মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ। মাজুলীৰ পহুমৰা মথাউৰি ছিগাক কেন্দ্ৰ কৰি বাকযুদ্ধ।
#PratidinTime #HimantaBiswaSarma #GauravGogoi

Пікірлер: 187

  • @bhaskorgogoi7013
    @bhaskorgogoi70132 күн бұрын

    কলিয়াবৰৰ মথাউৰিটো আমি জনাত কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা। সেই BJP চৰকাৰৰ দিনত হোৱা।

  • @test-ix9im

    @test-ix9im

    Күн бұрын

    Atcha..hai karbar niki??mana ehoti MLA minister hoi nijor bangkho poriyal aru samsa bur dhoni hoi 😅

  • @inglishvlogs1015
    @inglishvlogs10152 күн бұрын

    হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি গৌৰৱ গগৈক যা তা কথা কৈ অশান্তি নকৰে যেন, গৌৰব অতি ভদ্র,নম্র আৰু ভাল সংস্কাৰত ডাঙৰ হৈছে, আপুনি এইবোৰ কৈ ইমেজ বেয়া কৰাৰ চেষ্টা কৰি লাভ নহব,

  • @user-qf2hg9tl1k

    @user-qf2hg9tl1k

    2 күн бұрын

    মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনী এজন ভ্ৰষ্টাচাৰী মন্ত্ৰী হয় সকলোৱে জানে, গতিকে যিজনে ভ্ৰষ্টাচাৰ ৰ ভ টোকে নাজানিলে আৰু নিশিকিলে পিতৃৰ পৰা তেওঁক ভ্ৰষ্টাচাৰী নিশিকাব। গৌৰব গগৈ এজন "নিকা"অসমৰ গৌৰৱ।

  • @mehbubtarafder6251
    @mehbubtarafder62512 күн бұрын

    অভদ্র মুখ্যমন্ত্ৰী, গৌৰৱ মাৰ্জিত, আৰু নম্ৰ।

  • @pradipsarma1964

    @pradipsarma1964

    2 күн бұрын

    Gaurov no 1 Congress r golam

  • @Ja---ckforhere

    @Ja---ckforhere

    2 күн бұрын

    ​@@pradipsarma1964 Aru Cm bjp r

  • @Sumaya034

    @Sumaya034

    2 күн бұрын

    মুখ্যমন্ত্ৰীৰ কথা বোৰ হজম নহয় 😤

  • @user-qf2hg9tl1k

    @user-qf2hg9tl1k

    2 күн бұрын

    you are right

  • @user-qf2hg9tl1k

    @user-qf2hg9tl1k

    2 күн бұрын

    ​​@@Ja---ckforhere Right

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v2 күн бұрын

    কংগ্ৰেছৰ বদনাম গালে সেই বদনামৰ ভাগীদাৰ।দেখুন স্বয়ং মুখ্যমন্ত্ৰী । কাৰণ গগৈ চৰকাৰৰ হৰ্তা কৰ্তা তেখেত আৰু গড়ৰ খৰ্গএই দুজনেই আছিল ।।

  • @barnalibora1569

    @barnalibora1569

    2 күн бұрын

    ধ্ৰুৱসত্য💯

  • @goutamtamuli5405
    @goutamtamuli54052 күн бұрын

    তৰুণ গগৈ চৰকাৰৰ দুৰ্নীতিৰ নায়ক কোন আছিল???

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    2 күн бұрын

    অ ৰাম এইজনে কংগ্ৰেছৰ অহা নাছিল জানো কিয় তেনেকৈ কয় ,কলিয়াৰত কেশৱ মহন্তৰ ভায়েকে বনাইছিল দেখোন কিয় ভাগিল ।

  • @pankajaxom8521

    @pankajaxom8521

    2 күн бұрын

    Konkho mama asil

  • @pradipsarma1964

    @pradipsarma1964

    2 күн бұрын

    Tarun Gogoi nija durnitir Nayak,Jodi balaga ministara durniti korisil tar baba CM daie.

  • @ranjitgowsami7891

    @ranjitgowsami7891

    2 күн бұрын

    হিমন্ত বিশ্ব শৰ্মা

  • @user-qf2hg9tl1k

    @user-qf2hg9tl1k

    2 күн бұрын

    হিমন্ত মামা নিজেই আছিল দুৰ্নীিতিৰ নায়ক

  • @relaxeverythingisfine5154
    @relaxeverythingisfine51542 күн бұрын

    Tarun Gogoi apunar dore corrupted nohoi, Teo ajon val manuh asil. Next time Gauravor sorkar.

  • @BittuNDViratBloge
    @BittuNDViratBloge2 күн бұрын

    কোনে বনাইছে সেইয়া চাই থাকি লাভ নাই ১০ বছৰত আপুনি কি কৰিছে তাকে চাব লাগে! চৰকাৰ বিজেপি ৰ কংগ্ৰেছৰ চৰকাৰ নাই থিক। দুখীয়া পৰিয়ালৰ মানুহৰ জীৱনৰ লগত হেতালি নেখেলিব।। অনুৰোধ জনালোঁ আপোনালোক হীমন্ত মামা!

  • @pranjal1393
    @pranjal13932 күн бұрын

    সকলোৱে জানে কংগ্ৰেছৰ দিনত উঠিৰজা বহিৰজা, সোহাত বাওঁহাত কোন আছিল। নিজৰ গাত অলপ চিকুত মাৰি চালে ভাল।

  • @Solim16
    @Solim162 күн бұрын

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤

  • @pinkugoswami7448

    @pinkugoswami7448

    Күн бұрын

    Bangladesh t hbo ..miya r cm ..akol upper gogoi kaita e vote nuwaro o baba

  • @anonymous_assamese4838
    @anonymous_assamese48382 күн бұрын

    মূখ্যমন্ত্ৰীৰ অসভ্যালি, আৰু গৌৰৱ গগৈৰ গহীন গম্ভীৰ মাৰ্জিত ব্যৱহাৰ.... পাৰ্থক্য ইমানেই ❤

  • @jyotishbarman7219
    @jyotishbarman72192 күн бұрын

    মুখ্যমন্ত্ৰী দাঙৰীয়া! আপুনিয়েই কংগ্ৰেছী ,আপুনিয়েই বিজেপি । দুৰ্নীতি কৰিলে কোনে.....😮😮😮

  • @user-hu3qy9si2o
    @user-hu3qy9si2o2 күн бұрын

    আপোনাৰ মন্ত্ৰী শুই থাকিলে কি হব চাৰ। মন্ত্ৰী জনে বৰ বৰ কথাকয় মথাউৰি ভগা আগতে কি কৰি আছিলে চাৰ।

  • @taradoi7957
    @taradoi79572 күн бұрын

    একেবাৰে অবুজন মুখ্যমন্ত্ৰী কবলৈ আৰু ভাষা নাই ।

  • @anjanborah-5069
    @anjanborah-50692 күн бұрын

    মলাই টো কোনে খাইছিল তেতিয়াও 😂😂

  • @jitsvlogs4373
    @jitsvlogs43732 күн бұрын

    Apuni tetiya ajmal lgt asil niki😂😂

  • @rakashdas9087
    @rakashdas90872 күн бұрын

    কংগ্ৰেছৰ ভূতে ধৰিছে

  • @rajuassamvlog514
    @rajuassamvlog5142 күн бұрын

    সপোনতো গৌৰব গগৈ দেখা পায়। নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু কিমান মিছাক আশ্ৰয় ল'ব।

  • @manashchoudhury6267
    @manashchoudhury62672 күн бұрын

    Emn din congresi Kun asil

  • @pranjal1393
    @pranjal13932 күн бұрын

    "পাপৰ ফলত মানুহৰ কেঞ্চাৰ হয়" কোন মহান ব্যক্তিৰ মহান বাণী?

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o2 күн бұрын

    মথাউৰিটো কেতিয়া বনাইছে সেইখিনিকলৈ আমি কিয় চিন্তা কৰি আছো... সেই মথাউৰিসমূহৰ মেৰামতিৰ বাবে নিশ্চয় এটা নিৰ্দিষ্ট বিভাগ আছে.... কিন্তু বিভাগৰ কৰণীয় একো নাই নেকি....

  • @Debojit-ze3ol
    @Debojit-ze3ol2 күн бұрын

    গগৈ চৰকাৰৰ দিনত এতিয়াৰ জনপ্ৰতিনিধী কেইজনৰ বাদে বেলেগ আছিল জানো? বৰ্তমান এই দুৰ্যোগৰ সময়ত অতীত খুচৰি থকাত কৈ বৰ্তমান কিদৰে উন্নতমানদণ্ডৰ কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰা উচিত, কাৰণ প্রকিতিয়ে কোনো চৰকাৰৰ ভাল - বেয়া কাম চাই দুৰ্যোগৰ নানে।

  • @rounakchowdhury4535
    @rounakchowdhury45352 күн бұрын

    Gourav daa chinta nokoribo next cm aupnia hoi,assamr

  • @pranabtaralidas
    @pranabtaralidas2 күн бұрын

    যোৱা তিনিটা কাৰ্যকাল ত মানে আপোনালোকে কেৱল গুটি খজূৱাই পাৰ কৰি দিলে , repairing অলপো নকৰিলে । বানপানীত ঘৰ ভাঙি নিঠৰুৱা হোৱা মানুহৰ বেদনা vip এ কত বুজি পাব ।

  • @deepjyotiborah4708

    @deepjyotiborah4708

    2 күн бұрын

    Koila syndicate kori asa kot time pabo margherita patkai pahar khn kati pelai koila U luwa kariona aji ai obostha hoisa

  • @djmixbhaskarvlog4864

    @djmixbhaskarvlog4864

    2 күн бұрын

    Nojor wifok sahbagan kiniboloi. Diok

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc2 күн бұрын

    পঙলাই মৰা কথা ৰাইজে কিমান শুনিব, এইজনৰ বিদাই দিন আহি উপস্থিত হৈছে।

  • @rock-eu7mg
    @rock-eu7mg2 күн бұрын

    Torun Gogoi sir dint apunia asil xun,atiya nijr dus dakhibr babe ank bodnam korib nlge🙏

  • @PK.Travel
    @PK.Travel2 күн бұрын

    হেমন্ত বাবু.. গা.. গোন্ধ আজিও কংগ্ৰেছ কংগ্ৰেছ 😂 🤣

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j2 күн бұрын

    আপুনি দল বাগৰি থাকক ৷

  • @hanseali1924
    @hanseali19242 күн бұрын

    জিখন চৰকাৰৰ দিনতে নহও কিও চলিত চৰকাৰৰ দাইত্ব আছিলে মেৰামতি কৰাৰ।কগ্ৰেছৰ দিনত হোৱা অসমোৰ সকলোবস্তু জদি মেৰামতি নকৰাকৈ বেয়া হৈ জাএ।তেতিয়া হলে এইখন চৰকাৰ কি ঘোৰাঘাহ কাতিবলৈ ।

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n2 күн бұрын

    Sarada mama r buku kopi ase Gaurav karne next cm Gaurav Gogoi

  • @salimhussain4907
    @salimhussain49072 күн бұрын

    হেমেনৰ অহংকাৰ অভিশাপ লাগি এদিন শেষ হব

  • @biswanathtanti4385
    @biswanathtanti43852 күн бұрын

    CM has gone mad 💯

  • @njyotinjyoti7541
    @njyotinjyoti75412 күн бұрын

    কংগ্ৰেছৰ দিনত হিমন্ত মামাই নাছিল যানো ওপৰলৈ থুই পেলালে নিজৰ গাত পৰিছে দেখুন।এতিয়া মন্ত্ৰী,বিধায়কৰ,কোনো কাম কৰিব নোৱাৰে সকলোতে আপোনিয়েই

  • @bakulboruah2026
    @bakulboruah20262 күн бұрын

    গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।

  • @dwipenbarman1313
    @dwipenbarman13132 күн бұрын

    এও ২০ বছৰে শিক্ষা মন্ত্ৰী আছিল কিন্তু শিক্ষাৰ ক্ষেত্ৰত কি কৰিলে?

  • @nathgallery2501
    @nathgallery25012 күн бұрын

    Tetia apuni kun2 dolot asil prabhu 😮

  • @probingogoi9774
    @probingogoi97742 күн бұрын

    মাথাউৰি মন্ত্ৰীয়ে নবনাই । Water Resource বিভাগৰ দ্বাৰা আবণ্টন দিয়া ঠিকাদাৰেহে বনাই। গতিকে এই সময়ত এই গৰু কেইটাই কি। বলকিছে ।

  • @LWNBpoem12
    @LWNBpoem122 күн бұрын

    Axomot eibare bohut besi Pani hoise. Apunalukor dinot huwa koliabor mathauri mathu ata example.

  • @user-jq1pb7vv5c
    @user-jq1pb7vv5c2 күн бұрын

    Hatimura mathauwri to apunlka bnua.. Jiti kotha koi dya cm sir

  • @rajenhazarika7629
    @rajenhazarika76292 күн бұрын

    Mr Sharma apuni u tetia CONGRESS govt t asil as minister. Alop bhabi sabo ki koise.

  • @deephazarika887
    @deephazarika8872 күн бұрын

    মানি ললো তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কাম ভাল নহল লগত থকা খিনিঅ টকাটো হজম কৰি পেলললে কত ভাল হব

  • @user-jl9pg7nk5r
    @user-jl9pg7nk5r2 күн бұрын

    মন্ত্ৰী হল বুলিয়েই প্ৰাকৃতিক দুৰ্যোগৰ লগত যুদ্ধ কৰিব পাৰিবনে ।তেওঁলোক মানুহেই ।

  • @nazirvlogg9065
    @nazirvlogg9065Күн бұрын

    Gourav Gogoi... great man...jiki nohok... gourav Gogoi adin holeo cm hobo.... kintu cm sir or lora MLA bonabo nuware.... gourav Gogoi oporot hokolor asirbad ase...

  • @DhanNath-ft8xt
    @DhanNath-ft8xt2 күн бұрын

    এজনে আন জনক দোষ দি থাক কাম একো নাই।

  • @abassam439
    @abassam4392 күн бұрын

    Amar cm khubei telitia.Janmogot jen teo bjp asil.

  • @educationforallassam9691
    @educationforallassam96912 күн бұрын

    hodai tenekoi koi ....amar dinot kom bangise....agte kun asile apuniye hoklu asile....

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc2 күн бұрын

    Only congress Congress but no other issue last 8 yrs ur government. Why ur not develop

  • @soburuddinsk6408
    @soburuddinsk64082 күн бұрын

    Not the language of a CM like person.

  • @thedevogramstory7483
    @thedevogramstory74832 күн бұрын

    Apuni tatia congress nasila janu apuni hska manisu ki fltu mnuh

  • @user-mh4ew8oo8c
    @user-mh4ew8oo8c2 күн бұрын

    It is the difference between CM with MP,

  • @kamaltalukdar46
    @kamaltalukdar462 күн бұрын

    2026 loi bohut voi khai ase . sei2 ami o janu . 2026 3 gogoi sarkar . 3 gogoi jindabad .

  • @IndianBoyshm
    @IndianBoyshm2 күн бұрын

    Ab ki baar gurab Sarkar ❤

  • @pabitrahazarika6576
    @pabitrahazarika65762 күн бұрын

    ৮ বছৰ আগৰ মাঠাউৰি কেইটা কি আপোনালোকে বনাব আকৌ নোৱাৰে নেকি বা মেৰামতি কৰিব নোৱাৰে নেকি কি ফটুৱা কথা কব আহিছে

  • @nayankumarpawe2671
    @nayankumarpawe26712 күн бұрын

    হিমন্তৰ গাত তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ ভূতে ভালকৈ লাগিলে। কাৰণ গম পাইছে যে ২০২৬ত মুখ্যমন্ত্ৰী গাদী লব পৰা মানুহ জন একমাত্ৰ আছে যদি গৌৰৱ গগৈ।

  • @apurbakalita7388
    @apurbakalita73882 күн бұрын

    এতিয়া দেখোন আপুনি নিজেই নিজকে মূৰ্খামিৰ পৰিচয় দিলে। তৰুন গগৈৰ দিনত মথাউৰি হওক বা অন্য যিকোনো কামেই হওক সকলোতে দেখোন আপুনিয়ে হৰ্তা কৰ্তা বিধাতা আছিল। নিজেই প্ৰমান কৰিলে যে তেতিয়াই আপনালোকে দুই নম্বৰী কাম কৰিছিল আৰু এতিয়া ৰাইজে তাৰ পৰিনাম ভুগি আছে।

  • @bipulkonwar2405
    @bipulkonwar24052 күн бұрын

    Hai Ram Ram Ram

  • @ikbaluddin2256
    @ikbaluddin22562 күн бұрын

    Mama aponi tytiya asily

  • @manashgogoi5148
    @manashgogoi5148Күн бұрын

    মামাৰ মতে, ক'তো মথাউৰি ভঙা নাই, কোনে যে কয় এই বিলাক কথা। অপপ্ৰচাৰ চলাইছে কোনোবাই

  • @dhrubajyotibarman5009
    @dhrubajyotibarman50092 күн бұрын

    এই বানপানীৰ সময়ত আপোনাৰ মুখত হাঁহি দেখি গম পাই আপুনি কিমান স্বাৰ্থপৰ মানুহ। সময়ে কাপোৰ ধোৱা দিব এদিন মনত ৰাখিব কথাটো।

  • @kalpanaborah8745
    @kalpanaborah87452 күн бұрын

    এইজনে ইমান তুলুঙা মন্তব্য দিয়ে।তৰুন গগৈৰ দিনৰে মথাউৰি যেনিবা, সেইবোৰ চোৱা-চিতা কৰা দায়িত্ব ৰ্বতমানৰ জলসম্পদ মন্ত্ৰী জনৰেই।সেইজনে বিভাগীয় বিষয়াক বানপানীৰ আগতে মথাউৰি চোৱা-চিতা কৰাব লাগিছিল।আনহাতে কলীয়াবৰৰ মথাউৰিটোনো কিয় ভাগিল?সেইটো জানো ৰ্বতমান দিনতে হোৱা নাই?এতিয়া চালে বেৰে কোবোৱা কথা কৈ লাভ নাই ।ওপৰলৈ যিমান থুৱাব নিজৰ গাতে পৰিব ।

  • @Itprofessional1992
    @Itprofessional1992Күн бұрын

    upcoming CM Gaurav Gogoi ❤

  • @ubdengineers1660
    @ubdengineers16602 күн бұрын

    Tumar Homoy ukolil.26 ot tumar Bidai hobo. Gourav Gogoi will be the next CM.

  • @rubulbarman1732
    @rubulbarman17322 күн бұрын

    Tarun gogoi bhut vl manuh hoi .

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n2 күн бұрын

    Sarada kelengkari luis barger kelengkari n c hilis kelengkari aru bahut ..... ase axomo r sabse dui(2) numbori manu

  • @nituburagohain8381
    @nituburagohain83812 күн бұрын

    Hosa de anekuwa cm 2026 t raije val ke aheka dib lage

  • @abinashkalita6415
    @abinashkalita64152 күн бұрын

    Apuni ki kori asil tetiya cm mahodoi

  • @utpalmisra7874
    @utpalmisra78742 күн бұрын

    তেতিয়াও মই এতিয়াও মই। কেনে!

  • @MrigenSaikia-ze1gd
    @MrigenSaikia-ze1gd2 күн бұрын

    পানীৰ মাজত থকা মানুহে গম পাই কি বিপদ, সহায় কৰক ,পুল motauri সময়ত চোৱা মেলা কৰক, নিজৰ গাড়ী খনো আমি বছৰে বছৰে servicing কৰোঁ ।নমস্কাৰ ।

  • @aliciadawns8535
    @aliciadawns85352 күн бұрын

    Etiau Rajniti koriboloi pahora nai manuhor durdokhar onto nai kintu mothauri tu kune bonaisile heituhe besi gurutto dise .Chi chi kothat ekebare depth nai eijonar ,axomiya manuhe kak je netrito dise buji pua nai edin hosakoi axom khon hekh hoi jabo lahe lahe .

  • @donberdsangma8401
    @donberdsangma84012 күн бұрын

    Tetia dinot Hon'ble CM sir apuni kot asil, Congress nashil janu?

  • @porishmita__Bora
    @porishmita__Bora2 күн бұрын

    10 bosore apuni ghura ghah katisilene ki

  • @parthasaikia2361
    @parthasaikia23612 күн бұрын

    Next cm gorob Gogoi

  • @ankitasaikia7547
    @ankitasaikia75472 күн бұрын

    Hei karone Highway tu bonua Nai ni Congress r time t sanction kora r krne ..jodi congress r time t Bonua asil ttiya Iman tym Assessment kio kora nohol ?? Lukok dukh diute Diute Axom khon r ki hobo heitu u sabo ..atiyau Rajneeti koribo ara nai mne ?? Dhikkar ay khon Sorkar k !!

  • @prafullabora6845
    @prafullabora68452 күн бұрын

    Mama, CM ejoney kenekoi kotha kobo laagey olop xiki lobo.....ki sukur Alir nicina phatlami kotha koi ? Gourav Gogoi Asomor xompod , apunatkoi hajar goon upor levelor bhal cintaxil , bakpotu , xahoxi , ...xokolu goonor adhikari ejon bhodralok . Gotikey tekhetok xantirey kaam kori apunalokey dhwangsa kora Asomkhan unnota korat xohai korok .

  • @TCF573
    @TCF5732 күн бұрын

    To run Gogoi r sorkarkhon Himonto aru tar pali pohoria khiniye ses kora nasil janu'??? Dada brigrade??? Himmue CM hoboloi napai soldierburok logai disil jui diboloi!!! Othosho hohoj horol Torun Gogoiye homosto dayitta himmu r uporote disil teu heart r bi pass operation huwar pasot biswakh kori. Nijor lorar dore... Tetiai E biswakhghatokota sob fale lutileu aru sorkar u girale . 😅😅

  • @user-xi9og8sb1h
    @user-xi9og8sb1h2 күн бұрын

    তেওঁ সমালোচনা কৰা মানে দেউতাকক আৰু আপুনি কংগ্ৰেছক সমালোচনা কৰা মানে নিজে নিজক গালি দিয়া। কাৰণ কংগ্ৰেছ চৰকাৰৰ আটাইতকৈ শক্তিশালী কেবিনেট মন্ত্ৰী আছিল আপুনি।

  • @user-xr5xw5fg1r
    @user-xr5xw5fg1r2 күн бұрын

    Sir টো congress government Minster আছিল ছোবালী এজনী বিযা হৈ গৈ মাকৰ ঘৰৰ বদনাম গালে নহব টো

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4blКүн бұрын

    Besi tel mari mitha mitha hahi t vul hole holnarunraij

  • @SYM_SOYAMFF
    @SYM_SOYAMFF2 күн бұрын

    Ghorov gogoi khali tin , Kali tinor sabdho besi hoboi, proyato Torun gogoi dangoria deve majuli gorah khononiya potirud koribor babe kol posola ruboloi koisil, eaitu majulir janaxadharone atiyau paora nai. Gogoi dangoria fotha dul bojaise eku dal koribo nuware .likhi rakhok.

  • @manujrai1490
    @manujrai14902 күн бұрын

    CM sir Apunr minister km nai apuni kiba korok aru belegr akha nai...

  • @mamonikonch3132
    @mamonikonch31322 күн бұрын

    অসভ্য মূৰ্খ মন্ত্ৰী তই ওটো কংগ্ৰেছৰ পৰাই আহিছিলি । পাবত গজা ৰ্শমা

  • @ujjalkonwar2859
    @ujjalkonwar28592 күн бұрын

    চুৰে চুৰ কৰা শিক্ষা ভাল পায় । হিয়ালৰ হাঁহিতে বুজা যায় নহয় নে ... আগৰ দিনত গল্প বিলাকত হিয়ালক হিয়াল মামা বুলি মাতিছিল । গল্পত হিয়াল থাকিলে ভাল লাগে । গতিকে ৰাজনীতি কাহিনীতু যিকি নহঁওক হিয়াল মামা আছে ভাল লাগে ...

  • @ChoniMoran
    @ChoniMoranКүн бұрын

    Akol ki jorhat manuhe manuh neki baki assamor manuh nohoi

  • @babluali1806
    @babluali18062 күн бұрын

    Laj not hoka cm o

  • @pradipmedhi6669
    @pradipmedhi66692 күн бұрын

    আক থু

  • @aaa-yd6jd
    @aaa-yd6jd2 күн бұрын

    mane 8 year aku km krai ni nki?? ki bujab bisarise..

  • @jrbanamali
    @jrbanamali2 күн бұрын

    আপুনিও কংগ্ৰেছত আছিলে মামা 😂

  • @pankajaxom8521
    @pankajaxom85212 күн бұрын

    Ata kam korok mamik Aru Dhanukak contract tu d deok. Kam val hobo

  • @pranjithazarika4036
    @pranjithazarika40362 күн бұрын

    Jodi congress or dinote banua mathauari. Iman bosore hei mathauri maintenance or responsibility kar tarun gogoir ne gaurav gogoir ne tumar? Kiman bosor gadit bohi ji kori asa tare haru hura example aietu. Lecture mari thakilei sab thik hoi jabo?

  • @ranujpanging9243
    @ranujpanging92432 күн бұрын

    Tarun gogoi dinot mukha montri nije monri asil.

  • @user-jn2ug6wp4k
    @user-jn2ug6wp4k2 күн бұрын

    তেতিয়াৰ দিনত বহু মন্ত্ৰীত্ব আৰু এতিয়া মূখ্য মন্ত্ৰী 😮

  • @khargeswarkalita4630
    @khargeswarkalita46302 күн бұрын

    ওপৰৰ ফালে থু পেলালে নিজৰ মুখত পৰে CM Sahab

  • @amarjyoti7728
    @amarjyoti77282 күн бұрын

    মামা এক বাৰ তিনিচুকীয়া ফালে আহি আহক , তিনিচুকীয়া ৰাস্তা বোৰ বহুত বেয়া হৈ গৈছে আপুনি আহিলে অন্তত ৰাস্তা বোৰ অলপ ভাল হব , তিনিচুকীয়া (DC ) অফিচ ফালে আহিব ........

  • @riturajboruahsgkclass5510

    @riturajboruahsgkclass5510

    2 күн бұрын

    bjpক ভোট দিলে যেতিয়া ভাল হবই😂😂

  • @test-ix9im
    @test-ix9imКүн бұрын

    Mumai te hai time t congress powerful minister asil niki.....mumai te a kisu jomai maja maja.😅

  • @Zivika9907
    @Zivika99072 күн бұрын

    Go back himanta biswa Sharma

  • @chittathakuria3359
    @chittathakuria33592 күн бұрын

    Himnta mnuhok insult kori kotha koi.gaurav gogoi nkoi insult kori

  • @probinkumarkakati6151
    @probinkumarkakati61512 күн бұрын

    কবলৈ গলে সেই সময়তো তৰুন গগৈ মন্ত্ৰীসভাত হিমন্তবিশ্বও আছিল গতিকেওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰিৱ নেপায় মৃতকৰ নাম লৱ ?

  • @pranabborah5564
    @pranabborah55642 күн бұрын

    কলিয়াবৰৰ মথাউৰিতো কোনে বনাইছে ২০১৯ চনত?

  • @yoyyyy668
    @yoyyyy6682 күн бұрын

    Himantabiswai ki je asorit kotha koi bapre

  • @deepahmed428
    @deepahmed428Күн бұрын

    You was part of of congress team .. 😅

  • @AnujNath-tx6ln
    @AnujNath-tx6ln2 күн бұрын

    apuni o Congress or asile

Келесі