-ge1ur
    @THEKING-ge1urАй бұрын

    ৰাজনীতি নকৰিবা বন্ধু........! জাতি মাটি ভেটি....... হাতত লোটা ঘটি লৈ অসমীয়াই অসম এৰিবৰ হল ! 😢😢😢😢জয় আই অসম 😢😢😢

  • @Jaggu12385
    @Jaggu12385Ай бұрын

    Kiren Rijiju sir is absolutely right.

  • @user-oh4kc4uj3r
    @user-oh4kc4uj3r9 күн бұрын

    বিজিপিয়ে এতিয়া পটন হব❤

  • @budheswarnath6516
    @budheswarnath6516Ай бұрын

    হিমন্ত, সৰ্বানন্দ ই অসম তথা অসমীয়াক শেষ কৰিব এতিয়া... খাৰখোৱা অন্ধ ভক্ত সকল...

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906Ай бұрын

    Immediately must be cleared by both Kiren nd our mama even Amit ji .

  • @nogensaikia2441
    @nogensaikia2441Ай бұрын

    কিৰেন ৰিজিজুৱে চাকমা হাজংৰ কথা কৈছে মৰাণ মতকৰ কথা কোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে হে মৰাণ মতকৰ কথা কৈছে।

  • @probinbasumatary8619
    @probinbasumatary8619Ай бұрын

    কোন সঁচা কোন মিছা গম পোৱা গৈছে, আসাম ৰ কাৰণে অভিশাপ, অৰুণাচল আৰু ৰিজিজু ৰ কাৰণে আশীৰ্বাদ 😥

  • @rubikoch5083
    @rubikoch5083Ай бұрын

    সত্য সদায় জয়

  • @ChaurupantarPungkhung
    @ChaurupantarPungkhungАй бұрын

    We love your low sir

  • @hemkantaborah7434
    @hemkantaborah7434Ай бұрын

    অলগদ্ধ মূখ্যমন্ত্ৰী।

  • @SunehwarSonowal-yl3ip
    @SunehwarSonowal-yl3ipАй бұрын

    অৰুণাচলৰ চৰকাৰক ভাল হিধান্ত এক কথা

  • @KhagenLagachuvlongs
    @KhagenLagachuvlongsАй бұрын

    I'm can't choice who are right who are wrong I'm choice only not accept Hazong and Chakma people Joi aai Axom🤟🤟

  • @maynulhoque2927
    @maynulhoque2927Ай бұрын

    আমাৰ অসমতে কিমান মানুহ আছে আমি ভালদৰে দুবেলা দুমুঠি খাব পিন্দিব নেৱাৰো এই চিন্তা মামাই কৰা নাই

  • @GoneshPatowary
    @GoneshPatowaryАй бұрын

    এইবোৰ চব মিছা ৰাইজ

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6hАй бұрын

    কিৰন সছা, মূখ্যমন্ত্ৰী মিছা,বুজিবলৈ কাৰো বাকী থকা নাই 😮😮 এতিয়াও সময় আছে, অসমৰ মূখ্যমন্ত্ৰীয়ে কিৰণ ৰিজীজুৰ পৰা দেশ প্ৰেম জাতি প্ৰেম শিকক। 😮😮 ধিক্কাৰ অসমৰ মূখ্যমন্ত্ৰী 😮😮

  • @PujaBarman-fh7sk
    @PujaBarman-fh7skАй бұрын

    Aijonok beswas nokoreb kunudn

  • @jintumili1955
    @jintumili1955Ай бұрын

    আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব... অসমখনক ৰক্ষা কৰা প্ৰভূ...জাতিদ্ৰোহী BJP ক খেদিব লাগে.

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4blАй бұрын

    মৰাণ মটক আহোমলৈ মামাৰ ভৈ হৈছে গতিকে এনেকৈ কৈছে

  • @piolidutta3801
    @piolidutta3801Ай бұрын

    অসমৰ সকলো ৰাইজলৈ কথোৰ অনোৰুধ কোনো মানুহকে অসমৰ কতু জেগা নিদিব লাগে চৰকাৰি মাটিয়েই হ ওক

  • @axomjintugamer7568
    @axomjintugamer7568Ай бұрын

    লাচিতে কৈ গৈছে দেশত কৈ মায়া ডাঙৰ নহয় মনত ৰখা দৰকাৰ ৰাইজ

  • @devajitgogoi2828
    @devajitgogoi2828Ай бұрын

    অসম ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট

  • @pravachutia931
    @pravachutia931Ай бұрын

    নুবুজে ,নুশুনে ,নাজানে অসমৰ মানুহে ।

  • @RebaGogoi-zr3ts
    @RebaGogoi-zr3tsАй бұрын

    ৰিজিজুৱে কৈছে ছাকমা আৰু হআজংৰ কথা, আমাৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিলে মৰাণ মটকৰ কথা।অকাইপকআই, পকাই ঘূৰাই আওপাকেৰে, বাৰে এনেকুৱা মানুহ নাপাম দেই ।

  • @user-zj8zx5jh6w

    @user-zj8zx5jh6w

    Ай бұрын

    Hemonto aamar mumai je. Aapuni Shakuni mama,Kongso mamak najane neki ? ...Aami ataiye jaani thobo lagibo..'Deshot koi Mumai dangor nohoy."

  • @user-wk2lr7fl3d
    @user-wk2lr7fl3dАй бұрын

    মিছলীয়া মুখ্যমন্ত্ৰীৰ কি বুলি কম ভাষা বিছাৰি পোৱা নাই অসম ৰসাতলে গল

  • @sonaramnath5270
    @sonaramnath5270Ай бұрын

    Truth is always comes out.

  • @sarmilaekka1181
    @sarmilaekka1181Ай бұрын

    কেঁকোৰাৰ মূৰ নাই মামাৰ কথাৰ সূৰ নাই হিমন্ত মুখ্যমন্ত্ৰী থাকে মানে অসম সুৰক্ষাৰ আশা নাই ।

  • @RebaGogoi-zr3ts
    @RebaGogoi-zr3tsАй бұрын

    গুৰুত্বপূৰ্ণ কথাবোৰত সৰ্বাদাদা নিমাতী কন্যা

  • @promudborgohain7920
    @promudborgohain7920Ай бұрын

    অসমৰ গৰু এচামে এতিয়াও বুজা নাই।১no আৰু ২no মহাদেৱপুৰ ৰ দেউৰী সকলৰ কি hoba???

  • @novokachari4499
    @novokachari4499Ай бұрын

    Sarba is the main culprit in this issue .

  • @user-mc5dw9eu7y
    @user-mc5dw9eu7yАй бұрын

    CM Dog bas Asom And Asomiya Big Lost

  • @dhananjoyborah2041
    @dhananjoyborah2041Ай бұрын

    Himanta gat Badan's tag ase

  • @RajibIslam-um6io
    @RajibIslam-um6ioАй бұрын

    Kiren rijiju ye ketiau misa nkoi

  • @neone4759
    @neone4759Ай бұрын

    কোন মিছা কোৱাত পাকৈত , চবেই জানে

  • @binoykalita7597
    @binoykalita7597Ай бұрын

    সৰ্বা নামৰ প্ৰানীজনে কি উত্তৰ দিব? এই ভিত্তজনে অসমৰ ভৱিষ্যত শেষ কৰিলে।

  • @alemlasaikia8332
    @alemlasaikia8332Ай бұрын

    Jeng jabor sob Axom d jama 😢korok ashirwad hobu CAA D USELESS

  • @dilipgogoi9441
    @dilipgogoi9441Ай бұрын

    ইয়াৰ পৰিনাম এই ইলেকচনত পাব ।

  • @tayyeburrahman7362
    @tayyeburrahman7362Ай бұрын

    চিন্তা নাই ৫লাখ অসমত দিলে BJP য়ে ( মমাই পৰিয়ালৰ) লোকক MP / MLA ২০৪৭ লৈ কে জিকাত বহুত সুবিধা হব | কিৰণ ৰিজুজি মমা ক ভাল সুবিধা দিছে

  • @sharmahdoley6121
    @sharmahdoley6121Ай бұрын

    Kiren Rijijiu r kotha সঁচা হব । নিজৰ দলৰ ভিতৰতে কথা বোৰ মিল নাই । CAA. AAHIN অসমৰ কাৰণে একেবাৰে ভংকৰ । পিছত অসমৰ ৰাইজে নিজে ভুগিব লাগিব । সেই কথাষাৰ আমি কোৱা কথা নহয় । স্বয়ং নিজৰ দলৰ মন্ত্ৰীয়ে কৈছে । আমি অসমীয়া ৰাইজে সেই ভোট যুদ্ধত তেওঁ বিলাকক আঁতৰাব লাগিব । তেহে আমি অসমীয়া ৰাইজ জীয়াই থাকিব । অসমীয়া জাতিৰ ভাষা, সংকৃতি জীয়াই থাকিব । এতিয়া সেয়ে সময় । পিছত আন্দোলন কৰিও একো লাভ নাই । তাত যদি অসমীয়া ৰাইজে বুজি পাইছে, অসমীয়া ৰাইজৰ কথা । আমি সকলোৱে ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে । এতিয়া আমি কিবা এটা পাইছোঁ সেইটো ডাঙৰ কথা নহয় । কিছুমান মানুহে বুজি নাপাই । আমি কিবা এটা পাইছোঁ , সেইটো আমাৰ মৌলিক অধিকাৰ । আমি পাবৈ লাগিব। । আমি যে ইমান খৰ কাতৰ চৰকাৰক দিছোঁ , আমি নিজৰ টকা বোৰকে ঘূৰাই পাইছোঁ । আপোনালোকে কিমান বুজি পায় সেইটো আপোনালোকৰ কথা । আপোনালোকে ভাবী চোৱা , 5 কেজি চাউল ফ্ৰি দিছে হয় কিন্তু বজাৰত 1 কেজি চাউলৰ দাম ? গেছ চিলিন্দাৰ ফ্ৰী দিছে হয় , কিন্ত গেছৰ দাম কিমান ? স্কুতি দিছে। হয় , পেত্ৰলৰ দাম কিমান। ? খাদ্য সমগ্ৰিলৰ দাম ? গতিকে আছে গৰু নাবায় হাল হোৱাতকৈ নোহোৱা ভাল । চামূচেৰে দিছে , বেলচাৰে লৈছে । তাৰ মানে অলপ দিছে , বেছি লৈ গৈছে । আমি অসমীয়া সজাগ নহয় , আমি অসমীয়া নিজৰ দেশতে মগনিয় হব ।

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uhАй бұрын

    ফচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • @rebanandagogoi5410
    @rebanandagogoi5410Ай бұрын

    ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী জন 😂😂😂

  • @darshankhalkho1724
    @darshankhalkho1724Ай бұрын

    Mama মিছা

  • @AbdulJalil-rb6zl
    @AbdulJalil-rb6zlАй бұрын

    তেও চকমা আৰু হজং ৰ কথা কৈছে। ইয়াত মৰাণ মটক আহোম চুতীয়াৰ কথা কোৱা নাই

  • @romabora2399
    @romabora2399Ай бұрын

    মূখ্য মন্ত্ৰীৰ কথা সঁচা কি ধৰিব নোৱাৰে ।

  • @nripendas1254
    @nripendas1254Ай бұрын

    আমি চব ভাই ভাই চিন্তা নাই আহি থাকা অসম খুলি আ ছে

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8fАй бұрын

    Misolia himonta saturhe

  • @utpalgoswami1990
    @utpalgoswami1990Ай бұрын

    হিমন্ত ডাঙৰীয়া আপুনি মিছা কথা কয়ছে যদি আপুনি সাৰি নাযাব ভুলটো নাভাবিব সাৰি নাযায় মেন CAA ক সুবিধা লৈ চুৰি কৰা টকাৰ ভাগদি মিছলিয়া বি জে পিৰ লগ লাগি অসমক থগিলে হাতত দা ল'বলৈ সিদ্ধান্ত ল'ব অসমীয়া সাজু।

  • @kripalsaikia924
    @kripalsaikia924Ай бұрын

    gAURAV GOGOI JINDAABAAD

  • @user-tp1er3sv9f
    @user-tp1er3sv9fАй бұрын

    শিয়াল শৰ্মাই মিছা কথা কৈছে ।

  • @JayPegu321
    @JayPegu321Ай бұрын

    বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ নাম কি ।।।

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xxАй бұрын

    Kiren Rijiju ji ne sahi bola. Assam sarkar jarur sahai karega. Nagaland, Meghalaya aur Monipur ke sath sukti ho sakta hai? Assam ke janata bahut acha hai.

  • @swarnapachani4653
    @swarnapachani4653Ай бұрын

    No caa no bj p .

  • @maynulhoque2927
    @maynulhoque2927Ай бұрын

    মামাতকৈ ৰিজুৰ Power বেছি আছে

  • @monalishasaiki7842
    @monalishasaiki7842Ай бұрын

    অসম বিদেশী দস্তবিন

  • @lokheswarronghang607
    @lokheswarronghang607Ай бұрын

    আপোনাৰ চেনেল টো ভুৱা news দিছে, সঁচা নিউজ দিব লাগে

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vkАй бұрын

    Mama missa

Келесі