Targeting Jorhat, Assam CM Sarma kicks off poll campaign... Watch deets

Targeting Jorhat, Assam CM Sarma kicks off poll campaign... Watch deets
Watch the full clip to know more about this story.
#pragnews #assam #cm #himantabiswasarma #pollcampaign #loksabhaelection2024
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 182

  • @tankswargohain6701
    @tankswargohain6701Ай бұрын

    যোৰহাটবাসী ৰাইজ, গৌৰৱ গগৈক জিকাব লাগিব।সমগ্ৰ বি, জে পি দলটোৱেই গৌৰৱৰ বিৰুদ্ধে যুঁজি আছে

  • @hemogogoi

    @hemogogoi

    Ай бұрын

    Lppp

  • @monisaikia889

    @monisaikia889

    Ай бұрын

    ​@@hemogogoiপোp

  • @user-cm2ip7oc2u

    @user-cm2ip7oc2u

    Ай бұрын

    Gourav gogoi zindabad

  • @hafijursikder9104
    @hafijursikder9104Ай бұрын

    মগজু নোহোৱা সকলেহে বি, জে, পিক ভোট দিব যোৰহাটত।

  • @Deepdoley2011

    @Deepdoley2011

    Ай бұрын

    Hu

  • @debaphukan489

    @debaphukan489

    Ай бұрын

    ​@@Deepdoley2011😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2sАй бұрын

    আমাক পাৰ্টী নালাগে প্ৰাৰ্থী লাগে

  • @user-pt3en6hl5m
    @user-pt3en6hl5mАй бұрын

    তিনি গগৈ এটা হোৱাটো বিচাৰিছোঁ

  • @Wrld.of_riki

    @Wrld.of_riki

    Ай бұрын

    Gaurav gogoi, akhil gogoi, jurinjyotigogoi (Gogoi United)

  • @satyajitkakati1454
    @satyajitkakati1454Ай бұрын

    Gaurav gogoi zindabad ❤❤❤❤❤

  • @chandramabora6591
    @chandramabora6591Ай бұрын

    গৌৰব গগৈক মুঠতে কোনেও যে ৰাখিব নোৱাৰে, সেয়া 100%খাটাং। কমেন্ট বিলাকেই তাৰ বিশ্লেষণ। এইবোৰ নিৰপেক্ষ ভোটাৰৰহে কমেন্ট।

  • @RupkantaPathori

    @RupkantaPathori

    Ай бұрын

    আমাক দল নেলাগে সিংহৰ দৰে নেতা লাগে ।গৌৰৱ গগৈ জিনদাবাদ ।

  • @manasprotimborah3617
    @manasprotimborah3617Ай бұрын

    গৌৰৱ গগৈ জিকিব।

  • @krishnakantalahon6167
    @krishnakantalahon6167Ай бұрын

    আমাৰ যোৰহাট বাসীৰ গৌৰৱ ❤❤আমাৰ ঘৰৰ মুঠ ভোট ৫ টা, গোটেই ৫ টা ভোট গৌৰৱৰ পক্ষত। মগজুত মাল মূত্র নথকা কেইটাই হে বলাৎকাৰী জনতা পার্টিক ভোট দিব।

  • @jondekadeka7778

    @jondekadeka7778

    Ай бұрын

    A moja

  • @dasp1232
    @dasp1232Ай бұрын

    কোনো পাৰ্টীৰ নহয় মই। কিন্তু গৌৰৱ গগৈ দাদাক বিচাৰোঁ সাংসদ হিচাপে 🎉🎉

  • @phanidharrabha8057
    @phanidharrabha8057Ай бұрын

    গৌৰৱৰ সতে হিমন্তৰ কোনো দিনেই তুলনা নহ'ব ।অন্যায় -অনীতিৰ নায়ক বিলাকে গৌৰৱ, লুৰিণজ্যতি আদি শান্ত,শিষ্টাচাৰী নেতা সকলক যিমানেই সমালোচনা নকৰক কিয় ৰাইজে তিঙিৰিতুলা হৈ সময়লৈ অপেক্ষা কৰি আছে

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    গৌৰৱ গগৈক ভোট দি জয় যুকত‌ কৰাওক

  • @user-sm3eo8rj8l
    @user-sm3eo8rj8lАй бұрын

    PM কোন হব সেইটো মতলব নাই, মই কোন দলৰ সদস্য মতলব নাই, মতলব হে গৌৰৱ MP হৌনা চাহিয়ে।

  • @ranujpegu1049
    @ranujpegu1049Ай бұрын

    গৌৰৱ গগৈয়ে জিকিব

  • @janardanbora2803
    @janardanbora2803Ай бұрын

    ইয়াত দেখোন বিজেপিৰ এটাও অন্ধ ভক্ত অহা নাই 😅😅😅

  • @Mr.Magnattee

    @Mr.Magnattee

    Ай бұрын

    News Live ৰ video ৰ comment ত দেখা যায় 😅

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ezАй бұрын

    অসমৰ গৌৰৱ। আমাৰ গৌৰৱ ।

  • @user-tr5es9fi6c
    @user-tr5es9fi6cАй бұрын

    অসমত থকা তাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী কে ধৰি প্ৰায় ৪১ টা জনগোষ্ঠী জনজতিকৰণ দাবীত যোৰহাট লোকসভা সমষ্টিত মাননীয়, শ্ৰীযুত গৌৰৱ গগৈ বিপুল ভোটত জয় যুক্ত কৰি সংসদৰ মজিয়াত উত্থাপন কৰিব বুলি অসম বাসী ৰাইজৰ বিশ্বাস আছে ।।

  • @janardanbora2803
    @janardanbora2803Ай бұрын

    গৌৰৱ গগৈক হৰুৱাবলৈ দম নাই অসমৰ কোনো নেতাৰ 😅😅😅

  • @priyamdj2882
    @priyamdj2882Ай бұрын

    BJP সমৰ্থন কৰা সকলক কৈছো, ছেম ষ্টেফৰ্ড, দিপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিং তেওঁলোকক পাহৰি গ'ল নেকি 😢, এওঁলোকো আপোনালোকৰ দৰে এজন ভাল ছাত্ৰ,পুত্ৰ, ভাতৃ, বন্ধু, আৰু ভাৰতীয় নাগৰিক‌ আছিল, এওঁলোকে এইয়াই ভূল কৰিছিল যে বিজেপি বিৰুদ্ধে মাত মাতিছিল। ২০১৯ ত কা বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন চলিছিল, চৰকাৰে বৰ্তমান কা আইনটো বাতিল নকৰিলে তাৰ বিপৰীতে এওঁলোকক হত্যা কৰে। বৰ্তমান ২০২৪ ত এই বিজেপিয়ে আছোঁৰ কিছুমান নেতাকো কিনি পেলাইছে যাৰ বাবে কা বিৰুদ্ধে মাত মতা নেদেখিব ।‌ Q. এই CAA নো কি ? চমুকৈ কবলৈ গ'লে কা হৈছে- বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়া। Q. CAA ৰ উপকাৰ------ ১/ বিদেশী নাগৰিকক স্থায়ী নাগৰিকত্ব দি তেওঁলোকৰ ভুত লোৱা। ২/ জনসংখ্যাত বিশ্বৰ সৰ্ববৃহৎ হোৱা Q. CAA ৰ অপকাৰ-------- ১/ জনসংখ্যা বৃদ্ধি ২/ নিবনুৱা বৃদ্ধি ৩/ অসমীয়া ভাষা আৰু জাতী বিলুপ্তিৰ পথত ৪/ অসমক দুখীয়া আৰু দুৰ্বল কৰি নিয়াৰ পথত ৫/ অসমীয়া মানুহৰ উপৰত বাহিৰা লোকৰ উতভন্দালী ৬/ আমাৰ অধিকাৰ সমূহ আনক দিয়া ৭/ স্থায়ী লোকৰ বিপৰীতে তেওঁলোক বেছি লাভজনক হ'ব ৮/ চৰকাৰী চাকৰি বোৰত এনেই Border District reservation থাকে তেওঁলোকক নাগৰিকত্ব দিয়া মানে Border District পৰা চাকৰি পোৱা পাহৰি যোৱা। ৯/ অস্পৃশ্য বৰ্গৰ বৃদ্ধি ১০/ Terrorist activities বৃদ্ধি ১১/ ভবিষ্যতে বিদেশী সকলক গ্ৰহণ কৰা প্ৰথাৰ সৃষ্টি। আপোনালোকক কৈছো ভূত দিৱ জাওঁতে ছাত্ৰ সকলে এবাৰ ভাবিৱা যে স্কৰ্কলাৰছীপ গোটেই জীৱন পাই নাথাকা , আৰু বাইদেউ সেতে অৰুনোদই আঁচনীটো অকন চাইদত থৈ ভাবিব নিজৰ লৰা ছোৱালী ৰ ভবিষ্যতৰ‌ কথা যিহেতু নিবনুৱা বৃদ্ধি কৰিছে এইখন চৰকাৰে।

  • @AchyutSaikia-sh9vb
    @AchyutSaikia-sh9vbАй бұрын

    দলত থাকি ৰাইজৰ কাম কৰা জনৰ লগত জনতা থাকিব নে ! নিজৰ আৰু পৰিয়ালৰ সম্পতিৰ বাবে দল বাগৰা কেইটাক জনতাই আকোঁৱালি লব ৷ অখিল গগৈ গৌৰৱ গগৈৰ লগত আছে আৰু থাকিব ৷

  • @prsantaburagohain8617
    @prsantaburagohain8617Ай бұрын

    Gaurab Gogoi Zindabad.

  • @palpaldilkepas3566
    @palpaldilkepas3566Ай бұрын

    জিকিব গৌৰব গগৈ । বতাহ জাক গৌৰবৰ ফালে বলা দেখা গৈছে । কি হয় সময়ে কব ।

  • @NurIslam-nb7nn
    @NurIslam-nb7nnАй бұрын

    BJP go back

  • @mikudutta1735
    @mikudutta1735Ай бұрын

    Bjp go back

  • @SurajitSharma-nh2un
    @SurajitSharma-nh2unАй бұрын

    গৌৰৱ 'গগৈ' নহৈ বৰা, শৰ্মা, পেগু, তালুকদাৰ হোৱা হ'লেও ভোট দিলোঁহেতেন, কংগ্ৰেছ নহৈ আন পাৰ্টীৰ হোৱা হ'লেও, আৰু উজনিত নুঠি নামনিত উঠা হ'লেও সমৰ্থন কৰিলোঁহেতেন । কাৰণ তেওঁ আটাইতকৈ যোগ্য প্ৰাৰ্থী। তপন গগৈৰ তেওঁৰ লগত তুলনাই নহয়।

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    বিজেপি ৰ ভাল দিনৰ উদা হৰণ ৰাইজে দেখি ছে ভোট ৰাইজৰ মতেই দিব

  • @user-fk1uu8bl4h
    @user-fk1uu8bl4hАй бұрын

    সকলো যোৰহাট বাসী ৰাইজ গৌৰৱ গগৈ ক জিকায় আনক। অসমৰ এগৰাকী শক্তিশালী সাংসদ।

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6bАй бұрын

    Gaurav Gogoi jikiboi 💯 to 💯

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xxАй бұрын

    Gaurav Gogoi zindabad.

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870Ай бұрын

    100% right kotha Gourav Gogoi Zindabad Congress party Zindabad

  • @bipulbiswas9482
    @bipulbiswas9482Ай бұрын

    Gourav Gogoi jikibo

  • @sharmahdoley6121
    @sharmahdoley6121Ай бұрын

    গৌৰৱ গগৈ Zindabad । Gaurov Gogoi k kuneu Horabo Nuhare । Gaurov এজন অসমৰে নেতা নহয় , গোটেই ভাৰতবৰ্ষৰ নেতা । তপন গগৈ অকল এটা দলৰে নেতা । তপন গগৈ মোদীৰ নাম , মামাৰো নাম লৈ প্ৰচাৰ কৰে কিন্তু গৌৰৱ গগৈ জনতাৰ নাম লৈ প্ৰচাৰ কৰে ।

  • @user-bb2df8ul1h
    @user-bb2df8ul1hАй бұрын

    We support Gaurav Gogoi

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    মুখ্য মন্ত্ৰী ৰ চালাকি কথাতভোল‌ গলে যোৰহাট সমষ্টি ৰ মানুহ বোৰে বেয়া ফল ভোগিব

  • @debenhandique9958
    @debenhandique9958Ай бұрын

    মামা নেলাগে মামাৰ চাৰি গোষ্ঠী আহিলেও গৌৰৱ গগৈক একো কৰিব নোৱাৰে।

  • @jondekadeka7778

    @jondekadeka7778

    Ай бұрын

    A moja

  • @kushaldoley4590
    @kushaldoley4590Ай бұрын

    Gaurav ❤❤❤❤ zindabad.mamai April pol dise

  • @aizurrohman538
    @aizurrohman538Ай бұрын

    Gourav Gogoi Zindabad

  • @manojborah5230
    @manojborah5230Ай бұрын

    Ki hoi che baru,Gogoi nam huni cm jir dhuwa ulai gaise.

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2gАй бұрын

    মই এজন সাধাৰণ ভোটাৰ হিচাপে গৌৰৱ গগৈক বিচাৰোঁ।

  • @unlucky1377
    @unlucky1377Ай бұрын

    "Save your democracy, don't vote for BJP"

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107Ай бұрын

    😅অসমৰ ৰাজনীতি southindia ৰ দৰে হৈছে আমি সৰুকালত চিনেমাত হে দেখেখিছিলো

  • @polemsumi5507
    @polemsumi5507Ай бұрын

    Original Ahum Assammis please vote for Congress party

  • @ipshita9737
    @ipshita9737Ай бұрын

    Moha soitan bamun. Cycle marise,anei ako MERCEDES kini dise ghoinik

  • @krishnakantalahon6167

    @krishnakantalahon6167

    Ай бұрын

    Really 😂😂

  • @rkdujdfnjd

    @rkdujdfnjd

    Ай бұрын

    😂

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4goАй бұрын

    যোৰহাটত যুজিব মুখ্যমন্ত্রী বাদ প্ৰধান মন্ত্রী গলে ও গল খাব ভাচপা

  • @SduSubstation
    @SduSubstationАй бұрын

    শ্ৰমিক-কৰ্মচাৰী সকলে ভোট দিয়াৰ আগতে হাজাৰ বাৰ চিন্তা কৰক। ১) ২০০ বছৰীয়া আন্দোলনৰ দ্বাৰা আদায় কৰা ২৯ খন শ্ৰম আইন কভিড কালত কোনে প্ৰত্যাহাৰ কৰি ৪টা শ্ৰম কোড বনালে আৰু শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিলে ?? ২) গুৱাহাটীকে ধৰি বহুকেইটা এয়াৰপৰ্ট কোনে ব্যক্তিগত মালিকক দিলে ??? ৩) অতি লাভজনক BPCL ক কোনে বিক্ৰী কৰিব বিচাৰিছিল ???? ৪) স্হায়ী নিযুক্তিৰ পৰিৱৰ্তে নিদিষ্ট সময়ৰ বাবে নিযুক্তি (Fix term employment) কোনে আনিলে ????? ৫) স্হায়ী শ্ৰমিকৰ পদ বোৰত ঠিকা শ্ৰমিক নিযুক্তি কোনে বৃদ্ধি কৰিছে ?????? ৬) নগাঁও আৰু কাছাৰ কাগজকল দুটা কাৰ দিনত বন্ধ কৰিলে আৰু পুণৰ কায্যক্ষম কৰিম বুলি নকৰি এতিয়া ব্যক্তিগত মালিকক ভূমিবোৰ দিছে ?????? ৭) প্ৰতি পাঁচ বছৰত হব লগা ন্যূনতম মজুৰিৰ সংশোধন অসমত কোনে ৮ বছৰতো নকৰিলে ???????? ৮) দেশৰ সম্পদবোৰ ব্যক্তিগত মালিকক লীজত দিয়াৰ বাবে কোনে জাতীয় মুদ্ৰাকৰণ পাইপলাইনৰ (NMP) ব্যৱস্থা কৰিলে ??????? ৯) মহিলাৰ উন্নয়নৰ কথাকোৱা কোনখন চৰকাৰে আচনিভুক্ত শ্ৰমিকক বুঢ়া আঙুলি দেখুৱাইছে ????????? ১০) অসমৰ চাহ শ্ৰমিকক ৩৫১ টকা দিমেই বুলি কৈ কোনে নিদিলে ????????? ১১) মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰা কোনটো দলে ক্ষমতা পাই মূল্যবৃদ্ধি ৰোধ নকৰিলে ???????? ১২) নামৰূপৰ সাৰ কাৰখানাৰ ৪ৰ্থ গোটটো স্হাপন কৰিম বুলি প্ৰতিশ্ৰুতি দি পালন নকৰি কাৰখানাটো মৃত্যুৰ মুখলৈ কোনে ঠেলি দিলে ????????? ১৩) ONGC ৰ অতি গুৰুত্বপূৰ্ণ মোম্বাই হাই তৈল পথাৰখন বিদেশী কোম্পানীক কোনে দিব বিচাৰিছিল ??????????? ১৪) ESI আৰু বোনাচৰ উৰ্দ্ধসীমা বৃদ্ধি নকৰাৰ ফলত লাখ লাখ শ্ৰমিকে কাৰ দিনত এই সুবিধা দুটা হেৰুৱালে ?????????? ১৫) ৰাজহুৱাখণ্ড মৃত্যু হবলৈকে জন্ম হৈছে বুলি কোনজন প্ৰধানমন্ত্ৰীয়ে কৈছে ????????? ১৬) পেট্ৰল-ডিজেল-এলপিজি ৰ দাম বৃদ্ধি নকৰো বুলি কোনে আকাশলংঘী কৰিছে??????????? ১৭) অসমৰ ১৮খন তৈল পথাৰ কোন চৰকাৰে ব্যক্তিগত মালিকক দিলে ???????????? ১৮) অসমৰ লাখ লাখ যুৱক যুৱতীয়ে সাধাৰণ চাকৰিৰ সন্ধানত কোন চৰকাৰৰ দিনত বহি:ৰাজ্যলৈ যাব লগা হৈছে ????????????? ১৯) শ্ৰমিকৰ কামৰ সময় বৃদ্ধিৰ প্ৰস্তাৱ কোন চৰকাৰে আনিছে ?????????????? ২০) নিদিষ্ট পৰিমানৰ পেনচন পোৱা পুৰণা পেনচন আচনিখন (OPS) নাইকিয়া কৰি অনিদিষ্ট আৰু বৰঙনি দি সামান্য পেনচন পোৱা নতুন পেনচন আচনিখন (NPS) কোনো বলপূৰ্বক জাপি দিছে ???????????????? এই সমস্ত প্ৰশ্নৰ এটাই উত্তৰ--“বিজেপি“ ৷ গতিকে এনে এটা দলক পুনৰ শাসনভাৰ দি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিবনে ??? ধৰ্মীয়- আৱেগিক-সস্তীয়া আৰু মিছা কথাত ভোল নাযাব ৷ এই দলটোক উৎখাত কৰিব নোৱাৰিলে শ্ৰমিকৰ ভৱিষ্যত অন্ধকাৰ ৷

  • @gamerflight
    @gamerflightАй бұрын

    Social media t gaurav k jikibo xokolue vabi ase..😂 kin2 social media t nothoka manuh je kiman ase xeitu kuneo vaba nai😂

  • @Catsviralz

    @Catsviralz

    Ай бұрын

    Ase tu andhbhakta bohut 1200, 1500 gotike xihote tu bjp diboe.Kintu Mur thoka manhue Gaurav Gogoi k vote tu dibo

  • @NabakumarKutum
    @NabakumarKutumАй бұрын

    Gourav Gogoi jikiboi katang

  • @mf-xz6es
    @mf-xz6esАй бұрын

    গৌৰৱ ক জিকাৱৈ লাগিব আমি

  • @bitupandas1535
    @bitupandas1535Ай бұрын

    Direct vote kak dibo koi dilei val

  • @bihuramborah5081
    @bihuramborah5081Ай бұрын

    Good news

  • @bhupenkumar8191
    @bhupenkumar8191Ай бұрын

    Party Nalage Jorhat bakhiya ajan val manuhak vote di jikab lage , jate Jorhat r man bahe aru akhamar man rakha hai.

  • @baneshwardas3670
    @baneshwardas3670Ай бұрын

    G jindabad

  • @pareshnath6276
    @pareshnath6276Ай бұрын

    Election clear howar pisot jonsadhanor mathat ako Ram tangon parib 100% right. Ha haa haaaa🕉️🙏🙏🙏🕉️

  • @dgogoi1239
    @dgogoi1239Ай бұрын

    মই লুৰিনৰ সমষ্টি ৰ পৰা জনাব বিছাৰো যোৰহাটৰ ভোটাৰে যদি গৌৰবৰ জিকাব নৱাৰে বৰ লাজ লগা কথা হব।

  • @anilhazarika5967
    @anilhazarika5967Ай бұрын

    Gaorav gogoi zindabad.

  • @user-xn7es8ev6d
    @user-xn7es8ev6dАй бұрын

    Aponalok Right kotha koi val lage

  • @user-hu3qy9si2o
    @user-hu3qy9si2oАй бұрын

    এইবাৰ যোৰহাটৰ পৰাই সত্য প্ৰতিস্থা হ'ব।গৌৰৱক যোৰহাট সমষ্টি ৰাইজে জিকাব মামাই কি হৰাব।

  • @nityagogoi478
    @nityagogoi478Ай бұрын

    এইজনে কৰোবাৰ পক্ষ লৈছে যেন পাওঁ ৷

  • @neone4759
    @neone4759Ай бұрын

    চান্দা দিয়ক , ধাণ্ডা ল‌ওক ... মদ, মেডিচিন, ভাং কাকো এৰি নিদিও

  • @jayantabaruah5925
    @jayantabaruah5925Ай бұрын

    এখেত সাংবাদিক নে গৌৰৱ গগৈৰ মুখপাত্ৰ?

  • @pallabsrutikar22
    @pallabsrutikar22Ай бұрын

    Old bjp gr hoi ase

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6byАй бұрын

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জয় আই অসম।

  • @DipaliGoswami611
    @DipaliGoswami611Ай бұрын

    Assamor ejon gyani parthik sakoloe mili jikai dyoksun.kiya dominet koriba khji ase bjp a.india t Assam strong men tekhet .un kono ejoneo dillit maat matiba parai nai

  • @user-lx9tv2qw7y
    @user-lx9tv2qw7yАй бұрын

    Toronto Gogoi jindabad.

  • @keshabkalita9926
    @keshabkalita9926Ай бұрын

    Manonayan diyer samayat Tapanar lagat 50 hajar manuh aaru Gaurab Gogoi r Lagat 7/8 hajar aasil,result hoiye ase dekhon.

  • @samsulali6037
    @samsulali6037Ай бұрын

    Thanks

  • @montutai6782
    @montutai6782Ай бұрын

    গৌৰৱ গগৈক যোৰহাটত বিচাৰো।

  • @birajdutta1876
    @birajdutta1876Ай бұрын

    আমাক উন্নয়ন লাগে।

  • @ahmtassam9013
    @ahmtassam9013Ай бұрын

    Gaurav gogoi zindabad

  • @mehdialom2385
    @mehdialom2385Ай бұрын

    Gaurav gogoi Zindabad

  • @sunandaborah8177
    @sunandaborah8177Ай бұрын

    গৌৰৱ গগৈ জিন্দা বাদ ।

  • @PriYamHA
    @PriYamHA22 күн бұрын

    মেদাম আপুনি বহুত অসম্ভব question কৰিছে। গৌৰৱ গগৈ কিয় নিজৰ দলক গুৰুত্ব দিয়া নাই বুলি কৈছে।ফন recivনকৰিলে গুৰুত্ব নিদিয়া বুজাই নেকি, গৌৰৱ গগৈ হয়তো বেলেগ কামতো busy থাকিব পাৰে।দলক গুৰুত্ব নিদিয়া কথাটো impossible mem বিৰোধী সকল জা তাৰ কথা উলিয়াই। অপ্ৰিয় হলেও হয়ত

  • @hasinursheikh5644
    @hasinursheikh564428 күн бұрын

    ❤ Gaurav Gogoi Sir zindabad ❤

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xzАй бұрын

    মিছা দাল কলে কি হব... গৌবৱ গগৈ জিকাৰ কোনো chance নাই হে হে হে...

  • @midulhussain4905
    @midulhussain490514 күн бұрын

    Gorav gogoi 🔥🔥🔥

  • @PrabinBaruah-bt1fk
    @PrabinBaruah-bt1fkАй бұрын

    Gaurab jikiboi

  • @Dimbeswarlungki-zf6ct
    @Dimbeswarlungki-zf6ctАй бұрын

    Gourav gogoi 🎉🎉🎉🎉

  • @AnimaBoro-jk6yk
    @AnimaBoro-jk6ykАй бұрын

    Gaurav gogoi jindabad

  • @user-nw8vx3tk7m
    @user-nw8vx3tk7mАй бұрын

    G gogoi zindabat

  • @rajeshdoley2509
    @rajeshdoley2509Ай бұрын

    Gourav Gogoi zindabad

  • @BabulSharma-er1es
    @BabulSharma-er1esАй бұрын

    Yes

  • @anujxxswargairy6393
    @anujxxswargairy6393Ай бұрын

  • @paharisaikiapaharisaikia9687
    @paharisaikiapaharisaikia9687Ай бұрын

    Welcome gourav gogoi

  • @NabakumarKutum
    @NabakumarKutumАй бұрын

    Gourav Gogoi nijikile ami jibonot ahnti napaun😢😢

  • @Muksidulislam-ty7ly
    @Muksidulislam-ty7ly28 күн бұрын

    Gourav. Gogoi zindabad

  • @user-ie7bv5js5p
    @user-ie7bv5js5pАй бұрын

    Gourav gogoi zindabad

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2trАй бұрын

    Gaurav da❤❤❤❤❤

  • @director_bounty_hunter
    @director_bounty_hunterАй бұрын

    Gourov Gogoi ❤️

  • @user-jo4er3hy7z
    @user-jo4er3hy7zАй бұрын

    😂😂😂😂😂

  • @kalita759
    @kalita759Ай бұрын

    Gourav Gogoi

  • @abulhussain-bx5ex
    @abulhussain-bx5exАй бұрын

    Gurov gogoi zindabaad❤

  • @dineshtaidtaid7969
    @dineshtaidtaid7969Ай бұрын

    U very. Good

  • @biswajitborah6330
    @biswajitborah6330Ай бұрын

    Gourab Gogoi. Jindabad

  • @AtulBorgohain-kl8bs
    @AtulBorgohain-kl8bsАй бұрын

    Raijor Val cinta kora manuhok bhoot dim.

  • @pinkikalita5880
    @pinkikalita5880Ай бұрын

    Raija Bisar Koribo

  • @morningraces
    @morningracesАй бұрын

    ৰণত মোদী নামিলেও যোৰহাটত গৌৰৱ গগৈয়ে জিকিব।💯

  • @RehanAhmed-re9lo
    @RehanAhmed-re9loАй бұрын

    Gaurav Gogoi jindabad❤❤

  • @himangshusaikia18
    @himangshusaikia18Ай бұрын

    Gaurav zindabad

  • @user-uk7hw8lt6b
    @user-uk7hw8lt6bАй бұрын

    এই বাৰ কাক ভোট দিব প্ৰাৰ্থী বিচাৰি পোৱা নাই

  • @jugalnath6635
    @jugalnath6635Ай бұрын

    কামোৰ শব্দ অসমীয়াত আপুনি কোৱা ধৰণে ব্যৱহাৰ হয় জানো? মুৰৰ বিষ বুলি ব্যৱহাৰ কৰিব পাৰিলে হেতেন।

  • @thaneswarkagyung2463
    @thaneswarkagyung2463Ай бұрын

    Garuav Gogoi Zindabad ❤❤❤

Келесі