তথ্য আৰু যুক্তিৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিজেপিক তুলাধূনা অখিল গগৈৰ
কিমানজন মানুহৰ মৃত্যু হ’লে অসমৰ বানপানী ‘বানপানী’ হ’ব? ‘ৰাষ্ট্ৰীয় সমস্যা’ নহ’লে ‘ৰাষ্ট্ৰীয় সমাধান’ হোৱাৰ যুক্তি কেনেকৈ সম্ভৱ? ৩২ বছৰ ৰাজনৈতিক জীৱনৰ ২২ বছৰ মন্ত্ৰী হৈও বিফল হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী-মুখ্যমন্ত্ৰীকে আদি কৰি সুদায় নেৰিলে মন্ত্ৰী পীযুষ-সিংঘাল, সাংসদ তাছাকো। তথ্য আৰু যুক্তিৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিজেপিক তুলাধূনা অখিল গগৈৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
Пікірлер: 16
❤❤❤
Akhil Gogoi dangaria you are brave Rhino of ASSAM well done keep it up.
মূখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈয়ে চোকা ভাষাৰে তথ্য অনুসৰি আঙুলিয়াই দিয়া অভিযোগ, আক্ৰমণৰ প্ৰত্যুত্তৰ, প্ৰতিক্ৰিয়া দিয়া পাল পৰিছে এতিয়া।
Tumi akei
Birodhi partyr leader kot heraise
Ahkil Kokai aru alp ciora Tumi besi bebai thaka Tumi Alliance kora party tu India 1947 sonot Sadhin huar pora congress partya Sorkarot asel ,P M, Mr Monmuhan Sing Assam or pora p m hoisel ,tetea Kekarone Rastio khomoisa Hesabe Declar Nokorele Answer Dea ? Tumi Ahkol Votor bepar nokoriba? Tumi kua Moi C M hole Rastio Gukhana korim,.
অখিল বেবাই 2 ৰাজনীতি নকৰিবা ।জনতাক ওচৰলৈ গৈ এষাৰ মাত দিয়া ভাই ।
AKHIL GOGOI ZINDABAD. WE REQUIRED LEADER LIKE AKHIL GOGOI. HONEST LEADER. ASSAM FLOOD SHOULD BE DECLARED AS NATIONAL DISASTER 🙏🙏
Great 👍
ৰাইজৰ বৰনাওঁ বামেৰেও যায় , সেননাপতি দেউতাক দিলো সোৱৰাই । ধূল পেপাা গগনাত আগেয়ে নোসোনা সুৰ এইবেলি আমিও হোনাম , ( লোকনাথ গোস্বামী ))
Akhil Da jindabad
Nice very nice akhil da
Good news
Nice
Without national problem how national solution is possible!!
Mojja disa.. Hahaha