এবাৰ আমি ভাৰতৰে বুলি কওক। এই আহ্বান কোনে কাক জনাইছে?
#graphiccontent
এবাৰ কওক মাথো এবাৰ। এবাৰ মাত্ৰ নামটো উচ্চাৰণ কৰক। এবাৰ আমি ভাৰতৰে বুলি কওক। এই আহ্বান কোনে কাক জনাইছে? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন-
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
Пікірлер: 19
চৰকাৰেই যেতিয়া দেশদ্ৰোহী হয়, সেইখন দেশত শান্তি কোনো দিনে নাহে।
হিয়া উজাৰি নিজৰ ৰাজ্য তথা ৰাজ্যবাসীৰ দুখ লগা কথাবোৰ বীৰ পুৰুষৰ দৰে কোৱা বাবে ধন্যবাদ
Many many thanks all of opposition party May God bless you all
Xosai dukh loga dai....kio aku nokre government a😢😢😢😢
যোৱা ডেৰটা বছৰে চলি থকা মনিপুৰৰ পৰিস্হিতিৰ ওপৰত এইসকল দেশ চলোৱা লোক অকণো সহানুভূতিশীল আৰু মানৱতাবাদী নোহোৱা যেন অনুধাৱন কৰি দেশৰ জনতাই এতিয়া দৰাচলতে এইসকল প্ৰকৃত দেশপ্ৰেমী হয়নে নহয় তাক লৈ সন্দেহ প্ৰকট কৰিবলৈ লৈছে।
Salute to Akoijam
অৱতাৰী মহাপুৰুষ
Respected PM, we demand to pay attention towards Manipur.
Bahot lajor kotha.Laj thakile P.M istafa diok. Hai hai.
Good 👍
It looks like they're concerned about North Indian people, and North Indian Hindu culture. Rest doesn't matters to them. They're only concerned about North East India's natural resources. They're only concerned about spreading North Indian Hindu culture and expand Hindi speaking population from North Indian belt to rest of Politically united parts of India. The population strength of tribal indigenous people is already in declining mode. So think about it.
Good
Nonsense pm why you dislike Manipur it was your duty to go there.
@user-qg9dt9zb1c
5 күн бұрын
কাণ্ডজ্ঞানহীন প্ৰধান মন্ত্ৰী।ভাৰতবাসী অতি দুৰ্ভগীয়া
Modi gee what hepeed ?
Barotio buli kabo nuara Manu kenekoi baratar Pradhan muntri hay kenekoi
Are.bhgagban.kidut.ab.kiya..balo