Gaurav Gogoi alone shook the opposition in Parliament what will happen if the three Gogois come

Gaurav Gogoi alone shook the opposition in Parliament what will happen if the three Gogois come
Watch the full clip to know more about this story.
#pragnews #gauravGogoi #parliament
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 247

  • @farisahmed7963
    @farisahmed796310 ай бұрын

    আমাৰ দেশৰ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ হোৱাটো নিশ্চিত ❤❤

  • @prabhatchborah3751

    @prabhatchborah3751

    10 ай бұрын

    @dhantihazarika982 সমষ্টি টনা-আজোৰা কৰিলেই নাহাৰে *টেলেন্ট মাল* !

  • @Jagot-dd2yb

    @Jagot-dd2yb

    10 ай бұрын

    ​​@dhantihazarika982 মামা মিডিয়াৰ propaganda আপুনি চাই আপুনি মামাৰ অন্ধভক্ত হ'ল যে আপোনাৰ কথাতে প্ৰমাণ পোৱা গৈছে৷ মতা মাছ- মাইকী মাছ নহলে মাছৰ বংশ বৃদ্ধি কনকৈ হ'ব৷ যদি মতা মাছ-মাইকী মাছ আপুনি নাই বুলি ভাৱিছে তেনেহ'লে এবাৰ মাছৰ বাজৰত গৈ বেপাৰীক মতা মাছ- মাইকী মাছ দেখুৱাই দিব ক'ব৷

  • @umeshchetiya1340

    @umeshchetiya1340

    9 ай бұрын

    ​@dhantihazarika982bjp e ako vote sur kori he jike

  • @sabetrigamang5975

    @sabetrigamang5975

    5 күн бұрын

    Hbi...

  • @kamalakantaroy3139
    @kamalakantaroy313910 ай бұрын

    নিশ্চয় আমাক তিনি গগৈৰ প্ৰয়োজন আছে । অসম উন্নতিৰ কাৰণে ।

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    😁😁

  • @srigunajitsharma8282

    @srigunajitsharma8282

    10 ай бұрын

    😁😁

  • @junkonwar4943

    @junkonwar4943

    9 ай бұрын

    RIGHT

  • @srimantasaikia6432
    @srimantasaikia643210 ай бұрын

    নতুন প্ৰজন্মৰ নতুন শিক্ষা নীতি য়ে নতুন নতুন নতুন দিশেৰে আগবাঢ়ি যাওক তিনি গগৈ লৈ অভিনন্দন

  • @biswajitpamegam8299
    @biswajitpamegam829910 ай бұрын

    সংসদ ভৱনত শুদ্ধ হিন্দী কব পৰা অসমৰ প্ৰথম সংসদ। গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ একমাত্ৰ ভৱিষ্যত।❤

  • @prabhatchborah3751

    @prabhatchborah3751

    10 ай бұрын

    @@dhantihazarika982 মাইকী মাছ নাথাকে নেকি?

  • @greentomato2638

    @greentomato2638

    10 ай бұрын

    ​@@dhantihazarika982tor ghotitu.. Stupid🤡

  • @umeshchetiya1340

    @umeshchetiya1340

    9 ай бұрын

    ​@@dhantihazarika982Bjp mane Gela maas

  • @MdMIslam-zv6en

    @MdMIslam-zv6en

    8 ай бұрын

    ​@@dhantihazarika982ondho bhoktor jnyan big zero babei tene comment.

  • @rjlhan9842
    @rjlhan984210 ай бұрын

    গৌৰব গগৈৰ নিচিনা এজন সাংসদ পাই আমি কলিয়াবৰ সমষ্টিৰ ভোটাৰ সকল গৰ্ভিত।

  • @prabhatchborah3751

    @prabhatchborah3751

    10 ай бұрын

    সমষ্টি চেলিয়াই দিলে আমি এইবাৰ তেখেতক ভোট দিব নাপাম নেকি!

  • @jitenkonwar2942
    @jitenkonwar294210 ай бұрын

    তিনি গগৈ লৈ নমস্কাৰ 🙏🙏🙏জয় আই অসম ❤❤❤

  • @popingogoi2605
    @popingogoi260510 ай бұрын

    গগৈক আমাৰ কলিয়াবৰ পৰা বহুত বহুত ধন্যবাদ। আপোনী আগুৱাই জাওক। আমি লগত আছু জয়াই অসম

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    মিয়া,, পাৰ্টি

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz Feku party

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi west uressian Bidekhi Bamun(yamniya).

  • @dipakgogoi5084

    @dipakgogoi5084

    10 ай бұрын

    ​@@jintucreationxyz আপুনি হিন্দু বাংলাদেশী পাৰ্টি নেকি?

  • @dipakgogoi5084

    @dipakgogoi5084

    10 ай бұрын

    ​@@jintucreationxyz 1500 টকাত মাথা বিক্ৰী কৰি 1500 টকাৰ কাৰণে লিখি থাকক। নহলে 1500 টকা একাউণ্ট নোসোমাব। কেৱল হিন্দু ,মুছলিম , মিয়া লিখিলেই হব। 1500 টকাত সিমান খিনি লিখিলেই হব।

  • @jadavgogoi944
    @jadavgogoi94410 ай бұрын

    মত পাৰ্থক্য থাকিলেও সামূহিক স্বাৰ্থত এনে গগৈ সকল (সকলো সৎ আৰু গণতান্ত্ৰিক ব্যক্তি) একে লগ হোৱাটো জনসাধাৰণৰ বাবে মংগলজনক।

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    মিয়া,, পাৰ্টি

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz Feku party

  • @aikhunlungshangbunboruah1a269

    @aikhunlungshangbunboruah1a269

    10 ай бұрын

    ​@@jintucreationxyzতোৰ নিজৰ পাৰ্টিতো নাম কি?

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi west uressian bidekhi Bamun(Yamnia).

  • @umeshchetiya1340

    @umeshchetiya1340

    9 ай бұрын

    ​@@aikhunlungshangbunboruah1a269najana niki tmi dalal cyndicate buli koy

  • @Ashagaming785
    @Ashagaming78510 ай бұрын

    তিনি গগৈৰ সাংসদ লৈ পঠিয়াব লাগে। তেতিয়াহে অসমৰ নাম ভাৰতত জিলিকি থাকিব ❤❤❤

  • @szaman9693
    @szaman969310 ай бұрын

    গৌৰৱ গগৈ ডাঙৰীয়া এদিন মুখ্য মন্ত্ৰী হৱাটো নিশ্চিত।

  • @nirugogoi4576
    @nirugogoi457610 ай бұрын

    তিনি গগৈয়ে মিলি অসমক যাতে সু পথে আগুৱাই নিয়ে যেন তাৰেই কামনা প্ৰভু ৰ ওচৰত

  • @prabhatchborah3751
    @prabhatchborah375110 ай бұрын

    তিনি গগৈ মিলিলে বেলচাৰ নাল ভাগিব যেন লাগিছে !

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    Miya,, prty

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz Feku party

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi west Uressian Bidekhi Bamun(Yamnia).

  • @mukutsinghaphukon7094

    @mukutsinghaphukon7094

    10 ай бұрын

    ​@@jintucreationxyztur murat thoka gubor khini besi de poisa pabi

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    @@mukutsinghaphukon7094 tur nki,,

  • @apnadesh9477
    @apnadesh947710 ай бұрын

    Assam need young leaders like Gogoi.

  • @manashgogoi7747
    @manashgogoi774710 ай бұрын

    আহোমৰ নাতি হৈ আজি গৌৰৱ অনুভৱ কৰিছো ....I proud of you Gogoi³....

  • @DulenchGogoi
    @DulenchGogoi10 ай бұрын

    তিনি গগৈৰ জয় হওক

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    Akhiluddin 🤣🤣

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz Feku uddin hoi

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi ata west Uressian bidekhi Bamun(Yamnia).

  • @dipakgogoi5084

    @dipakgogoi5084

    10 ай бұрын

    ​@@jintucreationxyzনিজৰ নামটো কিয় প্ৰকাশ কৰিবলৈ লাজ কৰিছে। হিন্দু বাংলাদেশী বুলি নে 1500 টকাত লিখা মাথা নাইকিয়া বুলি ৰাইজে জানিব বুলি।

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    @@dipakgogoi5084 তই 🤣 মোক শিকাব নেলাগে,, বাংলাদশী মিয়া ৰ ঔকিলুদ্দিন লুঙীখনৰ তলত,, সুমাই থাক🤣 লুঙী পাৰ্টি

  • @jitubarman6162
    @jitubarman616210 ай бұрын

    এজন গগৈৰ কপনিতে আমাৰ এজনৰ ধাতু উৰি গ’ল ৷

  • @aparajitatamuli7273
    @aparajitatamuli727310 ай бұрын

    ❤ তিনি গগৈ এক হৈ কাম কৰক,আৰু এনে নেতা অসমীয়া বুলি ভাবিব পৰা ,অসম প্ৰেমী বহু প্ৰয়ো জন,যি নেতাই অসমৰ জনসাধাৰণৰ প্ৰতি সম্পুৰ্ণ দায়বদ্ধ হৈ প্ৰতি টো সমস্যা সমাধানত তৎক্ষণাৎ পদক্ষেপ লয়,কাজ্যকাৰি কৰিব পাৰে।

  • @balendas4259
    @balendas425910 ай бұрын

    তিনি গগৈ দিল্লীলৈ যদি যায় তেনেহলে নৰ্থ ইষ্টক ঠগাবলৈ দিল্লীয়ে ঢোটে ঢোটে পানী খাব লাগিব । পুণৰ হেমৰৰূৱাৰ কণ্ঠস্বৰ ভাঙি আহিব । দিল্লীয়ে ধনে মধে অসমক ললিপপ খুৱাব নোৱাৰিব । তিনি গগৈৰ সু-স্বাস্থ্য কামনা কৰি ৰাজনৈতিক অভিনন্দন এনেকৈয়ে জনাইছো ।

  • @tanbeerariz892
    @tanbeerariz89210 ай бұрын

    Ahom the brand of Assam

  • @mahimahmed2665
    @mahimahmed266510 ай бұрын

    ব্যক্তি যি উপাধিৰ নহ ওক কিয় যি আমাৰ ৰাজ্যৰ গৌৰৱ কঢ়িয়াই অনা জনহে প্রকৃত হিৰো, প্রকৃত নেতা।

  • @prabinmallabaruah8845
    @prabinmallabaruah884510 ай бұрын

    উত্তৰ পূবৰ এজন দক্ষ সাংসদ, যিয়ে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ভবিষ্যতে বিৰোধী দল ক্ষমতালৈ আহিলেই অসমৰ আৰু উত্তৰ পূবৰ বাবে তেওঁ আনিব পাৰিব উন্নয়নৰ ঢল। অসম চৰকাৰৰ বৰ্তমান যি আৰ্থিক দুৰ্যোগ তাকো তেওঁ প্ৰশমন কৰিবলৈ সক্ষম হব।

  • @stephenhawking7992
    @stephenhawking799210 ай бұрын

    Proud of Assam

  • @mohendradohutia
    @mohendradohutiaАй бұрын

    আমাৰ গৌৰৱ।অসমৰ গৌৰৱ। অসমৰ সঞ্জীৱনী গৌৰৱ গগৈ। গৌৰৱ গগৈ নহ'লে অসমৰ ৰাইজৰ দিনতে আন্ধাৰ হব। গৌৰৱ গগৈ জিন্দাবাদ।তিনি গগৈ জিন্দাবাদ।

  • @sabetrigamang5975
    @sabetrigamang59755 күн бұрын

    অসমৰ অভিমান গৌৰৱ গগৈ।।।। আজি আমি আশীৰ্বাদ দিছোঁ।।। ঈশ্বৰে তোমাক আগুৱাই লৈ যাওক।।

  • @loknathdas5152
    @loknathdas515210 ай бұрын

    এইবাৰ গগৈ+ পাক্কা জিকিব।

  • @moheshrajowar9334
    @moheshrajowar93349 ай бұрын

    গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ ।

  • @tankswargohain6701
    @tankswargohain67018 ай бұрын

    তিনি গগৈ ডাঙৰীয়াই অসমৰ প্রকৃত নেতা হব পাৰে।

  • @aminurrahman1915
    @aminurrahman191510 ай бұрын

    Efficient and inteect parliamentarian Gourav Gogoi Ji. We are proud of him.

  • @krishnaktphukan3330
    @krishnaktphukan333010 ай бұрын

    We are proud of you respected Gourav Gogoi. You have born for Assam and Assamese peoples. Go ahead with your might. We are with you and your party.

  • @hemkantasaikia2938
    @hemkantasaikia293810 ай бұрын

    Congratulation Gourav Gogoi

  • @arupjyoti6084
    @arupjyoti608410 ай бұрын

    তিনি আহোম 🙏

  • @Sscreationtoall..4970
    @Sscreationtoall..497010 ай бұрын

    Proud of you 3 gogoi ❤🎉🎉🎉

  • @nripenborgohain201
    @nripenborgohain2014 ай бұрын

    তিনি গগৈ মিলনত আমি বহুত বহুত সুখী জনজাতিৰ লোকে আশীৰ্বাদ দিছোঁ ৷

  • @bhaskarborah4254
    @bhaskarborah425410 ай бұрын

    দেশৰ কাৰণে আশাবাদী,জয় আই অসম

  • @bkisku9363
    @bkisku936310 ай бұрын

    Thanks gogoi sir

  • @aminakhatun6018
    @aminakhatun601810 ай бұрын

    We, the people of Assam are proud of Gaurav Gogoi as a fit MP , you are welcome to Kaziranga MP seat also,

  • @prabhatkumargogoi2717
    @prabhatkumargogoi271710 ай бұрын

    গগৈ বুলি কোনো কথা নাই, হিন্দী আৰু ইংৰাজী ভাষা শুদ্ধকৈ কোৱা , বাকপটুতা আৰু ৰাজনৈতিক জ্ঞানৰ পৰিপক্বতা থাকিলে যদু মধু নদাই ভদাই গগৈ মগৈ সকলোৱেই হিৰো দেখুৱাব পাৰে , অন্যথা দেশৰ জনতাই ঠাট্টা মস্কৰা কৰে " নিবোকা চামোন , টোপনি মাৰোতেই যায় ইত্যাদি ইত্যাদি ৷

  • @manjugohain6786
    @manjugohain678610 ай бұрын

    এই তিনি গগৈ বৰ্তমানলৈকে ৰাজনীতি জগতত বহুত প্ৰয়োজন হৈছে ।

  • @samubarbhuiya1246
    @samubarbhuiya124610 ай бұрын

    We want to aee him as a chief minister of Assam

  • @ranjanpds7245
    @ranjanpds724510 ай бұрын

    এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি বাকী মন্ত্ৰী বিলাকৰ মতমতালি কমি গৈছে। কংগ্ৰেছ জিন্দাবাদ

  • @birenkurmi8464
    @birenkurmi846410 ай бұрын

    Gogoi is tiger in Assam

  • @srigunajitsharma8282

    @srigunajitsharma8282

    10 ай бұрын

    🐕🐕🐕

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri10963 ай бұрын

    তিনি গৈ এক হওক সেইয়া অনুৰোধ

  • @Monu_1b
    @Monu_1b10 ай бұрын

    Wow salute 🫡 gourav gogoi❤

  • @DebiramPadun-oz4jj
    @DebiramPadun-oz4jj10 ай бұрын

    Mojja Gogoi da 100%

  • @LakhyajyotiHazarika-yi1ln
    @LakhyajyotiHazarika-yi1ln8 ай бұрын

    Best of luck,3Gogoi... bhut bhut thanks..

  • @kushaldoley4590
    @kushaldoley459010 ай бұрын

    Tini Gogoi is Indian Tiger 🐯🐅

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    Akhiluddin, lurinuddin, aru gouruddin😁

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz aru Feku uddin

  • @kankanp1736

    @kankanp1736

    10 ай бұрын

    Monbang

  • @srigunajitsharma8282

    @srigunajitsharma8282

    10 ай бұрын

    🐕🐕🐕

  • @rons-topic1067

    @rons-topic1067

    10 ай бұрын

    Toohot missing manuh bur Miya type hoi. Miya supporter. Tarun Miya aru tohotor Bharat narah Miya hotey mili assamot Bangladeshi Miya ani Assam borbad Kori diley aru tur laaj olopu naai ne ki kela miyar pokor seleka missing.. tohotor missing suwalik bongolmarat bangladeshi miya burey jora fuka Kori Kori gutei biya pati loley aru keitamanok thooki thooki hekh Kori diley.

  • @padmasaikia8932
    @padmasaikia893210 ай бұрын

    আমি জিকামেই তিনি গগৈক অসম আহোমৰ

  • @NoorAlam-fu5ql
    @NoorAlam-fu5ql10 ай бұрын

    Gourove Gogoi zindabad

  • @taradoi7957
    @taradoi795710 ай бұрын

    Right

  • @pomidaimari4908
    @pomidaimari490810 ай бұрын

    Mamar speechbur Ahongkar, abusive and full of lies ...We Love Gaurav Gogoi ...🙋🙏🙏🙏♥️♥️♥️

  • @disivraj6265
    @disivraj626510 ай бұрын

    Go back BJP, most welcome Congress in India.we are fully support to congress as an Indian citizen

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    খংগ্ৰেছ মিয়া পাৰ্টি

  • @pramodkonwar8290

    @pramodkonwar8290

    10 ай бұрын

    ​@@jintucreationxyz Feku party hoi

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi west uressian bidekhi Bamun(Yamnia).

  • @pororforfolopjofor
    @pororforfolopjofor10 ай бұрын

    Ahomr batcha Tiger hoi. Gaurav Gogoi zindabad. Tikoni party murdabad.

  • @pratimago3245
    @pratimago324510 ай бұрын

    ❤❤❤ ৩ গগৈ

  • @NsjjsHsh-kw8zy
    @NsjjsHsh-kw8zy8 ай бұрын

    Good 👌👌

  • @akashkashyap6589
    @akashkashyap658910 ай бұрын

    Gaurav gogoi ❤next cm

  • @manirulali8568
    @manirulali856810 ай бұрын

    Gogoi sir ❤ congratulations

  • @dharmendradeka8073
    @dharmendradeka807310 ай бұрын

    Next time Mama ki ba hoi , Gogoi is now best

  • @sabetrigamang5975
    @sabetrigamang59755 күн бұрын

    Congress jindabad ❤️❤️❤️❤️❤️❤️ Gaurav Gogoi jikatu val paisu... bhogobanr akhirbad...

  • @hiranyabora436
    @hiranyabora4369 ай бұрын

    Gaurav is absolutely necessary for Assam

  • @joshuamusharof7397
    @joshuamusharof739710 ай бұрын

    This time for the mp election we are not supporting the party rather we will support the right and intelligent like Gourab Gogoi

  • @mohanbehera5138
    @mohanbehera513810 ай бұрын

    Gogoi jindabad 👌

  • @rumeegogoi2430
    @rumeegogoi24302 ай бұрын

    Good News🙏🙏🙏

  • @Priyanshu_MCPE
    @Priyanshu_MCPE10 ай бұрын

    Hosakoi 3 Gogoi MP hoi gole Delhi kopibo.🙏🙏🙏

  • @babasaikia6479
    @babasaikia647910 ай бұрын

    ❤moja

  • @kamalkalita338
    @kamalkalita33810 ай бұрын

    অসমৰ শক্তিশালী নেতা গৈৰৱ গগৈ সচাকৈ আমাক লাগে এনে নেতা । চেলুট গৈৰৱ গগৈ চেলট ।❤️❤️❤️

  • @varunkashyap4184
    @varunkashyap418410 ай бұрын

    Jindabad.gourav.gogoi

  • @mamtazchoudhary227
    @mamtazchoudhary2278 ай бұрын

    3gogoi zindabad ❤❤❤

  • @mmicomex
    @mmicomex10 ай бұрын

    Very good

  • @user-rv4jl8mx2n
    @user-rv4jl8mx2n10 ай бұрын

    Thanks gogoi

  • @nishkaratnam8274
    @nishkaratnam82744 ай бұрын

    Yeah..he did shake parliament

  • @fzgaming9943
    @fzgaming99439 ай бұрын

    Great 👍 sir

  • @user-ry1cu3lx1u
    @user-ry1cu3lx1u10 ай бұрын

    Gaurav gogoi bohut great manuh

  • @AhammadAli-gg9vl
    @AhammadAli-gg9vl4 ай бұрын

    Gogoi gindabad 👍

  • @Rahul-un6sy
    @Rahul-un6sy10 ай бұрын

    Joi Congress ✊

  • @jintucreationxyz

    @jintucreationxyz

    10 ай бұрын

    মিয়া,, পাৰ্টি

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    @@jintucreationxyz Toi ata prthibir vitarat ataitkoi maratmak khntrukhbadi. Toi west uressian bidekhi Bamun.

  • @dipubora3325
    @dipubora33258 ай бұрын

    Gaurav gogoi zindabad

  • @alishawangsuwangnow2037
    @alishawangsuwangnow203710 ай бұрын

    🎉Gaurav Gogoi sir gud job n all the best 3 Gogoi

  • @subhashsut2215
    @subhashsut22158 ай бұрын

    তিনি গগৈয়ে মুৰৰ কামুৰণি হ'ব বিজেপি ।

  • @jibanpegu5886
    @jibanpegu58865 ай бұрын

    Jinda baad gurov gogoi

  • @NABAJYOTIKALITA-ci9fi
    @NABAJYOTIKALITA-ci9fi10 ай бұрын

    Proud of You.

  • @sashibhatta5198
    @sashibhatta519810 ай бұрын

    এই ধাৰণা ভুল বুলি প্ৰমাণিত হবলৈ গৈ আছে ৷

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    Toi west uressian bidekhi Bamun ( Yamnia) khntrukhbadi. Tur DNA hol R 1. N 1.

  • @rajibmedok
    @rajibmedok10 ай бұрын

    Gourav Gogoi speak greatest leader in Assam

  • @gautamkonwar6405
    @gautamkonwar640510 ай бұрын

    3 gogoi log hole moja lagebo

  • @AbdulHakim-lh8mu
    @AbdulHakim-lh8mu10 ай бұрын

    Next CM of Assam গৌৰৱ গগৈ । Next PM of India Rahul Gandhi.

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    Apunar ata kotha khuddha. Gaurab gogoi bhabissate Mukhya montry habo. Kintu Rahul Gandhi 2024 t Prodhan montry nahoy(naloy).2024 t Dekhr Prodhan montry OBC ba SC samajrpora habo.INDIA r 28 ta dole alosona kari ajon k Prdhan montry patiba. Mallikajun kharge, Nitish kumar, Stalin.

  • @user-zq6xz5oz6h

    @user-zq6xz5oz6h

    10 ай бұрын

    Jun PM hoi houk.Kintu Fekendra jabo lage.Gas cylinder r dam 1200 krile.

  • @ansulabrahma6730
    @ansulabrahma673010 ай бұрын

    lachit gogoi aahise dwi atia moma gadi ari polabo lagibo, pola pola mama hongkale tobla baandok,nohole aaponak Congress yeh jail diya 2 khatang, aaponi basibo noware, we ❤ 3 Gogoi,

  • @user-dc4do6nu8e
    @user-dc4do6nu8e10 ай бұрын

    Gourob gogoi lage CM. Duy gogoi kam nai

  • @mukulbaruah1833

    @mukulbaruah1833

    10 ай бұрын

    Apunar namtu coment diok soon. Nam nidile u upadhitu dilei hol.

  • @anilkumarchetia1816
    @anilkumarchetia181610 ай бұрын

    We need the three Gogoi in our country .

  • @david3349
    @david334910 ай бұрын

    Love you Gourav Gogoi for your speech

  • @user-jm9cc7gr4k
    @user-jm9cc7gr4k9 ай бұрын

    ❤️❤️😍😍👍👍

  • @Bikas1750
    @Bikas175010 ай бұрын

    Congress - Aiudf voot dia mane kasmir khan pakistan di dia ake katha 😡😡🇮🇳🇮🇳 ami axamia hisape jiay thaka to bisaru .agote Kune ki krile dekhi aso mama ❤️❤️

  • @xoronia2403
    @xoronia24033 ай бұрын

    Gaurav Gogoi r proyojon nai axomot Teo r deutake ki korile sobey jane But akhil gogoi and lurinjyoti are different They are here not for power but to protect the indigenous people

  • @sisuboroweareverylose351
    @sisuboroweareverylose3519 ай бұрын

    গৌরর গগৈ

  • @RanjitMedhi-gk9mg
    @RanjitMedhi-gk9mg2 ай бұрын

    Rahul%😢jindbad

  • @Devi-Ma
    @Devi-Ma10 ай бұрын

    Congress jindabad❤

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw8 ай бұрын

    Three g g g is very strong

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj10 ай бұрын

    Congratulation 3 gogai joy ai assam

  • @studyprep5545
    @studyprep554510 ай бұрын

    It's time for revolution.

  • @janmonihandipue5147
    @janmonihandipue514710 ай бұрын

    Good mojaa

  • @rupkantapathori9666

    @rupkantapathori9666

    10 ай бұрын

    We salute Gaurabh Gogoi. He is real hero.

  • @whhehehhshshehe-hi7kn
    @whhehehhshshehe-hi7kn8 ай бұрын

    gaurav gogoi duburi loksoba elektion khelobo lage

  • @user-hb2nj4yd7b
    @user-hb2nj4yd7b10 ай бұрын

    Congras joai raijor joi

  • @Gautamphukan-lk3wj
    @Gautamphukan-lk3wj10 ай бұрын

    Tini gogoi joi hoboi joi ai asom

Келесі