Will Gaurav Gogoi be next APCC chief? BJP's fear and politics around Gaurav
Will Gaurav Gogoi be the next APCC chief? Watch the full clip to know more about this story.
#pragnews #gauravgogoi #jorhat #elections2024 #loksabhaelection2024
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
Пікірлер: 320
অসমৰ সকলোতকৈ যোগ্য আৰু শ্ৰেষ্ঠ সাংসদ গৌৰৱ গগৈ।
@banjitchangmai4047
Ай бұрын
Bharotr
যোৰহাট বাখী ৰাইজে বিপুল ভোটত গৌৰবক জিকাই যেন
গৌৰৱ গগৈ অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত 🎉🎉🎉❤❤❤
@rinchen4653
Ай бұрын
😂
গৌৰব গগৈ মুখ্যমন্ত্ৰী হলে আমাৰ অসমখন বহুত আগবাঢ়ি যাব... আমি গৌৰব গগৈ নিচিনা এজন মূখ্যমন্ত্ৰীৰ যোগ্য ❤❤❤
গৌৰৱ গগৈ আহিছে, আহিবই। গৌৰৱ গগৈ জিকিছে, জিকিবই।
বৰ সুন্দৰ সময় উপযোগী সিদ্ধান্ত। 26ৰ পৰা অসম আকৌ উন্নতিৰ পথত।
@munnapk1197
28 күн бұрын
Right
গৌৰৱ গগৈ অসম দেশৰ পৰবৰ্তী মুখ্যমন্ত্রী
আমিও আছো গৌৰৱ অসম ৰ লগত
@user-yz1tf5in7c
Ай бұрын
Miyaa thakibo na
@obi9135
Ай бұрын
@@user-yz1tf5in7c CAA kune anise? BJP na Congress?
@denishamsih5726
Ай бұрын
@@obi9135CAA kiyo anibo loga hol okomn history por...congress krne
@Catsviralz
Ай бұрын
Hindu ase Gaurav Gogoi logot toi thak himantar pukar seleki@@user-yz1tf5in7c
গৌৰৱ গগৈ পৰবৰ্তী মুখ্যমন্ত্ৰী অসমৰ,
@phanidhardoley8786
Ай бұрын
😂😂😂😂
@rex-jm5cp
Ай бұрын
😂😂😂😂
@babuldas4341
Ай бұрын
গাঢ় কেইটা মাৰিব 😂😅
@babuldas4341
Ай бұрын
সপোন চাই থাকিলে ভাল 😂
@hiteshmedhi6080
Ай бұрын
ঘটিটো হব মূখ্য মন্ত্ৰী
গৌৰৱ গগৈয়ে Next CM হলে চেগুন কাঠেৰে চকী খন উপহাৰ কৰিম কথা দিলোঁ 😊
@monikakolita5690
Ай бұрын
Good
@success2089
Ай бұрын
❤
@kingofmotivation3977
Ай бұрын
❤
@dhrubajyotitalukdar3320
Ай бұрын
Present chift minister Jone biya khable jaote sarkari poisa kharsere loi jowa helicopter khanr pilot tumi neki dost..
@lofi-heartbeat
Ай бұрын
Imn kom dami Kath kele ...Chandan gosore bonai dibi jhara tuk
People of Assam want Gaurav Gogoi to be the next CM.
আমাৰ গৌৰৱ,অসমৰ গৌৰৱ গৌৰৱ গগৈ জিন্দাবাদ❣️❣️❣️।
গৌৰৱ গগৈ অসমৰ গৌৰৱ। গৌৰৱ গগৈ জিন্দাবাদ❤❤❤❤।
গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু।❤
Gourav Gogoi aneu adin chief minister hbo ge
@NibaranNath-bx4ee
Ай бұрын
Karan gaurabar dehat mukhya mantrir tej ase. Ji janar deutak mukhya mantri asil, puteke howa uchit. Mp votot o gaurab jiti jaba. Karan gaurab ejan budhiman manuh
@phanidhardoley8786
Ай бұрын
Bhupen dar ki hbo
@junmonichetia3031
Ай бұрын
Right
Next c m guorov gogoi ❤❤
আজিহে আচল বাতৰিতো বজালে বহুত ধন্যৱাদ লাগিল কাৰণ হিমন্ত তনয় ৰাজনীতি ভৱিষ্যত গৌৰৱ গগৈয়ে আউল লগাৱ সেইয়া খাটাং
বহুত আনন্দ কথা ৷ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব ২০২৬
Very good discussion
ধন্যবাদ ওপৰিও ধন্যবাদ
Gaurav Gogoi 💯❤️
এই বাতৰি বাবে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। অতি আদৰণীয় সুখ শান্তি সমৃদ্ধি বিকাশ বিচৰা সকলৰ বাবে। হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰে ৰাজ্যৰ দেউলীয়া পৰা দেউলীয়া হ'ব গৈ।
Very good. Adin aneu chief minister hobo Gourov gogoi assamor
@rex-jm5cp
Ай бұрын
Hopun hopunei hoi thakibo
@dipjyotigogoi8964
Ай бұрын
@@rex-jm5cp nohole ki apuni chief minister hom vbise ni
@Msp8614
Ай бұрын
@@dipjyotigogoi8964😂😂
@PranjalHazarika-nx7vo
Ай бұрын
@@rex-jm5cp apunaluk.r dore asame hoi2 British.r xaxon'r xomoi't o Dex swadhin huar xopun dekha xokol'k aidorei koisil...Kin2 xopun bastob.t porinot hol...tenedorei ai xopun o xomoi't bastob.t porinot hobo..sai thakok..
@rex-jm5cp
Ай бұрын
@@dipjyotigogoi8964 election khatam hua loi bat sa . Tar pisot kotit bengena bharai thakibi 🤣
এই যে সৰু তে ভাবি চিন্তি লৰা ছোৱালী ৰ এটা নাম দিয়া হয় সেই নাম ৰ কিবা এটা ফলা ফল এদিন পাই প্ৰায় ভাগ তে,,,এনেয়ে তেওঁ নাম গৌৰৱ দিয়া নাছিল,,,তেওঁ অসম ৰ গৌৰৱ হবলৈ গৈ আছে, অসম baxi ৰ আশা ৰ ৰেঙনি,,,😊
গৌৰৱ গগৈ মুখ্যমন্ত্ৰী মন্ত্ৰী হোৱাতো ভৱিষ্যত আছেই ৷ যোৰহাটীয়া ৰাইজে গৌৰৱ গগৈক জিকাই অনাটো আপোনালোকৰ অতিবৰ প্ৰয়োজন আজি ৷ জয় আই অসম
Next CM Gourav Gogoi ❤
আমি ও আছো গৌৰৱ লগত❤
সবগুণ সমপন্ন গৌৰৱ গগৈ ।
গৌৰৱ গগৈ অসমৰ ভৱিষ্যত৷
Future CM of and most deserving CM of Assam.
Himanta vs gourav= iam always support only gourav gogoi
এই কথাটো শুনিবলৈ অতদিনে ৰৈ আছিলোঁ।
এক গগৈ মুখ্যমন্ত্ৰী, বাকী দুই গগৈ বুঢ়াগোহাঁই আৰু বৰগোহাঁই। উজনিত আৰু বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰে ❤❤
Good news
Gourab Gogoi jindabad ❤❤🎉🎉🎉
❤gourav gogoi
Gaurav gogoi I'm full support ❤❤
RAIJ GOUROV GOGOIK APUNALUKE ALOP SOHAI KOROK BOHUT VAL HOBO
Future Assam cm definitely happy hob raijh
যোৰহাটৰ ৰাইজে গৌৰৱ গগৈক আপোনালোকৰ বহুমূলীয়া ভোট দি জয় যুক্ত কৰিব বুলি আশা কৰিলোঁ ।
Yes, he will be the next CM of awesome Assam ❤
Welcome future cm of Assam Gaurav Da.
Great news
মুখ্যমন্ত্ৰী হোৱাতো খাতাং
Future CM g gogoi
Gaurav gogoi jindabad
Gaurav Gogoi Chief minister adin tu hoboe heitu 100% .
ভাল মানুহ গৌৰৱ গগৈ ৷জটিলতা-কুটিলতা একো নোহোৱা ব্যক্তি গৌৰৱ ৷
Gaurav gogoi ❤
Gourav Gogoi Bharat ka home minister hoga 2024-25 main
Yeh Hui na baat, ab Mama ka ulti ginti shuru❤❤
Welcome for the next CM
New member❤
Gud decision
Next CM sure.... Gaurav Gogoi
Gaurav Gogoi ❤❤
Next cm gaurav gogoi
Honest pure good best= gourav gogoi da
Gaurav Gogoi ✅
গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা টো বিচাৰোঁ ❤
Next CM Gaurav Gogoi
গৌৰৱ গগৈ জিন্দাবাদ।
গৌৰৱ গগৈ অসমৰ নহয় উ্ত্তৰ পূৱৰ এক কণ্ঠ আৰু আমি এইবাৰ BJPৰ লগত নাই আমি গৌৰৱ গগৈ লগত আছোঁ জয় আই অসম ৷
এই খবৰটো মূল উদ্দেশ্য বিৰোধিৰ মাজত একতা ঠানবান কৰিবলৈ বাতৰি পৰিৱেশন কৰোৱা যেন লাগে
Gourav upcomming cm of assam
Good
Gourav🎉
Assam Next cm GG
Gourav Gogoi ❤❤❤❤❤
Gourav Gogoi zindabaad ❤❤❤
Very good Discussion .....❤❤
16 tarikh mane jorhatle rahul gandhi piyonka gandhi posar babe Anile val hob
GAURAB GOGOI ZINDABAD.
Next c m gaurav gogoi huwatu bisaru.
kintu gaurav Gogoi jikibo eibar
Congres jinda bad ❤
Gourav gogoik jindabad .
অতি সুন্দৰ পদক্ষেপ
এই মূহুৰ্ততে ভূপেনক স্থলাভিষিক্ত কৰি গৌৰৱক দ্বায়িত্ব দি দিব লাগে।
Undoubtedly he is the face of Assam
❤❤❤❤
Gourav Gogoi nisina hohoj- horol ,nomro- bhodro neta ejon Assamr CM hisabe huatu khubei proyujon..
Gaurav Gogoi next cm of Assam mama go back
Gaurov gogoi ❤❤❤
গৌৰৱ গগৈ ৰাইজৰ কণ্ঠ৷ গৌৰৱ গগৈ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷
গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ
গৌৰৱ গগৈ মুখ্যমন্ত্রী প্ৰাৰ্থী হলে অসম হিলাই দিৱ।
গৌৰৱ দা মুখ্য মন্ত্ৰী হওক বা নহক কিন্তু গৌৰৱ দাৰ ৰ দৰে নেতা অসমক এতিয়া প্ৰয়োজন।।😊
কাৰো দম নাই।গৌৰৱ গগৈ লগত যোজ দিবলৈ।গৌৰৱ গগৈ ৰাইজৰ নেতা।গৌৰৱ গগৈ বহুত বহুত ভোটত জিকিব।
মুখ্য মন্ত্ৰী হিচাপে সদায় আপোনাক সমৰ্থন কৰি জাম ২০২৬ অৰ বাবে ।।❤❤
Gourav gogoi will be next chief minister.
যদি জিকে ভাল পদ পোৱাটো নিশ্চিত,,,, আৰু NE এনেকুৱা এজন মানু্হ নাই জি ভাল পদ পাব,,
Gaurav Gogoi will be best MP for Jorhat. He is very capable MP who can put every words of Assamese people in parliament. Well educated and good speakers, he is good MP compare to Topan Gogoi.
Okol amar axomore nohoi G G gutai bharatbokhot Ironman, GG ,jaar Hindi bhakhone muk muhita kori tule, karon moi axomiya hoi Hindi kotha ispostake Kobo nuwaru,
❤
Next cm gourav gogoi
BJP hatao desh bachao Modi hatao Bharat bachao
❤❤ আজি BJP ৰ টোপনি নাহিব এই বাতৰিটো চাই।
C m Gaurav G.
সেইকাৰণে গোটেই বিজেপি সকল গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰত লাগি গৈছে৷