বিজেপিৰ হিন্দুত্বক সমালোচনা; বিপৰীতে ৰাহুলৰ হিন্দুত্বক আদৰণি; গণতন্ত্ৰলৈ আশাৰ বতৰা!

⏭️সংসদত বিৰোধীৰ ভূমিকা আৰু গণতন্ত্ৰলৈ আশাৰ বতৰা!
⏭️ৰাহুলৰ গান্ধীয়ে বিন্ধিছিল মোদীক; মহুৱা মৈত্ৰৰ জ্বালামুখী ভাষণ!
⏭️বিজেপিৰ হিন্দুত্বক সমালোচনা; বিপৰীতে ৰাহুলৰ হিন্দুত্বক আদৰণি কাৰ?
⏭️মুখ্য সম্পাদক পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 37

  • @lakheswarborah3046
    @lakheswarborah304617 күн бұрын

    ৰাহুলৰ ভাষনে মোদীজীক হুলে বিন্ধা দি বিন্ধিলে । ধন্যবাদ ৰাহুল ।

  • @kalpanaborah8745
    @kalpanaborah874517 күн бұрын

    Rahul Gandhi Right

  • @junumaichutia9384

    @junumaichutia9384

    8 күн бұрын

    ৰাহুল গান্ধি god

  • @nekibuzzaman5195
    @nekibuzzaman519517 күн бұрын

    Rahol is right,fit for to Devolop India.

  • @akhilgoswami1140
    @akhilgoswami114017 күн бұрын

    Right Rahul thanks

  • @babuldas3245
    @babuldas324517 күн бұрын

    Good

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj17 күн бұрын

    Good speech.

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb17 күн бұрын

    Good tolk

  • @babuldas3245
    @babuldas324517 күн бұрын

    Bjp go back

  • @user-yx1xg4ob4x
    @user-yx1xg4ob4x17 күн бұрын

    বিশ্লেষণ টো ভাল লাগিল

  • @aminurrahman1915
    @aminurrahman191517 күн бұрын

    Very good analysis.

  • @xzaxe
    @xzaxe17 күн бұрын

    Rahul Gandhi Jai Ho!

  • @renubegum3639
    @renubegum363917 күн бұрын

    Good Rahul Gandhi ji 👍

  • @salimhussain4907
    @salimhussain490716 күн бұрын

    ৰাহুল জি ইংৰাজীত নকব 😂 আমাৰ ৰজাই বুজি নাপাই

  • @SangramBangthai
    @SangramBangthaiКүн бұрын

    হিন্দুক হিংসুক বুলি কোৱা কথাষাৰ বিলুপ্ত কিয় কৰিলে আপুনি, আপোনাৰ ব্যাখ্যা সঠিক নহ'ল যেন লাগিল

  • @fdx9079
    @fdx90794 күн бұрын

    Rahul, Gourav, Mahua, are very nice Speech Thanks you 🎉🎉🎉🎉🎉

  • @abdulkhandakar5741
    @abdulkhandakar574116 күн бұрын

    You are great Rahul ji and mahua ji

  • @imdadali9519
    @imdadali951917 күн бұрын

    Non Biological items.😮

  • @SaniaBoruah
    @SaniaBoruah13 күн бұрын

    Thanks newrst

  • @taradoi7957
    @taradoi795713 күн бұрын

    সচাঁ কথা ।

  • @ruhitdihingia8210
    @ruhitdihingia821016 күн бұрын

    ৰাহুল গান্ধী জিয়ে এনেদৰে ব্যক্তিতা দিব লগীয়া হ'ব, ভাবিছিল নে??? প্ৰধান মন্ত্ৰীয়ে নিজক লৈ কিছু অবাস্তৱ (concept) ধাৰণা দেশৰ জনগণৰ মাজত প্ৰচাৰ কৰা কাৰ্য্যৰ প্ৰসঙ্গতহে এনেদৰে কবলৈ বাধ্য হ'ল আৰু সুযোগ গ্ৰহণ কৰিলে। দ্বিতীয়তে, মণিপুৰৰ সাংসদ ৰ ( fierce MP)fiery speech on the issue of Manipur Tragedy was found unprecedented to PM Modi ji. তৃতীয়তে মহুৱা মইত্যৰ fiery speech, Gourav Gogoiৰ ভাষণে সৃষ্টি কৰা ধুমুহাই প্ৰধান মন্ত্ৰীক কি গতিত কি স্হিতিলৈ লৈ গৈছে প্ৰমাণ ৰাহুলৰ ভাষণক সংসদত লিপিবদ্ধ নকৰাৰ বাতৰি, ভাষণক এডিত কৰি নেতিবাচক ৰূপ দি জনতাৰ মাজতলৈ প্ৰেৰিত বাতৰি প্ৰচাৰে মোদীজিৰ আন্তৰাত্মাৰ অনুভুতি দেশবাসীয়ে নুবুজাকৈ আছেনে ??? এই কেইগৰাকী বাক পটু, বাক দক্ষ সাংসদৰ ভাষণৰ counter বয়স্ক মোদী জিয়ে কিমান দূৰ সম্ভৱ কৰি তুলিব সময়ে কব আৰু অন্য প্ৰকাৰৰ প্ৰতিক্ৰিয়াত সিদ্ধহিস্ত অনুসৰি নিদিব বুলি কব নোৱাৰি।

  • @TCF573
    @TCF57317 күн бұрын

    Hosa kotha misoliya bure hohjya koribo nuware 😅😅

  • @kabitatalukdar2420
    @kabitatalukdar242017 күн бұрын

    Up rartroptik kenekoi apmankore rahul gandhirpora sikhibo lagibo

  • @arupdas8897
    @arupdas889714 күн бұрын

    Twisting Rahul Gandhi's speech is always seen and done by ruling party to distract the reality of their party and Rahul words carries weight which cannot be digested by bjp

  • @kaushikbarman229
    @kaushikbarman22911 күн бұрын

    আপোনাৰ বক্ত ব্য শুনি ভাল লাগিল কিন্তু কাৰ্যকৰী হোৱাটো হে ডাঙৰ কথা ।

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw14 күн бұрын

    The Rahul Gandhi sir is very strong and famous of India

  • @abdulhekim5770
    @abdulhekim577014 күн бұрын

    সঁচা কৈছে আপুনি । BJPৰ সদস্য সকলে কথা ক'লে বিৰলা ৰ মুখ উজ্জ্বল হয় । কিন্তু বিৰোধী য়ে উঠিছে বেকাৰ মুখ চাবলগীয়া হয় ।

  • @dhareswarlahkar2936
    @dhareswarlahkar293616 күн бұрын

    Om Biralak dekhile mor ane hai, tak jen gosha mari naak bhangi dim ane bhab hai .RAHULe bhashan dile Biralar kotit bangnla jalai dharar dare ekati sikati kari thaka dekha jai.

  • @prasantakrmech3612
    @prasantakrmech36126 күн бұрын

    Ham bhi handu hain. Lekin ham modi aur gudi ko nohi mante hain.Home Ram modir bhi nahi sahiye

  • @KushalRabha-bf6hl
    @KushalRabha-bf6hl17 күн бұрын

    ৰাহুল গান্ধীক ইমান বাঃ বাঃ দি তিনি বাৰ বাহ দিলে 😂 | ৭০ বছৰ যদি ভাৰতবৰ্ষৰ কাৰণে ইমানে যদি ভাল কাম কৰিছে ৯৯ আসন পালে যে, না EVM লৈ সন্দেহ কৰিছা চামচা সকল😂 | আজিৰ দিনত মিছলীয়াৰ স্থান নাই |

  • @ChayanikaSaikia-kl8fs

    @ChayanikaSaikia-kl8fs

    17 күн бұрын

    Bjp এ ইমান ভাল কাম কৰিছিল যে ১৪চনৰ আগত অসম অত ৫খন আসন পাইছিল। ৭০বছৰ একো নকৰা কেই মোদী এ ১০বছৰত ইণ্ডিয়া আৱিষ্কাৰ কৰিছিল নেকি? ইণ্ডিয়া ত ১০বছৰৰ আগত কেৱল ফৰেষ্ট আছিল মানে

  • @user-dd9ip9qd3q

    @user-dd9ip9qd3q

    16 күн бұрын

    Feku and feku companyৰ সদস্যসকলক হাগা উলিয়াই দিছে...!!!!

  • @user-zd6oy9dy8p

    @user-zd6oy9dy8p

    16 күн бұрын

    বিজেপিয়ে E V M ban কৰিবলৈ সৎ সাহস দেশুৱাৰ নোৱাৰিলে কিয় কিয় ? E V M আৰু E C ক হাতৰ মুঠিত ৰাখি আগৰ পৰাই চিঞৰি আছিল ইছ বাৰ 400 পাৰ । পিছে বেছেৰা মোডীজীক ভগবানে পৰজীবীলৈ ৰূপান্তৰ কৰি ভাল শিক্ষা দি আছে । আৰু পাব শিক্ষা ।

Келесі