মাতৃ-পুত্ৰ দুয়োৰে দেহত এটি এটি কিডনি, জানিলে আচৰিত হ'ব

মাতৃ-পুত্ৰ দুয়োৰে দেহত এটি এটি কিডনি, জানিলে আচৰিত হ'ব
• তোলনি-বিয়া মাতিবলৈ আহ...

Пікірлер: 86

  • @r.hazarika9231
    @r.hazarika92317 күн бұрын

    তপন আৰু তেওঁৰ মাতৃ সুস্থ হৈ থাকক আৰু কুশলে থাকক তাৰেই কামনা কৰিলোঁ। ভিডিঅ'টো চাই বহু লোক উপকৃত হ'ব পাৰিব আৰু এই ৰোগ টোৰ বিষয়ে সবিশেষ জানিবও পাৰিব। মনত সাহস আৰু শক্তি যদি থাকে ভগৱান যদি সহায় হয় তেন্তে যিকোনো ৰোগ প্ৰতিৰোধ কৰাৰ লগতে মৃত্যুকো জয় কৰিব পাৰি। আপুনি আৰু তপন তাৰেই উদাহৰণ। আপুনিও কুশলে থাকক আৰু সুন্দৰ সুন্দৰ ভিডিঅ'প্ৰস্তুত কৰি দুৰ্বল মনৰ মানুহক সবল আৰু শক্তিশালী হ'বলৈ এই দৰে অনুপ্ৰাণিত কৰি আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ 🙏🙏

  • @rumidutta146
    @rumidutta1467 күн бұрын

    আপোনাৰ অনুস্থানটো চাই বহুত ভাল লাগিল

  • @aggaming6068
    @aggaming6068Күн бұрын

    পুত্ৰ আৰু মাতৃ দুয়োজনকে ভগবানে কুশলে ৰাখক 🙏🙏🙏

  • @prafullaborah8724
    @prafullaborah87247 күн бұрын

    ধৈয আৰু সাহস নেহেৰুৱব।সদায়ে ভগবানক অন্তৰ ত ৰাখিব।

  • @binakumarigogoiborah8407
    @binakumarigogoiborah84076 күн бұрын

    তপন আৰু মাতৃৰ সু-স্বাস্থ্য অটুট থাকে যেন 🙏🏻🙏🏻🙏🏻🙏🏻

  • @radhamonidas2180
    @radhamonidas21806 күн бұрын

    দুয়ো জনকে ভগবানে শক্তি দিয়ক জীৱনতো আগুৱাই যাওক। প্রণাম য়াছিলো।

  • @xin2830
    @xin28306 күн бұрын

    তপনৰ ভৱিষ্যতৰ উজ্বল কামনা কৰিলোঁ, ভগৱন্তই কুশলে ৰাখক

  • @user-ig3zz8vg7w
    @user-ig3zz8vg7w7 күн бұрын

    God bless you beta 🙏🙏

  • @neelimaborgohain3324
    @neelimaborgohain33246 күн бұрын

    মাতৃ, পুত্ৰ দুয়োকে প্ৰভুৱে কুশলে ৰাখক।সাহসী মাতৃ গৰাকীক প্ৰণাম জনালোঁ।

  • @hemkantaborah7434
    @hemkantaborah74347 күн бұрын

    তোমালোক দুয়োকে ঈশ্বৰে কুশলে ৰাখক।

  • @protivadas3486
    @protivadas34863 күн бұрын

    আপোনাৰ অনুষ্ঠান চাই সুব ভাল লাগিলে,আমাৰো এনেকুৱা কিছুমান অভিজ্ঞতা আছে, ক'বলৈ সুবিধা পালে ভাল লাগিল হয়

  • @dipakgogoi5084
    @dipakgogoi5084Күн бұрын

    ভগৱান আপোনালোকৰ সহায়ক হওঁক।

  • @dipanjalidas8195
    @dipanjalidas81957 күн бұрын

    God blessed both of you.

  • @niradadas3379
    @niradadas33797 күн бұрын

    God blessed you and your mother.

  • @arupdutta3692
    @arupdutta36927 күн бұрын

    মা দাদা দুয়ো জন ভালে থাকক

  • @lilawatikumari8612
    @lilawatikumari86125 күн бұрын

    অনুষ্ঠানটো চাই ভাল লাগিল ।তপন আৰু মাতৃৰ কুশল কামনা কৰিলোঁ ।

  • @hirankalita1034
    @hirankalita10347 күн бұрын

    God bless you and your mother .❤

  • @dipanditakashyap
    @dipanditakashyap7 күн бұрын

    God blessed both of you

  • @mitalibaruah8252
    @mitalibaruah82527 күн бұрын

    আপোনালোক দুইজন ভালে থাকক দেই

  • @bobitachiring4781
    @bobitachiring47817 күн бұрын

    বাবো বহূত দিনৰ মূৰত দেখি পালো। ভাল লাগিল।

  • @lipi3600
    @lipi36007 күн бұрын

    দুয়ো জনকে ভগৱানে শক্তি দিয়ক জীৱনতো আগুৱাই যাবলৈ🙏

  • @RojoniProvaBoruah
    @RojoniProvaBoruah4 күн бұрын

    প্ৰয়োজনীয় আলোচনা। কিন্তু বৰ দুখ লগা।

  • @debikaborpujari6748
    @debikaborpujari67486 күн бұрын

    ভিদিও টো চাই চকুপানী ওলাল। এটা কিডনি লৈ বহু জন আছে। আৰু, আমাৰ মানুহ বোৰৰ মন্তব্য শুনি ধিক্কাৰ উপজিছে। তপন আৰু মাতৃ -- দুয়োৰে কুশল কামনা কৰিলো।

  • @tulikabarman614
    @tulikabarman6146 күн бұрын

    তপন আৰু তেওঁৰ মাতৃ সদায় ভালে থাকক মইও ১২ বছৰ হল মোৰ মানুহ জনক দিয়া মইও ভালে আছো।

  • @dsdas5488
    @dsdas54886 күн бұрын

    Apunar.videotu.sai.bohut.val.lagise.bhogabane.ma.aru.dadak.vale.rakhak

  • @Wwk2197
    @Wwk21976 күн бұрын

    ভগৱান দুই গৰাকীক ভালে ৰখা

  • @nazimakhatun6312
    @nazimakhatun63126 күн бұрын

    Dada apunar video bure bohutar upakar hoise....apunar babe bohut hubhakamona...thakil

  • @nikumonisonowal5680
    @nikumonisonowal5680Күн бұрын

    🙏🙏🙏🙏 Tapan aru Maa vale thakok

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df6 күн бұрын

    Hosai apunar video sai bhut kotha hikibo pari

  • @bornalichutnia7152
    @bornalichutnia71524 күн бұрын

    বহুত সাহস পালোঁ।

  • @user-vi7mj4hb8p
    @user-vi7mj4hb8p7 күн бұрын

    Maa putra duyuke kukhole rakhok

  • @arupdutta3692
    @arupdutta36927 күн бұрын

    যোৱা মাচ মাহত মোৰ দাদা একে অসুখ হৈ ঢোকাল কিন্তু আমি খুব কম সময় পালো মাএ ৯ দিন আমাৰ মাজত থাকিল ইমান কম সময়ত ধৰা পৰিল GNRC ত দাদা ই মদ ভাং খোৱা নাছিল কাৰোৰে এনে নহক ভগৱানৰ ওচৰত পাথনা কৰিছো

  • @Ruby_RedStone
    @Ruby_RedStone7 күн бұрын

    God bless you Tapan... wishes you live long life...❤

  • @GitanjaliChutia-yp2pg
    @GitanjaliChutia-yp2pg4 күн бұрын

    দুয়োকে ভগৱানে ভালে ৰাখক।

  • @naniboruah5295
    @naniboruah5295Күн бұрын

    দুয়োকে ভগৱানে কুশলেৰাখক৷

  • @user-li2uj6xo6p
    @user-li2uj6xo6p7 күн бұрын

    God bless you and your mother

  • @dipaligogoi8932
    @dipaligogoi89327 күн бұрын

    God bless both of you !

  • @jatinhaloi7412
    @jatinhaloi74127 күн бұрын

    God bless you Tapan ,afew munit ago I have discussed with you ,I am from Nalbari

  • @shikhaborah1775
    @shikhaborah17757 күн бұрын

    God bless you topsn

  • @anitsaikia6862
    @anitsaikia68627 күн бұрын

    God bless you topon

  • @alakasaikia
    @alakasaikia5 күн бұрын

    Srimantada aapunakbohut val lage

  • @nizarakhanikar1763
    @nizarakhanikar17637 күн бұрын

    God bless you

  • @rupalibhuyan1392
    @rupalibhuyan13927 күн бұрын

    God bless you 🙏🙏🙏

  • @user-lj8eb5bq5b
    @user-lj8eb5bq5b6 күн бұрын

    বৰ ভাল পালোঁ দাদা কথাবোৰ জানি ।

  • @daisybharali9469
    @daisybharali94695 күн бұрын

    ঈশ্বৰে সদায় কুশলে ৰাখক তেখেতলোকক

  • @bhargabkonwar193
    @bhargabkonwar1937 күн бұрын

    ❤🙏🙏🙏

  • @SangitaBhuyan-yo3xd
    @SangitaBhuyan-yo3xd7 күн бұрын

    Dada apunar video sale bohut hahokh pau .

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc6 күн бұрын

    তেওঁ লোক সদায় কুশলে থাকক।এই ভিডিঅ'টোৰ জৰিয়তে আন দহজনেও সাহস পাব বেমাৰক জয় কৰিবলৈ 🙏🏻🙏🏻

  • @user-ql2mw6cx9r
    @user-ql2mw6cx9r7 күн бұрын

    Dada , borma apunaluk vlai thakono takai kamona koresu

  • @BinaGohain-un2ot
    @BinaGohain-un2ot7 күн бұрын

    Hokolu te ase bhogoban Krishna photo tpik pelai eaia jibo sretho manuh

  • @MadhabiDas-sv2eh
    @MadhabiDas-sv2eh7 күн бұрын

    সহাই কৰি পিচতযদি সমালোচনা কৰে তেওবিলাক মানুহ নহয় ।

  • @bobitagogoi4985
    @bobitagogoi49856 күн бұрын

    God bless you❤🙏🙏

  • @KrishnaKonwar-st7ps
    @KrishnaKonwar-st7ps6 күн бұрын

    🙏🙏

  • @assmesvideo6000
    @assmesvideo60006 күн бұрын

    আপোনালোকক ধন্যবাদ আৰু সেৱা জনাইছোঁ

  • @manjuborgohain2597
    @manjuborgohain25977 күн бұрын

    Mur husbandr aitu akhukhate 2019tdhukale.Haikarone moi buji paisu.Moi 10/15percent hutat toka loi cikitsa korisilu.

  • @parishmitachoudhury930
    @parishmitachoudhury9304 күн бұрын

    Sinta nokoribo bohut manuh g ata kidney loiye jonmo loi kintu teuluke nojonakoiye thaki jibontu par hoi jai gotike vale thakok atia duyujon...

  • @BinaGohain-un2ot
    @BinaGohain-un2ot7 күн бұрын

    Bhogoban hohai howk Mongol kamona korilu kintu eman nikrshito manuh kio thake

  • @anjalideka8110
    @anjalideka81104 күн бұрын

    মোৰ এজন ভাইটি ২০১৯ চনৰ আগষ্টত একে অসূখ হৈছিল আৰু ২০২১ চনৰ জুলাই এক তাৰিখে ঢুকায় থাকিলে।বয়স ২৩ বছৰ আছিল।

  • @anusunabairagi-ld5ek
    @anusunabairagi-ld5ek7 күн бұрын

    Muru saku pani ulai goise. tapon aru matri vale thalok.

  • @kabirsarma6573
    @kabirsarma65737 күн бұрын

    আমাৰ ঘৰতো আজি এইটো অৱস্থা চলি আছে। মোৰ husband ঘৰৰ একমাত্ৰ উপাৰ্জন কৰা মনুহজন 2022 ৰ পৰাcancer ৰ লগত যুঁজি আছে। কোনো চৰকাৰী চাকৰি নাই এজন সাধাৰণ ডি টি পি অপাৰেটৰ।মানুহক খুজি-মাগি কিবাকৈ চিকিৎসা কৰি আছো যাতে মানুহজনক জীয়াই ৰাখিব পাৰো। ভুক্তভোগী, গতিকে বুজি পাওঁ কেনেকুৱা পৰিস্থিতি হয়।

  • @JunmoniSaikia-b3b
    @JunmoniSaikia-b3b2 күн бұрын

    Bhogobane duoke kusole rakhak

  • @anjanadas5377
    @anjanadas53776 күн бұрын

    মোৰ লগতো একেই হৈছিল।

  • @user-vd5dg6ru9b
    @user-vd5dg6ru9b7 күн бұрын

    Kothakhini huni sokur Pani ulai gol.

  • @rangpureyasuwali2021
    @rangpureyasuwali20213 күн бұрын

    Tapan amr college friend asel, tumi , aru maa husstto hoi thaka

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k6 күн бұрын

    আমাৰ গাৱৰ এজনলোক এতিয়ালৈকে ভালে আছে। কাম বন কৰি চলি আছে। তেখেতক সদায় দেখা পাও।

  • @user-kt1jo9he6e
    @user-kt1jo9he6e7 күн бұрын

    God bless you.

  • @user-fx7gf1oi5i
    @user-fx7gf1oi5i6 күн бұрын

    Dada muru vaytir anuka hoise amaru anekuya gaty

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k6 күн бұрын

    মাকৰ সমান কোনোবা হব পাৰেনে? মাতৃ পুত্র দুয়োকে ভালে ৰাখক।।

  • @dandeswarkalita4971
    @dandeswarkalita49717 күн бұрын

    Very nice God bless You Tapan and Mother I am from Pathsala

  • @prasantarai3921
    @prasantarai39214 күн бұрын

    Khoa , forat kene asila.

  • @Diptykumar02
    @Diptykumar027 күн бұрын

    Ajikali manuhar atu ata dagar gun gatike tumi xahaxi hoi auai jowa

  • @binitabora7845
    @binitabora7845Күн бұрын

    Bohut beya lagil

  • @JayantaClasses
    @JayantaClasses9 сағат бұрын

    Tapan aru maa vale thakok

  • @rupalidutta9157
    @rupalidutta91577 күн бұрын

    Simantra dak lag puwa asha ase dei .mai rupali dutta sibsagar pragati near.. demaji rupali baideu ghar jam ulab adin.

  • @pujaphukan5405
    @pujaphukan54056 күн бұрын

    Mobile no likhi diba nki

  • @srimantamotivatoranushilan8846

    @srimantamotivatoranushilan8846

    6 күн бұрын

    লিখা আছে

  • @MonimaDevi-te7il
    @MonimaDevi-te7il7 күн бұрын

    Srimonta Sir apu nar Vedew moi Sodai#sawo moi agoraki#Cancer Pacent Apunar mobil nambertu Plese De bo Sir

  • @srimantamotivatoranushilan8846

    @srimantamotivatoranushilan8846

    6 күн бұрын

    আপুনি ইনবস্কত যোগাযোগ কৰিব

  • @KabitaKoch-b5e
    @KabitaKoch-b5e5 күн бұрын

    Vale rakhak vagabane

  • @animapathak8941
    @animapathak89416 күн бұрын

    Maio ATA kid ny larak Diya haisele

  • @animapathak8941

    @animapathak8941

    6 күн бұрын

    Shatoro basar hal Lara aru atiya nai galge tumi valkai thakiba baba tumar Jibanto nigar operate nivar Kariba maks pindhi thakiba

  • @BinaGohain-un2ot
    @BinaGohain-un2ot7 күн бұрын

    Mur log puar essa ase bhaity tuk

  • @saikia8071
    @saikia80716 күн бұрын

    DR Sanjiv Kakoti phone number tu ase jodi anugroh kori dibo sn

  • @animachutia950
    @animachutia9507 күн бұрын

    God bless you

Келесі