সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱনৰ বহু ঘটনা আৰু কা আন্দোলনক লৈ কি কলে শুনক

সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱনৰ বহু ঘটনা আৰু কা আন্দোলনক লৈ কি কলে শুনক@Prtidintime
#navajitgogoi
#sarbanadasonowal
#himantabiswasarma
#congressvsbjp
#bjpvscongress
#akhilgogoi
#election
#pratidintime
#election2024news
#pragnews
@PratidinTVodisha
@Prtidintime
@DANewsPlusASSAM
@NewsTrendAssam
@atanubhuyansnewsvideo
@NewsLiveTVofficial
@shyamalsvlogs405
@techtipssupported8958
@PragNewsAssam
@DY365NEWS
@MrDibrugarh
@DibruLiveAxom
@bjp
@NarendraModi
@rahulgandhi
@rahulgandhifc19
@IndianNationalCongress
@IndianYouthCongress
@INCUttarPradesh
@ndtvindia
@news
@ysrcpofficial

Пікірлер: 34

  • @paramanandataid575
    @paramanandataid57525 күн бұрын

    এটা কথা আপোনালোকে ঋণাত্মক দৃষ্টিৰে চালে নহব। সৰ্বা দা আৰু গোস্বামী দা সচাঁই বহুত ভাল মানুহ, এইটো সময়ত শূন্য সহনশীলতা নীতিৰ বাবে অসমত এই সময়ত দুৰ্নীতি শোষণ কৰিব পৰা নাছিল।আপোনালোকে কি ভাবে নাজানোঁ মই কিন্তু সৰ্বা দা গোস্বামী দাক এতিয়াও মৰম আৰু শ্ৰদ্ধা কৰোঁ।।।

  • @jyotisankarchaliha8071
    @jyotisankarchaliha807125 күн бұрын

    এওঁলোকৰ জাতীয়তাবাদী চৰিত্ৰ নেদেখা হ'লো আৰু এতিয়া

  • @simantadeka1191
    @simantadeka119111 күн бұрын

    স্বাৰ্থপৰ সকলো, ভাল মানুহে ৰাজনীতি কৰিব নোৱাৰে বা কৰিলেও তেনে লোকক তিকি থাকিব নিদিয়ে।

  • @jnyanendragogoi8768
    @jnyanendragogoi876811 күн бұрын

    মই প্ৰত্যাহ্বান জনাব পাৰো ১৬ চনৰ SI ৰ তদন্ত হলে ৮০% জেইল যাব

  • @user-nk7mg4kv4t
    @user-nk7mg4kv4t16 күн бұрын

    আমিও CRP পুলিচৰ কোব খোৱা মানুহ ৷ নিৰ্যাতিত বুলি AGP চৰকাৰে কাগজ এখন পঠাইছিলে তাতকৈ বেছি একো পোৱা নাই দেই ঋষিকেশ ডাঙৰীয়া !

  • @khagenkakati6380
    @khagenkakati638025 күн бұрын

    হিমন্তক ডমিনিয়েন্ট কৰিব নোৱাৰাটোৱেই সোনোৱালৰ দুব্ব’ল

  • @chandankumardas9405
    @chandankumardas940513 күн бұрын

    সুন্দৰ কথা কৈছে দাদায়

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c8 күн бұрын

    এজন ভাল ব্যক্তি 👍

  • @user-vo9rz1jz6g
    @user-vo9rz1jz6g25 күн бұрын

    Himnta bishwa go back

  • @motlebhussainmondal880
    @motlebhussainmondal88025 күн бұрын

    In a nutshel S. Sonowal sir, s character and behaviour is highly praisable.

  • @dharanidhardeka9437
    @dharanidhardeka943718 күн бұрын

    Excellant humanbeing sarba sir and friend goswami sir we respect their performace in their tennure as assam chief

  • @rksaikia9748
    @rksaikia974818 күн бұрын

    সমুজ্জল এনেও দাদালি।ইতো এটা ফটুৱা হয়।

  • @munindrakumarbhuyan2884
    @munindrakumarbhuyan288425 күн бұрын

    Why did the CM stay in Brahmaputra Guest house for his complete tenure instead of MLA hostel in Dispur. I feel it was a huge expense on the government exchequer.

  • @dbhattacharyya364
    @dbhattacharyya36418 күн бұрын

    Tarun Gogoi aru sarbananda Sonowale eketai bhul karisil neki?

  • @bishwajitgohain3358
    @bishwajitgohain335812 күн бұрын

    Bohut durbhaygyo kotha eibilak

  • @mamatkalita5883
    @mamatkalita588325 күн бұрын

    আছুৰ অসম আন্দোলনটো হিংসাত্মক নাছিল বুলি ক'ব খোজে নেকি ! উদাহৰণ বহুত আছে।'কা' আন্দোলনত ৫ জনক হত্যা কৰিলে কোনে ?

  • @Lilith58966

    @Lilith58966

    25 күн бұрын

    আছুৰ অসম আন্দোলন হিংসাত্মক আছিল। আনকি হত্যাৰ দাবী ধমকিৰে গুণ্ডা নিচিনা আছিল

  • @mamatkalita5883
    @mamatkalita588325 күн бұрын

    আপুনি আছুৰ আন্দোলন কৰা ব্যক্তি হিচাপে CAB / CAA সমৰ্থন আগবঢ়াইছিল কিয় ! বিদেশী খেদা আন্দোলন কৰি বিদেশীক মাতি আনা আইনৰ বিৰোধিতা নকৰিলে কিয় ? সৰ্বানন্দ সোণোৱাল সৰ্বকালৰ অকৰ্মী, দুৰ্বল মুখ্যমন্ত্ৰী আছিল।

  • @jugeswarphukan9726

    @jugeswarphukan9726

    25 күн бұрын

    Aijane.dekhduhi.jijatik.bisaghatatak.sinilak.nijar.gadikhan.belegak.aridiamanuh.manuhhaine.kieat.bahut.takapaisa.kathaasilsage.binadedhai.nijar.sakikhan.aridia.manuh.bhalkai.bhabaksun.tar.pisat.atia.haibjp.asebuli.bhabene.

  • @ranjitduttaey3967

    @ranjitduttaey3967

    25 күн бұрын

    সেই প্ৰা মুখ্য মন্ত্ৰী সোণোৱাল দুৰ্বল হোৱা বাবেই মুদি জি মুদি জি কৰিয়েই তেওঁৰ নিজৰ চকী খনকে ৰাখিব নোৱাৰিলে আৰু বিজেপিয়ে অসমৰ ৰাইজে নিবিচৰা কা আইন আনি অসমক দিল্লিৰ কৰতলীয়া কৰিলে আৰু নিজেও বিজেপি ৰ ওচৰত বিক্ৰী হৈ গ'ল , আৰু দ্বিতীয় বাৰ বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী নিদিলেও তেওঁ মুদিৰ ওচৰত মাত মাতিব নোৱাৰে বুলি মুদি জিয়ে জানেই , তেওঁ মুদিয়ে ভাল পোৱা কাম কৰিঅসমৰ ৰাইজক অন্ধ ভক্ত সজাবলৈ ওলাই কা আইন আনি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ লয় কিন্তু একেই মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে নিজৰ স্থিতিত অটল ঠাকি তেওঁ কা আইন প্ৰযোজ্য কৰিবলৈ নিদিলে তেনে ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী য়ে কিয় নালাগে বুলি ক'ব নোৱাৰিলে তাক ৰাইজে চাই পৰিবৰ্তন বিছাৰিছে গতিকে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে গতিকে আমি ভাবোঁ তেওঁক অসমৰ ৰাইজে জাতীয় নায়ক উপাধি প্ৰদান কৰিছিল কিন্তু তেওঁ সেই সন্মান লাঘব কৰি পেলালে বুলি ভাবোঁ

  • @kandarpa2622
    @kandarpa262223 күн бұрын

    There are so many blind suporter of Sarbananda .They do not know the future of Assamese language and Assamese people.

  • @biplabnath7584
    @biplabnath758410 күн бұрын

    Manuh jon bohut vaal lage xuddha ji koi xosha koi

  • @NajimAhmed-np3cc
    @NajimAhmed-np3cc19 күн бұрын

    ❤😢

  • @king-yq1tm
    @king-yq1tm10 күн бұрын

    Aru Besike Jonar.Mon..Ase

  • @pranabdas7121
    @pranabdas712125 күн бұрын

    পখৰা বাৱচিঙা হিমন্ত বিশ্ব শৰ্মাৰ তুলনা কাৰো লগত ৰিজাই লাভ নাই

  • @Aami567
    @Aami56711 күн бұрын

    Eta kotha yaar pora gom puwa gol j CAA aandolan purbo porikalpitta aasil.

  • @dhrupadnarayan
    @dhrupadnarayan9 күн бұрын

    Besi vl hol e anakua e hoi xiyal hol e life t unnoti koribo pari😂😂😂

  • @kandarpa2622
    @kandarpa262225 күн бұрын

    The man is not better.

  • @hemantaborgohain4273
    @hemantaborgohain42736 күн бұрын

    Ak number fotua

  • @dhrubajyotibaishya9944
    @dhrubajyotibaishya994425 күн бұрын

    P & RD recruitment scam ????

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu605925 күн бұрын

    Pandit byakti, kintu mon bhal nahai, seibhabe aji-kali tewok Kune o nosude.

  • @HemantaSonowal-ht4hy
    @HemantaSonowal-ht4hy12 күн бұрын

    Sarbananda Sonowal dangoria ST community r huwar babei teuu aie bivostswa hasti bukupati lobo loga hol.. hoth nisthaban byaktir ajir dinot mulya -0 .. kin2 solahi mitha mitha kothare aavua vora byaktik ajir dinot deva dut rupe honman jonai hotokuti pranan jonabo.. soturtho stomvor praai 80% ne ane byaktittokei prokhongkhar nodi uposai hohoj horol homajot bikh baspor banere kobolito kori tulise.. kothabur dwo koi vabile kiba aie monusyar jibotur protiye dhikkar lagi jai.. chheee chhheeee...

Келесі