১ আগষ্টৰ পৰা ৰাজ্যবাসীয়ে নাপাব বিনামূলীয়া চাউল!

#graphiccontent
এক আগষ্টই শেষ সীমা। চৰকাৰৰ হেমাহিয়ে বিপদ মাতিব ৰাজ্যৰ ২ কোটি বিনামূলীয়া ৰেচন উপভোক্তালৈ। কেতিয়া সমাধান হ'ব সুলভ মূল্যৰ ব্যৱসায়ীৰ সমস্যা?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 223

  • @jahirulislam4311
    @jahirulislam431113 күн бұрын

    অসম সূলভ মূল্য দোকানী সন্হা জিন্দাবাদ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সূলভ মূল্য দোকানী সকলৰ দাবী সমূহ মানি লওঁক।

  • @bulbulalomh6805

    @bulbulalomh6805

    11 күн бұрын

    Thank you ❤❤❤

  • @bitupondutta8305

    @bitupondutta8305

    10 күн бұрын

    ঘৰত দা দা যুৰীয়া ভৰাল আছে নহয় আপোনাৰ, সেই কাৰনে দুখীয়া মানুহক দিয়া পতা চাউলৰ ওপৰত বৰকৈ চকু ,কাৰন সিহঁতৰ অভাৱ হলে,যি ১/২দৰা মাটি আপোনাক বিক্ৰী কৰিব পাৰে নহয় জানো চকু চলিহা জাত

  • @mriduborah9382
    @mriduborah938213 күн бұрын

    ইয়াত জিকিতাই বিনামূলীয়া সকলো সামগ্ৰী বন্ধ হ'ব লাগে বুলি কমেনত কৰিছে সেইকিতাক কৈছু সূন দূটকা আছে বাবে তেনে কথা নকবি। বিনামূলীয়া কিবা সুবিধা অহা গম পালে ছাগে তহতৰ ঘৈনীৰ হতকহে দুখীয়া মানুহতকৈ আগত পঠিয়াই দিয় দুখীয়া বিলাকে গমেই নাপায়। তেতিয়া লাজ লাগে নাই হা আকৌ বীনামুলীয়া সকলো বন্ধ কৰা কথা কব আহ। থুই কেলা।

  • @Lalung88

    @Lalung88

    13 күн бұрын

    Right

  • @Krishna-rc2ws

    @Krishna-rc2ws

    13 күн бұрын

    Right

  • @anshumanbaruah8444

    @anshumanbaruah8444

    12 күн бұрын

    Right

  • @bishnunath3452

    @bishnunath3452

    12 күн бұрын

    Vl dise...

  • @nabajitkatharnaba2150

    @nabajitkatharnaba2150

    10 күн бұрын

    @@mriduborah9382 চাউল বন্ধ নহয় কিন্তু আমি দোকানীবোৰেহে প্ৰাপ্য নোপোৱালৈ চাউল উঠোৱা বন্ধ কৰিম

  • @user-iw8kc9jq9e
    @user-iw8kc9jq9e13 күн бұрын

    ৰেচন কাৰ্ডত মাক-বাপেকৰ নামে দিয়ে ল'ৰা-ছোৱালীৰ নথিপত্ৰ দিলেও নাম নিলিখে কিয়?

  • @NirmaliBoraNirmaliBora
    @NirmaliBoraNirmaliBora12 күн бұрын

    বৰ সুন্দৰ পদক্ষেপ। ইমান দিনে আমি ভুক্তভোগী। চৰকাৰে কোনো নিৰ্দিষ্ট সিদ্ধান্ত এটা লৈ আজিকোপতি সুলভ মূল্যৰ এজেণ্ট সকলক সকাহ দিব নোৱাৰিলে। ধিক্কাৰ দিলোঁ অসম চৰকাৰক। কমিচনৰ নাম গোন্ধ নোহোৱা হ'ল।

  • @achutananadabasumatary34
    @achutananadabasumatary3413 күн бұрын

    শিক্ষা আৰু স্বাস্থ্য ৰ বাহিৰে আন একো বিনামূলীয়া হব নালাগে! বিনামূলীয়া ই মানুহ তথা সমাজ এখনক পংগু কৰি তোলে! ই ৰাজ্য আৰু দেশৰ অৰ্থনীতিটো কু প্ৰভাৱ পেলাই!

  • @K.R10710

    @K.R10710

    13 күн бұрын

    Apuni hoi2 sarkari sakori kore xeikarne koise,,, kintu বিনামূলীয়া চাউল দিয়া কাৰণে বহুত মানুহ লঘন খাটিব লগা হোৱা নাই

  • @pankajroy2418

    @pankajroy2418

    13 күн бұрын

    Kio binamuliya bondho hobo lage. Jonabosun . Apuni nissoy government job kori ase

  • @KitchenSewali

    @KitchenSewali

    11 күн бұрын

    ​@@K.R10710 তুমিও কৰিবা চাকৰি, কেৱল বহি বহি খাব মন যায় নেকি ?

  • @K.R10710

    @K.R10710

    11 күн бұрын

    @@KitchenSewali Oh bydeo moi sakori karo. Moi bohi khabo nalage. Monthly poisa paai aso. Xadharon manuh xinir karone koisu Saul bandho koribo nalage. Apuni free Saul napai kijani xeikarne jolise apuni

  • @K.R10710

    @K.R10710

    11 күн бұрын

    @@KitchenSewali Bahh tumar KZread channel ase sn. Ekbar salo entry Mari tmk sn kela rn*** jn lage.

  • @atiqurmazumdar341
    @atiqurmazumdar34112 күн бұрын

    দোকানীৰ যে এখন পৰিয়াল আছে তাৰ চিন্তা চৰকাৰে নকৰে ।

  • @ranatalukdar7267
    @ranatalukdar72679 күн бұрын

    প্ৰতিজন সূলভ মুল্যৰ দোকানিৰ পৰিৱাল চলিবলে হাহাকাৰ হৈছে। চৰকাৰে দোকানি সকলৰ প্ৰতি গুৰুত্ব দিব বুলি আশা কৰিলো।

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw13 күн бұрын

    ঐ বিনামূলীয়া চাউল বন্ধ কৰিলে ভোট নাপাবি কিন্তু। এতিয়াই ভয় খুৱাই থৈছোঁ। চিন্তা নাই, দি থাকিব।

  • @anantamoranvloge7255
    @anantamoranvloge725513 күн бұрын

    সুন্দৰ পদক্ষেপ

  • @mridulkumarrabha892
    @mridulkumarrabha89213 күн бұрын

    বিনামূলীয়া কৈ চাউল নিদি নিম্ন তম মূল্য নিৰ্ধাৰণ কৰক।

  • @user-yt5fb5cf3b
    @user-yt5fb5cf3b13 күн бұрын

    শুনি সুখ পালো।

  • @rajibbormedhi8638
    @rajibbormedhi863813 күн бұрын

    বাতৰিটো শুনি সন্তুষ্ট হলো,চৰকাৰে এনেও সকলো বোৰ বন্ধ হোৱাৰ কামনা কৰে,ভালেই হব দিয়ক।

  • @RanjanDey123

    @RanjanDey123

    13 күн бұрын

    Toy BJP r samsa jen pao

  • @birenburagohain8132
    @birenburagohain813211 күн бұрын

    বিনামূলীয়া চাউল দিয়া প্ৰক্ৰিয়া বন্ধ হ'ব লাগে।নহলে মানুহ বোৰ এলেহুৱা হৈছে।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k13 күн бұрын

    আপোনালোকে আপোনালোকৰ সমস্যা বিলাক চৰকাৰক অৱগত কৰি সমাধানৰ পথটো মুকলি কৰক

  • @jahirulislam4311
    @jahirulislam431113 күн бұрын

    চৰকাৰে বিনামূলীয়াকৈ গাইপতি ৫ কেজি চাউল দিছে ভাল কথা পিছে চাউল বিতৰণ কৰা সূলভ মূল্য এজেন্ট সকলৰ প্ৰতি চৰকাৰে আজিলৈকে কোনো ধৰণৰ সহাৰি দিয়া নাই।

  • @NajrulHoque-dq2gc

    @NajrulHoque-dq2gc

    12 күн бұрын

    Right

  • @user-mj7cd7nh7d
    @user-mj7cd7nh7d13 күн бұрын

    চাউল চেনী চৰকাৰে দি থাকিব লাগে। চৰকাৰে ঠিকাদাৰ বিলাকৰ প্রতি নজৰ দিব লাগে। দোকানী বিলাকৰ পাব লগীয়া টকা চৰকাৰে দিব লাগে। চৰকাৰে যি বিলাক ভোটৰ হিতাধিকাৰী কৰি লৈছে সেই বিলাক আচনী উঠাই দিব লাগে। খোৱা খাদ্যৰ আৰু চিলিনদাৰৰ দাম কমাব লাগে।

  • @hafizurrahman1898
    @hafizurrahman189813 күн бұрын

    এজেণ্ট সকলে অন্ন সেৱা সপ্তাহ দিনে ৰাতি একাকাৰ কৰি অক্ষৰে অক্ষৰে পালন কৰি আছে। কিন্তু এজেণ্ট সকলে পেটত গামোচা বান্ধি ৰাইজৰ সেৱা কৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এজেণ্ট সকলে কমিছনৰ টকা পোৱা নাই। এজেণ্ট সকলৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নাই। শিক্ষকৰ পৰা আৰম্ভ কৰি বহুত বিভাগত মানুহে চাকৰি অলপ কষ্ট কৰি লাখ লাখ দৰমহা পায় আছে। কিন্তু, এজেণ্ট সকলে তিনি গুণ কষ্ট কৰিও দৰমহা নাই পোৱা। গতিকে এজেণ্ট সকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰক। নহ'লে এজেণ্ট সকলে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰিব।

  • @ganeshboro10
    @ganeshboro1013 күн бұрын

    শিক্ষা,স্বাস্থ্য আৰু দিয়ায়ৰ বাহিৰে সকলো ধৰণৰ বিনামূলীয়া হিতাধিকাৰী ব্যৱস্থা বন্ধ হ'ব লাগে।

  • @user-cy8lv7es5m
    @user-cy8lv7es5m12 күн бұрын

    সমবায় ৰ এজেণ্ট সকলক নিজৰ দোকানত চাউলৰ যোগান ধৰা সমবায় ৰ কৰ্মচাৰী সকলে ৫-৬হাজাৰ মাহিলী দৰমহাত মাহৰ ৩০ দিন সেৱা আগবঢ়ায় আছে! তেওঁ লোক ৰ বিষয়ে কোনে ভাবিব?

  • @sacindradeka8192
    @sacindradeka819213 күн бұрын

    বিনামূলীয়া চাউল যোগান ধৰিবলগীয়াটোৱেই প্ৰমাণ কৰে যে মামাৰ অসম উন্নতিৰ শীৰ্ষত।

  • @nabajitkatharnaba2150

    @nabajitkatharnaba2150

    10 күн бұрын

    @@sacindradeka8192 গুটিটো শীৰ্ষত

  • @jereen_talukdar
    @jereen_talukdar13 күн бұрын

    হিমন্তই এই সমুহ গুৰুত্ব নিদিয়ে,,ই কেৱল আশ্বাসহে দিব পাৰে,,

  • @bichitrakhargharia4150
    @bichitrakhargharia415013 күн бұрын

    আমাৰ ৰেচন দোকানত চাউল পাইছোঁ কিন্তু চেনি বছৰ বছৰ ধৰি দিয়া নাই।

  • @amitpegu6342

    @amitpegu6342

    13 күн бұрын

    Surf napai neki ....

  • @RanjanDey123

    @RanjanDey123

    13 күн бұрын

    Seni sorkare dile he pabo, kotha tu ki koi ase apuni buja nai nki, tekhete kole dekhun je 2013 r r pora sorkar seni jugan dhora nai

  • @janardonnath9780

    @janardonnath9780

    11 күн бұрын

    Seni sorkare diya ni nhy .. aponaloke sorkarok kok seni dbo tetiya pai jabo

  • @bipinchandraphukan1452
    @bipinchandraphukan145213 күн бұрын

    বহুত ভাল হব।

  • @birenburagohain8132
    @birenburagohain813211 күн бұрын

    বিনা মূলীয়া চাউল দৰিদ্ৰ সীমাৰেখাৰ তলত পোৱা সকলক ধন্যবাদ দিছোঁ আৰু চৰকাৰকো ধন্যবাদ দিছোঁ। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ লোক সকলে পোৱাৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনক গৰিহণা দিছোঁ।

  • @nripenboruah32
    @nripenboruah3212 күн бұрын

    ফ্ৰী অন্ন, বস্ত্ৰ, বাসস্থান পুৰণি সমীকৰণ ত্যাগ কৰি ফ্ৰী শিক্ষা আৰু স্বাস্থ্যত চৰকাৰে গুৰুত্ব দিয়ক।

  • @SalimatDdinDdin
    @SalimatDdinDdin11 күн бұрын

    মূখ্যমন্ত্ৰী ডাঙৰীয়া এজেণ্টক গুৰুত্ব নিদিয়ে যদি তেওঁ ঘনিয়েকে কয় লগতে সকলো সুবিধা কৰি দিয়ে তেওঁ লাগিলে সুলভ মুল্য দোকানি মৰক তেওঁ আহে নাজায় বুলি ভাবিছোঁ ❤❤❤ এয়াযে হ'ল অসম চৰকাৰৰ 🎉🎉

  • @nayonroy6116
    @nayonroy611613 күн бұрын

    মৈধ বিত্ব আৰু ধনী মানুহৰ vote নালাগে।

  • @mukulhussain8114
    @mukulhussain811413 күн бұрын

    Thanks

  • @nayonroy6116
    @nayonroy611613 күн бұрын

    কেৱল গৰিবৰ vote যে চৰকাৰ নহয় বুজি পাইছে ৰাইজে।

  • @debajanibaruah3105
    @debajanibaruah310513 күн бұрын

    ৩০,০০০/- টকাৰে কিয় কম হয় বুলি কলে ।উচ্ছ শিক্ষা লৈ নিবনুৱা কিছুমানে ৮,১০,০০০/- টকা লৈ কোম্পেনীত কাম কৰি সুকলমে ঘৰ চলাই আছে ।আপোনালোকক কমে বুলি কোৱাতো আছৰিত ।অৱশ্যে যিমান পালেও মানুহ সন্তুস্ট নহয় ।

  • @tarunchandranath
    @tarunchandranath13 күн бұрын

    আপোনালোকে।।নেৰিব😂

  • @palashdebnath7244
    @palashdebnath724412 күн бұрын

    সুন্দৰ কথা, একদম ঠিক কৈছে । আমি আপোনালোকৰ লগত আছোঁ ✊

  • @gogoisheela9289
    @gogoisheela928913 күн бұрын

    Val korise.amar raije nijor vorit nije kuthar mari loisil

  • @mahimuddinlaskar4939
    @mahimuddinlaskar493913 күн бұрын

    সভাপতি মহোদয় আপনারা যে প্রতি গ্রাহকের কাছথেকে ১/২ কে জি করে কাট দিতেছেন তাহার বিহীত ব্যবস্তার কথা ও উল্লেখ করেন।

  • @manjubarman1855
    @manjubarman185513 күн бұрын

    ভাল হ'ব।

  • @user-vx7pc1wm8d
    @user-vx7pc1wm8d13 күн бұрын

    মোৰ ৫ কেজি ঢাউল চৰকাৰে কাক দিৱ---

  • @BipinGogoi-od1im
    @BipinGogoi-od1im13 күн бұрын

    সময়ত হে গম পাম বাতৰিটো কিমান সঁচা

  • @purobibordoloi7462
    @purobibordoloi746213 күн бұрын

    সচা কথা। বিনা মুলীয়া বন্ধ কৰি এটী মূল্য লৈ দুখিয়াক সকলক দিবলৈ চেষ্টা কৰক।।

  • @user-ck1lb2st1v
    @user-ck1lb2st1v13 күн бұрын

    Good

  • @armisthagogoi3342
    @armisthagogoi334213 күн бұрын

    বন্ধ হ'ব লাগে । গাহৰি দিয়ে

  • @tridipgogoichannel7268
    @tridipgogoichannel726813 күн бұрын

    শিক্ষা বিনামূলীয়া কৰি দিয়ক

  • @user-cy8lv7es5m
    @user-cy8lv7es5m12 күн бұрын

    অসম চৰকাৰ মানে ৫ কিলো চাউল! ধন্যবাদ!

  • @kamrulmazumder253
    @kamrulmazumder25313 күн бұрын

    Good🎉

  • @HoriprasadKolita-ps6mh
    @HoriprasadKolita-ps6mh12 күн бұрын

    মূখ্যমন্ত্ৰী মহোদয়ে সূলভ মূল্যৰ দোকানী সকলৰ পৰিয়ালৰ কথা বুজি নাপায়। তেওঁৰ বাবে ৰাজ্যৰ মহিলা সকলেই যথেষ্ট।

  • @ManojChutia-se1om

    @ManojChutia-se1om

    11 күн бұрын

    Right

  • @rekhamonidevi1656

    @rekhamonidevi1656

    11 күн бұрын

    Mohila xokolok ki dise kobosun. Moiu mohila,, eku pua nai kintu

  • @rameshnath5430
    @rameshnath54304 күн бұрын

    ৰেচন কাডৰ নামত টকা লোৱা বন্ধ কৰক লগতে আপুনি যে চাওল কম কৈ দিয়া বিনিময় চৰকাৰে তাৰ বিপৰীতে চৰকাৰে মাত মতা কঠা কৈছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো চাওল দিয়ে ৫ কে :জি তাৰে ৫০০ গাম কম কৈ দিয়া মানে ----চৰকাৰে ভালকৈ এই কথা বোৰ বেছি গুৰুত্ব দিয়ে তাৰে ------

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp13 күн бұрын

    Par head only five kg rice for one month. How can it solve.

  • @shristiyasultana2079
    @shristiyasultana207913 күн бұрын

    চৰকাৰে আপোনালোকক গুৰুত্ব নিদিয়ে

  • @ahijalhoque9923
    @ahijalhoque992313 күн бұрын

    চাউল ভিতৰন বন্ধ কৰিব লাগে

  • @skyboy2389

    @skyboy2389

    13 күн бұрын

    😢😮

  • @lokengogoi5007
    @lokengogoi500713 күн бұрын

    Very good. 🙏🙏🙏

  • @Rihangaming.66
    @Rihangaming.6613 күн бұрын

    দোকানীৰ পেট আৰু পৰিয়ালৰ কথা চিন্তা নকৰে চৰকাৰে।

  • @srdtechassam7129

    @srdtechassam7129

    12 күн бұрын

    Churi bohut korisil bohut lutisil..atiya churi koribo pora nai buli

  • @nabajitkatharnaba2150

    @nabajitkatharnaba2150

    11 күн бұрын

    ​@@srdtechassam7129tur bapere sur

  • @nabajitkatharnaba2150

    @nabajitkatharnaba2150

    10 күн бұрын

    @@srdtechassam7129 তোৰ বাপেৰে চোৰ

  • @nabajitkatharnaba2150

    @nabajitkatharnaba2150

    10 күн бұрын

    @@srdtechassam7129 তোৰ বাপেৰে চুৰ

  • @mmrahman6631
    @mmrahman663111 күн бұрын

    অসম চৰকাৰে ৰেচন dealer সকলৰ পইচা দিব নোৱাৰে কিন্তু নিজৰ দৰমহা আকৌ ৫০% বঢ়াই লব পাৰে নেতা সকলৰ হে পৰিয়াল আছে বাকী মানুহৰ কোনো পৰিয়াল নাই

  • @portablefacts
    @portablefacts13 күн бұрын

    কৃষি প্ৰধান দেশত বিনামূলীয়া চাউলৰ কোনো প্ৰয়োজন নাই বুলি ভাবো এজন খেতিয়কে‌ ৫ কি‌লো‌‌ চাউলৰ বাবে ৰেচনৰ দোকানত শাৰী পাতিব লগাতো অশনি সংকেত

  • @K.R10710

    @K.R10710

    13 күн бұрын

    @@portablefacts কাৰ কিমান বিঘা মাটি আছে কৃষি প্ৰধান দেশত

  • @portablefacts

    @portablefacts

    13 күн бұрын

    @@K.R10710 ajn khetiyoke nijr proyojonio Anna muthi produce koribo pare iyar khetrot govt ae incentive lobo lgs

  • @K.R10710

    @K.R10710

    13 күн бұрын

    @@portablefacts আপুনি চাকৰী কৰে কাৰণে কৈছে গম পাইছোঁ

  • @portablefacts

    @portablefacts

    13 күн бұрын

    @@K.R10710 ni ni gaon thki kheti ke koro

  • @K.R10710

    @K.R10710

    13 күн бұрын

    @@portablefacts যি কেইজনে ফ্ৰী চাউল পায় সিহঁতে হে গম পায় কিমান সহায় হয়।

  • @user-iw8kc9jq9e
    @user-iw8kc9jq9e13 күн бұрын

    বিনামূলীয়া চাউল বন্ধ কৰিব লাগে কাম কৰিবলৈ মানুহ নোপোৱা হৈছে।

  • @KitchenSewali

    @KitchenSewali

    11 күн бұрын

    একেবাৰে সঁচা কথা। 😅😂

  • @bijoyphukanpickframe9991
    @bijoyphukanpickframe999113 күн бұрын

    Bohut lutile ,Agote Dukani bilake

  • @sandhyaranidas41
    @sandhyaranidas4113 күн бұрын

    ৫ কেজি চাউল দিয়ে । ইয়াৰে আধা প্লাস্টিক চাউল , কিহৰ বাবে

  • @RanjanDey123

    @RanjanDey123

    13 күн бұрын

    Alpo bidya bhayankar buli koy je kotha khar apunar khetrot hompurno projujya,

  • @user-wh4vw4sp9k
    @user-wh4vw4sp9k13 күн бұрын

    Good news

  • @S.Pgamer275
    @S.Pgamer2759 күн бұрын

    Agent কিয় এৰিমবুলি কবপৰানাই. কাৰণ -চাইল চোৰ কৰিব পায় যে

  • @imranhussain3278
    @imranhussain327813 күн бұрын

    Oh maa

  • @bornaliborah8735
    @bornaliborah873513 күн бұрын

    দোকানী বিলাকক দৰমহা দিব লাগে মামা

  • @kalpanadas1724
    @kalpanadas17249 күн бұрын

    আমাৰ দোকানত এইবোৰ বস্তু এদিনো নাপালো কিয়?

  • @shamimakhter6409
    @shamimakhter640913 күн бұрын

    Govt e unemployment issue ai bilak thik korok. Amar ahi aha generation r karone ekhon skilled karaok ai bilak thik korok. Free diya bandha karak

  • @bkp9774
    @bkp977413 күн бұрын

    বিনা মূল্য সৱল বন্ধ কৰা।

  • @sanjaysarma4371
    @sanjaysarma437113 күн бұрын

    Mai susait krim.

  • @holeswrthengal6039
    @holeswrthengal603913 күн бұрын

    ভি দি অ টো সচা। চাউদাং পথাৰ পৰা।

  • @anantasarkar4858
    @anantasarkar485813 күн бұрын

    বিনা কাৰনত ঘৰৰ মহিলা সকলক আচনি দিয়ে আৰু যি সকলে কাম কৰি কষ্ট কৰে তেওঁলোকৰ চিন্তা চৰকাৰে নকৰে তেওলোকৰ ও এটা পৰিয়াল আছে। বা বিজেপি চৰকাৰ।

  • @srdtechassam7129

    @srdtechassam7129

    12 күн бұрын

    Chor hoi..finger or agot bohut churi korise...atiya churi bondho hol tar karane commission lge ..churi kora paisa bur ghurai dibo lge

  • @TCF573
    @TCF57313 күн бұрын

    Aah kiya nidiyenu bhai. Bohi bohi khaboloi paise kisumane.. Kisumane ako saul loi bepar korise. Eman alehua manuhere Rajya vori porise khety khular dorker nuhuwa hoise Akhom eman unnotti pothot 😅😅 Joy aai Akhom bool. 😅😅' Diba diba. Bohi khuwa dorob diya saul khuwa . r ki kot bikhyat. Akhom buli likhibo pora jabo 😅😅 Dhoodor Rajya 😅😅😅 Huniyei bhal lage 😅😅😅😅

  • @maheshjwngmaramchiary1611
    @maheshjwngmaramchiary161113 күн бұрын

    Sir komison nalage monthly salary bebosta korok assam sorkare.

  • @umeshkardong6116
    @umeshkardong611613 күн бұрын

    হিতাধিকাৰীক চাউল দিয়া বন্ধ কৰিলে বহুত ভাল পাম।

  • @zaved2008
    @zaved200813 күн бұрын

    কথাবোৰ ঠিকেই আছে কিন্তু 30 হাজাৰ টকাত ঘৰ নচলে কোৱাত আচৰিত হলো। অসমত লাখ লাখ যুৱক যুৱতীইয়ে মাহে 15-20 হাজাৰ টকাৰ চাকৰি কৰি ঘৰ চলাই আছে। তাকো তেওঁলোকে মাহত চাগে 24-27 দিন কাম কৰে। আপোনালোকৰ কাম মাহে 12 দিন মানহে চাগে। তাৰ ওপৰত চাউল থাকি গলে বিক্ৰী কৰাৰ অভিযোগ এটাও আছে। যি নহওঁক বৰ্তমান 50 হাজাৰ মান মাহে হলে চাগে আপোনাৰ ভাল হব।

  • @pritamsarma1672

    @pritamsarma1672

    13 күн бұрын

    Aru poisa lage...Ami ba 4000-5000 tokai napau tothapiyo soli aso...

  • @danceforyoulike1186

    @danceforyoulike1186

    12 күн бұрын

    Dada bea napabo ...kintu moi nije ai kosto bhog kori asu ...Mur deutai kontol dukani hoi ...tothapiu kiman months or commission pua nai ..tarupori apuni kole saoul basi gole bikri koribo pari ...hai bosto agote parisil jetua epos machine aaha nasil , tarupori saoul iman komke ahe ...gari r pora nomaute adha saoul pori jai nosto hoi ...aru basi hua saoul r babe sorkare amar porai hisap loi ..poisa diboloi koise ...ami nijor ghorkhone solau ne ..sorkarok Toka di thakur ..Mur college or khoros ..bhonti bhaitir school or khoros bohot e thake .. tarupori bemar - aajar aase ...sorkare eku kora nai aamar babe ...

  • @ManojChutia-se1om

    @ManojChutia-se1om

    11 күн бұрын

    Amr deuta u ajon kontrol dukani ghorot 3 jon lora suwali poisa ovabot moi clg jabo pora nai schoolership r poisa keita jentene admission korisu . Anekuwa kotha kole amr mont bahut dukh lage epose machine ase kenekoi Saul bikri koribo logote sob thait tu Saul bikri koribo nuware bahut month hl 10 Toka atau puwa nai ami janu kiman kost t solibo loga hoise mah tu 15 din jodi Saul keita logote jai kenei koi hajira kori kham apunaluk sage dhoni manuh hei bur dhukhiya manuhor dukkh kot buji pabo

  • @janardonnath9780

    @janardonnath9780

    11 күн бұрын

    Lockdown r timet kiman kosto kri dukani Saul disil nijor jibonr kotha sinta nkori , agr bohut Toka sorkarr tat pabo lga ase kintu diya ni ... Heibor o olp sinta kribo

  • @arupkalita6619

    @arupkalita6619

    9 күн бұрын

    কত দেখিছ চাউল বিকা

  • @pranabeshbaruah8314
    @pranabeshbaruah831411 күн бұрын

    চৰকাৰৰ সুন্দৰ পদক্ষেপ। ধন্যবাদ অসম চৰকাৰ।

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt13 күн бұрын

    10kgt,9kg,die,j,Nako,kiya,raison,card,banale,500,taka,loi,j,Nako,kiya,dukhia,Taj,khua,dukani,sarkar,zindabad

  • @premkumartanti5532
    @premkumartanti553213 күн бұрын

    Pds dealer ko salary dena chaye

  • @assamecomedy2275
    @assamecomedy227513 күн бұрын

    কংগ্ৰেছৰ চাল,

  • @amitpegu6342
    @amitpegu634213 күн бұрын

    Hosake eku napai hulob muilyor dukaniye....

  • @rphukon3331
    @rphukon333113 күн бұрын

    বিনামূলীয়া চাউল বন্ধ হবলাগে। তাৰ হলনি পইচা দিবলাগে।

  • @armfight6940

    @armfight6940

    11 күн бұрын

    একাউণ্টত পইছা ভৰাই দিব লাগে

  • @lokengogoi5007
    @lokengogoi500713 күн бұрын

    8

  • @inglishvlogs1015
    @inglishvlogs101513 күн бұрын

    বিনামূলীয়া চাউল বন্ধ কৰিব লাগে,

  • @user-bp3ns3cv3m
    @user-bp3ns3cv3m13 күн бұрын

    Sorry , a single sound is not coming out 😮😮

  • @sanjaydutta2905
    @sanjaydutta290513 күн бұрын

    PDS dealer ka Parivar bhukha rahana parga commission hona chahie par quntl 764 rupees da Raha par quntl 180 Rupees kya Karen PDS dealer aapne Parivar leya supreme court jana chahiye

  • @nabajitkatharnaba2150
    @nabajitkatharnaba215011 күн бұрын

    দোকানীসকলে চাউল ওঠোৱা বন্ধ কৰিব লাগে

  • @budheswarnath6516
    @budheswarnath651613 күн бұрын

    অতিকে দাম্ভিক এই চৰকাৰ খনৰ পৰা আৰু কি আশা কৰিব..

  • @MontiRabbani
    @MontiRabbani13 күн бұрын

    Video has no sound.

  • @user-jt4fq2ux2b
    @user-jt4fq2ux2b12 күн бұрын

    ভালেই কৰিছে

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc13 күн бұрын

    মোৰ ৫ কেজি চাউলৰ এতিয়া কি হব ।

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage909913 күн бұрын

    Aito nidile vl hbo mnh kam karibo ato income kori khabo 😂

  • @AminulHoque-xd2zl
    @AminulHoque-xd2zl13 күн бұрын

    Hoinki

  • @dipzr9434
    @dipzr943413 күн бұрын

    Right.dokanir katha navabe kintu sorkare raijok bina muliya sawl di ba ba lbo khuje.

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt13 күн бұрын

    Moi,dukhia,hoi,card,puwa,nie,bare,bare,Kate,die,dukane,Diya,nie,j.

  • @satyamewajayate24
    @satyamewajayate2411 күн бұрын

    Strick Must Be....👍

  • @Anna-hm3uy
    @Anna-hm3uy13 күн бұрын

    High court aro supreme Court korok apunaloke. Mamai mami aro ambani adanir bahire kako sini napai , karo kotha buji napai.

  • @loveyourj2.0
    @loveyourj2.06 күн бұрын

    Good decision sir

  • @niyorborah4871
    @niyorborah487113 күн бұрын

    PLASTIC CHAUL (rice) PABO KIN2, BCAS DIS IS " AKO AI BAAR MODI SORKAR..... Election ahile e hae tai VOTE dibo... E T yaa KANDI DEKH UH WAI ASE... (SORRY, BUT DIS IS THE TRUTH, DIBO EK TOKA, KIN2 LOBO PAS TOKA, TATE AMI KHUB HUKHI... (Specially WOMEN). SORRY BUT DIS IS BUKA MANE ( POLITICS ).

  • @nileswarkurmi9195
    @nileswarkurmi91957 күн бұрын

    ❤good luck

  • @IsmailAli-kf2zf
    @IsmailAli-kf2zf13 күн бұрын

    Amar hulob mulyar dukanie rice 1/2 kg kom die hojai dist

  • @sanjeebboruah3566
    @sanjeebboruah356611 күн бұрын

    ভঁৰাল খালি ঔ

  • @utpalkumarmedhi2617
    @utpalkumarmedhi261713 күн бұрын

    Ghort bohiyei 30 hejar toka dormoha lage tako duty 10 din bapre aru logote extra saul Tokla dokanijon kintu bohut oporor mal dei

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn13 күн бұрын

    Nice

  • @susilsarmah4429
    @susilsarmah442913 күн бұрын

    Poison kya nedibo BJP Sarkar

  • @navabora9489
    @navabora948912 күн бұрын

    বিনামূলীয়া চাওল আদি চব বন্ধ কৰিব লাগে। তেতিয়া হে মানুহে খেতি কৰিবলৈ আগ্ৰহী হব। এতিয়া গাঁৱত খেতি কৰিবলৈ মানুহ বিচাৰি নোপোৱা হলো।

  • @iublood
    @iublood11 күн бұрын

    আমাৰ গাঁৱত বিনামূলীয়া চাউল পোৱা লোকে সদায় মাঙখ খায় । কাৰণ চাউল free চিন্তা নাই।

Келесі