Conflict in Assam BJP | New Vs Old | What is happening inside Assam BJP |

Conflict in Assam BJP | New Vs Old | What is happening inside Assam BJP | Watch the full clip to know more about this story.
#pragnews #himantabiswasarma #assambjp #conflict #assambjpconflict
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 109

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah690615 күн бұрын

    বিজেপি দল নহয় লেঙ পাৰ্টি ( লেঙ মৰা পাৰ্টি) ।

  • @rukmarabha9887
    @rukmarabha988716 күн бұрын

    মজ্জা.... মই দোষ পাইছিলো যেতিয়া মীৰা বাইদেউ বি জে পি এৰিব লগা হৈছিল আৰু পদ্যুৎ বৰাৰ দৰে নিষ্ঠাবান কৰ্মীয়ে দল এৰিছিল...চৰকাৰ থকাৰ পিছতো তেওঁ লোক কিয় দল এৰিলে... এই কথা বহুত আগতে পৰ্য্যালোচনা দলৰ ভিতৰত হ'ব লাগিছিল...হিমন্তক যি দিনাই বি জে পিত চামিল কৰি লোৱা হ'ল সেই দিনাৰ পৰাই মই য়ো বেয়া পাব ধৰিলো...তেতিয়াৰ পৰাই ধাৰণা হৈছিল যে বি জে পিয়ো একেই..কোনো পৰিবৰ্তন আনিব নোৱাৰে..আজি সেইটোৱে প্ৰমাণিত হ'ল..নৰেন্দ্ৰ মোডিকো বহুত ভাল বুলি ভাৱিছিলো...যি দিনা কেশৰিৱালক ই ডি দ্বাৰা গ্ৰেপ্তাৰ কৰিলে সেই দিনাৰ পৰাই মোডিৰ প্ৰতি ঘৃণাৰে মন ভৰিল। ভাৰতৰ ৰাজনীতিৰ এই লেতেৰা ৰাজনীতি কেতিয়া শেষ হ'ব....

  • @maheshbrahma7764

    @maheshbrahma7764

    15 күн бұрын

    BJP dolok tribal rabha bilak mosto bhal paai nohoi. Ki sabi.

  • @bitopantalukdar9820

    @bitopantalukdar9820

    15 күн бұрын

    Kejriwal a liquor corruption korisil,arrest nokori pooja koribo lage nki?

  • @janardanbora2803
    @janardanbora280315 күн бұрын

    2026 চনৰ আগত শেষ হৈ যাব চাই থাকিব

  • @letsentertain1
    @letsentertain115 күн бұрын

    কোনে কলে ন-বিজেপি পাৰ্টি বুলি? অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ গুণ এজনো ন-বিজেপি প্ৰাৰ্থীৰ গাত দেখা পোৱানাই। ন-বিজেপিৰ আঁৰত সকলোবোৰ দেখোন কংগ্ৰেছী নেতা।

  • @rajusaikia2328
    @rajusaikia232815 күн бұрын

    Cm BJP লৈ নাহাহলেও চৰকাৰ বনাব পাৰিলে হয়

  • @devdas8542
    @devdas854215 күн бұрын

    জালুকবাৰী আৰু কমলপুৰ সমষ্টি 2026 ত BJP ত নাই... এতিয়াই কয় থলো

  • @ayatullahsheikh3118

    @ayatullahsheikh3118

    15 күн бұрын

    কথাটো সঁচা জালুকবাৰী থাকিব পাৰে, কিন্তু কমলপূৰ যে নাথাকে একেবাৰে নিশ্চিত।

  • @bishalsarma5306

    @bishalsarma5306

    13 күн бұрын

    মইও কমলপুৰ ৰ কিন্তু bjp জিকিব যদিও বা এইবাৰ ভোট নিদিওঁ,, এটা ভাল বিধ্যায়ক নাপালোঁ মইদুল ইছলাম বৰা আছিল এক মাত্ৰ

  • @daizee4510
    @daizee451015 күн бұрын

    হিমন্ত বিশ্ব শৰ্মা আৰু বিসম্বাদ এটা মুদ্ৰাৰ ইপিঠি-সিপিটি আমি আজি ১০-১২ বছৰে দেখি আহিছো ৷

  • @animecontent8296
    @animecontent829615 күн бұрын

    দলৰ বেয়া কাম বিলাক সমালোচনা কৰিবলৈ কৰ্মী সকলৰ অধিকাৰ নাইনেকি।তেতিয়াহলে দলত কিহৰ স্বাধীনতা আছে। ৰাজেন গোহাঁই,অশোক শৰ্মা ডাঙৰীয়াৰ নিচিনা সাহসী লোকৰ দলত অতি প্ৰয়োজন।আচলতে ৰাইজৰ মনত সততে আলোচনা হৈ থকা বিষয় কেইতা আপোনালোকে দাঙি ধৰিছে।অহংকাৰৰ পতন অতি ওচৰত।

  • @jayantadutta1024
    @jayantadutta102416 күн бұрын

    Eeeeee mojja. Notun bur congressy hee

  • @suvankarbhowal3115
    @suvankarbhowal311515 күн бұрын

    এতিয়া অসমত বিজেপিৰ চৰকাৰ নাই এতিয়া অসমত দাদা বিগ্ৰেডৰ চৰকাৰ আমি বিজেপি বুলি ক'লে ৰাজেন গোঁহাই, ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, ৰঞ্জিত দত্তৰ দৰে পুৰণি নেতা সকলক হে চিনি পাওঁ

  • @sivaphukan4977
    @sivaphukan497716 күн бұрын

    BJP hijack by . Congress 😂😂😂

  • @jekab1996
    @jekab199615 күн бұрын

    Good good we are happy to see that we want congress only

  • @tulandoley3921
    @tulandoley392115 күн бұрын

    মজা হৈছে।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411915 күн бұрын

    নতুন বি জে পিৰ উৎপাট, উৎপীড়ন দিনে দিনে বৃদ্ধি পাইছে। এয়া গণতন্ত্ৰৰ কাৰণে এক অশনি সঙ্কেত। এনে চৰম বিশৃংখলতাৰ কাৰণেই বি জে পি দল তথা চৰকাৰৰ পতন হব। আগন্তুক ৪ জুনৰ পিছৰ পৰা দীৰ্ঘ দিন ধৰি গাপ দি থোৱা জুই কুৰা জ্বলি উঠিব। এই জুইকুৰাই জুইয়ে বহুতক জ্বলাই মাৰিব। বহুত জেললৈ যাব লগীয়া নহলেই ৰক্ষা।

  • @neone4759
    @neone475915 күн бұрын

    শৰণাৰ্থীয়ে শৰণ দিয়া মানুহক খেদিব ওলাইছে, কি আচৰিত কথা , কেনেকুৱা লেতেৰা মানসিকতা ।

  • @tulkankalita6039
    @tulkankalita603916 күн бұрын

    Juj ekhon song tu xunile hol.

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n15 күн бұрын

    পুৰণি বিজেপি সকল অলপ প্ৰগতিশীল মনৰ আছিল

  • @indrapatarvlogs9869
    @indrapatarvlogs986916 күн бұрын

    Vale hoise

  • @user-zr1kz5mv6t
    @user-zr1kz5mv6t15 күн бұрын

    থিকেই কৈছে, মই ২৭ বছৰ বিনাচৰ্তে সেৱা আগবঢ়ালোঁ। এতিয়া ৰাজনীতি কৰিবলৈ মন নাই।

  • @sourabhray3801
    @sourabhray380116 күн бұрын

    barbad korile ...dol tu ...

  • @ayatullahsheikh3118
    @ayatullahsheikh311815 күн бұрын

    আমি ভৱা কথাবোৰ এতিয়া, সঁচাত পৰিণত হৈ আছে, মই কোনো দলৰ সদস্য নহয় , কিন্তু বিজেপি দলৰ বেয়া দিন আহিছে।

  • @puspadhardowarah1932
    @puspadhardowarah193211 күн бұрын

    আৰম্ভণিহে হৈছে।আচলখন হব২০২৬ চনৰ বিধান"সভা"নিৰ্বাচনৰ"আগে আগে।

  • @user-bc1tu6fe2d
    @user-bc1tu6fe2d15 күн бұрын

    Dilip saikia hai hai

  • @manojray4463
    @manojray446315 күн бұрын

    If the opposition is centrally ruled, I will be very happy for the opposition if the CBI,NIA,ED investigate the scam cases against our Kansh Mama! 🙏🏻

  • @Bnb717
    @Bnb71715 күн бұрын

    Good

  • @user-gi3go6qq7m
    @user-gi3go6qq7m15 күн бұрын

    I salute to Ashok sarma.because he allways says truths.

  • @joeljesiecreations9791
    @joeljesiecreations979115 күн бұрын

    ❤MP Election r agote koribo lagichil sakolu hoi soi tetiyahe bhal Results pale heten .....

  • @gutungdipakpegu2134
    @gutungdipakpegu213411 күн бұрын

    হেমন্ত যত থাকে , এয়া হব‌ই আৰু , সেই কাৰণে BJP আজি মৃত্যু পথৰ আৰু নৰক পথৰ যাত্ৰী ।

  • @prafulladas6597
    @prafulladas659715 күн бұрын

    সেইকাৰণে ঘৰৰ দুৱাৰত তলা মৰা ব্যৱস্থা ৰাখে , তলা খুলি থলে ভালে বেয়াই গোটেই সোমাই থাকিব ঘৰৰ ভিতৰত 😂

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a26915 күн бұрын

    সচাই ভাল কাঠৰ দুৱাৰ এখন লগাওক আপোনালোকে 😂

  • @rumi3848
    @rumi384815 күн бұрын

    Moja

  • @ramnathborah7356
    @ramnathborah735615 күн бұрын

    Joiytu AYI ASSAM BJP Assam se Bay bay.RAHUL GANDHI PM HOJAYGA INDIA KISAN CONGRASS JINDABAD

  • @brojenkhargharia15
    @brojenkhargharia1515 күн бұрын

    Rajan dae thek kotha koesa

  • @dharmendracharo2493
    @dharmendracharo249315 күн бұрын

    মজা

  • @monuranjanphukon8553
    @monuranjanphukon855315 күн бұрын

    Alohi alohihoi thokai bhal

  • @manojtalukdar6647
    @manojtalukdar664715 күн бұрын

    কথাতেই আছে "" গজে গজালি মেলে "" @ দলাৰ বগৰী 🍑🍑🍑🍑🍑 সকলৰ পৰা সাৱধান 💯

  • @jahans8550
    @jahans85509 күн бұрын

    Dolar bogori Keitak kono party thai dibo nalage

  • @monuwarabegam5708
    @monuwarabegam570815 күн бұрын

    লেঙ পাৰতি😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅তুমালুকক নতুন নাম দেই 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh15 күн бұрын

    Right 👍 BJP EVM Sarkar hawa

  • @balendas2049
    @balendas204912 күн бұрын

    অসমখন ভাৰত স্বাধীন হোৱাৰ পৰাই বৰ্তমানলৈকে কংগ্ৰেছ দলৰ নেতাসকলে শাসন কৰি আছে। ইয়াত নতুন পুৰনি বুলিবলৈ কোনো কথাই নাই।

  • @rebornfire51
    @rebornfire5116 күн бұрын

    Those veterans thinks about the country, BJP or any other parties aren't bad instead some narrow minded people or workers present in such parties ruins the party and it's name and also the country.

  • @samratbasumatary821
    @samratbasumatary82115 күн бұрын

    Where new BJP is BJP, ie Congress

  • @maheshbrahma7764
    @maheshbrahma776415 күн бұрын

    Nopurani bjp leader bilak nera nepera bjp dolok axomote jiyai rakhile atiya notun bjp bilakor dop doponir picture ki sabbi

  • @kalpanadutta2269
    @kalpanadutta226915 күн бұрын

    Dilip saikiai tel dise niki?

  • @utpalgoswami1990
    @utpalgoswami199012 күн бұрын

    "ন" বি জে পি এই সোপা বগৰাহে , চুৰি কৰি ধৰা পৰা ভয়ত বাগৰা , আৰু মিছলিয়া,চোৰ, দকাইত ইহঁতে মাক বাপেক মাৰি খোৱা মিছলিয়া মুদিৰ শৰণীয়া নহ'লে এনে কাম নকৰে ।

  • @duluduttadulu2138
    @duluduttadulu213813 күн бұрын

    লাগিলেক লাগিলেক ঘোৰজোছ নিজৰ ভিতৰে লাগি থাক

  • @myway3433
    @myway343315 күн бұрын

    বি জে পিৰ মহাৰণ সমাগত ।

  • @halimabegum9484
    @halimabegum948411 күн бұрын

    Hosaye ake jape congrassor pora goi B.J.P kinik doliyai pelai dile . Sarbanand siroko nirile ,beyake thogile mamai .

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam587015 күн бұрын

    Very good decision Modi Hataow Desh Bachao BJP sarkar go back Congress party zindabad

  • @bitopantalukdar9820

    @bitopantalukdar9820

    15 күн бұрын

    Haha...pakistan jaa tohot

  • @sanjaydutta2905
    @sanjaydutta290513 күн бұрын

    Bjp nahin chahiye assam

  • @jimikantadoley5659
    @jimikantadoley565913 күн бұрын

    Himanta hatau B J P bosau

  • @bhartibharma6077
    @bhartibharma607712 күн бұрын

    First b j p leader in Assam was Mr borah

  • @Jaggu12385
    @Jaggu1238515 күн бұрын

    Senior leaders or bhul hoise, apuna luke kio entry koriboloi dile . Apuna luke na Jane niki eman danger bostu entry marise , 😂 so be careful.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411915 күн бұрын

    এই মজা। চোৰ,ঘোচখোৰ ,দালালেৰে ভৰি পৰিল বি জে পি।

  • @hamashrisarma
    @hamashrisarma15 күн бұрын

    Akal old BJPai nahai assamia ko assamar para bhair karibo New B j P

  • @user-ju9vg9ut9w
    @user-ju9vg9ut9w16 күн бұрын

    😅😅😅

  • @HemantaBora-dj4rb
    @HemantaBora-dj4rb15 күн бұрын

    Akou kolu Kshayamatar luvot Kukur bòlia hua Jen lagil. Herrow Agot jiman Khali..Khali aru De. .. Himanta sire Val karat tohotor appotti ki.? Lajpat loga naine Baru,?

  • @hamashrisarma
    @hamashrisarma15 күн бұрын

    Very good old BJP

  • @bot.R55
    @bot.R5515 күн бұрын

    ভাৰত আৰু অসমত, ইছলাম, মুছলমান, মিয়া , চৰুৱা চউৰা ৰ আগ্ৰাসন, বেদখল , দাদাগিৰি ,অত্যাচাৰ, বেইমানি আদিৰ কাৰনে ই R S S , বজৰং , বিশ্ব হিন্দু পৰিষদে ভাৰতত বিজেপি দলৰ সৃষ্টি কৰিছিল । অসম আৰু ভাৰতত যদি কাৰোবাৰ দম আছে কথাষাৰ মিচা বুলি কওক ।

  • @P1997Dutta
    @P1997Dutta15 күн бұрын

    Mur relative ejon Assam t BJP korisil.Tetya bjp r kunu existence e nasil. Rajdhani Nursery t Bhara ghor etat office.Purona bjp bohut manuh sinaki. Aji teulukok sale dukh lage. Kisuman e dol erise ba kisuman e retirement lua nisina k ase

  • @boysalbum1252
    @boysalbum125215 күн бұрын

    খাল খান্দি কুম্ভীৰ পুৰণি বি জে পিৰ কৰ্মকৰ্তা সকলে আমন্ত্রণ কৰি নিলে

  • @rofiulhussain8867
    @rofiulhussain886712 күн бұрын

    Purona bjp jiaie ase janu.......kot ase ...

  • @bhusansarma1889
    @bhusansarma188913 күн бұрын

    Dufal habale ru besidin ny BJP r

  • @Lalit-ug3yn
    @Lalit-ug3yn15 күн бұрын

    ভুলটো আগতেই কৰি ললে।

  • @HemantaBora-dj4rb
    @HemantaBora-dj4rb15 күн бұрын

    Homoi jetia ahe ami burha goruuķ Kamat nologau

  • @AnupDas-vn7ru
    @AnupDas-vn7ru15 күн бұрын

    Bohut hol r BJP nlgy ...(Andha vakto keitai reply section t vukibo welcome kari thoisu😁😁)

  • @amritborah4276
    @amritborah427615 күн бұрын

    Dollar bogori mama is going to Big zero in Assam.. mama hataw, AGP,, uppl hataw Assam basaw. Jati duhi Dalal bodon borphukon burok nihses kor kor assamiya. Mama r Sompotir hisap. Luwa assamiya news channel, resort, school, tea garden khilongiyar bhumi nijjor namot kune korise dollar bogori mamai nohoy janu

  • @newsongvideo2735
    @newsongvideo273515 күн бұрын

    কি ন-পুৰণি লাগি আছে,সকলো এক হব লাগে।দলক ধংস নকৰিব

  • @HiteshKumar-hv2sn
    @HiteshKumar-hv2sn15 күн бұрын

    0

  • @shankarprasadchakraborty
    @shankarprasadchakraborty16 күн бұрын

    ItisHomedisputegharuadarbarbeselfsolved

  • @parakh8667
    @parakh866715 күн бұрын

    Eaat comment kora keitatr bahire sobei jane je....bjp doltu ata family dolor dore nhoi😂😂😂😂

  • @baneshwardas3670
    @baneshwardas367015 күн бұрын

    Dal tyag netar re bjp so by by bjp

  • @d.basumatary7197
    @d.basumatary719714 күн бұрын

    Ses Pramod sorkar ses. Pramod Boro aa Hari jwoganai, BTC jwoganai, lama, Dalang, school college, boro Harini haba maogra nonga. Be batrakwo boibw bujijwbbai. Pramod Boroni akayao BTC kwo hogarnw hala. Hogarablabw 2025 ao jerwiki jaya sikonanwiblabw Hagramani akayao gotainanwi hwgwn. Beni takai raijw rajapra ready jananwi dongkaswi.

  • @Jatinsaloi18
    @Jatinsaloi1815 күн бұрын

    ন বি জে পি নামোতে নো কত শুই আছিল এই লোকসকলক তেতিয়া চোন এটা এনজিঅ নিচিনাই আছিল হিমন্ত অহা বাবে চৰকাৰ বনালে কোনোৱে বিধায়ক হল কোনোবাই সাংসদ হল তেওলোকৰ কি অৰিহনা আছে ।ৰাজেন গোহাঁই অশোক শৰ্মা নিচিনা মানুহে কেইটামান দালাল পুহি কাম দিছে তাত বাহিৰে কি অৰিহনা আছে ।

  • @prabah8442

    @prabah8442

    15 күн бұрын

    Right

  • @bkp9774

    @bkp9774

    15 күн бұрын

    দালালে ঠগিলে নেকি তোক 😊😊😊

  • @user-fl6ic3dq7w
    @user-fl6ic3dq7w15 күн бұрын

    BJP gol aru.

  • @indrapatarvlogs9869
    @indrapatarvlogs986916 күн бұрын

    AIIMS Raha t anibo nuwarile rajen gohain Kam nai

  • @HiteshKumar-hv2sn
    @HiteshKumar-hv2sn15 күн бұрын

    O

  • @technewsthatyoushouldlove8332
    @technewsthatyoushouldlove833215 күн бұрын

    Besi ni sai thak

  • @nirmalibora-dy6cu
    @nirmalibora-dy6cu15 күн бұрын

    Sana bapa hate atulr lag lagib aakou .aaponaloke buja nai, kat kiyo bikhat .....

  • @Jatinsaloi18
    @Jatinsaloi1815 күн бұрын

    এইজন আকৌ মহা দুষ্ট ফতুৱা কোন ওলাল

  • @bkp9774

    @bkp9774

    15 күн бұрын

    হয় হয়, তোৰ মোমাই টো মষ্ট ফটোৱা নাচনী এটা, শিয়ালৰ দৰে টেঙৰ ।

  • @user-dw4bv7jv8m
    @user-dw4bv7jv8m13 күн бұрын

    Sov purana bjp rijain lo

  • @pranitadevi5968
    @pranitadevi596813 күн бұрын

    Frustrated ASHOK

  • @shankarprasadchakraborty
    @shankarprasadchakraborty16 күн бұрын

    Bharatvotenomo400par

  • @siraqram8388

    @siraqram8388

    15 күн бұрын

    Hahaha Jai Banga

  • @ranjayrabha5935
    @ranjayrabha593515 күн бұрын

    No 1 faltu news

  • @monirambora2945
    @monirambora294515 күн бұрын

    Moja

Келесі