Gaurav Gogogi Vs Topon Gogoi | Who is stonger in Jorhat?

Who is stonger in Jorhat? Watch the full clip to know more about this story.
#pragnews #jorhat #loksabhaelection2024 #elections2024 #bjpvscongress
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 366

  • @bkp9774
    @bkp9774Ай бұрын

    মোৰ টিয়ক, যোৰহাটত প্ৰাই বিছ ঘৰ মানুহ আছে, চবেই বোলে গৌৰৱ গগৈ ক ভোট দিব। ভাল লাগিল।

  • @shimantakanchanmusical4271

    @shimantakanchanmusical4271

    Ай бұрын

    কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই অসম বাসীৰ ওপৰত সদনত সকলো বিষয়ে উত্থাপন কৰাৰ উপৰিও ভাল কাম কৰিব বুলি দৃঢ় বিশ্বাস আছে।গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

  • @debasishbora7611

    @debasishbora7611

    Ай бұрын

    Moi teok r hoi, gutai teok r manuh gurab r lgt amr agp mla ru aku dal kam nai next mla u congress a jikibo agt 1200 voot t rajkhuani agp pa jilsil aibar safa hobo

  • @Maina165

    @Maina165

    Ай бұрын

    Moja moiu teokor a

  • @gulabkonwar5221

    @gulabkonwar5221

    Ай бұрын

    1😊😊

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801Ай бұрын

    গৌৰব গগৈয়ে পোন্ধৰ লাখ ভোট পাব।

  • @bhabensaikia5028

    @bhabensaikia5028

    Ай бұрын

    Good

  • @dhirendrakumarbaruah6906

    @dhirendrakumarbaruah6906

    Ай бұрын

    Waau ....

  • @prachurjyachutia9829

    @prachurjyachutia9829

    Ай бұрын

    100%...no doubt

  • @Maina165

    @Maina165

    Ай бұрын

    Aramot jikibo .

  • @Vugfugififu

    @Vugfugififu

    Ай бұрын

    Yes 🥳 🥳🥳🥳🥳🥳🥳💯

  • @technicalmahesh9800
    @technicalmahesh9800Ай бұрын

    গৌৰৱ গগৈ লাগে আমাক

  • @Savagehighlander
    @SavagehighlanderАй бұрын

    গৌৰৱ গগৈক হৰুৱাবলৈ উঠি পৰি লগাৰ কাৰন হল । যিকোনো প্ৰকাৰে যদি গৌৰৱ গগৈক বিজেপিয়ে হৰৱাই তেনেহলে হিমন্তই দেখাব যে অসমৰ অসমীয়াই তাৰ মতেহে চলে , গৌৰৱ গগৈ নিজৰ ঠাইত মূল্যহীন । এইয়া অসমীয়াৰ বাবে খুব দুখজনক হ্ব । আমি সকলোৱে দেখি আছো যে গৌৰৱ গগৈ সংসদত কিমান যুক্তি তৰ্কৰে চৰকাৰক থকা সৰকা কৰে । যোৰহাটত গৌৰৱক জিকাই অসমৰ ৰাজনৈতিক ভ্ৱিষ্যৎ সুৰক্ষিত কৰক ৰাইজ নহলে হিমন্তই অসমখ্ন নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব ।

  • @user-iv4eq6qc6n

    @user-iv4eq6qc6n

    Ай бұрын

    Right bro

  • @mridusmitasaikia83

    @mridusmitasaikia83

    Ай бұрын

    মাত্ৰ গৌৰৱ গগৈ দেই,,,😊

  • @dipjyotigogoi8964

    @dipjyotigogoi8964

    Ай бұрын

    Hosa kotha

  • @bkp9774

    @bkp9774

    Ай бұрын

    নিজৰ ভোট টো দিয়া তে ব্যস্ত নহৈ আৰু এহেজাৰ মান ভোটৰ ব্যৱস্থা কৰা, গৌৰব গগৈ অসমৰ নহয় ভাৰতৰ এটা সম্পদ, তেওঁক নৰেন মদেও ভয় খাই।

  • @LovelyPegasus-fn4fn

    @LovelyPegasus-fn4fn

    Ай бұрын

    ❤❤❤❤❤ brother

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6hАй бұрын

    নৰেন্দ্ৰ মোদীয়ে তপনৰ জেগাত ঠিয় হলেও ৫০০০০০ভোটত হাৰিব। গৌৰব অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত, মূখ্যমন্ত্ৰী,২০২৬। কাৰন যোৰহাত এখন শিক্ষিত মানুহৰ ঠাই। এনেকূৱা নেতাক এনেকূৱা সম্পদ এনেকূৱা সুযুগ কোনো কোনো শিক্ষিত মানুহে হেৰুৱাব নোখোজে😅😅🎉🎉❤❤

  • @shimantakanchanmusical4271

    @shimantakanchanmusical4271

    Ай бұрын

    কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই অসম বাসীৰ ওপৰত সদনত সকলো বিষয়ে উত্থাপন কৰাৰ উপৰিও ভাল কাম কৰিব বুলি দৃঢ় বিশ্বাস আছে।গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ,গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

  • @gogoi5064

    @gogoi5064

    Ай бұрын

    আমি বনা মূখ্যমন্ত্ৰী।

  • @ritubasumatari2845
    @ritubasumatari2845Ай бұрын

    Pijusor kam nai ustadi mari. Gourav gogoi zindabad

  • @debajitmahanta887

    @debajitmahanta887

    Ай бұрын

    Good

  • @prachurjyachutia9829

    @prachurjyachutia9829

    Ай бұрын

    Eai poijush tuk dekhile dimag ghuri jai....

  • @manashpratim3811
    @manashpratim3811Ай бұрын

    গৌৰৱ গগৈ অসমৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী।।গতিকে যোৰহাটৰ ৰাইজে অসমৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী জনক হেৰুৱাব নোখোজে

  • @DJaxom2252
    @DJaxom2252Ай бұрын

    ১৩ লাখৰ ওচৰৰ ভোট পাব গৌৰৱ গগৈয়ে ১০০% খাতাং

  • @user-hk2kr2zf2h
    @user-hk2kr2zf2hАй бұрын

    Bjp.hatao

  • @rinchen4653

    @rinchen4653

    Ай бұрын

    Jate miya ahibo pare😂

  • @gamerflight

    @gamerflight

    Ай бұрын

    Misa salaa 🤬 rahul khank lage bangladeshi

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    Ай бұрын

    ​@@rinchen4653Haow tumar logor jon kot ? Xei je Jogadis Deka bulajon .....negur sigi polal neki ? Xi dexun bor bjp giri dexai asil....🤑

  • @kakuttihoque1679

    @kakuttihoque1679

    Ай бұрын

    Andabakt ​@@rinchen4653

  • @Srikaushikdas

    @Srikaushikdas

    Ай бұрын

    ​@@rinchen4653জাতে কা জ্বৰিয়তে অহা লাখ লাখ বিদেশী খেদিব পাৰো

  • @adutta8517
    @adutta8517Ай бұрын

    যেনেদৰে সংসদ কঁপাই তেনেদৰে বিজেপিক কপাইছে....দেশত যোৰহাট লোকসভা সমষ্টিৰ চিনাকি দিব পৰা মানুহ এইজন... বাকী যোৰহাটবাসী ৰাইজৰ কথা চিনাকি দি ভাল পাই নে নাপায়??

  • @ankurbordoloi2467
    @ankurbordoloi2467Ай бұрын

    Comment বোৰ চালে এনেকুৱা লাগে ১৭ লাখ ভোটৰ ভিতৰত তপন গগৈ য়ে যেন ৫০হাজাৰ মান হে ভোট পাব😂😂😂😂

  • @NeogManoj-nr2vj
    @NeogManoj-nr2vjАй бұрын

    গৌৰবে দহ লাখ পাবই। ❤

  • @monikaphukon9051
    @monikaphukon9051Ай бұрын

    শিয়াল যাক যাক সিংহ 1তাই কঁপাই দ্বীজ দেই ...

  • @ritashree

    @ritashree

    Ай бұрын

    Yes সিংহ অকলে পাৰে

  • @bkp9774

    @bkp9774

    Ай бұрын

    @@ritashree জা আ নো পাই, শিয়াল মূখাই লাজ পায়চেনে নাই 😛😛😛

  • @rukmaRabha9887
    @rukmaRabha9887Ай бұрын

    গৌৰৱে বেয়াকৈ পানী খোৱাছে দেই....যোৰহাট বাসীয়ে এজন ভাল সাংসদ নিৰ্বাচন কৰক যিয়ে সদন তোলপাৰ লগাব পাৰে,যিয়ে প্ৰধানমন্ত্ৰীৰ মুখ বন্ধ কৰিব পাৰে,যি জনে চৰকাৰ হিলাই দিব পাৰে যি জনে সমষ্টিৰ লগতে অসমৰ হৈ বলিষ্ঠ ভাবে সদনত মাত মাতিব পাৰে।সদনত গৈ গছৰ মূৰাটোৰ দৰে আনৰ ভাষণ শুনি বহি থকা লোকক সদনত পঠাই লাভ কি?

  • @rituparnabhardwaj760

    @rituparnabhardwaj760

    Ай бұрын

    সদনত মাত মতাৰ লগতে যোৰহাট খনো আতক ধুনীয়া কৰিব লাগিব...!

  • @unmilon2401
    @unmilon2401Ай бұрын

    Gaurav gogoi jindabad❤

  • @debajitmahanta887
    @debajitmahanta887Ай бұрын

    Gurab gogoi Zindabad ❤❤❤❤

  • @devdas8542
    @devdas8542Ай бұрын

    গৌৰৱ গগৈয়ক ভোট দিম মই বিজেপি ৰ সদস্য কিন্তু অসমৰ স্বাৰ্থত গৌৰৱ গৈগৈক ভোট দিম ❤

  • @bkp9774

    @bkp9774

    Ай бұрын

    মই ও বিজেপি ৰ, কিন্তু ভোট টো for gaurav।

  • @abdulazad811
    @abdulazad811Ай бұрын

    Gaurav jindabad

  • @bhupenkumar8191
    @bhupenkumar8191Ай бұрын

    Piyaj aru Malla kathamate Jorhatt manuhe vote nidiey.

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    Ай бұрын

    Piyaz aru piyush r parthokya tu Haorika sahabe nokole dexun.....

  • @abdussattar8009
    @abdussattar8009Ай бұрын

    4 লাখ ভোটত জিকিব গৌৰৱ গগৈ

  • @dipjyotigogoi8964
    @dipjyotigogoi8964Ай бұрын

    Gourov gogoi ❤❤❤ lots of love. God bless him.

  • @ranujpegu1049
    @ranujpegu1049Ай бұрын

    গৌৰৱময় গৌৰৱ

  • @bijudey2131
    @bijudey2131Ай бұрын

    Bjp hotow Assam Bachow

  • @amritborah4276
    @amritborah4276Ай бұрын

    Gourav Gogoi zindabad . Jorhat basi ৰাইজে বিবেক ভোট দিব. দল চাই নহয়. Bjp ৰ dolar বগৰী বোৰৰ কথা বিশ্বাস নকৰিব. Hazarika, jayanta malla বৰুৱা, লগতে যি বিলাক নেতাই অসমীয়া ক নিঃশেষ কৰিব বিচাৰিছে তেনে নেতাক উচিত শিক্ষা দিয়া উচিত সময়. Mama ৰ ৰাজনীতিৰ কেতিয়া বুজি পবি assamiya. Mamai assamiyak নিঃশেষ কৰি নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কি কৰা নাই news channel, resort, school, khilonjiyar ভূমি, tea garden নিজৰ মাইকী ৰ নামত কৰি গোটেই Assam খন নিঃশেষ কৰিলে. নাগপুৰ ৰ উচৰত্ত আঠু লৈ নিজৰ সাৰ্থৰ babe জাতিক নিঃশেষ কৰিলে. এক্স cm Mohontra ডাঙৰীয়াৰ দৰে mamak নিঃশেষ কৰ অসমীয়া

  • @trikenkalita9784
    @trikenkalita9784Ай бұрын

    BJP bye bye 😂😂2024 ok

  • @bkp9774
    @bkp9774Ай бұрын

    মোদী ডাঙৰীয়াই বোলে বাইদেন, পুতিন, গিনি পিংক ছবকে মতিছে যোৰহাটলৈ, ছবকে দৌৰাই দিছে গৌৰবে , পাছে খেদি শিয়াল পাবি কি, মাৰি শিয়াল খাবি কি, লাভ নাই। গৌৰব জিকিবই, 😊😊😊

  • @nupurjyotisharma6809
    @nupurjyotisharma6809Ай бұрын

    Gg jitibo..

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271Ай бұрын

    কিয় বাৰু মূল্যৱান ভোটতো নষ্ট কৰিম। আমাৰ গৌৰৱ অসমৰ গৌৰৱ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍 এজন সহজ সৰল ভদ্ৰ, শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াক হাতৰ চিনত ভোট দি কৰক জয় যুক্ত তেতিয়াহে উন্নতিৰ পথত অসম খন হ'ব মুক্ত। আমাৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল ভোটত জয়ী হ'ব। কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ 😍🥰

  • @Xxhxjxjx
    @XxhxjxjxАй бұрын

    Gaurav Gogoi zindabad

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ezАй бұрын

    অসমৰ গৌৰৱ। আমাৰ গৌৰৱ । ৰাইজৰ নেতা গৌৰৱ গগৈ ।

  • @mizanurrohman1555
    @mizanurrohman1555Ай бұрын

    Gourab Gogoi dada ji jindabad ❤❤❤

  • @Nibarondaa
    @NibarondaaАй бұрын

    Gg❤

  • @murjatra9713
    @murjatra9713Ай бұрын

    Gourov Gogoi zindabad ❤❤❤

  • @SimilarAhmed
    @SimilarAhmedАй бұрын

    লাভ নাই,, গৌৰৱ গগৈ জিন্দাবাদ

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7fАй бұрын

    গৌৰৱ গগৈ নৱপ্ৰজন্মৰ সম্পদ আৰু উন্নতিৰ বাহক৷

  • @ayangentertainer9975
    @ayangentertainer9975Ай бұрын

    GG zindabad

  • @rinkubaruah1972
    @rinkubaruah1972Ай бұрын

    গৌৰৱ গগৈ জিন্দবাদ

  • @tankswargohain6701
    @tankswargohain6701Ай бұрын

    এৰা,বি জে পি দলে গৌৰৱ গগৈয়ে নগাঁও সমষ্টিতহে জিকাৰ সম্ভাৱনা বুলি ভাবিছিল কিন্তূ এতিয়া দেখা পালে অসমৰ যি কোনো সমষ্টিটে গৌৰৱক হৰুৱাটো সহজ নহয়।

  • @subhamroy1235
    @subhamroy1235Ай бұрын

    Gourav gogoi jindabad 🎉🎉

  • @jadavgogoi944
    @jadavgogoi944Ай бұрын

    ভাৰতীয় জনতা পাৰ্টীক মানুহে যেন ভুলতো ভোট নিদিয়ে। গৌৰৱ গগৈতকৈ যোগ্য প্ৰাৰ্থী এই মুহূৰ্ত্তত কোনো নাই। গৌৰৱক জয়ী কৰাই গৌৰৱৰ অংশীদাৰ হ‌ওক সকলো। তপনৰ সাংসদ হিচাপে একো যোগ্যতা দেখা নাই।

  • @prachurjyachutia9829

    @prachurjyachutia9829

    Ай бұрын

    Bjp er manuheo Gaurov gogoiekeai vote dibo...

  • @girirajgogoi5460
    @girirajgogoi5460Ай бұрын

    Gourav Gogoi jikibo dei Assamese kobo jona piyaj😅

  • @bijudey2131
    @bijudey2131Ай бұрын

    I support Congress

  • @user-kn5bp4cn8n
    @user-kn5bp4cn8nАй бұрын

    Public of Jorhat HPC will hardly wants Sri Gaurav Gogoi as. M.P. from Jorhat constituency.. So on 19-04-2024 almost 75 - 80% of voters ready to castes their valuable votes to Sri. Gaurav Gogoi.

  • @dishanhazirika8830
    @dishanhazirika8830Ай бұрын

    Pijus Jayanta Topan a Hindi English sot kotha koba najna . please vote for Gaurav gogai All Jorhat Locabha somethe .

  • @munnaahmed2249
    @munnaahmed2249Ай бұрын

    😊গৌৰব গগৈ ❤❤

  • @DhrubajyotiChetia-cq6jh
    @DhrubajyotiChetia-cq6jhАй бұрын

    Koliyabor 10 boxor khale,jorhat gourob jikile gol

  • @jyotiprasadgogoi8793
    @jyotiprasadgogoi8793Ай бұрын

    gourav da ❤

  • @user-dc6dd5he2x
    @user-dc6dd5he2xАй бұрын

    গৌৰৱ গগৈ জিন্দাবাদ 🙏

  • @BhugeswarPanging
    @BhugeswarPangingАй бұрын

    Amak BJP nalage

  • @babumusic2.070
    @babumusic2.070Ай бұрын

    গৌৰৱ দা জয় হব

  • @monjulahon7712
    @monjulahon7712Ай бұрын

    বিজেপি , কঙগ্ৰেছ , চিপিআই , চিপিএম , এজিপি আদি যিমান পাটি আছে সকলোৱে গৌৰৱ গগৈক ভোট প্ৰদান কৰক । আপোনালোকে ধৃতৰাষ্ট্ৰৰ আদৰ্শ নলৱ , নিজৰ ভৰিত নিজে কোঠাৰ মৰাৰ দৰে হ'ব ।

  • @bijudey2131
    @bijudey2131Ай бұрын

    Lion is always King Gorov daa I Support

  • @samirondutta3742
    @samirondutta3742Ай бұрын

    আমাক শক্তিশালী বিৰোধী হিচাপে গৌৰৱ গগৈ জিন্দাবাদ

  • @AssameseMaker1
    @AssameseMaker1Ай бұрын

    Gourav gogoi ❤manuh iman burbok nohoi ako tapan kk dibole

  • @utpalgoswami1990
    @utpalgoswami1990Ай бұрын

    গৌৰৱ গগৈৰ লগত তপন গগৈৰ কোনো ৰিজনিয়ে নহয় ধৰক NDA চৰকাৰ গঠন কৰিলে তপন কণা , বোবা সেইটোৱে কি কৰিব কিন্তু যদি INDIA য় চৰকাৰ কৰে গৌৰৱ গগৈয়ে এজন ডাঙৰ মন্ত্ৰীৰ আসন পাব । পতন কণা বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো আজি ১০ বছৰে দেখা নায় । তপনক খেদক যোৰহাটক বছাওক ।

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2trАй бұрын

    গৌৰৱ❤❤❤❤

  • @kandarpa2622
    @kandarpa2622Ай бұрын

    An empty vessel sounds much. Mass people are with Gaurav." Sa sunar ka ek luhar ka" "Kaurab"were hundred and "Pandav" were five,but "Pandav" won the battle. Mind it Mr.Reportet.

  • @jitudeka8959
    @jitudeka8959Ай бұрын

    মই সদায় আমগুৰি সমষ্টিত ঘূৰি ফুৰো । কোনেও তপনৰ কথা নকয় । এয়া দেখা দেখি জল জল পট পট হৈ আছে গৌৰৱ গগৈ জিকিব জিকিব । যদি হাৰে বিজেপি অন্যায় কৰাৰ প্ৰমান হ'ব ।

  • @hasinursheikh5644
    @hasinursheikh5644Ай бұрын

    ❤ Gourav Gogoi Sir ,,Jikinoi Like u

  • @Vugfugififu
    @VugfugififuАй бұрын

    ❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉Thank you So much sir

  • @user-vc9oo9th9m
    @user-vc9oo9th9mАй бұрын

    Gorob gogoi laga

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9mАй бұрын

    চৰকাৰে যুজিছে তপনক জিকাবলৈ ,ৰাইজে যুঁজিছে গৌৰবক জীকাবলৈ । ইংৰাজী প্ৰীতি bjp ৰ হে ।

  • @iamTakla
    @iamTaklaАй бұрын

    Mama ..aponi ...nasileu ..lab.. nai ...karon ..gaurab ..jikibui

  • @GungunVaiti
    @GungunVaitiАй бұрын

    Good ❤

  • @deepbordoloi9295
    @deepbordoloi9295Ай бұрын

    Amar asa mor gourav gogoi vaitia amar akha

  • @NilutpalSarma
    @NilutpalSarmaАй бұрын

    Gourav gogoi Zindabad ❤❤

  • @madhurjyaborgohain4474
    @madhurjyaborgohain4474Ай бұрын

    GAURAV gogoi at Jorhat sure 🙏🏻sorry Tapan Da ....

  • @jayaborah2926
    @jayaborah2926Ай бұрын

    নিৰ্বাচন জিকিবলৈ ৰথী মহাৰথীৰ কিহৰ দৰকাৰ? যিজন প্ৰাৰ্থী সকলো দিশৰ পৰা কমজোৰি, তেওঁক হে ৰজা, মহাৰজা, ৰথী, মহাৰথী চবৰে দৰকাৰ পৰে। বিৰাট যুদ্ধত অৰ্জুনে অকলেই সপ্তৰথীক পৰাস্ত কৰিছিল। 😁😁😁

  • @ilakshidekabordoloi4510
    @ilakshidekabordoloi4510Ай бұрын

    তহতে যে টকা দিয়া পইচা দি মানুহ আন ৷ পাৰ যদি শিক গৌৰৱ গগৈৰ পৰা ওপৰৰ মাল আৰু ফকফকীয়া 😂 ৷ তহতে যে সংকিত সেয়েহে বাহাৰ পাতি বহি লৈছ ৷ গৌৰৱ গগৈ জিন্দাবাদ🙏

  • @priyagaming8309
    @priyagaming8309Ай бұрын

    যোৰহাটবাসীৰ বিবেচনা লৈ অপেক্ষা কৰিলো।

  • @dipankarnath6060
    @dipankarnath6060Ай бұрын

    Nibuka Samune Hindike kobo nuare. English duror kotha.

  • @shivkahar5813
    @shivkahar5813Ай бұрын

    Gourav Gogoi ❤

  • @mizanurrohman1555
    @mizanurrohman1555Ай бұрын

    Gourab Gogoi dada apuni election r campaign last day last request vedio bonai vote lage buli kobo apuni bindass jikibo ami asi apur logot

  • @user-gh7up5zm6v
    @user-gh7up5zm6vАй бұрын

    Gourav gogoi mohan

  • @karamlakshmi
    @karamlakshmiАй бұрын

    Aponara sokole Gourav Gogoi ke Vote dioo❤❤❤🙏🙏🙏

  • @user-sh8ds6si1g
    @user-sh8ds6si1gАй бұрын

    Gaurav jikibo ami jikam

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pwАй бұрын

    ভাৰালৈ অনা মানুহ নিজে অহা মানুহৰ মাজত বহুত পাথক্য আছে পিয়াজদা।লগতে এই মলুৱাটোৰ খোলাটোহে আছে মাল একো নাই।

  • @userrb_1234
    @userrb_1234Ай бұрын

    Kevol Gourav Gogoir botah bolise❤

  • @user-pp1nm2zr9p
    @user-pp1nm2zr9pАй бұрын

    🖐️🖐️🖐️🖐️🖐️🖐️🖐️from assam sarkar jindabad

  • @sanjibmajuli4637
    @sanjibmajuli4637Ай бұрын

    মন্ত্ৰী পিযুষ হাজৰিকা আপোনাৰ লাজ লগা বুলি বস্তু টো নাই নে 😅 আপুনি যিমান যি nokouk গৌৰৱ গগৈ অসমৰ সম্পদ তেওঁক অসমৰ মানুহে ano হেৰুৱাব nuxuje। আপোনালোকৰ meeting ot মানুহ ক পইচা আশা দি হে মাতে 😅😅😅 লাজ নাপাই নে

  • @anuragsaikia.
    @anuragsaikia.Ай бұрын

    Bjp❤ But,now,vote for Gaurav Gogoi😊

  • @sibugogoi.6647
    @sibugogoi.6647Ай бұрын

    উজনি অসমৰ বোৰে গৌৰব গগৈ ক ভোট দি জয় কৰাই যেন❤👍

  • @palpaldilkepas3566
    @palpaldilkepas3566Ай бұрын

    গৌৰব গগৈ ❤

  • @RAJESHSawashi
    @RAJESHSawashiАй бұрын

    Caa Support Kora Sorkar Amak Nalage.......Axom bakhi a dekhai dibo amar axom khon kaar hathot thakbo lge❤

  • @bharatiborah8630
    @bharatiborah8630Ай бұрын

    লঙকালৈ যিয়ে যায় সেইয়ে ৰাৱণ হয় বুলি কথা এষাৰ আছে সঙসদত কেচুৱা লৰা ছোৱালীৰ দৰে দুটামান মাত মাটিব পাৰিলেই একেবাৰে ভীমৰ গডা ঘূৰাব পাৰিব বুলিও আমাৰ মনে নধৰে।

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3utАй бұрын

    Congress party zindabad Gourav Gogoi zindabad 100%

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uwАй бұрын

    G g will win

  • @jagadishmali3912
    @jagadishmali3912Ай бұрын

    Gourav gogoi k jodi jorhat basi a vote d winner nkore tetiahole delhit aru maat mota mp nulabo..Gourav is a good north east dynamic MP.

  • @xyz-og3ce
    @xyz-og3ceАй бұрын

    Gaurav Gogoi ❤

  • @Artandcraft-vb8yu
    @Artandcraft-vb8yuАй бұрын

    গৌৰব গগৈ

  • @palashbhuyan1503
    @palashbhuyan1503Ай бұрын

    মোগলৰ দল কংগ্ৰেছক ভোট নিদিওঁ দেশ খন ইছলামিক ষ্টেট বনাবলৈ সুযোগ নিদিওঁ ছোনিয়াৰ মেখেলা ধোৱা গোলাম নহয় আমি বাকী কোনোবাই ভোক মই চাই থাকিম

  • @sofiarrahman7812
    @sofiarrahman7812Ай бұрын

    গৌতম গগৈ❤❤ best

  • @user-yn4fp4xr3r
    @user-yn4fp4xr3rАй бұрын

    Gourav gogoi k vote dib request

  • @Abhijit25430
    @Abhijit25430Ай бұрын

    GG❤

  • @dhurbajyotikachari4589
    @dhurbajyotikachari4589Ай бұрын

    Aha 2026 t ami GOURAV CM AKHIL K Dy CM aru Lurin k education health minister bonam

  • @dborahassam
    @dborahassamАй бұрын

    Support Gaurav Gogoi,,, love from Dhemaji

  • @jagatchutia7711
    @jagatchutia7711Ай бұрын

    B j p bey bey😂

  • @gunjalkalita7187
    @gunjalkalita7187Ай бұрын

    Gourav Gogoi

  • @user-el9dq6rl7k
    @user-el9dq6rl7kАй бұрын

    Stronger speeling

  • @kajalkanchanvauqulin2850
    @kajalkanchanvauqulin2850Ай бұрын

    Gourav Gogoi jikibo🎉🎉🎉🎉🎉

Келесі