মেট্ৰিকত ৮৮% পোৱাৰ পাছতো পিতৃ মাতৃৰ সন্তানক মানসিক অত্যাচাৰ

মেট্ৰিকত ৮৮% ডিষ্টিংশ্বন পোৱাৰ পাছতো পিতৃ মাতৃৰ সন্তানক মানসিক অত্যাচাৰ

Пікірлер: 192

  • @karunanath1754
    @karunanath1754Ай бұрын

    চাৰে বহুত মূল্যবান কথা কৈছে। ইয়াত কৈ বেছি আশা কৰা মানে Student জনক মানসিক কষ্ট দিয়া হব

  • @ashokdas8961
    @ashokdas8961Ай бұрын

    মাক দেউতাকে হয়টো (% ) শতকৰা উলিয়াব নোৱাৰে আৰু ল'ৰা ছোৱালীয়ে ৮৮.৮% পাই উত্তীৰ্ণ হ'লেও সুখী নহয় । আচলতে এইবিলাক হৈছে মানুহৰ ঢঙ বা ভেম আন একো নহয় । শেষত সকলোলৈ কে বিশেষকৈ শিক্ষকৰ অভিনয় কৰা জনলৈ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ।। ধন্যবাদ ।।

  • @minuphukan372
    @minuphukan372Ай бұрын

    ছাৰে বৰ সুন্দৰ বাৰ্তা দিছে। সকলো অভিভাৱকে কথাখিনি ভালকৈ শুনিলে বহুত কামত আহিব।

  • @sajinayesamin1141

    @sajinayesamin1141

    Ай бұрын

    👍👍👍👍

  • @sajinayesamin1141

    @sajinayesamin1141

    Ай бұрын

    👍👍👍👍

  • @kanchantalukdar9556
    @kanchantalukdar9556Ай бұрын

    বহুত ভাল ভিডিও বনালে। ভাল লাগিল।

  • @purabisonowal4248
    @purabisonowal4248Ай бұрын

    অভিনয়ৰ যোগেদি অভিভাৱক সকললৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে।বৰ ভাল লাগিল। আপোনাৰ এই প্ৰচেষ্টা সাৰ্থক হওক।

  • @jogeswaridevi5544
    @jogeswaridevi554428 күн бұрын

    ভাল পৰামৰ্শ

  • @Nayan_game697
    @Nayan_game697Ай бұрын

    বহুত ভাল লাগিল,আৰু অভিভাৱকলৈ বহুতএটা ভাল বাৰ্তা দিলে, উপকৃত হ'ব বহুত আৰু হৈছো

  • @kabitabhuyan9507
    @kabitabhuyan9507Ай бұрын

    ভাল লাগিল দেই । সকলোৰে বৰ সুন্দৰ অভিনয় ❤❤

  • @daisybharali9469
    @daisybharali9469Ай бұрын

    🎉🎉 বহুত বহুত সুন্দৰ

  • @arungogoi4384
    @arungogoi438425 күн бұрын

    অভিভাবক সকলে শিক্ষা পাব লাগে। ধন্যবাদ।

  • @user-bo5tm6mr3k
    @user-bo5tm6mr3kАй бұрын

    সুন্দৰ কথা কলে আপোনী ভাল লাগিল

  • @pompiduttahazarika5016
    @pompiduttahazarika5016Ай бұрын

    আপোনাৰ video চাই বহুত ভাল লাগে

  • @tilutammaborah6620
    @tilutammaborah6620Ай бұрын

    সুন্দৰ বাৰ্তা ❤️❤️❤️

  • @private_70
    @private_70Ай бұрын

    মহাশয় জনক শত শত শ্ৰদ্ধা জ্ঞাপন কৰিছো।

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025Ай бұрын

    ভাল লাগিল আপোনাৰ কথা খিনি শুনি 🙏🙏🙏

  • @sewaliborthakur5145
    @sewaliborthakur5145Ай бұрын

    সুন্দৰ অভিনয়ৰ যোগেদি সুন্দৰ বাৰ্তা

  • @manibankalitanath3648
    @manibankalitanath3648Ай бұрын

    ভাল লাগিল। আজিৰ অভিভাৱক সকলোলৈ সুন্দৰ বাৰ্তা । সুন্দৰ অভিনয় । ধন্যবাদ আপোনালোকলৈ । 💐🙏

  • @user-kj7jn9fw9e
    @user-kj7jn9fw9eАй бұрын

    খুব ভাল লাগিল ! আপোনাৰ প্ৰচেষ্টাক সন্মান সহকাৰে শলাগ ল'লো ।

  • @user-pk1eg4qx8l
    @user-pk1eg4qx8lАй бұрын

    সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে অভিভাৱকসকললৈ ৷ ভাল লাগিল ৷

  • @bulukantadutta8912
    @bulukantadutta8912Ай бұрын

    সুন্দৰ অভিনয়ৰ যোগেদি সুন্দৰ বাৰ্তা ।আগলৈ আশা কৰিলো ।

  • @ritumonidutta6306
    @ritumonidutta6306Ай бұрын

    সুন্দৰ অনুভৱ ছাৰ।

  • @user-fz7mn5ve9y
    @user-fz7mn5ve9yАй бұрын

    সুন্দৰ ভিডিঅ' ককাইদেউ।

  • @manjitdas9386
    @manjitdas9386Ай бұрын

    বৰ ভাল কথা কৈছে আপুনি

  • @bitumonigogoi6832
    @bitumonigogoi6832Ай бұрын

    বৰ ভাল লাগিল। ছাৰৰ কথাখিনি অভিভাৱক সকললৈ এটা সুন্দৰ বাৰ্তা গৈছে। 👍

  • @himamonidevi4011
    @himamonidevi4011Ай бұрын

    সুন্দৰ video

  • @rinamoniduttaborah8187
    @rinamoniduttaborah8187Ай бұрын

    অতি সুন্দৰ বিশ্লেষণ।

  • @minotichetia9972
    @minotichetia9972Ай бұрын

    ভিডিঅ টো চোৱাৰ আগতেই লাইক এটা দিয়ে লওঁ। জানো ভাল বাৰ্তা এটা দিবয়ে । বহুত ভাল লাগিল।

  • @purnanathborah2729
    @purnanathborah2729Ай бұрын

    উচিত উপস্থাপন ৷

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    চাৰ কথা বিলাক ভাল লাগিল

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424Ай бұрын

    সুন্দৰ মন্তব্য ছাৰ❤

  • @user-bv3wd5rv1v
    @user-bv3wd5rv1vАй бұрын

    মুৰ্খামীৰ জলন্ত উদাহৰণ...

  • @binaprovasaikia8555
    @binaprovasaikia8555Ай бұрын

    ভাল লাগিল অভিভাৱক সকল জোখতকৈ বেছি হৈছে

  • @pranitadaskakati3863
    @pranitadaskakati3863Ай бұрын

    Varry good sir.

  • @debikaborpujari6748
    @debikaborpujari6748Ай бұрын

    দুয়োৰে অভিনয় শলাগিব লগীয়া আৰু বিষয় বস্তু perfect ....

  • @SarufulHajarika
    @SarufulHajarikaАй бұрын

    অতি সুন্দৰ জানিব লগিয়া কথা

  • @niruphukon4889
    @niruphukon4889Ай бұрын

    সুন্দৰ বাৰ্তা ।

  • @krishnakakaty2624
    @krishnakakaty2624Ай бұрын

    Thank. You. Sir.

  • @runuchetia1658
    @runuchetia1658Ай бұрын

    ভাল লাগিল চাৰ আপোনাৰ গঠনমূলক কথাখিনি

  • @xin2830
    @xin2830Ай бұрын

    ছোৱালী জনীৰ মাকৰ অৱস্থাটো দেখিহে বেয়া লাগিছে পায়

  • @muninborah6784
    @muninborah6784Ай бұрын

    সুন্দৰ বাৰ্তা;

  • @krishnakakaty2624
    @krishnakakaty2624Ай бұрын

    Sir. Jonoloi. Bohut. Val. Lagil.

  • @nibeditasonowal1154
    @nibeditasonowal1154Ай бұрын

    Val lagil .কিছুমান অভিভাবকৰ বাবে এনেকুৱা vedio বহুত প্ৰয়োজন ।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5ocАй бұрын

    ভাল লাগিল ভিডিঅ'টো চাই

  • @duludihingia5561
    @duludihingia5561Ай бұрын

    সুন্দৰ। 😊

  • @user-vn3xi3xx8i
    @user-vn3xi3xx8iАй бұрын

    ❤সুন্দৰ ।

  • @karabidutta140
    @karabidutta140Ай бұрын

    সুন্দৰ

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697Ай бұрын

    সুন্দৰ বাৰ্তা এটিৰ সুন্দৰ উপস্থাপন। বৰ প্ৰয়োজনীয় কথা কৈছে👏👏👏👏👏

  • @nurigogoi3064
    @nurigogoi3064Ай бұрын

    Akebare hosa kotha kole❤❤.

  • @gyandeepsonowal7547
    @gyandeepsonowal7547Ай бұрын

    Bohut val lagil .

  • @user-np1ps6ww3e
    @user-np1ps6ww3eАй бұрын

    Val motivation hundor

  • @user-vd5dg6ru9b
    @user-vd5dg6ru9bАй бұрын

    Hundor uposthapon. Hundor Barta.

  • @rajanideori5519
    @rajanideori5519Ай бұрын

    বহুত ভাল লাগীল ।

  • @kpoper169
    @kpoper169Ай бұрын

    Val lagil

  • @hiragogoi5263
    @hiragogoi5263Ай бұрын

    Val lagil Hundor

  • @parimagogoi6065
    @parimagogoi6065Ай бұрын

    Bohut val kotha kole, video Sai val lagil❤

  • @user-ru3so7sh1q
    @user-ru3so7sh1qАй бұрын

    Bohut val kotha kole sir.hundor lagil.

  • @gayitrinath6466
    @gayitrinath6466Ай бұрын

    Sir aponar katha khini soni vl lagise

  • @rashmirekhadutta2702
    @rashmirekhadutta2702Ай бұрын

    Manujanar kathakhini ru aitak val lagise

  • @SristyPriyaBorah
    @SristyPriyaBorahАй бұрын

    Bhut hondar hoica dada

  • @swarnabora5714
    @swarnabora5714Ай бұрын

    bhal lagil thik kotha koise

  • @arunavdutta8636
    @arunavdutta8636Ай бұрын

    অভিনয় jan নালগিল,ভাল লাগিল, , গুড মেচেজ ❤❤❤

  • @pihu34532
    @pihu34532Ай бұрын

    Bhut val vdo banaise

  • @junaliborah6959
    @junaliborah6959Ай бұрын

    ঠিক দিছে চাৰ

  • @SwetaSharma-on6mz
    @SwetaSharma-on6mzАй бұрын

    Sir bohut valke explain korise Anekuwa maa deuta ketiyau xukhi hobo nuware 🙂

  • @ankurjyotisaikia-hm9wk
    @ankurjyotisaikia-hm9wkАй бұрын

    Sir right koisa Val lagil.

  • @anshumansarmah
    @anshumansarmahАй бұрын

    Bor sunder kathayak koisa

  • @jugendersaikia4176
    @jugendersaikia4176Ай бұрын

    সুন্দৰ মেচেজ ভাল লাগিল বিহুক লৈয়ো এটা চাইছোঁ সুন্দৰ আগলৈয়ো এনেবোৰ ভিদিও পাওঁ যেন আশা কৰিলোঁ 🙏🙏🙏

  • @Rahulgogoi-14
    @Rahulgogoi-14Ай бұрын

    Val lagil video 2 sai

  • @parkourvsmoneyheist5729
    @parkourvsmoneyheist5729Ай бұрын

    Right kothakhar koise

  • @bhupenboruah8511
    @bhupenboruah8511Ай бұрын

    Bhal Lagil.

  • @aradhyakalita4573
    @aradhyakalita4573Ай бұрын

    ভাল লাগিল

  • @manjuborah3500
    @manjuborah3500Ай бұрын

    Apuni val poramorsha dise

  • @manjumalagogoi321
    @manjumalagogoi321Ай бұрын

    Quite appreciable

  • @jagatgogoi3281
    @jagatgogoi3281Ай бұрын

    ভাল লাগিল ❤❤

  • @chinudutta9595
    @chinudutta9595Ай бұрын

    মাক জীয়েক নে মাহী মাক। ইমান নম্বৰ পোৱাৰ পাছততো মাৰপিত।মৰিলে কি কৰিব মাকে।।শিক্ষকজনক ধন্যবাদ।

  • @nirmalinath5797
    @nirmalinath5797Ай бұрын

    Right koise

  • @dalimiboruah4100
    @dalimiboruah4100Ай бұрын

    বৰ ভাল লাগিল।

  • @tulshigogoi7019
    @tulshigogoi7019Ай бұрын

    Good advising sir.From Assam Sivasagar district Nimaijan gaon.

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8wАй бұрын

    Thankyou sir apuni thike koishe.

  • @user-tc7ke1io8k
    @user-tc7ke1io8k21 күн бұрын

    Thakyou sire thik kotha koise

  • @BhagyashreeHazarika-ou2yu
    @BhagyashreeHazarika-ou2yuАй бұрын

    Boht vl kotha koisa sir🙏

  • @champarabha6609
    @champarabha6609Ай бұрын

    Khub val lagil dhanybad sir

  • @pranatihandique2363
    @pranatihandique2363Ай бұрын

    Aapuni bor val kotha kola sir.

  • @Kabitagogoi-td7mf
    @Kabitagogoi-td7mfАй бұрын

    Very good

  • @user-oq7gv2vp8f
    @user-oq7gv2vp8fАй бұрын

    Vor val program sir....❤❤❤❤.

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pmАй бұрын

    সুন্দৰ বাৰ্তা অভিভাৱক সকললৈ।চাৰক বহুত বহুত ধন্যবাদ জনালো।

  • @saradasaikia4649
    @saradasaikia4649Ай бұрын

    ভাল লাগিল|সুন্দৰ বাৰ্তা দিলে

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    অভিনয় বিলাক ভাল লাগিল

  • @RajuKumar-vh6mp
    @RajuKumar-vh6mpАй бұрын

    Very good sir apunar kothahini

  • @BontiNeog
    @BontiNeogАй бұрын

    Bohiya lagila

  • @alakadevi4660
    @alakadevi4660Ай бұрын

    ঠিক কথা কৈছ মাকক বৰ বাহাদুৰী বেছি কৰে ছোৱালী জনীক মৰাৰ কাৰণে বেয়া লাগিছে

  • @rinadekabarman
    @rinadekabarmanАй бұрын

    Val lagile sai. Mast or jonor Kothakhini mur bohut val lagile.Aur Anekua obhibabok bohut ase besi dekhua. Baru ji nohokl Mastor jonor kothai besi val lagile Thak you sir

  • @bontisarmah7541
    @bontisarmah7541Ай бұрын

    ছোৱালী জনীয়ে 2ta ৩টা লৈকে পঢিছে কষ্ট কৰিছে মাকে সাৰ পাই হে আছে ৰাতি এনেকুৱা মানুহৰ ছোৱালীহে ঘৰৰ পৰা পলাই যা.ই

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712Ай бұрын

    সময় উপযোগী।

  • @birbahadur5330
    @birbahadur5330Ай бұрын

    Val bujale sir

  • @tunmonidutta5249
    @tunmonidutta5249Ай бұрын

    আজি কালি কিছুমান অভিভাৱকে নিজ সন্তানক পঢ়াৰ বাহিৰে আন একো চিন্তা কৰিবলৈকে নিদিয়ে সমাজৰ কথাটো দূৰৈৰ কথা নিজৰ ঘৰৰ কাষৰ মানুহকে চিনি নাপায়.। কি হবলৈ গৈ. ...........

  • @rupamonisarmah9856
    @rupamonisarmah9856Ай бұрын

    Bhal lagil sai

  • @Sabitachoudhari-fd3ll
    @Sabitachoudhari-fd3llАй бұрын

    Sundor barta preron krise ; Bhut val lagil !

  • @gouridaimary4940
    @gouridaimary4940Ай бұрын

    🙏❤️❤️❤️ dhonyobad

  • @AbdulKhalek-el7dh
    @AbdulKhalek-el7dhАй бұрын

    Good sir.

Келесі