কাজীনেমুৰ দুবিধ আচাৰ | এদিনতে খাব পাৰি | Super Tasty Lemon Pickle Recipe in Simple Method
In this video I have shown you how to prepare two types of lemon pickles in very easy and simple method.
The ingredients are-water,jaggery,salt,dry and green chilli,dry ginger,white Jeera seeds,black and white mustard seeds,row mustard oil.
#lemonpickle
একেদিনাই খাব পৰা কাজি নেমু আৰু গোল নেমুৰ দুবিধ আচাৰত ব্যৱহাৰ কৰা উপকৰণসমূহ-পানী,গুঁড়,নিমখ,কেঁচা আৰু শুকান জলকীয়া,শুকান আদাৰ গুড়ি,জনী, বগা জিৰা,ক’লা সৰিয়হ,বগা সৰিয়হ, কেঁচা মিঠা তেল ৷
#কাজিনেমুৰআচাৰ
১.গোলনেমু আৰু নিমখ • নিমখত ৰখা গোলনেমুৰ আচা...
২.গোলনেমুৰ দুবিধ আচাৰ | Lemon Pickle | Healthy & Tasty Mixed Vegetable Pickle • গাজৰ আদা জলকীয়া গোলনেম...
৩.Amara Achar | অমৰাৰ টেঙা জ্বলা আচাৰ | Ambra | Hog Plam Pickle Recipe | Tasty & Healthy • Amara Achar | অমৰাৰ টে...
৪.ওলকবিৰ আচাৰ | Knolkhol Pickle • ওলকবিৰ আচাৰ | Knolkhol...
Facebook / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.
Пікірлер: 399
আচাৰ ধুনীয়া বনালে।
ভাল লাগিল বাইদেউ
ভাল লাগিছে বাইদেউ খাবলৈ মন গৈছে
সুন্দৰ উপস্থাপন।ভাল হৈছে।
Val lagil
Oti hundar❤
Val lagile
ভাল লাগিল
Bohut val lagile baideu ❤❤❤❤
Vl lgise ba
Try kri sabo lagibo..dekhi Val lagil..baideu
Bahut bhal lagecha baido
Bhut bhal lagil thanks mam
ধন্যবাদ বাইদেউ 🙏 আপুনি ইমান মৰম লগাকৈ কথা খিনি কৈছে❤️ সঁচাই ভাল লাগিছে বহুত🙏
Mojja hoise
সূন্দৰ
@RupanjaliRonganoi
Жыл бұрын
কাজি নেমুৰ বাকলি নুগুচালে তিতিকি হ’ব কিন্তু ৷
Oti xundor
খুবেই সুন্দৰ আচাৰ,নিশ্চয় বনাম
@RupanjaliRonganoi
2 жыл бұрын
বাকলি নুগুচালে তিতা হ’ব কিন্তু ৷ আমি তিতা ভাল পাওঁ বুলি বাকলি গুচোৱা নাই ৷
Bohut dhuniya lagise ❤️🙏🏻
Dhunia hoisa beibu
Ultimate vlog 👍
Bot bhal lagisa rec tu. Thanku.
@RupanjaliRonganoi
2 жыл бұрын
ধন্যবাদ জনালোঁ ৷ ❤️
ধুনীয়া হৈছে ।
বৰ সুন্দৰ পৰিবেশ, বনাই পৰিয়ালৰ সদস্য সকলক খুৱাম।
ধুনীয়া হৈছে বাইদেউ
খুব ভাল লাগিল। নিশ্চয় বনাম
@RupanjaliRonganoi
Жыл бұрын
ধন্যবাদ ৷ কাজিনেমুৰ বাকলি থাকিলে তিতা হ’ব ৷ তিতা বেয়া পালে বাকলি গুচাই লব ৷
Borhiya
Vl lagise baideu.
খুব ভাল লাগিল।
Bahot dhonia hoisa
Waww bor bhal hobo
Baideow aapunar Katha kuwar stile tu mur bahut Val lage.
ভাল লাগিল। বনাব লাগিব। ধন্যবাদ।
ভাল হৈছে বাইদেউ।
@RupanjaliRonganoi
Жыл бұрын
কাজি নেমুৰ বাকলি নুগুচালে তিতা হ’ব ৷
সুন্দৰ প্ৰণালী
Bahut bhal lagil
Bhal lagil
@RupanjaliRonganoi
Жыл бұрын
বাকলি নুগুচালে কাজিনেমুৰ আচাৰ তিতিকি হ’ব কিন্তু ৷
Vl lagil.
ගොඩක් රසවත් කෑම 🇱🇰💚👍😋
Dhuniya lagise
Bhut dhuniya hoise.
@RupanjaliRonganoi
Жыл бұрын
ধন্যবাদ 🙏
Sai vl lagise bonai sam
@RupanjaliRonganoi
Жыл бұрын
তিতা বেয়া পালে কাজিনেমুৰ বাকলি গুচাই লব লাগিব ৷
ভাল লাগিল শিকী ল,লৈছো ধন্যবাদ
@RupanjaliRonganoi
2 жыл бұрын
তিতা বেয়া পালে বাকলি গুচাই লবা ৷
Very good & healthy refresh food Mam, So much thankyou.
@RupanjaliRonganoi
Жыл бұрын
বাকলি নুগুচালে কাজি নেমুৰ আচাৰ তিতিকি হ’ব কিন্তু ৷
Hundar ....❤️❤️
Bohut dhuniya hoise ❤️
ভাল লাগিল বাইদেউ,জিভাৰ পানী গিলি গিলি চালো!!
@RupanjaliRonganoi
Жыл бұрын
কাজিনেমুৰ আচাৰ প্ৰস্তুত কৰিবলৈ হলে তিতা সোৱাদ বেয়া পালে বাকলি গুচাই লব লাগিব ৷
Bor dhuniake bujaise logote khaboloi bor val hbo jen lagise👍
বহুত ভালকৈ আচাৰ বনাইছে, ভাল লাগিল 🙏🙏🙏
@RupanjaliRonganoi
Жыл бұрын
তিতা সোৱাদ বেয়া পালে কাজিনেমুৰ বাকলি গুচাব লাগিব ৷
আকৌ চালো বাইদেউ আপোনাৰ ভিডিঅ ।
@RupanjaliRonganoi
2 жыл бұрын
❤️❤️
Excellent
Apunar hokolu vdio sai val lga bht hikilu o apunar pra... Apunar voice to bht Dhuniya
খুবভাললাগিলে বাইদেউ
ভাল লাগিঋ নেম আচাৰ বনাইছো এনেকৈ বনোৱানাই বনাইচাম
@RupanjaliRonganoi
Жыл бұрын
তিতা সোৱাদ যদি বেয়া পায়,তেন্তে কাজি নেমুৰ বাকলি গুচাই লব ৷
Bhal Lagile Very nice
Baideo apunak manisu dei 👍👌🙏 Asar khini dekhiei khau khau lagise 😋❤️💚❤️
Bor dhuniya lagise baideo ❤
Mi bnasilu xosakoi bahut dhunia hoisl khabloi
Thanks. For. Pickle. .
Bhal lagise
Aapunar video sai moor bohot val lagy. Aru apunar khotha keta khoni moor bohot val lagy.
@RupanjaliRonganoi
Жыл бұрын
কাজিনেমুৰ বাকলি নুগুচালে আচাৰ তিতিকি হলেও খাবলৈ ভাল হ’ব ৷ তিতা বেয়া পালে বাকলি গুচাই লব ৷
খাওঁ খাওঁ লাগিছে মোৰ।মই বনাব লাগিব।
Beautiful ashar
ভাল লাগিল বাইদেউ👌👌
সুন্দৰ !! মনপুতি শুনি শিকি ললো !! কাইলৈ বনামেই !! ধন্যবাদ !!
@RupanjaliRonganoi
2 жыл бұрын
তিতা সোৱাদ ভাল নেলাগিলে বাকলি গুচাই লব লাগিব ৷ আমি তিতা ভাল পাওঁ কাৰণে চুঁচি লৈছিলোঁ ৷
Apunar vlog bht val lage baidew, akha koru mur vlog tu adori lobo buli 🙏moi notun koi vlog khulisu
Excellent Ma'am.
Very good auntie
সুন্দৰ বাইদেউ
Val lagil baa apunar kotha bur Val mur Val lage
Nice😊😊
Val lagil baideu notun recipi puar ashare bad sai rolu .
Bor val lagil
ধুনীয়া হৈছে আচাৰ 💕❤
@user-se6gk4ss9z
2 жыл бұрын
প
Apunar video tu sai bohut val lagil aru hikisu atialoike keibabidh asar bonua hikilu agoloiu di I thakibo Bohut bohut dhoinobad thakil
@RupanjaliRonganoi
Жыл бұрын
তিতা বেয়া পালে কাজি নেমুৰ ওপৰৰ বাকলিটো গুচাই দিবা ৷ বাকলি থাকিলে তিতা হ’ব ৷ আমি তিতা ভাল পাওঁ কাৰণেহে বাকলি ৰাখিলোঁ ৷
Bhal lagil baideu aru besi bhal lagil aapunar byebohar
@RupanjaliRonganoi
2 жыл бұрын
🙏🙏
Xundor👍👍👍
@RupanjaliRonganoi
2 жыл бұрын
তিতা যদি ভাল নেলাগে তেন্তে কাজিনেমুৰ বাকলি গুচাই লব লাগিব ৷
Val lagil.
Dekhiboloi bor bhal hoise baideu
Nice recipe
আচাৰ ভাল হৈছে ।
@RupanjaliRonganoi
2 жыл бұрын
মতামতৰ বাবে ধন্যবাদ ৷ আমি তিতা ভাল পাওঁ কাৰণে বাকলি নুগুচালোঁ ৷ অৱশ্যে এইখিনি আচাৰ আমাৰ চোতালতে দিপাৰ্টমেণ্টৰ বিদায় সভাত স্টুদেণ্টেও খাই ভাল পাইছিল ৷ নেমু আনি দিয়া স্টুদেণ্টেজনকো মই ভাগ এটা দিছিলোঁ ৷ খাই ভাল পালে ৷
Val lagil sai
Bohut val lagil baa
Val lagil baideo ❤
val lagil sai,apunar matu khubei dhunia
Bor dhunia
Bohut dhunia hoise ♥️
Vl lagil
Val lagise de 🤗
Thank you.
ভাল লাগিল বাইদেউ।আচাৰ খিনি লোভনীয় হৈছে।👌👌👌❤️❤️❤️
@cristianoronnie623
2 жыл бұрын
Sorry to be so offtopic but does someone know of a method to log back into an instagram account..? I stupidly lost the account password. I would love any help you can give me!
@kendalllewis3992
2 жыл бұрын
@Cristiano Ronnie Instablaster =)
Bohut testi hobo sage thanks.
@RupanjaliRonganoi
2 жыл бұрын
হয় ৷ বাকলি নুগুচালে তিতিকি হ’ব ৷ আমি তিতা ভাল পাওঁ ৷
VL lagise baideu
Val lagil.....hoitu bor testy hobo assarkhini....ami anekoi kunudin bonua nai kintu.....agoloi try korim.......
@RupanjaliRonganoi
Жыл бұрын
তিতা যদি বেয়া পায় তেন্তে কাজি নেমুৰ বাকলি গুচাই লব লাগিব ৷
Apunar achar video tu sai bor bhal lagil. Moiu bonaboloi sesta korim. Apunak dhonyabad disu eman sundor koi video tu share Korar babe👍
@RupanjaliRonganoi
Жыл бұрын
ধন্যবাদ জনালোঁ মতামতৰ বাবে ৷ তিতা যদি বেয়া পায়,তেন্তে কাজি নেমুৰ বাকলি গুচাই লব ৷
kHundor video baidew
ৰেচিপিটো বৰ ভাল লাগিল
@RupanjaliRonganoi
2 жыл бұрын
বাকলি নুগুচালে তিতা হ’ব কিন্তু ৷
👌
Bahut dhunia koi dakhuala bahut vl lagil sai fri holu 👍🤗
বাইদেউ বৰ ভাল হৈছে আপোনাৰ উপস্থাপন ৷