আজি মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

আজি মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। দিল্লীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হ’ব। কাছাৰ জিলাৰ পৰা মাৰকুলিনলৈ ৰাওনা হ'ব ৰাহুল গান্ধী। সন্ধিয়া মণিপুৰৰ ৰাজ্যপালকো সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে
#PratidinTime #Manipur #RahulGandhi

Пікірлер: 5

  • @MadeinWorld-tl1vr
    @MadeinWorld-tl1vr9 күн бұрын

    Welcome come to Manipur

  • @inglishvlogs1015
    @inglishvlogs10159 күн бұрын

    Our proud Rahul Gandhi

  • @toufikalam954
    @toufikalam9549 күн бұрын

    অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে দাবী জনাব আহবান জনালোঁ কাৰণ কংগ্ৰেছৰ দিনত ও নহল এতিয়া হোৱা নাই । কেন্দ্ৰৰ মুখত হে কেৱল অসম কামত বহুত বাকী

  • @dr.robindrakumarsharma741
    @dr.robindrakumarsharma7419 күн бұрын

    Rahul Gandhi ' s visit to Manipur today is his good gesture towards people of Manipur. But as Assam is facing grave flood situation loosing about 58 people till now & loss of property & live stocks have been immense it would have been justified if could come to Assam also to make an on the spot study of our flood situation.

Келесі