কঠালৰ আচাৰ | টেঙা-জ্বলা সোৱাদেৰে ভৰা | Jackfruit Pickle | Tasty & Easy Pickle Recipe

In this video I have shown you how to prepare jackfruit pickle recipe at home.
The ingredients are - hing powder, black and white jeera seeds, black and white mustard seeds, black and green peepers, methi seeds, coriander seeds, souf, ajwaain, red chilli, Kashmiri mirch powder, turmeric, salt, mustard oil, lemon juice, raw mango juice.
#jackfruitpickle #rupanjalironganoi #rupanjalimorang #rupanjalirrengoni
কঠালৰ টেঙা আৰু জলা আচাৰত ব্যবহাৰ কৰা উপকৰনসমূহ -হিং, ক’লা আৰু বগা জিৰা, ক’লা আৰু বগা সৰিয়হ, ক’লা আৰু সেঁউজীয়া জালুক, মেথি, ধনিয়া, চ’ফ, আজৱাইন, হালধি, কাশ্মিৰী জলকীয়া গুড়ি, নিমখ, মিঠাতেল, আমৰ ৰস, নেমুৰস আৰু শুকান জলকীয়া ৷
#কঠালৰআচাৰ #কঠালৰটেঙাজলাআচাৰ
১.কঠালৰ আচাৰ | এইদৰে প্ৰস্তুত কৰিলে সোৱাদৰ লগতে কেবাবছৰো ভাল হৈ থাকিব | Jackfruit Pickle Recipe • কঠালৰ আচাৰ | এইদৰে প্ৰ...
২.কঠালৰ মুচি মাংসৰদৰেই সোৱাদ Jackfruit Curry Recipe Like Meat Delicious and Healthy • কঠালৰ মুচি মাংসৰদৰেই স...
৩.আমৰ মিঠা আচাৰ | Jaggery and Mango | Sweet Mango Pickle | Tasty & Healthy
• আমৰ মিঠা আচাৰ | Jagger...
৪.পুৰণি আচাৰৰ তেল-মছলাৰে আনে কেনেকৈ কি কৰে নেজানোঁ | মই এনেকৈ কৰোঁ | কঁঠালৰ আচাৰ | Jackfruit’s Pickle
• পুৰণি আচাৰৰ তেল-মছলাৰে...
৫.কঠালৰ টেঙা জ্বলা আচাৰ সোৱাদেৰে ভৰা | Jackfruit’s Pickle Recipe | Tasty & Healthy
• কঠালৰ টেঙা জ্বলা আচাৰ ...
৬.Sour and Sweet Mango Pickle Recipe in Less Oil for Long Time কম তেলত আমৰ টেঙা মিঠা আচাৰ | Healthy
• Sour and Sweet Mango P...
৭.Jackfruit Curry | Tasty & Healthy Seasonal Food | মিঠা ৰঙালাওৰ সৈতে কঠালৰ মুচি | It’s My Favourite
• Jackfruit Curry | Tast...
Facebook / rupanjalironganoi
Instagram / rupanjalironganoi
Store www.amazon.in/shop/rupanjalir...
Thank you for watching my video and hit the like button.
Please subscribe my You Tube channel and share my video with your family friends.

Пікірлер: 77

  • @rupalibaruah7079
    @rupalibaruah7079Ай бұрын

    বহুত সুন্দৰ হৈছে।মইও বনাম।

  • @dipikatamuly9204
    @dipikatamuly9204 Жыл бұрын

    বহুত ধুনীয়া হৈছে

  • @user-cr4wx8yb8g
    @user-cr4wx8yb8gАй бұрын

    ❤❤

  • @ukbro5204
    @ukbro5204Ай бұрын

    bhut hundor hoise

  • @senswasvlog2795
    @senswasvlog27953 жыл бұрын

    Val lagil video2

  • @rekhaboruah7878
    @rekhaboruah78782 жыл бұрын

    ধুনীয়া হৈছে বনাই চাব লাগিব।

  • @lavanyadas3074
    @lavanyadas3074 Жыл бұрын

    Bahut bhal lagise

  • @misingbuwaribinavlogs950
    @misingbuwaribinavlogs9503 жыл бұрын

    Bhut dhuniya hoise 👍

  • @user-bc9md2qq5u
    @user-bc9md2qq5u3 ай бұрын

    Bohut val lagile ♥️

  • @deepshikhamixvlogs
    @deepshikhamixvlogs2 жыл бұрын

    Mojja hoise. .......

  • @manjooneog4756
    @manjooneog47562 жыл бұрын

    আপোনাৰ সুন্দৰ হৈছে আচাৰ

  • @dipalirajbongshi7715
    @dipalirajbongshi77153 жыл бұрын

    Bhal lagil baidw

  • @priyakhiborah5278
    @priyakhiborah52783 жыл бұрын

    Val lagise

  • @rupeswardas9956
    @rupeswardas99562 жыл бұрын

    বহুত ভাল লাগিছে বাইদেউ

  • @anamikakakati2385
    @anamikakakati23853 жыл бұрын

    ভাল লাগিল চাই বাইদেউ

  • @dogobhetasonari1092
    @dogobhetasonari1092 Жыл бұрын

    বৰসুন্দ বাইদেউ

  • @allinonewithminu5270
    @allinonewithminu52702 ай бұрын

    Bhut dhuniya lagil🙏🙏🙏🙏

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    2 ай бұрын

    আন্তৰিক ধন্যবাদ জনালোঁ ❤️

  • @gitalibora4712
    @gitalibora47123 жыл бұрын

    Aapunar vido sai val lagil

  • @rinkikumarisah3186
    @rinkikumarisah31863 жыл бұрын

    Bahut taste hoisa ma'am 😋😋😋😋

  • @gitanjalidevi7511
    @gitanjalidevi75112 ай бұрын

    🎉🎉🎉

  • @parulshivam19
    @parulshivam193 жыл бұрын

    বাইদেউ ভাল লাগিল।

  • @nitubarua3352
    @nitubarua33523 жыл бұрын

    ভাল লাগিল বাইদেউ।

  • @DGAssamLifestyle
    @DGAssamLifestyle3 жыл бұрын

    ভাল লাগিল

  • @kabitaranidutta5441

    @kabitaranidutta5441

    3 жыл бұрын

    Val lagil

  • @guanglidiy7166
    @guanglidiy7166 Жыл бұрын

    Bhal lagise.

  • @tutubordoloi7567
    @tutubordoloi75673 жыл бұрын

    ধুনীয়া হৈছে বাইদেউ ,লোভ লাগি গৈছে মোৰ ।

  • @momsworks9019
    @momsworks90193 жыл бұрын

    Dhuniya bonale baa 🥰

  • @CricketGuruAssam
    @CricketGuruAssam3 жыл бұрын

    ভাল লাগিল বাইদেউ । আশা কৰো সকলো উপকৃত হৈছে চাই ।

  • @deeplinamorang639
    @deeplinamorang6393 жыл бұрын

    খাই পোৱা নাই কিন্ত যি দেখিছো খাই ভাল লাগিব। সুন্দৰ বাইদেউ

  • @madhuryyakalita6895
    @madhuryyakalita6895 Жыл бұрын

    ধন্যবাদ বাইদেউ ,

  • @niradoruaw6377
    @niradoruaw6377 Жыл бұрын

    😊😊😊😊😊

  • @meghaliroy5108
    @meghaliroy51083 жыл бұрын

    Niceeee👍

  • @parismitabharadwaj964
    @parismitabharadwaj964 Жыл бұрын

    Vedio টো চাই উপকৃত হলো বাইদেউ

  • @jyotipatar277
    @jyotipatar2773 жыл бұрын

    Mam Nice Recipe😋😋😋

  • @parulgogoi4420
    @parulgogoi44203 жыл бұрын

    Very nice video Thanks mam

  • @mamubora6613
    @mamubora66133 жыл бұрын

    Bohut val lagil sai baa .vabiae asilu apunak kothalor ashar vedio ata diboloi kom buli .

  • @padmakumariburagohain6490
    @padmakumariburagohain64903 жыл бұрын

    Bor dhuniya hoise dei.v d o tu sai vl palo.

  • @arpanadas7454
    @arpanadas74542 ай бұрын

    Nice

  • @saraswatichaliha5773
    @saraswatichaliha57733 жыл бұрын

    বাইদেউ ভিডিও তো চাই ভাল লাগিল বনাই চাম বাৰু

  • @nikitagayan2281
    @nikitagayan22813 жыл бұрын

    Val hoise moiu amor asar prostut korisu❤️👍

  • @r.sharmachannel1607
    @r.sharmachannel16073 жыл бұрын

    Aapunar kotha kuwar shoili bor bhal lage.

  • @diptydas5957
    @diptydas5957 Жыл бұрын

    All,rite,best,pecal,.

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    ❤️🙏

  • @parismitakalita9947
    @parismitakalita9947 Жыл бұрын

    আচাৰ খিনি দেখাত ভাল লাগিছে খাবলৈ তেনেকোৱা কে ভাল লাগিব তাৰোপৰি বাইদেউ আপোনাৰ মাটটো ইমান মৰম লগা

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    🙏🙏❤️

  • @pranitaboro8910
    @pranitaboro8910 Жыл бұрын

    Bonabole sesta korim nishoi baideu

  • @divyadekaia-3226
    @divyadekaia-32263 жыл бұрын

    ভাল লাগিল বাইদেউ ❤️।ময়ো চেষ্টা কৰিম বনাবলৈ।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    পিছতীয়া কঠালৰ আচাৰ কৰিব পাৰিবা ৷ ❤️এইখিনি আচাৰ খাবলৈ সাংঘাটিক ভাল হৈছিল ৷ গুটি ডাঙৰ হলে গুটিবোৰ দিব নেলাগে ৷

  • @biswabinodathkheliamixassa6908
    @biswabinodathkheliamixassa69083 жыл бұрын

    ধুনীয়া লাগিছে ❤️ খাই ভাল লাগিব বুলি ভাবিছো।👍👍 মোৰ ভিডিঅ'চাই বন্ধু হৈ থাকিব ❤️🙏🏻🙏🏻🙏🏻

  • @mridulasutradhar2607
    @mridulasutradhar26073 жыл бұрын

    bohut val lagile de bydo asaror recipe2 sai😋😋

  • @ritumanitalukdar7579
    @ritumanitalukdar75793 жыл бұрын

    আপোনাৰ পৰা চাই ময়ো বনাম

  • @rupaneog2445
    @rupaneog24453 жыл бұрын

    ্ভাল পালো কঠালৰ আচাৰ বনোৱা

  • @navajitapatir906

    @navajitapatir906

    3 жыл бұрын

    👍👍

  • @mousumibaruah4664
    @mousumibaruah46643 жыл бұрын

    Baidew video sai val lagil, kotha ata janibo bisaru apuni aam hukawte aina2 kihor babe dola khonot thoinu,kobone

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    চৰাই খেদিবলৈ আইনাখন দিওঁ ৷ আইনাৰ পোহৰ গাত পৰিলে ফল মূলৰ টুকুৰাবোৰ মুখত দিয়া দূৰৰে কথা ভয়তে পলায় ৷

  • @jyotismitadas4121
    @jyotismitadas41213 жыл бұрын

    ভাল লাগিল এবাৰ বনাই চাব লাগিব

  • @munmidas3006
    @munmidas30063 жыл бұрын

    Moi ketiya kham ooo

  • @gourisankargogoi4692
    @gourisankargogoi46923 жыл бұрын

    Baidew apuni salonit ainar dora ki thoi dia nu

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    চৰাই খেদিবলৈ ৷

  • @rakibulmahmud3253
    @rakibulmahmud32533 жыл бұрын

    Baido aaina kele rakha hoise kothal hukua homoit?

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    চৰাই খেদিবলৈ ৷

  • @khagenbaruah6388

    @khagenbaruah6388

    2 жыл бұрын

    @@RupanjaliRonganoi very nice

  • @jurigourav
    @jurigourav3 жыл бұрын

    দেখিয়েই জিভালৈ পানী আহিছে। আজিলৈকে বনোৱা নাই কঠালৰ আচাৰ। আপোনাৰ আমৰ আচাৰৰ ভিডিঅতো চাই আমৰ আচাৰ বনালো। ঘৰত সকলোৱে আচাৰখিনি বৰ ভাল হৈছে বুলি কৈছে। এইবাৰ কঠালৰ আচাৰ বনাম। আপোনালৈ অশেষ ধন্যবাদ। আপোনাৰ সকলোখিনি ভিডিঅ' মই চালো। বহুখিনি উপকৃত হৈছো মই।

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    3 жыл бұрын

    আন্তৰিক ধন্যবাদ জনালোঁ ৷ কঠাল কটাৰ ভিডিঅ’ কেইদিনমান পিছত দিম ৷ সকলোৱে ট্ৰিক জানেই ৷ তথাপি মই কেনেকৈ কাটিলোঁ সেয়া দেখুৱাম বুলি ভবিছোঁ ৷

  • @runabarthakur2847

    @runabarthakur2847

    3 жыл бұрын

    আন্তৰিক ধন্যবাদ জনাইছো ।ময়োবনালো প্ৰনালী অলপ বেলেগ । আপোনাৰ আচাৰৰ ৰঙটো বৰ ধুনীয়া হৈছে ।

  • @pompivlags4738
    @pompivlags4738 Жыл бұрын

    বাইদেউ কঠাল বা আম খিনি শুকাব দিওতে আপোনি আইনাখন কাষত কিয় ৰাখিছে কব চোন

  • @RupanjaliRonganoi

    @RupanjaliRonganoi

    Жыл бұрын

    আইনাত মুখখনৰ প্ৰতিবিম্ব দেখি খোৱা বস্তু নষ্ট কৰিবলৈ চৰাই নাহে ৷

  • @pompivlags4738

    @pompivlags4738

    Жыл бұрын

    @@RupanjaliRonganoi ধন্যবাদ বাইদেউ নতুন কথা এটা শিকিলো। মই আপোনাৰ ভিডিও চাই কঠাল আচাৰ বলাই আছো।।।

  • @dimpusarma334
    @dimpusarma3343 жыл бұрын

    সুন্দৰ হৈছে। মই কিন্তু কঠালৰ মুচিৰহে বনাও। গুটি হোৱা কঠালৰ আচাৰ বনোৱা নাই।

  • @moitrayeegoswami990
    @moitrayeegoswami9902 жыл бұрын

    val lagil

  • @sumkigogoi3736
    @sumkigogoi37362 жыл бұрын

    Nice

  • @monikadutta7458
    @monikadutta74583 жыл бұрын

    Val lagise

  • @dijenbharali2678
    @dijenbharali26782 жыл бұрын

    Nice

  • @mamumedhi4369
    @mamumedhi43693 жыл бұрын

    Nice

Келесі