PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das

PODCAST: Pratipakhya with Editor of Prag Digital Jitumoni Bora and known Assamese Singer Surya Das
Watch the full clip to know more about this story.
#pragnews #podcast #pratipakhya #suryadas #specialshows #singer #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 59

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411925 күн бұрын

    সূৰ্য দাদাৰ গাণ শুনিলে মনটো অতীতলৈ মনত পৰে আৰু আমি নষ্টালজিক হৈ পৰো। তেওঁক ভগৱানে শত বছৰলৈকে সু-স্বাস্থ্যৰে জীয়াই ৰাখক। ৮৪ বছৰ বয়সতো ইমান সুন্দৰ কণ্ঠ। এই সকলেই প্ৰকৃত গণ শিল্পী। এক প্ৰতিবাদী সত্বাৰ অধিকাৰী।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411925 күн бұрын

    বহুত দিনৰ পিছত গণ শিল্পী সগ্ৰামী সত্বা ককাইদেউ সূয্য দাস দেখা পালো।তেওলৈ আমাৰ তৰফৰ পৰা শত শত সহস্ৰ বাৰ প্ৰাৰ্থনা জনাইছোঁ ভগৱানে তেওঁক সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @mrinalmedhi8346
    @mrinalmedhi834624 күн бұрын

    গণ শিল্পী, মহান অসমীয়া, জাতীয়তাবাদী শিল্পী সুৰ্য দাস দেৱক শত শত প্ৰণাম 🙏

  • @mithunpegu5935
    @mithunpegu593525 күн бұрын

    গণ শিল্পী সূৰ্য দাৰ দীৰ্ঘজীৱি কামনা কৰিছোঁ ।

  • @bipulborah8134
    @bipulborah813412 күн бұрын

    নমস্কাৰ,খুউব ভাল লাগিল।বহুত প্ৰয়োজনীয় কথা অসমীয়া ৰাইজলৈ আগবঢ়াই গল।

  • @user-ew3nb1lk8w
    @user-ew3nb1lk8w25 күн бұрын

    সেৱা আগবঢ়ালো 🙏

  • @kandarpasarma7929
    @kandarpasarma792919 күн бұрын

    আপোনাৰ সত্বাক মোৰ আন্তৰিক অভিনন্দন || আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ||

  • @GunaSaikia-if6xm
    @GunaSaikia-if6xm16 күн бұрын

    হে স্বনামধন্য সূৰ্য্য দাস মহাশয়, আপোনাক সহস্ৰ প্ৰণাম। ঈশ্বৰে কুশলে ৰাখক। কৃষ্ণ।

  • @prabitachutia448
    @prabitachutia44825 күн бұрын

    বহুত দিনৰ পিছত আজি সূৰ্যদাক দেখি খুউব ভাল লাগিল , একো সলনি হোৱা নাই মানুহ জনৰ , এনেকৈয়ে সুস্থ হৈ থাকক তাকে কামনা কৰিলোঁ

  • @HemantaHazarika-ks3tn
    @HemantaHazarika-ks3tn25 күн бұрын

    আপুনি অসমৰ সাংস্কৃতিক জগতৰ এক ভোটাতৰা। আপোনাৰ ব্ৰজসম কন্ঠই আমাক সদায়েই জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰাব , আপোনাক শতকোটি নমস্কাৰ।

  • @lpdas639

    @lpdas639

    25 күн бұрын

    Manuh dekhidu aji bohut manuh Kintu apunar nisina selfish manuh dekha nai .apunar ganor Katha apuni nije bhabok .bohut beiman .Don't make us foolish we don't have faith on you 13:32 13:32

  • @ajitsarma8237
    @ajitsarma823719 күн бұрын

    আপোনাক শত শত নমস্কাৰ 🙏

  • @pradipkhoud4665
    @pradipkhoud466525 күн бұрын

    আনৰ বহুতৰে লগতে মোৰ ও অতি বুকুৰ আপোন, অতি মহান শিল্পী সূৰ্য্য দাস ! এই সাখ্যাত গ্ৰহণৰ সময়ত এখন হাৰমণিআম শিল্পী গৰাকীৰ ওচৰত বোৰ প্ৰয়োজন আছিল, লগতে অন্তন্ত এজন তবলা বাদক !! প্ৰদীপ খাউণ্ড , পাভৈ

  • @ajitsarma8237
    @ajitsarma823719 күн бұрын

    জয় আই অসম অসমীয়াৰ

  • @hemantadutta7443
    @hemantadutta744317 күн бұрын

    সুন্দৰ মনতো ভাল লাগি গল ৷

  • @soneswarbordoloi8874
    @soneswarbordoloi887422 күн бұрын

    সচাঁ কথা,বৰ ভাল লাগিল।তেখেতৰ লৈ প্ৰণাম জনালো ।

  • @kandarpasarma8205
    @kandarpasarma820525 күн бұрын

    Bohut bohut ❤❤❤❤..

  • @diptidutta8569
    @diptidutta856915 күн бұрын

    বৰ ভাল লাগিল

  • @animeshdeb2926
    @animeshdeb292625 күн бұрын

    🙏🙏🙏

  • @user-ew3nb1lk8w
    @user-ew3nb1lk8w25 күн бұрын

    সেৱা আগবঢ়ালো 🙏।

  • @rajusarma9691
    @rajusarma969123 күн бұрын

    মই সূয্য দাস দেৱক খুবই ভাল পাওঁ।

  • @jagamohanbora3301
    @jagamohanbora330119 күн бұрын

    অসম আন্দোলনৰ সময়ছোৱাত আপোনাক দেখিলেই সেৱা কৰিম সেৱা কৰিম হেন ভাব আহিছিল কিন্ত্ত সুবিধা নাপালো। সেই ধাৰা কা আন্দোলনৰ সময়লৈকে আপোনাৰ স্হিতি সলাগ লগীয়া। প্ৰতিজন অসমীয়াই মনে প্ৰাণে আপোনাক বিছাৰিছিল। কিন্ত্ত কা আন্দোলনৰ পিছৰ পৰাই আপোনাৰ স্হিতি সলনি কৰিলে।অসমীয়া সন্তান হিচাপে আমি আপোনাক সুধিব পাৰো কিয় আপুনি আপোনাৰ স্হিতি সলনি কৰি ব্যক্তিগত মোনাফা লাভৰ সপক্ষে গতি কৰিলে।

  • @bhadrakantadas6101
    @bhadrakantadas610115 күн бұрын

    Dirga jibi kamona korilu. May God bless Surya Das da.

  • @sankaraxom6765
    @sankaraxom676525 күн бұрын

    অসমীয়া বাবে কৰক নহলে আমাৰ কি হব 😢, আকৌ এবাৰ জয় আই অসম ✊ অসমী আই মোৰ সুৰক্ষিত নহয়।

  • @ambikakrishna5793
    @ambikakrishna579325 күн бұрын

    বাজপেয়ী ডাঙৰীয়াই কোৱা কথা -জনতাক পানী যোগান, বিজুলী যোগান আৰু স্বাস্থ্য সেৱাৰ বাদে অন্য একোৱেই বিনামূলীয়া কৈ দিব নালাগে। ইয়াত কৈ বেছি দিলে জনতা এলেহুৱা হ'ব। কিন্তু বৰ্তমান সেইটোৱেই হৈছে। ইয়াৰ বাবে জগৰীয়া ভোটৰ আশাত সৃষ্টি কৰা চৰকাৰ।অতিকৈ জগৰীয়া বৰ্তমান চৰকাৰ।

  • @rupanjolikakoty3103
    @rupanjolikakoty310312 күн бұрын

    Sir mur Manuh dakhisu gantu bohut priya.Bortamanor somay upajugi

  • @jiya3424
    @jiya34245 күн бұрын

    গণশিল্পী সূয্যকুমাৰ দাসৰ দীৰ্ঘ আযু কামনা কৰিছো।

  • @ajitsarma8237
    @ajitsarma823719 күн бұрын

    বিদেশীক মাটি বিক্ৰী নকৰিব হে অসমীয়া সকল 🙏😥

  • @user-wv5eh9mw2g
    @user-wv5eh9mw2g23 күн бұрын

    Thank u prag news dgtel.

  • @maheswarborah5387
    @maheswarborah538719 күн бұрын

    বয়স যিয়ে নহ ওক একে লগে আন্দোলন কৰি গান গাইছিলো কিন্তু পিছত লুতি মাৰি কাৰ দাস হৈছিল। এতিয়া বিশ্বাস নকৰোঁ। ইহঁত শিল্পী নহয়।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan9121 күн бұрын

    সূৰ্য দাস দা , অসমীয়া জাতিৰ আপুনি সুযোগ্য সন্তান ।

  • @ashinikumargogoi
    @ashinikumargogoi24 күн бұрын

    চেল্যুট

  • @romendas4434
    @romendas443423 күн бұрын

    ❤❤❤

  • @user-zb4nm9qk1r
    @user-zb4nm9qk1r17 күн бұрын

    অসম গণ পৰিষদৰ জন্ম লগনত দাস ডাঙৰীয়াই,মানুহ দেখিছোঁ আজি বহত মানুহ এই গানেৰে ধুমুহাৰ সৃষ্টি কৰিছিল।

  • @probinkumarkakati6151
    @probinkumarkakati615125 күн бұрын

    বহুত ভাল পাও এই শিল্পী গৰাকীক ।আশীবাদ থাকিল ।

  • @nabinchbordoloi4440
    @nabinchbordoloi444019 күн бұрын

    জনগন থিকেই আছিলে গাদি লোৱা কেই জনে অভদ্ৰ! মই মোৰ ইয়াৰ পৰা ই সূৰ্য মামাক সেৱা যাছিলো আপোনী নিজে থিকেই কৈছে । মোৰ আপোনাৰ লৈ এটা অনো ৰোধ আপোনী আজিৰ তাৰিখৰপৰআই এটা ভাল তিরা গীত এটা লিখক আৰু অসমত পছাৰকৰক গান আৰু আপোনীয়ে অমৰ হৈ থাকক।

  • @ajitsarma8237
    @ajitsarma823719 күн бұрын

    এতিয়াও হল হয় । যেতিয়া লৈকে কমিছনৰ অংক বন্ধ নহয় । তেতিয়া লৈকে ********

  • @brojenkhargharia15
    @brojenkhargharia156 күн бұрын

    Ha mohan aponak kote kote pronam

  • @suranandagogoi8547
    @suranandagogoi854725 күн бұрын

    শিল্পী জনাক সেরাজনালো।

  • @ujjalkonwar2859
    @ujjalkonwar285925 күн бұрын

    সেই সময়ত অসৰ জনমুৰি আয় ৰেখা ডাল ভাৰতৰ জনমুৰি আয়তকৈ ৬০% ওপৰত আছিল । এইয়াই অসমৰ অৰ্থনীতি .... বৰ্তমানৰ অসমীয়াই সঁচাকৈয়ে বুজি নেপাব ।

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h20 күн бұрын

    Surjya AstoMane Janu Surjyar Mritu Bujai

  • @user-uq7ru5bz8w
    @user-uq7ru5bz8w6 күн бұрын

    A g p r babe hua geet asom gono porikhod tumak nomoskar 2 buli gua geetu agiu val lage

  • @suranandagogoi8547
    @suranandagogoi854725 күн бұрын

    দাদা ফোন নম্বৰতো দিব আশা থাকিল

  • @DhayyaDas
    @DhayyaDas23 күн бұрын

    আজিৰ পজন্ম পৰলৈ বাট চাই থকাৰ বাবে দায়ী কোন?

  • @probalkhataniar2919
    @probalkhataniar291925 күн бұрын

    বহুত্যাগী মানুহ,ৰজাঘৰ প্ৰজাঘৰে এখেতৰ ত্যাগক পাহৰি গৈছে।

  • @vkgaming6803
    @vkgaming68033 күн бұрын

    Aaponaar Su Sashthya Aru Dirghayu Kamona Karicho, Aaponi Koshale Thakak"!!

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c23 күн бұрын

    CAA বিৰোধীতা কৰি পুনৰ BJP ৰ মিটিংলৈ যোৱা এইজনেই নহয় জানো ?

  • @intajulzaman4393
    @intajulzaman439319 күн бұрын

    Selut khurjya Da

  • @vikramborgohain1910
    @vikramborgohain191025 күн бұрын

    অসমত বিজেপিৰ চৰকাৰক সাৰ পানী দিয়া সংবাদ মাধ্যম এইটোৱেই.,, 2014 চনৰ পৰা চোৱা চেলেকী একো দাল ফালিব নোৱাৰিলে,,,,,,,,

  • @puranjitbarua8820
    @puranjitbarua882022 күн бұрын

    Isn't a good person

  • @nabinchbordoloi4440
    @nabinchbordoloi444019 күн бұрын

    পদুম ফুলৰ দুখ নাই,,,,,, কাটি ছিঙি দলিয়াই দিয়া হাত কেইখনেহে মৰিগাঁৱৰ ( Motiram Bora Morigaon) তেওঁৰ দিনতে ই অসমলৈ লাখ লাখ বিদেশীক অসমলৈ লৈ আহিলে মনত আছেনে? অসমত জিচৰকাৰই আহক কোনো এখনেই নিৰ্ভৰযোগ্য নহল দেখোন । Paresh Baruah দোখি লাভ নাই ! গাগছ জোপাই একো কৰিব নোৱাৰিলে তাৰ দাল, পাত থাল= ঠেঙুলি যদি সেই গছ জোপাৰ লগত যদি নাথাকে । যেনে -এহাল দম্পত্তিয়ে বিয়াৰপিছত এটাও লৰআছোরালী মানুহৰবিধ্য সময়ত লগত জড়িত নাথাকে তেন্তে এই লোকসকলৰঠিক একেই কথা ।

  • @padminibharali4829
    @padminibharali48297 күн бұрын

    Ekebare faltu host dei.. kotha koboee nidiye.

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l25 күн бұрын

    হাবিত কাহে ওলাই নাহে।হাবিৰ পৰা হে দপদপাই থাকে।

  • @budheswarsaikia3103
    @budheswarsaikia310319 күн бұрын

    Ei jon patu ,faltu

  • @user-ok6ny8tz3h
    @user-ok6ny8tz3h25 күн бұрын

    পৰেশ baruah polayon badi

  • @user-rd8iw4rp8w

    @user-rd8iw4rp8w

    25 күн бұрын

    Polua nohoi koukhol aakou

  • @sankaraxom6765

    @sankaraxom6765

    25 күн бұрын

    Sua eyate comment nkriba karon bandha akhamiya tumalk raijr issa korile xakalu koribo pare, poresh boruah dukh ki lave Ulfa jabo lagibo ulfa k hahay koribo lagibo raij ik hobo lagibo aneke comment kori aru thakile ki hobo apuni sage bjp vote dile hoi ne nhy to bhol bur amar dukh bilak japo blgr gat junglt khabo lagibo bujise toka xaday nahe mati futi xangram kori sua tar pisot comment caa khan birodh koribo nahe aru comment diya

  • @DugdhanathBorthakur-lm7fq
    @DugdhanathBorthakur-lm7fq20 күн бұрын

    🙏🙏🙏

Келесі