Kejriwal's government school shines again in education sector, Assam's education in darkness.Watch
Kejriwal's government school shines again in education sector, Assam's education in darkness.Watch
Watch the full clip to know more about this story.
#pragnews #assam #arvindkejriwal #educationsector #assameducationdept
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
Пікірлер: 67
Kejriwal অক অসমলৈ আমন্ত্ৰণ কৰক।
পেগু তুমি দিল্লীত গৈ শিকি আহা।
@ajitkumarsaikia9574
16 күн бұрын
তথাপিও নোৱাৰিব
হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰী সাহায্য দিয়াতকৈ শিক্ষাখন্ড আৰু স্বাহ্য খণ্ডৰ উন্নতিকৰনত মনোযোগ দিয়ক । @ CM sir
কেজৰিৱাল ছাৰক পাচ বছৰৰ বাবে অসম চলাবলৈ দিলে শিক্ষা বুলি নহয় সকলো ভাল হ'ব
তথাপিও অন্ধ সকলে অৰবিন্দ কেজৰিৱালৰ ভাল কাম সমূহ চকুত নপৰে ।ভাল কাম কৰা বাবে জেইলত যাব লগা হৈছে ।
বেলেগ ক হাঁহোতে নিজেই হাহি অতিৰিক্ত পৰিনত হৱলৈ গৈছা,দিল্লীৰ আদৰ্শ গ্ৰহণ কৰিব শিকক
হিতাধিকাৰিৰ নামত টকা খৰছ কৰে,শিক্ষা ক্ষেত্ৰত কৰা হেঁতেন আজি অসম বহুত আগবাঢ়ি গলহেতেন।বৰ্তমান অসমৰ বিদ্যাল়সমূহত এলপি বোৰত ৬ তা শ্ৰেণীত কিছুমান বিদ্যালয়ত এজন শিক্ষক বা দুজন। কেনেকৈ শিক্ষাৰ উন্নতি হব সব গেলি যাব ধৰিছে।
AAP zindabad
Pegu sir apuni Delhi loi jaok ru Kejriwalar tate Tuition laok.
অসমত আজমল ৰ শিক্ষাৰ্থীক নোৱাৰে । আমাৰ কৰা ছোৱালীয়ে HSLC আৰু HS ত হে ভাল result কৰে। IS,IAS আজমল ৰ পৰা হে হয়। আৰু মামীৰ স্কুল আছেই, দামী স্কুল ।
আমাৰ শিক্ষা মন্ত্ৰী ডাঙৰীয়া এ গমেই নাপাই কেতিয়া পৰীক্ষা হয় আৰু কেতিয়া result দিব 😂😂😂😂
We want good education system 🙏🙏🙏🇮🇳🇮🇳🇮🇳
অৰবিন্দ জিন্দাবাদ জিন্দাবাদ
পেগুক এজন চিকিৎসক বুলিহে শুনিছোঁ এখেত শিক্ষাৰ জগতখনৰ বিষয়ে কি বৰঙণি আগবঢ়াব
Kejriwal is highly qualified and dignified personality, what he has said when visited Assam was absolutely correct and people of Assam accepted the truth.
Moi bhabu Assamese r CM and Education minister Change hole .... Bohut Xikhini Improve hb Education system ba axom khn ...
Amak 5kg saul hole soli jabo😂😂
V good news
অসমত proper planningৰ অভাব। NEP implement কৰিব পাৰিবনে সচাঁকৈয়ে!চৰকাৰী শিক্ষানুষ্ঠানত digital board ৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন
Axomot sorkari schoolot porjabto porimanor teacher recruitment nidiye aru
অসমৰ শিক্ষা ব্যৱস্থাত আছে কি , গোটেই শেষ কৰি পেলাইছে।কেনেকুৱা বোৰ জ্ঞানহীন মানুহে শিক্ষা ব্যৱস্থা চলাই আছে নহয়, যা তা এপ বোৰ জাপি দিয়া বাহিৰে কি কৰিছে।
হিতাধিকাৰী সৃষ্টি কৰি ক্ষমতা ৰক্ষা আৰু হিন্দু- মুছলমান কৰি বিভেদ সৃষ্টিৰ জৰিয়তে ক্ষমতা ৰক্ষা কৰাই যাৰ লক্ষ্য, তেওলোকে শিক্ষাৰ ক্ষেত্ৰত কি ভাল পদক্ষেপ লব পাৰিব!!!
Amar bopà hatok asani dibo diyok
অসমৰ চৰকাৰী বিদ্যাল়সমূহত ২ জন শিক্ষক কে প্ৰাথমিক বিদ্যালয় বিলাকত ৫টা ক্লাছ পঢ়াব লাগে। কত তেনেকুৱা ৰিজালট পাব
Aji kali hikha eman bhal hoise amar axomor 3rd div matric pass kora lora swali bhal k reading o koribo nuare
Right 👍
💐💐✔️✔️✔️
Axomor Kajriwal ahelehe axomor education pal hobo
হিতাধিকাৰিয়ে কি উন্নয়ন হব ফোপোলা শ্বৰোপ ধাৰ ধাৰ কেবল
পেগুৱে হিমনতৰ পাকৰৰপৰা কি ওলাই থালৈকেহে মনকৰি তাকে
Achani bad di Education k mon diok
নিজৰ মাতৃভাষা নোকোৱা মন্ত্ৰী
Very good news
Congratulations
Mama already success with vidyalaya hataw achonni. He starts now alchohal barhaw achoni.
Kam nay Assam
Axomot kisuman sectionor political leader jetialoike tetialoike unnot nohoi
Ronuj pegur kam nai.....
Vhl xobor
kejriwaal is best cm he should b the govt of assam
Ki hoise students nai kihor babe BJP sarkar ❓
Aam aadmi party zindabaad
Amr Government Education system 😂🤡
আমাৰ ইয়াত মাটি বিক্ৰী কৰে😂
1200 toka
Bhandra jati duhi netar hatot aji assaam aru assamiya r bhabisot. Ehotok nihses kor assamiya. Kanda Gyan hin, arhota nothaka netar hatot aji assaam aru assamiya r bhabisot. Ehotok puliye pukhaliye ubhali nihses kor assamiya.
Akol. Mati. Kinibo. Lagey. Aru. Paisa. Khabo. Lagey
Mama laj paise nai
নিজৰ মাতৃভাষা নোকোৱা
Axamor. Sorkar. Borbad
Are kejriwal e kaam korise dialogue dia nai. Amar to Khali dialogue master. Etai kaam Jane warning diboloi
Bepar
Sixa bivagtoke bandha Kari madar dokan di pegu dangariak Malik banaok
পুতলা মন্ত্ৰী
Abar vabibo lage sakaluwe
Assamr ako kam ni gurit pok lagise
School bandah karan aru madar dokandar parmisan
আপোনালোকে এনেই গাই বাই লাভ নাই। আমাৰ কেলে আচনিবোৰ আছে নহয়।
@champakrajbongshi5619
16 күн бұрын
Oi goru 😂
তহতৰ নিচিনা দালাল বোৰে একেলগ হৈ কেজৰিৱালৰ লগত চোৰ কৰিব পাৰ চোন! অসমৰ সদ্য প্ৰকাশিত দুয়োটা পৰীক্ষাৰ ৰিজাল্ট দেখা নাই? উৱা,চোৰে চোৰৰহে মোল বুজি পায়।
@IndrajitDulakasharia
16 күн бұрын
Sarada
@user-mo8js2wp6j
15 күн бұрын
মাইৰেৰ মূৰটো বকি আছা, দিল্লীৰ চৰকাৰী স্কুল এবাৰ যাই চাই আহিবি চোন গম পাবি কিমান পাৰ্থক্য আছে। আমাৰ অসমত চৰকাৰী স্কুলৰ কথা তোক আৰু বেলেগকৈ কব নালাগে, দিল্লীৰ education system আমাৰ অসমতকৈ বহুত গুণ ওপৰত আছে, তই কিজানি নিৰক্ষৰ সেইকাৰণে কৈছা 😂😂😂
Bohia good Kejriwal, Asom'r kela leura minister keitai ki baal samvalibo
Are MANAS KOTHAI CHALBE TUMI .. BJP MANIPUR BANA DEGA .. CONGRESS KO VOTE DEBEY RAHUL GANDHI KA HATH THAM LEBE