কম তেলত আমৰ আচাৰ | Mango Pickle Recipe in Less Oil | Tasty & Healthy
In this video I have shown you how to prepare mango pickles in less oil and without sufficient sunlight.
The ingredients are salt, jaggery, black and white jeera seeds, black mustard seeds, methi seeds, ajwain, sweet souf, red chilli, black peepers,mustard oil, hing powder, turmeric powder,red chilli powder.
#mangopickle #rupanjalironganoi #ruanjalimorang
#mangopickleinlessoil #assamesetaste #indiantaste #pickletaste #indianpickle #assamesemangopickle #mangopickleininsufficientsunlight #withoutsunlight
নিচেই কম মিঠাতেল আৰু পৰ্য্যাপ্ত পৰিমাণৰ ৰ’দ অবিহনে প্ৰস্তুত কৰা সুস্বাদু আমৰ আচাৰ ৷
উপকৰনসমূহ-নিমখ, গুঁড়, ক’লা আৰু বগা জিৰা, ক’লা সৰিয়হ, মেথি গুটি, জনী, মিঠা চফ, শুকান জলকীয়া, মিঠাতেল,হিং,হালধি, জলকীয়া গুড়ি ৷
#আমৰআচাৰ #কমতেলতআমৰআচাৰ #আচাৰসোৱাদ
#ৰ’দবিহীনআমৰআচাৰ #আমসত্ব #শুকানআম #আমৰচৰবত #আমৰচাটনি #বহাগবিহু #আমকলি #কেঁচাআম
১.Sour and Juicy Mango Pickle Recipe in Less Oil for Long Time কম তেলত আমৰ টেঙা মিঠা আচাৰ | Healthy • Sour and Sweet Mango P...
২.Mango Pickle Recipe Without Sunlight | ৰ’দত নিদিয়াকৈ আমৰ আচাৰ প্ৰস্তুত কৰিও তিনি বছৰলৈকে ৰাখিব পাৰি • Mango Pickle Recipe Wi...
৩.কেঁচা আমৰ চৰবত | Green Mango Panha | Healthy & Tasty Mango Juice Recipe | Aam Panna • কেঁচা আমৰ চৰবত | Green...
৪.কঠালৰ আচাৰ | এইদৰে প্ৰস্তুত কৰিলে সোৱাদৰ লগতে কেবাবছৰো ভাল হৈ থাকিব | Jackfruit Pickle Recipe • কঠালৰ আচাৰ | এইদৰে প্ৰ...
৫.ৰূপহী থেকেৰা আৰু জলকীয়াৰ আচাৰ | Chilli Pickle with Garcinia | Tasty & Healthy • জলকীয়াৰ আচাৰ | ৰূপহী থ...
৬.মঞ্চ আৰু প্ৰেক্ষাগৃহ চালোঁ | দীক্ষান্ত সমাৰোহ ২০২২ | Gauhati University 29th Convocation • G.U. Convocation | আগদ...
৭.নিমখ পানীৰে আমৰ আচাৰ প্ৰস্তুত কৰিছে নে ? Tasty Mango Pickle Recipe in Less Oil • নিমখ পানীৰে আমৰ আচাৰ প...
৮.আম কাটিছিলোহে নদিন বৰষুণ দিলে | Super Tasty Mango Pickle at Rainy Days | How it Possible
• আমৰ আচাৰ | নদিন বৰষুণে...
Facebook / rupanjalironganoi
Instagram / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
Пікірлер: 132
ভাল লাগিল আপোনালৈও থাকিল বহুত শুভেচ্ছা।
Excellent am achar friend ❤️❤️ yummy ❤️❤️🙏🏻🙏🏻
Oti Xundor Recipe 👌👌👌👍👍👍🙏🙏🙏
@jyotimonibaruah9432
2 жыл бұрын
Nice
Hundor hoise mem
Asar val hoise
Recipetu val hoise
অ খুৰী সঁচাকৈ বহুত ভাল হৈছে।
Dekhile love lagise Thanks mam
Duniya.❤❤🎉😢😅😮
ধুনীয়া
🌹🌹🌹
❤
Bohut dhuniya hoisa
Bahut bahut val lagise baa
@RupanjaliRonganoi
Жыл бұрын
❤️❤️
Dhuniya lagil
খাবলৈ মন গৈছে বাইদেউ
Hundar hoise baidei❤️🙏🏻👍
Dhuniya hoise ❤️👍
ভাল লাগিল
Bohut val lagil,moi bonaboloi yantns korim
@RupanjaliRonganoi
Ай бұрын
❤️
Vl lagil sai moi u bnam😘😘
My favorite
Val lagil
Borhiya hoise.
ভাল লাগিল।
Dhunia hoise mam 🥰
Bhal Lagil chai
আমৰ আচাৰৰ ভিদিঅতো চাই ভাল লাগিল । ধন্যবাদ বাইদেউ ।
Sunder
Val lagil baidew 🎉❤
Apuner recipe bilak khubbe bhal hoi
আপোনাৰ আচাৰ বনোৱা কিতিপ টো চাই ভাল লাগিলে আশা কৰোঁ আগলৈ যাতে এনেকৈ আৰু দিব❤
Mozza hoise baideo.
Nice video ❤️
বাইদেউ খাবলৈ পাম বুলি আশা কৰিলো দেই❤️❤️
Apunar amr asar bnwa system to salu vl lagil. Moi bnabloi khaju hoisu aru. Apunar system te bnam. Mam
dhuniya
Nice ma'am 👌😊
Hundar Baidew.
Barikhon iman dhunia
Hundar
সুন্দৰ মোৰ আচাৰ বনোৱা পদ্ধতিও বেলেগ
First coment 😘😘
apunar video bur sai val laga
সুন্দৰ
Bhut bhal lagil recpie to thanks mam
Nice 👍
😋🤤👍👌
Bht bhal lagil baideu moi apunar video aru apunar kothabur bht besi bhal lage moi jetiai ghrt ahu apunak log korim buli bhabu kintu time nohoige aibar log korim dinbur olop bhal hole jodi apunar time mile
বাইডেউ, মইও বনাবলৈ চেষ্টা কৰিম ।
Nice video
আপোনাৰ কথাবোৰ বৰ ভাল লাগে
সুন্দৰ হৈছে। আমৰ আচাৰ মোৰ বহুত প্ৰিয় ❤️
👍👍🌿👍👍
Mozza,baideu
ভাল লাগিল বাইদেউ।সুন্দৰ হৈছে।
👍👌👌
😊
আচাৰ টো খাব মন গৈছে দেখি😊
Baidew bahut dhuniya hoise but items bahut hoise aru xamay o babut lagise...
Val hoise baideo......amr vdo bur sabo de
আপোনাৰ প্ৰতিটো ৰেচিপী বৰ ভালপাওঁ | পৰিৱেশন বৰ সুন্দৰ |
সুন্দৰ হৈছে।ৰান্ধনি বা চৰলি আৰু যনি গুটি একে নহয় কিন্তু দেখাত প্ৰায় একেই।গোন্ধ ও বেলেগ বেলেগ হয়।
Bor val lagise baideo
ভাল লাগিল চাই 🥰🥰🥰
xundar lagise video tu Sai, moi o bonau. Prathom bonaute Apunar video Sai bonaisilu.
Dhuniya baideu 😍 Val lage aponar video chai...moi o eta natunkoi chnl khulisu ebar chabochun...❤️
Xub xundor👌👍❣️
সুন্দৰ হৈছে ❤
Nice❤️
Bhal lagil
Val Lagil vdo tu sai. Eibar apuni bonuwar dore Amar achar bonam
Baidew apunar video bur sai bhal lage .moiu khulisu besi agboha nai.
Baido asar khini bohot mitha jaise .
Nich😁😁😁😍
Bor maa buli matsu bea napabo moi apunar vedio bor sai bhut vl pau.
Nabanita's kitchen &vlog
বাইদেউ মই বিনোদ দত্ত,পথালি পাহাৰৰ ;আমৰ আচাৰ বনোৱা আপোনাৰ ভিডিঅ টো চাই বহুত ভাল লাগিল। মই নিজে আচাৰ বনাম বুলি ভাবিছো।
@RupanjaliRonganoi
2 жыл бұрын
নিশ্চয় ৷ খাবলৈ বৰ ভাল হ’ব ৷ কেবল মজি যাবলৈ সময় দিবা ৷
Amar dekhun aam khini tukura tukur kori nimokh panit tiai thoi dse atiau... aidore nhbo nki ??
Bor val lagil asar moram dilu duliya janor pora❤️❤️hohari jonabo
@RupanjaliRonganoi
Жыл бұрын
নিশ্চয় 🙏
Bor dhunia lagise dekhi❤️
@hamprovaborah181
2 жыл бұрын
Tumi achar bonala .moi amei bisari napalu .vl lagil videotu .
@RupanjaliRonganoi
2 жыл бұрын
এইবাৰ আম বহুত কম লাগিছে ৷
@mithukankana6360
2 жыл бұрын
@@RupanjaliRonganoi .hoi moiu apunar vdo tu sai aji olp bonam..love frm guwahati ❤️
@RupanjaliRonganoi
2 жыл бұрын
@@mithukankana6360 ❤️❤️
@user-ir3zm3fi1x
2 ай бұрын
b@@mithukankana6360
ৰদ নহলেও আমৰ আচাৰ বনাব পাৰি কেনেকৈ জানিব পাৰি ভাল লাগিল। মই মিঠা আচাৰ ভাল পাওঁ বাবে সেইটোকে বেছি বনাও।আম আনি থোৱা আছে আপুনি কোৱাৰ দৰে বনাম। বহুত ধন্যবাদ আপনালৈ।
@RupanjaliRonganoi
2 жыл бұрын
❤️❤️
ঘৰ কয়। লক্ষিমপুৰ। বুলি। কৰে। মোৰ ঘৰ। লক্ষিমপুৰত। আচাৰ। ভিডিঅ'। বৰ। ভাল লাগিল।
@RupanjaliRonganoi
2 жыл бұрын
আপোনাৰ ঘৰ লক্ষীমপুৰৰ ক’ত ? মোৰ খেলমাটিত ঘৰ ৷
খুব সুন্দৰ হৈছে vdo টো।আপোনাৰ vdo সদায় আগ্ৰহেৰে চাওঁ।কিন্তু বেয়া নাপাব দেই ৰান্ধনী আৰু জনি বা আজৱাইন বেলেগ ।আপুনি এবাৰ confirm কৰি লবচোন।
@RupanjaliRonganoi
3 жыл бұрын
হয় হয় ৷ কিয় বেয়া পাম বাৰু ? জনী গুটিক আমি ছাঁদ বা সাদৰী বুলিও কওঁ ৷ কওঁতে মোৰ ভুল হৈছে !
@kavitabora4276
2 жыл бұрын
Lllll"ll
Munmi apunar suali Niki , apuni Bengali sampodair le biya hoise ni baru , aasar dekhi khau khau lagi gol 😋😋😋😋
খাবলৈ মন গৈছে কিন্তু বাইদেউ।
আম খিনি নিমখত কেইদিন ৰাখিব লাগিব
আগলৈ পাম বুলি আশা থাকিল
@darpandeka5141
2 жыл бұрын
মইয়ো বনাবলৈ চেষ্টা কৰি চাম এবাৰ আচাৰ মোৰ খুব প্ৰিয়
@RupanjaliRonganoi
2 жыл бұрын
নিশ্চয় ৷ ❤️🙏
Baideu nimokh t aam khini kimn time thobo lgibo??
@RupanjaliRonganoi
Жыл бұрын
তিনিদিন ৰাখিলে কোমল হয় ৷ কিন্তু বৰষুণ দিলে উপায় নেথাকে ৷ এইবেলি মই দহদিন ৰাখিলোঁ ৷
@rishirajborah8385
Жыл бұрын
@@RupanjaliRonganoi thank you.. 10 days rakhise jtia bht kumol hy goise.
মোৰ ভিডিঅ'বোৰ চাব এবাৰ 🙏❤️ আপোনাৰ ভিডিঅ'বোৰ বৰ ভাল পাও
আজোৱাইন আৰু কালজিৰা jodi mosolar logote diu beya hbo nki baa plz jonabo
@RupanjaliRonganoi
2 жыл бұрын
বেয়া নহয় ৷
প্লাষ্টিকৰ টেমা ললে হবনে
@RupanjaliRonganoi
3 жыл бұрын
ভাল কোৱালিটীৰ হলেই হ’ল ৷ কিনা আচাৰবোৰ দেখোন প্লাষ্টিকৰ বৈয়ামতে পোৱা যায় ৷
Baido apunak log paisilu biya akhont... Apunar recipi hok pikle hok bhut vl lage..... Moi purnima pegu boruah......
@RupanjaliRonganoi
2 жыл бұрын
কাৰ বিয়া ? মাতিব লাগিছিল ৷
Apunar mat tu setona das r nisina😊
@RupanjaliRonganoi
Жыл бұрын
🙏
বাইদেউ আইনাৰ গ্লাচ খন কিয় দিছে জনাব
@RupanjaliRonganoi
Жыл бұрын
চৰাই খেদিবলৈ ৷
Jiyekole dile he gom pam khabole knkuwa hoise..
@RupanjaliRonganoi
3 жыл бұрын
G.U. লৈকে বিধে বিধে আচাৰ পঠিয়াই এয়াহে শুনিবলে পালোঁ নে ? 🤔
@munmidas3006
3 жыл бұрын
Heiya khai hekh..aru lge aru kham..maak e bonuwa bostu jiyek e nakhai kun e khabo...
Baideu dapun khon kio dise apuni jonabi xun
@RupanjaliRonganoi
Ай бұрын
কাউৰী আৰু অন্য চৰায়ে মুখ নিদিবলৈ । আইনাত নিজক দেখিলে চৰাই পলাই যায় ।
ভাল লাগিছে
Val lagel
আম খিনি নিমখত কেইদিন ৰাখিব লাগিব
@RupanjaliRonganoi
3 жыл бұрын
ৰাতিটো ৰাখিলেই হয় ৷ বেছিকৈ ৰাখিলে বতৰ বেয়াও হ’ব পাৰে ৷ যদি বতৰ বেয়া হয় তেন্তে দুৰাতি ৰখাৰ পিছত ফেনৰ তলত শুকুৱাই লব লাগিব ৷ নহলে বেয়া হৈয়ো যাব পাৰে ৷ তেল মছলা লগাই ললে নিশ্চিন্ত হ’ব পাৰি ৷ প্ৰশ্নটো সোধাৰ বাবে ধন্যবাদ জনালোঁ ৷