যিখিনি সৰু সৰু সমস্যাৰ বাবে পানী হৈ আছে সেইয়া আমি ঠিক কৰি দিম: হিমন্ত বিশ্ব শৰ্মা

যিখিনি সৰু সৰু সমস্যাৰ বাবে পানী হৈ আছে সেইয়া আমি ঠিক কৰি দিম। ৰাজনীতি কৰা মানুহ হিচাপে ঘৰ-চৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়া সিদ্ধান্ত ল'ব নোৱাৰো। ডিব্ৰুগড়ত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
#PratidinTime #HimantaBiswaSarma #dibrugarh

Пікірлер: 10

  • @birenburagohain8132
    @birenburagohain81322 күн бұрын

    চৰকাৰে বনোৱা ড্ৰেন বোৰত মানুহ বোৰে পলিথিন আৰু জাবৰ বোৰ পেলায় দিয়াৰ কাৰণে পানী গোট খাই আছে। গতিকে মানুহ বোৰ সজাগ হ'ব লাগে

  • @mamonikonch3132
    @mamonikonch31322 күн бұрын

    CM কে নদীত পেলাই দিব লাগে । ই মাত্ৰ নায়ক

  • @kandarpakeot7670
    @kandarpakeot76702 күн бұрын

    চৰকাৰ যিয়েই নহওঁক কিয় , প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা কৰোৱেই নাই। এই প্ৰকৃতি খন মানুহৰ সুবিধাৰ মতে নচলে । পাৰিলে আমিবোৰে প্ৰত্যেকেই প্ৰকৃতিৰ মতে চলিবলৈ চেষ্টা কৰিব লাগে । নহ'লে প্ৰত্যেক বছৰে বানপানীৰ লগত মুখামুখি হ'বলৈ প্ৰস্তুত থাকিব লাগিব বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰিছোঁ ।

  • @benipegu2302

    @benipegu2302

    2 күн бұрын

    কিয়

  • @rohan8973
    @rohan89732 күн бұрын

    Commission Biswa Sarma nijay Theekadar or pora cut loi loi enekuwa sub standard construction korai.

  • @nayanmahanta1038
    @nayanmahanta10382 күн бұрын

    Hya diok cm sir saibr bapeke banaicl aji le nvga ke acl last 8 yr apnlk a repair nkrile so vagin aibr .. apnlkr bivag a xui thakile repair krib pahori gol

  • @tultuldutta7753
    @tultuldutta77532 күн бұрын

    শিলসাঁকোৰ খিলঞ্জীয়া মানুহৰ ঘৰ মাটি হে উচ্ছেদ কৰিব পাৰি বণিয়াই উচ্ছেদ কৰা মাটি উচ্ছেদ কৰিবলৈ কত সৎ সাহস হব।

  • @thedevogramstory7483
    @thedevogramstory74832 күн бұрын

    Mami ata company asa hai to korila bhl hba mama

  • @kushilabbaishya221
    @kushilabbaishya2212 күн бұрын

    একেই কেইজন মানুহ সমস্যা নাই নাই আৰু আছে আছে কৈ কৈ ৰাইজক ব্যৱহাৰ কৰি নিজকে প্ৰতিষ্ঠিত কৰি আছে বাকী একো নাই, সাধাৰণ মানুহৰ কথা চিন্তা কৰা ৰাইজৰ ভাল প্ৰতিনিধিত্ব অভাৱ বৰ্তমান সময়ত। ৰাইজৰ প্ৰাকৃতিক দুৰ্যোগ আৰু নেতা মন্ত্ৰী দালাল সকলৰ সুযোগ 🙊🙈🙉👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾🙏🙏🙏🙏🙏🙏

Келесі