Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Пікірлер

  • @pkpatar9930
    @pkpatar99302 минут бұрын

    বহুত ভাল পালো

  • @pkpatar9930
    @pkpatar99307 минут бұрын

    Tit for Tate

  • @mukuldas8340
    @mukuldas83403 сағат бұрын

    এশ শতাংশ সঁচা কথা।

  • @nirugogoi4576
    @nirugogoi457613 сағат бұрын

    সুন্দৰ নীতি শিক্ষাৰ পাঠ ভাল লাগিল

  • @aparadevisarma5797
    @aparadevisarma579716 сағат бұрын

    বৰ ভাল লাগিছে কথাবোৰ শুনি

  • @renuphukanbaruah463
    @renuphukanbaruah46318 сағат бұрын

    সুন্দৰ দৰকাৰী সমাজৰ হিতৰ কথা উল্লেখ কৰিছে, ভাল লাগিল। ধন্যবাদ 😊

  • @user-nc7tj7hu2t
    @user-nc7tj7hu2t18 сағат бұрын

    Hundor hikha dise

  • @nirumahantadutta4701
    @nirumahantadutta470119 сағат бұрын

    আপোনাৰ ভিডিঅ'টো চাই বৰ ভাল লাগিল ,নৱ প্রজন্ম উপকৃত হ'ব পৰাকৈ আপোনাৰ এই মন পৰশা কাহিনীৰে সফল হৈ উঠক, তাকেই কামনা কৰিলোঁ ।

  • @GARIYASHISAIKIA-x2t
    @GARIYASHISAIKIA-x2t23 сағат бұрын

    বহুত ভাল লাগিল ভিদিও টো

  • @manokhiboruah9672
    @manokhiboruah9672Күн бұрын

    Sir Apunar motivator sai bohut val lage 😊

  • @rajuduwarah5854
    @rajuduwarah5854Күн бұрын

    Mojja ❤❤🎉🎉

  • @nareswardeka8660
    @nareswardeka8660Күн бұрын

    Faltu gurdain

  • @SuntiPhukan
    @SuntiPhukanКүн бұрын

    আপুনি অভদ্ৰ লৰাটোক বুজালে ইমান সুন্দৰকৈ ৷সি বৰ টান পাইছেআৰু কোনো দিনে ভাল নহয় ৷

  • @user-ln6ox5mc6l
    @user-ln6ox5mc6lКүн бұрын

    বহূত ভাল লাগিল।

  • @renusaikia324
    @renusaikia324Күн бұрын

    Video to air prajonmor bises

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5ocКүн бұрын

    ভাল লাগিল ছাৰ অৱগত কৰাৰ বাবে। সদায় ভালে থাকক 🙏🏻🙏🏻

  • @BubulLahon-e2q
    @BubulLahon-e2qКүн бұрын

    Dhonybad kothakhar huni hukhi bolu agoloi ane dhoronor ., 18:01

  • @ritadutta9633
    @ritadutta9633Күн бұрын

    Apuni Eman Vall Kotha Koise।Enekua Aeyta Oigiani Lora Agot Koi Aeyku Lavnai।

  • @tankeswarchutia632
    @tankeswarchutia632Күн бұрын

    Bhal lagil bahut kotha shikilu

  • @dipalidowarah1795
    @dipalidowarah1795Күн бұрын

    শিক্ষা মন্ত্রীৰ দ্বাৰা এইজনক মেডেল এটা দিবলৈ টানি অনুৰুধ জনালোঁ

  • @Choudhury1474
    @Choudhury1474Күн бұрын

    দলগাওত ও এনে পৰিয়াল আছে

  • @nirugogoi4576
    @nirugogoi4576Күн бұрын

    সুন্দৰ উপস্থাপন ভাল লাগিল

  • @anjaligayan5766
    @anjaligayan5766Күн бұрын

    Bohut vl lagixe

  • @hemalatahazarika6769
    @hemalatahazarika6769Күн бұрын

    অতি সুন্দৰ।

  • @prodipduarah5177
    @prodipduarah5177Күн бұрын

    চাৰ নমস্কাৰ গ্ৰহন কৰিব ।আপোনাৰ এই vedio টোৱে নিশ্চয় জনসাধাৰণক কথাবোৰ নতুনকৈ ভিবি চাবলৈ বাধ্য কৰিব ।ভাল লাগিল ।বহুত ধন্যবাদ ।

  • @prodipduarah5177
    @prodipduarah5177Күн бұрын

    চাৰ নমস্কাৰ গ্ৰহন কৰিব ।আপোনাৰ এই vedio টোৱে নিশ্চয় জনসাধাৰণক কথাবোৰ নতুনকৈ ভিবি চাবলৈ বাধ্য কৰিব ।ভাল লাগিল ।বহুত ধন্যবাদ ।

  • @prodipduarah5177
    @prodipduarah5177Күн бұрын

    আপোনাৰ পৰুপকাৰী আৰু তথ্যপুৰ্ণ vedio টো চাই সন্তোয পালো । আৰু আগলৈ এনে vedio দি থাকিব ।

  • @gungunrajkhowa3977
    @gungunrajkhowa3977Күн бұрын

    Bhal Lagil .

  • @ajaiborbora5341
    @ajaiborbora53412 күн бұрын

    সুন্দৰ নীতি শিক্ষাৰ পাঠ।

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf2 күн бұрын

    আপুনি সঠিক সময়ত নাটক খন কৰিছে কিন্তু ইতিমধ্যে ৭০/ সন্তান এনেকুৱা পৰীক্ষাত ভাল নম্বৰ পোৱা আৰু নোপোৱা সন্তান

  • @PradipDas-td2eb
    @PradipDas-td2eb2 күн бұрын

    Ohonkari tu

  • @shubhadradas919
    @shubhadradas9192 күн бұрын

    Bahut val legel video tu

  • @gupalgogoi
    @gupalgogoi2 күн бұрын

    আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো

  • @nirumonigayan3356
    @nirumonigayan33562 күн бұрын

    অভিনয়ৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ,বৰ ভাল লাগিল দুই সখাৰ অভিনয়,কৃপালী বা'ৰ স্পষ্টবাদী কথাখিনিয়ে নিশ্চয়কৈ অভিভাৱকৰ মনত সুস্থ চিন্তা অনাত সহায় কৰিব।❤❤

  • @NagenHazarika-qp7gp
    @NagenHazarika-qp7gp2 күн бұрын

    Bhaal laagil, kintu bahir surea aamani disa, thanks

  • @anjumoniborah6780
    @anjumoniborah67802 күн бұрын

    অতি। সুন্দৰ

  • @jaykrishnasarma1333
    @jaykrishnasarma13332 күн бұрын

    Bor.val.vidio.jiai.thokar Diha.palu

  • @charubora1114
    @charubora11142 күн бұрын

    Very good advice

  • @charubora1114
    @charubora11142 күн бұрын

    Buha buhi buli kio koisa, bor bea koisa daei

  • @sanjaykoushik9839
    @sanjaykoushik98392 күн бұрын

    val lagil kothakhini. eyar uporot aru eta vdo bonabosoon.

  • @dipankarsaikia5905
    @dipankarsaikia59052 күн бұрын

    আপোনাৰ ভিডিঅ বহুত ভাল লাগে

  • @dr.gobindamoral7359
    @dr.gobindamoral73592 күн бұрын

    সময় বৰ নিষ্ঠুৰ ! এয়াই যুৱ মানসিকতা ? বাস্তৱ জীৱনৰ সুন্দৰ বিষয় এটা তুলি ধৰিবলৈ প্ৰচেষ্টা কৰাৰ হেতু আপোনালোকক বহুত বহুত ধন্যবাদ জনালো।

  • @abantirajkhowa8667
    @abantirajkhowa86672 күн бұрын

    বহুত ভাল কথা কৈছে ।

  • @user-gz8ik4sb8t
    @user-gz8ik4sb8t2 күн бұрын

    Bor hundor uposthapon sir Val lagil

  • @budheswarsaikia3103
    @budheswarsaikia31032 күн бұрын

    Brilliant, great, You are Sir.

  • @ritaborah6238
    @ritaborah62382 күн бұрын

    বৰ সুন্দৰ ভিডিঅ আগবঢ়ালে।🙏🙏

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc2 күн бұрын

    মানৱ সম্পদ গঢ় দিয়াত আপোনী খুব সুন্দৰ পদক্ষেপ লৈছে ,ছাৰ উদ্দেশ্য সফল হওঁক তাকে কামনা কৰিলোঁ।👏🏻👏🏻👏🏻🙏🏻

  • @dhrmashrideka7064
    @dhrmashrideka70642 күн бұрын

    বাহুত ভাল লাগিল ধন্যবাদ

  • @debikaborpujari6748
    @debikaborpujari67482 күн бұрын

    আজিৰ সন্তান সকললৈ এই বাৰ্তা প্ৰেৰণ ; বুজিলেই হয় সকলোৱে।

  • @kamalakantanath2896
    @kamalakantanath28962 күн бұрын

    আপোনাৰ গঠনমুলক পৰামশবোৰ বৰ ভাল লাগে।ধন্যবাদ জনালো। চাপৰমুখ নগাঁও।😮😢