মুখ্যমন্ত্রীৰ মুখত পুনৰ ৩ গগৈৰ প্রসংগ, কোনে কাক লেং মাৰিব ধৰিব নোৱাৰিঃ মুখ্যমন্ত্রী

তিনি গগৈৰ মণিকাঞ্চন সংযোগে উজনিত টোপনি হৰিছে বিজেপিৰ। গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ ঐক্যবদ্ধ যুঁজে উজনিত বিজেপিৰ গতি ৰুদ্ধ কৰিব পাৰে বুলি চলিছে ব্যাপক চৰ্চা। এনে সময়তে তিনি গগৈক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। তিনি গগৈক বিশ্বাস কৰিব নোৱাৰি। কোনে, কাক লেং মাৰিব ধৰিব নোৱাৰি। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে কঠোৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ। এক কথাত উজনিৰ ৰাজনীতি এতিয়া হৈ পৰিছে তিনি গগৈ বনাম মুখ্যমন্ত্ৰীকেন্দ্ৰিক।
#pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম

Пікірлер: 258

  • @user-pt3en6hl5m
    @user-pt3en6hl5mАй бұрын

    তিনি গগৈ এক হৈ থাকিব সদায়

  • @manabkalita6192
    @manabkalita6192Ай бұрын

    গৌৰব গগৈ জিন্দাবাদ

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    গৌৰৱ গগৈ,লুৰীণ গগৈ আৰু অখিল গগৈ জিন্দাবাদ❤❤❤❤❤

  • @animaborboruah8016
    @animaborboruah8016Ай бұрын

    নিজেই সৰ্বানন্দ সোণোৱালক লেংমাৰি মুখ্যমন্ত্ৰী হোৱা নাই জানো এই কথা অসমবাসী জানে ।

  • @Nava-Saikia

    @Nava-Saikia

    29 күн бұрын

    😂😂😂

  • @hemkantaborah7434
    @hemkantaborah7434Ай бұрын

    মাজুলীৰ দলং আনিলে সৰ্বানন্দই, গুণ গাইছে তপনৰ, মেডিকেল কলেজ আনিলে কোনোবাই, নাম ওলাইছে তপনৰ, কি যে কথা- কি যে বতৰা।

  • @manjitborah191

    @manjitborah191

    Ай бұрын

    😢😢😢

  • @samudrahazarika110
    @samudrahazarika110Ай бұрын

    অখিল গগৈয়ে ভাল উত্তৰ দিছে হীমন্তক। জেগাত দিছে। মজা পাইছোঁ।

  • @dipakgogoi4266

    @dipakgogoi4266

    Ай бұрын

    Dada eie Himonto bishyo sormah k Jaalokbarti bakhiye kiyo jikai ase kiyo

  • @DarshanaLahkar

    @DarshanaLahkar

    Ай бұрын

    Icds

  • @BudhaHazarika
    @BudhaHazarikaАй бұрын

    সৰ্বানন্দক লেংমৰা নাই নহয়, ডাইৰেক্ট বুকুত গোৰ মাৰিলে।

  • @manujkumarbora8901
    @manujkumarbora8901Ай бұрын

    তিনি গগৈ সদায় একলগ হৈ কাম কৰক অসমৰ

  • @Savagehighlander
    @SavagehighlanderАй бұрын

    হিমন্তক চাব মন নোযোৱা কাৰনে বিজেপিক ভোট দিছিলো এতিয়া সিয়ে উঠি ৰজা বহি ৰজা হৈ আছে । ইয়াক চাব মন নোযোৱা কাৰনে আকৌ কংগ্ৰেচক ভোট দিম । এক নম্বৰ চোৰ হিমন্ত ।

  • @merinadeori298

    @merinadeori298

    Ай бұрын

    Yes

  • @subashgogoi263

    @subashgogoi263

    Ай бұрын

    সঁচা কথা কৈছে আপুনি চুৰৰ চৰ্দাৰ

  • @sanjitakundu5287

    @sanjitakundu5287

    Ай бұрын

    ​@@subashgogoi263 Teri jali kiya😂😂....jali nah😂

  • @user-dw4wl2jh8x

    @user-dw4wl2jh8x

    Ай бұрын

    ​@@sanjitakundu5287 Nijor ghounikor xompotti bohuk bad di aku kora nai... iat teri jali meri Jali aku kotha nai

  • @pborah562
    @pborah562Ай бұрын

    সুন্দৰ দিছে দেই অখিল ককাই ❤

  • @mridulsarma3894
    @mridulsarma3894Ай бұрын

    অখিল গগৈ দেৱে মুখ্য মন্ত্ৰী ক যোগ্য প্ৰত্যুত্তৰ দিয়ে।

  • @SimilarAhmed
    @SimilarAhmedАй бұрын

    আপোনি ভয় কি্য় খাইছে মামা আপোনি ভাল হে পাব লাগে 😅😅😅, গৌৰৱ গগৈ জিন্দাবাদ

  • @khargeswarkalita4630
    @khargeswarkalita4630Ай бұрын

    হিমন্তই নিজে লেঙ মাৰা মানুহ বেলেগ ক কতাখ্য কৰা অধিকাৰ নাই😂

  • @bikug1610
    @bikug1610Ай бұрын

    We love 3Gogai

  • @mondeephazarika681
    @mondeephazarika681Ай бұрын

    বুৰঞ্জীয়ে কয় অসমত আহোমৰ কি ভূমিকা আৰু কিছুমান জাতিৰ কি ভূমিকা😂😂😂😂

  • @mridulsarma3894

    @mridulsarma3894

    Ай бұрын

    আৰু এতিয়াৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিষয়ে কি হিচাপে ইতিহাসত থাকি যাব বাৰু?

  • @gogoida598

    @gogoida598

    Ай бұрын

    ​@@mridulsarma3894lang mora buli

  • @mayurgogoi4071

    @mayurgogoi4071

    Ай бұрын

    ​@@mridulsarma3894 adhunik badan.

  • @jitulkalita4455
    @jitulkalita4455Ай бұрын

    আপুনিটো বহুতোকে লেং মাৰি আহিছে , লেং মাৰি আজি অসম মুখ্যমন্ত্ৰী হবলৈ যে সুযোগ পালে ইয়াতকৈ আপোনাৰ ডাঙৰ পুৰস্কাৰ কি লাগে আপোনাক , সেই বাবেই আপুনিও বেলেগৰ মাজত যুদ্ধ খন লগা চাব বিচাৰিছে , তিনি গগৈ কেতিয়াও মন ভাঙিব নোৱাৰে , আপুনি গাদি খনৰ পৰাই যেতিয়া এৰা খাই পৰি তেতিয়াহে চাব ভাল হব , কত সুৰংগ খান্দি থাকিব লগা হয় ,

  • @subashgogoi263

    @subashgogoi263

    Ай бұрын

    দাইৰেক টিহাৰ পঠাই দিব লাগে

  • @moigauripuriyabadshah4648
    @moigauripuriyabadshah4648Ай бұрын

    হিমন্ত বিশ্ব শৰ্মা লেং মাৰা মানুহ গগৈ লেং নামাৰে

  • @user-pn5zs2hn3v
    @user-pn5zs2hn3vАй бұрын

    Akhil is great

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934Ай бұрын

    Appropriate and intelligent reply. Great!!! 👍👍👍

  • @bharatbaruah5702
    @bharatbaruah5702Ай бұрын

    মামাৰ লেং ঘোঁৰাৰ ঠেং সবে জনে মামাই আবুল টাবল বকাৰ অর্থ কি বিজেপি গোঁ হাৰা দিব

  • @khogenborah8276
    @khogenborah8276Ай бұрын

    Thanks to Akhil Gogoi a lot for expressing the truth.🙏🙏🙏

  • @rajadoley3921
    @rajadoley3921Ай бұрын

    অখিল দা সচাঁ কথা কৈছে । ❤❤❤

  • @user-kn9ly9np6u
    @user-kn9ly9np6uАй бұрын

    CM Sir r montu val nohoi.sob nijor dore voba thik nohoi.

  • @PrakashNewar-ex7xr
    @PrakashNewar-ex7xrАй бұрын

    কোনোবাই লেং মাৰিব পাৰে সাৱধান

  • @ipshita9737
    @ipshita9737Ай бұрын

    শৰ্মা tu bor letera bostu. Ki j khesera soritro. Ahom birudhi

  • @bhaswatiparashar
    @bhaswatiparasharАй бұрын

    Akhil Gogoi's savage reply😂😂❤❤

  • @mehdialom2385
    @mehdialom2385Ай бұрын

    Gaurav gogoi Zindabad

  • @MoinKhan-wt1le
    @MoinKhan-wt1leАй бұрын

    Congress Jindabad jindabad jindabad from silchar Assam

  • @AsifaBegum-je4rx
    @AsifaBegum-je4rxАй бұрын

    Apunat ka kuna val ka janibo sir...Tarun gogoi sir la mont palae hoi ....Him anta dokait

  • @r.....4224
    @r.....4224Ай бұрын

    Akhil Gogoi,Lurinjyoti Gogoi Zindabad

  • @junmoniburagohain8980
    @junmoniburagohain8980Ай бұрын

    Akhil gogoi jindabad

  • @bikramgoyary
    @bikramgoyaryАй бұрын

    Gourav Gogoi sir jindabad

  • @user-yr7lt2jg2d
    @user-yr7lt2jg2dАй бұрын

    Gogoi gikibo

  • @user-ke1qv2gu2u
    @user-ke1qv2gu2uАй бұрын

    Ahom vs bamum

  • @user-vd6ki1zi5h
    @user-vd6ki1zi5hАй бұрын

    G gogoi jindabad

  • @gutungdipakpegu2134
    @gutungdipakpegu2134Ай бұрын

    এক শৰ্মাক ধৰিব/ বুজিব / বিশ্বাস কৰিব নোৱাৰি । কাৰণ এই শৰ্মা জন , মিছাৰাম, বেপাৰী , ঠগিৰাম , খকোৱা , আৰু লোভীয়া ।

  • @user-jf5be7xl6q
    @user-jf5be7xl6qАй бұрын

    Surea suror teng dekea

  • @user-bj9gt9vu5t
    @user-bj9gt9vu5tАй бұрын

    চিনো গগৈ জিন্দাবাদ

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1kАй бұрын

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @bokulkarmakar7784
    @bokulkarmakar7784Ай бұрын

    Akhil sir Zindabaad......

  • @letseat4617
    @letseat4617Ай бұрын

    লেং মাষ্টৰ 😂😂👍

  • @PinkiPigu
    @PinkiPiguАй бұрын

    Asa kotha

  • @user-qn9jo9we5o
    @user-qn9jo9we5oАй бұрын

    ,শিয়াল ,বাঘ আৰু ছাগ লগত থাকিলে কি হয় ৰাইজে ভালকৈ বুজি পায় ,

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1kАй бұрын

    3 গগৈ জিন্দাবাদ জিন্দাবাদ

  • @PahariyaPuali-rs6we
    @PahariyaPuali-rs6weАй бұрын

    আপুনিও লেং মৰা মানুহ mama

  • @thunugogoi4801
    @thunugogoi4801Ай бұрын

    একেবাৰে সত্য কথা কৈছে

  • @JintuPhukon-fo5ph
    @JintuPhukon-fo5phАй бұрын

    Right অখিল ডা. হিমন্ত চুৰ এটা....maha

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4yАй бұрын

    Kone kak leng marise sobe jane 😂

  • @nripenborgohain201
    @nripenborgohain201Ай бұрын

    অখিল গগৈ জিন্দাবাদ -

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xxАй бұрын

    C.M. Himanta Misa katha kuwa no. 1 . Kajiya laguwa tu no. 1 .

  • @dhrubavlogs1148
    @dhrubavlogs1148Ай бұрын

    মামা❤❤

  • @akmalhussain8776
    @akmalhussain8776Ай бұрын

    Right akhil da

  • @user-yh3vq7po5q
    @user-yh3vq7po5qАй бұрын

    Gourav gogoi jindabad ❤❤❤❤

  • @bishaldas3964
    @bishaldas3964Ай бұрын

    Brahmanak rajar gadir pora nomabo lage

  • @jimikantadoley5659
    @jimikantadoley5659Ай бұрын

    Himanta hatau Assam bosau

  • @aabirgogoi5923
    @aabirgogoi5923Ай бұрын

    Mama tumi sorbasanda sonuwalak marisa sure he surar theing dekhe

  • @Pulin_vlogs
    @Pulin_vlogsАй бұрын

    ৩ গগৈ জিন্দাবাদ ❤

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2gАй бұрын

    Right

  • @akashranjon.official9868
    @akashranjon.official9868Ай бұрын

    Tini gogoi vhai vhai ❤❤

  • @rajibchamua8490
    @rajibchamua8490Ай бұрын

    আমাৰ মুৰ্খ মনতি জিনদা বাদ

  • @pabankalita4473
    @pabankalita4473Ай бұрын

    আপুনি সবাদাক লেং মাৰিছে

  • @lifeisachain5861
    @lifeisachain5861Ай бұрын

    Aji kali mama sobe jana hoi goise kot ki hoi ase

  • @trikenkalita9784
    @trikenkalita9784Ай бұрын

    Jorhat bjp😂😂😂 bye bye

  • @HafizurRahman-cy2dl
    @HafizurRahman-cy2dl29 күн бұрын

    Rahul Gandhi jindabad Rokibul Hussain jindabad Gourop Gogoi jindabad AIDUF go back

  • @nilkmlb8029
    @nilkmlb8029Ай бұрын

    বিৰাট শীয়াল মামা

  • @NipulGogoi-xq3yy
    @NipulGogoi-xq3yyАй бұрын

    Mjjaaa. 😂😂😂😂😂

  • @user-vp4sq2it1e
    @user-vp4sq2it1e27 күн бұрын

    Good idea.

  • @goutamgogoi9116
    @goutamgogoi9116Ай бұрын

    তৰুণ গগৈ নোৱাৰিলে দে

  • @user-ff3yh7em3p
    @user-ff3yh7em3pАй бұрын

    ৩ গগৈ জিন্দাবাদ

  • @user-uw5qq6kc3u
    @user-uw5qq6kc3uАй бұрын

    Congratulations

  • @limamoniborgohain9834
    @limamoniborgohain9834Ай бұрын

    thanks ,mr gogoi

  • @ashutdutta2698
    @ashutdutta2698Ай бұрын

    অখিলে গৈৰব গগৈক লেং মাৰিব মাৰিব ।

  • @Mksaikia1
    @Mksaikia1Ай бұрын

    উত্তৰ ভাল দিছে গগৈ এ 😂

  • @jobupdates7130
    @jobupdates7130Ай бұрын

  • @paramanandabora1047
    @paramanandabora1047Ай бұрын

    We believe that 3 Gogois should unitedly give with United strength kick wrong leng

  • @dipjyotisaikia4114
    @dipjyotisaikia4114Ай бұрын

    moja dise👍

  • @mamonikonch3132
    @mamonikonch3132Ай бұрын

    তিনি গগৈ জিন্দাবাদ

  • @manabsonowal7170
    @manabsonowal7170Ай бұрын

    Good akhil daa😂😂

  • @SatishDas-ho6qs
    @SatishDas-ho6qsАй бұрын

    তেওঁক গৰুৰ খুটিৰে এনে মৰা নাছিল।

  • @rosmigogoi9885
    @rosmigogoi9885Ай бұрын

    Love you ❤

  • @RanjanDey123
    @RanjanDey123Ай бұрын

    আজি অখিল গগৈৰ কথাত মই একমত

  • @dipankarkhargharia9952
    @dipankarkhargharia9952Ай бұрын

    BEA DISE XOSA KOTHA LAJ NAI SUREHE SUROR THENG DEKHE

  • @sanjitakundu5287
    @sanjitakundu5287Ай бұрын

    Eibar gogoi ....gaurav gogoi

  • @papusvlogs4675
    @papusvlogs4675Ай бұрын

    Gaurav Gogoi Zindabaad 👍

  • @RrdBharat786
    @RrdBharat786Ай бұрын

    চাৰ আপু ‌‌লেএঙ মৰা মেন মাননুহ

  • @gopalbiswas1990
    @gopalbiswas1990Ай бұрын

    এশ শতাংশ সত্য কথা কৈছে অখিল গগৈ ডাঙৰীয়াই

  • @bimalbiswas4029
    @bimalbiswas4029Ай бұрын

    😂😂 G. gogoi Zndabad

  • @JituPhukon-rq1pj
    @JituPhukon-rq1pjАй бұрын

    We love 3Gogoi.

  • @MatuTaw-bb4xn
    @MatuTaw-bb4xnАй бұрын

    Moja video

  • @gyankumarkardong7344
    @gyankumarkardong7344Ай бұрын

    Apuni raijor dol hoi hoi campaign korile jikibo kintu Congressi hoi campaign korile 000 paboi!!! Amak Congress mukta ashom lage

  • @nabajyotigogoi9390
    @nabajyotigogoi9390Ай бұрын

    নিজৰ এইবিলাক aiobiyakh ase j

  • @tinkuahmed2798
    @tinkuahmed2798Ай бұрын

    Moja de sa

  • @edwardblackbeard936
    @edwardblackbeard936Ай бұрын

    100%

  • @johirulalomsk3555
    @johirulalomsk355512 күн бұрын

    Nice

  • @parthagogoi2324
    @parthagogoi2324Ай бұрын

    Mamai nijei Tarun Gogoi devok k len marisile. Misolia CM

  • @saahildas1697
    @saahildas1697Ай бұрын

    Right gogoi da

  • @anupamphukan3617
    @anupamphukan3617Ай бұрын

    কংগ্ৰেছক লং মাৰি BJPট বৰ মতা হল তাৰ পিচত সৰ্বানন্দক লেং মাৰি নিজে মূখ্যমন্ত্ৰী হল । এতিয়া আকৌ কবখোজে আনে লেং মৰাৰ কথা

  • @user-nl6qy9ku4i
    @user-nl6qy9ku4iАй бұрын

    Dada aponar aro kam nia

  • @ribupegupegu4845
    @ribupegupegu4845Ай бұрын

    BJP keep silent 🔕 Results should be Noise😅

  • @chandramabora6591
    @chandramabora6591Ай бұрын

    গৌৰবেই যোৰহাটৰ গৌৰব।

Келесі