আজি মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

আজি মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। দিল্লীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হ'ব ৰাহুল গান্ধী। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #AssamNews #RahulGandhi

Пікірлер

    Келесі